Ngspice/C2/DC-Sweep-Analysis/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search


Time Narration
00:01 DC sweep analysis in Ngspice” (DC চুইপ এনালাইচিছ ইন এঞ্জিস্পাইচ)ৰ spoken tutorial (স্পকেন টিউট’ৰিয়েল)লৈ স্বাগতম( Welcome)
00:07 এই টিউট’ৰিয়েল(tutorial)ত আমি শিকিম( learn),
00:09 DC sweep analysis(DC চুইপ এনালাইচিছ) আৰু Nested DC sweep analysis(নেষ্টেট DC চুইপ এনালাইচিছ) প্ৰদৰ্শন( perform) কৰিবলৈ
00:14 এই tutorial(টিউট’ৰিয়েল)ৰ বাবে electronic circuits(ইলেকত্ৰনিক চাৰ্কিতচ)ৰ সাধাৰণ জ্ঞান( Basic knowledge)থকা প্ৰয়োজনীয়( prerequisite)
00:19 Ubuntu(উবুন্তো)Linux(লিনাস্ক)আৰু shell commands(চেল ক’মান্দচ)ৰ ও সাধাৰণ জ্ঞান( Basic knowledge) থকা দৰকাৰ
00:25 Ubuntu(উবুন্তো)12.04 operating system (অপাৰেটিং ছিচটেম) ব্যৱ্হাৰ কৰাৰ লগতে ngspice version 23 ইনস্তল(installed) কৰা হৈছে
00:33 আমি উদাহৰণত( example) দৰ্শিত( shown) circuit(চাৰ্কিত) টো ব্যৱ্হাৰ কৰিম
00:36 circuit(চাৰ্কিত) টো তিনিটা বিশিষ্ট( prominent) nodes (ন’দচ) “1”, “2” আৰু “3”ৰে গঠিত
00:40 লগতে এটা চতুৰ্থ( fourth)node(ন’দ) যাক reference বা datum node বুলি কোৱা হ্য় তাক node(ন’দ) “0” বুলি চিহ্নিত কৰিবই লাগিব
00:47 এইটো যিকোনো circuit (চাৰ্কিত) ৰ বাবে আৱ্শ্যকীয় ( mandatory)
00:51 text editor(টেক্স্ত এডিটৰ) ত আগতে দৰ্শিত circuit schematicৰ লগত সংযুক্ত(corresponding) ngspice netlist file example.cir টো খোলো আহক
01:00 মই ইতিমধ্যে gedit text editorত এইটো খুলি থৈছো
01:04 মন কৰিব যে netlist file টো .cir extension ৰে save(ছেভ) কৰা হৈছে
01:10 আমি সকলোবিলাক components(কম্প’নেন্ত্চ) যেনে voltage source, resistors চাব পাৰো আৰু লগতে সিহঁতক একেলগে সংযোগ( connecting) কৰা nodes(ন’দচ) ৰ বিষয়ে তথ্য( information)
01:18 netlist file ত সংলগ্ন( included) dc command টো dc sweep analysis প্ৰদৰ্শনত ( perform) ব্যৱ্হাৰ কৰা হয়
01:25 dc command ব্যৱ্হাৰ কৰা সাধাৰণ ফৰ্ম(General form) দৰ্শিত( shown) হৈছে,
01:29 dot DC SRCNAM VSTART VSTOP VINCR
01:35 য’ত,
01:37 SRCNAM হৈছে independent(ইনদিপেন্ডেন্ট) voltage (ভল্টেজ)আৰু(and) current(কাৰেন্ট) source(চ’ৰ্ছ)
01:42 VSTART, VSTOP আৰু VINCRহৈছে source ৰ বাবে ক্ৰমান্বয়ে আৰম্ভণি( starting),অন্তিম( final) আৰু বৰ্দ্বিত মান( increment values)
01:51 আপুনি দেখিছে যে আমি voltage source V1 ক একমাত্ৰ মান 24 VOLTSৰ কাৰণে স্থানান্তৰ কৰাৰ লগতে পদ বৰ্দ্ধিতকৰণ(step increment)1 কৰা হৈছে
02:02 এতিয়া আমি circuit'(চাৰ্কিত)টো simulate(চিমুলেত) কৰিম আৰু বিভিন্ন nodes (ন’দচ) ত voltage (ভল্তেজ) ৰ মান নিৰ্ধাৰণ কৰিম


02:08 terminal(টাৰ্মিনেল) ৰ দ্বাৰা ngspice টো খোলো আহক
02:11 Control Alt T একেলগে প্ৰেছ কৰক
02:14 Terminal window(টাৰ্মিনেল উইন্দ’)ক খুলিব
02:18 এতিয়া মই example.cir নামৰ netlist file টো যিটো foldersave(ছেভ) হৈ আছে তালৈ যাম
02:23 মই এইটো তলত দিয়া ধৰণে কৰিম
02:26 cd downloads path to the folder আৰু Enter প্ৰেছ কৰক
02:33 এতিয়া আমি ngspice file টো simulate (চিমুলেত) কৰিম
02:36 এতিয়া আমি চাম এইটো কেনেকৈ কৰা হয়
02:39 terminal(টাৰ্মিনেল)ত
02:40 ngspice space example.cir টাইপ কৰক আৰু Enter প্ৰেছ কৰক
02:51 voltage(ভল্তেজ) V1ৰ মান 24 volts.
02:56 voltage(ভল্তেজ) V2ৰ মান 9.746 volts.
03:01 অন্য node voltages বিলাকো দৰ্শিত হৈছে
03:05 তাৰ পাচত আমি চাম nested dc sweep analysis (নেচ্টেত DC চুইপ এনালাইচিছ) কেনেকৈ কৰা হয়
03:10 ইয়াৰ বাবে সাধাৰণিকৃত ফৰ্ম (Generalized form)দৰ্শিত ধৰণৰ
03:14 Dot DC SRCNAM VSTART VSTOP VINCR SRC2 START2 STOP2 INCR2
03:24 য’ত,
03:26 SRCNAM হৈছে প্ৰাথমিক (primary)sweep variable আৰু SRC2 হৈছে মাধ্যমিক ( secondary) sweep variable
03:33 মাধ্যমিক ( secondary) sweep variableএ আউতাৰ লুপ(outer loop)গঠন কৰে
03:36 এইটো হৈছে মাধ্যমিক ( secondary) sweep variableৰ প্ৰতিটো বৰ্ধনৰ( every increment) বাবে, প্ৰথম sweep variable টো ইয়াৰ সম্পূৰ্ণ মানৰ পৰিসৰৰ (entire range of values) দ্বাৰা অগ্ৰ্সৰ( stepped) হয়
03:45 আমি simulate(চিমুলেত) কৰিবলগীয়া উদাহৰণৰ( example) circuit(চাৰ্কিত)টোৰ দ্বাৰা এইটো অধিক পৰিস্ফুট (clear)হব
03:50 আমি common base গাঠণিত( configuration) Bipolar junction transistor আধাৰিত(based) circuit ব্যৱ্হাৰ কৰিম
03:56 emitter আৰু base terminalsৰ মাজত সংযুক্ত (connected)voltage Vinটোৱেই হৈছে প্ৰাথমিক (primary)sweep variable
04:03 মাধ্যমিক ( secondary) sweep variable টো হ’ব load resistor Rload.
04:08 এতিয়া আমি load resistorৰ বিভিন্ন মানৰ বাবে(for different values) output voltage বনাম(versus) input voltage ক উপস্থাপন (plot) কৰিম
04:14 আউত্পুট ভল্তেজ(output voltage)হৈছে Rload ত প্ৰবাহীত ভল্তেজ আৰু ইনপুট ভল্তেজ( input voltage)হৈছে Vin
04:21 উল্লেখিত netlistটো প্ৰাসংগীক (corresponding) হৈছে common base transistor circuitলৈ
04:26 NPNহৈছে circuit(চাৰ্কিত)টোত transistor, mod1ৰ বাবে ব্যৱহৃত( used for)সৰ্বজনিত(default) model
04:33 আপুনি দেখিব যে Vinক 0.2 volts ৰ পৰা 2 voltsলৈ সলনি(varied)কৰাৰ লগতে 0.02 voltsৰ পদ বৰ্দ্ধিতকৰণ(step increment)কৰা হৈছে
04:45 Rload5kiloohmsৰ পৰা 10 kiloohms লৈ সলনি(varied)কৰাৰ লগতে 2kiloohms ৰ পদ বৰ্দ্ধিতকৰণ ( step increment)কৰা হৈছে
04:53 Rloadৰ বিভিন্ন মানৰ( different values) বাবে Vinক সম্পূৰ্ণ পৰিসৰ( complete range) 0.2 ৰ পৰা 2লৈকে স্থানান্তৰ( swept)কৰা হৈছে
04:59 output voltage বনাম( versus) input voltageৰ গ্ৰাফ(Graph)প্ৰতিবাৰে অংকিত হৈছে
05:05 Plot v of 3,4nodes 3 আৰু 4ৰ মাজৰ voltage dropক সূচায়, যিতো হৈছে Rloadত প্ৰবাহীত voltage
05:15 এতিয়া আমি এই circuit(চাৰ্কিত)টো simulate(চিমুলেত)কৰিম আৰু পৰিণামটো ( results) চাম
05:19 terminal(টাৰ্মিনেল)তsource space(স্পেছ) example nested.cir টাইপ কৰক আৰু Enterকী প্ৰেছ কৰক
05:35 simulation(চিমুলেচন)টোrun(ৰান) কৰিব
05:37 ngspice simulator environmentৰ পৰা netlistটো simulate(চিমুলেট) কৰিবলৈ source command (ক’মান্দ) ব্যৱহাৰ কৰা হয়
05:44 আপুনি দেখিছে যে load resistorৰ বিভিন্ন মানৰ বাবে output voltage বনাম input voltageৰ গ্ৰাফ( graph) অংকিত হৈছে
05:52 ngspice simulator টো বন্ধ কৰিবলৈ quit টাইপ কৰক আৰু enter প্ৰেছ কৰক
05:59 ইয়াৰ দ্বাৰাই আমি এই tutorial(টিউট’ৰিয়েল)টোৰ সামৰণি মাৰিম
06:02 এই tutorial(টিউট’ৰিয়েল)টোত আমি শিকিলো,
06:04 প্ৰদৰ্শন( perform)কৰিবলৈ,
06:05 এটা প্ৰদত্ত চাৰ্কিতত DC চুইপ এনালাইচিছ
06:08 এটা প্ৰদত্ত চাৰ্কিতত নেষ্টেট DC চুইপ এনালাইচিছ
06:12 তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷
06:14 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
06:18 আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷
06:22 স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে
06:24 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও( workshops) পাতে
06:27 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে
06:31 অধিক জানিবলৈ অনুগ্রহ কৰি contact at spoken hyphen tutorial dot org লৈ লিখক
06:37 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয়
06:41 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে৷
06:47 এই মিচনৰ বিষয়ে অধিক তথ্য( information) পাব
06:51 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
06:58 সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ
06:59 আশা কৰিছো এই tutorial(টিউট’ৰিয়েল)টো আপোনাৰ বাবে বহুমূল্য হৈছে
07:02 মই মৌচম হাজৰিকা

Contributors and Content Editors

Mausamh9