Scilab/C4/Discrete-systems/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল।
00:02 Discrete Time System এৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 state space আৰু transfer function ডিসক্রিপশনৰ মাজৰ ৰুপান্তৰণ।
00:14 discrete time system পৰিভাষিত কৰা আৰু ইয়াৰ step response প্লট কৰা।
00:20 কন্টিনিউয়াস টাইম সিস্টেম ডিসক্রিটাইজ কৰা।
00:23 প্রদর্শন কৰিবলৈ আমি ব্যবহাৰ কৰিছো উবুন্টু 12.04 অপাৰেটিং সিস্টেম আৰু Scilab 5.3.3.
00:31 টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ Scilab সম্পর্কে মৌলিক জ্ঞান থাকা উচিত।
00:36 নহলে spoken-tutorial.org ত উপলব্ধ Scilab টিউটোৰিয়েল চাওক।
00:44 state space model:
00:46 x ডট ইস ইকুয়েল টু A x প্লাস B u
00:49 y ইস ইকুয়েল টু C x প্লাস D u
00:52 sys 3 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা A কমা B কমা C কমা D দ্বাৰা উল্লিখিত কৰা হয়।
01:05 উচিত আকাৰৰ পূর্ব-উল্লিখিত মেট্রাইসেস A, B, C আৰু D এৰ বাবে
01:11 আপোনাৰ কম্পিউটাৰত Scilab খুলক।
01:15 লিখক sys 3 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা 4 কমা 3 কমা 6 কমা 9 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
01:32 ডিসপ্লে অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক।
01:35 এইটো single state, single input single output এৰ উদাহৰণ।
01:40 আউটপুটত মেট্রাইসেস A, B, C আৰু D হব আৰু ইনিশিয়েল স্টেট হল x জিৰো।
01:49 কনসোল পৰিস্কাৰ কৰিবলৈ লিখক clc.
01:52 আপোনি যেনে চাব পাৰে উদাহৰণস্বৰুপে Scilab কনসোলত মেট্রাইসেস A, B, C, Dক পৰিভাষিত কৰো।
02:00 A ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2 স্পেস 3 সেমিকোলন 4 স্পেস 5 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
02:09 এন্টাৰ টিপক।
02:11 B ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 1 সেমিকোলন 2 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
02:17 এন্টাৰ টিপক।
02:19 C ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক মাইনাস 3 স্পেস মাইনাস 6 বর্গাকাৰ বন্ধনী বন্ধ কৰক।
02:27 আৰু এন্টাৰ টিপক।
02:30 D ইস ইকুয়েল টু 2
02:33 এন্টাৰ টিপক।
02:35 এতিয়া আমি এই মেট্রাইসেসক পূর্ববর্তী কমান্ডত প্রতিস্থাপিত কৰিম।
02:39 sys 4 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা A কমা B কমা C কমা D বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
02:57 আপোনি নিম্ন আউটপুট পাব:
03:00 ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক।
03:03 আপোনি যেনে দেখে আউটপুটত মেট্রাইসেস A, B, C D আৰু ইনিশিয়েল স্টেট x জিৰো হব।
03:11 চাওক যে sys4 এৰ পোল্স A এৰ eigenvalues এৰ সমান কি নাই।
03:17 এইবাবে আপোনি p l z r ফাংশন আৰু spec ফাংশন ব্যবহাৰ কৰিব পাৰে।
03:23 s s 2 t f কমান্ডৰ ব্যবহাৰ state-space system sys S S এৰ transfer ফাংশন প্রাপ্ত কৰিবলৈ কৰা যাব পাৰে।
03:33 এইটোক মুছি পেলাবলৈ আপোনাৰ Scilab কনসোলত লিখক clc.
03:37 আৰু তাৰপিছত লিখক: sys ডাঙৰ হাতৰ T ডাঙৰ হাতৰ F ইস ইকুয়েল টু s s 2 t f বন্ধনীত sys 4 বন্ধনী বন্ধ কৰক আৰু
03:50 এন্টাৰ টিপক।
03:52 আপোনি এই আউটপুট দেখে।
03:54 এইটো sys TF ইকুয়েলস টু ss 2 tf বন্ধনীত sys অফ SS এৰ ফর্মত আছে।
04:01 আগে সংজ্ঞায়িত sys 3 এৰ বাবে ss 2 tf ফাংশনক ব্যবহাৰ কৰক।
04:07 sys T F এটা নতুন ভ্যাৰিয়েবল যাৰ বাবে denom কমান্ড প্রযোজ্য।
04:12 এইটো sys 4 ত প্রযোজ্য নহয় কাৰণ এইটো state space ফর্মত আছে।
04:18 নিম্ন উদাহৰণক সমাধান কৰক।
04:20 তলত সংজ্ঞায়িত second order transfer ফাংশনৰ state space realization গনণা কৰক।
04:26 t f 2 s s কমান্ড ব্যবহাৰ কৰক।
04:30 state space ফর্মত নতুন সিস্টেম, ধৰক sys S S এৰ বাবে চাওক যদি ম্যাট্রিক্স A এৰ eigenvalues আৰু transfer ফাংশন G অফ S এৰ পোল্স সমান হয় নে নহয়।
04:43 transfer ফাংশন প্রাপ্ত কৰিবলৈ সিস্টেম sys S S এৰ মেট্রাইসেস A, B, C, D ব্যবহাৰ কৰক।
04:53 উত্তৰ মৌলিক হয় নে নহয় চাওক।
04:56 এতিয়া আমি এটা discrete time system সংজ্ঞায়িত কৰো।
05:00 লব আৰু হৰ পলিনোমিয়াল্সত ভ্যাৰিয়েবলৰ বাবে z ব্যবহাৰ কৰা গতানুগতিক।
05:07 মনত ৰাখক যে ভ্যাৰিয়েবল zত এটা শর্টকাট আছে।
05:11 z=poly বন্ধনীত 0 কমা উদ্ধৃতিত z এৰ সলনি z=%(পার্সেন্টেজ)z ব্যবহাৰ কৰক।
05:21 Scilab কনসোলত যাওক।
05:23 পৰিস্কাৰ কৰিবলৈ clc লিখক।
05:26 লিখক z ইস ইকুয়েল টু পার্সেন্টেজ z
05:29 আৰু এন্টাৰ টিপক।
05:31 আমি এতিয়া first order discrete time system সংজ্ঞায়িত কৰো।
05:35 Scilab কনসোলত লিখক:
05:39 D T System ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত ছোটিহাতৰ d কমা z ডিভাইডেড বাই বন্ধনীত z মাইনাস 0.5 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক।
05:59 এন্টাৰ টিপক।
06:02 ইয়াৰ বাবে আমি syslin ফাংশন ব্যবহাৰ কৰো।
06:05 এই সময়ত, আমি ডোমেনক continuous time এৰ সলনি discrete time এৰ মতে উল্লিখিত কৰো।
06:13 step response প্ৰশিক্ষন কৰিবলৈ, আমি ইনপুটক স্পষ্টৰুপে ones এৰ মতে সংজ্ঞায়িত কৰিব লাগিব।
06:19 উদাহৰণস্বৰুপে: 50 পয়েন্টৰ বাবে
06:22 Scilab কনসোলত লিখক:
06:25 u ইস ইকুয়েল টু ones বন্ধনীত 1 কমা 50 বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক।
06:36 আৰু এন্টাৰ টিপক।
06:38 csim এৰ জাগাত, আমি এই সিস্টেমক সিমুলেট কৰিবলৈ flts ফাংশন ব্যবহাৰ কৰিব লাগিব।
06:45 Scilab কনসোলত লিখক।
06:48 কনসোল পৰিস্কাৰ কৰিবলৈ clc লিখক।
06:51 y ইস ইকুয়েল টু f l t s বন্ধনীত u কমা D T System বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক।
07:02 আৰু এন্টাৰ টিপক।
07:05 এতিয়া লিখক plot অফ y আৰু এন্টাৰ টিপক।
07:11 আউটপুট প্লট হব।
07:14 গ্রাফিক উইন্ডো বন্ধ কৰক।
07:17 এইটো প্রদত্ত continuous time system ক discretize কৰিবলৈ সহায়ক হয়।
07:21 এইটো dscr ফাংশন ব্যবহাৰ কৰি কৰা হয়।
07:25 এতিয়া আমি এটা continuous system, s ইস ইকুয়েল টু পার্সেন্ট s সংজ্ঞায়িত কৰো আৰু
07:32 sys G ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা 2 ডিভাইডেড বাই বন্ধনীত s স্কোয়াৰ প্লাস 2 মাল্টিপ্লাইড বাই s প্লাস 9 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
07:56 এতিয়া sampling period অফ 0.1 এৰ সৈতে sys G সিস্টেমক discretize কৰো।
08:04 কনসোলত, পৰিস্কাৰ কৰিবলৈ লিখক clc আৰু তাৰপিছত লিখক:
08:08 sys 5 ইস ইকুয়েল টু d s c r বন্ধনীত sys G কমা 0.1 বন্ধনী বন্ধ কৰক আৰু তাৰপিছত এন্টাৰ টিপক।
08:25 ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক।
08:28 আপোনি যেনে দেখে সিস্টেমক মেট্রাইসেস A B C D আৰু ইনিশিয়েল স্টেট x জিৰোৰ মতে discretized কৰা হয়।
08:38 লক্ষ্য কৰক যে আমি state space representation ত discretized সিস্টেম প্রাপ্ত কৰো।
08:44 আমি এইটোক s s 2 t f ফাংশন ব্যবহাৰ কৰি discrete time ত transfer function representation লৈ সলাব পাৰো।
08:54 ইয়াৰ বাবে Scilab কনসোলত যাওক।
08:58 clc লিখি এইটো পৰিস্কাৰ কৰক।
09:01 এতিয়া লিখক sys 6 ইস ইকুয়েল টু s s 2 t f বন্ধনীত sys 5 কমা 0.1 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক।
09:18 আউটপুটে transfer function দিয়ে।
09:22 এই টিউটোৰিয়েলত আমি শিকিছো:
09:24 state space আৰু transfer function ডিসক্রিপশনৰ মাজেৰে ৰুপান্তৰণ।
09:28 discrete time system পৰিভাষিত কৰা আৰু ইয়াৰ step response প্লট কৰা।
09:33 কন্টিনিউয়াস টাইম সিস্টেমক ডিসক্রিটাইজ কৰা।
09:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
09:39 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
09:43 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
09:47 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
09:49 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:52 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
09:56 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:04 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:08 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:15 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro.
10:27 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
10:31 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi