PHP-and-MySQL/C4/Sending-Email-Part-1/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ আৰু স্বাগতম । আজি মই আপোনাক কেনেকৈ নিৰ্দিষ্টকৈ ইমেইল (email) স্ক্ৰিপ্ত এটা বনোৱা হয় শিকাম যেতিয়া আপুনি ওৱেবচাইত এটাত উপভোক্তা এজনক পঞ্জীয়ণ কৰে |
| 00:12 | আপুনি কেনেকৈ তেওঁলোকক এটা ইমেইল পঠাব জনাই যে তেওঁলোক পঞ্জীকৃত হ’ল । মই তাক আংশিকভাবে স্ক্ৰিপ্ত (script) এটা বনাই কৰিম - এটা "চেন্দ (Send) মি (me) এন (an) ইমেইল (email)" স্ক্ৰিপ্ত |
| 00:24 | এইটো এটা HTML ফৰ্ম(form)ত হ’ব য’ত আপুনি এটা বিষয় আৰু এটা বাৰ্তা লিখিব পাৰে আৰু এটা নিৰ্দিষ্ট এদ্ৰেচলৈ পঠাব পাৰে |
| 00:34 | গতিকে, আমি এটা এদ্ৰেচ ($address) ভেৰিয়েবল বনাম |
| 00:39 | মই মোৰ হতমেইল ("hotmail") এদ্ৰেচটো ইয়াত লিখিম |
| 00:48 | আপুনি চাব পাৰে যেতিয়া মই মোৰ বৰ্ত্তমান হতমেইল ("hotmail") পৃষ্ঠা (page)টো খুলো আৰু ইনব’ক্স ("Inbox")ত টিপো, ইয়াত কোনো ইমেইলচ নাই, মোৰ বাবে |
| 00:55 | এই মূহুৰ্ত্তত কোনো নতুন ইমেইলচ নাই |
| 01:05 | গতিকে, এইটো হৈছে মোৰ এদ্ৰেচ (address) ভেৰিয়েবলটোত এদ্ৰেচটো । মই ভেৰিয়েবলটো তু ($to) হিচাবে ৰিনেম কৰিম |
| 01:13 | আমি ইয়াক বাহিৰলৈ পঠাবলৈ মেইল (mail) ফাংচনটো ব্যৱ্হাৰ কৰিম |
| 01:17 | আমাৰ ফ্ৰম (from) আৰু চাবজেক্ট (subject)টো ইয়াত থাকিব |
| 01:21 | আমাৰ এটা বিশেষ চাবজেক্ট ($subject) থাকিব যি কয় "ইমেইল (Email) ফ্ৰম (from) PHPAcademy" |
| 01:32 | পাছত, আমাক এখন HTML ফৰ্ম(form) লাগিব যি ভৰ্ত্তি কৰিব আৰু মই নিজে ভৰ্ত্তি হোৱা এখন বনম |
| 01:39 | গতিকে, আহক ইয়াত কিছু html ক’ড (code) থওঁ । মোৰ ইয়াত এখন ফৰ্ম (form) থাকিব যি এই পৃষ্ঠাটোলৈ "চেন্দ (send) মি (me) এন (an) ইমেইল (email) দত (dot) php"ৰ সৈতে ভৰ্ত্তি হ’ব |
| 01:54 | মেথ’দ (method)টো প’ষ্ট (POST) হ’ব |
| 01:59 | আমি আমাৰ ফৰ্ম (form) ইয়াত শেষ কৰিম |
| 02:02 | উপভোক্তাই ইয়াত সূচীত কৰা ইমেইল এদ্ৰেচটোলৈ পঠাবলৈ যি বিচাৰে তাকে লিখিব পাৰে |
| 02:10 | নিশ্বিতভাবে আপুনি ইয়াক একাউন্টত ল’ব পাৰে । ফৰ্ম (form) এখন বনাওঁতে, আপুনি ক’ব পাৰে আপুনি এই নিৰ্দিষ্ট এদ্ৰেচটোলৈ পঠাব বিচাৰে |
| 02:18 | এইটো মাত্ৰ "চেন্দ (send) মি (me) এন (an) ইমেইল (email)" স্ক্ৰিপ্ত হ’ব - ইমেইলটো যি আপুনি আপোনাৰ ওৱেবচাইত এটাত সংলগ্ন কৰিব বিচাৰে |
| 02:27 | এতিয়া আমাৰ এটা টেকস্ত ("text") ইনপুত থাকিব |
| 02:31 | এইটো হ’ব মোলৈ ইমেইলটো পঠোৱা লোকজনৰ নামটো |
| 02:34 | গতিকে, আপোনাৰ টাইপ (type) টেকস্ত ("text") আছে যাৰ নেম (name) হৈছে নেম ("name") |
| 02:39 | মোৰ এতিয়াৰ বাবে মেক্স লেনথ ("max length") সমান 20 থাকিব |
| 02:45 | ইয়াৰ তলত আমি এটা টেকস্ত অংশ বনাম |
| 02:49 | গতিকে, মই টেকস্তএৰিয়া ("textarea") লিখিম আৰু ইয়াক তেনেদৰে শেষ কৰিম |
| 02:53 | তাৰপাছত আমি ইয়াক মেচেজ ("message") হিচাবে নেম (name) দিম |
| 02:59 | আমি ইয়াত এটা পাৰাগ্ৰাফ আৰম্ভ আৰু এটা পাৰাগ্ৰাফ শেষ দিম |
| 03:04 | আৰু তলত ইয়াত আমি এটা চাবমিত বুটাম বনাম যাৰ ভেলু (value) সমান এন্দ ("Send") হয় |
| 03:14 | বা.... "চেন্দ (Send) মি (me) দিচ (this)", ঠিক আছে? |
| 03:17 | গতিকে, যদি আপুনি আমাৰ পৃষ্ঠালৈ আহে আৰু ইয়াত এই পৃষ্ঠাক নিৰ্বাচিত কৰে, |
| 03:21 | এই স্পেছটো হৈছে নেমৰ বাবে আৰু এই স্পেছটো হৈছে বাৰ্তাটোৰ বাবে |
| 03:25 | গতিকে, মই ইয়াত নেম: ("Name:") আৰু ইয়াত মেচেজ: ("Message:") দিম |
| 03:31 | আৰু এইটো এতিয়া দেখিবলৈ বহু উন্নত হ’ব । আমাৰ নেম ব’ক্স আৰু মেচেজ ব’ক্স আছে |
| 03:38 | আৰু যেতিয়া আমি এই বুটামটো টিপো, ইমেইলটো পঠোৱা হ’ব |
| 03:44 | ঠিক আছে, গতিকে সৰ্বপ্ৰথমে, আমাৰ php ক’ড (code)ৰ ভিতৰত আমি চাবমিত বুটামটো টিপা হৈছে নেকি চাব লাগিব |
| 03:53 | তাৰ বাবে আমাৰ ইফ (if) ষ্টেতমেন্তটো ইয়াত পেৰেনথেচিচত আছে আৰু আমাৰ ব্ল’কটোৰ বাবে আমাৰ মাজু বন্ধনী আছে, যদি চৰ্ত (condition)টো সত্য হয় |
| 04:01 | চৰ্ত (condition)টো এই পেৰেনথেচিচৰ ভিতৰত থাকিব |
| 04:05 | চৰ্তটো চাবমিত ("submit") বুটামটোৰ প’ষ্ট (POST) ভেৰিয়েবলটো হ’ব |
| 04:15 | যেতিয়ালৈকে চাবমিত বুটামটোৰ এটা মান থাকে.... এটা ভুল উচ্চাৰণ.... |
| 04:19 | গতিকে যেতিয়াই চাবমিত ("submit") বুটামটো টিপা হয়, ই এটা ভেলু (value) ল’ব আৰু সেই মানটো হৈছে "চেন্দ (Send) মি (me) দিচ (this)" |
| 04:30 | সি বুজাই যে ফৰ্ম (form)খন ভৰ্ত্তি হ’ল কাৰণ বুটামটো টিপা হ’ল |
| 04:37 | গতিকে, ইয়াৰ ভিতৰত আমি কৰিবলগা প্ৰথম বস্তুটো হৈছে ফৰ্ম (form)খনৰ পৰা দাতা পোৱাটো |
| 04:44 | আৰু সেইটো হ’ব ফৰ্ম (form)খন ভৰ্ত্তি কৰি ইমেইলটো পঠোৱা লোকজনৰ নামটো |
| 04:49 | আৰু তেওঁলোকৰ নামটো ইয়াত এই ফৰ্ম (form)ৰ মাজত অৱস্থিত হয় - ক্ষমা কৰিব ইয়াত এই নেম ("name") নামৰ ফিল্দত |
| 04:56 | লগতে আমাৰ মেচেজ ($message)টো আছে যাতে আমি সহজে এই ভেৰিয়েবলৰ গাঠণিটো নকল কৰিব পাৰো আৰু তাত মেচেজ ('message') কওঁ |
| 05:08 | ইয়াক পৰীক্ষা কৰিবলৈ, মই ক’ম একৌ নেম (echo $name) |
| 05:12 | আৰু মই তাত মেচেজ ($message)টো কনকাতিনেত কৰিম |
| 05:17 | আহক ইয়াক পৰীক্ষা কৰো । ইয়াত মই লিখিম এলেক্স ("Alex") |
| 05:21 | আৰু ইয়াত মই লিখিম "হাই (Hi) দিয়েৰ there!" |
| 05:23 | "চেন্দ (Send) মি (me) দিচ (this)"ত টিপক আৰু আমি তাত এলেক্স ("Alex") আৰু "হাই (Hi) দিয়েৰ there!" পাওঁ |
| 05:28 | ঠিক আছে গতিকে, আমি জানো যে ফৰ্ম (form) দাতাটো সঠিকভাবে ভৰ্ত্তি কৰা হৈছে |
| 05:33 | এই ভিদিঅ’ৰ পাছৰ অংশটোত, আমি ইয়াক কেনেকৈ প্ৰমাণ কৰা হয় শিকিম আৰু অৱশেষত ইয়াত এই ইমেইল-আইদি (email-id)ত সূচীত কৰা উপভোক্তালৈ এই ইমেইলটো পঠাম |
| 05:42 | গতিকে, মোক পাছৰ অংশটোত সংযোগ কৰিব । এতিয়াৰ বাবে বিদায় |
| 05:45 | মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |