Moodle-Learning-Management-System/C2/Question-bank-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 MoodleQuestion bank ৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম : MoodleQuestion bank ৰ বিষয়ে
00:12 প্ৰশ্নৰ Categories আৰু question bank ত কেনেকৈ প্ৰশ্ন যোগ কৰা হয়
00:19 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04
00:26 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:34 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:44 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:52 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে

আৰু আপোনাক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিছে

01:03 ই লগতে ধৰে যে আপোনাৰ কৌৰ্চৰ বাবে আপুনি কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিলে
01:09 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:16 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক
01:24 Code files লিংকত এই টিউট’ৰিয়েলত ব্যৱ্হাৰ হোৱা সকলো টেকস্তৰ সৈতে মই টেকস্ত ফাইল এটা দিছো

Mytextfile.txt” নামৰ ফাইলটো দাউনল’দ কৰক আৰু ইয়াক আপোনাৰ মেচিনত খোলক

01:40 বাওঁফালে navigation মেনুত, Calculus course ক্লিক কৰক
01:45 আমি Question banks ৰ বিষয়ে শিকি আৰম্ভ কৰিম
01:49 Question bank এখন হৈছে মূলত টপিকৰ দ্বাৰা সংগঠিত প্ৰশ্নৰ এটা সংগ্ৰহ
01:55 Question bank ত থকা প্ৰশ্নবোৰক একাধিক কুইজত পুনৰ ব্যৱ্হাৰ কৰিব পাৰি
02:01 ই প্ৰতিটো শৈক্ষিক বৰ্ষৰ বাবে বা বেলেগ বেতচৰ বাবে ভিন্ন কুইজ বনাবলৈ সহায় কৰে
02:09 ব্ৰাউজাৰলৈ ঘূৰি যাওঁক
02:11 ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া শেষত More… লিংকত ক্লিক কৰক
02:18 আমাক Course Administration পৃষ্ঠাটোলৈ অনা হ’ল
02:22 তললৈ স্ক্ৰ’ল কৰক আৰু Question bank নামৰ চেকচনটো বিচাৰক
02:27 এই চেকচনত Categories লিংকত ক্লিক কৰক
02:30 Add category চেকচনটো চাওঁক
02:34 Parent category দ্ৰপদাউনত ক্লিক কৰক
02:37 ইয়াত Top হৈছে এই কৌৰ্চৰ বাবে শীৰ্ষ স্তৰৰ কেতেগৰি
02:42 Default for Calculus বাচক, যদিহে ই ইতিমধ্যে দিফল্টভাবে নিৰ্বাচিত হোৱা নাই
02:49 Name ফিল্দত, লিখক Basic Calculus
02:54 তেতিয়া পৃষ্ঠাটোৰ তলত Add Category বুটামত ক্লিক কৰক ।

একেদৰেই, আমি অধিক categories যোগ কৰিব পাৰো

03:04 মই ইয়াত কৰাৰ দৰে Calculus কৌৰ্চৰ বাবে categories ৰ এটা অনুক্ৰম বনাওঁক
03:11 Questions টেবত ক্লিক কৰি প্ৰশ্ন বনোৱা পৃষ্ঠাটোলৈ যাওঁক
03:17 তলত Create a new question বুটামত ক্লিক কৰক
03:22 প’প-আপ উইন্দ’ এখন আহে
03:25 আপুনি যোগ কৰিব বিচৰা প্ৰশ্নৰ প্ৰকাৰক বাচক
03:29 প্ৰশ্নৰ প্ৰকাৰৰ বিষয়ে বিস্তৃত বিৱৰণ সোঁফালে দেখা গৈছে
03:35 মই Multiple choice বাচিম
03:39 প’প-আপৰ তলত Add বুটামত ক্লিক কৰক
03:43 এতিয়া, category বাচক যাৰ বাবে আপুনি প্ৰশ্ন যোগ কৰিব বিচাৰে । মই Evolutes বাচিম
03:51 Question name ফিল্দত, লিখক MCQ with single correct answer
03:57 Question text এৰিয়াত নিম্ন প্ৰশ্ন লিখক ।

আপুনি Mytextfile.txt ফাইলৰ পৰা টেকস্ত ক’পি-পেষ্ট কৰিব পাৰে

04:07 Default Mark চেত হয় 1 লৈ আৰু মই ইয়াক 1 হিচাবেই থাকিব দিম
04:12 পাছৰ অপচন হৈছে General feedback । ইয়াত থকা টেকস্ত ষ্টুদেন্তলৈ দৰ্শিত হ’ব তেওঁ/তাই কুইজটো চাবমিত কৰাৰ পাছত
04:23 ইয়াক লগতে প্ৰশ্নৰ বিস্তাৰিত সমাধান দেখুৱাবলৈ ব্যৱ্হাৰ কৰিব পাৰি ।

মই ইয়াত কৰাৰ দৰে টেকস্তটো লিখক বা ক’পি-পেষ্ট কৰক

04:34 এতিয়া, One or multiple answers দ্ৰপদাউনত ক্লিক কৰক
04:39 ইয়াত আমি ২টা অপচন দেখিছো- Multiple answers allowed

One answer only

04:46 মই দুয়োটা অপচনে কেনেকই কাম কৰে আপোনাক দেখুৱাম
04:49 প্ৰথমে মই বাচিম One answer only
04:53 Shuffle the choices চেকবক্স, দিফল্টভাবে চেক হয় ।

ই নিশ্বিত কৰে যে প্ৰশ্নত থকা উত্তৰৰ চইচটো প্ৰতিবাৰ কুইজ চেষ্টা কৰোতে shuffle হয়

05:06 তললৈ স্ক্ৰ’ল কৰক Answers চেকচন চাবলৈ
05:10 মন কৰক ইয়াত প্ৰতিটো অপচন এটা grade আৰু feedback ৰ সৈতে জড়িত
05:17 ইয়াত দেখুৱা দৰে Choice 1 লিখক
05:20 এতিয়া এই প্ৰশ্নৰ বাবে, Choice 1 হৈছে শুদ্ধ উত্তৰ
05:25 সেইবাবে মই Grade100% বাচিম
05:30 Grade দ্ৰপদাউনত, আমি প্ৰতিটো choice ত আংশিক মাৰ্কচ বা নিগেতিভ মাৰ্কচ দিব পাৰো
05:38 আপুনি এইবোৰ পাছত চাব পাৰে যেতিয়া আপুনি Moodle ত আৰু অধিক দক্ষ হয়
05:43 এই উত্তৰ বচা ষ্টুদেন্তৰ বাবে মতামত Feedback টেকস্ত এৰিয়াত লিখিব পাৰি । মই লিখিম “Correct
05:53 মই ইয়াত কৰাৰ দৰে, বাকী থকা choices আৰু grades ভৰাওঁক
06:01 এতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Multiple Tries চেকচনত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ
06:08 ইয়াত লক্ষ্য কৰক - Penalty for each incorrect try ফিল্দ দিফল্টভাবে 33.33% লৈ চেত হৈছে
06:18 ই বুজায় ষ্টুদেন্ত এজনক প্ৰতিটো ভুল উত্তৰৰ বাবে শাস্তি দিয়া হ’ব
06:24 আপুনি ইয়াক এনেদৰেই ৰাখিব পাৰে বা ইয়াত দেখুৱা আন যিকোনো পাৰচেন্তেজ অপচনলৈ সলাব পাৰে
06:31 মই বাচিম 0%, যিহেতু মই ভুল উত্তৰৰ বাবে মোৰ ষ্টুদেন্তক শাস্তি দিব নিবিচাৰো
06:39 তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু পৃষ্ঠাটোৰ তলত Save changes বুটামত ক্লিক কৰক
06:46 আমি দেখিছো যে আমাৰ প্ৰশ্ন Question Bank ত যোগ হ’ল
06:51 মন কৰিব প্ৰশ্নটোৰ টাইটলৰ কাষত ৪টা আইকণ আছে
06:57 এইবোৰ হৈছে প্ৰশ্নটো edit, duplicate, preview আৰু delete কৰিবলৈ
07:06 কুইজত প্ৰশ্নটো কেনেকৈ দৰ্শিত হ’ব চাবলৈ Preview আইকণত ক্লিক কৰক
07:13 নিৰ্বাচিত প্ৰশ্নটো আৰু ইয়াৰ অপচনচ প’প-আপ উইন্দ’ এখনত আহে
07:19 Fill in correct responses বুটামত ক্লিক কৰক ।

ই আপোনাক প্ৰশ্নবোৰ, চইচবোৰ আৰু শুদ্ধ উত্তৰক ভেৰিফাই কৰিবলৈ সহায় কৰে

07:29 Submit and finish বুটামত ক্লিক কৰক
07:32 ই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পাছত, ষ্টুদেন্তে দেখিবলগীয়া মতামতটো দেখুৱাব
07:38 যেতিয়াই আপুনি নতুন প্ৰশ্ন এটা যোগ কৰে, সদায় ইয়াক প্ৰিভিউ কৰিব ক্ৰচ চেক কৰিবলৈ
07:44 এই প’প-আপ উইন্দ’ বন্ধ কৰিবলৈ Close preview বুটামত ক্লিক কৰক
07:49 আহক এতিয়া এটা MCQ বনাওঁ যাৰ এটাতকৈ অধিক শুদ্ধ উত্তৰ আছে
07:54 আগৰ ষ্টেপসমূহ অনুসৰণ কৰি, মই আন এটা MCQ বনালো । আপুনিওঁ একেদৰে কৰক
08:01 One or multiple answers দ্ৰপদাউনত, এইবাৰ মই বাচিম Multiple answers allowed
08:10 choices 1 আৰু 2 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে এন্টাৰ কৰক ।

ইয়াত দুয়োটাৰ বাবে মই 50% grade বাচিছো

08:20 মাত্ৰ এটা শুদ্ধ উত্তৰ মাৰ্ক কৰা ষ্টুদেন্ত এজনে 0.5 marks পাব
08:26 আৰু দুয়োটা শুদ্ধ উত্তৰ মাৰ্ক কৰা ষ্টুদেন্তে 1 mark পাব
08:32 choices 3 আৰু 4 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে এন্টাৰ কৰক
08:38 আৰু মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম
08:44 তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক
08:49 পাছত, আহক এটা Short answer প্ৰশ্ন যোগ কৰো
08:53 ষ্টুদেন্তে সংগত প্ৰশ্নটোৰ উত্তৰত এটা শব্দ বা বাক্যাংশ লিখিব বুলি আশা কৰা হ’ব
09:00 Create a new question বুটামত ক্লিক কৰক আৰু Short answer অপচনত দুবাৰ ক্লিক কৰক
09:08 দেখুৱা দৰে প্ৰশ্নটো বনাওঁক
09:11 Case sensitivity দ্ৰপদাউনত, বাচক No, case is unimportant
09:18 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে “same logarithmic spiral”
09:24 মই ষ্টুদেন্ত এজনক সম্পূৰ্ণ মাৰ্ক দিম যাৰ উত্তৰটো নিম্ন এটা হ’ব:

“same spiral” বা “same logarithmic spiral”

09:35 তথাপি, যদি ষ্টুদেন্তে উত্তৰ হিচাবে “logarithmic spiral” লিখে, মই আধা মাৰ্ক দিম
09:43 তলত উত্তৰ চেকচনলৈ স্ক্ৰ’ল কৰক
09:46 Answer 1 আৰু 2 আৰু সিহঁতৰ সংগত grades দেখুৱা দৰে ভৰাওঁক
09:52 Answer 1 টেকস্তত asterix মন কৰক ।

Asterix ব্যৱ্হাৰ কৰিব পাৰি এটা wildcard হিচাবে যিকোনো কেৰেক্তাৰ মিলাবলৈ

10:02 গতিকে উদাহৰণস্বৰূপে: এজন ষ্টুদেন্তে লিখে The evolute of a logarithmic spiral is the same logarithmic spiral

এই উত্তৰক সম্পূৰ্ণ মাৰ্কচ দিয়া হ’ব

10:15 Answer 3 আৰু ইয়াৰ সংগত grade দেখুৱা দৰে ভৰাওঁক
10:20 মন কৰক উত্তৰৰ টেকস্তৰ আগত কোনো asterix নাই
10:24 গতিকে উদাহৰণস্বৰূপে: এজন ষ্টুদেন্তে লিখে The evolute of a logarithmic spiral is not the same logarithmic spiral

এই উত্তৰক কোনো মাৰ্কচ দিয়া নহ’ব

10:37 Answer 4 আৰু ইয়াৰ সংগত grade দেখুৱা দৰে ভৰাওঁক
10:43 মন কৰক যে এই উত্তৰৰ বাবে মই মাত্ৰ 50% মাৰ্কচ দিছো
10:48 মতামত টেকস্ত এৰিয়াত, লিখক “You need to specify that it’s the same spiral and not any spiral”
10:57 এই ব্যাখ্যা ষ্টুদেন্তলৈ মতামত হিচাবে দৰ্শিত হ’ব
11:02 পুনৰ এবাৰ, মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম
11:09 তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক
11:14 আহক এতিয়া Numerical প্ৰশ্ন এটা যোগ কৰো
11:18 Create a new question বুটামত ক্লিক কৰক আৰু Numerical অপচনত দুবাৰ ক্লিক কৰক
11:26 দেখুৱা ধৰণে প্ৰশ্নটো বনাওঁক
11:29 এই প্ৰশ্নৰ উত্তৰ হৈছে 5mm । তথাপি, মই ষ্টুদেন্তৰ উত্তৰ 4.5mm আৰু 5.5mm ৰ মাজত যিকোনো এটাক মানিম
11:41 ইয়াত এৰ’ৰৰ মাৰ্জিন হৈছে 0.5
11:45 তলত Answers চেকচনলৈ স্ক্ৰ’ল কৰক
11:48 দেখুৱা ধৰণে Answers, Error আৰু grades এন্টাৰ কৰক
11:53 Unit handling চেকচনক প্ৰসাৰিত কৰক ।

Unit handling দ্ৰপদাউনত ৩টা অপচন আছে

12:00 মই অপচনটো বাচিম - The unit must be given, and will be graded
12:07 Unit penalty field এ, দিফল্টভাবে, 0.1 দেখুৱায় । মই ইয়াক 0.5 কৰিম
12:16 গতিকে ষ্টুদেন্তে মাৰ্কৰ আধা পাব যদিহে তেওঁলোকে ইউনিতটো উল্লেখ নকৰাকৈ উত্তৰটো লিখে
12:23 Units are input using দ্ৰপদাউনত, মই the text input element অপচন বাচিম
12:31 ই বুজায় ষ্টুদেন্তে উত্তৰটোৰ সৈতে ইউনিতটো একেলগে লিখিব লাগিব
12:37 Units চেকচনক প্ৰসাৰিত কৰক
12:40 ইউনিত mm হিচাবে আৰু মাল্টিপ্লায়াৰ 1 হিচাবে লিখক । ই বুজায় যে পচন্দিত উত্তৰ mm ত আছে
12:50 পুনৰ এবাৰ, মই Penalty for each incorrect try ফিল্দ 0% হিচাবে ৰাখিম
12:57 আৰু তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক
13:02 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
13:08 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: MoodleQuestion bank ৰ বিষয়ে
13:14 প্ৰশ্নৰ Categories আৰু question bank ত কেনেকৈ প্ৰশ্ন যোগ কৰা হয়
13:22 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে : question bank ত অধিক প্ৰশ্ন যোগ কৰক
13:28 সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক
13:34 টিউট’ৰিয়েলটো ৰখাওঁক আৰু সম্পন্ন হ’লে পুনৰ চলাওঁক
13:38 এই question bank ত আপোনাৰ এতিয়া ১০টা প্ৰশ্ন থাকিব লাগিব ।

সিহঁতৰ ৬টা Evolutes ত আৰু ৪টা Involutes subcategory ত থাকিব লাগিব

13:51 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:00 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:10 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
14:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:27 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9