Scilab/C4/Discrete-systems/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল। |
00:02 | Discrete Time System এৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | state space আৰু transfer function ডিসক্রিপশনৰ মাজৰ ৰুপান্তৰণ। |
00:14 | discrete time system পৰিভাষিত কৰা আৰু ইয়াৰ step response প্লট কৰা। |
00:20 | কন্টিনিউয়াস টাইম সিস্টেম ডিসক্রিটাইজ কৰা। |
00:23 | প্রদর্শন কৰিবলৈ আমি ব্যবহাৰ কৰিছো উবুন্টু 12.04 অপাৰেটিং সিস্টেম আৰু Scilab 5.3.3. |
00:31 | টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ Scilab সম্পর্কে মৌলিক জ্ঞান থাকা উচিত। |
00:36 | নহলে spoken-tutorial.org ত উপলব্ধ Scilab টিউটোৰিয়েল চাওক। |
00:44 | state space model: |
00:46 | x ডট ইস ইকুয়েল টু A x প্লাস B u |
00:49 | y ইস ইকুয়েল টু C x প্লাস D u |
00:52 | sys 3 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা A কমা B কমা C কমা D দ্বাৰা উল্লিখিত কৰা হয়। |
01:05 | উচিত আকাৰৰ পূর্ব-উল্লিখিত মেট্রাইসেস A, B, C আৰু D এৰ বাবে |
01:11 | আপোনাৰ কম্পিউটাৰত Scilab খুলক। |
01:15 | লিখক sys 3 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা 4 কমা 3 কমা 6 কমা 9 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
01:32 | ডিসপ্লে অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক। |
01:35 | এইটো single state, single input single output এৰ উদাহৰণ। |
01:40 | আউটপুটত মেট্রাইসেস A, B, C আৰু D হব আৰু ইনিশিয়েল স্টেট হল x জিৰো। |
01:49 | কনসোল পৰিস্কাৰ কৰিবলৈ লিখক clc. |
01:52 | আপোনি যেনে চাব পাৰে উদাহৰণস্বৰুপে Scilab কনসোলত মেট্রাইসেস A, B, C, Dক পৰিভাষিত কৰো। |
02:00 | A ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 2 স্পেস 3 সেমিকোলন 4 স্পেস 5 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
02:09 | এন্টাৰ টিপক। |
02:11 | B ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক 1 সেমিকোলন 2 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
02:17 | এন্টাৰ টিপক। |
02:19 | C ইস ইকুয়েল টু বর্গাকাৰ বন্ধনী খুলক মাইনাস 3 স্পেস মাইনাস 6 বর্গাকাৰ বন্ধনী বন্ধ কৰক। |
02:27 | আৰু এন্টাৰ টিপক। |
02:30 | D ইস ইকুয়েল টু 2 |
02:33 | এন্টাৰ টিপক। |
02:35 | এতিয়া আমি এই মেট্রাইসেসক পূর্ববর্তী কমান্ডত প্রতিস্থাপিত কৰিম। |
02:39 | sys 4 ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা A কমা B কমা C কমা D বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
02:57 | আপোনি নিম্ন আউটপুট পাব: |
03:00 | ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক। |
03:03 | আপোনি যেনে দেখে আউটপুটত মেট্রাইসেস A, B, C D আৰু ইনিশিয়েল স্টেট x জিৰো হব। |
03:11 | চাওক যে sys4 এৰ পোল্স A এৰ eigenvalues এৰ সমান কি নাই। |
03:17 | এইবাবে আপোনি p l z r ফাংশন আৰু spec ফাংশন ব্যবহাৰ কৰিব পাৰে। |
03:23 | s s 2 t f কমান্ডৰ ব্যবহাৰ state-space system sys S S এৰ transfer ফাংশন প্রাপ্ত কৰিবলৈ কৰা যাব পাৰে। |
03:33 | এইটোক মুছি পেলাবলৈ আপোনাৰ Scilab কনসোলত লিখক clc. |
03:37 | আৰু তাৰপিছত লিখক: sys ডাঙৰ হাতৰ T ডাঙৰ হাতৰ F ইস ইকুয়েল টু s s 2 t f বন্ধনীত sys 4 বন্ধনী বন্ধ কৰক আৰু |
03:50 | এন্টাৰ টিপক। |
03:52 | আপোনি এই আউটপুট দেখে। |
03:54 | এইটো sys TF ইকুয়েলস টু ss 2 tf বন্ধনীত sys অফ SS এৰ ফর্মত আছে। |
04:01 | আগে সংজ্ঞায়িত sys 3 এৰ বাবে ss 2 tf ফাংশনক ব্যবহাৰ কৰক। |
04:07 | sys T F এটা নতুন ভ্যাৰিয়েবল যাৰ বাবে denom কমান্ড প্রযোজ্য। |
04:12 | এইটো sys 4 ত প্রযোজ্য নহয় কাৰণ এইটো state space ফর্মত আছে। |
04:18 | নিম্ন উদাহৰণক সমাধান কৰক। |
04:20 | তলত সংজ্ঞায়িত second order transfer ফাংশনৰ state space realization গনণা কৰক। |
04:26 | t f 2 s s কমান্ড ব্যবহাৰ কৰক। |
04:30 | state space ফর্মত নতুন সিস্টেম, ধৰক sys S S এৰ বাবে চাওক যদি ম্যাট্রিক্স A এৰ eigenvalues আৰু transfer ফাংশন G অফ S এৰ পোল্স সমান হয় নে নহয়। |
04:43 | transfer ফাংশন প্রাপ্ত কৰিবলৈ সিস্টেম sys S S এৰ মেট্রাইসেস A, B, C, D ব্যবহাৰ কৰক। |
04:53 | উত্তৰ মৌলিক হয় নে নহয় চাওক। |
04:56 | এতিয়া আমি এটা discrete time system সংজ্ঞায়িত কৰো। |
05:00 | লব আৰু হৰ পলিনোমিয়াল্সত ভ্যাৰিয়েবলৰ বাবে z ব্যবহাৰ কৰা গতানুগতিক। |
05:07 | মনত ৰাখক যে ভ্যাৰিয়েবল zত এটা শর্টকাট আছে। |
05:11 | z=poly বন্ধনীত 0 কমা উদ্ধৃতিত z এৰ সলনি z=%(পার্সেন্টেজ)z ব্যবহাৰ কৰক। |
05:21 | Scilab কনসোলত যাওক। |
05:23 | পৰিস্কাৰ কৰিবলৈ clc লিখক। |
05:26 | লিখক z ইস ইকুয়েল টু পার্সেন্টেজ z |
05:29 | আৰু এন্টাৰ টিপক। |
05:31 | আমি এতিয়া first order discrete time system সংজ্ঞায়িত কৰো। |
05:35 | Scilab কনসোলত লিখক: |
05:39 | D T System ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত ছোটিহাতৰ d কমা z ডিভাইডেড বাই বন্ধনীত z মাইনাস 0.5 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক। |
05:59 | এন্টাৰ টিপক। |
06:02 | ইয়াৰ বাবে আমি syslin ফাংশন ব্যবহাৰ কৰো। |
06:05 | এই সময়ত, আমি ডোমেনক continuous time এৰ সলনি discrete time এৰ মতে উল্লিখিত কৰো। |
06:13 | step response প্ৰশিক্ষন কৰিবলৈ, আমি ইনপুটক স্পষ্টৰুপে ones এৰ মতে সংজ্ঞায়িত কৰিব লাগিব। |
06:19 | উদাহৰণস্বৰুপে: 50 পয়েন্টৰ বাবে |
06:22 | Scilab কনসোলত লিখক: |
06:25 | u ইস ইকুয়েল টু ones বন্ধনীত 1 কমা 50 বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক। |
06:36 | আৰু এন্টাৰ টিপক। |
06:38 | csim এৰ জাগাত, আমি এই সিস্টেমক সিমুলেট কৰিবলৈ flts ফাংশন ব্যবহাৰ কৰিব লাগিব। |
06:45 | Scilab কনসোলত লিখক। |
06:48 | কনসোল পৰিস্কাৰ কৰিবলৈ clc লিখক। |
06:51 | y ইস ইকুয়েল টু f l t s বন্ধনীত u কমা D T System বন্ধনী বন্ধ কৰক সেমিকোলন দিয়ক। |
07:02 | আৰু এন্টাৰ টিপক। |
07:05 | এতিয়া লিখক plot অফ y আৰু এন্টাৰ টিপক। |
07:11 | আউটপুট প্লট হব। |
07:14 | গ্রাফিক উইন্ডো বন্ধ কৰক। |
07:17 | এইটো প্রদত্ত continuous time system ক discretize কৰিবলৈ সহায়ক হয়। |
07:21 | এইটো dscr ফাংশন ব্যবহাৰ কৰি কৰা হয়। |
07:25 | এতিয়া আমি এটা continuous system, s ইস ইকুয়েল টু পার্সেন্ট s সংজ্ঞায়িত কৰো আৰু |
07:32 | sys G ইস ইকুয়েল টু syslin বন্ধনীত উদ্ধৃতিত c কমা 2 ডিভাইডেড বাই বন্ধনীত s স্কোয়াৰ প্লাস 2 মাল্টিপ্লাইড বাই s প্লাস 9 বন্ধনী বন্ধ কৰক বাহিৰৰ বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
07:56 | এতিয়া sampling period অফ 0.1 এৰ সৈতে sys G সিস্টেমক discretize কৰো। |
08:04 | কনসোলত, পৰিস্কাৰ কৰিবলৈ লিখক clc আৰু তাৰপিছত লিখক: |
08:08 | sys 5 ইস ইকুয়েল টু d s c r বন্ধনীত sys G কমা 0.1 বন্ধনী বন্ধ কৰক আৰু তাৰপিছত এন্টাৰ টিপক। |
08:25 | ডিসপ্লেক অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক। |
08:28 | আপোনি যেনে দেখে সিস্টেমক মেট্রাইসেস A B C D আৰু ইনিশিয়েল স্টেট x জিৰোৰ মতে discretized কৰা হয়। |
08:38 | লক্ষ্য কৰক যে আমি state space representation ত discretized সিস্টেম প্রাপ্ত কৰো। |
08:44 | আমি এইটোক s s 2 t f ফাংশন ব্যবহাৰ কৰি discrete time ত transfer function representation লৈ সলাব পাৰো। |
08:54 | ইয়াৰ বাবে Scilab কনসোলত যাওক। |
08:58 | clc লিখি এইটো পৰিস্কাৰ কৰক। |
09:01 | এতিয়া লিখক sys 6 ইস ইকুয়েল টু s s 2 t f বন্ধনীত sys 5 কমা 0.1 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক। |
09:18 | আউটপুটে transfer function দিয়ে। |
09:22 | এই টিউটোৰিয়েলত আমি শিকিছো: |
09:24 | state space আৰু transfer function ডিসক্রিপশনৰ মাজেৰে ৰুপান্তৰণ। |
09:28 | discrete time system পৰিভাষিত কৰা আৰু ইয়াৰ step response প্লট কৰা। |
09:33 | কন্টিনিউয়াস টাইম সিস্টেমক ডিসক্রিটাইজ কৰা। |
09:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
09:39 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
09:43 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
09:47 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
09:49 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:52 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
09:56 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:04 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:08 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:15 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro. |
10:27 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
10:31 | অংশগ্রহনৰ বাবে ধন্যবাদ। |