Scilab/C4/User-Defined-Input-and-Output/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Scilab ব্যবহাৰ কৰি File handling এৰ টিউটোৰিয়েলত আপোনাক স্বাগত।
00:06 ইয়াত আমি শিকিম:
00:08 ইনপুট ফাংশন।
00:10 আউটপুট ফৰম্যাট কৰা।
00:12 ফাংশন সংৰক্ষণ কৰা।
00:14 ফাংশন লোড কৰা।
00:16 প্রদর্শন কৰিবলৈ আমি সংস্থাপিত Scilab সংস্কৰণ 5.3.3 এৰ সৈতে উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম ব্যবহাৰ কৰিছো।
00:26 আপোনাৰ Scilab এৰ মৌলিক জ্ঞান থাকা উচিত।
00:29 নহলে Scilab এৰ প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েলৰ বাবে spoken hyphen tutorial dot org পৰিদর্শন কৰক।
00:37 input() ফাংশন ইউসাৰৰ পৰা ইনপুট লোৱাত ব্যবহৃত হয়।
00:42 এইটোৱে ইউসাৰ ইনপুটৰ বাবে টেক্সট স্ট্রিংত এটা প্রম্পট প্রদান কৰে।
00:47 এইটোৱে কীবোর্ডৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে।
00:51 যদি প্রম্পটত ক্যাৰেজ ৰিটার্নৰ বাহিৰে কিছু প্রবিষ্ট নকৰে তেনেহলে ইনপুট ফাংশনে এটা খালি ম্যাট্রিক্স ৰিটাৰ্ণ কৰে।
00:59 ইনপুট ফাংশন দুইভাবে লেখা যাব পাৰে:
01:03 প্রথম, x= input বন্ধনীত message to display
01:09 দ্বিতীয়, x= input বন্ধনীত (message to display, strings).
01:17 দ্বিতীয় উদাহৰণত, দ্বিতীয় আর্গুমেন্ট হল স্ট্রিং।
01:22 সেয়ে আউটপুট এটা ক্যাৰেক্টাৰ স্ট্রিং যি কীবোর্ড ব্যবহাৰ কৰি প্রবিষ্ট কৰা এটা এক্সপ্রেশন।
01:29 Scilab কনসোল উইন্ডো খুলক আৰু লিখক,
01:33 x ইস ইকুয়েল টু input বন্ধনীত ডাবল উদ্ধৃতিত Enter your age ডাবল উদ্ধৃতি বন্ধ কৰক বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
01:49 লিখক 25 আৰু এন্টাৰ টিপক।
01:53 এতিয়া লিখক y ইস ইকুয়েল টু input বন্ধনীত ডাবল উদ্ধৃতিত Enter your age ডাবল উদ্ধৃতি বন্ধ কৰক কমা আকৌ এবাৰ ডাবল উদ্ধৃতিত লিখক string বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
02:14 লিখক 25 আৰু এন্টাৰ টিপক।
02:18 আমি চাবলৈ পাও যে, উভয় ক্ষেত্রতেই, ইনপুট যি আমি কীবোর্ডৰ পৰা প্রবিষ্ট কৰিছো সেই সংখ্যা 25 আছিল।
02:25 এতিয়া ভ্যাৰিয়েবল x আৰু y এৰ ধৰন  চাও।
02:30 এতিয়া clc কমান্ড ব্যবহাৰ কৰি কনসোল পৰিষ্কাৰ কৰো।
02:34 আমি এইটো দ্বিতীয় উদাহৰণত দিয়া আর্গুমেন্ট stringৰ ব্যবহাৰ আৰু গুৰুত্বপূৰ্ণক সমর্থন কৰিবলৈ কৰিছো।
02:42 ভ্যাৰিয়েবলৰ ধৰন চাবলৈ এতিয়া লিখো:
02:45 typeof বন্ধনীত x আৰু এন্টাৰ টিপক।
02:51 একেইভাবে, typeof(y) আৰু এন্টাৰ টিপক।
02:57 আপোনি নিজেই চাবলৈ পাৰে যে x ত সংৰক্ষিত প্রথম উত্তৰ, কনস্ট্যান্ট টাইপৰ হয় আৰু
03:04 কমান্ডত সম্মিলিত আর্গুমেন্ট স্ট্রিং এৰ সৈতে y ত সংৰক্ষিত দ্বিতীয় উত্তৰ হল স্ট্রিং টাইপৰ।
03:12 এতিয়া চাও যে কনসোলত প্রদর্শিত আউটপুট কিভাবে ফৰম্যাট কৰে।
03:17 এইটো mprintf() ফাংশন ব্যবহাৰ কৰি কৰিব পাৰে।
03:22 mprintf () ফাংশনে Scilab কনসোলত ডেটা লিখে, ফৰম্যাট কৰে আৰু ৰুপান্তৰ কৰে।
03:28 এইটো printf () ফাংশনৰ C-কোডেড সংস্কৰণৰ বাবে এটা ইন্টাৰফেস হয়।
03:34 এতিয়া ইয়াৰ বাবে এটা উদাহৰণ চাও। কনসোল খুলো।
03:38 লিখক--> mprintf বন্ধনীত উদ্ধৃতিত লিখক At iteration পার্সেন্ট i কমা Result is কোলন স্ল্যাশ n alpha is equal to পার্সেন্ট f কমা 33 কমা 0.535 বন্ধনী বন্ধ কৰক।
04:12 ইয়াত পার্সেন্ট i (%i) এৰ স্থানত 33 দেখাব আৰু ফ্লোৰ মতে পার্সেন্ট f (%f) এৰ স্থানত পয়েন্ট 535 (0.535) দেখাব। এন্টাৰ টিপক।
04:26 এইটোৱে আউটপুট দিব At iteration 33, Result is alpha is: equal to 0.535000.
04:39 কনসোল পৰিস্কাৰ কৰক। এতিয়া অন্য এটা উদাহৰণ চাও।
04:44 mprintf বন্ধনী খুলক উদ্ধৃতিত Value of x is equal to পার্সেন্টেজ d is taken as a CONSTANT কমা while value of y is equal to পার্সেন্ট s is taken as a STRING উদ্ধৃতি বন্ধ কৰক কমা x কমা y বন্ধনী বন্ধ কৰক।
05:19 উপৰোক্ত উদাহৰণত পার্সেন্টেজ d (%d) ভ্যাৰিয়েবল x ত সংৰক্ষিত কনস্ট্যান্ট ডেটা সন্নিবেশ কৰিবলৈ ব্যবহৃত হয় আৰু
05:28 পার্সেন্টেজ s (%s) ভ্যাৰিয়েবল y ত সংৰক্ষিত স্ট্রিং ডেটা প্রবিষ্ট কৰিবলৈ ব্যবহৃত হয়. এন্টাৰ টিপক, আপোনি আউটপুট দেখে।
05:38 এতিয়া save আৰু load কমান্ডৰ ব্যবহাৰক লৈ আলোচনা কৰো।
05:43 গণণাৰ মাঝেৰে Scilabৰ পৰা প্রস্থান কৰিবলৈ আৰু
05:47 পিছলৈ লিখক save thissession.
05:52 এইটোৱে thissession নামৰ ফাইলত সকলো ভ্যাৰিয়েবলৰ বর্তমান ভ্যালু সংৰক্ষণ কৰিব।
05:58 এই ফাইলটো এডিট কৰা যাব নোৱাৰে।
06:01 এইটো বাইনাৰি ফৰম্যাটত আছে।
06:04 আপোনি পিছৰ বাৰত Scilab আৰম্ভ কৰিলে লিখক load thissession
06:08 আৰু সেই গনণা তেতিয়াৰ পৰা আকৌ এবাৰ আৰম্ভ কৰিব পাৰে যত আপোনি এৰিছিলে।
06:13 save আৰু load ফাংশন এৰ উদ্দেশ্য হল:
06:16 save() কমান্ডে বাইনাৰি ফাইলত Scilab এৰ সকলো বর্তমান ভ্যাৰিয়েবল সংৰক্ষণ কৰে।
06:22 ভ্যাৰিয়েবল এটা গ্রাফিক হ্যান্ডেল হলে save ফাংশনে সকলো সংশ্লিষ্ট graphics_entities পৰিভাষা সংৰক্ষণ কৰে।
06:31 ফাইটো হয়তো তাৰ পাথ দ্বাৰা বা তাৰ পূর্বে প্রদত্ত ডিসক্রিপটাৰ দ্বাৰা দিয়া যাব পাৰে।
06:37 save বন্ধনীত (filename), ফাইলনেম দ্বাৰা সংজ্ঞায়িত সকলো বর্তমান ভ্যাৰিয়েবলক ফাইলত সংৰক্ষণ কৰে।
06:45 save বন্ধনীত fd, ডিসক্রিপটাৰ fd দ্বাৰা সংজ্ঞায়িত সকলো বর্তমান ভ্যাৰিয়েবলক ফাইলত সংৰক্ষণ কৰে।
06:53 save(filename,x,y) বা save(fd,x,y) মাত্র নামাঙ্কিত ভ্যাৰিয়েবল x আৰু yক সংৰক্ষণ কৰে।
07:02 এতিয়া save আৰু load কমান্ডৰ ব্যবহাৰ স্পষ্ট কৰিবলৈ এটা উদাহৰণ চাও।
07:07 কনসোলত উভতি যাও। এতিয়া দুটা ম্যাট্রাইসেস ধৰক a আৰু b সংজ্ঞায়িত কৰো।
07:14 a = eye অফ (2,2) আৰু এন্টাৰ টিপক।
07:22 লিখক b=ones অফ (a) আৰু এন্টাৰ টিপক।
07:28 clc কমান্ড ব্যবহাৰ কৰি কনসোল পৰিস্কাৰ কৰক। এতিয়া লিখক:
07:34 save স্পেস matrix ড্যাশ a ড্যাশ b.
07:42 অথবা এইটো নিম্ন ৰুপেও লেখা যাব পাৰে:
07:46 save বন্ধনীত উদ্ধৃতিত matrix ড্যাশ a ড্যাশ b ডট dat উদ্ধৃতি বন্ধ কৰক কমা a কমা b বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
08:03 এইটোৱে বর্তমান কার্যকৰ ডিৰেক্টৰিত বাইনাৰি ফাইল matrix dash a dash b dot dat (matrix-a-b.dat)ত ভ্যাৰিয়েবলৰ ভ্যালু সংৰক্ষণ কৰে।
08:12 আপোনি এই বাইনাৰি ফাইলৰ অস্তিত্ব চাবলৈ এই বর্তমান কার্যকৰ ডিৰেক্টৰিত ব্রাউজ কৰিব পাৰে।
08:17 আপোনি এইটো ইয়াত চাবলৈ পাৰে। আমি ফাইল ব্রাউজাৰ বন্ধ কৰিম।
08:22 এতিয়া ফাইলটো আকৌ এবাৰ ভ্যাৰিয়েবলত লোড কৰো।
08:26 ইয়াৰ আগত এতিয়া আমি ভ্যাৰিয়েবল a আৰু b মুছি দিও।
08:29 লিখক clear a স্পেস b আৰু এন্টাৰ টিপক।
08:34 আপোনি আকৌ এবাৰ চাওক যে এই ভ্যাৰিয়েবলবোৰ বাস্তবতে মুছি গৈছে কি নাই।
08:39 a
08:40 b
08:41 এতিয়া load কমান্ড ব্যবহাৰ কৰি বাইনাৰি ফাইলৰ পৰা এই ভ্যাৰিয়েবল a আৰু b ত ভ্যালুস আকৌ এবাৰ লোড কৰো।
08:49 লিখক: load বন্ধনীত উদ্ধৃতিত matrix ড্যাশ a ড্যাশ b ডট dat উদ্ধৃতি বন্ধ কৰক কমা উদ্ধৃতিত a কমা উদ্ধৃতিত b বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
09:08 এতিয়া ভ্যাৰিয়েবল a আৰু b ত ভ্যালু চাও। কনসোল মুছি দিয়ক।
09:14 লিখক a আৰু b
09:18 আপোনি চাব পাৰে যে ভ্যাৰিয়েবলত ভ্যালুবোৰক পুনৰায় লোড কৰা হয়।
09:23 এই টিউটোৰিয়েলত আমি শিকিছো -
09:24 input কমান্ড ব্যবহাৰ কৰি ইনপুট ফাংশন।
09:28 mprintf কমান্ড ব্যবহাৰ কৰি আউটপুট ফৰম্যাট কৰা।
09:31 save ফাংশন।
09:33 load ফাংশন।
09:35 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
09:38 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
09:41 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
09:46 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
09:48 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:51 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
09:54 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:01 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:05 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:12 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
10:23 আই আই টী বোম্বেৰ পৰা আমি বিদায় লৈছো।
10:26 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi