PHP-and-MySQL/C4/User-Login-Part-2/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 দ্বিতীয় অংশলৈ স্বাগতম । ইয়াত মই আপোনাক কেনেকৈ আপোনাৰ "ল’গিন (login) দত (dot) php" পৃষ্ঠাটো এদিত কৰা হয় দাতাবেচটোলৈ সংযোগ কৰিবলৈ আৰু লগতে তাৰ বিপক্ষে দাতাবেচটোত কেনেকৈ আমাৰ ইউজাৰনেম আৰু পাচৱৰ্দ পৰীক্ষা কৰা হয় দেখুৱাম
00:14 এতিয়া আমি ইতিমধ্যে আমাৰ দাতাবেচলৈ সংযোজিত হ’লো
00:18 ইয়াক ৰিফ্ৰেছ কৰি আৰু মোৰ ইউজাৰনেম আৰু পাচৱৰ্দ পুনৰ পঠাই, আমি সংস্থাপিত কৰিব পাৰো যে তাত কোনো এৰ’ৰচ নাই
00:24 মই বুজাইছো ইয়াত এই এৰ’ৰটো
00:25 আৰু আমি দেখিছো যে যদি আমি দাতা নিলিখো আমি এটা এৰ’ৰ পাম
00:28 এতিয়া । সৰ্বপ্ৰথমে মই কোৱেৰী এটা সজাম
00:36 যদি আপুনি আগতে "mysql" বা যিকোনো গাঠণিযুক্ত কোৱেৰী লেংগুৱেজ ব্যৱ্হাৰ কৰিছে, আপুনি জানিব যে আপুনি দাতাবেচ এটালৈ কোৱেৰী কৰিব পাৰে
00:43 মই ভাবো মাইক্ৰচফ্ত এক্সেচ (Microsoft Access)ত এইটো আছে
00:46 গতিকে ইয়াত আমি ক’ম, চিলেক্ত ("SELECT"), প্ৰকৃততে আমি ক’ম "চিলেক্ত(SELECT) *" কাৰণ আমাক IDটো লাগিব, ইউজাৰনেমটো আৰু পাচৱৰ্দটো
00:54 মই আমাক idটো লাগিব বুলি নাভাবো কিন্তু "চিলেক্ত(SELECT) *" যাতে ই সকলো দাতা ধৰিব
00:59 গতিকে "চিলেক্ত(SELECT) * ফ্ৰম(FROM)" আৰু আমি ইয়াক মাতিছো, ইউজাৰচ, মই ভাবো । মই তাক নিশ্বিত কৰো
01:04 হয়, ইউজাৰচ । গতিকে "চিলেক্ত(SELECT) * ইউজাৰচ(users)" আৰু ইয়াত আমি ক’ম "হোৱেৰ (WHERE) ইউজাৰনেম (username)" যি হৈছে ইয়াৰ নাম...... এইটো, ইয়াত
01:20 আৰু আমি ক’ম "হোৱেৰ (WHERE) ইউজাৰনেম (username) সমান (equals)" ইউজাৰনেম ("username")টো যি লিখা হৈছে
01:30 এতিয়া যদি সেই ইউজাৰনেম ("username")টো উপলদ্ধ নহয়, আমি কিবা ধৰণৰ এৰ’ৰ বাৰ্তা এটা দৰ্শিত কৰিব লাগিব ক’বলৈ "দিচ (This) ইউজাৰ (user) doesn’t একজিষ্ট (exist)"
01:37 গতিকে আমি যি কৰিম সেইয়া হৈছে আমি আনএটা ফাংচন ব্যৱ্হাৰ কৰিম, "mysql নাম (num) ৰৌজ (rows)" নামৰ এটা mysql ফাংচন
01:46 ই ৰৌজৰ সংখ্যাটোক গণনা কৰে যি আপুনি দাতাবেচটোত দিয়া কোৱেৰীটোৰ পৰা উদ্ধাৰ কৰা হয়
01:53 গতিকে আমি ক’ম "নামৰৌজ (numrows) সমান (equals) mysql_নাম_ৰৌজ" আৰু বন্ধনীৰ ভিতৰত আমাৰ কোৱেৰীটোৰ নামটো আছে, ভেৰিয়েবলটো য’ত মই কোৱেৰী ফাংচনটো জমা কৰিছো
02.08 আৰু যদি আমি ৰৌজৰ সংখ্যাটো একৌ কৰো, মই আপোনাক প্ৰমাণ কৰিম আৰু মোৰ বাবে পৰীক্ষা কৰিম যে আমি 1 পাব লাগিব কাৰণ আমাৰ মাত্ৰ এটা ৰৌ আছে
02.16 আহক মই ইনচাৰ্তত টিপো আৰু আনএটা দাতাৰ ৰৌক যোগ কৰো, উদাহৰণস্বৰূপে - আনএটা ইউজাৰনেম আৰু আনএটা পাচৱৰ্দ
02:26 মই এতিয়া তাক চেষ্টা কৰিম । মই ইয়াক পাছত পৰীক্ষা কৰিম । আহক চাওঁ, ধৰক এইবাৰ ইউজাৰনেম হৈছে কাইল ("Kyle") আৰু পাচৱৰ্দ হৈছে "123"
02:38 ঠিক আছে, আহক তাক চেষ্টা কৰো । আৰু আমি আগবাঢ়ো । ক্ষন্তেক ৰ’ব । মই ক’ত আছো? আমি আগবাঢ়ো
02:53 গতিকে আমি এলেক্স ("Alex") আৰু কাইল ("Kyle") পালো
02:55 আমি চাব পাৰো যে ids নিজস্বভাবে বৰ্দ্ধিত হৈছে
02:58 আপুনি ইয়াত আমাৰ দুয়োটা পাচৱৰ্দ আৰু ইউজাৰনেম দুটা চাব পাৰে
03:02 এতিয়া আমি ইয়াক ৰিফ্ৰেছ কৰিম আৰু আমি কি পাওঁ চাম
03.06 ঠিক আছে । এইটো হৈছে পৰীক্ষাটোৰ সম্পূৰ্ণ অংশটো
03:10 ই 1 ঘূৰাই দিয়াৰ কাৰণটো হৈছে যে যদি মই প্ৰত্যেক ইউজাৰক নিৰ্বাচিত কৰো আৰু তাৰপাছত ৰৌটো গণনা কৰো, মানটো বৰ্দ্ধিত হ’ব
03:18 ইয়ালৈ ঘূৰি যাওঁ আৰু ৰিফ্ৰেছ আৰু আমি মানটো 2 পাম কাৰণ তাত দুটা ৰৌজ আছে
03:22 কিন্তু যদি মই কওঁ "চিলেক্ত (SELECT) য’ত ইউজাৰনেমটো সমান মোৰ ইউজাৰনেম হয়", আমি নিশ্বিতভাবে মাত্ৰ নিৰ্বাচিত কৰিছো য’ত মোৰ ইউজাৰনেম উপলদ্ধ হয় আৰু সি হৈছে ৰৌ 1ত
03:34 সাধাৰণতে ওৱেবচাইত এটাত, আপোনাৰ নকল ইউজাৰনেম নাথাকে
03:40 ঠিক আছে । গতিকে এতিয়া আমি এইটো পালো, তাত কিমান ৰৌজ আছে তাক বিচাৰি উলিওৱাৰ উদ্দেশ্যটো কি
03:47 এতিয়া উদ্দেশ্যটো হৈছে যে আমি ক’ব পাৰো "যদি নাম_ৰৌজ সমান শূণ্য হয়", তেন্তে সি বুজায় আমি পাৰো.. ক্ষমা কৰিব, "যদি মোৰ নাম_ৰৌজ সমান শূণ্য নহয়", তেন্তে আমি ক’ডটো কাৰ্যকৰী কৰিব পাৰো যি আমি কৰিব লাগিব, যি আমাক ল’গিন কৰিবলৈ লাগিব
04.01 অন্যথা, ক্ষমা কৰিব এলচ ("else"), আমি একৌ কৰিব লাগিব, ক্ষমা কৰিব এলচ দাই ("else die") । আমি "দেত (That) ইউজাৰ (user) doesn’t একজিষ্ট (exist)" বাৰ্তাটো দিম
04:16 গতিকে আমি যি কৰিছো সেইয়া হৈছে, আমি পৰীক্ষা কৰিছো যে ৰৌ এটা ঘূৰাই দিয়া হৈছে য’ত আমি সেই ইউজাৰনেমটো প্ৰদান কৰিছো
04:25 আৰু যদি ই শূণ্যৰ সমান নহয়, আমি ল’গিন কৰিবলৈ আমাৰ ক’ডটো কাৰ্যকৰী কৰিব পাৰো
04:29 অন্যথা আমি ক’ম দাই (die) আৰু "দেত (That) ইউজাৰনেম (username) doesn’t একজিষ্ট (exist)"
04:33 ই সমান হ’ব 1, 2, 3, 4 আৰু তেনেদৰে
04:38 ক্ষমা কৰিব ই সমান হ’ব...
04:40 যদি ই শূণ্যৰ সমান নহয়, তেন্তে ই নিশ্বয় কিবাৰ সমান হ’ব
04:44 আৰু যদি ই কিবাৰ সমান হয়, তেন্তে ইয়াত থকা ক’ডটো কাৰ্যকৰী হ’ব
04:47 গতিকে যদি ই 0ৰ সমান হয়, সি মূলত বুজায় যে কোনো ফলাফল ঘূৰাই দিব নোৱাৰি
04:52 মই ইয়াক পুনৰ পঠাম । আহক ঘূৰি যাওঁ
04:57 আৰু......... আহক আমাৰ "একৌ নাম_ৰৌজ"ৰ পৰা পৰিত্ৰাণ পাওঁ
05:05 ঠিক আছে । গতিকে আহক আমাৰ প্ৰধান পৃষ্ঠালৈ ঘূৰি যাওঁ আৰু আমি এলেক্স ("Alex") আৰু "abc"ৰ সৈতে ল’গিন কৰিম; এই মূহুৰ্ত্তত পাচৱৰ্দ প্ৰয়োজনীয় নহয়
05:13 একো নহ’ল কাৰণ কোনো এৰ’ৰচ ঘূৰাই দিয়া হোৱা নাই
05:15 এতিয়া মই বিলি (Billy) ব্যৱ্হাৰ কৰিম, উদাহৰণস্বৰূপে, আৰু পাচৱৰ্দটো লিখো আৰু ল’গিনত টিপো
05:21 "দেত (That) ইউজাৰ (user) doesn’t একজিষ্ট (exist)!" কাৰণ কোনো ৰৌজ নাই যি ইউজাৰনেম সমান বিলি ঘূৰাই দিয়ে
05:26 গতিকে আমি চাব পাৰো যে সি কাম কৰিছে
05:28 মই মোৰ আচল বস্তুটোলৈ ঘূৰি যাম
05:31 গতিকে এলেক্স ("Alex") আৰু মোৰ পাচৱৰ্দ হৈছে "abc"
05:37 এতিয়া ল’গিন কৰিবলৈ ক’ডটো
05:39 ল’গিন কৰিবলৈ, আমি এটা পাচৱৰ্দ পৰীক্ষা প্ৰদৰ্শন কৰিব লাগিব
05:42 গতিকে পাচৱৰ্দটো ধৰিবলৈ, মই ফাংচন এটা ব্যৱ্হাৰ কৰিম
05:46 ক্ষমা কৰিব ফাংচন এটা নহয়, মই ব্যৱ্হাৰ কৰিম...... এটা লোপ আৰু সেই লোপটো হ’ব হোৱাইল ("while") লোপ
05:52 মই ইয়াত এটা ভেৰিয়েবল নেম লিখিম । মই ইয়াক ক’ম ৰৌ ("row") আৰু সি সমান হয় "mysql"ৰ..... "mysql_এ ৰৌ এটাক এটা এৰে হিচাবে আনে" । ঠিক আছে?
06:11 গতিকে মই ক’ম "mysql_fetch_assoc" চমুকৈ
06:22 আৰু এইটো মোৰ কোৱেৰী হ’ব । গতিকে মই মোৰ কোৱেৰীটো তাত পালো.
06:28 এইটোৰ পৰা, আমি প্ৰতিটো ক’লম দাতা ইয়াত আনিছো আৰু ইয়াক ৰৌ ("row") নামৰ এৰে এটাত থৈছো
06:40 গতিকে নিশ্বিতভাবে হোৱাইল লোপটোৰ সৈতে, আমাৰ বন্ধনীসমূহ থাকিব আৰু এতিয়া আমি কিছু ভেৰিয়েবলচ সজাম
06:45 মই ক’ম "db ইউজাৰনেম (username)", যি হৈছে মই দাতাবেচটোৰ পৰা এক্সত্ৰেক্ত কৰিবলগা ইউজাৰনেমটো, সমান হয় ৰৌ ("row")টোৰ আৰু এইটো হৈছে ৰৌটোৰ নামটো, ইউজাৰনেম ("username")
06:55 গতিকে আমি ইয়াত দেখাৰ দৰে, এইটো হৈছে ৰৌ নেমটো ইয়াত
06:59 যদি এইটো দাতাৰ এটা এৰে হয়, তেন্তে এইবোৰৰ প্ৰত্যেকেই id, ইউজাৰনেম আৰু পাচৱৰ্দ হ’ব
07:06 আমি 0,1,2 ব্যৱ্হাৰ কৰা নাই । কিন্তু মই নিশ্বিত নহয় যে সি কাম কৰিব নে নাই
07:10 এতিয়া আমি ইয়াক সৰল ৰাখিম আৰু আমি পোনপটীয়াকৈ আমাৰ ক’লমৰ নামটোক উল্লেখ কৰিম
07:20 গতিকে দাতাবেচটোৰ ইউজাৰনেম হ’ব ৰৌ ("row") আৰু সি হয় যিহেতু ই এটা এৰে হয় যি আমাৰ কোৱেৰীত এই ফাংচনটো ব্যৱ্হাৰ কৰি আছে
07:26 পাছত আমি ক’ম "db পাচৱৰ্দ সমান ৰৌ" আৰু তাৰপাছত আমাৰ পাচৱৰ্দ
07:38 গতিকে ইয়াৰ পাছত আমি একৌ কৰিব পাৰো....
07:43 নহয়, প্ৰকৃততে আমি আমাৰ db ইউজাৰনেম আৰু পাচৱৰ্দৰ বিষয়বস্তু একৌ কৰিব নালাগে যদিহে আমি এৰ’ৰচলৈ যাব বিচাৰো
07:49 আমি ইতিমধ্যে জানো সিহত কি হয় । আমি সিহতক দাতাবেচটোত দেখিছো
07:51 এতিয়া আমি যি কৰিম সেইয়া হৈছে আমি পৰীক্ষা এটা কৰিম । গতিকে "সিহত সদৃশ হয় নেকি চাবলৈ পৰীক্ষা কৰক"
08:00 এইটো ইফ ("if") ষ্টেতমেন্ত এটা ব্যৱ্হাৰ কৰি কৰিবলৈ অতি সহজ
08:04 ইফ ("if") আমাৰ ইউজাৰনেম সমান আমাৰ db ইউজাৰনেম আৰু আমাৰ পাচৱৰ্দ সমান আমাৰ db পাচৱৰ্দ, তেন্তে আমি ক’ম ই শুদ্ধ
08:19 অন্যথা,আমি ক’ম ই ভুল
08:22 মই বন্ধনী আতৰাম কাৰণ তাত মাত্ৰ এটা শাৰী আছে । গতিকে একৌ "ইনকাৰেক্ট (Incorrect) পাচৱৰ্দ (password)!"
08:34 আৰু ইয়াত আমি ক’ম একৌ "You’re ইন (in)!"
08:41 ঠিক আছে মই ভিদিঅটোৰ এই অংশটো শেষ কৰাৰ আগতে আমি ইয়াক পৰীক্ষা কৰিম
08:46 মই প্ৰথমে ক’ম এলেক্স ("Alex") আৰু মই এটা ভুল পাচৱৰ্দ দিম । "ইনকাৰেক্ট (Incorrect) পাচৱৰ্দ (password)!"
08:51 আৰু এতিয়া মই পাচৱৰ্দ হিচাবে "abc" দিম আৰু "You’re ইন (in)!"
08:55 গতিকে আমি আমাৰ ইউজাৰনেম পৰীক্ষা কৰিলো আৰু ই উপলদ্ধ
08:58 আমি আমাৰ ফিল্দচ উপলদ্ধ হোৱা পৰীক্ষা কৰিলো গতিকে অনুগ্ৰহ কৰি আপোনাৰ ইউজাৰনেম আৰু পাচৱৰ্দ এন্টাৰ কৰক
09:04 যদি আমি এটা ইউজাৰনেম আৰু এটা ভুল পাচৱৰ্দ এন্টাৰ কৰো আমি এটা এৰ’ৰ বাৰ্তা পাওঁ - "ইনকাৰেক্ট (Incorrect) পাচৱৰ্দ (password)"
09:11 যদি আমি শুদ্ধ পাচৱৰ্দটো এন্টাৰ কৰো, আমি পাওঁ - "You’re ইন (in)"
09:13 আৰু যদি আমি এটা ইউজাৰনেম এন্টাৰ কৰো যি পোৱা নাযায়, আমি ইউজাৰ উপলদ্ধ নহয় বুলি কোৱা এটা এৰ’ৰ বাৰ্তা পাওঁ
09:24 ঠিক আছে গতিকে মোক পাছৰ অংশটোত সংযোগ কৰিব, আৰু মই আপোনাক কেনেকৈ আপোনাৰ চেচনচ আৰু আপোনাৰ ল’গ আউত পৃষ্ঠাটো বনোৱা হয় দেখুৱাম । লগ হ’ম তেন্তে!
09:32 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9