Scilab/C4/ODE-Applications/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | মৰমৰ বন্ধুসকল, চাইলেব ode ফাংচনৰে ODEs সমাধান কৰা স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:09 | এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব: |
| 00:12 | চাইলেব ode ফাংচনৰ ব্যৱ্হাৰ |
| 00:15 | ODEs জটিল উদাহৰণৰ সমাধান আৰু |
| 00:18 | সমাধান প্লত কৰা |
| 00:21 | জটিল উদাহৰণ হ’ব: |
| 00:24 | সাধাৰণ পেন্দুলামৰ গতি |
| 00:26 | ভান দাৰ প’ল সমীকৰণ |
| 00:28 | আৰু ল’ৰেঞ্জ চিষ্টেম |
| 00:30 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
| 00:33 | উবুন্তো 12.04 অপাৰেতিং চিষ্টেম আৰু |
| 00:36 | চাইলেব 5.3.3 ভাৰ্চন |
| 00:40 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, শিকাৰু এজনে চাইলেবৰ মৌলিক জ্ঞান লাগে |
| 00:45 | আৰু ODEs সমাধান কৰিব জানিব লাগে |
| 00:48 | চাইলেব শিকিবলৈ, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতত উপলদ্ধ সংগত টিউট’ৰিয়েলচ চাওঁক |
| 00:56 | ode ফাংচন হৈছে এটা সহজ দিফৰানচিয়াল সমীকৰণ সমাধক |
| 01:01 | গাঠণি হৈছে y সমান ode পেৰেনথেচিচৰ ভিতৰত y জিৰ’, t জিৰ’, t আৰু f |
| 01:10 | ইয়াত y জিৰ’ হৈছে প্ৰাথমিক চৰ্ত ODEs, |
| 01:15 | t জিৰ’ হৈছে প্ৰাথমিক টাইম, |
| 01:17 | t হৈছে টাইম ৰেঞ্জ, |
| 01:19 | আৰু f হৈছে ফাংচন |
| 01:22 | সাধাৰণ পেন্দুলামৰ গতিক চাওঁ |
| 01:25 | ধৰক থিতা t হৈছে t সময়ত ভাৰ্তিকেলৰ লগত পেন্দুলামে বনোৱা কোণটো |
| 01:33 | প্ৰাথমিক চৰ্ত দিয়া হৈছে- |
| 01:36 | থিতা অফ জিৰ’ সমান পাই বাই ফৌৰ আৰু |
| 01:39 | থিতা দাচ অফ জিৰ’ সমান জিৰ’ |
| 01:44 | তেতিয়া পেন্দুলামৰ স্থান দিয়া হৈছে: |
| 01:47 | থিতা দাবল দাচ t মাইনাচ g বাই l ইনতু sin অফ থিতা t সমান জিৰ’ |
| 01:56 | ইয়াত g সমান 9.8 m পাৰ চেকন্দ স্কোৱাৰ হৈছে মধ্যাকৰ্ষণৰ বাবে ত্বৰণ আৰু |
| 02:03 | l সমান জিৰ’ পইন্ত ফাইভ মিটাৰ হৈছে পেন্দুলামৰ দৈৰ্ঘ্য |
| 02:11 | প্ৰদত্ত প্ৰাথমিক চৰ্তত, আমি ODE সমাধান কৰিব লাগিব টাইম ৰেঞ্জ জিৰ’ লেচ দেন ইকুৱেল তু t লেচ দেন ইকুৱেল তু ফাইভ |
| 02:22 | আমি লগতে সমাধানক প্লত কৰিম |
| 02:25 | সমস্যাটো সমাধানৰ বাবে আহক ক’ডক চাওঁ |
| 02:29 | চাইলেব এদিতৰত পেন্দুলাম দত sci খোলক |
| 02:34 | ক’ডৰ প্ৰথম শাৰীয়ে ODE প্ৰাথমিক চৰ্তক সূচায় |
| 02:40 | তেতিয়া আমি প্ৰাথমিক সময় মান সূচাওঁ । আৰু টাইম ৰেঞ্জ দিওঁ |
| 02:46 | পাছত, আমি সমীকৰণক প্ৰথম অৰ্দাৰ ODEs চিষ্টেম এটালৈ সলাওঁ |
| 02:52 | আমি g আৰু l ৰ মানক বদলি কৰো |
| 02:56 | ইয়াত আমি y ক প্ৰদত্ত ভেৰিয়েবল থিতা আৰু y দাচক থিতা দাচ হিচাবে লওঁ |
| 03:03 | তেতিয়া আমি ode ফাংচনক y জিৰ’, t জিৰ’, t আৰগুমেন্তৰে আৰু পেন্দুলাম ফাংচনৰে মাতো |
| 03:12 | সমীকৰণৰ সমাধানটো দুটা ৰৌৰ মেত্ৰিক্স এটা হ’ব |
| 03:17 | প্ৰথম ৰৌত y ৰ মান থাকিব প্ৰদত্ত টাইম ৰেঞ্জত |
| 03:21 | দ্বিতীয় ৰৌত y দাচৰ মান থাকিব প্ৰদত্ত টাইম ৰেঞ্জত |
| 03:27 | গতিকে আমি দুয়োটা ৰৌক টাইম অনুযায়ী প্লত কৰো |
| 03:31 | পেন্দুলাম দত sci ফাইলক ছেভ আৰু এক্সিকিউত কৰক |
| 03:37 | প্লতে দৰ্শাই y আৰু y দাচৰ মান কেনেকৈ টাইমৰ সৈতে ভিন্ন হয় |
| 03:44 | চাইলেব কনচ’ললৈ যাওঁক |
| 03:47 | যদি আপুনি y ৰ মান চাব বিচাৰে, তেন্তে কনচ’লত y লিখি এন্টাৰ টিপক |
| 03:54 | y আৰু y দাচৰ মান দৰ্শিত হৈছে |
| 03:58 | আহক ode ফাংচনৰে ভান দাৰ প’ল সমীকৰণ সমাধান কৰো |
| 04:03 | সমীকৰণটো হৈছে- |
| 04:06 | v দাবল দাচ অফ t প্লাচ এপচিল’ন ইনতু v অফ t স্কোৱাৰ মাইনাচ ওৱান ইনতু v দাচ অফ t প্লাচ v অফ t সমান জিৰ’ |
| 04:20 | প্ৰাথমিক চৰ্ত হৈছে v অফ তু সমান ওৱান আৰু v দাচ অফ তু সমান জিৰ’ |
| 04:28 | ধৰক এপচিল’ন সমান জিৰ’ পইন্ত এইত নাইন চেভেন |
| 04:32 | আমি সমাধান পাব লাগিব টাইম ৰেঞ্জ তু লেচ দেন t লেচ দেন তেন আৰু সমাধানটো প্লত কৰিব লাগিব |
| 04:42 | আহক ভান দাৰ প’ল সমীকৰণৰ ক’ডক চাওঁ |
| 04:47 | চাইলেব এদিতৰলৈ যাওঁক আৰু ভান দাৰ প’ল দত sci খোলক |
| 04:53 | আমি ODEs আৰু টাইমৰ প্ৰাথমিক চৰ্ত সূচাওঁ আৰু তেতিয়া টাইম ৰেঞ্জ সূচাওঁ |
| 05:01 | যিহেতু প্ৰাথমিক টাইম মান তু দিয়া হৈছে, আমি টাইম ৰেঞ্জ তুত আৰম্ভ কৰো |
| 05:07 | তেতিয়া আমি ভান দাৰ প’ল ফাংচন সূচাওঁ আৰু প্ৰথম অৰ্দাৰ ODEs চিষ্টেম এটা বনাওঁ |
| 05:15 | আমি এপচিল’নৰ মানক জিৰ’ পইন্ত এইত নাইন চেভেনলৈ বদলি কৰো |
| 05:21 | ইয়াত y এ ভলতেজ v বুজাই |
| 05:25 | তেতিয়া আমি ode ফাংচন মাতো আৰু সমীকৰণৰ চিষ্টেমক সমাধান কৰো |
| 05:30 | শেষত আমি y আৰু y দাচ ভাৰচেচ t প্লত কৰো |
| 05:35 | ভান দাৰ প’ল দত sci ফাইলক ছেভ আৰু এক্সিকিউত কৰক |
| 05:41 | প্লতে দেখুৱা ভলতেজ ভাৰচেচ টাইম দেখিছো |
| 05:45 | আহক লৰেঞ্জ চিষ্টেম সমীকৰণলৈ যাওঁ |
| 05:50 | লৰেঞ্জ চিষ্টেম সমীকৰণ হৈছে: |
| 05:53 | x ওৱান দাচ সমান চিগমা ইনতু x তু মাইনাচ x ওৱান, |
| 06:00 | x তু দাচ সমান ওৱান প্লাচ r মাইনাচ x থ্ৰি ইনতু x ওৱান মাইনাচ x তু আৰু |
| 06:08 | x থ্ৰি দাচ সমান x ওৱান ইনতু x তু মাইনাচ b ইনতু x থ্ৰি |
| 06:16 | প্ৰাথমিক চৰ্ত হৈছে x ওৱান জিৰ’ সমান মাইনাচ তেন, x তু জিৰ’ সমান তেন আৰু x থ্ৰি জিৰ’ সমান তুৱেন্তি ফাইভ |
| 06:29 | ধৰক চিগমা সমান তেন, r সমান তুৱেন্তি এইত আৰু b সমান এইত বাই থ্ৰি |
| 06:37 | চাইলেব এদিতৰলৈ গৈ ল’ৰেঞ্জ দত sci খোলক |
| 06:44 | আমি আৰম্ভ কৰিম প্ৰাথমিক চৰ্ত সূচাই ODEs |
| 06:48 | যিহেতু তিনিটা ভিন্ন ODEs আছে, তিনিটা ভিন্ন প্ৰাথমিক চৰ্ত থাকিব |
| 06:54 | তেতিয়া আমি প্ৰাথমিক টাইম চৰ্ত আৰু পাছত টাইম ৰেঞ্জ সূচাওঁ |
| 07:00 | আমি ল’ৰেঞ্জ ফাংচনক আৰু পাছত প্ৰদত্ত ধ্ৰুবক চিগমা, r আৰু b সূচাওঁ |
| 07:08 | পাছত আমি সূচাওঁ প্ৰথম অৰ্দাৰ ODEs |
| 07:12 | পাছত আমি ode ফাংচনক মাতো ল’ৰেঞ্জ চিষ্টেম সমীকৰণক সমাধানৰ বাবে |
| 07:18 | আমি সমাধানক x গণ্য কৰো |
| 07:21 | পাছত আমি x ওৱান, x তু আৰু x থ্ৰি ভাৰচেচ টাইম প্লত কৰো |
| 07:28 | ল’ৰেঞ্জ দত sci ফাইলক ছেভ আৰু এক্সিকিউত কৰক |
| 07:33 | x ওৱান, x তু আৰু x থ্ৰি ভাৰচেচ টাইমৰ প্লত দৰ্শিত হৈছে |
| 07:39 | আহক মূলভাব চাওঁ |
| 07:41 | এই টিউট’ৰিয়েলত আমি চাইলেব ode ফাংচনৰে ODE এটা সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ শিকিলো |
| 07:50 | লগতে সমাধান প্লত কৰিবলৈ |
| 07:53 | তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক |
| 07:56 | ই স্প’কেন টিউট’ৰিয়েলৰ মূলভাব দৰ্শাই |
| 07:59 | যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে |
| 08:04 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
| 08:06 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে |
| 08:09 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে |
| 08:13 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 08:20 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয় |
| 08:23 | ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত |
| 08:31 | এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ |
| 08:36 | মই মৌচুম হাজৰিকা |
| 08:38 | সংযোগ কৰাৰ বাবে ধন্যবাদ |