Netbeans/C2/Integrating-an-Applet-in-a-Web-Application/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 ওয়েব অ্যাপ্লিকেশনত অ্যাপলেট ইন্ট্রিগেট কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 ইয়াতে নির্মিত অ্যাপ্লিকেশনে Netbeans IDE ত অ্যাপলেট তৈয়াৰ আৰু স্থাপন কৰা দেখাব।
00:16 Netbeans প্রথমবাৰ ব্যবহাৰ কৰা সকলে নিম্ন টিউটোৰিয়েল চাওক।
00:21 IDE ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ Introduction to Netbeans.
00:25 লগতে IDE ইয়াৰ সৈতে সুপৰিচয় হবলৈ Netbeans IDE ত Developing Web Applications আৰু
00:32 Designing GUIs ইয়াৰ টিউটোৰিয়েলও চাওক।
00:36 উপৰোক্ত সকলো টিউটোৰিয়েল স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত দেখা পাব।
00:41 এইটোক প্রদর্শন কৰিবলৈ, ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1
00:55 এই টিউটোৰিয়েলত আমি এটা
00:57 অ্যাপলেট বনোৱা।
00:59 অ্যাপলেট ৰান কৰা আৰু
01:02 ওয়েব অ্যাপ্লিকেশনত অ্যাপলেট যোগ কৰা শিকিম।
01:05 এতিয়া নিজৰ প্রজেক্ট তৈয়াৰ কৰিবলৈ IDE আৰম্ভ কৰো।
01:10 File>New Project ত যাওক আৰু Java Class Library তৈয়াৰ কৰক।
01:17 Next ত টিপক।
01:19 আপোনাৰ প্রজেক্টৰ নাম দিয়ক।
01:21 মোৰ প্রজেক্টৰ নাম SampleApple দিম।
01:26 সিস্টেমত যি কোনো ডাইৰেক্টৰিত স্থান সেট কৰক।
01:30 আৰু প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক।
01:34 এতিয়া অ্যাপ্লেট সোর্স ফাইল বনাও।
01:39 SampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক।
01:42 আৰু প্রোপাৰটিস উইন্ডো খুলিবলৈ Properties চয়ন কৰক।
01:47 প্রজেক্টৰ বাবে পছন্দ Source আৰু Binary Format চয়ন কৰক।
01:53 এইটোৱে সুনিশ্চিত কৰে যে JDK ইয়াৰ সঠিক সংস্কৰণ নির্বাচিত হৈছে।
01:59 উদাহৰণস্বৰুপে, আপোনি JDK ইয়াৰ নতুন মডেল চয়ন কৰাত
02:04 অ্যাপলেট জাভা ব্রাউজাৰ প্লাগইনৰ পুৰনা সংস্কৰন থকা মেশিনত নচলিব পাৰে.
02:10 মই JDK ইয়াৰ নতুন সংস্কৰণ চয়ন কৰিম কাৰণ ব্রাউজাৰে জাভা ব্রাউজাৰ প্লাগিনৰ নতুন সংস্কৰণক সমর্থন কৰে।
02:19 OK ত টিপক।
02:21 SampleApplet প্রজেক্ট নোডত আৰু এবাৰ সো ক্লিক কৰক।
02:25 আৰু New > Applet চয়ন কৰক।
02:29 আপোনি এই প্রাসঙ্গিক মেনুত অ্যাপ্লেট বিকল্প বিছাৰি নেপালে Other ত টিপক।
02:35 Categories ইয়াৰ তলত Java চয়ন কৰক।
02:38 File Types ত এটা অ্যাপলেট তৈয়াৰ কৰিবলৈ Applet চয়ন কৰক।
02:43 Class ইয়াৰ নাম Sample আৰু Package ইয়াৰ নাম org.me.hello দিয়ক।
02:55 Finish ত টিপক।
02:57 IDE নির্দিষ্ট প্যাকেজত অ্যাপলেট সোর্স ফাইল বনায়।
03:02 এইটোক চাবলৈ প্রজেক্ট উইন্ডোত Source Package নোড বিস্তৃত কৰিবলৈ পাৰে।
03:08 অ্যাপ্লেট সোর্স ফাইল সোর্স এডিটৰত খোলে।
03:12 এতিয়া অ্যাপলেট ক্লাস সংজ্ঞায়িত কৰো।
03:17 আমাৰ উচৰত সাধাৰণ অ্যাপলেটৰ কোড আছে।
03:21 যি ব্যাকগ্রাউন্ড কালাৰ cyan
03:24 ফোৰগ্রাউন্ড কালাৰ red লৈ সেট কৰে।
03:27 আৰু ম্যাসেজ প্রদর্শন কৰে যি শৃঙ্খলা স্পষ্ট কৰে যত অ্যাপলেটত মেথডস আছে।
03:34 অর্থাৎ init() মেথড start() মেথড আৰু paint() মেথড কল কৰে যত অ্যাপলেট আৰম্ভ হয়।
03:43 মই মোৰ ক্লিপবোর্ডত সম্পূর্ণ কোড কপি কৰিম আৰু IDE ত উপস্থিত কোডত পেস্ট কৰিম।
03:54 প্রজেক্ট উইন্ডোত Sample.java ফাইলত সো ক্লিক কৰক।
04:00 Contextual মেনুৰ পৰা Run ফাইল চয়ন কৰক।
04:04 অ্যাপলেট সন্নিহিত কৰাৰ সৈতে Sample.html লঞ্চাৰ ফাইল, build ফোল্ডাৰত তৈয়াৰ হয়।
04:13 এইটোৱে যি Files উইন্ডোত দেখিব পাৰে।
04:15 Sample dot html file
04:18 অ্যাপ্লেট স্ক্রিনত ম্যাসেজ প্রদর্শনৰ সৈতে
04:23 Applet viewer এও লঞ্চ হয়।
04:27 মই appletviewer বন্ধ কৰো।
04:29 তাৰপিছত ওয়েব-অ্যাপ্লিকেশনত অ্যাপ্লেট চালু কৰো।
04:33 যাতে ইউসাৰৰ বাবে অ্যাপলেট উপলব্ধ কৰিবলৈ পাৰো।
04:37 এইটো কৰিবলৈ এটা ওয়েব অ্যাপ্লিকেশন তৈয়াৰ কৰো।
04:42 Categories ত java web আৰু Projects ত Web application চয়ন কৰক।
04:48 Nextত টিপক।
04:50 আমি প্রজেক্টক HelloSampleApplet নাম দিও আৰু
05:01 Next ত টিপক।
05:03 চাওক সঠিক সার্ভাৰ যাতে নির্বাচিত আছে আৰু প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক।
05:12 জাভা প্রজেক্ট SampleApplet ক ওয়েব প্রজেক্ট HelloSampleApplet ত যোগ কৰিলে
05:20 অ্যাপলেট তৈয়াৰ কৰিবলৈ IDE সক্ষম কৰো যত এই ওয়েব অ্যাপ্লিকেশনক নির্মাণ কৰো।
05:26 সেয়ে Sample dot java applet সংশোধিত কৰিলে,
05:34 IDE, applet ইয়াৰ নতুন সংস্কৰণ তৈয়াৰ কৰে, যেতিয়া এইটো তৈয়াৰ হৈ যায়।
05:40 এতিয়া প্রজেক্টস উইন্ডোত HelloSampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক
05:45 আৰু Properties ত টিপক।
05:49 আমাৰ applet জাভা প্রজেক্টত আছে।
05:52 Jar ফাইল জুড়িবলৈ উইন্ডোৰ বাও ফালে মেনুসৰ পৰা Packaging বিকল্প চয়ন কৰক।
05:59 Add Project ত টিপক আৰু জাভা প্রজেক্ট চয়ন কৰক, যত Applet ক্লাস আছে।
06:05 এই ক্ষেত্রত এইটোৱে SampleApplet.
06:09 Add Project Jar Files ত টিপক।
06:14 JAR ফাইল applet সোর্স ফাইলৰ সৈতে এতিয়া টেবোলত তালিকাভুক্ত।
06:20 OK ত টিপক।
06:24 Projects উইন্ডোত সো ক্লিক কৰি আৰু Clean and Build বিকল্প চয়ন কৰক,
06:31 এতিয়া HelloSampleApplet প্রজেক্ট তৈয়াৰ কৰক।
06:36 এই প্রজেক্ট তৈয়াৰ হলে applets, Jar ফাইল মূল SampleApplet প্রজেক্টত তৈয়াৰ হয়।
06:45 Files উইন্ডোত যাওক, build আৰু web ফোল্ডাৰত
06:51 HelloSampleApplet প্রজেক্ট নোড প্রদর্শন কৰক।
06:54 আপোনি দেখিব পাৰে যে jar ফাইল জুড়া গৈছে।
06:58 applet ক HTML ফাইলত যোগ কৰক।
07:02 Project উইন্ডোত উভতি যাওক, HelloSampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক।
07:09 New আৰু তাৰপিছত HTML ফাইল বিকল্প চয়ন কৰক।
07:13 আপোনি এই প্রাসঙ্গিক মেনুত HTML বিকল্প নাপালে
07:18 Other ত টিপক।
07:21 Categorieত Web চয়ন কৰি File Types ত HTML চয়ন কৰক আৰু Next ত টিপক।
07:29 Html ফাইলৰ নাম দিয়ক।
07:32 মই ফাইলক MyApplet নাম দিও আৰু Finish ত টিপিম।
07:40 পিছৰ ধাপ হল, MyApplet dot html ফাইলত বডি ট্যাগসৰ মাঝত applet ট্যাগ লেখা।
07:48 ইয়াত অ্যাপলেট কোড আছে।
07:51 মই এইটোক মোৰ ক্লিপবোর্ডত কপি কৰি আৰু html ফাইলত বডি ট্যাগসৰ মাঝত পেস্ট কৰো।
08:03 পিছৰ ধাপ হল, html ফাইল ৰান কৰা।
08:07 প্রজেক্ট উইন্ডোত MyApplet dot html ত সো ক্লিক কৰি Run File চয়ন কৰক।
08:14 সার্ভাৰ html ফাইলক IDE ডিফল্ট ব্রাউজাৰত ডিপ্লয় কৰে।
08:25 এতিয়া সার্ভাৰ html ফাইলক IDE ডিফল্ট ব্রাউজাৰত ডিপ্লয় কৰে
08:30 আপোনি স্ক্রীনত প্রদর্শিত ম্যাসেজ দেখিব পাৰে।
08:36 এতিয়া নির্দেশিত কাম।
08:38 এতিয়া IDE ত আৰু এটা সহজ ব্যানাৰ অ্যাপলেট তৈয়াৰ কৰক।
08:43 যত appletএ, applet উইন্ডোত ম্যাসেজ স্ক্রোল কৰে।
08:49 applet ওয়েব অ্যাপ্লিকেশনত যোগ কৰক।
08:52 ওয়েব প্রজেক্টত Jar ফাইলস যোগ কৰক আৰু
08:56 অবশেষত HTML ফাইল তৈয়াৰ কৰি ৰান কৰক।
09:00 মই মোৰ ঘূৰণি ব্যানাৰ অ্যাপলেট তৈয়াৰ কৰিছো।
09:04 আমি প্রজেক্ট খুলি আৰু ৰান কৰো।
09:18 আপোনি দেখিব যে applet উইন্ডোত ম্যাসেজ স্ক্রোল কৰাৰ সৈতে খোলে।
09:28 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক।
09:32 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
09:36 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
09:41 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
09:46 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
09:51 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
09:58 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:04 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
10:11 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
10:22 আই আই টি বোম্বেৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
10:27 অংশগ্রহনৰ বাবে ধন্যবাদ।
10:11 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
10:22 আই আই টি বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
10:27 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi