Netbeans/C2/Designing-GUI-for-Sample-Java-Application/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল। |
| 00:02 | Netbeans দ্বাৰা GUIs নির্মানৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | ইয়াত Netbeans ইয়াৰ সবতচে আকর্ষণীয় বৈশিষ্ট্য চাম, যি হৈছে GUI Builder (নির্মাতা)। |
| 00:13 | GUI নির্মানৰ বাবে Netbeansএ কি দিয়ে? |
| 00:16 | নিজৰ GUI তৈয়াৰৰ সময়ত যি দেখায় এইটোৱে সেইয়া দিয়ে। |
| 00:21 | লগতে এইটোৱে আপোনাক আপোনাৰ লেআউট বনাবলৈ, কম্পোনেন্টক ড্ৰেগ আৰু ড্ৰপ কৰিবলৈ এটা সহজ ইন্টাৰফেস দিয়ে। |
| 00:27 | এইটো Paletteৰ সৈতে আহে যাতে পূর্বে সংস্থাপিত AWT আৰু Swing কম্পোনেন্ট থাকে। |
| 00:33 | আমি মাত্র কিছু মিনিটত পূর্ণ GUI অ্যাপ্লিকেশন নির্মাণ কৰিবলৈ এই শক্তিশালী visual এডিটৰ ব্যবহাৰ কৰিম। |
| 00:39 | সেয়ে আমি সিস্টেম ব্যবহাৰ কৰিছো যত: |
| 00:43 | লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 |
| 00:46 | আৰু Netbeans IDE সংস্কৰণ 7.1.1 আছে. |
| 00:50 | সংস্থাপন আৰু প্রয়োজনীয়তা সম্পর্কে অধিক জানিবলৈ আগৰ টিউটোৰিয়েল চাওক। |
| 00:56 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00:58 | ফর্ম এডিটৰ ব্যবহাৰ কৰা। |
| 01:00 | সোর্স এডিটৰ। |
| 01:02 | প্যালেট, ইন্সপেক্টৰ আৰু প্রোপার্টি বৈশিষ্ট্য। |
| 01:05 | লগতে ইভেন্ট হ্যান্ডলাৰ যোগ কৰা। |
| 01:07 | নিজৰ অ্যাপ্লিকেশন কম্পাইল আৰু ৰান কৰাও শিকিম। |
| 01:10 | আৰম্ভ কৰো আৰু এই টিউটোৰিয়েলত এটা সাধাৰণ Account balance অ্যাপ্লিকেশন তৈয়াৰ কৰো। |
| 01:15 | এই অ্যাপ্লিকেশনৰ বাবে আমি সক্ষম হব লাগিব.... |
| 01:18 | অ্যাকাউন্টত ক্রেডিট হোৱা ৰাশি ইনপুট কৰাত। |
| 01:21 | ৰাশি অ্যাকাউন্টৰ পৰা ডেবিট কৰাত। |
| 01:24 | আৰু অন্তিম ৰাশি গণনা কৰাত। |
| 01:26 | আমাৰ অ্যাপ্লিকেশনক অধিক আকর্ষণীয় কৰিবলৈ ছবিও যোগ কৰিম। |
| 01:31 | সহজ আৰু দ্রুত ন্যাভিগেশনৰ বাবে উপৰত মেনু বাৰও জুড়াম। |
| 01:35 | এতিয়া netbeans ত যাওক আৰু নতুন প্রজেক্ট বনোৱাৰ সৈতে আৰম্ভ কৰক। |
| 01:40 | File মেনুৰ পৰা New Project আৰু Java Application চয়ন কৰক তাৰপিছত Next. |
| 01:49 | প্রজেক্টৰ নাম দিয়ক। |
| 01:51 | প্রজেক্টৰ নাম Account balance দিও। |
| 01:58 | মেন ক্লাস নবনাব কিন্তু এইটোক মেন প্রজেক্ট হিসাবে সেট কৰক। |
| 02:02 | Finish ত টিপক, আপোনাৰ IDE ত নতুন প্রজেক্ট বনোৱা উচিত। |
| 02:07 | এতিয়া File menu ত থকা File ত যাওক আৰু New File চয়ন কৰক। |
| 02:15 | Categoriesৰ পৰা Swing GUI ফর্ম চয়ন কৰক। |
| 02:18 | File Type ইয়াৰ ভিতৰত Jframe Form চয়ন কৰক। |
| 02:21 | Next ত টিপক। |
| 02:24 | মই এইটোক AccountBalance কম। |
| 02:29 | কিন্তু আপোনি এইটোক নিজৰমতে নাম দিব পাৰে। |
| 02:33 | এবাৰ Finishত টিপিলে এইটোৱে আপোনাক মূল ডিসাইন ক্ষেত্রত লৈ যায়। |
| 02:39 | GUI নির্মাতাৰ সৈতে পৰিচিত হও। |
| 02:43 | ইয়াত সোফালে palette আছে। |
| 02:45 | এইটোত পূর্বে সংস্থাপিত Swing আৰু AWT কম্পোনেন্ট আছে। |
| 02:49 | ইয়াত palette ইয়াৰ তলত Properties উইন্ডো আছে। |
| 02:53 | এইটোৱে আপোনাক আপোনাৰ দ্বাৰা চয়নিত কম্পোনেন্টৰ প্রোপার্টি দেখায়। |
| 02:58 | ইয়াত বাওফালে navigator বা inspector আছে। |
| 03:01 | যি আপোনাক সেই কম্পোনেন্ট দেখায় যি, ফর্মত জোড়া হৈছে। |
| 03:05 | ইয়াতে ওয়ার্কস্পেসত ডিসাইন মোডত, |
| 03:08 | উপৰত Source বোতাম আছে। |
| 03:11 | আপোনি এইটোত টিপিলে এইটোৱে আপোনাক সোর্স কোডত লৈ যায়। |
| 03:15 | যেতিয়াই আপোনি ডিসাইনত কম্পোনেন্ট জুড়ে |
| 03:18 | এইটোৱে সংশ্লিষ্ট সোর্স কোড লয় আৰু এইটোক ইয়াত সোর্সত জোড়ে। |
| 03:23 | Design মোডত উভতি যাও আৰু চাও যে আজি কোনটো কম্পোনেন্ট ব্যবহাৰ কৰিম। |
| 03:28 | আমি আমাৰ অ্যাপ্লিকেশন তৈয়াৰ কৰিবলৈ |
| 03:31 | Paletteৰ পৰা কিছু কম্পোনেন্টক ব্যবহাৰ কৰিম যেনে Buttons, Labels, Panels, Tabbed pane ইত্যাদি। |
| 03:38 | এতিয়া Paletteৰ পৰা swing Containers ইয়াৰ ভিতৰত TabbedPane চয়ন কৰক। |
| 03:45 | Tabbed Pane চয়ন কৰক আৰু form ত টিপক। |
| 03:50 | এইটোৱে এটা Tabbed frame দিয়া উচিত। এইটোৰ আকাৰ মাউসৰ দ্বাৰা সলাব পাৰে। |
| 03:58 | এতিয়া Palette ত উভতি গৈ Panel চয়ন কৰক। |
| 04:02 | আকৌ এবাৰ আপোনাৰ frameত টিপক। |
| 04:06 | এইটোৱে আপোনাক এটা ট্যাব দিয়া উচিত। |
| 04:09 | উভতি গৈ অন্য Panel চয়ন কৰক আৰু আকৌ এবাৰ form ত টিপক। |
| 04:14 | এইটোৱে মোট 2 টা ট্যাব দিব। |
| 04:17 | এতিয়া আপোনি ট্যাবত দুইবাৰ টিপি বা ট্যাবত সো ক্লিক কৰি আৰু Edit Text বিকল্প চয়ন কৰি ট্যাবৰ নাম সলাব পাৰে। |
| 04:29 | মই Image হিচাবে প্রথম ট্যাব কল কৰিম আৰু দ্বিতীয় ট্যাবৰ নাম Balance নাম দিম। |
| 04:37 | এতিয়া Paletteত যাওক আৰু swing Controls মেনুৰ পৰা labels জুড়ক। |
| 04:43 | Swing Controlsৰ পৰা Label চয়ন কৰক আৰু এইটোক আপোনাৰ ফর্মত জুড়ক। |
| 04:48 | আমাৰ অ্যাপ্লিকেশনৰ বাবে 6 টা labels ইয়াৰ প্রয়োজন। |
| 04:54 | এতিয়া মই ফর্মত 6 টা labels জুড়িছো। |
| 04:58 | সেইবোৰত টিপাত তাক স্থান দি সাৰিবদ্ধ কৰিবলৈ পাৰে। |
| 05:02 | আৰু সেইবোৰক আকৌ এবাৰ স্থান সলাবলৈ বা সাৰিবদ্ধ কৰিবলৈ মাউসকও ব্যবহাৰ কৰিব পাৰে। |
| 05:06 | এতিয়া labelত টেক্সট সলাবলৈ |
| 05:08 | আপোনি এইটোত দুইবাৰ ক্লিক অথবা সো ক্লিক কৰিব পাৰে। |
| 05:12 | আৰু Edit Text বিকল্প চয়ন কৰক। |
| 05:14 | এতিয়া labelsৰ নাম সলাওক। |
| 05:16 | মই প্রথমটোক Initial Amount বুলি নাম দিও। |
| 05:22 | দ্বিতীয় labelক Credit Amount. |
| 05:30 | তৃতীয়ক Debit amount |
| 05:35 | আৰু চতুর্থক Balance বুলি দিও। |
| 05:41 | প্রথমে, আমি initial amountত Rs 5000 বুলি সেট কৰিম। |
| 05:48 | এবাৰ balanceক গনণা কৰাত আমি এইটোক এই levelত ৰাখিব পাৰো। |
| 05:53 | কিন্তু এতিয়াৰ বাবে, আমি এইটোক star ৰুপত বনাম। |
| 06:01 | এতিয়া Palette ত গৈ TextField চয়ন কৰক আৰু আমি credit amount আৰু debit amountৰ পিছত টেক্সট ফীল্ডস জুড়াম। |
| 06:16 | আমি Textfield ইয়াৰ স্থানকও খালি এৰা উচিত। |
| 06:20 | আমি টেক্সট এডিট কৰো আৰু ইয়াত উপস্থিত টেক্সটক অতৰুৱাই দিও। |
| 06:27 | এতিয়া মাউসক ব্যবহাৰ কৰি ইয়াৰ আকাৰ পৰিবর্তন কৰো। |
| 06:35 | এবাৰ এইটোক কৰাৰ পিছত, paletteত উভতি যাওক আৰু Button চয়ন কৰক। |
| 06:42 | আপোনাৰ ফ্ৰেমৰ তলত থকা বোতামক যোগ কৰক আৰু |
| 06:48 | আপোনি এইটোত সো ক্লিক কৰি লেবেল সলাব পাৰে। |
| 06:53 | Edit text বিকল্প চয়ন কৰক আৰু এইটোক Get Balance নাম দিয়ক। |
| 06:58 | এতিয়া এইটো আমাৰ GUI হয়. |
| 07:01 | এতিয়া Image ট্যাব (tab1) ত যাওক আৰু এটা ইমেজ যোগ কৰক। |
| 07:05 | এইটো কৰিবলৈ Palette ত উভতি যাওক। |
| 07:08 | অন্য Label চয়ন কৰক আৰু এইটোক প্যানেলত ৰাখক। |
| 07:13 | এতিয়া palette ইয়াৰ তলত থকা Properties উইন্ডোৰ পৰা, icon প্রোপার্টি বিছাৰক আৰু ইয়াত, সোফালে থকা 3 টা ডটত টিপক। |
| 07:26 | icons properties উইন্ডো খোলে। |
| 07:28 | ইয়াতে External Image বিকল্প চয়ন কৰক তাৰপিছত ইয়াত সোফালে 3 টা ডটত(...) টিপক। |
| 07:35 | আপোনি আপোনাৰ অ্যাপ্লিকেশনৰ বাবে অন্তর্ভুক্ত কৰিবলৈ বিছৰা ইমেজটো চাওক। |
| 07:41 | মই ইয়াতে ইমেজটো চয়ন কৰিছো। OK ত টিপক। |
| 07:48 | মাউসটো ব্যবহাৰ কৰি ইয়াৰ স্থান সলাও। |
| 07:51 | আপোনি ইয়াত এইটোক দুইবাৰ টিপি লেবেলত থকা টেক্সট অতৰাব পাৰে। |
| 07:59 | এতিয়া আমি ইমেজত জুৰাইছো। |
| 08:02 | আমাৰ GUI ত মেনু যোগ কৰো। |
| 08:05 | Palette ত যাওক আৰু Swing menus ইয়াৰ ভিতৰত Menu bar বিকল্প চয়ন কৰক। |
| 08:12 | Menu Bar চয়ন কৰক আৰু প্যানেলৰ শীর্ষত টিপক। |
| 08:17 | ডিফল্টৰুপে ইয়াত আগেই দুটা মেনু লেবেলস File আৰু Edit আছে। |
| 08:22 | Edit textত দুইবাৰ টিপক আৰু এইটোক Help নাম দিওক। |
| 08:28 | আপোনি ফাইলত সাব মেনু ও জুড়াব পাৰে। |
| 08:32 | এতিয়া বাওফালে Inspector বা navigatorত, JMenu1 ত সো ক্লিক কৰক। |
| 08:39 | Add From Palette বিকল্প আৰু Menu Item চয়ন কৰক। |
| 08:45 | ইয়াত Menu Item জোড়া উচিত। |
| 08:47 | আপোনি এইটোৰ নাম Exit ও দিব পাৰে। |
| 08:54 | এতিয়া ফাইল মেনুৰ ভিতৰত সাব-মেনু যোগ কৰিলো আৰু সেই মেনু আইটেমৰ নামও সলালো। |
| 09:00 | এতিয়া আমাৰ GUI অধিক বা কম সম্পুৰ্ণ হৈছে। |
| 09:03 | এতিয়া প্রিভিউত চাও। |
| 09:05 | সবতচে উপৰত Preview Design বোতামত টিপক। |
| 09:09 | এতিয়ালৈকে আপোনি কি কৰিলে, এইটোৱে তাৰ প্রিভিউ দেখায়। |
| 09:12 | ইয়াত বোতাম এতিয়াও কাম নকৰে। |
| 09:16 | কিন্তু এবাৰ কোডত যোগ কৰাত, আপোনি যি কোনো কাম কৰিব পাৰিব। |
| 09:20 | প্রিভিউ বন্ধ কৰো। |
| 09:22 | এতিয়া, কোড জোড়াৰ আগেই, ইনপুট টেক্সট ফীল্ডক সঠিক ভ্যাৰিয়েবলৰ নাম দিয়া যাওক। |
| 09:28 | Balance ট্যাবত যাওক, ইয়াত এই টেক্সট ফীল্ডসক সঠিক ভ্যাৰিয়েবলৰ নাম দিয়া যাওক। |
| 09:34 | Inspectorত থকা JTextfield1 ত সো ক্লিক কৰক। |
| 09:40 | Change variable name চয়ন কৰক। |
| 09:43 | ভ্যাৰিয়েবলৰ নাম creditAmount ত সলাওক। |
| 09:50 | Ok ত টিপক। |
| 09:53 | আপোনি ইয়াত ডিসাইন মোডত টেক্সট ফীল্ডত সো ক্লিক ও কৰিব পাৰিব। |
| 09:56 | Change Variable Name চয়ন কৰক। |
| 10:00 | ভ্যাৰিয়েবলৰ নাম debitAmount লৈ সলাওক। |
| 10:04 | Ok ত টিপক। |
| 10:08 | মই এই অন্তিম লেবেলক কল কৰিম, অর্থাৎ resultBalance ৰুপত stars টেক্সট ফীল্ডস। |
| 10:16 | Change variable name বিকল্প আকৌ এবাৰ চয়ন কৰক আৰু ভ্যাৰিয়েবলক resultBalanceলৈ সলাওক। |
| 10:23 | OK ত টিপক। |
| 10:25 | এতিয়া অ্যাপ্লিকেশনৰ কামৰ বাবে কোড চাও। |
| 10:30 | এইটো মোৰ স্যাম্পল কোড হয়। |
| 10:32 | মই creditAmountৰ পৰা getText() বিচাৰো |
| 10:37 | debitAmountৰ পৰা getText() বিচাৰো। |
| 10:39 | balance গনণা কৰক আৰু অন্তিম resultBalance ত amount ৰাখক। |
| 10:44 | ইয়াতে কোড কপি কৰক আৰু IDE ত উভতি যাওক। |
| 10:51 | এতিয়া Get Balance বোতামত সো ক্লিক কৰক। |
| 10:55 | বিকল্প Events, Action আৰু Action Performed চয়ন কৰক। |
| 11:00 | এইটোৱে আপোনাক কোডৰ অংশত লৈ যাব। |
| 11:03 | যত আপোনি বোতামত টিপিলে প্রদর্শিত কামৰ বাবে কোড লেখা বা পেস্ট কৰিব লাগিব। |
| 11:10 | কপি কৰা কডক ইয়াত পেস্ট কৰক। |
| 11:17 | কোডক সংৰক্ষণ কৰক আৰু ডিসাইন মোডত উভতি যাওক। |
| 11:22 | এতিয়া, অ্যাপ্লিকেশনৰ পৰা উলাবলৈ কোডত জুড়ক। |
| 11:25 | মেনু আইটেম Exitত সো ক্লিক কৰক আৰু Events, Action আৰু Action Performed চয়ন কৰক। |
| 11:40 | ই সোর্স মোডত যাই, আৰু অ্যাপ্লিকেশনৰ পৰা সফলভাবে উলাবলৈ কোড লিখিব লাগিব. |
| 11:46 | যি System.exit(1) হব। |
| 11:53 | এতিয়া কোড সংৰক্ষণ কৰি ডিসাইন মোডত উভতি যাওক। |
| 11:57 | Exit মেনু আইটেমৰ বাবে শর্টকাটও যোগ কৰো। |
| 12:02 | ইয়াতে যি উইন্ডো খোলে, তাত শর্টকাট বিকল্পত দুইবাৰ টিপক। |
| 12:07 | Q আৰু Ctrl টিপক আৰু OK ত টিপক। |
| 12:14 | এতিয়া অ্যাপ্লিকেশনৰ পৰা উলাবলৈ কীবোর্ড শর্টকাট ৰুপত Ctrl Q সেট কৰিছো। |
| 12:20 | ইয়াৰ সৈতেই অ্যাপ্লিকেশন সমাপ্ত হয়। |
| 12:23 | এতিয়া আপোনাৰ কীবোর্ডত F6 টিপি অ্যাপ্লিকেশন ৰান কৰো। |
| 12:30 | ৰান হবলৈ মেন ক্লাস আগেই চয়নিত আছে। |
| 12:33 | OK ত টিপক। |
| 12:37 | এইটো ইয়াতে আছে, এইটো হল GUI. |
| 12:40 | এতিয়া চেক কৰক। |
| 12:43 | balance ট্যাবত যাওক, ক্রেডিট অ্যামাউন্ট Rs.300/- লিখক। |
| 12:47 | আৰু ডেবিট অ্যামাউন্ট Rs.200 লিখক আৰু Get Balance টিপক। |
| 12:53 | এইটোৱে ব্যালেন্সৰ সঠিক পৰিমাণ দিয়ে। |
| 12:56 | অ্যাপ্লিকেশনৰ পৰা উলাই যাও। |
| 12:58 | File মেনুত যাও আৰু Exitত টিপিম। |
| 13:02 | আমি কীবোর্ডত Ctrl Q টিপিও অ্যাপ্লিকেশনৰ পৰা উলাব পাৰো। |
| 13:08 | এতিয়া, অ্যাপ্লিকেশন সমাপ্ত হোৱাৰ সৈতে, এই নির্দেশিত কামৰ সময়। |
| 13:14 | এটা টেম্পেৰেচাৰ কনভার্টাৰ অ্যাপ্লিকেশন বনাওক। |
| 13:18 | আগৰ নিচিনা ইয়াত দুটা ট্যাব হোৱা উচিত। |
| 13:21 | প্রথমে Celsiusৰ পৰা Fahrenheitত তাৰপিছত Fahrenheitৰ পৰা Celsius লৈ সলাওক। |
| 13:27 | এইটোৱে ইনপুট টেম্পেৰেচাৰও লোৱা উচিত। |
| 13:30 | আৰু ৰুপান্তৰিত টেম্পেৰেচাৰ দেখোৱা উচিত। |
| 13:33 | ইয়াৰ সবতচে উপৰত এটা মেনুবাৰও থকা উচিত যি File আৰু Help বিকল্প দেখায়। |
| 13:38 | আৰু File মেনুৰ তলত, অ্যাপ্লিকেশনৰ পৰা উলাবলৈ কীবোর্ড শর্টকাটৰ সৈতে Exit আইটেম হোৱা উচিত। |
| 13:46 | মই নির্দেশিত কাম আগেই কৰি থৈছো। |
| 13:48 | চাওক যে এইটো কেনে হোৱা উচিত। |
| 13:50 | মই নির্দেশিত কাম ৰান কৰো আৰু এইটো হল মোৰ GUI. |
| 13:56 | এতিয়া ইনপুট টেম্পেৰেচাৰ -40 লিখক আৰু get Fahrenheitত টিপক। |
| 14:05 | অ্যাপ্লিকেশনে সঠিক পৰিবর্তিত আউটপুট টেম্পেৰেচাৰ দিয়া উচিত। |
| 14:10 | এতিয়া, অ্যাপ্লিকেশনৰ পৰা উলাবলৈ শর্টকাট কীস অর্থাৎ Ctrl X ব্যবহাৰ কৰক। |
| 14:18 | সেয়ে, আমি কীবোর্ড শর্টকাটৰ দ্বাৰা অ্যাপ্লিকেশনৰ পৰা সফলভাবে উলায় গৈছো। |
| 14:25 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 14:29 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 14:32 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 14:37 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
| 14:42 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 14:46 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 14:52 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 14:56 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
| 15:03 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 15:13 | আই আই টি বোম্বেৰ পৰা মই মৌচূমি মেধী বিদায় লৈছো। |
| 15:17 | অংশগ্রহনৰ বাবে ধন্যবাদ। |