Scilab/C4/Solving-Non-linear-Equations/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | মৰমৰ বন্ধুসকল, |
| 00:02 | “সাংখ্যিক পদ্ধতি ব্যৱ্হাৰ কৰি ন’নলিনিয়াৰ সমীকৰণ সমাধান কৰা” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:10. | এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব: |
| 00:13 | ন’নলিনিয়াৰ সমীকৰণ সাংখ্যিক পদ্ধতি ব্যৱ্হাৰ কৰি সমাধান কৰিবলৈ |
| 00:18 | আমি চাবলগীয়া পদ্ধতিসমূহ হৈছে |
| 00:20 | বাইচেকচন পদ্ধতি আৰু |
| 00:22 | চিকেন্ত পদ্ধতি |
| 00:23 | আমি লগতে ন’নলিনিয়াৰ সমীকৰণ সমাধান কৰিবলৈ চাইলেব ক’ড বনাম |
| 00:30 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
| 00:32 | উবুন্তো 12.04 অপাৰেতিং চিষ্টেম আৰু |
| 00:36 | চাইলেব 5.3.3 ভাৰ্চন |
| 00:40 | এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, শিকাৰু এজনৰ থাকিব লাগিব |
| 00:43 | চাইলেবৰ মৌলিক জ্ঞান আৰু |
| 00:46 | ন’নলিনিয়াৰ সমীকৰণ |
| 00:48 | চাইলেবৰ বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইতত উপলদ্ধ চাইলেব টিউট’ৰিয়েলচ চাওঁক |
| 00:55 | এটা প্ৰদত্ত ফাংচন f ৰ বাবে, আমি x ৰ মানটো বিচাৰিব লাগিব য’ত f of x সমান জিৰ’ হয় |
| 01:04 | এই x ক কোৱা হয় সমীকৰণৰ ৰোত বা ফাংচন f ৰ জিৰ’ |
| 01:11 | এই প্ৰক্ৰিয়াক কোৱা হয় ৰোত বিচৰা বা জিৰ’ বিচৰা |
| 01:16 | আমি বাইচেকচন পদ্ধতিৰে আৰম্ভ কৰো |
| 01:20 | বাইচেকচন পদ্ধতিত আমি ৰোতৰ প্ৰাথমিক বন্ধনীক গণনা কৰো |
| 01:25 | তেতিয়া আমি বন্ধনীৰে ইতিৰেত কৰো আৰু ইয়াৰ দৈৰ্ঘ্য পাওঁ |
| 01:31 | আমি সমীকৰণৰ সমাধানটো নোপোৱালৈকে এই প্ৰক্ৰিয়াক পুনৰাবৃত্তি কৰো |
| 01:36 | আহক বাইচেকচন পদ্ধতিৰে এই ফাংচনক সমাধান কৰো |
| 01:41 | প্ৰদত্ত |
| 01:42 | ফাংচন f সমান তু sin x মাইনাচ e তু দ পাৱাৰ অফ x হৰণ ফৌৰ মাইনাচ ওৱান ইন্তাৰভেলত মাইনাচ ফাইভ আৰু মাইনাচ থ্ৰি |
| 01:54 | বাইচেকচন দত sci চাইলেব এদিতৰত খোলক |
| 02:00 | আহক বাইচেকচন পদ্ধতিৰ ক’ডক চাওঁ |
| 02:03 | আমি বাইচেকচন ফাংচনক ইনপুত আৰগুমেন্তচ a b f আৰু তৌল ৰে সূচীত কৰো |
| 02:10 | ইয়াত a হৈছে ইন্তাৰভেলৰ নিম্ন সীমা |
| 02:14 | b হৈছে ইন্তাৰভেলৰ উচ্চ সীমা |
| 02:16 | f হৈছে সমাধান কৰিবলগা ফাংচনটো |
| 02:19 | আৰু তৌল হৈছে তৌলাৰেঞ্চ লেভেল |
| 02:22 | আমি ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যাটো সমান এশ বুলি সূচীত কৰো |
| 02:28 | আমি ইন্তাৰভেলৰ মিদপইন্তটো বিচাৰো আৰু গণনা কৰি পোৱা মানটো সূচীত তৌলাৰেঞ্চ ৰেঞ্জৰ ভিতৰত নোহোৱালেকে ইতিৰেত কৰো |
| 02:37 | আহক সমস্যাটো এই ক’ডৰে সমাধান কৰো |
| 02:40 | ফাইলটো ছেভ আৰু এক্সিকিউত কৰক |
| 02:43 | চাইলেব কনচ’ললৈ যাওঁক |
| 02:47 | আহক ইন্তাৰভেলক সূচীত কৰো |
| 02:50 | ধৰক a সমান মাইনাচ ফাইভ |
| 02:52 | এন্টাৰ টিপক |
| 02:54 | ধৰক b সমান মাইনাচ থ্ৰি |
| 02:56 | এন্টাৰ টিপক |
| 02:58 | ফাংচনটো সূচীত কৰক deff ফাংচনৰে |
| 03:01 | আমি লিখো |
| 03:02 | deff খোলা পেৰেনথেচিচ খোলা একক উৰ্দ্ধক’মা খোলা বৰবন্ধনী y বন্ধ বৰবন্ধনী সমান f of x বন্ধ একক উৰ্দ্ধক’মা ক’মা খোলা একক উৰ্দ্ধক’মা y সমান তু এচতেৰিক্স sin of x মাইনাচ খোলা পেৰেনথেচিচ খোলা পেৰেনথেচিচ পাৰচেন্তেজ e তু দ পাৱাৰ অফ x বন্ধ পেৰেনথেচিচ হৰণ ফৌৰ বন্ধ পেৰেনথেচিচ মাইনাচ ওৱান বন্ধ একক উৰ্দ্ধক’মা বন্ধ পেৰেনথেচিচ |
| 03:41 | deff ফাংচনৰ বিষয়ে অধিক জানিবলৈ লিখক help deff |
| 03:46 | এন্টাৰ টিপক |
| 03:48 | ধৰক তৌল সমান 10 তু দ পাৱাৰ অফ মাইনাচ ফাইভ |
| 03:53 | এন্টাৰ টিপক |
| 03:56 | সমস্যাটো সমাধান কৰিবলৈ, লিখক |
| 03:58 | বাইচেকচন খোলা পেৰেনথেচিচ a ক’মা b ক’মা f ক’মা তৌল বন্ধ পেৰেনথেচিচ |
| 04:07 | এন্টাৰ টিপক |
| 04:09 | ফাংচনৰ ৰোতটো কনচ’লত দৰ্শিত হৈছে |
| 04:14 | আহক চিকেন্ত পদ্ধতিটো চাওঁ |
| 04:17 | চিকেন্ত পদ্ধতিত, অমৌলিকটো মোটামুটিকৈ সীমিত পাৰ্থক্যৰ হয় দুটা ক্ৰমাগত ইতিৰেচন মান ব্যৱ্হাৰ কৰি |
| 04:27 | আহক উদাহৰণটো চিকেন্ত পদ্ধতিৰে সমাধান কৰো |
| 04:30 | ফাংচনটো হৈছে f সমান x স্কোৱাৰ মাইনাচ চিক্স |
| 04:36 | আৰম্ভণীৰ অনুমান দুটা হৈছে, p জিৰ’ সমান তু আৰু p ওৱান সমান থ্ৰি |
| 04:44 | আমি সমস্যাটো সমাধান কৰাৰ আগতে, আহক চিকেন্ত পদ্ধতিৰ ক’ডক চাওঁ |
| 04:50 | চাইলেব এদিতৰত চিকেন্ত দত sci খোলক |
| 04:54 | আমি চিকেন্ত ফাংচনক ইনপুত আৰগুমেন্তচ a, b আৰু f ৰ সৈতে সূচীত কৰো |
| 05:01 | a হৈছে ৰোতৰ প্ৰথম আৰম্ভণীৰ অনুমান |
| 05:04 | b হৈছে দ্বিতীয় আৰম্ভণীৰ অনুমান আৰু |
| 05:07 | f হৈছে সমাধান কৰিবলগা ফাংচনটো |
| 05:10 | আমি বৰ্তমান আৰু আগৰ পইন্তত মানৰ মাজৰ পাৰ্থক্যটো বিচাৰো |
| 05:15 | আমি চিকেন্ত পদ্ধতিটো প্ৰয়োগ কৰো আৰু ৰোতৰ মানটো বিচাৰো |
| 05:21 | অৱশেষত আমি ফাংচনটো শেষ কৰিলো |
| 05:24 | মই ক’ডটো ছেভ আৰু এক্সিকিউত কৰো |
| 05:27 | চাইলেব কনচ’ললৈ যাওঁক |
| 05:30 | লিখক clc |
| 05:32 | এন্টাৰ টিপক |
| 05:34 | মই এই উদাহৰণৰ প্ৰাথমিক অনুমান সূচীত কৰো |
| 05:38 | লিখক a সমান 2 |
| 05:40 | এন্টাৰ টিপক |
| 05:42 | তেতিয়া লিখক b সমান 3 |
| 05:44 | এন্টাৰ টিপক |
| 05:46 | আমি ফাংচনটো সূচীত কৰো deff ফাংচন ব্যৱ্হাৰ কৰি |
| 05:49 | লিখক deff খোলা পেৰেনথেচিচ খোলা একক উৰ্দ্ধক’মা খোলা বৰবন্ধনী y বন্ধ বৰবন্ধনী সমান g of x বন্ধ একক উৰ্দ্ধক’মা ক’মা খোলা একক উৰ্দ্ধক’মা y সমান খোলা পেৰেনথেচিচ x তু দ পাৱাৰ অফ তু বন্ধ পেৰেনথেচিচ মাইনাচ চিক্স বন্ধ একক উৰ্দ্ধক’মা বন্ধ পেৰেনথেচিচ |
| 06:15 | এন্টাৰ টিপক |
| 06:18 | আমি ফাংচনটো কল কৰো লিখি |
| 06:20 | চিকেন্ত খোলা পেৰেনথেচিচ a ক’মা b ক’মা g বন্ধ পেৰেনথেচিচ |
| 06:27 | এন্টাৰ টিপক |
| 06:30 | ৰোতৰ মানটো কনচ’লত দৰ্শিত হৈছে |
| 06:35 | আহক টিউট’ৰিয়েলটোৰ মূলভাব চাওঁ |
| 06:38 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
| 06:41 | বিভিন্ন সমাধান কৰা পদ্ধতিৰ চাইলেব ক’ড বনাবলৈ |
| 06:45 | ন’নলিনিয়াৰ সমীকৰণৰ ৰোত বিচাৰিবলৈ |
| 06:48 | আমি আজি শিকা পদ্ধতি দুটাৰে আপুনি নিজে এই সমস্যাটো সমাধান কৰক |
| 06:55 | তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক |
| 06:58 | ই স্প’কেন টিউট’ৰিয়েলৰ মূলভাব দৰ্শাই |
| 07:01 | যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
| 07:05 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 07:07 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে |
| 07:10 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে |
| 07:14 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 07:21 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
| 07:24 | ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 07:32 | এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ |
| 07:39 | মই মৌচুম হাজৰিকা |
| 07:41 | সংযোগ কৰাৰ বাবে ধন্যবাদ |