Ngspice/C2/DC-Sweep-Analysis/Assamese
From Script | Spoken-Tutorial
Time | Narration |
---|---|
00:01 | “DC sweep analysis in Ngspice” (DC চুইপ এনালাইচিছ ইন এঞ্জিস্পাইচ)ৰ spoken tutorial (স্পকেন টিউট’ৰিয়েল)লৈ স্বাগতম( Welcome) |
00:07 | এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম( learn), |
00:09 | DC sweep analysis(DC চুইপ এনালাইচিছ) আৰু Nested DC sweep analysis(নেষ্টেট DC চুইপ এনালাইচিছ) প্ৰদৰ্শন( perform) কৰিবলৈ |
00:14 | এই tutorial(টিউট’ৰিয়েল)ৰ বাবে electronic circuits(ইলেকত্ৰনিক চাৰ্কিতচ)ৰ সাধাৰণ জ্ঞান( Basic knowledge)থকা প্ৰয়োজনীয়( prerequisite) |
00:19 | Ubuntu(উবুন্তো)Linux(লিনাস্ক)আৰু shell commands(চেল ক’মান্দচ)ৰ ও সাধাৰণ জ্ঞান( Basic knowledge) থকা দৰকাৰ |
00:25 | Ubuntu(উবুন্তো)12.04 operating system (অপাৰেটিং ছিচটেম) ব্যৱ্হাৰ কৰাৰ লগতে ngspice version 23 ইনস্তল(installed) কৰা হৈছে |
00:33 | আমি উদাহৰণত( example) দৰ্শিত( shown) circuit(চাৰ্কিত) টো ব্যৱ্হাৰ কৰিম |
00:36 | circuit(চাৰ্কিত) টো তিনিটা বিশিষ্ট( prominent) nodes (ন’দচ) “1”, “2” আৰু “3”ৰে গঠিত |
00:40 | লগতে এটা চতুৰ্থ( fourth)node(ন’দ) যাক reference বা datum node বুলি কোৱা হ্য় তাক node(ন’দ) “0” বুলি চিহ্নিত কৰিবই লাগিব |
00:47 | এইটো যিকোনো circuit (চাৰ্কিত) ৰ বাবে আৱ্শ্যকীয় ( mandatory) |
00:51 | text editor(টেক্স্ত এডিটৰ) ত আগতে দৰ্শিত circuit schematicৰ লগত সংযুক্ত(corresponding) ngspice netlist file example.cir টো খোলো আহক |
01:00 | মই ইতিমধ্যে gedit text editorত এইটো খুলি থৈছো |
01:04 | মন কৰিব যে netlist file টো .cir extension ৰে save(ছেভ) কৰা হৈছে |
01:10 | আমি সকলোবিলাক components(কম্প’নেন্ত্চ) যেনে voltage source, resistors চাব পাৰো আৰু লগতে সিহঁতক একেলগে সংযোগ( connecting) কৰা nodes(ন’দচ) ৰ বিষয়ে তথ্য( information) |
01:18 | netlist file ত সংলগ্ন( included) dc command টো dc sweep analysis প্ৰদৰ্শনত ( perform) ব্যৱ্হাৰ কৰা হয় |
01:25 | dc command ব্যৱ্হাৰ কৰা সাধাৰণ ফৰ্ম(General form) দৰ্শিত( shown) হৈছে, |
01:29 | dot DC SRCNAM VSTART VSTOP VINCR |
01:35 | য’ত, |
01:37 | SRCNAM হৈছে independent(ইনদিপেন্ডেন্ট) voltage (ভল্টেজ)আৰু(and) current(কাৰেন্ট) source(চ’ৰ্ছ) |
01:42 | VSTART, VSTOP আৰু VINCRহৈছে source ৰ বাবে ক্ৰমান্বয়ে আৰম্ভণি( starting),অন্তিম( final) আৰু বৰ্দ্বিত মান( increment values) |
01:51 | আপুনি দেখিছে যে আমি voltage source V1 ক একমাত্ৰ মান 24 VOLTSৰ কাৰণে স্থানান্তৰ কৰাৰ লগতে পদ বৰ্দ্ধিতকৰণ(step increment)1 কৰা হৈছে |
02:02 | এতিয়া আমি circuit'(চাৰ্কিত)টো simulate(চিমুলেত) কৰিম আৰু বিভিন্ন nodes (ন’দচ) ত voltage (ভল্তেজ) ৰ মান নিৰ্ধাৰণ কৰিম
|
02:08 | terminal(টাৰ্মিনেল) ৰ দ্বাৰা ngspice টো খোলো আহক |
02:11 | Control Alt T একেলগে প্ৰেছ কৰক |
02:14 | ই Terminal window(টাৰ্মিনেল উইন্দ’)ক খুলিব |
02:18 | এতিয়া মই example.cir নামৰ netlist file টো যিটো folderত save(ছেভ) হৈ আছে তালৈ যাম |
02:23 | মই এইটো তলত দিয়া ধৰণে কৰিম |
02:26 | cd downloads path to the folder আৰু Enter প্ৰেছ কৰক |
02:33 | এতিয়া আমি ngspice file টো simulate (চিমুলেত) কৰিম |
02:36 | এতিয়া আমি চাম এইটো কেনেকৈ কৰা হয় |
02:39 | terminal(টাৰ্মিনেল)ত |
02:40 | ngspice space example.cir টাইপ কৰক আৰু Enter প্ৰেছ কৰক |
02:51 | voltage(ভল্তেজ) V1ৰ মান 24 volts. |
02:56 | voltage(ভল্তেজ) V2ৰ মান 9.746 volts. |
03:01 | অন্য node voltages বিলাকো দৰ্শিত হৈছে |
03:05 | তাৰ পাচত আমি চাম nested dc sweep analysis (নেচ্টেত DC চুইপ এনালাইচিছ) কেনেকৈ কৰা হয় |
03:10 | ইয়াৰ বাবে সাধাৰণিকৃত ফৰ্ম (Generalized form)দৰ্শিত ধৰণৰ |
03:14 | Dot DC SRCNAM VSTART VSTOP VINCR SRC2 START2 STOP2 INCR2 |
03:24 | য’ত, |
03:26 | SRCNAM হৈছে প্ৰাথমিক (primary)sweep variable আৰু SRC2 হৈছে মাধ্যমিক ( secondary) sweep variable |
03:33 | মাধ্যমিক ( secondary) sweep variableএ আউতাৰ লুপ(outer loop)গঠন কৰে |
03:36 | এইটো হৈছে মাধ্যমিক ( secondary) sweep variableৰ প্ৰতিটো বৰ্ধনৰ( every increment) বাবে, প্ৰথম sweep variable টো ইয়াৰ সম্পূৰ্ণ মানৰ পৰিসৰৰ (entire range of values) দ্বাৰা অগ্ৰ্সৰ( stepped) হয় |
03:45 | আমি simulate(চিমুলেত) কৰিবলগীয়া উদাহৰণৰ( example) circuit(চাৰ্কিত)টোৰ দ্বাৰা এইটো অধিক পৰিস্ফুট (clear)হব |
03:50 | আমি common base গাঠণিত( configuration) Bipolar junction transistor আধাৰিত(based) circuit ব্যৱ্হাৰ কৰিম |
03:56 | emitter আৰু base terminalsৰ মাজত সংযুক্ত (connected)voltage Vinটোৱেই হৈছে প্ৰাথমিক (primary)sweep variable |
04:03 | মাধ্যমিক ( secondary) sweep variable টো হ’ব load resistor Rload. |
04:08 | এতিয়া আমি load resistorৰ বিভিন্ন মানৰ বাবে(for different values) output voltage বনাম(versus) input voltage ক উপস্থাপন (plot) কৰিম |
04:14 | আউত্পুট ভল্তেজ(output voltage)হৈছে Rload ত প্ৰবাহীত ভল্তেজ আৰু ইনপুট ভল্তেজ( input voltage)হৈছে Vin |
04:21 | উল্লেখিত netlistটো প্ৰাসংগীক (corresponding) হৈছে common base transistor circuitলৈ |
04:26 | NPNহৈছে circuit(চাৰ্কিত)টোত transistor, mod1ৰ বাবে ব্যৱহৃত( used for)সৰ্বজনিত(default) model |
04:33 | আপুনি দেখিব যে Vinক 0.2 volts ৰ পৰা 2 voltsলৈ সলনি(varied)কৰাৰ লগতে 0.02 voltsৰ পদ বৰ্দ্ধিতকৰণ(step increment)কৰা হৈছে |
04:45 | Rloadক 5kiloohmsৰ পৰা 10 kiloohms লৈ সলনি(varied)কৰাৰ লগতে 2kiloohms ৰ পদ বৰ্দ্ধিতকৰণ ( step increment)কৰা হৈছে |
04:53 | Rloadৰ বিভিন্ন মানৰ( different values) বাবে Vinক সম্পূৰ্ণ পৰিসৰ( complete range) 0.2 ৰ পৰা 2লৈকে স্থানান্তৰ( swept)কৰা হৈছে |
04:59 | output voltage বনাম( versus) input voltageৰ গ্ৰাফ(Graph)প্ৰতিবাৰে অংকিত হৈছে |
05:05 | Plot v of 3,4এ nodes 3 আৰু 4ৰ মাজৰ voltage dropক সূচায়, যিতো হৈছে Rloadত প্ৰবাহীত voltage |
05:15 | এতিয়া আমি এই circuit(চাৰ্কিত)টো simulate(চিমুলেত)কৰিম আৰু পৰিণামটো ( results) চাম |
05:19 | terminal(টাৰ্মিনেল)তsource space(স্পেছ) example nested.cir টাইপ কৰক আৰু Enterকী প্ৰেছ কৰক |
05:35 | ই simulation(চিমুলেচন)টোrun(ৰান) কৰিব |
05:37 | ngspice simulator environmentৰ পৰা netlistটো simulate(চিমুলেট) কৰিবলৈ source command (ক’মান্দ) ব্যৱহাৰ কৰা হয় |
05:44 | আপুনি দেখিছে যে load resistorৰ বিভিন্ন মানৰ বাবে output voltage বনাম input voltageৰ গ্ৰাফ( graph) অংকিত হৈছে |
05:52 | ngspice simulator টো বন্ধ কৰিবলৈ quit টাইপ কৰক আৰু enter প্ৰেছ কৰক |
05:59 | ইয়াৰ দ্বাৰাই আমি এই tutorial(টিউট’ৰিয়েল)টোৰ সামৰণি মাৰিম |
06:02 | এই tutorial(টিউট’ৰিয়েল)টোত আমি শিকিলো, |
06:04 | প্ৰদৰ্শন( perform)কৰিবলৈ, |
06:05 | এটা প্ৰদত্ত চাৰ্কিতত DC চুইপ এনালাইচিছ |
06:08 | এটা প্ৰদত্ত চাৰ্কিতত নেষ্টেট DC চুইপ এনালাইচিছ |
06:12 | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ |
06:14 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
06:18 | আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ |
06:22 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে |
06:24 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও( workshops) পাতে |
06:27 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
06:31 | অধিক জানিবলৈ অনুগ্রহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক |
06:37 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় |
06:41 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে৷ |
06:47 | এই মিচনৰ বিষয়ে অধিক তথ্য( information) পাব |
06:51 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
06:58 | সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ |
06:59 | আশা কৰিছো এই tutorial(টিউট’ৰিয়েল)টো আপোনাৰ বাবে বহুমূল্য হৈছে |
07:02 | মই মৌচম হাজৰিকা |