Scilab/C2/Xcos-Introduction/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Xcos: চাইলেব কানেক্তেদ অবজেক্ত চিমোলেতৰৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 Xcos হৈছে এটা চাইলেব পেকেজ (Scilab package) দাইনামিকেল চিষ্টেমৰ মদেলিং আৰু চিমোলেচনৰ বাবে । ই কন্তিনুৱাচ (continuous) আৰু দিচক্ৰিত (discrete) চিষ্টেম দুয়োটাকে সংলগ্ন কৰে
00:17 এই টিউট’ৰিয়েলটোত আপুনি শিকিব XCOS কি হয় । পালেত (palette) কি হয়, Xcosত ব্ল’ক দায়েগ্ৰামচ বনাবলৈ
00:26 ব্ল’কচৰ পাৰামিতাৰচ সজাবলৈ, চিমোলেচন পাৰামিতাৰচ সজাবলৈ, গঠিত হোৱা ব্ল’ক দায়েগ্ৰামটো চিমোলেত কৰিবলৈ
00:35 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, চাইলেব আপোনাৰ চিষ্টেমত ইনস্ত’ল থাকিব লাগিব
00:40 মই বৰ্ণনাৰ বাবে উবুন্তো লিনাক্স 12.04 আৰু চাইলেব ভাৰ্চন 5.3.3 ব্যৱ্হাৰ কৰিছো
00:48 আপোনাৰ কম্পিউতাৰত চাইলেব কনচ’ল (Scilab console) উইন্দ’ খোলক
00:52 এপ্লিকেচনচলৈ যাওঁক আৰু Xcos বাচক বা আপোনাৰ চাইলেব কনচ’ল (Scilab console) উইন্দ’ত xcos লিখক আৰু এন্টাৰ (Enter) টিপক
01:02 ইয়াক কৰিলে, দুখন উইন্দ’ খোল খাব । উইন্দ’ দুখন হৈছে পালেত ব্ৰৌজাৰ (Palette browser) আৰু Untitled-Xcos উইন্দ’
01:14 পালেত ব্ৰৌজাৰত (Palette browser), আপুনি বিভিন্ন প্ৰকাৰৰ ব্ল’কচ পাব । কমনলি ইউজদ ব্ল’কচ (Commonly Used Blocks)
01:20 কন্তিনোৱাচ টাইম চিষ্টেম ব্ল’কচ (Continuous time system blocks), দিচক্ৰিত টাইম চিষ্টেমচ ব্ল’কচ (Discrete time systems blocks) আৰু বহুতো
01:26 আনখন উইন্দ’, Untitled-Xcos খালী হয়, গ্ৰিদচৰ সৈতে
01:31 আমি এতিয়া এটা ফাৰ্ষ্ট অৰ্দাৰ চিষ্টেমক (first order system) ষ্টেপ ইনপুত (step input) এটাৰ সৈতে চিমোলেত কৰিম
01:36 আৰম্ভ কৰিবলৈ, মই কন্তিনোৱাচ টাইম চিষ্টেমচ পালেতৰ (Continuous time systems palette) পৰা ট্ৰেনচফাৰ ফাংচন ব্ল’ক (transfer function block) এটা বাচিম
01:43 এই ব্ল’কটোক Untitled-Xcos উইন্দ’লৈ দ্ৰাগ কৰক
01:48 চৌৰ্চেচ পালেতত (Sources palette) প্ৰয়োজনীয় চৌৰ্চটো বাচক । মই তললৈ যাম আৰু ষ্টেপ ফাংচন ব্ল’কটো (STEP FUNCTION block) ব্যৱ্হাৰ কৰিম
01:56 মই দ্ৰাগ কৰিম আৰু ইয়াক ট্ৰেনচফাৰ ফাংচন ব্ল’কৰ (transfer function block) আগত থ’ম
02:01 একেদৰে, আউতপুতটো দৰ্শিত হৈছে CSCOPE blockটো ব্যৱ্হাৰ কৰি, যি চিংকচ পালেতত (Sinks palette) উপলদ্ধ
02:08 CSCOPE blockটো ট্ৰেনচফাৰ ফাংচন ব্ল’কৰ (transfer function block) পাছত থোৱা হৈছে
02:13 CSCOPEত ৰঙা ইনপুত প’ৰ্তটোৱে সূচায় যে এই ব্ল’কটো হৈছে এটা ইভেন্ত দ্ৰিভেন ব্ল’ক (“event driven” block)
02:19 ইয়াক এক্সিকিউচনৰ বাবে এটা ইভেন্ত ইনপুত লাগে
02:22 ইভেন্ত হেন্দলিং পালেতত (Event handling palette) এটা ইভেন্ত জেনেৰেতৰ ব্ল’ক (event generator block) উপলদ্ধ
02:29 এই ব্ল’কটোৰ নাম হৈছে Clock underscore c
02:34 দ্ৰাগ কৰক আৰু এই ব্ল’কটোক CSCOPE ব্ল’কৰ ওপৰত থওঁক
02:39 আমি চিমোলেচনটো কৰিবলৈ প্ৰয়োজনীয় সকলো ব্ল’ক সংগ্ৰহ কৰিলো
02:44 আহক আমি এতিয়া ব্ল’কসমূহ একেলগে সংযোগ কৰো
02:47 ষ্টেপ ফাংচন ব্ল’কৰ (step function block) আউতপুত প’ৰ্তটো (output port) বাচক আৰু ইয়াক ট্ৰেনচফাৰ ফাংচন ব্ল’কৰ (transfer function block) ইনপুত প’ৰ্তলৈ (input port) সংযোগ কৰক
02:55 মন কৰিব যে নিৰ্বাচিত হোৱা ইনপুত প’ৰ্ত (input port) সেউজীয়া ৰঙৰে উজলি উঠিছে
03:00 একেদৰে, অৱশিষ্ট ব্ল’কসমূহ দৰ্শিত দৰে সংযোগ কৰক
03:05 এতিয়া আমি প্ৰতিটো ব্ল’কৰ পাৰামিতাৰচ সজাম
03:10 প্ৰথমে, ষ্টেপ ব্ল’কলৈ (step block) যাওঁক আৰু ইয়াত দুবাৰ ক্লিক কৰক
03:14 প’প আপ উইন্দ’ এখন আহে, ষ্টেপ টাইম, ইনিচিয়েল ভেলু আৰু ফাইনেল ভেলুৰ মানৰ বাবে সুধি
03:23 ষ্টেপ টাইম (Step Time) হৈছে ষ্টেপ চেঞ্জ (step change) সংঘতিত হোৱা সময়টো । আমি ইয়াক 1 হিচাবে ৰাখিম, যি হৈছে দিফল্ট মান
03:32 ইনিচিয়েল ভেলু (Initial Value) হৈছে ষ্টেপ ফাংচনৰ (step function) ইনিচিয়েল আউতপুত মানটো
03:37 আমি ইয়াক 0 হিচাবে ৰাখিম, যি হৈছে দিফল্ট মান
03:41 ফাইনেল ভেলু (Final Value) হৈছে ষ্টেপ ফাংচনৰ (step function) আউতপুতটো, ষ্টেপ টাইম (Step Time) অতিপন্ন হোৱাৰ পাছত । আমি ইয়াক 2 লৈ সলাম
03:50 OK ত টিপক
03:52 একে কাৰ্যপ্ৰণালী অনুসৰণ কৰক অন্য যিকোনো ব্ল’ক কনফিগাৰ কৰিবলৈ
03:56 ট্ৰেনচফাৰ ফাংচন ব্ল’কৰ (transfer function block) বাবে, তলৰ কনফিগুৰেচন প্ৰয়োজনীয় । লাপলাচ দমেইনত (laplace domain) নিউমেৰেতৰ (Numerator) মান এন্টাৰ কৰিব লাগিব
04:05 আমি ইয়াক 1 হিচাবে ৰাখিম, যি হৈছে দিফল্ট মান
04:09 লাপলাচ দমেইনত (laplace domain) দিন’মিনেতৰ (Denominator ) মান এন্টাৰ কৰিব লাগিব । আমি ইয়াক 2 এচটেৰিক (asteric) s plus 1লৈ সলাম । OK ত টিপক
04:20 CSCOPE blockত দুবাৰ ক্লিক কৰক, তলৰ পাৰামিতাৰচ কনফিগাৰ কৰিবলৈ
04:25 Ymin আৰু Ymax ৰ মান সজাব লাগিব, মানৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি, ভেৰিয়েবলটো অঙ্কিত কৰিব লাগিব
04:34 Ymin ৰ মানটো 0 লৈ সজাওঁক
04:38 যিহেতু মই ষ্টেপ ইনপুত (step input) 2 হিচাবে দিছো, আউতপুতটো গ্ৰাফত দৰ্শিত হ’বলৈ, মই Ymax ক যিকোনো ওপৰৰ মানলৈ সলাব লাগিব
04:46 আমি ইয়াক 3 লৈ সলাম
04:50 ৰিফ্ৰেচ পিৰিয়্দৰ (refresh period) দিফল্ট মানটো মনত ৰাখিব । দিফল্ট মানটো হৈছে 30
04:57 আমি অন্য পাৰামিতাৰচ সলনি নকৰো । OK ত টিপক
05:02 এতিয়া মেনু বাৰত চিমোলেচনলৈ (Simulation) যাওঁক আৰু চেতাপত (Setup) টিপক
05:08 প’প আপ উইন্দ’ এখন আহে
05:11 আমি ফাইনেল ইন্তিগ্ৰেচন টাইমৰ (Final integration time) মানটো সলাম । ফাইনেল ইন্তিগ্ৰেচন টাইমে (Final integration time) চিমোলেচনটো কিমান সময় চলিব নিৰ্ধাৰণ কৰে
05:20 CSCOPE block ৰ ৰিফ্ৰেচ পিৰিয়্দৰ (refresh period) মানটো মাতক
05:24 মই CSCOPE block ৰ ৰিফ্ৰেচ পিৰিয়্দৰ (refresh period) মানটো ফাইনেল ইন্তিগ্ৰেচন টাইমৰ (Final integration time) মানটোৰ সৈতে সমান ৰাখিম
05:30 গতিকে, মই ইয়াক 30 লৈ সলাম
05:34 অন্য পাৰামিতাৰচ সলনি নকৰিব । OK ত টিপক
05:39 এতিয়া Control S টিপক ফাইলটো ছেভ কৰিবলৈ, এটা উপযুক্ত ফাইল নামৰ সৈতে । মই ইয়াক firstorder.xcos হিচাবে ছেভ কৰিম
05:50 চিমোলেচনটো আৰম্ভ হ’বলৈ, Start বুটামত টিপক, Xcos উইন্দ’ৰ মেনু বাৰত উপলদ্ধ
05:58 গ্ৰাফিক উইন্দ’ এখন খোল খাব, ফাৰ্ষ্ট অৰ্দাৰ ট্ৰেনচফাৰ ফাংচনৰ (transfer function) ষ্টেপ ৰেচপনচটো (step response) দৰ্শাই
06:04 আমি এই প্লতক এটা ইমেজ ফাইল হিচাবে ছেভ কৰিব পাৰো
06:06 গ্ৰাফটো ছেভ কৰিবলৈ, ফাইল মেনুলৈ যাওঁক আৰু এক্সপ’ৰ্ত তু (Export to) অপচনত টিপক
06:12 মই ইয়াক firstorder.png হিচাবে নাম দিম আৰু OK ত টিপক
06:20 তাত নিৰ্দিষ্ট পাৰামিতাৰচ আছে যাক আমি দিফল্ট মান হিচাবে ৰাখিবলৈ বাচো । এইবোৰ সলনি হ’ব পাৰে
06:26 উদাহৰণস্বৰূপে ক্লক (Clock) আন্দাৰস্ক’ৰ (underscore) c ব্ল’কত (block), পিৰিয়্দ (period), যি বুজায় চেম্পলিং পিৰিয়্দ (sampling period) আৰু ইনিচিয়েল টাইম (initial time) সজাব পাৰি
06:36 CSCOPE ব্ল’কত (block) আউত্পুত উইন্দ’ নাম্বাৰ (output window number)
06:40 প’জিচন (position), চাইজ (size), বাফাৰ চাইজ (buffer size), গ্ৰাফ কালাৰ (graph color) ইত্যাদি লগতে সজাব পাৰি
06:46 ভিদিঅ’টো ইয়াত ৰখাওঁক আৰু ভিদিঅ’টোৰ সৈতে দিয়া পৰীক্ষাটো সমাধান কৰক
06:52 চেকেন্দ অৰ্দাৰ ট্ৰেনচফাৰ ফাংচন (second order transfer function) এটা চিমোলেত কৰক দাম্পিং ৰেচিঅ’ (damping ratio) 0.5 আৰু এংগুলাৰ ফ্ৰিকোৱেঞ্চি সমান 1ৰ সৈতে
07:01 আউতপুত গ্ৰাফৰ কালাৰ সলনি কৰিবলৈ চেষ্টা কৰক
07:04 প্ৰথম পৰীক্ষাটো ব্যৱ্হাৰ কৰি, ষ্টেপ ইনপুত (Step input) আৰু আউতপুতক (output) এটা একক প্লত উইন্দ’ত প্লত কৰক
07:11 এতিয়া আহক আমি মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি শিকিলো: পেলেত ব্ৰাউজাৰ (palette browser) ব্যৱ্হাৰ কৰি Xcos চিমোলেচন (simulation) দায়েগ্ৰামচ বনাবলৈ
07:18 প্ৰতিটো ব্ল’কক চিমোলেচনটোৰ প্ৰয়োজন অনুসৰি কনফিগাৰ কৰা
07:22 চিমোলেচন পাৰামিতাৰচ সজোৱা । আউতপুত প্লতটো ছেভ কৰা
07:26 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় | আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
07:37 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:46 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
07:52 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
08:02 এই মিচনৰ বিষয়ে অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ত উপলদ্ধ
08:12 আশাকৰো আপোনাৰ বাবে এই টিউট’ৰিয়েলটো উপকাৰী হৈছে । মই মৌচুম হাজৰিকা ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi