Scilab/C4/Interpolation/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. |
00:02 | Numerical Interpolation এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম : |
00:10 | ভিন্ন Numerical Interpolation algorithms এৰ বাবে Scilab কোড কিভাবে বনায়। |
00:16 | প্রদত্ত ডেটা পয়েন্টৰ পৰা ফাংশনৰ নতুন ভ্যালুৰ গনণা কিভাবে কৰে। |
00:21 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো: |
00:24 | উবুন্টু 12.04 অপাৰেটিং সিস্টেম, |
00:27 | আৰু Scilab সংস্কৰণ 5.3.3. |
00:31 | এই টিউটোৰিয়েলটো অভ্যাস কৰিবলৈ আপোনাৰ Scilab এৰ মৌলিক জ্ঞান আৰু Numerical Interpolation সম্পর্কে জানা উচিত। |
00:40 | Scilab শিকিবলৈ দয়া কৰি স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক। |
00:47 | Numerical interpolation জ্ঞাত ডেটা পয়েন্টসৰ discrete set এৰ ৰেঞ্জৰ ভিতৰত নতুন ডেটা পয়েন্ট তৈয়াৰ কৰাৰ এটা মেথড। |
00:59 | ন্যুমেৰিকল মেথড ব্যবহাৰ কৰি ইন্টাৰপোলেশন সমন্ধীয় প্রশ্ন সমাধান কৰিব পাৰি। |
01:05 | Lagrange interpolation ত, |
01:07 | আমি N পয়েন্টস এৰ মাধ্যমেৰে N - 1 ডিগ্রীৰ পলিনোমিয়াল পাস কৰো। |
01:12 | তাৰপিছত, আমি সেই অদ্বিতীয় N অর্ডাৰৰ পলিনোমিয়েল y of x জ্ঞাত কৰো যি ডেটা স্যাম্পলক ইন্টাৰপোলেট কৰে। |
01:22 | আমাক 9, 9.5 আৰু 11 এৰ প্রাকৃতিক লগাৰিদমৰ ভ্যালু দিয়া হৈছে। |
01:29 | আমি 9.2 এৰ প্রাকৃতিক লগাৰিদমৰ ভ্যালু নির্ণয় কৰিব লাগিব। |
01:35 | এতিয়া Lagrange interpolation মেথড ব্যবহাৰ কৰি এই প্রশ্ন সমাধান কৰো। |
01:41 | এতিয়া Lagrange interpolation এৰ বাবে কোড চাও। |
01:46 | আমি আর্গুমেন্ট x 0, x, f আৰু n এৰ সৈতে Lagrange ফাংশন নির্ধাৰন কৰো। |
01:53 | X 0 অজ্ঞাত interpolation পয়েন্ট। |
01:57 | x সেই ভেক্টৰ হয় যত ডেটা পয়েন্টস ৰাখে। |
02:01 | f সেই ভেক্টৰ হয় যি সমন্ধিত ডেটা পয়েন্টসত ফাংশনৰ ভ্যালু ৰাখে। |
02:08 | আৰু n হল interpolating পলিনোমিয়েলৰ অর্ডাৰ। |
02:14 | আমি m আৰু ভেক্টৰ Nক ইনিসিয়েলাইজ কৰিবলৈ n ব্যবহাৰ কৰো। |
02:19 | interpolating পলিনোমিয়েলৰ অর্ডাৰ নির্মিত নোডসৰ সংখ্যাক নির্ধাৰিত কৰে। |
02:25 | তাৰপিছত আমি লব আৰু হৰৰ ভ্যালু জানিবলৈ Lagrange interpolation formula প্রয়োগ কৰো। |
02:35 | তাৰপিছত L এৰ ভ্যালু জানিবলৈ আমি লব আৰু হৰক ভাগ কৰো। |
02:41 | আমি প্রদত্ত ডেটা পয়েন্টসত ফাংশন y এৰ ভ্যালু জানিবলৈ L ব্যবহাৰ কৰো। |
02:48 | অবশেষত আমি L আৰু f of x এৰ ভ্যালু প্রদর্শন কৰো। |
02:53 | এতিয়া আমি ফাইল সংৰক্ষণ আৰু এক্সিকিউট কৰো। |
02:57 | উদাহৰণৰ প্রশ্ন সমাধানৰ বাবে Scilab কনসোল খুলক। |
03:02 | এতিয়া ডেটা পয়েন্টস ভেক্টৰ নির্ধাৰিত কৰো। |
03:05 | কনসোলত লিখক: |
03:07 | x ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 9.0 কমা 9.5 কমা 11.0 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
03:18 | এন্টাৰ টিপক। |
03:21 | তাৰপিছত লিখক: f ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2.1972 কমা 2.2513 কমা 2.3979 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
03:39 | এন্টাৰ টিপক। |
03:41 | তাৰপিছত লিখকx জিৰো ইকুয়েলস টু 9.2 |
03:46 | এন্টাৰ টিপক। |
03:48 | এতিয়া এটা quadratic polynomial interpolating polynomial ব্যবহাৰ কৰো। |
03:53 | লিখক n ইকুয়েলস টু 2. |
03:58 | এন্টাৰ টিপক। |
04:00 | ফাংশন কল কৰিবলৈ লিখক: |
04:02 | y ইকুয়েলস টু Lagrange বন্ধনী খুলক x জিৰো কমা x কমা f কমা n ব্রেকেট বন্ধ কৰক। |
04:14 | এন্টাৰ টিপক। |
04:16 | x ইকুয়েলস টু 9.2 ত ফাংশন y এৰ ভ্যালু প্রদর্শিত হয়। |
04:22 | এতিয়া Newton's Divided Difference Method চাও। |
04:26 | এই মেথডত Divided Differences recursive method ব্যবহৃত হয়। |
04:32 | এইটোৱে Lagrange method এৰ তুলনাত computationক অলপমান হে ব্যবহাৰ কৰে। |
04:38 | ইয়াৰ স্বত্তেও, যেনে Lagrange method ত, সেই interpolating polynomial তৈয়াৰ হয়। |
04:47 | এতিয়া Divided Difference method ব্যবহাৰ কৰি এই উদাহৰণক সমাধান কৰো। |
04:52 | আমাক ডেটা পয়েন্টস আৰু তাৰ উপৰত ফাংশনৰ সংশ্লিষ্ট ভ্যালু দিয়া হৈছে। |
05:00 | আমি x = 3 এৰ উপৰত ফাংশনৰ ভ্যালুক নির্ণয় কৰিম। |
05:05 | এতিয়া Newton Divided Difference method এৰ বাবে কোড চাও। |
05:11 | Scilab এডিটৰত Newton আন্ডাৰস্কোৰ Divided ডট sci ফাইল খুলো। |
05:18 | আমি আর্গুমেন্ট x, f আৰু x 0 এৰ সৈতে ফাংশন Newton আন্ডাৰস্কোৰ Dividedক পৰিভাষিত কৰো। |
05:29 | x এটা ভেক্টৰ যত ডেটা পয়েন্টসক ৰাখে। |
05:33 | f সংশ্লিষ্ট ফাংশনৰ ভ্যালু আৰু |
05:36 | x 0 অজ্ঞাত ইন্টাৰপোলেশন পয়েন্ট। |
05:41 | আমি ভেক্টৰৰ দৈর্ঘ্য নির্ণয় কৰো আৰু তাৰপিছত ইয়াক nলৈ সমাধান কৰক। |
05:46 | ভেক্টৰৰ প্রথম মানক a অফ 1 এৰ বৰাবৰ ৰখা হয়। |
05:51 | তাৰপিছত আমি divided difference algorithm প্রয়োগ কৰো আৰু divided difference table এৰ গণনা কৰো। |
05:57 | তাৰপিছত আমি নিউটন পলিনোমিয়েলৰ কো-এফিসিয়েন্ট সূচী নির্ণয় কৰো। |
06:03 | আমি প্রদত্ত ডেটা পয়েন্টত ফাংচনৰ ভ্যালু নির্ণয় কৰিবলৈ কোএফিসিয়েন্ট সূচী যোগ কৰো। |
06:10 | Newton আন্ডাৰস্কোৰ Divided ডট sci ফাইলক সেভ আৰু এক্সিকিউট কৰো। |
06:16 | Scilab কনসোল খুলক। |
06:19 | c l c লিখি স্ক্রীন পৰিস্কাৰ কৰো। |
06:22 | এন্টাৰ টিপক। |
06:24 | এতিয়া ডেটা পয়েন্ট ভেক্টৰ প্রবিষ্ট কৰো। |
06:27 | লিখক: x ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2 কমা 2.5 কমা 3.25 কমা 4 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
06:39 | এন্টাৰ টিপক। |
06:41 | তাৰপিছত ফাংশনৰ ভ্যালু লিখক। |
06:44 | f ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 0.5 কমা 0.4 কমা 0.3077 কমা 0.25 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
07:01 | এন্টাৰ টিপক। |
07:03 | লিখক x 0 ইকুয়েল টু 3 |
07:06 | এন্টাৰ টিপক। |
07:08 | তাৰপিছত নিম্ন লিখি ফাংশন কল কৰো। |
07:11 | I P ইকুয়েল টু Newton আন্ডাৰস্কোৰ Divided বন্ধনী খুলক x কমা f কমা x জিৰো বন্ধনী বন্ধ কৰক। |
07:23 | এন্টাৰ টিপক। |
07:25 | x =3ত y এৰ ভ্যালু প্রদর্শিত হয়। |
07:30 | টিউটোৰিয়েলটো সংক্ষিপ্তকৰণ কৰো। |
07:33 | এই টিউটোৰিয়েলত, |
07:34 | আমি শিকিছো interpolation মেথডসৰ বাবে Scilab কোড বনোৱা। |
07:40 | আমি নতুন ডেটা পয়েন্টসত ফাংশনৰ ভ্যালু নির্ণয় কৰাও শিকিছো। |
07:46 | Lagrange method আৰু Newton's Divided Difference method ব্যবহাৰ কৰি নিজেই এই প্রশ্ন সমাধান কৰিছো। |
07:54 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
07:57 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
08:00 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
08:05 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
08:07 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
08:10 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
08:14 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
08:22 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
08:26 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
08:33 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
08:38 | আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
08:41 | অংশগ্রহনৰ বাবে ধন্যবাদ। |