Netbeans/C2/Integrating-an-Applet-in-a-Web-Application/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ। |
00:02 | ওয়েব অ্যাপ্লিকেশনত অ্যাপলেট ইন্ট্রিগেট কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:08 | ইয়াতে নির্মিত অ্যাপ্লিকেশনে Netbeans IDE ত অ্যাপলেট তৈয়াৰ আৰু স্থাপন কৰা দেখাব। |
00:16 | Netbeans প্রথমবাৰ ব্যবহাৰ কৰা সকলে নিম্ন টিউটোৰিয়েল চাওক। |
00:21 | IDE ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ Introduction to Netbeans. |
00:25 | লগতে IDE ইয়াৰ সৈতে সুপৰিচয় হবলৈ Netbeans IDE ত Developing Web Applications আৰু |
00:32 | Designing GUIs ইয়াৰ টিউটোৰিয়েলও চাওক। |
00:36 | উপৰোক্ত সকলো টিউটোৰিয়েল স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত দেখা পাব। |
00:41 | এইটোক প্রদর্শন কৰিবলৈ, ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1 |
00:55 | এই টিউটোৰিয়েলত আমি এটা |
00:57 | অ্যাপলেট বনোৱা। |
00:59 | অ্যাপলেট ৰান কৰা আৰু |
01:02 | ওয়েব অ্যাপ্লিকেশনত অ্যাপলেট যোগ কৰা শিকিম। |
01:05 | এতিয়া নিজৰ প্রজেক্ট তৈয়াৰ কৰিবলৈ IDE আৰম্ভ কৰো। |
01:10 | File>New Project ত যাওক আৰু Java Class Library তৈয়াৰ কৰক। |
01:17 | Next ত টিপক। |
01:19 | আপোনাৰ প্রজেক্টৰ নাম দিয়ক। |
01:21 | মোৰ প্রজেক্টৰ নাম SampleApple দিম। |
01:26 | সিস্টেমত যি কোনো ডাইৰেক্টৰিত স্থান সেট কৰক। |
01:30 | আৰু প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক। |
01:34 | এতিয়া অ্যাপ্লেট সোর্স ফাইল বনাও। |
01:39 | SampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক। |
01:42 | আৰু প্রোপাৰটিস উইন্ডো খুলিবলৈ Properties চয়ন কৰক। |
01:47 | প্রজেক্টৰ বাবে পছন্দ Source আৰু Binary Format চয়ন কৰক। |
01:53 | এইটোৱে সুনিশ্চিত কৰে যে JDK ইয়াৰ সঠিক সংস্কৰণ নির্বাচিত হৈছে। |
01:59 | উদাহৰণস্বৰুপে, আপোনি JDK ইয়াৰ নতুন মডেল চয়ন কৰাত |
02:04 | অ্যাপলেট জাভা ব্রাউজাৰ প্লাগইনৰ পুৰনা সংস্কৰন থকা মেশিনত নচলিব পাৰে. |
02:10 | মই JDK ইয়াৰ নতুন সংস্কৰণ চয়ন কৰিম কাৰণ ব্রাউজাৰে জাভা ব্রাউজাৰ প্লাগিনৰ নতুন সংস্কৰণক সমর্থন কৰে। |
02:19 | OK ত টিপক। |
02:21 | SampleApplet প্রজেক্ট নোডত আৰু এবাৰ সো ক্লিক কৰক। |
02:25 | আৰু New > Applet চয়ন কৰক। |
02:29 | আপোনি এই প্রাসঙ্গিক মেনুত অ্যাপ্লেট বিকল্প বিছাৰি নেপালে Other ত টিপক। |
02:35 | Categories ইয়াৰ তলত Java চয়ন কৰক। |
02:38 | File Types ত এটা অ্যাপলেট তৈয়াৰ কৰিবলৈ Applet চয়ন কৰক। |
02:43 | Class ইয়াৰ নাম Sample আৰু Package ইয়াৰ নাম org.me.hello দিয়ক। |
02:55 | Finish ত টিপক। |
02:57 | IDE নির্দিষ্ট প্যাকেজত অ্যাপলেট সোর্স ফাইল বনায়। |
03:02 | এইটোক চাবলৈ প্রজেক্ট উইন্ডোত Source Package নোড বিস্তৃত কৰিবলৈ পাৰে। |
03:08 | অ্যাপ্লেট সোর্স ফাইল সোর্স এডিটৰত খোলে। |
03:12 | এতিয়া অ্যাপলেট ক্লাস সংজ্ঞায়িত কৰো। |
03:17 | আমাৰ উচৰত সাধাৰণ অ্যাপলেটৰ কোড আছে। |
03:21 | যি ব্যাকগ্রাউন্ড কালাৰ cyan |
03:24 | ফোৰগ্রাউন্ড কালাৰ red লৈ সেট কৰে। |
03:27 | আৰু ম্যাসেজ প্রদর্শন কৰে যি শৃঙ্খলা স্পষ্ট কৰে যত অ্যাপলেটত মেথডস আছে। |
03:34 | অর্থাৎ init() মেথড start() মেথড আৰু paint() মেথড কল কৰে যত অ্যাপলেট আৰম্ভ হয়। |
03:43 | মই মোৰ ক্লিপবোর্ডত সম্পূর্ণ কোড কপি কৰিম আৰু IDE ত উপস্থিত কোডত পেস্ট কৰিম। |
03:54 | প্রজেক্ট উইন্ডোত Sample.java ফাইলত সো ক্লিক কৰক। |
04:00 | Contextual মেনুৰ পৰা Run ফাইল চয়ন কৰক। |
04:04 | অ্যাপলেট সন্নিহিত কৰাৰ সৈতে Sample.html লঞ্চাৰ ফাইল, build ফোল্ডাৰত তৈয়াৰ হয়। |
04:13 | এইটোৱে যি Files উইন্ডোত দেখিব পাৰে। |
04:15 | Sample dot html file |
04:18 | অ্যাপ্লেট স্ক্রিনত ম্যাসেজ প্রদর্শনৰ সৈতে |
04:23 | Applet viewer এও লঞ্চ হয়। |
04:27 | মই appletviewer বন্ধ কৰো। |
04:29 | তাৰপিছত ওয়েব-অ্যাপ্লিকেশনত অ্যাপ্লেট চালু কৰো। |
04:33 | যাতে ইউসাৰৰ বাবে অ্যাপলেট উপলব্ধ কৰিবলৈ পাৰো। |
04:37 | এইটো কৰিবলৈ এটা ওয়েব অ্যাপ্লিকেশন তৈয়াৰ কৰো। |
04:42 | Categories ত java web আৰু Projects ত Web application চয়ন কৰক। |
04:48 | Nextত টিপক। |
04:50 | আমি প্রজেক্টক HelloSampleApplet নাম দিও আৰু |
05:01 | Next ত টিপক। |
05:03 | চাওক সঠিক সার্ভাৰ যাতে নির্বাচিত আছে আৰু প্রজেক্ট তৈয়াৰ কৰিবলৈ Finish ত টিপক। |
05:12 | জাভা প্রজেক্ট SampleApplet ক ওয়েব প্রজেক্ট HelloSampleApplet ত যোগ কৰিলে |
05:20 | অ্যাপলেট তৈয়াৰ কৰিবলৈ IDE সক্ষম কৰো যত এই ওয়েব অ্যাপ্লিকেশনক নির্মাণ কৰো। |
05:26 | সেয়ে Sample dot java applet সংশোধিত কৰিলে, |
05:34 | IDE, applet ইয়াৰ নতুন সংস্কৰণ তৈয়াৰ কৰে, যেতিয়া এইটো তৈয়াৰ হৈ যায়। |
05:40 | এতিয়া প্রজেক্টস উইন্ডোত HelloSampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক |
05:45 | আৰু Properties ত টিপক। |
05:49 | আমাৰ applet জাভা প্রজেক্টত আছে। |
05:52 | Jar ফাইল জুড়িবলৈ উইন্ডোৰ বাও ফালে মেনুসৰ পৰা Packaging বিকল্প চয়ন কৰক। |
05:59 | Add Project ত টিপক আৰু জাভা প্রজেক্ট চয়ন কৰক, যত Applet ক্লাস আছে। |
06:05 | এই ক্ষেত্রত এইটোৱে SampleApplet. |
06:09 | Add Project Jar Files ত টিপক। |
06:14 | JAR ফাইল applet সোর্স ফাইলৰ সৈতে এতিয়া টেবোলত তালিকাভুক্ত। |
06:20 | OK ত টিপক। |
06:24 | Projects উইন্ডোত সো ক্লিক কৰি আৰু Clean and Build বিকল্প চয়ন কৰক, |
06:31 | এতিয়া HelloSampleApplet প্রজেক্ট তৈয়াৰ কৰক। |
06:36 | এই প্রজেক্ট তৈয়াৰ হলে applets, Jar ফাইল মূল SampleApplet প্রজেক্টত তৈয়াৰ হয়। |
06:45 | Files উইন্ডোত যাওক, build আৰু web ফোল্ডাৰত |
06:51 | HelloSampleApplet প্রজেক্ট নোড প্রদর্শন কৰক। |
06:54 | আপোনি দেখিব পাৰে যে jar ফাইল জুড়া গৈছে। |
06:58 | applet ক HTML ফাইলত যোগ কৰক। |
07:02 | Project উইন্ডোত উভতি যাওক, HelloSampleApplet প্রজেক্ট নোডত সো ক্লিক কৰক। |
07:09 | New আৰু তাৰপিছত HTML ফাইল বিকল্প চয়ন কৰক। |
07:13 | আপোনি এই প্রাসঙ্গিক মেনুত HTML বিকল্প নাপালে |
07:18 | Other ত টিপক। |
07:21 | Categorieত Web চয়ন কৰি File Types ত HTML চয়ন কৰক আৰু Next ত টিপক। |
07:29 | Html ফাইলৰ নাম দিয়ক। |
07:32 | মই ফাইলক MyApplet নাম দিও আৰু Finish ত টিপিম। |
07:40 | পিছৰ ধাপ হল, MyApplet dot html ফাইলত বডি ট্যাগসৰ মাঝত applet ট্যাগ লেখা। |
07:48 | ইয়াত অ্যাপলেট কোড আছে। |
07:51 | মই এইটোক মোৰ ক্লিপবোর্ডত কপি কৰি আৰু html ফাইলত বডি ট্যাগসৰ মাঝত পেস্ট কৰো। |
08:03 | পিছৰ ধাপ হল, html ফাইল ৰান কৰা। |
08:07 | প্রজেক্ট উইন্ডোত MyApplet dot html ত সো ক্লিক কৰি Run File চয়ন কৰক। |
08:14 | সার্ভাৰ html ফাইলক IDE ডিফল্ট ব্রাউজাৰত ডিপ্লয় কৰে। |
08:25 | এতিয়া সার্ভাৰ html ফাইলক IDE ডিফল্ট ব্রাউজাৰত ডিপ্লয় কৰে |
08:30 | আপোনি স্ক্রীনত প্রদর্শিত ম্যাসেজ দেখিব পাৰে। |
08:36 | এতিয়া নির্দেশিত কাম। |
08:38 | এতিয়া IDE ত আৰু এটা সহজ ব্যানাৰ অ্যাপলেট তৈয়াৰ কৰক। |
08:43 | যত appletএ, applet উইন্ডোত ম্যাসেজ স্ক্রোল কৰে। |
08:49 | applet ওয়েব অ্যাপ্লিকেশনত যোগ কৰক। |
08:52 | ওয়েব প্রজেক্টত Jar ফাইলস যোগ কৰক আৰু |
08:56 | অবশেষত HTML ফাইল তৈয়াৰ কৰি ৰান কৰক। |
09:00 | মই মোৰ ঘূৰণি ব্যানাৰ অ্যাপলেট তৈয়াৰ কৰিছো। |
09:04 | আমি প্রজেক্ট খুলি আৰু ৰান কৰো। |
09:18 | আপোনি দেখিব যে applet উইন্ডোত ম্যাসেজ স্ক্রোল কৰাৰ সৈতে খোলে। |
09:28 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক। |
09:32 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
09:36 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
09:41 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
09:46 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
09:51 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
09:58 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:04 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
10:11 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
10:22 | আই আই টি বোম্বেৰ পৰা মই মৌচূমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
10:27 | অংশগ্রহনৰ বাবে ধন্যবাদ। |
10:11 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
10:22 | আই আই টি বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
10:27 | অংশগ্রহনৰ বাবে ধন্যবাদ। |