PHP-and-MySQL/C4/User-Registration-Part-1/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 কেনেকৈ উপভোক্তা পঞ্জীয়ণ কৰা ফৰ্ম এখন বনোৱা হয় আৰু কেনেকৈ উপভোক্তা এজনক mysql দাতাবেচত পঞ্জীকৃত কৰা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটো আৰম্ভ কৰাৰ আগতে এটা পৰামৰ্শ হৈছে আপুনি প্ৰথমে ইউজাৰ ল’গিন ("User login") টিউট’ৰিয়েলচ চাওঁক । মই ইয়ালৈ এটা সংযোগ দিছো
00:19 মই পৰামৰ্শ দিম যে এই টিউট’ৰিয়েলচৰ দ্বাৰা যোৱাৰ আগতে আপুনি তাক কৰক । মই ইউজাৰ ৰেজিষ্ট্ৰেচন ("User registration")ৰ আগতে ইউজাৰ ল’গিন ("User login") বনোৱাৰ কাৰণটো হৈছে মই ৰেজিষ্ট্ৰেচন ("Registration") প্ৰক্ৰিয়াটো কৰাৰ আগতে ইউজাৰ ল’গিন ("User login") প্ৰক্ৰিয়াটো কৰাতো কিছু সহজ পাওঁ
00:34 আপুনি ল’গিন ("login") প্ৰক্ৰিয়াটো শুদ্ধকৈ পালে আৰু দাতাবেচত ফিল্দচ পালে আমাৰ পঞ্জীয়ণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰে
00:43 মই ইয়াক এইদৰে কিছু সহজ পাওঁ, যিহেতু আপুনি জানে যে দাতাবেচত আপুনি কি পঞ্জীকৃত কৰিছে
00:49 আৰম্ভ কৰিবলৈ, প্ৰথম অংশটোত আমি আমাৰ ফৰ্ম বনাম আৰু মোৰ ল’গিন তথ্যৰ অৱস্থিতিৰ বাবে পৰীক্ষা কৰিম
00:56 মোৰ উপলদ্ধ টিউট’ৰিয়েলচৰ পৰা, মই মোৰ ল’গিন চেচন ("login session") ফ’ল্দাৰটো ব্যৱ্হাৰ কৰিছো
01:03 ইয়াত এইয়া মোৰ ল’গিন চেচন আৰু মোৰ সকলো ফিল্দচ কিন্তু ইয়াত মই এটা নতুন ফাইল বনাম
01:12 প্ৰথমে কিছু টেগচ যোগ কৰো
01:15 মই ইয়াক মোৰ ল’গিন চেচন ফ’ল্দাৰৰ ভিতৰত "ইন্দেক্স (index) দত (dot) php"ৰ সৈতে বনাম যি হৈছে আপুনি দেখা প্ৰধান পৃষ্ঠাটো
01:22 ল’গ ইন, ল’গ আউত আৰু মেম্বাৰ পৃষ্ঠাটো যদি উপভোক্তা ল’গদ ইন হৈ আছে আৰু মই ইয়াক "ৰেজিষ্টাৰ (register) দত (dot) php" হিচাবে ছেভ কৰিম
01:32 মই এখন উপভোক্তা পঞ্জীয়ণ ফৰ্ম বনাইছো যাতে উপভোক্তাই ল’গিন কৰিবলৈ সিদ্ধান্ত কৰাৰ আগতে পঞ্জীয়ণ কৰিব পাৰে
01:40 মই মোৰ "ৰেজিষ্টাৰ (register) দত (dot) php" বনালো আৰু লগতে মই মোৰ ইন্দেক্স ফাইলটো খুলিম । মই ফৰ্মখনৰ তলত সংযোগ এটা বনাম
01:48 আৰু ই সেই পঞ্জীয়ণ পৃষ্ঠাটোলৈ মাত্ৰ সংযোগ এটা হ’ব আৰু মই ইয়াত ৰেজিষ্টাৰ ("Register") লিখিম
02:02 গতিকে আমি ইয়াত ৰেজিষ্টাৰ ("Register") নামৰ সংযোগ এটা পাওঁ যি আমাৰ পৃষ্ঠাটোলৈ যায় য’ত এই মূহুৰ্ত্তত আমাৰ একো নাই
02:09 শেষৰ টিউট’ৰিয়েলটোৰ পৰা অনুসৰণ কৰি য’ত আমি ল’গিন কৰিব পাৰো, মই পৃষ্ঠা এটালৈ সংযোগ এটা দিম যাতে আপুনি ইয়াক কৰাৰ আগতে পঞ্জীয়ণ কৰিব পাৰে
02:20 আমি আমাৰ দাতাবেচটোত দাতা লিখাৰ আগতে । যদি মই এখন নতুন উইন্দ’ খুলো, মই "php মাই (my) এদমিন (admin)"লৈ যাম
02:29 আৰু এইটো হৈছে "php ল’গিন (login)" নামৰ দাতাবেচটো যি ব্যৱ্হৃত হ’ব আৰু এইখন হৈছে মোৰ ইউজাৰচ ("users") টেবল
02:38 আপুনি দেখিছে মই নেম ("name") নামৰ এটা অতিৰিক্ত ফিল্দ যোগ কৰিলো আৰু মই দেত ("date") নামৰ আনএটা ফিল্দ যোগ কৰিম
02:47 টেবলখনৰ শেষত তাক দেত ("date") বুলি কোৱা হ’ব আৰু ই দেত ফৰ্মেতত হ’ব । গতিকে ই ক’ত? .... ই ইয়াত আছে
03:04 আপুনি দেতটো কি হ’ব সেই বিষয়ে বিভ্ৰান্ত হোৱাৰ আগতে, ই বৰ্ত্তমান দেত হ’ব যেতিয়া উপভোক্তা পঞ্জীকৃত হৈছে আৰু আমি তালৈ যাম আৰু তাক ছেভ কৰিম
03:15 গতিকে শেষৰ ইউজাৰ ল’গিন ("User login") টিউট’ৰিয়েলটোৰ পৰা আমাৰ id, ইউজাৰনেম আৰু পাচৱৰ্দ আছে । এতিয়া মই এটা নেম যোগ কৰিলো যাতে ই ইউজাৰ নেম হয় আৰু আমি দেত যোগ কৰিলো, তেওঁ পঞ্জীয়ণ কৰা দেতটো
03:29 ইয়াত ব্ৰ’জ কৰো । আমি ইতিমধ্যে ইয়াত কিছু মান পালো
03:35 মই ইহতক নাইকীয়া কৰিম কাৰণ মই মোৰ উপভোক্তাক পঞ্জীয়ণ কৰিছো । যাতে মই এটা চাফা দাতাবেচৰ পৰা আৰম্ভ কৰিব পাৰো
03:40 মই কোনো উপভোক্তা পোৱা নাই বুলি ভাবিলো আৰু মই পঞ্জীয়ণ পৃষ্ঠাটোলৈ সংযোগটো ইয়াত পালো, এইটো হৈছে মোৰ পঞ্জীয়ণ পৃষ্ঠাটো
03:49 এতিয়া মই এই html ক’ডটো বিতংকৈ ব্যাখ্যা কৰিম যি আপোনাক কেনেকৈ এই পৃষ্ঠাটো বনায় ক’ব আৰু সৰ্বপ্ৰথমে আমাৰ এখন ফৰ্ম থাকিব
03:59 ই এখন নিজে ভৰ্ত্তিহোৱা ফৰ্ম হ’ব । ই "ৰেজিষ্টাৰ (register) দত (dot) php"লৈ ভৰ্ত্তি হ’ব
04:07 আৰু আমি এখন টেবল বনাম আৰু ইয়াৰ ভিতৰত আমাৰ এটা ৰৌ থাকিব ইয়াত
04:13 তাৰপাছত আমাৰ দুটা ক’লম আছে, গতিকে দুটা td ব্লক ইয়াত আৰু প্ৰথমটোত থাকিব, ধৰক আপোনাৰ সম্পূৰ্ণ নামটো
04:21 মই ইয়াক আপোনালৈ এৰিম । দ্ৰুত কৰিবলৈ মই ইয়াক এনেদৰে কৰিম
04:29 ইয়াত আমাৰ দ্বিতীয় ক’লমটোত, মই মোৰ ইনপুত টাইপ টেকস্ত ("text") হিচাবে দিম আৰু মোৰ নেম সমান ফুলনেম ("fullname")
04:38 গতিকে আপুনি এই মূহুৰ্ত্তত দেখিছে, মই মোৰ প্ৰকৃত পৃষ্ঠাটোলৈ ঘূৰি যাওঁ, ৰেজিষ্টাৰত টিপো
04:47 আপুনি দেখিছে, এইটো এটা ক’লম ইয়াত, ভাগ হৈছে ইয়াত । এইটো আনএটা ক’লম ইনপুত বক্সটোৰ সৈতে
04:56 আৰু মই লগতে ইয়ালৈ যাম আৰু php ক’ডটোৰ ভিতৰত, মই হেদাৰ এটা একৌ কৰিম । মই এইটো কিয় কৰিলো কিছু দেৰিকৈ বৰ্ণনা কৰিম
05:07 গতিকে আমি তাক পালো । এই মূহুৰ্ত্তত আমাৰ এইটো আছে । গতি বঢ়াবলৈ, মই ইয়াক তলত ক’পি আৰু পেষ্ট কৰিম
05:15 গতিকে আপুনি "t r"ৰ পৰা "এন্দ (end) t r"লৈকে নিৰ্বাচিত কৰাক নিশ্বিত কৰক
05:22 মই ইয়াক তলত পেষ্ট কৰিম আৰু তাৰপাছত মই ক’ম "চুজ (Choose) এ (a) ইউজাৰনেম (username)" আৰু নিশ্বিতভাবে মই ইয়াক ইউজাৰনেম ("username")লৈ সলাম
05:32 মই তাক পুনৰ পেষ্ট কৰিম আৰু ক’ম "চুজ (Choose) এ (a) পাচৱৰ্দ (password)" । এই টেকস্তটো মাত্ৰ সুৰক্ষিত কৰিবলৈ যদি কোনোবাই আমাৰ উপভোক্তাৰ দ্বাৰা চাই বা যদি কোনো পৰ্দা আহৰণ কৰা চফতৱেৰ ব্যৱ্হাৰ কৰা হয় এই কম্পিউটাৰটোত অনুপ্ৰবেশ কৰিবলৈ
05:47 আৰু পাছৰটো তলত ইয়াত মই ইয়াক ক’পি আৰু পেষ্ট কৰিম ইয়াত ক’বলৈ "ৰিপিত (Repeat) ইয়’ৰ (your) পাচৱৰ্দ (password)"
05:58 পুনৰ পাচৱৰ্দ ("password") ইয়াত
06:07 আমি পাচৱৰ্দ ("password") পুনৰ ক’ব নোৱাৰো গতিকে মই ইয়াক ক’ম ৰিপিত পাচৱৰ্দ ("repeat password")
06:10 আমি ইয়াক পাচৱৰ্দচ তুলনা কৰিবলৈ ব্যৱ্হাৰ কৰিম তেওঁলোকে ভৰ্ত্তি কৰিলে এটা সুৰক্ষাজনিত কাৰণ হিচাবে যদি উপভোক্তাই কোনো ভুল কৰে
06:20 আৰু আমাক অন্য কোনো ফিল্দ নালাগে । সেইটো হৈছে শেষৰটো
06:24 আমাক প্ৰয়োজনীয়টো হৈছে দেত ("date") । কিন্তু মই তাক কৰিম যেতিয়া মই ফৰ্মখন ভৰ্ত্তি কৰিম
06.31 ঠিক আছে গতিকে এইখন আমাৰ ফৰ্ম বনোৱা হ’ল । আহক ঘূৰি যাওঁ আৰু ৰিফ্ৰেছ
06:37 আপুনি চাব পাৰে কেনেকৈ ই সমানকৈ সজ্জিত হৈ আছে, সেইবাবে আমি এখন টেবল ব্যৱ্হাৰ কৰিছো
06:42 আমাক লগতে এটা চাবমিত বুটাম লাগিব
06:45 আমাৰ টেবলৰ তলত, মই এটা পাৰাগ্ৰাফ ব্ৰেক বনাম
06:48 আৰু মোৰ ইনপুত টাইপ ইয়াত হ’ব চাবমিত ("submit"); মোৰ নেম হ’ব চাবমিত ("submit")
06:54 আৰু আমি অৱস্থিতিটো পৰীক্ষা কৰিব লাগিব আৰু মানটো হ’ব ৰেজিষ্টাৰ ("register")
06:57 আহক ৰিফ্ৰেছ কৰো । আগবাঢ়ো, আপুনি দেখিছে যে পাচৱৰ্দ ফিল্দচ খালী হ’ল
07:05 লগতে আমাৰ তাত উপভোক্তাৰ বাবে এটা ফুলনেম আৰু ইউজাৰনেম আছে তেওঁলোকৰ মানসমূহ লিখিবলৈ
07:12 ঠিক আছে সেইয়াই ইয়াৰ বিষয়ে । মই টিউট’ৰিয়েলটো ইয়াত ৰখাম
07:16 যদি আপুনি ইয়াক পদে পদে অনুসৰণ কৰিছে, আপুনি আপোনাৰ ফৰ্ম লিখিত পোৱাতো নিশ্বিত কৰক আৰু আনএটা দিজাইন চেষ্টা কৰক যদি আপুনি বিচাৰে
07:25 মই আশাকৰো মোৰ ইয়াক কৰিবলৈ অধিক সময় থাকে । গতিকে আগবাঢ়ক আৰু আপোনাৰ ফৰ্ম আপুনি বিচৰা ধৰণে বনাওঁক
07:30 আপুনি ইয়াক যি বিচাৰে কৰক । এই লেবেলচ সলাওঁক
07:33 মাত্ৰ আপুনি আপোনাৰ বক্সেচ আৰু আপোনাৰ ৰেজিষ্টাৰ পোৱাটো নিশ্বিত কৰক
07:35 পাছৰ অংশটোত আমি উপভোক্তাই এই ফিল্দচৰ প্ৰত্যেককে লিখাটো পৰীক্ষা কৰাৰ বিষয়ে কথা পাতিম
07:44 আমি পাচৱৰ্দচ তুলনা কৰিম চাবলৈ যদি সিহত সদৃশ হয় । মই বুজাইছো যদি মই কওঁ দুটা পাচৱৰ্দ আছে আৰু ইহত সদৃশ নহয় যিহেতু সিহত কেৰেক্তাৰ লেনথত ভিন্ন, তেন্তে উপভোক্তাই পঞ্জীয়ণ কৰিব নোৱাৰে যিহেতু তেওঁলোকে হয়তো এটা ভুল কৰিলে
07:59 মই নিশ্বিত আপোনালোকৰ বহুতে হয়তো কোনো ক্ষেত্ৰত পঞ্জীয়ণ কৰিছে আৰু আপোনালোকৰ পাচৱৰ্দ পুনৰ লিখিছে
08:07 আমি লগতে আমাৰ পাচৱৰ্দচ এনক্ৰিপ্ত কৰিম আৰু এই ফৰ্মচৰ পৰা কিবা বিপদজনক বা দাম্ভিকপূৰ্ণ (pretentiously) ভয়ানক html টেগচ আতৰাম । গতিকে আমাৰ পঞ্জীয়ণ ফৰ্মলৈ কিছু সুৰক্ষা থাকিব
08:17 গতিকে পাছৰ অংশটোত লগ পাম । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9