QGIS/C2/Creating-Dataset-Using-Google-Earth-Pro/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Creating Dataset using Google Earth Proৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম |
| 00:10 | Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
| 00:13 | Google Earth Pro ব্যৱ্হাৰ কৰি দেতাচেত এটা বনাবলৈ আৰু নেভিগেত কৰিবলৈ |
| 00:19 | Google Earth Pro ব্যৱ্হাৰ কৰি Kml ফৰ্মেতত point আৰু polygon ফাইলচ বনাবলৈ |
| 00:26 | QGIS ত Kml ফাইলচ খুলিবলৈ |
| 00:30 | এই টিউট’ৰিয়েল ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04 |
| 00:38 | QGIS ভাৰ্চন 2.18 |
| 00:42 | Google-Earth Pro ভাৰ্চন 7.3 |
| 00:46 | Mozilla Firefox ব্ৰাউজাৰ ভাৰ্চন 54.0 আৰু |
| 00:50 | এটা কামকৰা Internet কানেকচন |
| 00:55 | এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব |
| 01:01 | সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইত চাব |
| 01:07 | Google Earth হৈছে এটা কম্পিউটাৰ প্ৰোগ্ৰাম যিয়ে পৃথিবীৰ এটা 3D দৰ্শনী দেখাই |
| 01:15 | প্ৰোগ্ৰামটোৱে পৃথিবীক মেপ কৰে চুপাৰইম্প’জিং, উপগ্ৰহৰ ইমেজেচ, এৰিয়েল ফ’ট’গ্ৰাফি আৰু GIS data ৰ দ্বাৰা |
| 01:25 | প্ৰোগ্ৰামটোৱে ইউজাৰক চহৰ আৰু লেন্দস্কেপক বিভিন্ন এংগলৰ পৰা চাবলৈ অনুমতি দিয়ে |
| 01:32 | আহক Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰো |
| 01:37 | আপুনি এই ষ্টেপক এৰিব পাৰে যদিহে প্ৰোগ্ৰামটো আপোনাৰ চিষ্টেমত ইনষ্ট’ল হৈ আছে |
| 01:42 | Google Search পেজ খুলক |
| 01:46 | search bar ত লিখক “ Download Google Earth Pro” আৰু Enter টিপক |
| 01:53 | ফলাফলৰ সৈতে পেজ এটা আহিছে |
| 01:56 | প্ৰথম ফলাফলটোত ক্লিক কৰক, Earth Versions-Google Earth |
| 02:02 | পেজটো আহিছে Google Earth দাউনল’দ কৰিবলৈ তিনিটা অপচনৰ সৈতে |
| 02:08 | স্ক্ৰিণৰ তলত সোফালে থকা Download Earth Pro on desktop বুটামত ক্লিক কৰক |
| 02:15 | Download Google Earth Pro (Linux), প্ৰাইভেচি প’লিচি আৰু টাৰ্মচ পেজ আহিছে |
| 02:22 | ইয়াত দিয়া সকলোখিনি তথ্যক পঢ়ক |
| 02:26 | আপুনি দাউনল’দ কৰিবলৈ লোৱা Google Earth Pro ৰ ভাৰ্চনক ইয়াত দেখুৱা হৈছে |
| 02:32 | আপোনাৰ দাউনল’দ পেকেজক বাচক সঠিক ৰেডিঅ’ বুটামত ক্লিক কৰি |
| 02:38 | মই বাচিম 64 bit dot deb |
| 02:42 | Accept & Download বুটামত ক্লিক কৰক |
| 02:47 | দাইল’গ-বক্স এটা আহিছে, Save file অপচনক বাচক আৰু OK বুটামত ক্লিক কৰক |
| 02:54 | ফাইলটো Downloads ফ’ল্দাৰলৈ দাউনল’দ হ’ব |
| 02:58 | ইনষ্ট’লেচনৰ বাবে, terminal টো খোলক |
| 03:02 | দাইৰেক্তৰীটো সলাওঁক Downloads লৈ |
| 03:06 | স্ক্ৰিণত দেখুৱা কমান্দটো লিখক । Enter টিপক |
| 03:12 | আপোনাৰ system password লিখিব যেতিয়া সুধে |
| 03:18 | কিছু চেকেন্দৰ পাছত প্ৰোগ্ৰামটোৰ ইনষ্ট’লেচন সম্পূৰ্ণ হ’ল |
| 03:23 | terminal টো বন্ধ কৰক |
| 03:26 | Dashboard খোলক আৰু search box ত লিখক Google Earth Pro |
| 03:32 | Click on the Google Earth Pro আইকনত ক্লিক কৰক । ই Google Earth Pro ইন্তাৰফেচক খুলিব |
| 03:40 | Google Earth Pro ক Windows আৰু Mac ত ইনষ্ট’ল কৰাৰ ষ্টেপসমূহ Additional material ত দিয়া হৈছে |
| 03:48 | Start-up Tips পেজটো পঢ়ক |
| 03:52 | উইন্দ’খন বন্ধ কৰিবলৈ Close বুটামত ক্লিক কৰক |
| 03:56 | এতিয়া আমি Google Earth ব্যৱ্হাৰ কৰি data set এটা বনাম |
| 04:00 | বাওঁফালৰ পানেলত, Places টেবৰ ভিতৰত, Temporary Places ফ’ল্দাৰত ৰাইত-ক্লিক কৰক |
| 04:07 | চাব-মেনুৰ পৰা বাচক Add আৰু পাছত বাচক Folder |
| 04:12 | Google Earth - New Folder দাইল’গ-বক্স আহিছে |
| 04:17 | Name ফিল্দত লিখক Places in Maharashtra |
| 04:22 | চেক বক্স দুটাক চেক কৰক: |
| 04:24 | Allow this folder to be expanded আৰু Show contents as options |
| 04:31 | তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক |
| 04:35 | Places in Maharashtra ফ’ল্দাৰ Places পানেলত যোগ হৈছে |
| 04:40 | এতিয়া আমি এই ফ’ল্দাৰত এটা point data set বনাম |
| 04:45 | আমি Google Earth ব্যৱ্হাৰ কৰিম ল’কেচনটোলৈ নেভিগেত কৰিবলৈ |
| 04:50 | বাওঁফালৰ পানেলত থকা search box ত, লিখক Mumbai । Search বুটামত ক্লিক কৰক |
| 05:00 | Google Earth এ মেপখন জোম কৰিব Mumbai এৰিয়া দেখাবলৈ |
| 05:05 | Mumbai ৰ ল’কেচন দেখুৱা হৈছে |
| 05:10 | টোলবাৰত হালধীয়া ৰঙৰ পিন হিচাবে দেখুৱা Add placemark tool ত ক্লিক কৰক |
| 05:17 | Google-Earth New Placemark দাইল’গ-বক্স আহিছে |
| 05:22 | Name ফিল্দত লিখক Mumbai |
| 05:26 | Name ফিল্দৰ কাষত থকা Pin আইকনত ক্লিক কৰক |
| 05:31 | আইকন বক্স আহিছে বাচিবলৈ অপচনৰ সৈতে । মই বাচিম ৰঙা পিনৰ আইকন |
| 05:39 | আইকন দাইল’গ-বক্সৰ তলত সোফালে চুকত থকা OK বুটামত ক্লিক কৰক |
| 05:46 | New placemark দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক |
| 05:51 | মন কৰিব যে মেপখনত এটা নতুন placemark যোগ হ’ল |
| 05:56 | Mumbai ল’কেচনটো যোগ কৰা হ’ল Places পানেলত |
| 06:01 | search panel ত থকা চাৰ্চৰ ফলাফলক ক্লিয়াৰ কৰক । search box ত লিখক Pune |
| 06:09 | চাৰ্চৰ অপচনৰ পৰা বাচক Pune Maharashtra । Search বুটামত ক্লিক কৰক |
| 06:17 | Google Earth এ মেপখন জোম কৰিব Pune চহৰ দেখাবলৈ |
| 06:22 | মেপত Pune ৰ ল’কেচন দেখুৱা হৈছে । আমি Pune ৰ বাবে এটা Placemark যোগ কৰিম |
| 06:31 | টোলবাৰত Add placemark ত ক্লিক কৰক |
| 06:35 | আমি আগতে placemark Mumbai ৰ বাবে কৰা একেখিনি ষ্টেপক অনুসৰণ কৰক |
| 06:43 | সকলোখিনি ষ্টেপক সম্পূৰ্ণ কৰাৰ পাছত, মন কৰিব যে Pune ৰ বাবে এটা placemark যোগ হ’ল |
| 06:50 | একেটা পদ্ধতিক অনুসৰণ কৰক আৰু কিছু অধিক চহৰক মাৰ্ক কৰক: Satara, Nashik, Amravati, Chandrapur, Jalna, Latur, আৰু Dhule |
| 07:05 | আমি Maharashtra ত কিছু ল’কেচনচৰ বাবে এখন ল’কেচন মেপ বনালো |
| 07:11 | এতিয়া আমি এই ল’কেচনসমূহৰ বাবে এখন boundary layer বনাম |
| 07:16 | Places in Maharashtra ফ’ল্দাৰ আইকনত ৰাইত-ক্লিক কৰক |
| 07:20 | Add অপচনত ক্লিক কৰক । চাব-মেনুৰ পৰা বাচক Folder |
| 07:28 | Google Earth New Folder দাইল’গ-বক্স আহিছে |
| 07:33 | Name ফিল্দত লিখক Boundary |
| 07:37 | স্ক্ৰিণৰ তলত সোফালে চুকত Ok বুটামত ক্লিক কৰক |
| 07:43 | Boundary ফ’ল্দাৰ যোগ কৰা হ’ল Places পানেলত |
| 07:48 | সোফালে থকা শ্লাইডাৰ দাল দ্ৰাগ কৰক জোম আউত কৰিবলৈ |
| 07:54 | শ্লাইডাৰ দাল দ্ৰাগ কৰি থাকক আমি Maharashtra বাউন্দেৰি নেদেখালৈকে |
| 07:59 | টোলবাৰৰ পৰা Add polygon অপচনত ক্লিক কৰক |
| 08:04 | Name ফিল্দত লিখক Boundary |
| 08:08 | Maharashtra ৰ বাউন্দেৰিত ক্লিক কৰিবলৈ আৰম্ভ কৰক আৰু ৰাফকৈ Maharashtra ৰ বাউন্দেৰি আকক |
| 08:31 | এবাৰ সম্পূৰ্ণ হ’লে বক্সত থকা OK বুটামত ক্লিক কৰক |
| 08:36 | Boundary polygon layer যোগ কৰা হ’ল Places পানেলত |
| 08:41 | Places in Maharashtra ফ’ল্দাৰত ৰাইত-ক্লিক কৰক |
| 08:46 | চাব-মেনুৰ পৰা Save Place as... ত ক্লিক কৰক |
| 08:51 | Save file দাইল’গ-বক্স আহিছে |
| 08:55 | আহক ফাইলটোৰ নাম দিওঁ Places in Maharashtra হিচাবে |
| 09:00 | ফাইলটো ছেভ কৰিবলৈ সহজ ল’কেচন এটা বাচক । মই বাচিম Desktop |
| 09:07 | আপুনি এই ফাইলটোক দুটা বেলেগ ফাইল ফৰ্মেতত ছেভ কৰিব পাৰে |
| 09:12 | “Files of type” দ্ৰপ-দাউনত আপুনি দেখিব Kml আৰু Kmz অপচনক |
| 09:20 | Kmz হৈছে Kml ফাইলৰ কমপ্ৰেচ কৰা ভাৰ্চন |
| 09:25 | Kmz ফাইল ফৰ্মেত প্ৰায়েই ব্যৱ্হৃত হয় ডাঙৰ ফাইল এটা ছেভ কৰিবলৈ |
| 09:31 | আপুনি ইয়াত উল্লেখ কৰা যিকোনো এটা অপচন বাচিব পাৰে |
| 09:36 | মই Kml ফৰ্মেত ব্যৱ্হাৰ কৰিম ফাইলটো ছেভ কৰিবলৈ |
| 09:40 | Files of type ফিল্দত Kml format ত ক্লিক কৰক |
| 09:45 | দাইল’গ-বক্সটোৰ তলত সোফালে চুকত Save বুটামত ক্লিক কৰক |
| 09:51 | একেদৰে Boundary file টোওঁ Kml ফৰ্মেতত ছেভ কৰক |
| 09:56 | Places in Maharashtra.kml আৰু Boundary.kml ফাইল দুটাক Desktop ত ছেভ কৰা হ’ল |
| 10:06 | পাছত আমি Google Earth Pro ত বনোৱা এই ফাইল দুটাক QGIS ত খুলিম |
| 10:13 | QGIS ইন্তাৰফেচক খোলক |
| 10:17 | বাওঁফালৰ মেনুৰ পৰা Add Vector Layer টোলত ক্লিক কৰক |
| 10:22 | Add Vector Layer দাইল’গ-বক্স আহিছে |
| 10:26 | Source ফিল্দৰ ভিতৰত, Browse বুটামত ক্লিক কৰক |
| 10:31 | Desktop ফ’ল্দাৰটোলৈ নেভিগেত কৰক |
| 10:35 | Places in Maharashtra.kml আৰু Boundary.kml দুয়োটা ফাইলক বাচক |
| 10:42 | Open বুটামত ক্লিক কৰক |
| 10:45 | Add vector layer দাইল’গ-বক্সত থকা Open বুটামত ক্লিক কৰক |
| 10:50 | Select vector Layers to add দাইল’গ-বক্সত Select All বুটামত ক্লিক কৰক । OK বুটামত ক্লিক কৰক |
| 11:01 | দুয়োটা ইম্প’ৰ্ত কৰা ফাইলক এতিয়া QGIS কেনভাচত লেয়াৰ্চ হিচাবে যোগ কৰা হ’ল |
| 11:08 | এই লেয়াৰ্চক QGIS ত থকা টোলচ ব্যৱহাৰ কৰি পাছত এনালাইচিচৰ বাবে ব্যৱহৃত কৰিব পাৰি |
| 11:15 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো - Google Earth Pro দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ |
| 11:23 | Google Earth Pro ব্যৱ্হাৰ কৰি দেতাচেত এটা বনাবলৈ আৰু নেভিগেত কৰিবলৈ |
| 11:29 | Google Earth Pro ব্যৱ্হাৰ কৰি Kml ফৰ্মেতত point আৰু polygon ফাইলচ বনাবলৈ |
| 11:36 | QGIS ত Kml ফাইলচ খুলিবলৈ |
| 11:40 | এটা অনুশিলনী হিচাবে - ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ৰাজধানীৰ data set এটা বনাওঁক |
| 11:46 | point আৰু boundary files ক Kml ফৰ্মেতত ছেভ কৰক ।
সংকেত: সকলো ৰাজ্যৰ ৰাজধানীসমূহক বিচাৰক আৰু ভাৰতবৰ্ষৰ boundary আকক |
| 11:57 | আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব |
| 12:03 | তলৰ লিংকৰ ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব |
| 12:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাছ কৰাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব |
| 12:21 | আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব |
| 12:24 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে |
| 12:31 | মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |