QGIS/C2/Digitizing-Map-Data/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 QGISDigitizing Map Data ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম - Point আৰু Polygon চেপ ফাইলচক বনাবলৈ আৰু দিজিতাইজ কৰিবলৈ
00:15 Point আৰু Polygon বৈশিষ্ট্যসমূহৰ বাবে ষ্টাইল আৰু কালাৰক সলাবলৈ
00:20 এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18
00:32 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি মূল GIS আৰু QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:41 Digitizing হৈছে প্ৰচেচ যাৰদ্বাৰা, এখন মেপ, ইমেজ বা দেতাৰ আন উৎসৰ পৰা ক’ৰদিনেতচক এটা দিজিতেল ফৰ্মেতলৈ পৰিবৰ্তন কৰা হয়
00:52 পৰিবৰ্তিত দেতাক GIS ত এটা পইন্ট, লাইন বা এটা প’লিগন বৈশিষ্ট্য হিচাবে জমা ৰাখিব পাৰি
01:00 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি Code files লিংকত দিয়া Bangalore চহৰৰ মেপখন দাউনল’দ কৰিব লাগিব
01:09 এইখন হৈছে Bangalore চহৰৰ উন্নতিক দৰ্শোৱা এখন মেপ
01:15 Code files দাউনল’দ কৰাৰ ষ্টেপসমূহ
01:18 প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত ক্লিক কৰক আৰু ইয়াক ফ’ল্দাৰত ছেভ কৰক
01:25 দাউনল’দ কৰা জিপ ফাইলক এক্সত্ৰেক্ত কৰক
01:28 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Bangalore.jpg ফাইলক বিচাৰক
01:34 মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো
01:41 ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ
01:45 Bangalore.jpg ফাইলত ৰাইত-ক্লিক কৰক
01:49 কনটেকস্ত মেনুৰ পৰা, বাচক, Open with QGIS Desktop
01:56 QGIS ইন্তাৰফেচ আহিছে
01:59 QGIS Tips দাইল’গ-বক্স আহিছে । OK বুটামত ক্লিক কৰক
02:06 Coordinate Reference System Selector দাইল’গ-বক্স আহিছে
02:11 হেদিং Coordinate reference systems of the world ৰ ভিতৰত, বাচক WGS 84
02:19 মন কৰিব যে WGS 84 হৈছে অতি বেছিকৈ ব্যৱহৃত জিঅ’গ্ৰাফিক ক’ৰদিনেত চিষ্টেম
02:27 দাইল’গ-বক্সটোৰ তলত OK বুটামত ক্লিক কৰক
02:32 কেনভাচত BangaloreThematic map দৰ্শিত হৈছে
02:38 এতিয়া আহক নতুন চেপৰ ফাইল লেয়াৰচ বনাওঁ
02:42 মেনু বাৰত Layer মেনুত ক্লিক কৰক আৰু Create Layer অপচনক বাচক
02:50 চাব-মেনুৰ পৰা, New Shapefile Layer অপচনক বাচক
02:55 New Shapefile Layer উইন্দ’ আহিছে
02:59 ইয়াত আপুনি অপচনচ দেখিব তিনি প্ৰকাৰৰ বৈশিষ্ট্যৰ বাবে, Point, Line আৰু Polygon
03:10 দিফল্টভাবে Point অপচন নিৰ্বাচিত হৈছে । ইয়াক তেনেদৰেই ৰাখক
03:16 CRS টো হ’ব WGS 84
03:21 উইন্দ’খনৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক
03:27 Save Layer as.. দাইল’গ-বক্স আহিছে
03:31 আহক ফাইলটোৰ নাম দিওঁ Point-1 হিচাবে
03:35 সহজ ল’কেচন এটা বাচক ফাইলটো ছেভ কৰিবলৈ । মই বাচিম Desktop
03:42 দাইল’গ-বক্সটোৰ তলত সোফালে চুকত থকা Save বুটামত ক্লিক কৰক
03:48 ফাইলচ Desktop ত ছেভ হ’ব ইয়াত দেখুৱা দৰে
03:53 QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক
03:56 মন কৰিব যে ফাইলটো স্বয়ংক্ৰিয়ভাবে Layers Panel ত ল’ড হ’ব
04:02 এই মেপত, আমি ল’কেচনখিনি মাৰ্ক কৰিম য’ত IT দিপাৰ্তমেন্তচ স্থাপিত হৈছে
04;09 মাউচৰ মাজৰ বুটামটো স্ক্ৰ’ল কৰক জোম-ইন কৰিবলৈ
04:14 IT সংস্থানসমূহৰ বাবে মেপখনৰ তলত সোফালে চুকত থকা legend লৈ ৰেফাৰ কৰক
04:21 IT সংস্থানসমূহ সূচীত হৈছে ফ্লেগ চিম্ব’ল হিচাবে
04:26 মেপখনত IT সংস্থানসমূহ্ক সূচীত কৰা পইন্টসমূহ বিচাৰক
04:32 IT সংস্থানসমূহ্ক সূচীত কৰা দুটা পইন্ট আছে
04:37 মেপখনত বৈশিষ্ট্যসমূহক এদিত বা ম’দিফাই কৰিবলৈ, আমি Toggle editing tool ক বাচিব লাগিব
04:44 Toggle Editing টোলক পোৱা যায় tool bar ৰ ওপৰৰ বাওঁফালৰ চুকত
04:51 Toggle Editing টোলত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ
04:55 টোল বাৰত Add Feature টোলত ক্লিক কৰক
04:59 কাৰ্চৰদাল এতিয়া দৰ্শিত হৈছে এদাল crosshair আইকন হিচাবে
05:04 মেপখনত IT সংস্থানৰ চিম্ব’লত ক্লিক কৰক
05:08 এটা ইনপুত-বক্স Point-1 Feature Attributes আহিছে
05:14 id টেকস্ত বক্সত 1 লিখক । OK বুটামত ক্লিক কৰক
05:21 একেদৰে দ্বিতীয় IT সংস্থানত ক্লিক কৰক আৰু বৈশিষ্ট্যটো ছেভ কৰক 2 হিচাবে । OK বুটামত ক্লিক কৰক
05:31 এতিয়া এদিতিং বন্ধ কৰিবলৈ, পুনৰ টোল বাৰত Toggle Editing টোলত ক্লিক কৰক
05:38 Stop editing দাইল’গ-বক্স আহিছে
05:42 Save বুটামত ক্লিক কৰক
05:45 মেপখনত মন কৰক, দুটা কালাৰৰ পইন্ট বৈশিষ্ট্য বনিছে
05:51 আমি বনোৱা বৈশিষ্ট্য দুটা চাব পাৰো, attribute table খন খুলি
05:56 Layers পানেলত থকা Point-1 লেয়াৰত ৰাইত-ক্লিক কৰক
06:01 কনটেকস্ত মেনুৰ পৰা, Open Attribute Table অপচনক বাচক
06:06 Point-1: Features দাইল’গ-বক্সৰ ভিতৰত, id ক’লমত, দুটা পইন্ত বনিছে
06:13 attribute table দাইল’গ-বক্সক বন্ধ কৰক
06:17 এই পইন্ত বৈশিষ্ট্যসমূহৰ ষ্টাইল আৰু কালাৰক সলাব পাৰি স্পষ্ট দৰ্শনৰ বাবে
06:23 Point-1 লেয়াৰত ৰাইত-ক্লিক কৰক
06:26 context menu ৰ পৰা Properties অপচনক বাচক
06:31 Layer Properties দাইল’গ-বক্স আহিছে
06:35 Color দ্ৰপ-দাউনত ক্লিক কৰক
06:38 কালাৰ এটা বাচক কালাৰ ত্ৰিভুজটোক ঘূৰাই
06:42 Size টেকস্ত বক্সৰ শেষত থকা ওপৰমুখী এৰ’ ত্ৰিভুজত ক্লিক কৰি চাইজটো বৰ্দ্ধিত কৰক
06:50 দাইল’গ-বক্সৰ তলত OK বুটামত ক্লিক কৰক
06:54 Point বৈশিষ্ট্যসমূহৰ বাবে কালাৰ আৰু চাইজৰ পৰিবৰ্তনক মন কৰক
07:00 এতিয়া আহক Polygon বৈশিষ্ট্য থকা চেপ ফাইল এটা বনাওঁ
07:05 মেনু বাৰত Layer মেনুত ক্লিক কৰক । Create Layer অপচনক বাচক
07:12 চাব-মেনুৰ পৰা, বাচক New Shapefile Layer
07:17 New Shape File Layer উইন্দ’ আহিছে
07:21 Type বাচক Polygon হিচাবে
07:25 New field Name টেকস্ত বক্সত, লিখক area
07:31 Type টো Text data হৈ থাকক
07:35 Add to fields list বুটামত ক্লিক কৰক
07:40 Fields List টেবলত, আপুনি দেখিব area ৰৌ যোগ হ’ল । OK বুটামত ক্লিক কৰক
07:50 Save layer as.. দাইল’গ-বক্স আহিছে
07:54 File নেমটো লিখক Area-1 হিচাবে
07:58 এটা সহজ ল’কেচন বাচক
08:01 মই বাচিম DesktopSave বুটামত ক্লিক কৰক
08:07 মন কৰিব Layers panel লৈ Area-1 layer যোগ কৰা হ’ল
08:13 আমি Corporation Area আৰু Greater Bangalore এৰিয়াৰ বাউন্দেৰিক মাৰ্ক কৰিম
08:20 Corporation area আৰু Greater Bangalore এৰিয়াক বিচাৰিবলৈ মেপত থকা Legend লৈ ৰেফাৰ কৰক
08:28 টোল বাৰত থকা Toggle Editing টোলত ক্লিক কৰি toggle editing আৰম্ভ কৰক
08:35 টোল বাৰত Add Feature টোলত ক্লিক কৰক
08:39 কাৰ্চাৰ দাল মেপখনলৈ নিয়ক
08:42 এৰিয়াটো মাৰ্ক কৰিবলৈ, Corporation area ৰ বাউন্দেৰিত যিকোনো ঠাইত ক্লিক কৰক
08:48 বাউন্দেৰিত ক্লিক কৰি থাকক
08:51 ওৱাৰ্নিং মেচেজ হয়তু আহিব পাৰে কেনভাচৰ ওপৰত যদিহে লাইন চেগমেন্তচ ইন্তাৰচেক্ত হয় । এই মেচেজসমূহক অৱজ্ঞা কৰিব
09:02 যদি আপুনি ভুল এটা কৰে আৰু মাৰ্ক কৰা প্ৰচেচটো ৰিষ্টাৰ্ত কৰিব বিচাৰে, কীব’ৰ্ডত Esc Key টিপক
09:10 আপুনি প্ৰচেচটো পুনৰ আৰম্ভ কৰিব পাৰে
09:13 বাউন্দেৰিত ক্লিক কৰি থাকক আপুনি সম্পূৰ্ণ বাউন্দেৰিটোক সামৰি নোলোৱালৈকে
09:24 এবাৰ আপুনি সম্পূৰ্ণ বাউন্দেৰিটোক মাৰ্ক কৰিলে, প’লিগনটো সমাপ্ত কৰিবলৈ ৰাইত-ক্লিক কৰক
09:30 Area-1- Feature Attributes ইনপুত বক্স আহিছে
09:36 id টেকস্ত বক্সত লিখক 1
09:40 area টেকস্ত বক্সত লিখক Corporation Area
09:45 OK বুটামত ক্লিক কৰক
09:48 মেপত মন কৰক, নতুন polygon বৈশিষ্ট্য বনোৱা হৈছে
09:54 এতিয়া আমি মেপত Greater Bangalore অঞ্চলক দিজিতাইজ কৰিম
09:59 Greater Bangalore অঞ্চলৰ বাউন্দেৰিত ক্লিক কৰক দিজিতাইজ কৰিবলৈ ইয়াত দেখুৱা দৰে
10:12 আপুনি দিজিতাইজ কৰা সম্পূৰ্ণ হ’লে, প’লিগনটো সমাপ্ত কৰিবলৈ ৰাইত-ক্লিক কৰক
10:18 Area-1 Feature Attributes টেকস্ত বক্সৰ ভিতৰত, id টেকস্ত বক্সত 2 আৰু area টেকস্ত বক্সত Greater Bangalore লিখক
10:30 OK বুটামত ক্লিক কৰক
10:33 পুনৰ টোল বাৰত থকা Toggle Editing টোলত ক্লিক কৰক এদিতিং বন্ধ কৰিবলৈ
10:39 Stop editing দাইল’গ-বক্সত থকা Save বুটামত ক্লিক কৰক
10:44 Area-1 লেয়াৰত ৰাইত ক্লিক কৰক attribute table খুলিবলৈ
10:49 context menu ৰ পৰা Open Attribute Table বাচক
10:54 আমি দেখিছো যে দুটা বৈশিষ্ট্য বনোৱা হৈছে ক’লমচ id আৰু area টাইপৰ সৈতে । attribute table বন্ধ কৰক
11:04 আমি দেখিছো যে দুটা প’লিগন বৈশিষ্ট্য বনোৱা হৈছে
11:09 প’লিগন বৈশিষ্ট্যৰ কালাৰ আৰু ষ্টাইল সলাবলৈ, Area-1 লেয়াৰত ৰাইত ক্লিক কৰক । Properties অপচনক বাচক
11:19 Layer Properties দাইল’গ-বক্সত, বাওঁফালৰ পানেলৰ পৰা Style অপচনক বাচক
11:26 drop down menu ৰ ওপৰৰ বাওঁফালৰ চুকত, categorized বাচক
11:32 ক’লম দ্ৰপ-দাউনত id বাচক । Classify বুটামত ক্লিক কৰক
11:39 লেয়াৰ ট্ৰেনস্পাৰেঞ্চি শ্লাইডাক 50 % লৈ নিয়ক
11:44 দাইল’গ-বক্সৰ তলত OK বুটামত ক্লিক কৰক
11:49 এতিয়া মেপত, আমি দেখিছো যে দুটা Polygon বৈশিষ্ট্য পৃথক কালাৰত আছে
11:55 বৈশিষ্ট্যসমূহক লেবেলিং কৰাৰ বিষয়ে সবিশেষক, এই চিৰিজৰ আহিবলগীয়া টিউট’ৰিয়েলচত আলোচনা কৰা হ’ব
12:03 আহক মূলভাব চাওঁ
12:05 এই টিউট’ৰিয়েলটোত, আমি শিকিলো, Point আৰু Polygon চেপ ফাইলচক বনাবলৈ আৰু দিজিতাইজ কৰিবলৈ
12:13 Point আৰু Polygon বৈশিষ্ট্যসমূহৰ বাবে ষ্টাইল আৰু কালাৰক সলাবলৈ
12:18 এটা অনুশিলনী হিচাবে, Banglaore thematic map (Bangalore.jpg) ত,

Digitize Industrial Estates, Digitize কৰক মেপত থকা ৰাস্তাসমূহক, Polyline বৈশিষ্ট্য এটা বনাই

12:32 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
12:37 তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
12:45 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
12:57 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
13:01 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ
13:13 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9