Scilab/C4/Interpolation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল.
00:02 Numerical Interpolation এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম :
00:10 ভিন্ন Numerical Interpolation algorithms এৰ বাবে Scilab কোড কিভাবে বনায়।
00:16 প্রদত্ত ডেটা পয়েন্টৰ পৰা ফাংশনৰ নতুন ভ্যালুৰ গনণা কিভাবে কৰে।
00:21 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো:
00:24 উবুন্টু 12.04 অপাৰেটিং সিস্টেম,
00:27 আৰু Scilab সংস্কৰণ 5.3.3.
00:31 এই টিউটোৰিয়েলটো অভ্যাস কৰিবলৈ আপোনাৰ Scilab এৰ মৌলিক জ্ঞান আৰু Numerical Interpolation সম্পর্কে জানা উচিত।
00:40 Scilab শিকিবলৈ দয়া কৰি স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক।
00:47 Numerical interpolation জ্ঞাত ডেটা পয়েন্টসৰ discrete set এৰ ৰেঞ্জৰ ভিতৰত নতুন ডেটা পয়েন্ট তৈয়াৰ কৰাৰ এটা মেথড।
00:59 ন্যুমেৰিকল মেথড ব্যবহাৰ কৰি ইন্টাৰপোলেশন সমন্ধীয় প্রশ্ন সমাধান কৰিব পাৰি।
01:05 Lagrange interpolation ত,
01:07 আমি N পয়েন্টস এৰ মাধ্যমেৰে N - 1 ডিগ্রীৰ পলিনোমিয়াল পাস কৰো।
01:12 তাৰপিছত, আমি সেই অদ্বিতীয় N অর্ডাৰৰ পলিনোমিয়েল y of x জ্ঞাত কৰো যি ডেটা স্যাম্পলক ইন্টাৰপোলেট কৰে।
01:22 আমাক 9, 9.5 আৰু 11 এৰ প্রাকৃতিক লগাৰিদমৰ ভ্যালু দিয়া হৈছে।
01:29 আমি 9.2 এৰ প্রাকৃতিক লগাৰিদমৰ ভ্যালু নির্ণয় কৰিব লাগিব।
01:35 এতিয়া Lagrange interpolation মেথড ব্যবহাৰ কৰি এই প্রশ্ন সমাধান কৰো।
01:41 এতিয়া Lagrange interpolation এৰ বাবে কোড চাও।
01:46 আমি আর্গুমেন্ট x 0, x, f আৰু n এৰ সৈতে Lagrange ফাংশন নির্ধাৰন কৰো।
01:53 X 0 অজ্ঞাত interpolation পয়েন্ট।
01:57 x সেই ভেক্টৰ হয় যত ডেটা পয়েন্টস ৰাখে।
02:01 f সেই ভেক্টৰ হয় যি সমন্ধিত ডেটা পয়েন্টসত ফাংশনৰ ভ্যালু ৰাখে।
02:08 আৰু n হল interpolating পলিনোমিয়েলৰ অর্ডাৰ।
02:14 আমি m আৰু ভেক্টৰ Nক ইনিসিয়েলাইজ কৰিবলৈ n ব্যবহাৰ কৰো।
02:19 interpolating পলিনোমিয়েলৰ অর্ডাৰ নির্মিত নোডসৰ সংখ্যাক নির্ধাৰিত কৰে।
02:25 তাৰপিছত আমি লব আৰু হৰৰ ভ্যালু জানিবলৈ Lagrange interpolation formula প্রয়োগ কৰো।
02:35 তাৰপিছত L এৰ ভ্যালু জানিবলৈ আমি লব আৰু হৰক ভাগ কৰো।
02:41 আমি প্রদত্ত ডেটা পয়েন্টসত ফাংশন y এৰ ভ্যালু জানিবলৈ L ব্যবহাৰ কৰো।
02:48 অবশেষত আমি L আৰু f of x এৰ ভ্যালু প্রদর্শন কৰো।
02:53 এতিয়া আমি ফাইল সংৰক্ষণ আৰু এক্সিকিউট কৰো।
02:57 উদাহৰণৰ প্রশ্ন সমাধানৰ বাবে Scilab কনসোল খুলক।
03:02 এতিয়া ডেটা পয়েন্টস ভেক্টৰ নির্ধাৰিত কৰো।
03:05 কনসোলত লিখক:
03:07 x ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 9.0 কমা 9.5 কমা 11.0 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
03:18 এন্টাৰ টিপক।
03:21 তাৰপিছত লিখক: f ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2.1972 কমা 2.2513 কমা 2.3979 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
03:39 এন্টাৰ টিপক।
03:41 তাৰপিছত লিখকx জিৰো ইকুয়েলস টু 9.2
03:46 এন্টাৰ টিপক।
03:48 এতিয়া এটা quadratic polynomial interpolating polynomial ব্যবহাৰ কৰো।
03:53 লিখক n ইকুয়েলস টু 2.
03:58 এন্টাৰ টিপক।
04:00 ফাংশন কল কৰিবলৈ লিখক:
04:02 y ইকুয়েলস টু Lagrange বন্ধনী খুলক x জিৰো কমা x কমা f কমা n ব্রেকেট বন্ধ কৰক।
04:14 এন্টাৰ টিপক।
04:16 x ইকুয়েলস টু 9.2 ত ফাংশন y এৰ ভ্যালু প্রদর্শিত হয়।
04:22 এতিয়া Newton's Divided Difference Method চাও।
04:26 এই মেথডত Divided Differences recursive method ব্যবহৃত হয়।
04:32 এইটোৱে Lagrange method এৰ তুলনাত computationক অলপমান হে ব্যবহাৰ কৰে।
04:38 ইয়াৰ স্বত্তেও, যেনে Lagrange method ত, সেই interpolating polynomial তৈয়াৰ হয়।
04:47 এতিয়া Divided Difference method ব্যবহাৰ কৰি এই উদাহৰণক সমাধান কৰো।
04:52 আমাক ডেটা পয়েন্টস আৰু তাৰ উপৰত ফাংশনৰ সংশ্লিষ্ট ভ্যালু দিয়া হৈছে।
05:00 আমি x = 3 এৰ উপৰত ফাংশনৰ ভ্যালুক নির্ণয় কৰিম।
05:05 এতিয়া Newton Divided Difference method এৰ বাবে কোড চাও।
05:11 Scilab এডিটৰত Newton আন্ডাৰস্কোৰ Divided ডট sci ফাইল খুলো।
05:18 আমি আর্গুমেন্ট x, f আৰু x 0 এৰ সৈতে ফাংশন Newton আন্ডাৰস্কোৰ Dividedক পৰিভাষিত কৰো।
05:29 x এটা ভেক্টৰ যত ডেটা পয়েন্টসক ৰাখে।
05:33 f সংশ্লিষ্ট ফাংশনৰ ভ্যালু আৰু
05:36 x 0 অজ্ঞাত ইন্টাৰপোলেশন পয়েন্ট।
05:41 আমি ভেক্টৰৰ দৈর্ঘ্য নির্ণয় কৰো আৰু তাৰপিছত ইয়াক nলৈ সমাধান কৰক।
05:46 ভেক্টৰৰ প্রথম মানক a অফ 1 এৰ বৰাবৰ ৰখা হয়।
05:51 তাৰপিছত আমি divided difference algorithm প্রয়োগ কৰো আৰু divided difference table এৰ গণনা কৰো।
05:57 তাৰপিছত আমি নিউটন পলিনোমিয়েলৰ কো-এফিসিয়েন্ট সূচী নির্ণয় কৰো।
06:03 আমি প্রদত্ত ডেটা পয়েন্টত ফাংচনৰ ভ্যালু নির্ণয় কৰিবলৈ কোএফিসিয়েন্ট সূচী যোগ কৰো।
06:10 Newton আন্ডাৰস্কোৰ Divided ডট sci ফাইলক সেভ আৰু এক্সিকিউট কৰো।
06:16 Scilab কনসোল খুলক।
06:19 c l c লিখি স্ক্রীন পৰিস্কাৰ কৰো।
06:22 এন্টাৰ টিপক।
06:24 এতিয়া ডেটা পয়েন্ট ভেক্টৰ প্রবিষ্ট কৰো।
06:27 লিখক: x ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2 কমা 2.5 কমা 3.25 কমা 4 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
06:39 এন্টাৰ টিপক।
06:41 তাৰপিছত ফাংশনৰ ভ্যালু লিখক।
06:44 f ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 0.5 কমা 0.4 কমা 0.3077 কমা 0.25 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
07:01 এন্টাৰ টিপক।
07:03 লিখক x 0 ইকুয়েল টু 3
07:06 এন্টাৰ টিপক।
07:08 তাৰপিছত নিম্ন লিখি ফাংশন কল কৰো।
07:11 I P ইকুয়েল টু Newton আন্ডাৰস্কোৰ Divided বন্ধনী খুলক x কমা f কমা x জিৰো বন্ধনী বন্ধ কৰক।
07:23 এন্টাৰ টিপক।
07:25 x =3ত y এৰ ভ্যালু প্রদর্শিত হয়।
07:30 টিউটোৰিয়েলটো সংক্ষিপ্তকৰণ কৰো।
07:33 এই টিউটোৰিয়েলত,
07:34 আমি শিকিছো interpolation মেথডসৰ বাবে Scilab কোড বনোৱা।
07:40 আমি নতুন ডেটা পয়েন্টসত ফাংশনৰ ভ্যালু নির্ণয় কৰাও শিকিছো।
07:46 Lagrange method আৰু Newton's Divided Difference method ব্যবহাৰ কৰি নিজেই এই প্রশ্ন সমাধান কৰিছো।
07:54 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
07:57 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
08:00 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
08:05 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
08:07 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
08:10 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
08:14 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
08:22 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
08:26 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
08:33 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
08:38 আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
08:41 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi