Scilab/C2/Matrix-Operations/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 মেত্ৰিক্স অপাৰেচনচ( Matrix Operations)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)লৈ স্বাগতম
00:06 এই স্পকেন টিউট’ৰিয়েল( spoken tutorial)ৰ শেষত, আপুনি সক্ষম হ’ব :
00:10 মেত্ৰিক্স(Matrix)ৰ উপাদানসমূহত প্ৰবেশ (Access) কৰিবলৈ
00:13 এটা মেত্ৰিক্সৰ ডিটাৰ্মিনেন্ত( determinant) টো, ইনভাৰ্চ( inverse) আৰু আইগন( eigen) মান সমূহ নিৰ্ণয়( Determine) কৰা
00:18 বিশেষ( special) মেত্ৰিক্স(matrice) সমূহ সূচীত( Define) কৰা
00:22 প্ৰাথমিক( elementary) শাৰী অপাৰেচনচ( operations) সমূহ প্ৰদৰ্শন কৰা
00:25 “লিনিয়াৰ ইকুৱেচন”(“linear equations”)ৰ চিষ্টেম( system)টো সমাধান কৰা
00:28 আগতীয়াকৈ দৰকাৰী(prerequisite)সমূহ হৈছে
00:30 আপোনাৰ চিষ্টেম( system)ত চাইলেব (Scilab) ইনষ্টল ( install) থাকিব লাগিব
00:34 আপুনি গেটিং ষ্টাৰটেদ উইথ চাইলেব( Getting started with Scilab) আৰু ভেক্তৰ অপাৰেচনচ (Vector Operations)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)দুটা শুনিব লাগিব
00:42 মই বাখ্যা(demonstration) কৰিবলৈ উইনদ’চ 7 অপাৰেটিং চিষ্টেম (Windows 7 operating system) আৰু চাইলেব( Scilab) 5.2.2 ব্যৱ্হাৰ কৰিছো
00:50 আপোনাৰ দেস্কটপ(Desktop)ৰ চাইলেব আইক’ন (Scilab icon)ত দুবাৰ টিপি চাইলেব( Scilab) আৰম্ভ কৰক
00:59 এইটো উপদেশ(suggest)দিয়া হৈছে যে উপভোক্তাই ক্ৰ’মান্বয়ে( simultaneously) মাজে সময়ে কথাচিত্ৰ (video)টো ৰখাই(pausing) এই টিউট’ৰিয়েল (tutorial)টো অভ্যাস( practice) কৰে
01:08 পুনৰাহ্বান( Recall) কৰক স্পকেন টিউটৰিয়েল( Spoken Tutorial)ৰ ভেক্তৰ অপাৰেচন('Vector Operations')টোত,
01:12 মেট্ৰিক্স( matrix) E টোক সূচীত কৰা হৈছিল যে E সমান আৰম্ভনি বৰ বন্ধনী 5 স্পেচ 19স্পেচ 15 চেমিক’লন( semicolon) 8 স্পেচ 22 স্পেচ 36 সামৰনী বৰ বন্ধনী আৰু এন্টাৰ টিপক
01:37 এতিয়া আমি চাওঁ আহক কেনেকৈ এটা মেট্ৰিক্স( matrix)ৰ নিজস্ব উপাদান সমূহক পৃথক( separately)কৈ পৰিচিত কৰা হয়
01:42 প্ৰথম শাৰী আৰু দ্বিতীয় স্তম্ভ( column)ত উপাদানক সঞ্চালন( access) কৰিবলৈ লিখক E পূৰণ( into) বন্ধনী 1,2 আৰু এন্টাৰ টিপক
01:56 এটা মেট্ৰিক্স ( matrix) ৰ সম্পূৰ্ণ শাৰী এটা বা সমূৰ্ণ স্তম্ভ এটা চাইলেব( Scilab)ত বিস্তাৰিত ( extract) কৰিবলৈ সহজ
02:03 উদাহৰণস্বৰূপে Eৰ প্ৰথম শাৰীটো তলত উল্লেখিত কমান্ড( command)টো ব্যৱ্হাৰ কৰি পাব পাৰিঃ E1 = Eপূৰণ বন্ধনী 1 কমা( comma) কলন( colon) আৰু এন্টাৰ টিপক
02:23 কমান্ডটোৱে প্ৰথম শাৰীটোৰ সকলোবিলাক উপাদান ( elements) সিহঁতৰ প্ৰ্কাশ( appearance)ৰ ক্ৰম অনুসৰি ঘূৰাই দিয়ে
02:30 কলন( Colon),যেতিয়া অকলে শাৰী বা স্তম্ভৰ সকলোবিলাক উল্লেখিত উপাদানলৈ ব্যৱ্হাৰ কৰা হয়,ই বন্ধনীৰ ভিতৰত যথাক্ৰমে এটা প্ৰথম বা এটা দ্বিতীয় প্ৰৱেশৰ প্ৰাদুৰ্ভাৱ(appear)ৰ ওপৰত নিৰ্ভৰ কৰি ।
02:44 লগতে,এটা মেট্ৰিক্স( matrix)ৰ যিকোনো চাবছেট( subset)ক এটা কলন( colon) (“:”) ব্যৱ্হাৰ কৰি বিস্তাৰিত কৰিব পাৰি
02:49 উদাহৰণস্বৰূপে,E ৰ দ্বিতীয়ৰ পৰা আৰম্ভ কৰি তৃতীয় স্তম্ভ( columns)লৈ উপাদান সমূহৰ সংহতি( set)টোক তলৰ কমান্ড( command)টো ব্যৱ্হাৰ কৰি পাব পাৰিঃ
03:00 E2 = Eৰ কলন( colon) কমা( comma) 2 কলন(colon) 3 সামৰনী বন্ধনী( close bracket) আৰু এন্টাৰ টিপক
03:18 ওপৰত,বন্ধনীটোত দ্বিতীয় প্ৰৱেশটো, যিটো "2 কলন(colon) 3" হয় ই স্তম্ভ 2 ৰ পৰা স্তম্ভ 3লৈ উপাদান( element) সমূহৰ এটা প্ৰসংগ( reference) নিৰ্মান কৰে
03:28 যদি এটা মেট্ৰিক্স( matrix)ৰ আকাৰটো জনা নাযায় তেতিয়া মেট্ৰিক্স( matrix)টোৰ শেষৰ শাৰী বা স্তম্ভটো বিস্তাৰিত( extarct) কৰিবলৈ $ (ডলাৰ ) চিহ্ন ব্যৱ্হাৰ কৰিব পাৰি
03:38 উদাহৰণস্বৰূপে মেট্ৰিক্স( matrix) E ৰ শেষৰ স্তম্ভ( column)ৰ সকলো শাৰী বিস্তাৰিত( extract) কৰিবলৈ আমি লিখিম
03:46 Elast col= E পূৰণ বন্ধনী কলন( colon) কমা ডলাৰ( dollar) চিহ্ন সামৰনী বন্ধনী( close the bracket) আৰু এন্টাৰ টিপক
04:06 এতিয়া আহক আমি “det” কমান্ড ব্যৱ্হাৰ কৰি এটা বৰ্গ মেট্ৰিক্স( square matrix)ৰ ডিটাৰমিনেন্ট( determinant)টো কেনেকৈ গণনা কৰা হয় শিকো
04:13 পুনৰাহ্বান( Recall) কৰক স্পকেন টিউটৰিয়েল( Spoken Tutorial)ৰ ভেক্তৰ অপাৰেচন('Vector Operations')টোত,আমি Aক সূচীত কৰিছিলো এনেদৰে
04:19 A = আৰম্ভনি বৰ বন্ধনী 1 স্পেছ 2 স্পেছ -1 চেমিকলন(semicolon) -2 স্পেছ - 6 স্পেছ 4 চেমিকলন(semicolon) -1 স্পেছ -3 স্পেছ 3 সামৰণী বৰ বন্ধনী আৰু এন্টাৰ টিপক
04:50 আহক আমি det of A কমান্ড( command)টোৰ দ্বাৰা Aৰ ডিটাৰমিনেন্ত( determinant)টো গণনা কৰো আৰু এন্টাৰ টিপক
05:00 এটা মেট্ৰিক্সৰ ইনভাৰ্চ( inverse) আৰু আইগেন (eigen) মানসমূহ গণনা কৰিবলৈ যথাক্ৰমে “inv” আৰু “spec” কমান্ড(command) দুটা ব্যৱ্হাৰ কৰিব পাৰি
05:09 উদাহৰণস্বৰূপেঃ inv of A এ Aৰ ইনভাৰ্চ( inverse)টো দিয়ে আৰু spec of A এ মেট্ৰিক্স A ৰ আইগন(eigen) মানসমূহ দিয়ে
05:29 এই কমান্ড ব্যৱহাৰ কৰি কেনেকৈ আইগন ভেক্তৰ( eigenvector) সমূহ পাব পাৰি তাক চাবলৈ 'help spec' চাওঁক
05:35 যথাক্ৰমে(respectively) A square বা A cube লিখি এটা বৰ্গ মেট্ৰিক্স( matrix) A ৰ বৰ্গ( square) বা ঘনক( cube) গণনা কৰিব পাৰি
05:52 সাধাৰণ পাটীগণিত( arithmetic) অপাৰেচন (operation)ৰ দৰে এটা মেট্ৰিক্স পাৱাৰ( power)লৈ বৃদ্ধি কৰিবলৈ এটা কেৰেত( caret) চিহ্ন ব্যৱ্হাৰ কৰা হয় । আমাৰ কীবৰ্ডত( keyboard) shift+6 টিপি ইয়াক পাব পাৰি
06:05 অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক( pause) আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া প্ৰথম অনুশিলনী( exercise)টো চেষ্টা কৰক
06:17 নিৰ্দিষ্ট বিশেষ মেত্ৰিক্সসমূহ( matrices) চাইলেব( Scilab)তো নিৰ্মাণ কৰিব পাৰিঃ
06:24 উদাহৰণস্বৰূপে 3 টা শাৰী আৰু 4টা স্তম্ভৰ এটা শুণ্যৰ মেত্ৰিক্স(matrix) “zeros” কমান্ড (command) ব্যৱ্হাৰ কৰি নিৰ্মাণ কৰিব পাৰি
06:36 জিৰ’চ(zeros) পুৰণ বন্ধনী 3 কমা(comma) 4 আৰু এন্টাৰ টিপক
06:47 সকলো একৰ মেত্ৰিক্স এটা “ones” কমান্ড( command)ৰ সৈতে নিৰ্মাণ কৰিব পাৰি তলত দেখুওৱা ধৰণে
06:53 ওৱানচ(ones) পূৰণ বন্ধনী 2 কমা(comma) 4 এ সকলো একৰ মেত্ৰিক্স এটা দিয়ে
07:01 “eye” ক’মান্ড(command) ব্যৱ্হাৰ কৰি আইদেনতিতি মেত্ৰিক্স(identity matrix) এটা নিৰ্মাণ কৰিবলৈ সহজ
07:07 'eye' ৰ 4 কমা(comma) 4এ 4 by 4 আইদেনতিতি মেত্ৰিক্স(identity matrix) এটা দিয়ে
07:16 এজন উপভোক্তাক ছদ্ম ৰেনড’ম( random) সংখ্যাৰে গঠিত মেত্ৰিক্স( matrix) এটাৰ প্ৰয়োজন হ’ব পাৰে ।ইয়াক তলত দেখুওৱা ধৰণে “rand” কমান্ড(command) ব্যৱ্হাৰ কৰি সৃষ্টি কৰিব পাৰিঃ
07:25 p=ৰেন্দ(rand) পূৰণ বন্ধনী 2, 3 আৰু এন্টাৰ টিপক
07:39 লিনিয়াৰ চিষ্টেমত(linear system),এজন উপভোক্তাই মেত্ৰিক্সসমূহত( matrices) কৰা অপাৰেচনসমূহৰ(operations)এটা গুৰুত্বপূৰ্ণ সংহতি হৈছে শাৰী আৰু স্তম্ভৰ প্ৰাথমিক অপাৰেচনটো( operation)
07:55 এই অপাৰেচনসমূহে(operations) মেত্ৰিক্স( matrix) এটাত শুণ্যতকৈ তলৰ সংখ্যা এটা প্ৰৱেশ কৰাবলৈ কাৰ্যকৰী শাৰী অপাৰেচনসমূহ (operations) জড়িত কৰে । এইটো চাইলেব( Scilab)ত সহজে কৰিব পাৰি
08:07 পুনৰাহ্বান( Recall) কৰক স্পকেন টিউটৰিয়েল( Spoken Tutorial)ৰ ভেক্তৰ অপাৰেচন('Vector Operations')টোত,আমি মেত্ৰিক্স(matrix) P ক সূচীত কৰিছিলো এনেদৰে
08:17 P = আৰম্ভনি বৰ বন্ধনী 1 স্পেছ 2 স্পেছ 3 চেমিকলন(semicolon) 4 স্পেছ 11 স্পেছ 6 সামৰণী বৰ বন্ধনী আৰু এন্টাৰ টিপক
08:33 আহক আমি উদাহৰণ এটা বিবেচনা কৰি চাও য’ত শাৰী আৰু স্তম্ভৰ প্ৰাথমিক অপাৰেচন( operation)ব্যৱহাৰ কৰি দ্বিতীয় শাৰী,প্ৰথম স্তম্ভটোত থকা উপাদানটো শুণ্যলৈ ৰূপান্তৰিত কৰা হ’ব
08:44 প্ৰথম শাৰীটোক 4ৰে পূৰণ কৰি আৰু ইয়াক দ্বিতীয় শাৰীটোৰ পৰা বিয়োগ কৰি অপাৰেচন( operation)টো কাৰ্যকৰী কৰিব পাৰি যি তলত উল্লেখিত কমান্ড( command)টোৰ দ্বৰেঃ
08:56 P পূৰণ বন্ধনী 2 কমা(comma) কলন(colon) সমান P পূৰণ বন্ধনী 2 কমা(comma) কলন(colon) - 4 পূৰণ P পূৰণ বন্ধনী 1 কমা(comma) কলন(colon)আৰু এন্টাৰ টিপক
09:28 প্ৰক্ৰিয়াটো ডাঙৰ চিষ্টেমসমূহলৈ( systems) আৰু প্ৰাথমিক স্তম্ভ অপাৰেচন( operation)সমূহৰ অন্য গঠনলৈ সম্প্ৰসাৰিত কৰিব পাৰি
09:35 মেত্ৰিক্সসমূহত( matrices) শাৰী আৰু স্তম্ভসমূহ সহজে যোগ কৰিব পাৰি
09:39 উদাহৰণস্বৰূপে, Pত [5 5 -2] উপাদান ধাৰণকাৰী শাৰী এটা যোগ কৰিবলৈ, তলত উল্লেখিত কমান্ড( command)টো ব্যৱ্হাৰ হয়ঃ
09:48 T = আৰম্ভনি বৰ বন্ধনী P চেমিকলন(semicolon), আন এটা আৰম্ভনি বৰ বন্ধনী 5 5 -2 উপাদান তিনিটা লিখক দুটা সামৰনি বৰ বন্ধনী আৰু এন্টাৰ টিপক
10:14 Pৰ পাছৰ চেমিকলন(semicolon)টোৱে দৰ্শায় যে ইয়াৰ পাছৰ যিকোনো মান পাছৰ শাৰীটোলৈ যাব
10:20 মেত্ৰিক্স( matrix) এটাত সূচীত কৰা ধৰণে এইটো আশা কৰা হয়
10:24 এটা অনুশিলনী(exercise) হিচাবে,অনুগ্ৰহ কৰি ইয়াত ৰখাওঁক আৰু এইমাত্ৰ কাৰ্যকৰী(execute) কৰা কমান্ড( command)টোত নতুন শাৰী( row)টোৰ কাষত বন্ধনী বিলাক সচাকৈ দৰকাৰ হয়নে পৰীক্ষা কৰক
10:34 মেত্ৰিক্স ন’টেচন(Matrix notation) সমূহ সমীকৰণ সমাধান কৰাত ব্যৱ্হাৰ হয়
10:40 আহক আমি তলত উল্লেখিত লিনিয়াৰ( linear) সমীকৰণৰ সংহতিটো সমাধান কৰো
10:44 x1 + 2 x2 - x3 = 1
10:48 -2 x1 - 6 x2 + 4 x3 = -2
10:54 আৰু - x1 - 3 x2 + 3 x3 = 1
11:00 ওপৰৰ সমীকৰণৰ সংহতিটো Ax = b গঠনত লিখিব পাৰি
11:05 তেতিয়া সমাধানটো ইনভাৰ্চ অফ(inverse of) A বাৰ(times) b হিচাবে দিব
11:11 আহক আমি সমীকৰণ(equation)ৰ সংহতিটো সমাধান কৰো
11:15 A ক সূচীত(defined) কৰা হয় এনেদৰে A = আৰম্ভনি বৰ বন্ধনী 1স্পেছ(space) 2 স্পেছ (space) -1চেমিকলন (semicolon) -2স্পেছ( space) -6 স্পেছ(space) 4 চেমিকলন (semicolon) -1স্পেছ(space) -3স্পেছ( space) 3 সামৰনি বৰ বন্ধনী আৰু এন্টাৰ টিপক
11:46 B ক সূচীত(defined) কৰিব পাৰি এনেদৰে b সমান বৰ বন্ধনী 1 চেমিকলন(semicoln) -2 চেমিকলন(semicoln) 1 সামৰনি বৰ বন্ধনী আৰু এন্টাৰ টিপক
12:04 সমাধান, x ক পাব পাৰি x = inv ৰ A পূৰণ b ব্যৱ্হাৰ কৰি
12:19 'inv' কমান্ড( command)টোত,এটা সৰুফলা আখৰ 'i'ৰ কোনো মূল্য নাই
12:26 অন্যথা, একেটা ফলাফল চাইলেব( Scilab)ত এটা বেকশ্লাচ অপাৰেচন( backslash operation) ব্যৱ্হাৰ কৰি লাভ কৰিব পাৰি
12:33 আহক এইটো চাইলেবত কৰো x = A বেকশ্লাচ ( backslash) b আৰু এন্টাৰ টিপক
12:44 ই একেটা ফলাফল দিয়ে । স্বতন্ত্ৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে অধিক জানিবলৈ চাইলেব( Scilab)ত হেল্প বেকশ্লাচ("help backslash") আৰু হেল্প inv ("help inv")লিখক
12:55 সমাধানটোৰ সততা( integrity) পুনৰ প্ৰ্তিষ্ঠাপন ( back substitution)ৰ দ্বাৰা প্ৰতিপন্ন( verified) কৰিব পাৰি, যিটো হৈছে, Ax-b গণনা কৰিঃ
13:05 A পূৰণ x বিয়োগ b
13:10 ওপৰৰ অনুশিলনীটোৱে আগতে লাভকৰা ফলাফলটো প্ৰতিপন্ন( verifies) কৰে
13:14 এইটো সম্ভৱ যে কিছুমান চিষ্টেম(system)ত মধ্যবৰ্তী ফ্লোটিং পইন্ট অপাৰেচন( floating point operation)সমূহৰ কাৰণে ওপৰত প্ৰতিপন্ন( verifies) অনুশিলনীটোৱে সঠিক শুণ্যক উপাদান হিচাবে এটা মেত্ৰিক্স(matrix) প্ৰদান কৰিব নোৱাৰিব পাৰে
13:27 যদিও,এজনে প্ৰকৃত( indeed)তে এটা অতি সৰু সংখ্যা পাব,সাধাৰনতে( typically)10 ক -16 লৈ উত্থাপিত( raised to) কৰাৰ ক্ৰম( order)ত
13:34 অনুগ্ৰহ কৰি এতিয়া টিউটৰিয়েল( tutorial)টো ৰখাওক( pause) আৰু কথাচিত্ৰ( video)টোৰ লগত দিয়া দ্বিতীয় অনুশিলনী( exercise) চেষ্টা কৰক
13:49 ইয়াৰ দ্বাৰাই আমি এই মেত্ৰিক্স অপাৰেচনচ( Matrix Operations)ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)টোৰ শেষ পালোহি
13:53 চাইলেবত আন বহুতো ফাংচন(function) আছে যাক অন্য স্পকেন টিউটৰিয়েল( spoken tutorial)ত সামৰা হ’ব
13:59 চাইলেবৰ সংযোজনসমূহ চাই থাকিব
14:02 এই টিউটৰিয়েল( tutorial)টোত, আমি শিকিলো
14:04 কলন অপাৰেতৰ( colon operator)ব্যৱহাৰ কৰি মেট্ৰিক্স( matrix)ৰ উপাদান সমূহত প্ৰবেশ কৰাটো
14:07 'inv' কমান্ড বা বেকশ্লাচ( backslash) ব্যৱ্হাৰ কৰি মেট্ৰিক্স( matrix) এটাৰ ইনভাৰ্চ( inverse) গণনা কৰা
14:14 'det' কমান্ড( command) ব্যৱ্হাৰ কৰি মেট্ৰিক্স( matrix)ৰ ডিটাৰ্মিনেন্ত( derterminant) গণনা কৰা
14:18 'spec'কমান্ড( command) ব্যৱ্হাৰ কৰি মেট্ৰিক্স( matrix)এটাৰ আইগন( eigen)মান গণনা সমূহ গণনা কৰা
14:23 মেট্ৰিক্স এটা ones(), zeros(), eye(), rand() ফাংচনসমূহ ব্যৱ্হাৰ কৰি সুচীত কৰা যাৰ সকলো বিলাক উপাদান যথাক্ৰমে ওৱান( one), নাল মেট্ৰিক্স ( Null Matrix),আইদেন্তিতি মেট্ৰিক্স( Identity matrix) আৰু এটা ৰেনডম(random) উপাদানৰ মেট্ৰিক্স( matrix)হয়
14:39 লিনিয়াৰ( linear) সমীকৰণ( equations)ৰ চিষ্টেম( system)টো সমাধান কৰা
14:42 এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান হৈছে
14:51 FOSSEE প্ৰকল্পৰ( project) অধিক তথ্য http://fossee.in বা http://scilab.in ৰ পৰা পাব(obtaine)পাৰি
14:58 আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে৷
15:05 অধিক তথ্য( information) ৰ বাবে,চাবঃ http://spoken-tutorial.org/NMEICT-Intro
15:14 মই মৌচম হাজৰিকা
15:18 সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ | শুভবিদায়

Contributors and Content Editors

Mausamh9