PHP-and-MySQL/C4/Display-Images-from-a-Directory/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ইমেজসমূহক (images) কেনেকৈ দাইৰেক্তৰী (directory) এটাত তালিকাভুক্ত কৰা হয় তাৰ এই চুটি টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোৱে ফাইলচ তালিকাভুক্ত কৰা আৰু সিহতে html ক’ড (code) এটা নিপূণভাবে ব্যৱ্হাৰ কৰাৰ সৈতে কাম কৰে, এটা ইমেজ টেগৰ দৰে, ইমেজসমূহ একৌ (echo) কৰিবলৈ যি দাইৰেক্তৰী এটাত তালিকাভুক্ত হৈ থাকে
00:23 শেষৰ ফলাফলটো দেখিবলৈ এনেধৰণৰ কিবা এটা হ’ব
00:26 মই আঠটা ইমেজ বনালো আৰু সিহত পৃষ্ঠা (page) এটাৰ তলত তালিকাভুক্ত হ’ব । ইয়াত এইবোৰ সকলো পৃথক ইমেজ (image)
00:33 আহক আপোনালোকক মই কেনেকৈ মোৰ দাইৰেক্তৰী গাঠণিটো সজাইছো দেখুৱাওঁ - এইটো এনেধৰণৰ
00:37 মই মোৰ 'চৌ (show) দত (dot) php' ফাইলটো পালো যিটোৰ সৈতে আমি ইয়াত কাম কৰিম
00:42 আৰু তাৰপাছত মোৰ ইমেজেচ ('images') ফ’ল্দাৰটো আছে আৰু তাত ইমেজসমূহ আছে যি ইয়াত তালিকাভুক্ত হৈ আছে, দৰ্শিত ধৰণে
00:53 সিহত কি ফৰ্মেতত আছে সেইটো দৰকাৰী নহয়
00:56 সিহত মিশ্ৰিত ফৰ্মেত হ’ব পাৰে, সিহত এটা ফৰ্মেত হ’ব পাৰে আৰু দৰ্শনৰ যিকোনো ফৰ্মেত বা htmlৰ দ্বাৰা ইমেজ ফাইলে কাম কৰিব
01:04 গতিকে, এইটো হৈছে আমাৰ 'চৌ (show) দত (dot) php'
01:06 আৰু এই মূহুৰ্ত্তত এইটো ইয়াৰ ভিতৰত খালী হয়
01:09 আৰু নিশ্বিতভাবে আমাক php টেগচ (tags) লাগিব
01:13 আৰু আমি ইয়াক কৰাৰ পদ্ধতিটো হৈছে - আমি সৰ্বপ্ৰথমে আমাৰ ইমেজসমূহৰ দাইৰেক্তৰীটোৰ সৈতে ভেৰিয়েবল এটা সজাম
01:20 আৰু মই আপোনাক আগতে দেখুৱাৰ দৰে, এইটো ইমেজেচ ('images') আৰু আমাৰ তাত এটা ফ’ৰৱাৰ্দ শ্লাচ আছে
01:24 বেক-শ্লাচৰ (back-slash) দৰে এই চিহ্নসমূহৰ সৈতে সাবধান হ’ব । সিহত phpত বিশেষ কেৰেক্তাৰচ হয় যি ইয়াৰ পাছৰ কেৰেক্তাৰটোক আতৰ কৰে
01:35 গতিকে, উদাহৰণস্বৰূপে যদি আপোনাৰ 'ইমেজেচ (images) ফ’ৰৱাৰ্দ (forward) শ্লাচ (slash) ফ’ট’চ (photos)' থাকে তেন্তে ই phpত 'ইমেজেচ(images)-hotos' হিচাবে লিখা হয় কাৰণ ইয়াত এই কেৰেক্তাৰটোৱে 'p'টোক অৱ্জ্ঞা কৰে
01:51 গতিকে নিশ্বিত কৰক যে আপুনি ফ’ৰৱাৰ্দ শ্লাচ ব্যৱ্হাৰ কৰি আছে আৰু আমাৰ ইয়াত এই ফ’ট’চ ('photos') নাই
01:57 ঠিক আছে, আমি কৰিবলগা পাছৰ বস্তুটো হৈছে 'অপেন (open) dir ফাংচন (function)'টো ব্যৱ্হাৰ কৰাটো
02:01 ই মূলত আমাৰ বাবে দাইৰেক্তৰী এটা খুলিব
02:05 ই দাইৰেক্তৰীটোৰ বিষয়বস্তুসমূহ নহ’ব
02:08 ই মাত্ৰ ইয়াত এই দাইৰেক্তৰীটোৰ নামেৰে এটা নিৰ্দিষ্ট দাইৰেক্তৰী খুলিব
02:14 গতিকে, ইয়াক ইয়াৰ দৰে ৰখাৰ পৰিবৰ্তে আমি যি কৰিম সেইয়া হৈছে ক’ম যদি '$open dir'টো 'অপেন (open) dir' নামৰ নতুন ভেৰিয়েবল এটা আৰু '$dir'ৰ সমান হয় । গতিকে আমি ইয়াত ইয়াক ইয়ালৈ মিলাইছো
02:27 আৰু মূলত এই সকলোৱে যি কৰে সেইয়া হৈছে, ই কয় এইটো সফলভাবে সম্পূৰ্ণ হ’লনে আৰু তাৰপাছ্ত ই 'অপেন (open) dir'ক আমাৰ অপেন দাইৰেক্তৰীটোলৈ সংলগ্ন কৰে, গতিকে আমি ইয়াক পাছত নিপূণভাবে ব্যৱ্হাৰ কৰিব পাৰো
02:40 আমি ইয়াক কৰাৰ কাৰণটো হৈছে যদি আপোনাৰ দাইৰেক্তৰীটো উপলদ্ধ নহয়, আমি যথেষ্ট ক’ড আৰু বহুতো এৰ’ৰচ পাওঁ
02:47 ইয়াত ই কয় যদি আমাৰ কোনো এৰ’ৰচ নাই তেন্তে আমি ভিতৰত ক’ডটোৰ সৈতে কৰিব পাৰো আৰু আমাৰ ব্লক ইয়াত আছে
02:56 ঠিক আছে, এতিয়া পাছৰটো অধিক জটিল
02:59 আহক ইয়াক যুক্ত কৰা আৰম্ভ কৰো এইটো দাইৰেক্তৰীটো খুলিবলৈ
03:03 আৰু ভিতৰত আমি যি কৰিম সেইয়া হৈছে আমি দাইৰেক্তৰীটো পঢ়িম, গতিকে 'ৰিদ (read) dir'
03:09 আৰু আমি ইয়াক হোৱাইল (while) লোপ এটাৰ সৈতে কৰিম কাৰণ হোৱাইল (while) লোপটোৰ কাষৰ প্ৰতিটো লোপ (loop)ৰ বাবে আমি একৌ (echo) কৰিব বিচাৰিছো বা অন্যথা ফ’ল্দাৰটোৰ ভিতৰৰ প্ৰতিটো ইমেজৰ ইমেজ (image)টো দৰ্শিত কৰিব বিচাৰিছো
03:23 গতিকে আমি আমাৰ হোৱাইল (while) লোপটোৰ সৈতে আৰম্ভ কৰিম । আমি ইয়াত যি যাব তাক বনাম আৰু এইটো হৈছে আমি কাৰ্যকৰী কৰিব লগা ক’ডৰ ব্লক (block), ইয়াত মাজত, আমাৰ হোৱাইল (while) লোপটোৰ বাবে
03:32 ঠিক আছে, ইয়াৰ বাবে আমি যি কৰিম সেইয়া হৈছে - যদি ফাইল ($file) সমান ৰিদ দাইৰেক্তৰী ('read directory'), সি হৈছে এটা নতুন ফাংচন যি মই এইমাত্ৰ পৰিচিত কৰিছো
03:44 আৰু নিশ্বিতভাবে, আপুনি হয়তো অনুমান কৰিছে, আপুনি ইয়াৰ ভিতৰত 'অপেন (open) dir' ভেৰিয়েবলটো লিখিব লাগিব
03:51 গতিকে, ই মূলত দাইৰেক্তৰীটো পঢ়িছে যি আমি ইতিমধ্যে 'open dir()' ফাংচনটো ব্যৱ্হাৰ কৰি খুলিলো
03:57 গতিকে, এই দুটা প্ৰকৃততে দৰকাৰী ফাংচন, গতিকে মই সিহতক এটাক আনটোৰ সৈতে মিল কৰিব পাৰো
04:03 আৰু পুনৰ আমি ইয়াক ইয়াত প্ৰমাণ কৰিম আৰু ধৰক যদি ই সমান ফলচ ('False') নহয় বা যদি ই সমান নহয় বা যদি ই নুখুলে বা যদি ইয়াক পঢ়িব নোৱাৰি সি বুজাই যে আমি হ্য়তো পাছত কিছু এৰ’ৰচ পাম
04:17 আৰু ইয়াৰ সৈতে আমি গাঠণিটো আৰম্ভ কৰিব লাগিব
04:20 আমি ইয়াক পেৰেনথেচিচত থ’ব লাগিব
04:23 গতিকে, আহক তাক পেৰেনথেচিচত থওঁ
04:25 ঠিক আছে, গতিকে সেইটো আমাৰ সম্পূৰ্ণ হোৱাইল (while) ষ্টেতমেন্ত হ’ব
04:30 এতিয়া ভিতৰত ইয়াক কৰাৰ প্ৰকৃততে এটা সহজ পদ্ধতি আছে কাৰণ আমি এই ফাইল ($file) ভেৰিয়েবলটো বনাইছো
04:35 আৰু আমি হোৱাইল (while) লোপ এটাৰ ভিতৰত আছো । গতিকে ই এই দাইৰেক্তৰীটোৰ ভিতৰত অৱস্থিত প্ৰতিটো ফাইলৰ বাবে পৰিবর্তনশীলভাবে আপদেত কৰিব
04:40 গতিকে, আমি এতিয়া প্ৰকৃততে কৰিবলগাটো হৈছে কওঁ একৌ (echo) ফাইল ($file) আৰু আমি হয়তো যি কৰিব বিচাৰিছো সেইয়া হৈছে তাৰ শেষত br এটা যোগ কৰাটো
04:50 গতিকে, যদি আমি ইয়াত আমাৰ ব্ৰ’জাৰ খুলো আৰু ৰিফ্ৰেছ কৰো, আপুনি চাব পাৰে যে আমাৰ সকলো দাইৰেক্তৰী তালিকাভুক্ত হোৱা পালো
04:55 এতিয়া মোৰ দাইৰেক্তৰী তালিকাভুক্ত কৰাৰ ওপৰত কিছু অন্য টিউট’ৰিয়েলচ আছে, মই ভাবো মই ইয়াক আগতে উল্লেখ কৰিছো
05:00 আমি এটা দত আৰু এটা দ্বৈত দত পালো, এইটো মূলত দাইৰেক্তৰী গাঠণিৰ বাবে বিশেষ স্বৰলিপি
05:05 দত ('dot') মই ভাবো বৰ্ত্তমান দাইৰেক্তৰী হয়, দত দুটা ঘূৰি যাব বা তেনেধৰণৰ কিবা এটা
05:13 কিন্তু এতিয়া আমি যি কৰিব লাগিব সেইয়া হৈছে, ইয়াক আমাৰ লোপ (loop)টোৰ ভিতৰত প্ৰমাণ কৰিম নিশ্বিত কৰিবলৈ যে আমি এই দত আৰু এই ফুল-ষ্টপটো একৌ (echo) নকৰো, এই দত দুটা, ক্ষমা কৰিব
05:22 কাৰণটো হৈছে যদি আমি এইবোৰক ইমেজ হিচাবে দৰ্শিত কৰিছো সেইটো এটা বৈধ ইমেজ নহয় আৰু সেইটোও এটা বৈধ ইমেজ নহয়
05:27 গতিকে, আমি এইবোৰৰ পৰা পৰিত্ৰাণ পাব লাগিব
05:28 গতিকে মই যি কৰিম সেইয়া হৈছে মই ক’ম ইফ (if) ফাইল ('$file') সমান নহয় দত ('dot')ৰ আৰু - আমাক ইয়াত এটা অৰ (OR)ৰ পৰিবৰ্তে এটা এন্দ (AND) লাগিব - আৰু ফাইলটো সমান নহয় দত দত ('dot dot')ৰ
05:45 গতিকে, যিহেতু আমি লুপিংগ কৰি আছো ই ক’ব: "ই দতৰ সমান হয়নেকি?"
05:50 প্ৰথম কেচটোত এইটো ইয়েচ ('yes') হ’ব, গতিকে আমি আমাৰ ইফ (if)ৰ ভিতৰত এই ষ্টেতমেন্তটো সম্পূৰ্ণকৈ অৱজ্ঞা কৰিম - আমাৰ ইফ (if) ষ্টেতমেন্তটোৰ ভিতৰৰ কমান্ডটো
05:59 আৰু আমি লগতে ইয়াৰ বাবে একেলগে পৰীক্ষা কৰিছো, গতিকে নিশ্বিতভাবে দুয়োটা ট্ৰু হ’ব
06:04 গতিকে এতিয়া আমি যি কৰিম সেইয়া হৈছে, ৰিফ্ৰেছ আৰু আমি দেখিছো যে সিহত অন্তৰধ্যান হ’ল
06:07 ঠিক আছে গতিকে কৰিবলগা পাছৰ বস্তুটো হৈছে ইয়াত এই ফাইল ('$file') ভেৰিয়েবলটো নিপূণভাবে ব্যৱ্হাৰ কৰা প্ৰকৃততে এটা ইমেজ বনাবলৈ
06:16 গতিকে আমি যি কৰিম সেইয়া হৈছে মই এই সকলোকে লৈ যাম আৰু মই কিছু html ক’ড (code) লিখিম এটা ওমনি (omni) শব্দ হিচাবে
06:23 গতিকে, ইমেজ (image) চৌৰ্চ (source) সমান ইয়াত কিবা এটা
06:26 আপুনি এটা উচ্চতা (height) আৰু এটা বহলতা (width) সূচীত কৰিব পাৰে কিন্তু মই এইটো এতিয়া নকৰো কাৰণ মোৰ ইমেজৰ আগতে সজোৱা উচ্চতা আৰু বহলতা আছে
06:33 নিশ্বিতভাবে, যদি আপোনাৰ সকলো ভিন্ন আকাৰৰ ইমেজ আছে, আপুনি সিহত সকলোকে একে আকাৰত থ’ব বিচাৰিব আৰু তাৰপাছত হয়তো সিহতলৈ এটা হাইপাৰ লিংক (hyper link) দিব, যাতে আপুনি সিহতক ব্যক্তিগতভাবে চাবলৈ টিপিব পাৰে
06:43 কিন্তু সেইটো যথেষ্ট পোনপতীয়া আৰু মই আপোনাক ইয়াক কৰিবৰ বাবে php ক’ডটো দেখুৱাম
06:50 ঠিক আছে, আৰু তাৰপাছত প্ৰতিটোৰ পাছত আমাৰ এটা ব্ৰেক (break) থাকিব
06:52 গতিকে ইয়াৰ ভিতৰত, যথেষ্ট, আপুনি হয়তো ভাবিব ই ফাইল ('file') থ’ব কিন্তু তাৰ পৰিবৰ্তে যেতিয়া আপুনি এইটো ৰিফ্ৰেছ কৰে, আপুনি দেখিছে আমি কিছু ভঙা ইমেজ পালো
07:00 কাৰণটো হৈছে যদি মই প্ৰপাৰটিচ (properties)ত টিপো আপুনি দেখিছে ইয়াত আমি ক’লো দাইৰেক্তৰী ইমেজেচ আৰু ইমেজ 1
07:07 আমাক ইয়াত আমাৰ ইমেজেচ দাইৰেক্তৰীটো লাগে
07:10 গতিকে, আমি ইমেজেচ (images) লিখিব পাৰো কিন্তু আমাৰ ইতিমধ্যে তাৰ বাবে এটা ভেৰিয়েবল আছে, সি হৈছে 'dir'
07:14 গতিকে, আমি কওঁ 'dir ফ’ৰৱাৰ্দ (forward) শ্লাচ (slash) ফাইল ($file)', গতিকে এইটো হ’ব ইমেজেচ ফ’ৰৱাৰ্দ শ্লাচ ফাইল
07:19 গতিকে এতিয়া যেতিয়া আমি ৰিফ্ৰেছ কৰো আপুনি দেখিব যে আমি মূলত পৃষ্ঠা (page) টোলৈ ঘূৰি আহিলো যি মই আপোনাক এই টিউট’ৰিয়েলটোৰ আৰম্ভণীতে দেখুৱাইছিলো
07:27 গতিকে, সেইয়াই মূলত ই । বস্তু কৰাৰ অধিক উন্নত পদ্ধতি আছে, সিহতক বাহিৰ উলিয়াবলৈ, ইত্যাদি
07:35 আৰু যদি আপোনাৰ কিবা অসুবিধা হয় তেন্তে অনুগ্ৰহ কৰি মোক যোগাযোগ কৰিব । মই সহায় কৰিম
07:44 ঠিক আছে, তেন্তে দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble