PHP-and-MySQL/C3/MySQL-Part-3/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ, স্বাগতম । এই টিউট’ৰিয়েলটোত আপুনি দাতাবেচ এটাত কিছু দাতা লিখিব
00:07 এইটো কৰিবলৈ আমি "mysql query(কোৱেৰী)" ফাংচন ব্যৱ্হাৰ কৰিম
00:12 এতিয়া ইয়াত আপুনি চাব পাৰে যে আমাৰ... ৰেকৰ্ডচ (records) আছে
00:16 মই এই টিউট’ৰিয়েলটো পুনৰ কৰিছো কাৰণ প্ৰথমবাৰ মই ইয়াক কৰোতে, ই কাম কৰা নাছিলে
00:22 গতিকে প্ৰথমে, মই ইয়াত এই দাতা নাইকীয়া কৰিম
00:29 ঠিক আছে... গতিকে আমাৰ এখন খালী টেব’ল আছে, সম্ভৱ্ত এই মূহুৰ্তত আমাৰ টেব’লত দাতা নাই
00:37 আমি চাব পাৰো যে ইয়াত একো নাই
00:40 ইয়াত মাত্ৰ আমাৰ ফিল্ডনেমচ (field names) আছে
00:43 আৰম্ভ কৰিবলৈ, ইয়াত, আহক ইয়াক কমেন্ত (comment) কৰো
00:47 গতিকে, কিছু দাতা লিখক ("write some data") । তাৰপাছত আমি এটা কোৱেৰী (query) সজাম যি দাতা লিখিব
00:52 গতিকে...ৰাইট ("$write") আৰু আমি "mysql-query()" ফাংচন ব্যৱহাৰ কৰিম
00:57 আৰু ই প্ৰকৃততে 1 পাৰামিটাৰ ল’ব যি হৈছে আমাৰ sql query(কোৱেৰী)
01:02 এইটো কৰিবলৈ, আমি দাতা ভৰ্তি কৰিবলৈ ইনচাৰ্ত ("INSERT") লিখিম
01:06 আমি লিখিম ইনচাৰ্ত ইনটু ("INSERT INTO")
01:09 এতিয়া মই ইয়াক বৰফলাত লিখাৰ কাৰণটো হৈছে ই sql code(ক’ড)
01:14 যদি মই যিকোনো বৰফলাত লিখো ই বুজায় এইটো sql code(ক’ড)
01:19 যদি মই যিকোনো সৰুফলাত লিখো ই বুজায় এইটো হয়তো এখন টেব’ল (table) নেম, দাতাবেচ নেম বা ই দাতা যি মই দাতাবেচটোত লিখিছো
01:28 গতিকে, "INSERT(ইনচাৰ্ত) INTO(ইনটু) people(পিপ’ল)" কাৰণ ইয়াত সেইটো আমাৰ টেব’ল নেম
01:33 "INSERT(ইনচাৰ্ত) INTO(ইনটু) people(পিপ’ল)" আৰু তাৰপাছত "VALUES" (ভেলুচ) আৰু তাৰপাছত বন্ধনীৰ ভিতৰত আমি প্ৰতিটো মানৰ বাবে এটা সৰু ঠাই বনাম
01:42 গতিকে, আমি পালো 1,2,3,4,5
01:46 তাত 5 ফিল্ডচ (fields) আছে, গতিকে ইয়াত আমাক প্ৰকৃততে 5 টুকুৰা লিখিত দাতাবেচ লাগিব
01:53 আমাক id, ফাৰ্ষ্টনেম (firstname), লাষ্টনেম (lastname), জেন্দাৰ (gender) লৈকে লাগিব
01:58 এইবোৰ ভিতৰত নিৰ্মান হৈছে বা ক’মাৰে পৃথক হোৱা একক উৰ্দ্ধক’মা (single quotes) ব্যৱ্হাৰ কৰি নিৰ্মান হৈছে
02:07 আমি দ্বৈত উৰ্দ্ধক’মা (double quotes) ব্যৱ্হাৰ নকৰাৰ কাৰণটো হৈছে আমি এইবোৰ শেষত বা আৰম্ভণীত পাইছো আৰু ইয়াত শেষ হৈছে
02:15 আমি ইয়াত আমাৰ id ভৰ্ত্তি কৰিব নালাগে
02:18 আমাৰ পাছৰটো হৈছে ফাৰ্ষ্টনেম (firstname) - গতিকে মই ক’ম এলেক্স ("Alex")
02:22 মোৰ লাষ্টনেম (lastname)টো মই ক’ম গেৰেত ("Garrett")
02:25 মোৰ জন্মৰ তাৰিখৰ বাবে, মই এটা দাতা ফাংচন বনাম যি এটা ভেৰিয়েবল দেত ("$date") ৰ সমান হ’ব
02:31 মই ইয়াক নিৰ্দিষ্ট গাঠণিটোত থ’ম
02:35 আমি ইয়াত আমাৰ দাতাবেচটোৰ পৰা চাব পাৰো যে যেতিয়া আমি মান এটা ভৰ্ত্তি কৰিবলৈ যাওঁ, আমি তললৈ যাব পাৰো আৰু দেখিছো যে আমাৰ কেলেন্দাৰ (calender) ফাংচনত তাৰিখ আছে
02:44 গতিকে, 23rd ত টিপি, আমি এই ফিল্ডে লোৱা গাঠণিটো চাব পাৰো
02:50 এইটো দীঘল ফৰ্মেত (format)ত বছৰ
02:52 পাছৰতো হৈছে মাহ আৰু তাৰপাছত দিন
02:55 গতিকে 2009 02 23 যিটো হৈছে 2009 ৰ, 2nd ৰ 23rd
03:02 গতিকে, আমি ইয়াত যি কৰিব পাৰো সেইয়া হৈছে, আমি আমাৰ দেত (date) ফাংচন বৰফলা 'Y'ত গঠিত কৰিব পাৰো, 'm' আৰু তাৰপাছত 'd' মাজত হাইফেন (hyphen) ব্যৱ্হাৰ কৰি আমাৰ প্ৰয়োজনীয় গাঠণিটো পাবলৈ
03:13 গতিকে, ই তেনেদৰে গঠিত হ’ব
03:16 ই ইয়াৰ সমান হ’ব আৰু সেইটো হ’ব বৰ্ত্তমান তাৰিখটো
03:20 দেত ($date) ব্যৱহাৰ কৰি আৰু সেইটো আমাৰ তাৰিখৰ গাঠণিটোত আছে বুলি ভাবি, আমি ইয়াক ইয়াত আমাৰ টেব’লত ভৰ্ত্তি কৰিব পাৰো
03:28 শেষৰটো হৈছে জেন্দাৰ (gender) আৰু যিহেতু মই এজন পুৰুষ, মই পুৰুষৰ বাবে "M" দিম
03:34 সেইটোৱে কাম কৰিব বুলি ভাবি, আমি ইয়াক ৰান (run) কৰিব পাৰো
03:37 কিন্তু তাৰ আগতে, আমি ক’ব পাৰো or(অৰ) die(দাই) শেষত "mysql_error(এৰ’ৰ)" ৰ সৈতে
03:44 মই এতিয়াৰ বাবে তাক এৰিম কিন্তু যদি আপুনি বিচাৰে সিহঁতক মুকলিকৈ যোগ কৰিব পাৰে
03:50 ঠিক আছে, গতিকে আমাৰ পৃষ্ঠা ৰিফ্ৰেছ (refresh) কৰি
03:53 আপুনি যি দেখিছে সেইয়া হৈছে শেষৰ টিউট’ৰিয়েলটোৰ পৰা
03:57 আহক ইয়াক কমেন্ত কৰো
03:59 আহক ইয়াক অবজ্ঞা কৰো
04:01 টিউট’ৰিয়েলৰ এই অংশক ই সম্পূৰ্ণৰূপে অবজ্ঞা কৰিব
04:08 ঠিক আছে- গতিকে মই বৰ্তমান দেখুৱাই থকা ক’ড (code)টোলৈ ঘূৰি যাওঁক আৰু আহক ৰিফ্ৰেছ (refresh) কৰো
04:14 মই ইয়াক দুবাৰ ৰিফ্ৰেছ কৰিলো । গতিকে, 2 ৰেকৰ্ডচ (records) থোৱা হ’ল
04:24 কিন্তু ব্ৰৌজ (browse)লৈ ঘূৰি গৈ আৰু তললৈ গৈ আমি চাব পাৰো, আহক তাৰ এটা নাইকীয়া কৰো, আমি চাব পাৰো দাতা 1 টো সূচীত কৰা হ’ল, দাতাবেচ (database)টোত থোৱা হ’ল
04:35 প্ৰকৃততে, মই যি কৰিলো সেইয়া হৈছে মই মোৰ জন্মৰ তাৰিখটো বৰ্তমান তাৰিখ হিচাবে লিখিলো যিটো মই কৰিব বিচৰা নাছিলো
04:43 মই মোৰ জন্মৰ তাৰিখটো বৰ্তমান তাৰিখ হিচাবে নিবিচাৰো কাৰণ মই আজি জন্ম হোৱা নাচিলো
04:48 মোৰ ফাৰ্ষ্টনেম (firstname)টো থিকে আছে । মোৰ লাষ্টনেম (lastname)টো থিকে আছে । মোৰ জেন্দাৰ (gender)টো ঠিক
04:53 আমি চাব পাৰো যে এই মূহুৰ্তত মোৰ id টো 6 আৰু পাছৰ বাৰ আমি দাতা এটা ভৰ্তি কৰিলে এইটো 7 হ’ব আৰু তাৰপাছত 8 লৈ
05:02 এতিয়া আপুনি এইটো জানিব লাগিব
05:03 পাছত মই আপোনাক যি দেখুৱাম সেইয়া হৈছে কেনেকৈ মোৰ জন্মৰ তাৰিখটো সলাওঁ কাৰণ মই এটা ভুল কৰিলো
05:09 গতিকে, প্ৰথমে মই এই শাৰী দুটা কমেন্ত (comment) কৰিম যাতে আমি ইয়াক পুনৰ চলাব নালাগে
05:15 আৰু মই এটা নতুন ভেৰিয়েবল বনাম । আমি ইয়াক আপদেত দাতা ("update data") হিচাবে কমেন্ত কৰিম
05:20 বৰ্তমান ভেৰিয়েবলটো হৈছে আপদেত ("$update") আৰু সেইটো "mysql_query()" ফাংচনৰ সমান
05:26 আৰু পাৰামিটাৰ (parameter)টোৰ ভিতৰত যি আমি মাতিছো সি হৈছে mysql query(কোৱেৰী) code(ক’ড) নিজে
05:32 আৰু ইয়াত আপুনি লিখিব আপদেত ("UPDATE") আৰু আমি টেব’ল নেম (table name)টো ক’ম যি হৈছে পিপ’ল ("people")
05:38 তাৰপাছত আমি কম চেট ("SET") আৰু আমি সজাবলৈ এটা নিৰ্দিষ্ট ফিল্ড (field) ল’ব লাগিব
05:43 এইটো "d o b" হ’ব আৰু সেইটো মোৰ প্ৰকৃত জন্মৰ তাৰিখৰ সমান যি হৈছে 1989, মই জন্ম হোৱা বছৰটো আৰু মাহটো হৈছে নবেম্বৰ (November) আৰু মই জন্ম হোৱা তাৰিখটো হৈছে 16th
05:57 এই কমান্ড (command)টো চলাই আমি প্ৰকৃততে যি কৰিছো সেইয়া হৈছে আমি এই টেবলত প্ৰত্যেকৰে জন্মৰ তাৰিখটো ইয়ালৈ সংশোধিত কৰিছো
06:05 তাৰ কাৰণটো হৈছে আমি এইটো ক’ত সংশোধন কৰিব বিচাৰিছো সূচীত কৰা নাই
06:10 কিন্তু আমি যি কৰিব পাৰো ইয়াৰ পাছত আমি কব পাৰো "WHERE(হোৱেৰ) id=6" কাৰণ মোৰ বিশেষ id টো হৈছে 6
06:18 আহক ইয়াত এবাৰ চাওঁ
06:23 অন্যথা ই প্ৰত্যেককে সংশোধিত কৰিব
06:26 মনত ৰাখিব মই কৈছো id টো হৈছে বিশেষ । মোৰ idটো সংশোধিত কৰিবলৈ কোৱাতো ভাল
06:32 তাৰ পৰিবৰ্তে মই কৰিব পৰাটো হৈছে, ধৰক, "WHERE(হোৱেৰ) firstname(ফাৰ্ষ্টনেম) equals(ইকুৱেলচ) 'Alex'(এলেক্স)" । যিকিনহওঁক ই "Alex"(এলেক্স) firstname(ফাৰ্ষ্টনেম) থকা প্ৰত্যেক ৰেকৰ্ড সংশোধিত কৰিব
06:41 কিন্তু আমি লগতে ক’ব পাৰো "AND(এন্ড) lastname(লাষ্টনেম) equals(ইকুৱেলচ) Garrett(গেৰেট)"
06:46 যিকিনহওঁক, যদি দাতাবেচত একে ফাৰ্ষ্টনেম আৰু লাষ্টনেমৰ সৈতে আমাৰ দুজন লোক থাকে, আমি এতিয়াওঁ আগৰ দৰে একে বিপদ (risk) তে চলাই আছো
06:54 গতিকে, আমাৰ বিশেষ ("unique")টো ব্যৱহাৰ কৰা ভাল আৰু সেইটো হৈছে কীৱৰ্ড "unique(ইউনিক) id" যি মোৰ বাবে হৈছে 6
07:00 গতিকে এইমূহুৰ্তত, আপুনি চাব পাৰে যে মোৰ জন্মৰ তাৰিখটো 2009লৈ গঠিত হৈছে যি হৈছে বৰ্তমান তাৰিখটো
07:06 কিন্তু, এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰিলে এক নহ’ব কাৰণ আমি মাত্ৰ এটা কমান্ড (command) চলাই আছো
07:11 এতিয়া যদি আমি ৰিফ্ৰেছ (refresh) কৰিবলৈ ব্ৰৌজ (Browse)ত টিপো আৰু আমি তললৈ যাওঁ, আমি চাব পাৰো যে ই আমি সূচীত কৰালৈ সলনি হৈছে আৰু বাকীবোৰ একেদৰেই আছে
07:21 গতিকে, যদি আপুনি আপোনাৰ দাতাবেচত দাতা সংশোধিত কৰিব লাগে বা তেনেধৰণৰ কিবা, আপুনি কি দাতা সংশোধিত কৰিব বিচাৰে সূচীত কৰিব পাৰে
07:29 মই "dob" ব্যৱহাৰ কৰিছিলো আৰু সেইটো প্ৰয়োজনীয় জন্মৰ তাৰিখটোৰ সমান
07:34 মই মোৰ লাষ্টনেম (lastname) সংশোধিত কৰিব পাৰো
07:36 আপুনি লগতে এইটো ক’ত সংশোধিত হোৱাটো বিচাৰে তাক সূচীত কৰিব লাগিব
07:40 গতিকে, মই এই ৰেকৰ্ড (record) ক’লো যিটো ইয়াত এই দীঘল শাৰীটো
07:46 এইবোৰক ৰেকৰ্ডচ (records) কোৱা হয় আৰু মই সূচিত কৰিছিলো ক’ত ("WHERE") id টো 6 ৰ সমান হয় আৰু সি মোৰ বিশেষ ৰেকৰ্ডটো সংশোধিত কৰিলে
07:56 গতিকে সেয়াই হৈছে যি আপুনি শিকিলে - কেনেকৈ মানবোৰ ভৰ্তি কৰা হয় আৰু লগতে কেনেকৈ কিছু মান সংশোধন কৰা হয় যদি আপুনি ইয়াক মই কৰাৰ দৰে ভুল পায় বা যদি আপুনি কিছু দাতা সংশোধিত কৰিব বিচাৰে যি বহু সময়ত ঘতে যেতিয়া আপুনি আপোনাৰ দাতাবেচ কৰি থাকে
08:10 ঠিক আছে - গতিকে কেনেকৈ আপোনাৰ দাতাবেচৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা আৰু উপভোক্তালৈ দাতা দৰ্শিত কৰাটো জানিবলৈ মোক পাছৰ অংশটোত সংযোগ কৰিব
08:17 সোনকালে দেখা হ’ম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো ।

Contributors and Content Editors

Mausamh9