Scilab/C4/User-Defined-Input-and-Output/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Scilab ব্যবহাৰ কৰি File handling এৰ টিউটোৰিয়েলত আপোনাক স্বাগত। |
00:06 | ইয়াত আমি শিকিম: |
00:08 | ইনপুট ফাংশন। |
00:10 | আউটপুট ফৰম্যাট কৰা। |
00:12 | ফাংশন সংৰক্ষণ কৰা। |
00:14 | ফাংশন লোড কৰা। |
00:16 | প্রদর্শন কৰিবলৈ আমি সংস্থাপিত Scilab সংস্কৰণ 5.3.3 এৰ সৈতে উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম ব্যবহাৰ কৰিছো। |
00:26 | আপোনাৰ Scilab এৰ মৌলিক জ্ঞান থাকা উচিত। |
00:29 | নহলে Scilab এৰ প্রাসঙ্গিক স্পোকেন টিউটোৰিয়েলৰ বাবে spoken hyphen tutorial dot org পৰিদর্শন কৰক। |
00:37 | input() ফাংশন ইউসাৰৰ পৰা ইনপুট লোৱাত ব্যবহৃত হয়। |
00:42 | এইটোৱে ইউসাৰ ইনপুটৰ বাবে টেক্সট স্ট্রিংত এটা প্রম্পট প্রদান কৰে। |
00:47 | এইটোৱে কীবোর্ডৰ পৰা ইনপুটৰ বাবে অপেক্ষা কৰে। |
00:51 | যদি প্রম্পটত ক্যাৰেজ ৰিটার্নৰ বাহিৰে কিছু প্রবিষ্ট নকৰে তেনেহলে ইনপুট ফাংশনে এটা খালি ম্যাট্রিক্স ৰিটাৰ্ণ কৰে। |
00:59 | ইনপুট ফাংশন দুইভাবে লেখা যাব পাৰে: |
01:03 | প্রথম, x= input বন্ধনীত message to display |
01:09 | দ্বিতীয়, x= input বন্ধনীত (message to display, strings). |
01:17 | দ্বিতীয় উদাহৰণত, দ্বিতীয় আর্গুমেন্ট হল স্ট্রিং। |
01:22 | সেয়ে আউটপুট এটা ক্যাৰেক্টাৰ স্ট্রিং যি কীবোর্ড ব্যবহাৰ কৰি প্রবিষ্ট কৰা এটা এক্সপ্রেশন। |
01:29 | Scilab কনসোল উইন্ডো খুলক আৰু লিখক, |
01:33 | x ইস ইকুয়েল টু input বন্ধনীত ডাবল উদ্ধৃতিত Enter your age ডাবল উদ্ধৃতি বন্ধ কৰক বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
01:49 | লিখক 25 আৰু এন্টাৰ টিপক। |
01:53 | এতিয়া লিখক y ইস ইকুয়েল টু input বন্ধনীত ডাবল উদ্ধৃতিত Enter your age ডাবল উদ্ধৃতি বন্ধ কৰক কমা আকৌ এবাৰ ডাবল উদ্ধৃতিত লিখক string বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
02:14 | লিখক 25 আৰু এন্টাৰ টিপক। |
02:18 | আমি চাবলৈ পাও যে, উভয় ক্ষেত্রতেই, ইনপুট যি আমি কীবোর্ডৰ পৰা প্রবিষ্ট কৰিছো সেই সংখ্যা 25 আছিল। |
02:25 | এতিয়া ভ্যাৰিয়েবল x আৰু y এৰ ধৰন চাও। |
02:30 | এতিয়া clc কমান্ড ব্যবহাৰ কৰি কনসোল পৰিষ্কাৰ কৰো। |
02:34 | আমি এইটো দ্বিতীয় উদাহৰণত দিয়া আর্গুমেন্ট stringৰ ব্যবহাৰ আৰু গুৰুত্বপূৰ্ণক সমর্থন কৰিবলৈ কৰিছো। |
02:42 | ভ্যাৰিয়েবলৰ ধৰন চাবলৈ এতিয়া লিখো: |
02:45 | typeof বন্ধনীত x আৰু এন্টাৰ টিপক। |
02:51 | একেইভাবে, typeof(y) আৰু এন্টাৰ টিপক। |
02:57 | আপোনি নিজেই চাবলৈ পাৰে যে x ত সংৰক্ষিত প্রথম উত্তৰ, কনস্ট্যান্ট টাইপৰ হয় আৰু |
03:04 | কমান্ডত সম্মিলিত আর্গুমেন্ট স্ট্রিং এৰ সৈতে y ত সংৰক্ষিত দ্বিতীয় উত্তৰ হল স্ট্রিং টাইপৰ। |
03:12 | এতিয়া চাও যে কনসোলত প্রদর্শিত আউটপুট কিভাবে ফৰম্যাট কৰে। |
03:17 | এইটো mprintf() ফাংশন ব্যবহাৰ কৰি কৰিব পাৰে। |
03:22 | mprintf () ফাংশনে Scilab কনসোলত ডেটা লিখে, ফৰম্যাট কৰে আৰু ৰুপান্তৰ কৰে। |
03:28 | এইটো printf () ফাংশনৰ C-কোডেড সংস্কৰণৰ বাবে এটা ইন্টাৰফেস হয়। |
03:34 | এতিয়া ইয়াৰ বাবে এটা উদাহৰণ চাও। কনসোল খুলো। |
03:38 | লিখক--> mprintf বন্ধনীত উদ্ধৃতিত লিখক At iteration পার্সেন্ট i কমা Result is কোলন স্ল্যাশ n alpha is equal to পার্সেন্ট f কমা 33 কমা 0.535 বন্ধনী বন্ধ কৰক। |
04:12 | ইয়াত পার্সেন্ট i (%i) এৰ স্থানত 33 দেখাব আৰু ফ্লোৰ মতে পার্সেন্ট f (%f) এৰ স্থানত পয়েন্ট 535 (0.535) দেখাব। এন্টাৰ টিপক। |
04:26 | এইটোৱে আউটপুট দিব At iteration 33, Result is alpha is: equal to 0.535000. |
04:39 | কনসোল পৰিস্কাৰ কৰক। এতিয়া অন্য এটা উদাহৰণ চাও। |
04:44 | mprintf বন্ধনী খুলক উদ্ধৃতিত Value of x is equal to পার্সেন্টেজ d is taken as a CONSTANT কমা while value of y is equal to পার্সেন্ট s is taken as a STRING উদ্ধৃতি বন্ধ কৰক কমা x কমা y বন্ধনী বন্ধ কৰক। |
05:19 | উপৰোক্ত উদাহৰণত পার্সেন্টেজ d (%d) ভ্যাৰিয়েবল x ত সংৰক্ষিত কনস্ট্যান্ট ডেটা সন্নিবেশ কৰিবলৈ ব্যবহৃত হয় আৰু |
05:28 | পার্সেন্টেজ s (%s) ভ্যাৰিয়েবল y ত সংৰক্ষিত স্ট্রিং ডেটা প্রবিষ্ট কৰিবলৈ ব্যবহৃত হয়. এন্টাৰ টিপক, আপোনি আউটপুট দেখে। |
05:38 | এতিয়া save আৰু load কমান্ডৰ ব্যবহাৰক লৈ আলোচনা কৰো। |
05:43 | গণণাৰ মাঝেৰে Scilabৰ পৰা প্রস্থান কৰিবলৈ আৰু |
05:47 | পিছলৈ লিখক save thissession. |
05:52 | এইটোৱে thissession নামৰ ফাইলত সকলো ভ্যাৰিয়েবলৰ বর্তমান ভ্যালু সংৰক্ষণ কৰিব। |
05:58 | এই ফাইলটো এডিট কৰা যাব নোৱাৰে। |
06:01 | এইটো বাইনাৰি ফৰম্যাটত আছে। |
06:04 | আপোনি পিছৰ বাৰত Scilab আৰম্ভ কৰিলে লিখক load thissession |
06:08 | আৰু সেই গনণা তেতিয়াৰ পৰা আকৌ এবাৰ আৰম্ভ কৰিব পাৰে যত আপোনি এৰিছিলে। |
06:13 | save আৰু load ফাংশন এৰ উদ্দেশ্য হল: |
06:16 | save() কমান্ডে বাইনাৰি ফাইলত Scilab এৰ সকলো বর্তমান ভ্যাৰিয়েবল সংৰক্ষণ কৰে। |
06:22 | ভ্যাৰিয়েবল এটা গ্রাফিক হ্যান্ডেল হলে save ফাংশনে সকলো সংশ্লিষ্ট graphics_entities পৰিভাষা সংৰক্ষণ কৰে। |
06:31 | ফাইটো হয়তো তাৰ পাথ দ্বাৰা বা তাৰ পূর্বে প্রদত্ত ডিসক্রিপটাৰ দ্বাৰা দিয়া যাব পাৰে। |
06:37 | save বন্ধনীত (filename), ফাইলনেম দ্বাৰা সংজ্ঞায়িত সকলো বর্তমান ভ্যাৰিয়েবলক ফাইলত সংৰক্ষণ কৰে। |
06:45 | save বন্ধনীত fd, ডিসক্রিপটাৰ fd দ্বাৰা সংজ্ঞায়িত সকলো বর্তমান ভ্যাৰিয়েবলক ফাইলত সংৰক্ষণ কৰে। |
06:53 | save(filename,x,y) বা save(fd,x,y) মাত্র নামাঙ্কিত ভ্যাৰিয়েবল x আৰু yক সংৰক্ষণ কৰে। |
07:02 | এতিয়া save আৰু load কমান্ডৰ ব্যবহাৰ স্পষ্ট কৰিবলৈ এটা উদাহৰণ চাও। |
07:07 | কনসোলত উভতি যাও। এতিয়া দুটা ম্যাট্রাইসেস ধৰক a আৰু b সংজ্ঞায়িত কৰো। |
07:14 | a = eye অফ (2,2) আৰু এন্টাৰ টিপক। |
07:22 | লিখক b=ones অফ (a) আৰু এন্টাৰ টিপক। |
07:28 | clc কমান্ড ব্যবহাৰ কৰি কনসোল পৰিস্কাৰ কৰক। এতিয়া লিখক: |
07:34 | save স্পেস matrix ড্যাশ a ড্যাশ b. |
07:42 | অথবা এইটো নিম্ন ৰুপেও লেখা যাব পাৰে: |
07:46 | save বন্ধনীত উদ্ধৃতিত matrix ড্যাশ a ড্যাশ b ডট dat উদ্ধৃতি বন্ধ কৰক কমা a কমা b বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
08:03 | এইটোৱে বর্তমান কার্যকৰ ডিৰেক্টৰিত বাইনাৰি ফাইল matrix dash a dash b dot dat (matrix-a-b.dat)ত ভ্যাৰিয়েবলৰ ভ্যালু সংৰক্ষণ কৰে। |
08:12 | আপোনি এই বাইনাৰি ফাইলৰ অস্তিত্ব চাবলৈ এই বর্তমান কার্যকৰ ডিৰেক্টৰিত ব্রাউজ কৰিব পাৰে। |
08:17 | আপোনি এইটো ইয়াত চাবলৈ পাৰে। আমি ফাইল ব্রাউজাৰ বন্ধ কৰিম। |
08:22 | এতিয়া ফাইলটো আকৌ এবাৰ ভ্যাৰিয়েবলত লোড কৰো। |
08:26 | ইয়াৰ আগত এতিয়া আমি ভ্যাৰিয়েবল a আৰু b মুছি দিও। |
08:29 | লিখক clear a স্পেস b আৰু এন্টাৰ টিপক। |
08:34 | আপোনি আকৌ এবাৰ চাওক যে এই ভ্যাৰিয়েবলবোৰ বাস্তবতে মুছি গৈছে কি নাই। |
08:39 | a |
08:40 | b |
08:41 | এতিয়া load কমান্ড ব্যবহাৰ কৰি বাইনাৰি ফাইলৰ পৰা এই ভ্যাৰিয়েবল a আৰু b ত ভ্যালুস আকৌ এবাৰ লোড কৰো। |
08:49 | লিখক: load বন্ধনীত উদ্ধৃতিত matrix ড্যাশ a ড্যাশ b ডট dat উদ্ধৃতি বন্ধ কৰক কমা উদ্ধৃতিত a কমা উদ্ধৃতিত b বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
09:08 | এতিয়া ভ্যাৰিয়েবল a আৰু b ত ভ্যালু চাও। কনসোল মুছি দিয়ক। |
09:14 | লিখক a আৰু b |
09:18 | আপোনি চাব পাৰে যে ভ্যাৰিয়েবলত ভ্যালুবোৰক পুনৰায় লোড কৰা হয়। |
09:23 | এই টিউটোৰিয়েলত আমি শিকিছো - |
09:24 | input কমান্ড ব্যবহাৰ কৰি ইনপুট ফাংশন। |
09:28 | mprintf কমান্ড ব্যবহাৰ কৰি আউটপুট ফৰম্যাট কৰা। |
09:31 | save ফাংশন। |
09:33 | load ফাংশন। |
09:35 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
09:38 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
09:41 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
09:46 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
09:48 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:51 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
09:54 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:01 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:05 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:12 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
10:23 | আই আই টী বোম্বেৰ পৰা আমি বিদায় লৈছো। |
10:26 | অংশগ্রহনৰ বাবে ধন্যবাদ। |