Moodle-Learning-Management-System/C2/Enroll-Students-and-Communicate-in-Moodle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Enroll students and communicate in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ: csv file এটাৰ দ্বাৰা কৌৰ্চ এটাত আপল’দ কৰা ষ্টুদেন্তক তালিকাভুক্ত কৰা হয়,
00:18 কৌৰ্চত গ্ৰোপচ বনাবলৈ আৰু ষ্টুদেন্তলৈ বাৰ্তা আৰু notes পঠাবলৈ
00:26 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04,
00:33 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,
00:41 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:51 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
01:00 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে আৰু আপোনাক অতি কমেওঁ এটা কৌৰ্চত নিয়োগ কৰিলে
01:11 ই লগতে ধৰে যে আপুনি কৌৰ্চত কিছু course material, assignment আৰু quizz যোগ কৰিলে
01:19 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:26 আমি আৰম্ভ কৰাৰ আগতে, আপোনাৰ Moodle site administratorMoodle চাইতত ৫ বা ৬জন ইউজাৰ যোগ কৰিবলৈ কওঁক
01:36 আপুনি এই নতুন ইউজাৰক আপোনাৰ কৌৰ্চত পাছত যোগ কৰিব । গতিকে Moodle চাইতত নতুন ইউজাৰ যোগ কৰাক নিশ্বিত কৰক
01:47 Moodle ত শিক্ষকে চিষ্টেমলৈ নতুন ইউজাৰ যোগ কৰিব নোৱাৰে ।

তেওঁলোকে মাত্ৰ ইউজাৰক তালিকাভুক্ত কৰিব পাৰে যাক ইতিমধ্যে site administrator ৰ দ্বাৰা যোগ কৰা হৈছে

01:59 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ Moodle চাইতত এজন শিক্ষক হিচাবে ল’গিন কৰক
02:06 Calculus কৌৰ্চত বাওঁফালৰ navigation মেনুত ক্লিক কৰক
02:11 ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক আৰু তেতিয়া More...
02:18 আমি Course Administration পৃষ্ঠাত আছো
02:22 Users টেবত ক্লিক কৰক
02:25 Users চেকচনৰ ভিতৰত Enrolled users লিংকত ক্লিক কৰক
02:30 এই কৌৰ্চত ২ জন ইউজাৰে নথিভুক্ত কৰিছে - Rebecca Raymond আৰু Priya Sinha
02:38 Rebecca Raymond teacher role আৰু Priya Sinhastudent role আছে
02:44 এতিয়া, তলত সোঁফালে Enrol users বুটামত ক্লিক কৰক
02:49 এই তালিকাত ষ্টুদেন্তচ আছে যাক মই মোৰ Calculus কৌৰ্চত নথিভুক্ত কৰিব বিচাৰো
02:55 Assign Roles দ্ৰপদাউনত ষ্টুদেন্ত বাচক
03:00 তেতিয়া আপুনি নথিভুক্ত কৰিব বিচৰা ইউজাৰৰ কাষত Enrol বুটামত ক্লিক কৰক
03:06 মই এতিয়া মোৰ কৌৰ্চত কিছু ষ্টুদেন্তক নথিভুক্ত কৰিম
03:11 এবাৰ হ’লে, তলত সোঁফালে Finish enrolling users বুটামত ক্লিক কৰক
03:18 আপুনি Calculus কৌৰ্চৰ বাবে নথিভুক্ত হোৱা ইউজাৰৰ সংখ্যাটো পৃষ্ঠাটোৰ শীৰ্ষত দেখিছে
03:25 পাছত, আহক কৌৰ্চত কিছু গ্ৰোপচ বানাবলৈ শিকো
03:30 এই গ্ৰোপচে আমাক group activities ৰ বাবে ষ্টুদেন্ত নিয়োগ কৰিবলৈ সহায় কৰিব
03:36 মই ২ টা গ্ৰোপ বনাম - Explorers আৰু Creators
03:42 কৌৰ্চ পৃষ্ঠাটোলৈ ঘূৰি যাবলৈ breadcrumbCalculus ক্লিক কৰক
03:48 আৰু Course Administrator পৃষ্ঠাটোলৈ পুনৰ যাওঁক
03:52 ইউজাৰচ টেবত গ্ৰোপচ লিংকত ক্লিক কৰক
03:56 তললৈ স্ক্ৰ’ল কৰক আৰু Create group বুটামত ক্লিক কৰক
04:01 Group name হিচাবে Explorers লিখক
04:05 ইয়াত আৰু কোনো বাধ্যতামূলক ফিল্দচ নাই
04:08 তললৈ স্ক্ৰ’ল কৰক আৰু Save changes বুটামত ক্লিক কৰক
04:12 মন কৰিব Explorers এতিয়া গ্ৰোপচৰ তালিকাত বাওঁফালে চাব পাৰি
04:19 ইয়াৰ কাষত থকা জিৰ’ নাম্বাৰে সূচাই যে সেই গ্ৰোপত এতিয়ালৈকে কোনো ইউজাৰ নাই । Explorers বাচক, যদি ইতিমধ্যে বচা হোৱা নাই
04:30 তেতিয়া তলত সোঁফালে Add/remove users বুটামত ক্লিক কৰক
04:36 মই ষ্টুদেন্তৰ তালিকাৰ পৰা Susmitha আৰু Sai বাচিম
04:42 আৰু তেতিয়া ক’লাম দুটাৰ মাজত Add বুটামত ক্লিক কৰক
04:48 বাওঁফালে, group Explorers ত ইউজাৰৰ তালিকাক লক্ষ্য কৰক
04:54 সোঁফালে, এই কৌৰ্চত নথিভুক্ত হোৱা আন সকলো ষ্টুদেন্তৰ তালিকাক লক্ষ্য কৰক
05:00 তেওঁলোকক যেতিয়াই প্ৰয়োজন হয়, শিক্ষকৰ দ্বাৰা এই গ্ৰোপত যোগ কৰিব পাৰি
05:06 তালিকা দুখনৰ মাজত Add আৰু Remove বুটাম, সক্ৰিয় হয় যেতিয়াই আমি তালিকাৰ পৰা ইউজাৰক বাচো
05:15 পৃষ্ঠাটোৰ তলত Back to groups বুটামত ক্লিক কৰক
05:21 এই টিউট’ৰিয়েল ৰখাওঁক আৰু এই সৰু অনুশিলনীটো কৰক । Creators নামৰ নতুন গ্ৰোপ এটা যোগ কৰক
05:28 সেই গ্ৰোপত ২ জন নতুন ইউজাৰক নিয়োগ কৰক । কৰি হ’লে টিউট’ৰিয়েলটো পুনৰ চলাওঁক
05:35 এতিয়া আপুনি এনেকুৱা স্ক্ৰিণ এখন দেখা পাব লাগিব
05:40 মন কৰক Roles, Groups আৰু Enrolment Methods ক’লামৰ আইকণচ আছে
05:48 আপোনাৰ মাউচটো প্ৰতিটো আইকণলৈ নিয়ক তাৰ ফাংচনচ বুজিবলৈ
05:55 মনত ৰাখিব: এজন তালিকাভুক্ত শিক্ষার্থী একাধিক গ্ৰোপৰ লগত সম্পর্কিত হ’ব পাৰে
06:02 আহক এতিয়া চাওঁ ষ্টুদেন্তলৈ কেনেকৈ বাৰ্তা এটা পঠাব পাৰি
06:07 বাওঁফালৰ নেভিগেচন বাৰত Participants লিংকত ক্লিক কৰক
06:12 ই কৌৰ্চত নিয়োগ কৰা roles ৰ সৈতে সকলো তালিকাভুক্ত ইউজাৰৰ তালিকাখন দেখুৱাব
06:19 দিফল্টভাবে, Moodle Participants পৃষ্ঠাই মাত্ৰ ২০ জন ষ্টুদেন্ত দেখুৱাই
06:25 যদি আপোনাৰ ২০ জনতকৈ অধিক ষ্টুদেন্ত আছে, সকলোকে চাবলৈ আপুনি Show all ক্লিক কৰিব লাগিব ।

লিংকটো বৰ্তমান দৰ্শিত হোৱা নাই কাৰণ মোৰ ২০ জনতকৈ অধিক ষ্টুদেন্ত নাই

06:38 ইউজাৰৰ তালিকাৰ ওপৰত কিছু ফিল্টাৰচ দেখা গৈছে । ইউজাৰৰ সঠিক চেতক বাচিবলৈ তাক ব্যৱ্হাৰ কৰক
06:46 মই Current role দ্ৰপদাউনত ষ্টুদেন্ত বাচিম
06:51 ই তালিকাক ফিল্টাৰ কৰিব মাত্ৰ student role নিয়োগ কৰা ইউজাৰক দেখুৱাবলৈ
06:58 সকলো ষ্টুদেন্তক বাচিবলৈ পৃষ্ঠাটোৰ তলত Select all বুটামত ক্লিক কৰক
07:04 তেতিয়া With selected users দ্ৰপদাউনত Send a message বাচক
07:11 ই সকলো নিৰ্বাচিত ষ্টুদেন্তলৈ এটা কমন বাৰ্তা পঠাব
07:16 টিউট’ৰিয়েলটো ৰখাওঁক আৰু ইয়াত Message body ত দেখুৱা ধৰণে বাৰ্তাটো লিখক
07:22 তেতিয়া তলত, Preview বুটামত ক্লিক কৰক, পঠোৱাৰ আগতে বাৰ্তাটো চাবলৈ
07:29 আপুনি লগতে বাৰ্তাটো আপদেত কৰিব পাৰে, যদি প্ৰয়োজন হয়, Update বুটামত ক্লিক কৰি
07:35 বাৰ্তাটো পঠাবলৈ, Send message বুটামত ক্লিক কৰক
07:40 আপুনি দেখিব এটা নিশ্বিতকৰণ বাৰ্তা আৰু participants lists যাবলৈ এটা লিংক
07:46 Back to participants list ক্লিক কৰক
07:50 With selected users দ্ৰপদাউনত ক্লিক কৰক । notes পঠাবলৈ অপচনচ মন কৰক; ব্যক্তিগত আৰু সাধাৰণ দুয়োটা
08:00 আহক যিকোনো ২ জন ইউজাৰ বাচো
08:03 With selected users দ্ৰপদাউনৰ পৰা Add a new note বাচক
08:09 এজন ইউজাৰৰ Content টেকস্ত এৰিয়াত, মই দেখুৱা ধৰণে note লিখিম
08:15 আন এজন ইউজাৰৰ Content টেকস্ত এৰিয়াত, মই ইয়াত দেখুৱা ধৰণে note লিখিম
08:22 সোঁফালে Context দ্ৰপদাউনত চাওঁক
08:26 note এটাৰ Context এ নিৰ্ধাৰণ কৰে যে কোন ইউজাৰে note টো চাব পাৰে
08:31 personal note এটা মাত্ৰ শিক্ষক আৰু পঠোৱা ষ্টুদেন্তেহে চাব পাৰিব
08:38 course note এটা এই কৌৰ্চৰ অন্য শিক্ষকলৈ দৰ্শিত হ’ব
08:44 site note এটা সকলো কৌৰ্চৰ সকলো শিক্ষকলৈ দৰ্শিত হ’ব
08:50 অধিকাংশ প্রতিষ্ঠানৰ শিক্ষক আৰু ষ্টুদেন্তৰ মাজত যোগাযোগ সংক্রান্ত নিজস্ব নিয়ম থাকে
08:57 আপুনি এই গাইদলাইনচ অনুসৰি Context নিৰ্ধাৰিত কৰিব পাৰে
09:02 মই Context হিচাবে course ৰাখিম
09:06 সম্পন্ন হ’লে Save changes বুটামত ক্লিক কৰিব
09:10 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:16 এই টিউট’ৰিয়েলটোত, আমি শিকিলো : কৌৰ্চ এটাত ইউজাৰচ তালিকাভুক্ত কৰিবলৈ,
09:22 কৌৰ্চ এটাত গ্ৰোপচ বনাবলৈ আৰু ষ্টুদেন্তলৈ বাৰ্তা আৰু notes পঠাবলৈ
09:29 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে

Moodle site admin ৰ দ্বাৰা আগতে বনোৱা সকলো ইউজাৰক, Calculus কৌৰ্চত তালিকাভুক্ত কৰক

09:40 উপলদ্ধ গ্ৰোপত নতুন ষ্টুদেন্ত যোগ কৰক আৰু তেওঁলোকক এটা welcome message পঠাওঁক । তেতিয়া ষ্টুদেন্তলৈ notes পঠাওঁক
09:50 সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক
09:55 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:04 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:14 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:31 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9