Moodle-Learning-Management-System/C2/Question-bank-in-Moodle/Assamese
Time | Narration |
00:01 | Moodle ত Question bank ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম : Moodle ত Question bank ৰ বিষয়ে |
00:12 | প্ৰশ্নৰ Categories আৰু question bank ত কেনেকৈ প্ৰশ্ন যোগ কৰা হয় |
00:19 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04 |
00:26 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
00:34 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:44 | তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
00:52 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
আৰু আপোনাক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিছে |
01:03 | ই লগতে ধৰে যে আপোনাৰ কৌৰ্চৰ বাবে আপুনি কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিলে |
01:09 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
01:16 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক |
01:24 | Code files লিংকত এই টিউট’ৰিয়েলত ব্যৱ্হাৰ হোৱা সকলো টেকস্তৰ সৈতে মই টেকস্ত ফাইল এটা দিছো
“Mytextfile.txt” নামৰ ফাইলটো দাউনল’দ কৰক আৰু ইয়াক আপোনাৰ মেচিনত খোলক |
01:40 | বাওঁফালে navigation মেনুত, Calculus course ক্লিক কৰক |
01:45 | আমি Question banks ৰ বিষয়ে শিকি আৰম্ভ কৰিম |
01:49 | Question bank এখন হৈছে মূলত টপিকৰ দ্বাৰা সংগঠিত প্ৰশ্নৰ এটা সংগ্ৰহ |
01:55 | Question bank ত থকা প্ৰশ্নবোৰক একাধিক কুইজত পুনৰ ব্যৱ্হাৰ কৰিব পাৰি |
02:01 | ই প্ৰতিটো শৈক্ষিক বৰ্ষৰ বাবে বা বেলেগ বেতচৰ বাবে ভিন্ন কুইজ বনাবলৈ সহায় কৰে |
02:09 | ব্ৰাউজাৰলৈ ঘূৰি যাওঁক |
02:11 | ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া শেষত More… লিংকত ক্লিক কৰক |
02:18 | আমাক Course Administration পৃষ্ঠাটোলৈ অনা হ’ল |
02:22 | তললৈ স্ক্ৰ’ল কৰক আৰু Question bank নামৰ চেকচনটো বিচাৰক |
02:27 | এই চেকচনত Categories লিংকত ক্লিক কৰক |
02:30 | Add category চেকচনটো চাওঁক |
02:34 | Parent category দ্ৰপদাউনত ক্লিক কৰক |
02:37 | ইয়াত Top হৈছে এই কৌৰ্চৰ বাবে শীৰ্ষ স্তৰৰ কেতেগৰি |
02:42 | Default for Calculus বাচক, যদিহে ই ইতিমধ্যে দিফল্টভাবে নিৰ্বাচিত হোৱা নাই |
02:49 | Name ফিল্দত, লিখক Basic Calculus |
02:54 | তেতিয়া পৃষ্ঠাটোৰ তলত Add Category বুটামত ক্লিক কৰক ।
একেদৰেই, আমি অধিক categories যোগ কৰিব পাৰো |
03:04 | মই ইয়াত কৰাৰ দৰে Calculus কৌৰ্চৰ বাবে categories ৰ এটা অনুক্ৰম বনাওঁক |
03:11 | Questions টেবত ক্লিক কৰি প্ৰশ্ন বনোৱা পৃষ্ঠাটোলৈ যাওঁক |
03:17 | তলত Create a new question বুটামত ক্লিক কৰক |
03:22 | প’প-আপ উইন্দ’ এখন আহে |
03:25 | আপুনি যোগ কৰিব বিচৰা প্ৰশ্নৰ প্ৰকাৰক বাচক |
03:29 | প্ৰশ্নৰ প্ৰকাৰৰ বিষয়ে বিস্তৃত বিৱৰণ সোঁফালে দেখা গৈছে |
03:35 | মই Multiple choice বাচিম |
03:39 | প’প-আপৰ তলত Add বুটামত ক্লিক কৰক |
03:43 | এতিয়া, category বাচক যাৰ বাবে আপুনি প্ৰশ্ন যোগ কৰিব বিচাৰে । মই Evolutes বাচিম |
03:51 | Question name ফিল্দত, লিখক MCQ with single correct answer |
03:57 | Question text এৰিয়াত নিম্ন প্ৰশ্ন লিখক ।
আপুনি Mytextfile.txt ফাইলৰ পৰা টেকস্ত ক’পি-পেষ্ট কৰিব পাৰে |
04:07 | Default Mark চেত হয় 1 লৈ আৰু মই ইয়াক 1 হিচাবেই থাকিব দিম |
04:12 | পাছৰ অপচন হৈছে General feedback । ইয়াত থকা টেকস্ত ষ্টুদেন্তলৈ দৰ্শিত হ’ব তেওঁ/তাই কুইজটো চাবমিত কৰাৰ পাছত |
04:23 | ইয়াক লগতে প্ৰশ্নৰ বিস্তাৰিত সমাধান দেখুৱাবলৈ ব্যৱ্হাৰ কৰিব পাৰি ।
মই ইয়াত কৰাৰ দৰে টেকস্তটো লিখক বা ক’পি-পেষ্ট কৰক |
04:34 | এতিয়া, One or multiple answers দ্ৰপদাউনত ক্লিক কৰক |
04:39 | ইয়াত আমি ২টা অপচন দেখিছো- Multiple answers allowed
One answer only |
04:46 | মই দুয়োটা অপচনে কেনেকই কাম কৰে আপোনাক দেখুৱাম |
04:49 | প্ৰথমে মই বাচিম One answer only |
04:53 | Shuffle the choices চেকবক্স, দিফল্টভাবে চেক হয় ।
ই নিশ্বিত কৰে যে প্ৰশ্নত থকা উত্তৰৰ চইচটো প্ৰতিবাৰ কুইজ চেষ্টা কৰোতে shuffle হয় |
05:06 | তললৈ স্ক্ৰ’ল কৰক Answers চেকচন চাবলৈ |
05:10 | মন কৰক ইয়াত প্ৰতিটো অপচন এটা grade আৰু feedback ৰ সৈতে জড়িত |
05:17 | ইয়াত দেখুৱা দৰে Choice 1 লিখক |
05:20 | এতিয়া এই প্ৰশ্নৰ বাবে, Choice 1 হৈছে শুদ্ধ উত্তৰ |
05:25 | সেইবাবে মই Grade ত 100% বাচিম |
05:30 | Grade দ্ৰপদাউনত, আমি প্ৰতিটো choice ত আংশিক মাৰ্কচ বা নিগেতিভ মাৰ্কচ দিব পাৰো |
05:38 | আপুনি এইবোৰ পাছত চাব পাৰে যেতিয়া আপুনি Moodle ত আৰু অধিক দক্ষ হয় |
05:43 | এই উত্তৰ বচা ষ্টুদেন্তৰ বাবে মতামত Feedback টেকস্ত এৰিয়াত লিখিব পাৰি । মই লিখিম “Correct” |
05:53 | মই ইয়াত কৰাৰ দৰে, বাকী থকা choices আৰু grades ভৰাওঁক |
06:01 | এতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Multiple Tries চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ |
06:08 | ইয়াত লক্ষ্য কৰক - Penalty for each incorrect try ফিল্দ দিফল্টভাবে 33.33% লৈ চেত হৈছে |
06:18 | ই বুজায় ষ্টুদেন্ত এজনক প্ৰতিটো ভুল উত্তৰৰ বাবে শাস্তি দিয়া হ’ব |
06:24 | আপুনি ইয়াক এনেদৰেই ৰাখিব পাৰে বা ইয়াত দেখুৱা আন যিকোনো পাৰচেন্তেজ অপচনলৈ সলাব পাৰে |
06:31 | মই বাচিম 0%, যিহেতু মই ভুল উত্তৰৰ বাবে মোৰ ষ্টুদেন্তক শাস্তি দিব নিবিচাৰো |
06:39 | তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক |
06:46 | আমি দেখিছো যে আমাৰ প্ৰশ্ন Question Bank ত যোগ হ’ল |
06:51 | মন কৰিব প্ৰশ্নটোৰ টাইটলৰ কাষত ৪টা আইকণ আছে |
06:57 | এইবোৰ হৈছে প্ৰশ্নটো edit, duplicate, preview আৰু delete কৰিবলৈ |
07:06 | কুইজত প্ৰশ্নটো কেনেকৈ দৰ্শিত হ’ব চাবলৈ Preview আইকণত ক্লিক কৰক |
07:13 | নিৰ্বাচিত প্ৰশ্নটো আৰু ইয়াৰ অপচনচ প’প-আপ উইন্দ’ এখনত আহে |
07:19 | Fill in correct responses বুটামত ক্লিক কৰক ।
ই আপোনাক প্ৰশ্নবোৰ, চইচবোৰ আৰু শুদ্ধ উত্তৰক ভেৰিফাই কৰিবলৈ সহায় কৰে |
07:29 | Submit and finish বুটামত ক্লিক কৰক |
07:32 | ই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পাছত, ষ্টুদেন্তে দেখিবলগীয়া মতামতটো দেখুৱাব |
07:38 | যেতিয়াই আপুনি নতুন প্ৰশ্ন এটা যোগ কৰে, সদায় ইয়াক প্ৰিভিউ কৰিব ক্ৰচ চেক কৰিবলৈ |
07:44 | এই প’প-আপ উইন্দ’ বন্ধ কৰিবলৈ Close preview বুটামত ক্লিক কৰক |
07:49 | আহক এতিয়া এটা MCQ বনাওঁ যাৰ এটাতকৈ অধিক শুদ্ধ উত্তৰ আছে |
07:54 | আগৰ ষ্টেপসমূহ অনুসৰণ কৰি, মই আন এটা MCQ বনালো । আপুনিওঁ একেদৰে কৰক |
08:01 | One or multiple answers দ্ৰপদাউনত, এইবাৰ মই বাচিম Multiple answers allowed |
08:10 | choices 1 আৰু 2 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে এন্টাৰ কৰক ।
ইয়াত দুয়োটাৰ বাবে মই 50% grade বাচিছো |
08:20 | মাত্ৰ এটা শুদ্ধ উত্তৰ মাৰ্ক কৰা ষ্টুদেন্ত এজনে 0.5 marks পাব |
08:26 | আৰু দুয়োটা শুদ্ধ উত্তৰ মাৰ্ক কৰা ষ্টুদেন্তে 1 mark পাব |
08:32 | choices 3 আৰু 4 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে এন্টাৰ কৰক |
08:38 | আৰু মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম |
08:44 | তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক |
08:49 | পাছত, আহক এটা Short answer প্ৰশ্ন যোগ কৰো |
08:53 | ষ্টুদেন্তে সংগত প্ৰশ্নটোৰ উত্তৰত এটা শব্দ বা বাক্যাংশ লিখিব বুলি আশা কৰা হ’ব |
09:00 | Create a new question বুটামত ক্লিক কৰক আৰু Short answer অপচনত দুবাৰ ক্লিক কৰক |
09:08 | দেখুৱা দৰে প্ৰশ্নটো বনাওঁক |
09:11 | Case sensitivity দ্ৰপদাউনত, বাচক No, case is unimportant |
09:18 | এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে “same logarithmic spiral” |
09:24 | মই ষ্টুদেন্ত এজনক সম্পূৰ্ণ মাৰ্ক দিম যাৰ উত্তৰটো নিম্ন এটা হ’ব:
“same spiral” বা “same logarithmic spiral” |
09:35 | তথাপি, যদি ষ্টুদেন্তে উত্তৰ হিচাবে “logarithmic spiral” লিখে, মই আধা মাৰ্ক দিম |
09:43 | তলত উত্তৰ চেকচনলৈ স্ক্ৰ’ল কৰক |
09:46 | Answer 1 আৰু 2 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে ভৰাওঁক |
09:52 | Answer 1 টেকস্তত asterix মন কৰক ।
Asterix ব্যৱ্হাৰ কৰিব পাৰি এটা wildcard হিচাবে যিকোনো কেৰেক্তাৰ মিলাবলৈ |
10:02 | গতিকে উদাহৰণস্বৰূপে: এজন ষ্টুদেন্তে লিখে The evolute of a logarithmic spiral is the same logarithmic spiral ।
এই উত্তৰক সম্পূৰ্ণ মাৰ্কচ দিয়া হ’ব |
10:15 | Answer 3 আৰু ইয়াৰ সংগত grade দেখুৱা দৰে ভৰাওঁক |
10:20 | মন কৰক উত্তৰৰ টেকস্তৰ আগত কোনো asterix নাই |
10:24 | গতিকে উদাহৰণস্বৰূপে: এজন ষ্টুদেন্তে লিখে The evolute of a logarithmic spiral is not the same logarithmic spiral ।
এই উত্তৰক কোনো মাৰ্কচ দিয়া নহ’ব |
10:37 | Answer 4 আৰু ইয়াৰ সংগত grade দেখুৱা দৰে ভৰাওঁক |
10:43 | মন কৰক যে এই উত্তৰৰ বাবে মই মাত্ৰ 50% মাৰ্কচ দিছো |
10:48 | মতামত টেকস্ত এৰিয়াত, লিখক “You need to specify that it’s the same spiral and not any spiral” |
10:57 | এই ব্যাখ্যা ষ্টুদেন্তলৈ মতামত হিচাবে দৰ্শিত হ’ব |
11:02 | পুনৰ এবাৰ, মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম |
11:09 | তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক |
11:14 | আহক এতিয়া Numerical প্ৰশ্ন এটা যোগ কৰো |
11:18 | Create a new question বুটামত ক্লিক কৰক আৰু Numerical অপচনত দুবাৰ ক্লিক কৰক |
11:26 | দেখুৱা ধৰণে প্ৰশ্নটো বনাওঁক |
11:29 | এই প্ৰশ্নৰ উত্তৰ হৈছে 5mm । তথাপি, মই ষ্টুদেন্তৰ উত্তৰ 4.5mm আৰু 5.5mm ৰ মাজত যিকোনো এটাক মানিম |
11:41 | ইয়াত এৰ’ৰৰ মাৰ্জিন হৈছে 0.5 |
11:45 | তলত Answers চেকচনলৈ স্ক্ৰ’ল কৰক |
11:48 | দেখুৱা ধৰণে Answers, Error আৰু grades এন্টাৰ কৰক |
11:53 | Unit handling চেকচনক প্ৰসাৰিত কৰক ।
Unit handling দ্ৰপদাউনত ৩টা অপচন আছে |
12:00 | মই অপচনটো বাচিম - The unit must be given, and will be graded |
12:07 | Unit penalty field এ, দিফল্টভাবে, 0.1 দেখুৱায় । মই ইয়াক 0.5 কৰিম |
12:16 | গতিকে ষ্টুদেন্তে মাৰ্কৰ আধা পাব যদিহে তেওঁলোকে ইউনিতটো উল্লেখ নকৰাকৈ উত্তৰটো লিখে |
12:23 | Units are input using দ্ৰপদাউনত, মই the text input element অপচন বাচিম |
12:31 | ই বুজায় ষ্টুদেন্তে উত্তৰটোৰ সৈতে ইউনিতটো একেলগে লিখিব লাগিব |
12:37 | Units চেকচনক প্ৰসাৰিত কৰক |
12:40 | ইউনিত mm হিচাবে আৰু মাল্টিপ্লায়াৰ 1 হিচাবে লিখক । ই বুজায় যে পচন্দিত উত্তৰ mm ত আছে |
12:50 | পুনৰ এবাৰ, মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম |
12:57 | আৰু তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক |
13:02 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
13:08 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Moodle ত Question bank ৰ বিষয়ে |
13:14 | প্ৰশ্নৰ Categories আৰু question bank ত কেনেকৈ প্ৰশ্ন যোগ কৰা হয় |
13:22 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে : question bank ত অধিক প্ৰশ্ন যোগ কৰক |
13:28 | সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক |
13:34 | টিউট’ৰিয়েলটো ৰখাওঁক আৰু সম্পন্ন হ’লে পুনৰ চলাওঁক |
13:38 | এই question bank ত আপোনাৰ এতিয়া ১০টা প্ৰশ্ন থাকিব লাগিব ।
সিহঁতৰ ৬টা Evolutes ত আৰু ৪টা Involutes subcategory ত থাকিব লাগিব |
13:51 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
14:00 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
14:10 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
14:14 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
14:27 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |