QGIS/C2/Digitizing-Map-Data/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | QGIS ত Digitizing Map Data ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - Point আৰু Polygon চেপ ফাইলচক বনাবলৈ আৰু দিজিতাইজ কৰিবলৈ |
00:15 | Point আৰু Polygon বৈশিষ্ট্যসমূহৰ বাবে ষ্টাইল আৰু কালাৰক সলাবলৈ |
00:20 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18 |
00:32 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি মূল GIS আৰু QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:41 | Digitizing হৈছে প্ৰচেচ যাৰদ্বাৰা, এখন মেপ, ইমেজ বা দেতাৰ আন উৎসৰ পৰা ক’ৰদিনেতচক এটা দিজিতেল ফৰ্মেতলৈ পৰিবৰ্তন কৰা হয় |
00:52 | পৰিবৰ্তিত দেতাক GIS ত এটা পইন্ট, লাইন বা এটা প’লিগন বৈশিষ্ট্য হিচাবে জমা ৰাখিব পাৰি |
01:00 | এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ, আপুনি Code files লিংকত দিয়া Bangalore চহৰৰ মেপখন দাউনল’দ কৰিব লাগিব |
01:09 | এইখন হৈছে Bangalore চহৰৰ উন্নতিক দৰ্শোৱা এখন মেপ |
01:15 | Code files দাউনল’দ কৰাৰ ষ্টেপসমূহ |
01:18 | প্লেয়াৰৰ তলত অৱস্থিত, Code files লিংকত ক্লিক কৰক আৰু ইয়াক ফ’ল্দাৰত ছেভ কৰক |
01:25 | দাউনল’দ কৰা জিপ ফাইলক এক্সত্ৰেক্ত কৰক |
01:28 | এক্সত্ৰেক্ত কৰা ফ’ল্দাৰত Bangalore.jpg ফাইলক বিচাৰক |
01:34 | মই ইতিমধ্যে code file দাউনল’দ কৰিলো, এক্সত্ৰেক্ত কৰিলো আৰু ইয়াক Desktop ত এটা ফ’ল্দাৰত ছেভ কৰিলো |
01:41 | ফ’ল্দাৰত দুবাৰ ক্লিক কৰক খুলিবলৈ |
01:45 | Bangalore.jpg ফাইলত ৰাইত-ক্লিক কৰক |
01:49 | কনটেকস্ত মেনুৰ পৰা, বাচক, Open with QGIS Desktop |
01:56 | QGIS ইন্তাৰফেচ আহিছে |
01:59 | QGIS Tips দাইল’গ-বক্স আহিছে । OK বুটামত ক্লিক কৰক |
02:06 | Coordinate Reference System Selector দাইল’গ-বক্স আহিছে |
02:11 | হেদিং Coordinate reference systems of the world ৰ ভিতৰত, বাচক WGS 84 |
02:19 | মন কৰিব যে WGS 84 হৈছে অতি বেছিকৈ ব্যৱহৃত জিঅ’গ্ৰাফিক ক’ৰদিনেত চিষ্টেম |
02:27 | দাইল’গ-বক্সটোৰ তলত OK বুটামত ক্লিক কৰক |
02:32 | কেনভাচত Bangalore ৰ Thematic map দৰ্শিত হৈছে |
02:38 | এতিয়া আহক নতুন চেপৰ ফাইল লেয়াৰচ বনাওঁ |
02:42 | মেনু বাৰত Layer মেনুত ক্লিক কৰক আৰু Create Layer অপচনক বাচক |
02:50 | চাব-মেনুৰ পৰা, New Shapefile Layer অপচনক বাচক |
02:55 | New Shapefile Layer উইন্দ’ আহিছে |
02:59 | ইয়াত আপুনি অপচনচ দেখিব তিনি প্ৰকাৰৰ বৈশিষ্ট্যৰ বাবে, Point, Line আৰু Polygon |
03:10 | দিফল্টভাবে Point অপচন নিৰ্বাচিত হৈছে । ইয়াক তেনেদৰেই ৰাখক |
03:16 | CRS টো হ’ব WGS 84 |
03:21 | উইন্দ’খনৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক |
03:27 | Save Layer as.. দাইল’গ-বক্স আহিছে |
03:31 | আহক ফাইলটোৰ নাম দিওঁ Point-1 হিচাবে |
03:35 | সহজ ল’কেচন এটা বাচক ফাইলটো ছেভ কৰিবলৈ । মই বাচিম Desktop |
03:42 | দাইল’গ-বক্সটোৰ তলত সোফালে চুকত থকা Save বুটামত ক্লিক কৰক |
03:48 | ফাইলচ Desktop ত ছেভ হ’ব ইয়াত দেখুৱা দৰে |
03:53 | QGIS ইন্তাৰফেচলৈ ঘূৰি যাওঁক |
03:56 | মন কৰিব যে ফাইলটো স্বয়ংক্ৰিয়ভাবে Layers Panel ত ল’ড হ’ব |
04:02 | এই মেপত, আমি ল’কেচনখিনি মাৰ্ক কৰিম য’ত IT দিপাৰ্তমেন্তচ স্থাপিত হৈছে |
04;09 | মাউচৰ মাজৰ বুটামটো স্ক্ৰ’ল কৰক জোম-ইন কৰিবলৈ |
04:14 | IT সংস্থানসমূহৰ বাবে মেপখনৰ তলত সোফালে চুকত থকা legend লৈ ৰেফাৰ কৰক |
04:21 | IT সংস্থানসমূহ সূচীত হৈছে ফ্লেগ চিম্ব’ল হিচাবে |
04:26 | মেপখনত IT সংস্থানসমূহ্ক সূচীত কৰা পইন্টসমূহ বিচাৰক |
04:32 | IT সংস্থানসমূহ্ক সূচীত কৰা দুটা পইন্ট আছে |
04:37 | মেপখনত বৈশিষ্ট্যসমূহক এদিত বা ম’দিফাই কৰিবলৈ, আমি Toggle editing tool ক বাচিব লাগিব |
04:44 | Toggle Editing টোলক পোৱা যায় tool bar ৰ ওপৰৰ বাওঁফালৰ চুকত |
04:51 | Toggle Editing টোলত ক্লিক কৰক নিৰ্বাচিত কৰিবলৈ |
04:55 | টোল বাৰত Add Feature টোলত ক্লিক কৰক |
04:59 | কাৰ্চৰদাল এতিয়া দৰ্শিত হৈছে এদাল crosshair আইকন হিচাবে |
05:04 | মেপখনত IT সংস্থানৰ চিম্ব’লত ক্লিক কৰক |
05:08 | এটা ইনপুত-বক্স Point-1 Feature Attributes আহিছে |
05:14 | id টেকস্ত বক্সত 1 লিখক । OK বুটামত ক্লিক কৰক |
05:21 | একেদৰে দ্বিতীয় IT সংস্থানত ক্লিক কৰক আৰু বৈশিষ্ট্যটো ছেভ কৰক 2 হিচাবে । OK বুটামত ক্লিক কৰক |
05:31 | এতিয়া এদিতিং বন্ধ কৰিবলৈ, পুনৰ টোল বাৰত Toggle Editing টোলত ক্লিক কৰক |
05:38 | Stop editing দাইল’গ-বক্স আহিছে |
05:42 | Save বুটামত ক্লিক কৰক |
05:45 | মেপখনত মন কৰক, দুটা কালাৰৰ পইন্ট বৈশিষ্ট্য বনিছে |
05:51 | আমি বনোৱা বৈশিষ্ট্য দুটা চাব পাৰো, attribute table খন খুলি |
05:56 | Layers পানেলত থকা Point-1 লেয়াৰত ৰাইত-ক্লিক কৰক |
06:01 | কনটেকস্ত মেনুৰ পৰা, Open Attribute Table অপচনক বাচক |
06:06 | Point-1: Features দাইল’গ-বক্সৰ ভিতৰত, id ক’লমত, দুটা পইন্ত বনিছে |
06:13 | attribute table দাইল’গ-বক্সক বন্ধ কৰক |
06:17 | এই পইন্ত বৈশিষ্ট্যসমূহৰ ষ্টাইল আৰু কালাৰক সলাব পাৰি স্পষ্ট দৰ্শনৰ বাবে |
06:23 | Point-1 লেয়াৰত ৰাইত-ক্লিক কৰক |
06:26 | context menu ৰ পৰা Properties অপচনক বাচক |
06:31 | Layer Properties দাইল’গ-বক্স আহিছে |
06:35 | Color দ্ৰপ-দাউনত ক্লিক কৰক |
06:38 | কালাৰ এটা বাচক কালাৰ ত্ৰিভুজটোক ঘূৰাই |
06:42 | Size টেকস্ত বক্সৰ শেষত থকা ওপৰমুখী এৰ’ ত্ৰিভুজত ক্লিক কৰি চাইজটো বৰ্দ্ধিত কৰক |
06:50 | দাইল’গ-বক্সৰ তলত OK বুটামত ক্লিক কৰক |
06:54 | Point বৈশিষ্ট্যসমূহৰ বাবে কালাৰ আৰু চাইজৰ পৰিবৰ্তনক মন কৰক |
07:00 | এতিয়া আহক Polygon বৈশিষ্ট্য থকা চেপ ফাইল এটা বনাওঁ |
07:05 | মেনু বাৰত Layer মেনুত ক্লিক কৰক । Create Layer অপচনক বাচক |
07:12 | চাব-মেনুৰ পৰা, বাচক New Shapefile Layer |
07:17 | New Shape File Layer উইন্দ’ আহিছে |
07:21 | Type বাচক Polygon হিচাবে |
07:25 | New field Name টেকস্ত বক্সত, লিখক area |
07:31 | Type টো Text data হৈ থাকক |
07:35 | Add to fields list বুটামত ক্লিক কৰক |
07:40 | Fields List টেবলত, আপুনি দেখিব area ৰৌ যোগ হ’ল । OK বুটামত ক্লিক কৰক |
07:50 | Save layer as.. দাইল’গ-বক্স আহিছে |
07:54 | File নেমটো লিখক Area-1 হিচাবে |
07:58 | এটা সহজ ল’কেচন বাচক |
08:01 | মই বাচিম Desktop । Save বুটামত ক্লিক কৰক |
08:07 | মন কৰিব Layers panel লৈ Area-1 layer যোগ কৰা হ’ল |
08:13 | আমি Corporation Area আৰু Greater Bangalore এৰিয়াৰ বাউন্দেৰিক মাৰ্ক কৰিম |
08:20 | Corporation area আৰু Greater Bangalore এৰিয়াক বিচাৰিবলৈ মেপত থকা Legend লৈ ৰেফাৰ কৰক |
08:28 | টোল বাৰত থকা Toggle Editing টোলত ক্লিক কৰি toggle editing আৰম্ভ কৰক |
08:35 | টোল বাৰত Add Feature টোলত ক্লিক কৰক |
08:39 | কাৰ্চাৰ দাল মেপখনলৈ নিয়ক |
08:42 | এৰিয়াটো মাৰ্ক কৰিবলৈ, Corporation area ৰ বাউন্দেৰিত যিকোনো ঠাইত ক্লিক কৰক |
08:48 | বাউন্দেৰিত ক্লিক কৰি থাকক |
08:51 | ওৱাৰ্নিং মেচেজ হয়তু আহিব পাৰে কেনভাচৰ ওপৰত যদিহে লাইন চেগমেন্তচ ইন্তাৰচেক্ত হয় । এই মেচেজসমূহক অৱজ্ঞা কৰিব |
09:02 | যদি আপুনি ভুল এটা কৰে আৰু মাৰ্ক কৰা প্ৰচেচটো ৰিষ্টাৰ্ত কৰিব বিচাৰে, কীব’ৰ্ডত Esc Key টিপক |
09:10 | আপুনি প্ৰচেচটো পুনৰ আৰম্ভ কৰিব পাৰে |
09:13 | বাউন্দেৰিত ক্লিক কৰি থাকক আপুনি সম্পূৰ্ণ বাউন্দেৰিটোক সামৰি নোলোৱালৈকে |
09:24 | এবাৰ আপুনি সম্পূৰ্ণ বাউন্দেৰিটোক মাৰ্ক কৰিলে, প’লিগনটো সমাপ্ত কৰিবলৈ ৰাইত-ক্লিক কৰক |
09:30 | Area-1- Feature Attributes ইনপুত বক্স আহিছে |
09:36 | id টেকস্ত বক্সত লিখক 1 |
09:40 | area টেকস্ত বক্সত লিখক Corporation Area |
09:45 | OK বুটামত ক্লিক কৰক |
09:48 | মেপত মন কৰক, নতুন polygon বৈশিষ্ট্য বনোৱা হৈছে |
09:54 | এতিয়া আমি মেপত Greater Bangalore অঞ্চলক দিজিতাইজ কৰিম |
09:59 | Greater Bangalore অঞ্চলৰ বাউন্দেৰিত ক্লিক কৰক দিজিতাইজ কৰিবলৈ ইয়াত দেখুৱা দৰে |
10:12 | আপুনি দিজিতাইজ কৰা সম্পূৰ্ণ হ’লে, প’লিগনটো সমাপ্ত কৰিবলৈ ৰাইত-ক্লিক কৰক |
10:18 | Area-1 Feature Attributes টেকস্ত বক্সৰ ভিতৰত, id টেকস্ত বক্সত 2 আৰু area টেকস্ত বক্সত Greater Bangalore লিখক |
10:30 | OK বুটামত ক্লিক কৰক |
10:33 | পুনৰ টোল বাৰত থকা Toggle Editing টোলত ক্লিক কৰক এদিতিং বন্ধ কৰিবলৈ |
10:39 | Stop editing দাইল’গ-বক্সত থকা Save বুটামত ক্লিক কৰক |
10:44 | Area-1 লেয়াৰত ৰাইত ক্লিক কৰক attribute table খুলিবলৈ |
10:49 | context menu ৰ পৰা Open Attribute Table বাচক |
10:54 | আমি দেখিছো যে দুটা বৈশিষ্ট্য বনোৱা হৈছে ক’লমচ id আৰু area টাইপৰ সৈতে । attribute table বন্ধ কৰক |
11:04 | আমি দেখিছো যে দুটা প’লিগন বৈশিষ্ট্য বনোৱা হৈছে |
11:09 | প’লিগন বৈশিষ্ট্যৰ কালাৰ আৰু ষ্টাইল সলাবলৈ, Area-1 লেয়াৰত ৰাইত ক্লিক কৰক । Properties অপচনক বাচক |
11:19 | Layer Properties দাইল’গ-বক্সত, বাওঁফালৰ পানেলৰ পৰা Style অপচনক বাচক |
11:26 | drop down menu ৰ ওপৰৰ বাওঁফালৰ চুকত, categorized বাচক |
11:32 | ক’লম দ্ৰপ-দাউনত id বাচক । Classify বুটামত ক্লিক কৰক |
11:39 | লেয়াৰ ট্ৰেনস্পাৰেঞ্চি শ্লাইডাক 50 % লৈ নিয়ক |
11:44 | দাইল’গ-বক্সৰ তলত OK বুটামত ক্লিক কৰক |
11:49 | এতিয়া মেপত, আমি দেখিছো যে দুটা Polygon বৈশিষ্ট্য পৃথক কালাৰত আছে |
11:55 | বৈশিষ্ট্যসমূহক লেবেলিং কৰাৰ বিষয়ে সবিশেষক, এই চিৰিজৰ আহিবলগীয়া টিউট’ৰিয়েলচত আলোচনা কৰা হ’ব |
12:03 | আহক মূলভাব চাওঁ |
12:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো, Point আৰু Polygon চেপ ফাইলচক বনাবলৈ আৰু দিজিতাইজ কৰিবলৈ |
12:13 | Point আৰু Polygon বৈশিষ্ট্যসমূহৰ বাবে ষ্টাইল আৰু কালাৰক সলাবলৈ |
12:18 | এটা অনুশিলনী হিচাবে, Banglaore thematic map (Bangalore.jpg) ত,
Digitize Industrial Estates, Digitize কৰক মেপত থকা ৰাস্তাসমূহক, Polyline বৈশিষ্ট্য এটা বনাই |
12:32 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
12:37 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
12:45 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
12:57 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
13:01 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকটোত উপলদ্ধ |
13:13 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |