Linux-Old/C2/Desktop-Customization-14.04/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 দেস্কট’প (Desktop) কাষ্ট’মাইজেচন (Customization) ইন (in) উবুন্তো (Ubuntu) লিনাক্স (Linux) OSস্প’কেন টিউট'ৰিয়েলটোলৈ সকলোকে স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম ল’ঞ্চাৰ (Launcher)ৰ বিষয়ে ল’ঞ্চাৰ (Launcher)ত কেনেকৈ এপ্লিকেচনচ আতৰোৱা আৰু যোগ কৰা হয় মাল্টিপ’ল দেস্কট’পচ (desktops) ব্যৱ্হাৰ কৰিবলৈ ইন্টাৰনেত কানেকতিভিতি (Internet connectivity) চাউন্দ চেতিংগচ (Sound settings) টাইম (Time) আৰু দেত (Date) চেতিংগচ আৰু অন্য ইউজাৰ একাউন্টচলৈ (user accounts) যাবলৈ
00:27 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) OS 14.04
00:34 আহক ল’ঞ্চাৰ (Launcher)ৰ সৈতে আৰম্ভ কৰো
00:36 ল’ঞ্চাৰ (Launcher) হৈছে উবুন্তো (Ubuntu) লিনাক্স (Linux) দেস্কট’পৰ (desktop) বাওঁফালৰ দিফল্ট পানেল (panel) যাৰ কিছুমান দিফল্ট এপ্লিকেচনচ আছে
00:44 ল’ঞ্চাৰে (Launcher) সঘনাই ব্যৱ্হাৰ হোৱা এপ্লিকেচনচ পাবলৈ সহজ কৰে
00:49 গতিকে, আমি প্ৰোগ্ৰাম এটাক ল’ঞ্চাৰত (Launcher) থকা ইয়াৰ দেস্কট’প চৰ্তকাতত ("desktop shortcut") টিপি ল’ঞ্চ কৰিব পাৰো
00:56 দিফল্টভাবে, ল’ঞ্চাৰত (Launcher) কিছু এপ্লিকেচনচ থাকে
01:00 আমাৰ প্ৰয়োজন সাপেক্ষে ল’ঞ্চাৰক (Launcher) কাষ্ট’মাইজ (customize) কৰিবলৈ শিকো আহক
01:06 মোৰ দৈনিক কামৰ বাবে, মোক এপ্লিকেচনচ লাগে যেনে টাৰ্মিনেল (Terminal), লিবৰে অফিচ ৰাইতাৰ (LibreOffice Writer), Gedit আৰু এনেদৰে
01:15 আহক এই এপ্লিকেচনচক ল’ঞ্চাৰত (Launcher) যোগ কৰো
01:19 তাক কৰাৰ আগতে, মই কিছু এপ্লিকেচনচ আতৰাম যাক মোক নালাগে
01:25 ধৰক, মই VLC এপ্লিকেচনটো আতৰাম
01:30 গতিকে, VLC এপ্লিকেচনটোত ৰাইত-ক্লিক কৰক আৰু আনলক ফ্ৰ্ম ল’ঞ্চাৰ (Unlock from Launcher) বাচক
01:37 আপুনি দেখিছে যে VLC এপ্লিকেচনটো ল’ঞ্চাৰৰ (Launcher) পৰা আতৰ হ’ল
01:43 একেদৰে, আমি সঘনাই ব্যৱ্হাৰ নকৰা সকলো চৰ্তকাতচ আতৰাব পাৰো
01:49 আপোনালোকে ইয়াত দেখিছে মই মোৰ দেস্কট’পৰ (desktop) ল’ঞ্চাৰৰ (Launcher) পৰা কিছু এপ্লিকেচনচ আতৰ কৰিলো
01:55 এতিয়া, মই ল’ঞ্চাৰত (Launcher) টাৰ্মিনেল (Terminal) চৰ্তকাতটো যোগ কৰিম
02:00 দাচ হ’ম (Dash Home)ত টিপক
02:02 চাৰ্চ বাৰত (search bar), টাৰ্মিনেল (“terminal”) লিখক
02:05 ইয়াক খুলিবলৈ টাৰ্মিনেল (Terminal) আইকনত টিপক
02:09 আপুনি টাৰ্মিনেল (Terminal) আইকনটো ল’ঞ্চাৰত (Launcher) দেখিছে
02:13 ল’ঞ্চাৰত (Launcher) টাৰ্মিনেল (Terminal) আইকনটো ফিক্স কৰিবলৈ, প্ৰথমে ইয়াত ৰাইত-ক্লিক কৰক
02:18 তাৰপাছত ল’ক তু ল’ঞ্চাৰত (Lock to Launcher) টিপক
02:21 ল’ঞ্চাৰত (Launcher) এপ্লিকেচন চৰ্তকাতচ ফিক্স কৰাৰ অন্য এটা পদ্ধতি হৈছে দ্ৰাগিং আৰু দ্ৰপিং । মই ইয়াক এতিয়া ব্যাখ্যা কৰিম
02:30 দাচ হ’ম (Dash Home) খুলক আৰু চাৰ্চ বাৰত (search bar) libreOffice লিখক
02:37 LibreOffice আইকনটো ল’ঞ্চাৰত (Launcher) দ্ৰাগ কৰক
02:42 আমি তেনে কৰিলে, “Drop to Add application” বুলি হেলপ টেকস্ত আহিব পাৰে । নাহিলেওঁ চিন্তা নকৰিব
02:51 এতিয়া, LibreOffice আইকনটো ল’ঞ্চাৰত (Launcher) দ্ৰপ কৰক
02:55 আপুনি দেখিছে যে চৰ্তকাতটো এতিয়া ল’ঞ্চাৰত (Launcher) যোগ হ’ল
03:00 এনেদৰেই আমি ল’ঞ্চাৰত (Launcher) চৰ্তকাতচ যোগ কৰিব পাৰো
03:04 উবুন্তো (Ubuntu) লিনাক্স (Linux) OSত পাছৰ গুৰূত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে মাল্টিপ’ল দেস্কট’প (multiple desktop) বা ওৱৰ্কস্পেচ চুইতচাৰ (Workspace Switcher)
03:12 কেতিয়াবা আমি বহুতো এপ্লিকেচনত কাম কৰি থাকো
03:17 আৰু আমাৰ এটা এপ্লিকেচনৰ পৰা অন্যএটালৈ যাবলৈ অসুবিধা হয়
03:22 ইয়াক সহজ কৰিবলৈ, আমি ওৱৰ্কস্পেচ চুইতচাৰ (Workspace Switcher) ব্যৱ্হাৰ কৰিব পাৰো
03:27 আহক ল’ঞ্চাৰলৈ (Launcher) ঘূৰি আহোঁ
03:30 ল’ঞ্চাৰত (Launcher), ওৱৰ্কস্পেচ চুইতচাৰ (Workspace Switcher) আইকনটো বিচাৰক । ইয়াক টিপক
03:36 ই চাৰিটা দেস্কট’পৰ (Desktop) সৈতে চাৰিটা টুকুৰা দেখুৱায়
03:40 দিফল্টভাবে, বাওঁফালে ওপৰৰ দেস্কট’পটো (Desktop) নিৰ্বাচিত হয়
03:44 সেইটো হৈছে আমি বৰ্তমান কাম কৰি থকা দেস্কট’প (Desktop)
03:48 এতিয়া, আহক দ্বিতীয় দেস্কট’প (Desktop)টো বাচো ইয়াক ক্লিক কৰি
03:53 মই ইয়াত টাৰ্মিনেলটো (Terminal) খুলিম ল’ঞ্চাৰত (Launcher) থকা আইকনত ক্লিক কৰি
03:59 এতিয়া, ওৱৰ্কস্পেচ চুইতচাৰত (Workspace Switcher) পুনৰ টিপক
04:02 আপুনি টাৰ্মিনেলটো (Terminal) দ্বিতীয়তে আৰু ওৱৰ্কস্পেচ চুইতচাৰ (Workspace Switcher) আৰু আমাৰ দেস্কট’প (Desktop) প্ৰথমে দেখিছে
04:09 এনেদৰে, আপুনি মাল্তিপ’ল দেস্কট’পচত (multiple Desktops) কাম কৰিব পাৰিব
04:12 আহক প্ৰথম দেস্কট’প (Desktop) টোলৈ ঘূৰি যাওঁ
04:15 ট্ৰাচ (Trash) হৈছে ল’ঞ্চাৰত (Launcher) আনএটা গুৰুত্বপূৰ্ণ আইকন
04:19 সকলো দিলিত কৰা ফাইলচ আৰু ফ’ল্দাৰচ ট্ৰাচত (Trash) থাকে
04:23 যদিহে আমি এটা ফাইল (file) ভুলতে দিলিত কৰো, ইয়াক ট্ৰাচৰ (Trash) পৰা ৰিষ্ট’ৰ কৰিব পাৰো
04:28 ইয়াক বুজাবলৈ, মই DIW ফাইলটো দিলিত কৰিম, যি মোৰ দেস্কট’পত (Desktop) আছে
04:33 ফাইলটোত ৰাইত-ক্লিক কৰক আৰু Move to Trash অপচনত টিপক
04:38 ইয়াক ৰিষ্ট’ৰ কৰিবলৈ, ল’ঞ্চাৰত (Launcher) ট্ৰাচ আইকনত (Trash icon) টিপক
04:43 ট্ৰাচ (Trash) ফ’ল্দাৰটো খুলিছে
04:46 ফাইলটো (file) বাচক, ইয়াক ৰাইত-ক্লিক কৰক আৰু ৰিষ্ট’ৰত (Restore) টিপক
04:50 ট্ৰাচ (Trash) ওইন্দ’ বন্ধ কৰক আৰু দেস্কট’পলৈ (Desktop) ঘূৰি আহক
04:54 আমি দেখিছো যে আগতে দিলিত কৰা ফাইলটো এতিয়া ৰিষ্ট’ৰ হ’ল
04:59 আপোনাৰ চিষ্টেমৰ পৰা ফাইল এটা একেবাৰে দিলিত কৰিবলৈ, প্ৰথমে ইয়াক বাচক আৰু তাৰপাছত Shift+Delete টিপক
05:07 Are you sure want to permanently delete DIW বুলি দাইল’গ বক্স এটা আহিব । দিলিতত (Delete) টিপক
05:15 পুনৰ এবাৰ ট্ৰাচ (Trash) আইকনত টিপক
05:18 আমি ফাইলটো ট্ৰাচ (Trash) ফ’ল্দাৰত নাপাওঁ, যিহেতু ইয়াক আমাৰ চিষ্টেমৰ পৰা একেবাৰে দিলিত কৰা হৈছে
05:24 এতিয়া,আমি দেস্কট’পৰ (Desktop) ওপৰৰ সোচুকত অৱস্থিত কিছু এপ্লিকেচনচ চাম
05:31 প্ৰথমতো হৈছে ইন্তাৰনেত কানেক্তিভিতি (Internet connectivity)
05:34 কানেকচন সম্পূৰ্ণ হ’ব যদিহে আপুনি যিকোনো Lan বা Wifi network ৰসৈতে সংযুক্ত হয়
05:39 আপুনি এইবোৰ ইয়াত চাব পাৰে
05:42 আপুনি অনুমতি থকা নেটৱৰ্কটো (network) বাচিব পাৰে
05:46 নেটৱৰ্কটো Enable/ Disable কৰিবলৈ, Enable Networking অপচনটো চেক/আনচেক কৰক
05:52 আমি লগতে Edit Connections অপচন ব্যৱ্হাৰ কৰি নেটৱৰ্কসমূহ এদিত কৰিব পাৰো
05:57 পাছৰ অপচনটো হৈছে চাউন্দ (Sound) । ইয়াক টিপক
06:00 আপুনি ইয়াত এদাল শ্লাইদাৰ দেখিছে । ই আমাৰ পচন্দ অনুসৰি অ’দিঅ (audio) লেভেল বঢ়াবলৈ বা কমাবলৈ সহায় কৰে
06:07 আমি পাছত চাউন্দ চেতিংগচত (Sound Settings) টিপি আমাৰ চিষ্টেমৰ চাউন্দ লেভেল মিলাব পাৰো
06:14 এই ওইন্দ’ত থকা চেতিংগচ আপুনি নিজে চাওঁক
06:17 পাছৰ আইকনটো হৈছে Time আৰু Date
06:20 যদি আমি এই আইকনটোত টিপো, কালেন্দাৰ খোল খায় । আমি ইয়াত বৰ্তমান তাৰিখ, মাহ আৰু বছৰ চাব পাৰো
06:29 আৰ’ (Arrow) বুটামে আমাৰ পচন্দ অনুসৰি অন্য মাহ আৰু বছৰলৈ যাবলৈ অনুমতি দিয়ে
06:35 আমি Time & Date Settings ত টিপি তাৰিখ আৰু মাহক এদিত কৰিব পাৰো । এই অপচনটো আপুনি নিজে চাওঁক
06:44 পাছত, হুইল (wheel) আইকনত টিপক
06:47 ইয়াত আমি Log Out আৰু Shut Down অপচনচৰ সৈতে কিছু চৰ্তকাত অপচনচ দেখিছো
06:53 আমি লগতে আমাৰ চিষ্টেমত উপলদ্ধ সকলো User accounts দেখিছো
06:59 আমি যিকোনো ইউজাৰ একাউন্টলৈ যাব পাৰো, সেই নিৰ্দিষ্ট ইউজাৰত ক্লিক কৰি
07:05 আহক মূলভাব চাওঁ
07:07 এই টিউট’ৰিয়েলটোত আমি শিকিলো ল’ঞ্চাৰ (Launcher)ৰ বিষয়ে ল’ঞ্চাৰ (Launcher)ত কেনেকৈ এপ্লিকেচনচ আতৰোৱা আৰু যোগ কৰা হয় মাল্টিপ’ল দেস্কট’পচ (multiple desktops) ব্যৱ্হাৰ কৰিবলৈ ইন্টাৰনেত কানেকতিভিতি (Internet connectivity) চাউন্দ চেতিংগচ (Sound settings) টাইম (Time) আৰু দেত (Date) চেতিংগচ আৰু অন্য ইউজাৰ একাউন্টচলৈ (user accounts) যাবলৈ
07:26 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক
07:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:39 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
07:42 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:53 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Nancyvarkey