PHP-and-MySQL/C2/Common-Errors-Part-3/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 এতিয়া মই শেষৰ দুটা সাধাৰন ভুললৈ আহো যি মই অন্তৰ্ভুক্ত কৰিছো
00:05 আৰু আমি কঠিনটোৰে আৰম্ভ কৰিম
00:09 এইটো হৈছে php হেদাৰ (header) আৰু আমি এটা স্থানলৈ গতি কৰা হেদাৰ ফাংচন ("header" function) ব্যৱহাৰ কৰিছো
00:14 আৰু ইয়াত, মই কিছু html ক’ড(code) পাইছো
00:18 এইটো এটা হেদাৰ টে’গ (header tag), মই কৈছো "Welcome(ওৱেলকাম)!"
00:21 আৰু আমাৰ $goto ভেৰিয়েবলটো হৈছে গুগুল দত কম ("google dot com")
00:26 যদি $goto টো উপলব্ধ হয় যি বৰ্তমান আছে, আমি পৃষ্ঠাটো এটা u-r-l গুগুল দত কম ("google dot com") লৈ ৰিদাইৰেক্ত (redirect) কৰিম
00:35 এতিয়া, ই এটা ভুল (error) দিব
00:37 আৰু ভুলটো হৈছে - Oh! ওম(um)... ঠিক আছে সেইকাৰণে "o b_ start()"
00:50 আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ । সেইটো তাত থকা উচিত নাছিল । সেই ক’ড হৈছে ভুল (error) ঠিক কৰাৰ কাৰণে !
00:56 দুঃখিত, গতিকে আমি "php হেদাৰ(header)" লৈ যাম আৰু আমি "Welcome(ওৱেলকাম)!" - আমাৰ html code(ক’ড) পাইছো
01:03 তাৰপাছত এটা সাবধানী বাৰ্তা - "Cannot(কেননত) modify(ম’দিফাই) header(হেদাৰ) information(ইনফৰমেচন) – headers(হেদাৰচ) already(অলৰেদি) sent(চেন্ত) by(বাই)..." আৰু এই সকলো
01:10 ঠিক আছে; গতিকে আমাৰ হেদাৰচ (headers) ইতিমধ্যে পঠোৱা হৈছে । এইটো হৈছে শাৰী সংখ্যা, যি কি নঽওঁক
01:16 1, 2, 3 গতিকে যদি ই "phpheader dot(দত) php" colon(ক’লন) 3 ৰ দৰে এটা ভুল দিয়ে তেন্তে ভুলটো শাৰী সংখ্যা 3 ত সৃষ্টি হৈছে
01:26 গতিকে ভুলটো ক’ত হৈছে - 3 নং শাৰীত, ঠিক আছে ?
01:32 আৰু এই ভুল শাৰী 9ৰ দ্বাৰা উৎপন্ন হৈছে যি আপুনি যদি ইয়ালৈ আহে, ই আমাৰ হেদাৰ ("header") ফাংচন
01:39 গতিকে, এইটো ঘটাৰ কাৰণটো হৈছে আমি ইতিমধ্যে আমাৰ html ক’ড(code)টো পঠাইছো
01:47 যদি মই ইয়াক কমেন্ট (comment) কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ আৰু মই ৰিফ্ৰেচ (refresh) কৰিলেই আমি গুগুল (google)লৈ ৰিদাইৰেক্ত (redirect) হ’ম
01:54 কিন্তু যুক্তিটো হ’ল যে আমি এই ওৱেলকাম ("Welcome") হেদাৰ (header) টো ইয়াত বিচাৰিছো
01:59 আৰু আপুনি প্ৰকৃততে এটা হেদাৰ (header) ফাংচন (function)ৰ আগত html দিব নোৱাৰে , এই ফাংচনৰ স্থান আৰু অন্য বৈশিষ্টলৈ যাবলৈ
02:10 আপুনি এনে কৰা উচিত নহয়
02:15 গতিকে, যেনেকৈ আপুনি এক মিনিট আগতে দেখিছিল, সেইটো "ob underscore(আন্দাৰস্ক’ৰ) start(ষ্টাৰ্ত)()"
02:20 ই যি কৰে সেইয়া হৈছে, ই আমাৰ বাবে এই সমস্যা সমাধান কৰে
02:25 গতিকে, যদি মই ইয়াত "phpheader" লৈ আহোঁ আৰু ই কাম কৰে যদিও মই মোৰ html ক’ড(code) টো ইয়াত একৌ হোৱা পাইছো, মোৰ হেদাৰ (header)টোৰ আগতে
02:37 গতিকে, ইয়াৰ অবিহনে আমি এটা ভুল (pause) পাইছো আৰু ইয়াৰ সৈতে আমাৰ হেদাৰে (header) ঠিকে কাম কৰে, ঠিক আছে
02:47 প্ৰাথমিক নিয়ম স্বত্বেও ইয়াত হেদাৰ (header)ৰ আগত html আউতপুত হ’ব নোৱাৰে
02:53 এতিয়া সেইটো বৰ পৰিস্ফুত হ’ব
02:55 এতিয়া, শেষৰটো অতিশয় সৰল
02:58 মই ইয়াক ব্যাখ্যা কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু তথাপিওঁ
03:02 ই "idontexist dot(দত) php" নামৰ এটা ফাইল অন্তৰ্ভুক্ত কৰে আনকি যিটো উপলদ্ধ নহয়
03:08 গতিকে, আহক চাওঁ । ওম(Um).. এইটো ক’ত ? "missing(মিচিং) dot(দত) php"
03:13 Oh no! এইটো নহয় । "open(অপেন) dot(দত) php"
03:16 ঠিক আছে ! গতিকে - include(ইনক্ল’দ) idontexist dot(দত) php য়ে ষ্ট্ৰিম (stream)টো খুলিব নোৱাৰিলে : ইয়াত তেনে নামৰ কোনো ফাইল বা দাইৰেক্তৰী নাই
03:25 আমাৰ ফাইলনেম আৰু দাইৰেক্তৰী শাৰী 3ত আছে
03:27 গতিকে, আহক শাৰী 3লৈ আহোঁ
03:30 আৰু সেইটোৱেই হৈছে এই ফাইলটোত একমাত্ৰ উল্লেখযোগ্য (significant) ক’ড (code)ৰ শাৰী
03:35 ইয়াত আমাৰ আন এটা সাবধানী বাৰ্তা আছে - সমাবেশৰ কাৰণে "idontexist dot(দত) php" খুলিবলৈ অসমৰ্থ... আৰু এই সকলো । গতিকে আমি দুটা ভুল পালো
03:43 ই অলপ অশুৱনী হয় যেতিয়া আপোনাৰ এটা পৃষ্ঠা (page) থাকে যি এটা হেদাৰ ফাইল অন্তৰ্ভুক্ত (include) কৰে
03:50 তেতিয়া এইবোৰ দেখিবলৈ বৰ শুৱনী নহয় । মই কব খোজো আপুনি আগতে সম্ভবত এটা ওৱেবচাইত (website)লৈ গৈছে আৰু আপুনি এইটো একেবাৰে ওপৰত দেখিছে
03:57 আকৰ্ষণীয় কৰা দৰকাৰ । গতিকে, আপুনি ইয়াৰ আগত এটা "@ (এত)" চিহ্ন দিব পাৰে । ৰিফ্ৰেচ (refresh)
04:02 সি আৰু ভুল (error ) নেদেখাব
04:06 কিন্তু, ই সত্যটো উপেক্ষা নকৰে যে ফাইলটো উপলব্ধ নহয়
04:10 গতিকে উপলব্ধ নোহোৱা ফাইলটোৰ বিষয় বস্তুটো অন্তৰ্ভুক্ত নহব
04:14 কিন্তু হয়, উচিতভাবে, ইয়ালৈ চাই, প্ৰকৃততে ই অধিক স্বব্যাখ্যাত । মই ইয়াক যিকোনো প্ৰকাৰে ব্যাখ্যা কৰিম
04:23 গতিকে, আমি ভুলৰ এটা সৰু সম্ভাৰ পালো যিবোৰ আপুনি php ত প্ৰোগ্ৰামিং (programming) কৰোতে পাই থাকিব
04:30 যদি আপুনি তাত অন্য কিবা ভুল পায়, তেন্তে অনুগ্ৰহ কৰি মোলৈ বাৰ্তা পঠাব আৰু মই সহায় কৰি সুখী হ’ম
04:39 অনুগ্ৰ্হ কৰি নতুন আপদেতচ (updates)ৰ বাবে চাবচক্ৰাইব (subscribe) কৰক । দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9