PHP-and-MySQL/C2/Logical-Operators/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ আৰু ল’জিকেল অপাৰেতৰচৰ (Logical Operators) টিউট’ৰিয়েললৈ স্বাগতম । এইটো এটা অতি সংক্ষিপ্ত টিউট’ৰিয়েল কিন্তু মই ইয়াক এই মূহুৰ্তত তেনেদৰেই ৰাখিম |
| 00:09 | মই ইফ ("if") ষ্টেতমেন্ত এটাৰ উদাহৰণ এটা ব্যৱ্হাৰ কৰিম কাৰণ এই পৰ্যন্ত মই তাকেই পাইছো |
| 00:18 | ল’জিকেল অপাৰেতৰ (Logical Operator) এটা কি হয় ? আহক কিছু যুক্তি সংযুক্ত কৰো আৰু কওঁ ই এন্দ (AND) বা অৰ (OR) অপাৰেতৰ |
| 00:27 | এতিয়া, যদি মই মোৰ ইফ ("if") ষ্টেতমেন্তৰ বাবে মৌলিক বিন্যাস (basic layout) নিৰ্মান কৰাৰে আৰম্ভ কৰো, আপুনি এইসমূহৰ সৈতে কি কৰিব পাৰে তাক দেখুৱাবলৈ মই কাম কৰিম |
| 00:43 | আগতে আমি '1 টো 1তকৈ ডাঙৰ'ৰ দৰে উদাহৰণ পাইছিলো যি সেই সময়ত ফল্চ (False) ঘূৰাই দিবলৈ গৈছে |
| 00:54 | আহক আমি ক’ত শুদ্ধ চাবলৈ ইয়াক মাত্ৰ পৰীক্ষা কৰো । গতিকে সেইটো ফল্চ ("False") |
| 01:04 | এতিয়া, কি হ’ব যদি মই ক’লো "যদি 1 টো 1তকৈ ডাঙৰ বা 1ৰ সমান হয়" |
| 01:18 | এতিয়া আমি ইয়াক অৰ ('or') হিচাবে নিলিখো, আমি ইয়াক দুটা উলম্ব শাৰী বা দুটা পাইপ (pipe) হিচাবে লিখো |
| 01:26 | সেইবিষয়ে সম্পূৰ্ণ নিশ্বিত নহয় কিন্তু যদি আপুনি মোৰ কীবৰ্ড (keyboard)ক জানে এইটো চিফত কী (shift key)টোৰ পাছৰটো হ’ব - দুটা উলম্ব শাৰী তাৰমানে অৰ ('OR') |
| 01:38 | গতিকে, যদি আমি ইয়াক কম্পাইল (compile) কৰো, আপুনি ফলাফলটো কি হ’ব বুলি ভাবে ? |
| 01:43 | এতিয়া আহক ইয়াৰদ্বাৰা এবাৰ ৰান কৰো - যদি 1 টো 1তকৈ ডাঙৰ - ফল্চ ("false") আৰু গতিকে আমি ফল্চ ("false") লিখিলো বা 1 টো 1ৰ সমান... |
| 01:54 | আমি জানো যে 1 টো 1ৰ সমান হৈছে ট্ৰু ("true") । গতিকে, ইয়াত আমি কৈছো অৰ (OR) 1 টো 1ৰ সমান, এন্দ (AND) নহয় ; কাৰণ যদি আমি এন্দ (AND) কওঁ তেন্তে দুয়োটাই ট্ৰু ("true") হ’ব লাগিব |
| 02:09 | অৰ (OR), অথবা এইটো নিৰ্মান কৰিবলৈ এইসমূহ ট্ৰু ("true") হ’ব পাৰে |
| 02:12 | আউতপুতটো । গতিকে আশাকৰো আমি ট্ৰু ("true") পাওঁ |
| 02:16 | ঠিক আছে, গতিকে সেইটোৱেই অৰ (OR) |
| 02:18 | মূলত ই আপোনাক দুটা তুলনা ল’বলৈ অনুমতি দিয়ে, সিহঁতক আপোনাৰ ইফ (if) ষ্টেতমেন্তত দেখাওঁক আৰু যদি সিহঁতৰ কোনো এটা ট্ৰু ("true") হয় - তেন্তে এইটো এটা আইদাৰ ("either") অপাৰেতৰৰ দৰে... |
| 02:30 | সিহঁতৰ কোনো এটা ট্ৰু ("true") হ’লে, আপুনি ট্ৰু ("true") পাব |
| 02:34 | এন্দ (AND) অপাৰেতৰটো এটা পৃথক বিষয় |
| 02:39 | এইটো কাৰ্যকৰী হ’বলৈ এন্দ (AND)ক ইহঁতৰ দুয়োটাই ট্ৰু ("true") হোৱা প্ৰয়োজন |
| 02:46 | গতিকে, আমি ইয়াত ফল্চ ("false") পালো কাৰণ 1 টো 1তকৈ ডাঙৰ নহয় |
| 02:51 | আমি আমাৰ কম্পেৰিজন অপাৰেতৰচ (comparison operators)লৈ ঘূৰি যাওঁ আৰু আমি ক’ম "যদি 1 টো 1তকৈ ডাঙৰ বা 1ৰ সমান এন্দ (AND)(&&) 1 সমান 1ৰ ", ইয়াত আমি ট্ৰু ("true") পাম |
| 03:04 | গতিকে এতিয়া, মই প্ৰকৃততে এই পৰীক্ষাটোত কিছু ভেৰিয়েবলচ (variables) সংলগ্ন কৰাৰ বিষয়ে ভাবিব পাৰো |
| 03:10 | কিন্তু মই একেবাৰে নিশ্বিত যে মোৰ আন টিউটৰিয়েল সমূহ অনুসৰণ কৰি আপুনি এতিয়া ভেৰিয়েবলচ (variables)ৰ ওপৰত নিয়ন্ত্ৰণ পাইছে |
| 03:17 | গতিকে এয়াই হৈছে ল’জিকেল অপাৰেতৰ (logical operators) দুটা |
| 03:20 | আপুনি সিহঁতক বৰ দৰকাৰী হিচাবে পাব কাৰণ আপুনি কব বিচাৰিব, উদাহৰণ স্বৰূপে : এইটো এটা আদৰ্শ উদাহৰণ; আপুনি এইটো মোৰ প্ৰকল্প এটাত বিচাৰি পাব |
| 03:30 | এইখন এখন লগইন ("login") ফৰ্ম । ধৰাহ’ল, উপভোক্তা এজনে ওৱেবচাইত (website) এটাত লগইন ('login') কৰিব বিচাৰিছে |
| 03:35 | হইতো আপুনি আগতে ওৱেবচাইত (website) এটাত লগইন (login) কৰিছে আৰু ই আপোনাৰ ইউজাৰনেম ("username") আৰু পাছওৱৰ্ড ("password") এন্টাৰ কৰিবলৈ কয় । এতিয়া কীওৱৰ্ডসমূহ (keywords) ইয়াত আছে |
| 03:43 | আমি পৰীক্ষা কৰিব লাগিব যে উপভোক্তাই ইউজাৰনেম ("username") আৰু পাছওৱৰ্ড ("password")টো এন্টাৰ কৰিলেনে |
| 03:48 | যদি তেওঁলোকে কৰা নাই, তেন্তে ইউজাৰনেম ("username")টো পাছওৱৰ্ড ("password")ৰ লগত তুলনা কৰাৰ কোনো যুক্তি নাই |
| 03:52 | গতিকে আমি ক’ব পাৰো, উদাহৰস্বৰূপে : |
| 03:54 | যদি ইউজাৰনেম (username)টো, প্ৰকৃততে আহক ইয়াক কৰো, মই ক’ম '$username'(ইউজাৰনেম) সমান এলেক্স ("alex") আৰু মোৰ '$password'(পাছওৱৰ্ড) সমান "abc" |
| 04:04 | এতিয়া, মই এইবোৰক পৰিপূৰণ কৰিম । মই ক’ব পাৰো ইউজাৰনেম ("username") এন্দ (AND)(&&) পাছওৱৰ্ড ("password") |
| 04:11 | সেই মূহুৰ্তত, ই ট্ৰু ("True") ক’ব |
| 04:15 | মই এইটো সলাম । মই "OK" ক’ম বা "you forgot to fill out a field" (আপুনি এটা ফিল্ড ভৰ্তি কৰিবলৈ পাহৰিলে) কাৰণ ঘটনাক্রমে তাত HTML fields(ফিল্ডচ) হ’ব |
| 04:27 | এইটো ঠিকে হ’ব কাৰণ আমি দু্য়োটা মান পালো |
| 04:32 | গতিকে, আহক ইয়াক চেষ্টা কৰো । হয়, ই "OK" কৈছে |
| 04:37 | এতিয়া যদি মই তাত মোৰ পাছওৱৰ্ড (password)টো লিখিবলৈ পাহৰিলো তেন্তে কি হ’ব ? এই সময়ত তাত একো নাই - স্পেছ (space) নাই - আহক তাৰ পৰা পৰিত্ৰান পাওঁ |
| 04:48 | "You forgot to fill out a field" (আপুনি এটা ফিল্ড ভৰ্তি কৰিবলৈ পাহৰিলে) |
| 04:50 | গতিকে, যদি আপুনি এইবিলাক উপভোক্তাৰ পৰা আহিছে বুলি কল্পনা কৰে - গতিকে আপোনাৰ ইউজাৰনেম ("username")আৰু পাছওৱৰ্ড ("password")টো লিখাৰ দৰে এইটো অন্তৰ্ভুক্ত হ’ল |
| 05:00 | আমি ইউজাৰনেম ("username") আৰু পাছওৱৰ্ড ("password") কৈছো ; মূলত ইউজাৰনেম ("username")টো নিজে ট্ৰু ("true") কাৰণ ই উপলব্ধ... |
| 05:07 | যদি আপুনি তাক ভিতৰত পায়, সেইটো গ্ৰহণযোগ্য হ’ব ; সেইটো ট্ৰু ("true") হ’ব |
| 05:14 | আমি মাত্ৰ তাক পৰীক্ষা কৰিম, আগবাঢ়ক |
| 05:18 | গতিকে, কাৰণ আমি ইউজাৰনেম ("username") আৰু পাছওৱৰ্ড ("password") পালো তেনেহলে সেইটো ভাল |
| 05:23 | কিন্তু অৰ ('OR')টোৰ বাবে সেইটোৱে প্ৰকৃততে কোনো উমান নিদিয়ে আৰু কি হ’ব আপুনি কল্পনা কৰিব পাৰে |
| 05:29 | গতিকে এতিয়া, ই ট্ৰু ("true")ৰ সমান হ’ব কাৰণ আমি দুয়োটা মান পালো । গতিকে এইটো "OK" |
| 05:36 | এতিয়া, যদি মই সিহঁত দুয়োতাৰ সৈতে আগবাঢ়ো আৰু চেষ্টা কৰো |
| 05:41 | যদি ইউজাৰনেম ("username")টো উপলব্ধ, গতিকে ইউজাৰনেম ("username")টো ট্ৰু ("True")... |
| 05:45 | সেইসময়ত তাত কোনো মান নাই - গতিকে এইটো ফল্চ ("False") |
| 05:48 | বা পাছওৱৰ্ড ("password")টো ট্ৰু - সেইটোৱেই উপলব্ধ মানটো, সেইসময়ত ই নহয়, গতিকে ই ফল্চ ("False") |
| 05:56 | গতিকে, আমি ক’বলৈ গৈছো "You forgot to fill out a field" (আপুনি এটা ফিল্ড ভৰ্তি কৰিবলৈ পাহৰিলে) |
| 06:00 | মই ইয়াত মাত্ৰ "Nothing"(নথিং) লিখিম কাৰণ সেইসময়ত ই একো নুবুজাই |
| 06:05 | গতিকে ৰিফ্ৰেচ (refresh) কৰক । মই ইয়াক "Nothing"(নথিং) বনাম |
| 06:08 | গতিকে আপুনি দেখিছে, ইতিমধ্যে এইবিলাক প্ৰতিদিনৰ php applications(এপ্লিকেচনচ)ত কিমান দূৰ দৰকাৰী হয় মই বৰ্ণনা কৰিলো |
| 06:17 | উদাহৰণস্বৰূপে - কোনোৱে ভৰ্তি কৰিব পৰা এখন ফৰ্ম । ইয়াৰ বাবে আপুনি অন্য বহুতো উপভোক্তা পাব |
| 06:22 | কিন্তু সেইটো তেতিয়া |
| 06:24 | দুটা অপাৰেতৰচ যি হৈছে ল’জিকেল অপাৰেতৰচ (logical operators) |
| 06:27 | সিহঁতক চেষ্টা কৰক আৰু আপুনি সিহঁতৰ সৈতে কি কৰিব পাৰে চাওঁক |
| 06:31 | মই নিশ্বয় সোনকালেই মোৰ এটা প্ৰকল্পত ইহঁতক ব্যৱহাৰ কৰিম |
| 06:35 | দৰ্শনৰ বাবে ধন্যবাদ |
| 06:37 | মই মৌচুম হাজৰিকাই স্প’কেন টিউ”ৰিয়েল প্ৰকল্পত অনুবাদ কৰিছো |