PHP-and-MySQL/C3/MySQL-Part-7/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | টিউট’ৰিয়েলটোৰ এই অংশটোত, মই আপোনালোকক এটা সৰল প্ৰোগ্ৰাম বনাবলৈ সুবিধা এটা দিম |
| 00:08 | এই প্ৰোগ্ৰামটোৱে তালিকা এখনৰ পৰা আমাক নাম এটা নিৰ্বাচিত কৰিবলৈ অনুমতি দিব |
| 00:15 | লগতে ই আমাক তথ্যৰ অংশ এটা আপদেত কৰিবলৈ অনুমতি দিব আৰু মই নামটো নিজে আপদেত কৰা সক্ষমতাটো নিৰ্বাচিত কৰিছো |
| 00:25 | মই ইয়াত ফাৰ্ষ্টনেম ("firstname")টো ক’ম, উদাহৰণস্বৰূপে |
| 00:28 | ইয়াত, আমি তালিকা এখনৰ পৰা নিৰ্বাচিত কৰিব পাৰো আৰু তাৰপাছত সেই তথ্যক আপদেত কৰিব পাৰো |
| 00:33 | মই এই পৃষ্ঠাটো অলপ পৰিবৰ্তন কৰিম আমাক নলগা কিছু তথ্য আতৰাবলৈ |
| 00:39 | ইয়াত আমাক এই একৌৰ প্ৰয়োজন নাই |
| 00:41 | লগতে আমি ইয়াত আমাৰ ফৰ্ম (form) সলনি কৰিম, গতিকে আমাক এতিয়াৰ বাবে ইয়াৰ প্ৰয়োজন নাই |
| 00:47 | আহক ইয়াক নাইকীয়া কৰো |
| 00:49 | আমাক লগতে এইটোৰো প্ৰয়োজন নাই |
| 00:52 | আমাক মাত্ৰ ফাৰ্ষ্টনেম (firstname) আৰু লাষ্টনেম (lastname) প্ৰয়োজন হ’ব । দেত অফ বাৰ্থ (Date of birth) আৰু জেন্দাৰ (gender) একেবাৰে বিষয় নহয় |
| 00:59 | আহক ইয়াকো নাইকীয়া কৰো । আমাক ইয়াৰ প্ৰয়োজন নাই.... ইয়াৰো নাই |
| 01:04 | ঠিক আছে, আগবাঢ়ো |
| 01:06 | এই টিউট’ৰিয়েলটো সম্পূৰ্ণ নহ’ব আৰু লগতে সম্পূৰ্ণ শুদ্ধওঁ নহ’ব |
| 01:13 | যিকিনহওঁক, ই আপোনাক কেনেদৰে ৰেকৰ্ডচ (records) বিলাক html চিলেক্ত(select) বক্সেচ(boxes) লৈ প্ৰযোজ্য হ’ব দেখুৱাব |
| 01:23 | আৰু লগতে আপুনি নিৰ্বাচিত কৰাৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ তথ্য আপদেত কৰা হয় দে্খুৱাই |
| 01:30 | আপুনি ইয়াত দেখাৰ দৰে, মই হোৱাইল লোপ (while loop) টোৰ ভিতৰত কিছু দাতা নিৰ্মান কৰিম |
| 01:45 | আমি ইয়াত কিছু html দাতা(data) নিৰ্মান কৰিম |
| 01:47 | ইয়াত মই একৌ কৰিছো । মোক ইয়াত অলপ সময় ৰবলৈ দিয়ক |
| 01:56 | আহক ইয়াত তললৈ যাওঁ |
| 01:58 | আমি এটা চিলেক্ত (select) ক্ষেত্ৰ নিৰ্মান কৰিম যিটো হৈছে এটা চিলেক্ত বক্স (select box) |
| 02:02 | এইটো এটা দ্ৰপ দাউন (drop down) বক্স আৰু এই প্ৰত্যেক বক্সৰ বাবে, আমাৰ এটা বিকল্প আছে |
| 02:14 | উদাহৰণ স্বৰূপে, এইটো 1 বা 2 হ’ব পাৰে |
| 02:17 | গতিকে, আহক ইয়ালৈ ঘূৰি আহো আৰু ৰিফ্ৰেছ (refresh) বুটাম । আহক ইয়াক ৰিফ্ৰেছ(refresh) কৰো |
| 02:28 | আহক আমি এই দাইলগ বক্স (dialog box)ৰ পৰা পৰিত্ৰান পাওঁ |
| 02:31 | ইয়াত আমি 1বা 2 পালো । ইয়াত এইটো htmlৰ অংশ |
| 02:36 | ইয়াত আমি এইটো প্ৰয়োগ কৰিম আৰু আমি আমাৰ ৰেকৰ্ডচ (records)ৰ বাবে বিচাৰিম । আমি এটা নাম দিম....এই প্ৰত্যেক অপচন (option) বক্সত |
| 02:44 | আমি বিচাৰি পোৱা প্ৰত্যেক ৰেকৰ্ড (record)ত মই এটা অপচন নেম দিম |
| 02:48 | যদি আপুনি ইয়াক বুজা নাই, ই বুজাই ক’ডটোৰ ভিতৰত যি প্ৰত্যেক ৰেকৰ্ডৰ বাবে পুনৰাবৃত্তি হ’ব, ইয়াত লোপটোৰ বাহিৰত, আমি আমাৰ html ক’ডটোৰ প্ৰথম অংশটো একৌ (echo) কৰিব বিচাৰিছো |
| 03:00 | এইটো চিলেক্ত ("select" ) হ’ব আৰু তাৰ নেম (name)টো নেম ("name") হ’ব |
| 03:08 | বা অন্যহাতে মই ইয়াক পিপ’ল নেম (people name) বুলি ক’ম |
| 03:13 | ইয়াৰ পাছত, আমাৰ হোৱাইল (while) লোপটোৰ বাহিৰত, ইয়াত আমি শেষৰ টেগ (ends tag)টো একৌ কৰিম । গতিকে, আহক আমি লিখো ফৰওৱাৰ্দ শ্লাছ (forward slash) আৰু চিলেক্ত (select) |
| 03:24 | ইয়াত আমাৰ হোৱাইল (while) লোপটোৰ ভিতৰত অন্তৰ্ভুক্ত নকৰাৰ কাৰণটো হৈছে যদি ই পুনৰাবৃত্তি কৰে তেন্তে ই আৰম্ভনী আৰু সামৰনি টেগচ (tags) পুনৰাবৃত্তি কৰিব আৰু অপচন (option) অংশটো নহয় যিটো আমাক লাগে |
| 03:36 | ইয়াত অপচন (option) অংশটো লোপটোৰ ভিতৰত যায় |
| 03:39 | আহক একৌ কৰো, আহক কওঁ ফাৰ্ষ্টনেম ("$firstname") |
| 03:42 | আৰু ই যি কৰে সেইয়া হৈছে, প্ৰত্যেক ৰেকৰ্ডৰ বাবে, ই এই অপচন ক‘ডটো একৌ কৰিব |
| 03:48 | আৰু আপোনাৰ যদি মনত আছে ইয়াৰ তলত, আমাৰ অপচন (option) আৰু অপচন ইন্দ (option end) আছে |
| 03:52 | এইটো পুনৰ আৰু পুনৰ পুনৰাবৃত্তি হ’ব |
| 03:57 | এতিয়া আমাৰ চিলেক্ত ("select") অংশটো ইয়াত আৰু চিলেক্ত ইন্দ ("select end")টো ইয়াত আছে |
| 04:01 | আমি ই এবাৰ একৌ হোৱাটো বিচাৰো, ই এবাৰ একৌ হ’ব আৰু এইবোৰ দাতাবেচ (database)ত বা টেবল (table)ত থকা প্ৰত্যেক ৰেকৰ্ড (record)ৰ বাবে একৌ হয় |
| 04:10 | আপুনি ৰিফ্ৰেছ কৰি ইয়াক প্ৰতিপন্ন কৰিব পাৰে |
| 04:13 | আমাৰ ক’ড ক’লৈ গ’ল ? |
| 04:15 | আহক ঘূৰি গৈ চাওঁ ভুলটো ক’ত আছে । প্ৰকৃততে, আমি ইয়াত এই অংশটো সলাব লাগিব - ইফ (if) ষ্টেতমেন্ত (statement)টো |
| 04:25 | আমি আমাৰ চাবমিত ("submit") বুটামটো আৰু নাচাওঁ, গতিকে আমি তাক নাইকীয়া কৰিব পাৰো |
| 04:29 | গতিকে এতিয়া, সকলো ঠিকে আছে বুলি ভাবি, আমি ৰিফ্ৰেছ (refresh) কৰিম আৰু আমাৰ দাতাবেচত থকা ৰেকৰ্ডচৰ সকলো ফাৰ্ষ্টনেমচ (firstnames)ৰ এটা লিষ্ট বক্স (list box) আছে |
| 04:39 | এতিয়া মই এইটো দেখিবলৈ ভাললগা কৰিব বিচাৰিছো আৰু গতিকে মই ক’ডত চাৰনেম ("$surname") বা লাষ্টনেম ("$lastname") ক’ম |
| 04:47 | আগবাঢ়ক ! ৰিফ্ৰেছ (Refresh) । এইটো এটা প্ৰকৃততে html ক’ড(code) ব্যৱহাৰ কৰাৰ সৰল পথ, নহয়নে ? |
| 04:52 | এতিয়া আমি অপচন (option)ৰ বিষয়ে কথা পাতিম |
| 04:56 | আমাক প্ৰতিটো অপচন (option)ৰ বাবে এটা নাম লাগিব আৰু প্ৰত্যেকৰ নেম (name)টো এটা "$id" হ’ব |
| 05:00 | যদি মই ৰিফ্ৰেছ (refresh)ত টিপো আৰু মোৰ পৃষ্ঠাৰ উৎসটোলৈ আহো, আপুনি চাব পাৰে যে ইয়াত আমি প্ৰতিটোতে 1,2,3,4, পালো |
| 05:13 | এইটো অতিকে দৰকাৰী কাৰণ এতিয়া আমি বিশেষ ৰেকৰ্ডচ আপদেত কৰিব পাৰো মাত্ৰ নামটোৰে যোৱাতকৈ |
| 05:23 | গতিকে ইয়াত, মই মোৰ আপদেত ফৰ্ম (update form) নিৰ্মান কৰিবলৈ আৰম্ভ কৰিম |
| 05:28 | মই মোৰ চিলেক্ত ("select")ৰ পাছত এটা ইনপুট (input) বক্স থ’ম আৰু এইটো টেক্সত ("text") হ’ব |
| 05:33 | নামটো হ’ব টু চেঞ্জ ('tochange') । এইটোৱেই হৈছে আমি সলাব লগাটো |
| 05:40 | পাছত আমি চাবমিত (submit) বুটাম নামৰ এটা বুটাম বা আন এটা ইনপুট উপাদান বনাম যাৰ মানটো সলনি ('change') হ’ব |
| 05:53 | ইয়াত মই এতিয়াৰ বাবে ফাৰ্ষ্টনেম ($firstname)টো সলাম, মাত্ৰ এটা উদাহৰণ হিচাবে |
| 05:58 | গতিকে, ইয়াত এইটো আমাৰ ফৰ্ম (form)ৰ বুনিয়াদ |
| 06:00 | ইয়াত আমি নেম ("name")টো পালো আৰু ইয়াক আমি কিহলৈ সলাম |
| 06:04 | গতিকে ইয়াত মই ইয়াক এলেক্স ("Alex")ৰ পৰা আলেকজেন্ডাৰ ("Alexander")লৈ সলাম আৰু তাৰপাছত চেঞ্জ (Change)ত টিপিম |
| 06:10 | এই মূহুৰ্তত একো হোৱা নাই |
| 06:12 | এতিয়া, আমি যি কৰিম সেইয়া হৈছে ইয়াক ফৰ্ম (form)ৰ ভিতৰত থ’ম যাতে মই মোৰ ফৰ্ম (form) শেষ কৰিব পাৰো |
| 06:17 | ইয়াত, এইটো অলপ খেলিমেলি হৈছে কিন্তু আশাকৰো আপুনি কি হৈছে চাব পাৰে |
| 06:23 | আহক মই ইয়াত তললৈ যাওঁ । ওপৰত ইয়াত, আমি আমাৰ ফৰ্ম (form) আৰম্ভ কৰিব লাগিব |
| 06:27 | একচন (action)টো হ’ব আমি এই মূহুৰ্তত থকা পৃষ্ঠাটো যিটো হৈছে "mysql দত(dot) php" |
| 06:33 | আনকি, মই এইটো আন এটা পৃষ্ঠাত কৰিম |
| 06:36 | গতিকে, এইটো "mysql আপদেত (update) দত (dot) php"লৈ সলাওঁক |
| 06:40 | ই আপুনি চাবৰ বাবে ইয়াক অলপ সহজ বনাব আৰু মোৰ বাবে লিখিবলৈ সহজ কৰিব |
| 06:45 | তাৰপাছত তাক ৰিফ্ৰেছ কৰি, আমি চাব পাৰো যে আমি নতুন পৃষ্ঠাটোলৈ যাওঁ যিটো এই মূহুৰ্তত পোৱা নগ’ল |
| 06:52 | মই তাক ইয়াৰ ভিতৰত নিৰ্মান কৰিম |
| 06:55 | মই তাক পোনপতিয়াকৈ "mysql আন্দাৰস্ক’ৰ (underscore) আপদেত (update) দত (dot) php" হিচাবে ছেভ কৰিম |
| 07:00 | আমি আমাৰ php টেগচ (tags) আৰম্ভ কৰিব লাগিব |
| 07:03 | আমাক "কানেক্ত (connect) দত (dot) php" ৰ প্ৰয়োজন হ’ব কাৰণ আমি আমাৰ দাতাবেচ পুনৰ সংযোগ কৰিছো |
| 07:14 | আমি লগতে নামটোৰ মান পাব লাগিব যিটো আমি সলাইছো |
| 07:18 | গতিকে, আমি আমাৰ চিলেক্ত নেম (select name) পিপ'ল নেম (peoplename) মাতিম |
| 07:20 | গতিকে, আমি ইয়াত লিখিম "পিপ'লনেম ($peoplename)" সমান (equals) $_পষ্ট (POST) আৰু 'পিপ'লনেম (peoplename)' |
| 07:29 | সেইটোৱেই হৈছে আমি কথা পাতি থকা html এলিমেন্ত (element) টোৰ নামটো |
| 07:33 | ইয়াক 1,2,3 বুলি মাতিম |
| 07:37 | এইটো হৈছে আমাৰ id যি আমাৰ দাতাবেচৰ ভিতৰত আছে |
| 07:39 | টুচেঞ্জ ("tochange") হৈছে ফিল্ডটো য’ত আমি আমাৰ নতুন মানটো লিখিবলৈ সাজু আছু |
| 07:47 | ইয়াত মই বৃষ্টিত ভাবে ইফ (if) ষ্টেতমেন্ত এটা ক’ড কৰিম ক'বলৈ ইফ (if) পিপ'লনেম ($peoplename) এন্ড (AND) (&&) টুচেঞ্জ ($tochange) |
| 07:56 | ই আমি তাত আমাৰ দুয়োটা মান পোৱাটো নিশ্বিত কৰে |
| 08:01 | তাৰপাছত, আমি লিখিম "চেঞ্জ ($change") সমান (equals) "mysql_(কোৱেৰী) query()" আৰু সেইটো মাত্ৰ আপদেত পিপ'ল ("UPDATE people") যি হৈছে ইয়াত আমাৰ টেবল (table)ৰ নামটো |
| 08:17 | আপদেত (UPDATE) পিপ'ল (people) চেট (SET) ফাৰ্ষ্টনেম (firstname) সমান 'টুচেঞ্জ ($tochange)' হোৱেৰ (WHERE) ফাৰ্ষ্টনেম (firstname) সমান (equals).... |
| 08:31 | নহয়, আনকি আমি নহয়..... আমি ইয়াক "id" ৰে সলাইছো, নহয়নে ? |
| 08:39 | গতিকে আমি লিখিম "id" টো পিপ'লনেম ($peoplename)ৰ মানৰ সমান হয়নে |
| 08:52 | ঠিক, আহক ঘূৰি যাওঁ |
| 08:58 | আহক ধৰো কাইল("Kyle")ৰ নামটো সলাবলৈ মই কাইল ("Kyle") ললো |
| 09:02 | ইয়াৰ নামটো হৈছে 2 গতিকে পিপ'লনেম ("peoplename")টোও লগতে 2 হয় |
| 09:06 | গতিকে, আমি ইয়াক ইয়ালৈ সলালো য’ত এইটো হৈছে id |
| 09:11 | সেইটো মই আপোনাক টিউট'ৰিয়েলটোৰ পাছৰ অংশত দেখুৱাম কাৰণ মোৰ সময় কম |
| 09:15 | গতিকে, সোনকালে দেখা হ’ম । মই মৌচুম হাজৰিকাই স্প'কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |