PHP-and-MySQL/C4/User-Login-Part-3/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | আমাৰ ইউজাৰ ল’গিন ("User login") টিউট’ৰিয়েলৰ তৃতীয় অংশলৈ স্বাগতম |
| 00:07 | ইয়াত, আমি এটা চেচন বনাম য’ত উপভোক্তাই পৃষ্ঠা এটা এন্টাৰ কৰিব পাৰিব আৰু তেওঁলোকক পৃষ্ঠাটোৰ ভিতৰত থাকিবলৈ অনুমতি দিয়া হ’ব যেতিয়ালৈকে তেওঁলোকে সফলভাবে ল’গ ইন কৰি থাকিব |
| 00:16 | যিকোনো চেচন এটা আৰম্ভ কৰিবলৈ, আমাক এটা ফাংচন লাগিব যি হৈছে ষ্টাৰ্ট চেচন ("start session") |
| 00:25 | এইটো ষ্টাৰ্ট চেচন ("start session") নে চেচন ষ্টাৰ্ট ("session start")? আহক ইয়াক সোনকালে পৰীক্ষা কৰো |
| 00:34 | হয়, এটা এৰ’ৰ! গতিকে, ই চেচন ষ্টাৰ্ট ("session start") হ’ব । ক্ষমা কৰিব মই তাত কিছু বিভ্ৰান্ত হৈছিলো |
| 00:40 | চেচন ষ্টাৰ্ট ("session start"), ঠিক আছে? গতিকে ৰিফ্ৰেছ, পুনৰ পঠাওঁক আৰু "You're ইন (in)!" |
| 00:42 | আমি চেচনটো আৰম্ভ কৰিলো আৰু ই আমাক এটা চেচন ভেৰিয়েবল যোগ কৰিবলৈ দিব |
| 00:51 | গতিকে, "You're ইন (in)!" । ইয়াৰ পাছত মই ক’ম "ক্লিক (Click) হিয়েৰ (here) তু (to) এন্টাৰ (enter) দ (the) চিক্ৰেত (secret)... নহয়, দ (the) মেম্বাৰ (member) পেজ (page)" ঠিক আছে? |
| 01:12 | আৰু ই "মেম্বাৰ (member) দত (dot) php" নামৰ পৃষ্ঠা এটালৈ সংযোগ এটা হ’ব |
| 01:19 | আহক পুনৰ চাওঁ । যেতিয়ালৈকে আমি শুদ্ধ দাতাটো পঠাও আমি ক’ম "ক্লিক (Click) হিয়েৰ (here) তু (to) এন্টাৰ (enter) দ (the) মেম্বাৰ (member) পেজ (page)" যি আমি এতিয়ালৈকে বনোৱা নাই |
| 01:30 | আহক মই আপোনাক ইয়াত সোঁৱৰাই দিওঁ যে আমি আমাৰ চেচন ষ্টাৰ্ট ("session start") ইয়াত বনালো, যিটো অতি গুৰুত্বপূৰ্ণ |
| 01:36 | আমি চেচন এটা বনাম আৰু এইটো কৰিবলৈ মই আৰম্ভ কৰিম আৰু ইয়াত লিখিম ডলাৰ চিহ্ন আন্দাৰস্ক’ৰ চেচন আৰু তাৰপাছত বন্ধনীৰ ভিতৰত, বৰ বন্ধনীৰ ভিতৰত, আমি ইয়াক এটা চেচন নাম দিম |
| 01:53 | মই ইয়াক ইউজাৰনেম ("username") ক’ম আৰু সি আমাৰ ইউজাৰনেমৰ ("username") সমান হ’ব । মই ভাবো মই ক’ম "dbusername" কাৰণ সি দাতাবেচটোৰ পৰা এটা অধিক পোনপটীয়া মান |
| 02:08 | আমি আমাৰ চেচনটো সজালো |
| 02:10 | যেতিয়ালৈকে উপভোক্তাজন তেওঁৰ ব্ৰ’জাৰত থাকে আপুনি তেওঁক আহ্বান কৰাত নহয়, তেন্তে যেতিয়া আমি এতিয়া আমাৰ চেচন যিকোনো পৃষ্ঠাত একৌ কৰো, ই এটা চেচন হিচাবে গঠিত হ’ব |
| 02:20 | ইয়াক প্ৰমাণ কৰিবলৈ মই এটা নতুন পৃষ্ঠা বনাম |
| 02:25 | ই "মেম্বাৰ (member) দত (dot) php" পৃষ্ঠাটো হ’ব |
| 02:28 | গতিকে মই ইয়াক "মেম্বাৰ (member) দত (dot) php" হিচাবে ছেভ কৰিম |
| 02:30 | ইয়াত মই ক’ম একৌ ("echo") আৰু মই ইউজাৰনেম চেচন ("username session")টো একৌ কৰিম, ঠিক আছে? |
| 02:42 | প্ৰকৃততে, মই আৰম্ভণীত ওৱেলকাম ("Welcome") কনকাতিনেত কৰিম আৰু শেষত, ইয়াক অধিক প্ৰকাশমূলক কৰিবলৈ মই এটা ভাববোধক চিহ্ন (exclamation mark) যোগ কৰিম |
| 02:55 | যেতিয়ালৈকে আমি ল’গ ইন হৈ থাকিম, ই ইয়াত এই কমান্ডটো ৰান কৰিব, আমি বনোৱা আন যিকোনো পৃষ্ঠাত আমাৰ ইউজাৰনেম ("username")লৈ আমাৰ ব্ৰ’জাৰত চেচনটো সজাব |
| 03:06 | যদি ইয়াত এইটো অন্য এটা পৃষ্ঠা হয় আৰু আপুনি সজাবলৈ এই ক’ডটো ব্যৱ্হাৰ কৰে, ই কাম কৰিব |
| 03:11 | আপোনাক নিশ্বয়, লগতে, এই ফাংচনটো লাগিব ইয়াৰ ভিতৰত |
| 03:18 | গতিকে আপোনাক প্ৰতিটো পৃষ্ঠাৰ ভিতৰত চেচন ষ্টাৰ্ট ("session start") লাগিব য’ত আপুনি মাতিব বা চেচন এটা দিক্লেয়াৰ কৰিব |
| 03:29 | তাত আমি পুনৰ আৰম্ভ কৰো । আহক প্ৰধান পৃষ্ঠাটোলৈ ঘূৰি যাওঁ |
| 03:35 | মই মোৰ সবিশেষ এলেক্স ("Alex") আৰু "abc" ৰ সৈতে ল’গিন কৰিম, ল’গ ইনত টিপক |
| 03:41 | "You're ইন (in)! ক্লিক (Click) হিয়েৰ (here) তু (to) এন্টাৰ (enter) দ (the) মেম্বাৰ (member) পেজ (page)" । এতিয়া আপুনি দেখিছে, তাত কোনো এৰ’ৰ নাই । মই সফলভাবে মোৰ চেচন বনালো |
| 03:49 | যদি মই ইয়াত টিপো, আমি ওৱেলকাম ("Welcome!") পাওঁ আমি মাত্ৰ তাক পালো । আহক চাওঁ কি হ’ল |
| 03:52 | আহক ঘূৰই যাওঁ আৰু চাওঁ মই কি ভুল কৰিলো । এইটো ইউজাৰনেম ("username") হ’ব |
| 04:00 | মই ইয়াত কোনো তুলনা ব্যৱ্হাৰ কৰা নাই কিন্তু মই ইয়াত দুটা সমান চিহ্ন দিলো । সেইটো ভুল হ’ব পাৰে |
| 04.07 | এতিয়া ই কাম কৰিব । আহক আমাৰ ইন্দেক্স ("index") পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু পুনৰ ল’গ ইন কৰো, আমি আগতে কৰাৰ দৰে |
| 04:17 | ল’গিন, ঠিক, "You're ইন (in)! ক্লিক (Click) হিয়েৰ (here) তু (to) এন্টাৰ (enter) দ (the) মেম্বাৰ (member) পেজ (page)" । ইয়াত টিপক আৰু "ওৱেলকাম (Welcome), এলেক্স (alex)!" |
| 04:26 | এতিয়া মই ল’গিন পৃষ্ঠাটোলৈ ঘূৰি যাম |
| 04:28 | বহুতো লোকে ভাবিব যে দাতা এতিয়া হেৰালে |
| 04:32 | যদি মই মেম্বাৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ যি হৈছে "মেম্বাৰ (member) দত (dot) php" আৰু এন্টাৰ টিপো ই এতিয়াওঁ এলেক্স ("alex") কয় |
| 04:40 | আৰু কিছু দ্বিতীয়-আৰম্ভণীত যদি মই মোৰ ব্ৰ’জাৰ বন্ধ কৰো আৰু ইয়াক পুনৰ খুলো আৰু মই "ল’কেল (local) হ’ষ্ট (host) php একাদেমি (academy)"লৈ যাওঁ তাৰপাছত মোৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ যি হৈছে ল’গিন ("login") চেচনটো আৰু মোৰ মেম্বাৰ পৃষ্ঠালৈ ঘূৰি আহো মই এতিয়াওঁ ল’গিন হৈ আছো । ঠিক আছে? |
| 05:03 | গতিকে মোৰ ইউজাৰ ল’গ ইন হৈ আছে । যদি মই ব্ৰ’জাৰটো বন্ধ কৰো মই তেতিয়াওঁ ল’গ ইন হৈ থাকিম যেতিয়া মই ঘূৰি আহো |
| 05:12 | এইটো এটা অতি দৰকাৰী ফাংচন হয় যদি আপুনি এই প্ৰকাৰৰ ল’গ ইন কৰি আছে |
| 05:19 | বহুতো ওৱেবচাইতে আপোনাক ল’গিন কৰি ৰাখিবলৈ ইয়াক কৰে |
| 05:23 | কিন্তু এতিয়া মই এটা ল’গ আউত পৃষ্ঠা বনাব বিচাৰো |
| 05:26 | ল’গ আউত কৰিবলৈ আমি যি কৰিব লাগিব সেইয়া হৈছে, আমি এটা পৃথক পৃষ্ঠা বনাব লাগিব আৰু আহক ইয়াক "ল’গআউত (logout) দত (dot) php" হিচাবে ছেভ কৰো |
| 05:33 | আৰু আমি আমাৰ চেচনটো ইয়াত শেষ কৰিব লাগিব |
| 05:39 | সৰ্বপ্ৰথমে, আমি আমাৰ চেচন শেষ কৰাৰ আগতে আমি ইয়াক আৰম্ভ কৰিব লাগিব |
| 05:46 | গতিকে মই ইয়াত চেচন ষ্টাৰ্ট ("session start") লিখিম । আহক ইয়াক এবাৰ নিশ্বিত কৰো |
| 05:55 | Ok আৰু তাৰপাছত আমি ক’ব লাগিব চেচন দেচট্ৰই ("session destroy") । ক্ষমা কৰিব, চেচট্ৰই নহয়, দেচট্ৰই |
| 06:04 | যদি আমি ইয়াত এই পৃষ্ঠাটো ৰান কৰো, ই আমাৰ চেচন শেষ কৰিব |
| 06:08 | ইয়াত মই এটা বন্ধুত্বপূৰ্ণ এৰ’ৰ বাৰ্তা লিখিব পাৰো "You've বিন (been) ল’গদ (logged) আউত (out) । ক্লিক (Click) হিয়েৰ (here) তু (to) ৰিটাৰ্ণ (return)" |
| 06:20 | আহক মই সংযোগ এটা বনাওঁ আমাৰ "ইন্দেক্স (index) দত (dot) php" পৃষ্ঠালৈ |
| 06:32 | এতিয়া মই ইয়াক পুনৰ পৰীক্ষা কৰিম । উদাহৰণস্বৰূপে, ধৰক..... |
| 06:35 | আহক তাত এটা ব্ৰেক দিওঁ । ইয়াত মই ল’গ আউত হ’বলৈ এটা সংযোগ বনাম |
| 06:41 | উপভোক্তাক আমাৰ "ল’গআউত (logout) দত (dot) php" পৃষ্ঠালৈ সংযোগ দিয়াটো দৰকাৰী অন্যথা তেওঁলোকে কেনেকৈ ল’গআউত কৰা হয় নাজানিব |
| 06:50 | আমি ইয়াক ৰিফ্ৰেছ কৰো আৰু ই এটা ল’গ আউত সংযোগ বনাব, php পৃষ্ঠাটোৰ পৰা ল’গ আউত কৰিবলৈ |
| 06:55 | ইয়াক টিপক আৰু আপুনি পায় "You've বিন (been) ল’গদ (logged) আউত (out) । ক্লিক (Click) হিয়েৰ (here) তু (to) ৰিটাৰ্ণ (return)" |
| 06:59 | মই ভাবো যে আমি ল’গদ আউত হ’লো । আমাৰ মেম্বাৰ পৃষ্ঠা দত phpলৈ ঘূৰি যাবলৈ চেষ্টা কৰিছো |
| 07:04 | আমি ইয়াত কোনো ভেৰিয়েবলচ পোৱা নাই |
| 07:06 | এতিয়া আপুনি উপভোক্তাই এই পৃষ্ঠাটোলৈ প্ৰবেশ পোৱাটো নিবিচাৰে কাৰণ তেওঁলোক এতিয়া ল’গ ইন হৈ থকা নাই |
| 07:13 | গতিকে, ইয়াত মই ক’ম চেচন ষ্টাৰ্ট তাৰপাছত মই ক’ম "ইফ চেচন আৰু চেচন নেমটো যি হৈছে ইউজাৰনেম" |
| 07:19 | পাছত মই মোৰ দাতা একৌ কৰিম ক’বলৈ ওৱেলকাম ("Welcome") অন্যথা মই ক’ম দাই |
| 07:25 | নহয়! মই নহয় - মই মোৰ পৃষ্ঠাটো শেষ কৰিব বিচাৰো! গতিকে মই ক’ম "ইউ (You) মাষ্ট (must) বি (be) ল’গদ (logged) ইন (in)" |
| 07:45 | আমি কৈছো, যদি এই চেচন উপলদ্ধ হয় বা যদি ইয়াক এটা শুদ্ধ ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি বনোৱা হৈছে আমি আমাৰ বন্ধুত্বপূৰ্ণ বাৰ্তাটো একৌ কৰিব পাৰো ওৱেলকাম ("Welcome") ক’বলৈ অন্যথা পৃষ্ঠাটো শেষ কৰো আৰু কওঁ "ইউ (You) মাষ্ট (must) বি (be) ল’গদ (logged) ইন (in)!" |
| 07:55 | গতিকে, এইয়াই হৈছে সকলো টিউট’ৰিয়েলৰ এই অংশটোত । আহক ইয়াৰ মূলভাব চাওঁ |
| 08:04 | মনত ৰাখিব মই ল’গ ইন হৈ থকা নাই । গতিকে মই ল’গইন কৰো |
| 08:06 | মই আহিলো । সেইটো মোৰ মেম্বাৰ পৃষ্ঠাটো । মই ল’গ আউত কৰিব পাৰো । মই ইয়ালৈ ঘূৰি আহো |
| 08:10 | এতিয়া যিহেতু আমি মেম্বাৰ দত php বনালো, এন্টাৰ টিপক |
| 08:14 | ই দৰ্শায়, "ইউ (You) মাষ্ট (must) বি (be) ল’গদ (logged) ইন (in)!" |
| 08:16 | গতিকে উদাহৰণস্বৰূপে মই ল’গ ইন কৰিম কিন্তু মই ইয়াত নিটিপো |
| 08:22 | মই মোক "মেম্বাৰ (member) দত (dot) php"লৈ আগুৱাই লৈ যাম । বাৰ্তা নিৰ্মিত হ’ল আৰু মোৰ প্ৰবেশক অনুমতি দিয়া হ’ল |
| 08:29 | ঠিক আছে গতিকে এতিয়াৰ বাবে এইয়াই । এইটো হৈছে এই টিউট’ৰিয়েলৰ শেষ অংশ । আপোনাৰ যদি ইয়াৰ ওপৰত কিবা প্ৰশ্ন আছে মই সহায় কৰিবলৈ অত্যন্ত সুখি হ’ম |
| 08:37 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় |