Moodle-Learning-Management-System/C2/Formatting-Course-material-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 MoodleFormatting course material স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম :

MoodleResources

অতিৰিক্ত course material যোগ কৰিবলৈ

দিফল্ট text editorFormatting অপচনচ

00:21 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:48 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:56 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
01:06 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ত এটা শিক্ষকৰ ল’গিন থাকিব লাগিব

administrator এ তেওঁলোকক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিব লাগিব

তেওঁলোকৰ সংগত কৌৰ্চৰ বাবে কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিব লাগিব

01:21 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:27 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতটো খোলক
01:31 আপোনাৰ শিক্ষকৰ ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষ ব্যৱ্হাৰ কৰি ল’গিন কৰক
01:36 আমি এতিয়া শিক্ষকৰ ড্যাচব’ৰ্দত আছো
01:39 বাওঁফালে navigation মেনুত, My Courses ৰ ভিতৰত Calculus মন কৰক
01:45 Calculus course ক্লিক কৰক
01:48 আমি ইতিমধ্যে আগতে announcements আৰু কিছু কমন কৌৰ্চ সবিশেষ যোগ কৰিছিলো
01:54 আমি এতিয়া কিছু অতিৰিক্ত course material যোগ কৰিম
01:58 Moodle ত সকলো course material Resources কোৱা হয় । এইবোৰ হৈছে শিক্ষক এজনে শিক্ষাক সমৰ্থন কৰিবলৈ ব্যৱ্হাৰ কৰা material
02:09 Resources ইন্তাৰনেল যেনে লেক্সাৰ ন’তচ, কিতাপ বা এক্সতাৰনেল যেনে Wikipedia links হ’ব পাৰে
02:19 আহক আৰম্ভ কৰো । পৃষ্ঠাটোৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On
02:29 মনত ৰাখিব আপুনি কৌৰ্চত কোনো পৰিবৰ্তন কৰিবলৈ editing on আৰম্ভ কৰিব লাগিব
02:36 তলত Basic Calculus section ৰ সোঁফালে Add an activity or resource লিংকত ক্লিক কৰক
02:44 ৰিচৌৰ্চসমূহৰ এখন তালিকাৰ সৈতে প’প-আপ এটা আহিছে
02:48 তললৈ স্ক্ৰ’ল কৰক আৰু তালিকাৰ পৰা Page বাচক । আপুনি যিকোনো ৰিচৌৰ্চ নিৰ্বাচিত কৰোতে সোঁফালে ৰিচৌৰ্চৰ বিষয়ে বিতংকৈ বিৱৰণ পঢ়ক
03:01 প’প-আপ স্ক্ৰিণৰ তলত Add বুটামত ক্লিক কৰক
03:06 Name ফিল্দত, মই লিখিম Lecture 1 Notes
03:12 তেতিয়া Description বক্সত, লিখক “Involutes and construction of Involute of circle”
03:22 Display description on course page অপচনটো চাওঁক
03:27 Page Content বক্স চাবলৈ তলত স্ক্ৰ’ল কৰক । BasicCalculus-Involutes.odt ফাইলৰ পৰা টেকস্ত ক’পি আৰু পেষ্ট কৰক
03:40 আমি ইমেজক এটা পাছৰ ষ্টেজত আপল’দ কৰিম । এই ফাইলটো টিউট’ৰিয়েলৰ Code Files লিংকত উপলদ্ধ
03:51 আহক এতিয়া এই টেকস্ত ফৰ্মেত কৰো । এদিতৰৰ ওপৰত বাওঁফালে দাউন-এৰ’ত ক্লিক কৰক মেনু উইজেট প্রসাৰিত কৰিবলৈ
04:03 মই দেখুৱা ধৰণে হেদিংগচ অধিক লক্ষণীয় কৰিম
04:07 text editor ত থকা অপচনচ আন যিকোনো ষ্টেন্দাৰ্দ text editor ৰ সৈতে একেই । ইয়াত আমি অপচনচ দেখিছো যেনে Bold, Italics, Unordered আৰু Ordered lists
04:24 আমি লগতে টেকস্ত এটা hyperlink আৰু unlink কৰিবলৈ অপচনচ দেখিছো
04:30 লগতে ইমেজ এটা যোগ কৰিবলৈ অপচন এটা আছে । আহক আমি “Figure 1 shows the involute of a circle” টেকস্তৰ পাছত ইমেজ এটা যোগ কৰো
04:41 Enter টিপক ইমেজৰ বাবে স্পেচ বনাবলৈ । তেতিয়া Image icon ক্লিক কৰক
04:48 Image properties উইন্দ’ আহিছে । যদি আপুনি এটা external image দিব বিচাৰে, আপুনি ইমেজৰ URL টো ইয়াত ভৰাব পাৰে
04:58 ইমেজ এটা আপল’দ কৰিবলৈ মই Browse Repositories বুটামত ক্লিক কৰিম
05:04 File Picker টাইটলৰ সৈতে প’প-আপ উইন্দ’ এখন আহিছে
05:09 Upload a file ক্লিক কৰক । তেতিয়া Choose File বা Browse বুটামত ক্লিক কৰক আৰু আপোনাৰ মেচিনৰ পৰা ফাইলটো বাচক
05:19 এই image লগতে Code Files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
05:26 Upload this file বুটামত ক্লিক কৰক
05:29 আমি বিৱৰণ লিখিম “This is the involute of a circle”
05:36 শেষত, ইমেজ ইনচাৰ্ত কৰিবলৈ Save image বুটামত ক্লিক কৰক
05:42 পাছৰ অপচনটো হৈছে media যোগ কৰিবলৈ । ই হ’ব পাৰে এটা URL, video বা audio ফাইল । পুনৰ, ই হ’ব পাৰে এটা external URL বা আমাৰ মেচিনৰ পৰা আপল’দ কৰিব পাৰি
05:58 পাছৰ অপচনটো হৈছে Manage Files । আহক ইয়াক ক্লিক কৰো
06:04 Manage Files অপচনটো হৈছে ফাইলৰ চেত এটা থাকিবলৈ যি আপুনি জমা আৰু দৰ্শিত কৰিব বিচাৰে । ই সংলগ্ন কৰিব পাৰে assignment submissions, resource files, ইত্যাদি
06:17 সিহঁতক এই কৌৰ্চত অন্য যিকোনো ৰিচৌৰ্চে ব্যৱ্হাৰ কৰিব পাৰে । মন কৰিব যে আমি এইমাত্ৰ আপল’দ কৰা ইমেজটোওঁ ইয়াত আছে
06:27 এই প’প-আপ বক্সৰ বাওঁফালে ৩টা icon আছে
06:32 প্ৰথমটো হৈছে File picker । আহক ইয়াত ক্লিক কৰো
06:37 ইয়াত অপচনচ আছে চাবলৈ server files, recent files, ইত্যাদি । Server files হৈছে কৌৰ্চত ক’ৰবাত ব্যৱহৃত হোৱা ফাইলচ আৰু পুনৰ ব্যৱ্হাৰ কৰিব পাৰি
06:52 মই ইয়াক এতিয়াৰ বাবে X icon ত ক্লিক কৰি বন্ধ কৰিম
06:57 পাছ্ত, আমি Create Folder icon ক্লিক কৰিম, যি হৈছে দ্বিতীয় আইকণ
07:04 New folder name ফিল্দত, আহক লিখো Assignments
07:10 তেতিয়া Assignments ফ’ল্দাৰত ক্লিক কৰক ইয়াক খুলিবলৈ
07:15 মই মোৰ ফাইলক Assignments ফ’ল্দাৰৰ ভিতৰলৈ দ্ৰাগ কৰিম
07:20 এতিয়া, এইমাত্ৰ আপল’দ কৰা ফাইলটোত ক্লিক কৰক
07:24 এই প’প-আপত অপচন আছে ফাইল নাম আৰু লেখকক ম’দিফাই কৰিবলৈ আৰু লগতে ফাইলটো দাউনল’দ বা দিলিত কৰিবলৈ
07:34 মই একো সলাব নিবিচাৰো । গতিকে মই প’প-আপৰ তলত Cancel বুটামত ক্লিক কৰিম
07:41 এতিয়া, টিউট’ৰিয়েলটো ৰখাওঁক আৰু এই সৰু অনুশিলনীটো কৰক:

এটা ফ’ল্দাৰ Reference Material বনাওঁক ।

নিশ্বিত কৰক যে ফ’ল্দাৰটো Files ফ’ল্দাৰৰ ভিতৰত আছে আৰু চাবফ’ল্দাৰ Assignments ৰ ভিতৰত নাই

07:57 ফাইল ৩টা আপল’দ কৰক । আপুনি সিহঁতক এই টিউট’ৰিয়েলৰ Code Files লিংকত পাব
08:05 আপুনি এই অনুশিলনীটো সম্পূৰ্ণ কৰাৰ পাছত টিউট’ৰিয়েলটো পুনৰ চলাওঁক
08:10 আপোনাৰ File manager ত এতিয়া ২টা ফ’ল্দাৰ আছে, Assignments আৰু Reference Material নামৰ
08:18 আৰু involutes-img1.png নামৰ আন এটা ফাইল
08:26 ওপৰত সোঁফালে X icon ত ক্লিক কৰি প’প-আপ উইন্দ’ বন্ধ কৰক
08:33 ফৰ্মেত কৰা অপচনৰ পাছৰ চেত হৈছে Underline, Strikethrough, Subscript আৰু Superscript
08:45 Align আৰু indent অপচনে ইয়াক অনুসৰণ কৰে । এইবোৰে অন্য যিকোনো text editor ৰ দৰে কাম কৰে
08:53 আহক পাছৰ অপচনটো ব্যৱ্হাৰ কৰিবলৈ শিকো, যি হৈছে equation editor
08:59 মই এই বাক্যক এটা সমীকৰণৰ সৈতে যোগ কৰিব বিচাৰো । গতিকে মই equation editor আইকণত ক্লিক কৰিম । তেতিয়া সমীকৰণটো লিখিবলৈ equation editor ব্যৱ্হাৰ কৰক
09:14 সমীকৰণ লিখিবলৈ LaTeX ব্যৱ্হাৰ কৰাৰ বিষয়ে সবিশেষ, Additional Reading Material লিংকত আছে । সমাপ্ত হ’লে Save equation বুটামত ক্লিক কৰিব
09:29 Insert character, insert table আৰু clear formatting অপচনে, অন্য যিকোনো text editor ৰ দৰে কাম কৰে
09:40 পাছৰ অপচন দুটা হৈছে Undo আৰু Redo । এইদুটা সক্ৰিয় হয়, যেতিয়া কোনো ছেভ নকৰা টেকস্ত থাকে
09:51 ইয়াৰ পাছত, আমাৰ accessibility ৰ বাবে ২টা অপচন আছে । প্ৰথম আইকণক কোৱা হয় Accessibility checker । দ্বিতীয়টো হৈছে screen reader helper
10:05 accessible websites আৰু এই অপচনচৰ বিষয়ে সবিশেষ, Additional Reading Material লিংকত উপলদ্ধ
10:14 শেষৰ অপচন হৈছে editor view ৰ পৰা HTML code ভিউলৈ টগল কৰা । ইয়াক ব্যৱ্হাৰ কৰিব পাৰি ইমেজ, ভিদিঅ, PPT, ইন্টাৰেক্তিভ কন্তেন্ত, ইত্যাদিক এম্বেদ কৰিবলৈ
10:30 টগল HTML পুনৰ ক্লিক কৰক । ই আমাক সাধাৰণ editor view লৈ ঘূৰাই আনিব
10:39 মই টেকস্তক বৰ্ণনাৰ বাবে bold, italics আৰু list অপচনচ ব্যৱ্হাৰ কৰি ফৰ্মেত কৰিছো । আপোনাৰ কন্তেন্তৰ বাবেওঁ তেনেদৰেই কৰক
10:52 যেতিয়া আপুনি ফৰ্মেত কৰি শেষ কৰিব, তললৈ স্ক্ৰ’ল কৰিব আৰু Save and display বুটামত ক্লিক কৰিব
11:01 আমি এতিয়া Moodle ৰ পৰা ল’গ আউত কৰিব পাৰো
11:05 এনেদৰেই ষ্টুদেন্ত Priya Sinha ই এই পৃষ্ঠাটো চাব
11:11 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
11:19 এই টিউট’ৰিয়েলটোত, আমি শিকিলো :

MoodleResources

course material যোগ কৰিবলৈ

দিফল্ট text editorFormatting অপচনচ

11:34 আপোনাৰ বাবে আন এটা অনুশিলনী হৈছে ।

Basic Calculus ত এটা নতুন ফ’ল্দাৰ resource যোগ কৰক

File Manager ৰ পৰা reference files যোগ কৰক

সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক

11:51 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:00 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:10 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
12:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:27 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
12:38 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9