PHP-and-MySQL/C3/MySQL-Part-5/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 mySQL অংশ 5 লৈ স্বাগতম । উপভোক্তালৈ আমাৰ দাতা একৌ (echo) কৰিবলৈ আৰু ইয়াৰ পৰা ফলাফল দৰ্শিত কৰিবলৈ, আমি হোৱাইল (while) ষ্টেতমেন্ত ব্যৱহাৰ কৰিব লাগিব
00:12 মই উল্লেখ কৰাৰ দৰে, আমি এটা ৰৌ ($row) ভেৰিয়েবল নিৰ্মান কৰিলো আৰু এইটো "= mysql_fetch_assoc"
00:21 ই আমাৰ এক্সট্ৰেক্ত কোৱেৰী ("extract" query)ৰ পৰা এটা এচ’চিয়েটিভ এৰে (associative array) নিৰ্মান কৰিছে যি ইয়াত আছে
00:27 গতিকে, আমি পিপ’ল টেবল ( "people" table) খনৰ সকলো খিনি নিৰ্বাচিত কৰিছো আৰু সিহঁতক "id" ৰ দ্বাৰা বৰ্দ্ধিত ক্ৰমত সজাইছো
00:33 আমাৰ হোৱাইল (while)ৰ ভিতৰত, যিহেতু আমি ৰৌ ($row)ক এটা এৰে (array) হিচাবে লিখিছো আৰু এইটো এটা এচ’চিয়েতিভ এৰে (associative array), row[0] টো ভুল হ’ব কাৰণ এইবোৰ সাংখ্যিক
00:46 এইবোৰ সাংখ্যিক id tags(টেগচ) আৰু ইয়াৰ পৰিবৰ্তে আমি আমাৰ ফিল্ডনেম ব্যৱহাৰ কৰিম, যিহেতু ই এচ’চিয়েতিভ (associative)
00:59 গতিকে, 0, 1, 2, 3, 4 ৰ পৰিবৰ্তে আমি প্ৰকৃত নাম ব্যৱহাৰ কৰিম
01:05 আহক ইয়াৰ পৰা ভেৰিয়েবল নিৰ্মান কৰো । মই কওঁ $id আৰু তাৰপাছত $firstname (ফাৰ্ষ্টনেম) সমান, আমি একেটা গাঠনি ব্যৱহাৰ কৰি আহিছো
01:15 গতিকে, ইয়াক কপি আৰু পেষ্ট কৰিবলৈ অতি সহজ
01:19 আহক ইয়াক সংভৃত (indent) কৰো
01:24 গতিকে আমাৰ 5 একেলগে আছে
01:28 গতিকে সেইটো পাঁচ আৰু তাৰপাছত আহক সলনি কৰো । এইটো এটা মন্থৰ প্ৰক্ৰিয়া!
01:34 কিন্তু এনেদৰে কৰিবলৈ ই এটা অধিক দ্ৰুত পদ্ধতি
01:38 গতিকে লাষ্টনেম ($lastname) আৰু আমাৰ জন্মৰ তাৰিখ($dob)টো আছে । লগতে আমাৰ জেন্দাৰ ($gender)টোওঁ আছে
01:47 আমাৰ সকলো দাতা আছে আৰু এতিয়া আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম ?
01:51 আমি একৌ (echo) কমান্ড (command)টো ব্যৱহাৰ কৰিব লাগিব
01:55 তাত মাজত এটা লোপ (loop) থাকিব পাৰে, এই মূহুৰ্তত । গতিকে, আমি একৌ(echo) কৰা যিকোনো পুনৰাবৃত্তি হ’ব ।
02:02 প্ৰত্যেক ৰেকৰ্ড (record) আমি কওঁ আৰু সেইটো শুদ্ধওঁ । আমি এই ক’ড (code)টো পুনৰ চলাম
02:07 উদাহৰণস্বৰূপে, মই ইয়াত কওঁ টেক্সত ("Text") । তাত বৰ্তমান 4 ৰেকৰ্ডচ (records) আছে
02:13 এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰাৰ পাছত, আপুনি দেখিব টেক্সত (Text) 4 বাৰ একৌ হোৱাটো
02:18 4 বাৰ লিখি, ইয়াত এই ক’ডৰ অংশটোৱে, প্ৰত্যেক লোপ (loop)ক দৰ্শায়
02:24 সেইবাবে আমি অন্তৰ্ভুক্ত কৰিব পাৰো উদাহৰণ স্বৰূপে, $id বা ফাৰ্ষ্টনেম ($firstname) বা অন্য কিবা, যি আমি দাতাবেচৰ পৰা আমাৰ এচ’চিয়েটিভ এৰে (associative array) ব্যৱহাৰ কৰি নিষ্কাসিত কৰিছো
02:36 এতিয়া মই লিখিম: $firstname (ফাৰ্ষ্টনেম) $lastname (লাষ্টনেম) was (ওৱাজ) born (বৰ্ন) on (অন) $dob জন্মৰ তাৰিখৰ বাবে and (এন্ড) is (ইজ) আৰু মই তাত জেন্দাৰ ($gender) দিম
02:49 আমাৰ লাইন-ব্ৰেক (line-break)টো নাপাহৰিব । মই আমাৰ পৃষ্ঠাটো ৰিফ্ৰেছ (refresh) কৰিম
02:54 তাৰপাছত আমাৰ গঠিত দাতাৰ যোৰা আছে ভেৰিয়েবল নেমচ (variable names) ব্যৱহাৰ কৰি
02:59 আমি সঠিক ক্ৰমত দিছো আৰু লগতে ই আমাৰ প্ৰতিটো ৰেকৰ্ড (record)ৰ বাবে পুনৰাবৃত্তি হৈছে
03:08 ঠিক আছে, আমি এইমাত্ৰ এই ষ্টাৰটো ব্যৱহাৰ কৰি আমাৰ টেবলৰ বিষয় বস্তুটো দিছো, এই এচটেৰিক্স (asterisk) টোৰদ্বাৰা ডিক্লেয়াৰ (declare) কৰি, য’ত ই প্ৰত্যেক ৰেকৰ্ড (record)ত প্ৰত্যেক একক দাতা সংগ্ৰহ কৰে
03:22 এতিয়া মই এইটো কৰো । মই ক’ম if(ইফ) $gender(জেন্দাৰ)== "F" তেন্তে $gender(জেন্দাৰ)= "Female"(ফিমেল)
03:39 তাৰ প্ৰকৃত উচ্চাৰণটো আৰু তাৰপাছত আহক আমি কওঁ else(এলচ) $gender(জেন্দাৰ)= "Male"(মেল) । ই মানটোৰ ওপৰত নিৰ্ভৰ কৰি ভেৰিয়েবলটো পুনৰ লিখিব
03:50 যদি আমি এতিয়া ৰিফ্ৰেছ (refresh) কৰো, আমি চাব পাৰো এইটো মেল মেল (Male) আৰু ফিমেল ফিমেল (Female)লৈ সলনি হৈছে । আমাৰ লগতে এই দাতা দৰ্শিত কৰা কিছু আগ্ৰহীক পদ্ধতি আছে
04:00 এই সময়ত, মই পিপ’ল (people) টেবুল (table)ৰ পৰা নিৰ্বাচিত কৰিছো আৰু id ৰ দ্বাৰা ক্ৰম কৰিছো আৰু উৰ্দ্ধক্ৰম
04:07 মই লগতে নিম্নক্ৰম id ত ক্ৰম কৰিব পাৰো । আপুনি চাব পাৰে যে ই এই দাতা চাৰিওফালে স্থানান্তৰ কৰে
04:15 আমি লগতে ইয়াক ফাৰ্ষ্টনেম (firstname)ৰ দ্বাৰা ক্ৰম কৰিব পাৰো । ই ইয়াক নিম্ন আক্ষৰিক ক্ৰম (descending alphabetical order)ত থ’ব আৰু উৰ্দ্ধিতই ইয়াক উৰ্দ্ধ আক্ষৰিক ক্ৰম (ascending alphabetical order)ত থ’ব
04:33 গতিকে, আমি পালো A, D, E, আৰু K
04:36 আপুনি উপাধি (surname)ৰ লগতো একে কৰিব পাৰো
04:39 আপুনি যিকোনোৰ লগতো একে কৰিব পাৰে । আনকি জন্মৰ তাৰিখো, যেতিয়ালৈকে আপুনি ইয়াত ইয়াক সংলগ্ন কৰে
04:46 আন এটা কৰিব লগা হৈছে, মই ইয়াক id লৈ ঘূৰাই লৈ যাম আৰু ইয়াক নিম্নক্ৰমত দিম । আমি এই LIMIT(লিমিত) 1 ব্যৱ্হাৰ কৰিব পাৰো বা আমি ক’ব পাৰো LIMIT(লিমিত) 2, 3 বা 4
04:58 এতিয়া মই ইয়াৰ উদ্দেশ্যে LIMIT(লিমিত) 1 দিম
05:00 এতিয়া আহক 1 পৃষ্ঠাটোৰ উপভোক্তা হয় যি এই টেবলখনত ভৰ্ত্তি হোৱা অন্তিম লোকজনক জানে
05:11 গতিকে মই ইয়াত একৌ (echo) কওঁ
05:16 একৌ (echo) "Last (লাষ্ট) person (পাৰ্চন) to (টু) be (বি) inserted (ইনচাৰ্টেদ) into (ইনটু) table (টেবল) was (ওৱাজ)..." আৰু মই ইয়াক তেনেদৰেই এৰিম আৰু এটা লাইন-ব্ৰেক (line-break) দিম
05:27 মই মাত্ৰ প্ৰথম আৰু শেষ নামটো একৌ (echo) কৰিম । ঠিক আছে
05:33 গতিকে, ইয়াত আমি চাব পাৰো যে বহুতো বিভ্ৰান্তি আছে
05:38 "Last (লাষ্ট) person (পাৰ্চন) to (টু) be (বি) inserted (ইনচাৰ্টেদ).." হয়, আনকি ই কাম কৰে
05:43 এইটো ইতিমধ্যে লিমিত ("LIMIT") কমান্ড (command)ত লিখা আছে
05:46 মই যি কৰিছো সেইয়া হৈছে মই ইয়াক id ৰ নিম্নক্ৰমত 1ৰ দ্বাৰা সিমিত কৰিছো - id টো বৰ্দ্ধিতমানৰ - মই ওপৰত 4 পাওঁ আৰু যদি আমি ইয়াক 1ৰ দ্বাৰা সিমিত কৰো, 4টো হ’ব একমাত্ৰ ৰেকৰ্ড (record) যি নিৰ্বাচিত হৈছে
06:01 সেইবাবে, টেবলখনৰ শেষ লোকজন, যিহেতু শেষ ৰেকৰ্ডটো দৰ্শিত হৈছে, ইয়াৰ মানটো একৌ (echo) হ’ব
06:09 এই হোৱাইলে (while) মাত্ৰ 1 দাতা মান ঘূৰাই দিব
06:13 যিহেতু আমি ইয়াত 1 দাতা মান ঘূৰাই দিছো, আমি এইবোৰৰ দ্বাৰা বিভ্ৰান্ত হৈছো
06:18 ইয়াত এইটো এটা কমান্ড, SELECT (চিলেক্ত) asterisk (এচটেৰিক্স) (*) FROM (ফ্ৰম) "people" (পিপ’ল) , ORDER (অৰদাৰ) BY (বাই) id DESC হৈছে আনএটা আৰু LIMIT(লিমিত) 1 ইয়াত আন্য এটা
06:27 আমি ক’মা বা অন্য কিবা ব্যৱহাৰ নকৰো । এইটো হৈছে কেনেদৰে আমি আমাৰ কোৱেৰী (query)ৰ ভিতৰত ক’ড (code) লিখো
06:34 ঠিক আছে, ইয়াক পৰীক্ষা কৰিবলৈ - মই php MyAdmin(মাইএদমিন)Insert (ইনচাৰ্ত) ফাংচন ব্যৱহাৰ কৰি অন্তৰ্ভুক্ত কৰিম আৰু মই আন এটা ৰেকৰ্ড (record) অন্তৰ্ভুক্ত কৰিম
06:45 উদাহৰণস্বৰূপে, আহক লিখো দেভিদ গ্ৰীণ ("David Green") আৰু আমাৰ date of birth (জন্মৰ তাৰিখ)টো যিকোনো হ’ব পাৰে
06:55 আমি ইয়াত প্ৰকৃততে কি লিখো সেইয়া নিৰ্ভৰ নকৰে । আমি কওঁ মেল (Male)
07:00 মই ইয়াৰ তললৈ আহিম আৰু এই দাতা জমা কৰিম
07:02 Browse (ব্ৰৌজ)ত টিপক আৰু ইয়াত আমাৰ এটা নতুন মান আছে
07:06 যেতিয়া আমি ইয়ালৈ ঘূৰি আহিম আৰু ৰিফ্ৰেছ (refresh) কৰিম, সেইটো দেভিদ গ্ৰীণলৈ ("David Green") সলনি হ’ব
07:10 গতিকে, এইটো প্ৰকৃততে দৰকাৰী হয় যদি আপোনাৰ এটা ওৱেবচাইট (website) আছে য’ত আপুনি কথা চিত্ৰ বা ব্যক্তিগত চিত্ৰ ৰাখিছে
07:17 আপুনি উপভোক্তাই ভৰ্তি কৰা শেষৰ বস্তুটোত স্থাপন কৰিব পাৰিব
07:21 বা হয়তো শেষৰ ব্যক্তিজন যি আপোনাৰ ওৱেবচাইতত পঞ্জীয়ন কৰিছে বা যিকোনো
07:30 ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা সীমাহীন
07:33 মূলত কেনেকৈ দাতা একৌ (echo) কৰা হয় আৰু কেনেকৈ ইয়াক mysql query(কোৱেৰী ) ব্যৱহাৰ কৰি নিপূণভাবে পৰিচালনা কৰা হয়
07:44 পাছৰ অংশটোত, আমি আমাৰ উপভোক্তাক তেওঁলোকে দৰ্শিত কৰিব বিচৰা দাতা নিৰ্ধাৰিত কৰিবলৈ অনুমতি দিম
07:50 আমি কিছু html forms(ফৰ্মচ) নিৰ্মান কৰি তেওঁলোকক এইটো কৰিবলৈ সক্ষম কৰিম
07:55 ই তেওঁলোকৰ পচন্দৰ দাতাবেচ (database) বা টেবল (table )ৰ পৰা এটা নাম নিৰ্বাচিত কৰিবলৈ দিব
08:00 গতিকে, মোক পাছৰ অংশটোত সংযোগ কৰক
08:01 এতিয়ালৈ বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো ।

Contributors and Content Editors

Mausamh9