PHP-and-MySQL/C2/Embedding-PHP/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 HTML ক’ডৰ ভিতৰত Php ক’ড কেনেকৈ অন্তৰ্নিহিত (embed) কৰা হয় তাৰ ওপৰত এইটো এটা চুটি টিউট’ৰিয়েল । এইটো বহু পৰিস্থিতিত অত্যন্ত দৰকাৰী
00:14 উদাহৰণস্বৰূপে, যদি মই Php টেগচ(tags) নিৰ্মান কৰো আৰু মোৰ নামটো ইয়াত একৌ (echo) কৰো
00:23 এইটো চলাই, আহক এটা ফাইলত টিপো, আমি এলেক্স ("Alex") পাইছো
00:30 এতিয়া উদাহৰণস্বৰূপে, মই ইয়াৰ ভিতৰত HTML অন্তৰ্নিহিত (embed) কৰিব পাৰো আৰু ইয়াত এলেক্স ("Alex")ক অলপ দৃষ্টি গোচৰ কৰিবলৈ ইয়াক একৌ (echo) কৰো
00:38 কিন্তু মই যি কৰিব পাৰো সেইয়া হৈছে মই ইয়াক অন্যভাবে চুইতচ (switch) কৰিব পাৰো
00:45 আহক পুনৰ আৰম্ভ কৰো, HTML পৃষ্ঠা এটা নিৰ্মান কৰো । মই এই উদাহৰণটো ব্যৱ্হাৰ কৰিম
00:52 মই ইয়াত এটা Php আৰু এটা টেগ (tag) আৰম্ভ কৰিম । মই এলেক্স ("Alex") একৌ (echo) কৰিম আৰু তাৰপাছত Php টেগচ(tags) ৰ পৰা বাহিৰলৈ যাম আৰু মোৰ ব’ল্দ (bold) ইয়াত যোগ কৰিম আৰু Php টেগ(tag)ৰ শেষৰ পাছত মোৰ ব’ল্দ (bold) শেষ হ’ব
01:13 আৰু ই আমাক একে ফলাফল দিয়ে, মই পৃষ্ঠাটো ৰিফ্ৰেচ (refresh) কৰিলো যদিওঁ একো সলনি হোৱা নাই
01:20 গতিকে, আমি তাক আন্দাৰলাইন (underline)লৈ সলাব পাৰো আৰু আপুনি দেখিছে যে এলেক্স ("Alex")ত আন্দাৰলাইন (underline) হৈছে
01:26 গতিকে, আমি ইয়াক উভয়ভাবে কৰিব পাৰো । এইটো আপোনাৰ ওপৰত যে একৌ (echo)ৰ ভিতৰত HTML ক’ড(code) টো ব্যৱ্হাৰ কৰে বা নকৰে । কিন্তু ইয়াৰ বহু ব্যৱ্হাৰ আছে
01:39 এতিয়া, যদি আপুনি HTML জানে, আপুনি জানিব যে ইনপুত টেগ (input tag)টো এটা টেম্পলেত টেগ (template tag)
01:48 গতিকে, আহক টেক্সত (text) কওঁ আৰু ইয়াৰ নামটো নেম (name) হ’ব আৰু মানটো এলেক্স ("Alex")ৰ সমান হ’ব
01:56 আহক ইয়াক ৰিফ্ৰেচ (refresh) কৰো আৰু আমি দেখিছো ইয়াত আমি এটা টেক্সত ব’ক্স (text box) পালো ভিতৰত এলেক্স ("Alex")ৰ সৈতে । এতিয়া মই গেত (get) ভেৰিয়েবল হেদাৰক ধৰিবলৈ Php ব্যৱ্হাৰ কৰিব বিচাৰিছো আৰু ইয়াক আমাৰ ইনপুত মানৰ এই মানটোৰ ভিতৰত থ’ব বিচাৰিছো
02:14 এতিয়া, ই প্ৰকৃততে দৰকাৰী হয় কিছু ক্ষেত্ৰত যেনে ফৰ্ম (form) অন্তৰ্ভুক্তি আৰু ভুল (error) পৰীক্ষা য’ত আপুনি প’ষ্টেদ (posted) ভেৰিয়েবলসমূহ প্ৰত্যেক টেক্সত ব’ক্স (text box)ৰ মানৰ ভিতৰত থকাটো বিচাৰে
02:30 যদি আপুনি ইতিমধ্যে গেত (get) টিউট’ৰিয়েলটো চোৱা নাই, আপুনি সেইটো দৰ্শন কৰাটো নিশ্বিত কৰক
02:38 এতিয়া, ইয়াক কিছু শাৰী তললৈ নিয়ক, নিশ্বিতভাৱে আমি এই ক’ড (code)টো এতিয়াওঁ সফলভাৱে চলাম কাৰণ ই একেধৰণৰ শাৰীৰ ভিত্তিত কাম কৰে
02:48 গতিকে, ইয়াত এইটো সম্পূৰ্ণভাৱে একে হয় তাৰ দৰে, আপুনি মাত্ৰ ইয়াক কিছু তললৈ নমাব লাগিব আৰু মই ইয়াত Php টেক্সত(text) নিৰ্মান কৰিম
02:58 এইটো দেখিবলৈ এটা আমোদজনক বাদামি (brown) ৰঙৰ লাগিব কাৰণ আমি Php হাইলাইতিঙ (highlighting)ত কাম কৰি আছো আৰু ই এনেধৰণৰ হাইলাইতিঙ (highlighting)ক প্ৰকৃততে চিহ্নিত কৰা নাই
03:08 ঠিক আছে, মই মাত্ৰ এলেক্স ("Alex") একৌ (echo) কৰিম
03:12 যিহেতু ই এটা একক শাৰীৰ ভিত্তিত কাম কৰে, এই সকলোখিনি এটা একক শাৰীত দিয়ে । গতিকে, এতিয়া মই ইয়াক তাৰ ভিতৰত অন্তৰ্নিহিত (embed) কৰিলো আৰু আপোনাৰ অন্তৰ্নিহিতকৰণ (embedding) সম্পুৰ্ণ হ’ল
03:25 ৰিফ্ৰেচ (refresh) কৰি আমি এলেক্স ("Alex")ৰ মানটো পাওঁ । অমি এতিয়া এটা HTML মানৰ ভিতৰত থকা Php একৌ কৰিছো
03:35 গতিকে, আমি ইয়াত আমাৰ মানটোৰ ভিতৰত Php ক’ড(code) ব্যৱ্হাৰ কৰিছো
03:40 মই ডলাৰ ($) আন্দাৰস্ক’ৰ (_) গেত (get)ক বৰ্ণনা কৰিম, একক উৰ্দ্ধকমাৰ ব্যৱ্হাৰক মনত ৰাখিব
03:50 মই নেম (name) ক’ম আৰু তাৰপাছত ৰিফ্ৰেচ (refresh)
03:55 একো নহ’ল; গতিকে নেম(name)=এলেক্স(Alex) লিখক যি আমাক তাৰ ভিতৰত এলেক্স ("Alex") দিয়ে
04:04 নেম(name)=কাইল(Kyle) লিখক । ই আমাক তাৰ ভিতৰত কাইল ("Kyle") দিয়ে
04:11 মূলত আপুনি তাৰ ভিতৰত যি বিচাৰে সেই Php ক’ড(code) অন্তৰ্নিহিত (embed) কৰিব পাৰে
04:16 echo(একৌ) Php info(ইনফ’) কৈ চেষ্টা কৰক আৰু আপুনি এটা অতি মনোৰঞ্জক ফলাফল পাব
04:28 এইটো হৈছে Php info(ইনফ’) দ’কোমেন্ত (document)টোৰ HTML ক’ডটো
04:33 গতিকে, আপুনি চাব পাৰে যে তাত বহুতো ক’ড আছে
04:37 ইয়াত আমি মাত্ৰ Php ভিতৰৰ সৈতে কাম কৰিছো । আপুনি চিন্তা কৰিবলগীয়া একমাত্ৰ বিষয়টো হৈছে অপোনাৰ একক আৰু দ্বৈত উৰ্দ্ধকমাৰ সৈতে সাৱধান হোৱাটো
04:46 গতিকে এইটোৱেই হৈছে HTML ক’ডৰ ভিতৰত Php ক’ড অন্তৰ্নিহিত (embed) কৰাৰ মৌলিক টিউট’ৰিয়েল
04:53 মই আশা কৰো ই উপযোগী হ’ল । দৰ্শনৰ বাবে ধন্যবাদ
04:56 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9