Linux-AWK/C2/Built-in-Functions-in-awk/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ আৰু awkবুইল্ট-ইন ফাংচনচৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি বিভিন্ন প্ৰকাৰৰ বুইল্ট-ইন ফাংচনচৰ বিষয়ে শিকিম যেনে- আৰিথমেতিক ফাংচনচ
00:15 ষ্ট্ৰিংগ ফাংচনচ
00:17 ইনপুত/আউতপুত ফাংচনচ আৰু টাইম-ষ্টাম্প ফাংচনচ
00:23 আমি ইয়াক কিছু উদাহৰণৰ দ্বাৰা কৰিম
00:26 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবৰ বাবে, মই উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম আৰু gedit টেকস্ত এদিতৰ 3.20.1 ব্যৱ্হাৰ কৰিছো
00:38 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:42 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপুনি এই ওৱেবচাইতত আগৰ awk টিউট’ৰিয়েলচ চাব লাগিব
00:49 আপোনাৰ C বা C++ ৰ দৰে যিকোনো প্ৰোগ্ৰামিং লেংগুৱেজৰ কিছু মূল জ্ঞান থাকিব লাগিব
00:56 যদি নাই, তেন্তে অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইতত সংগত টিউট’ৰিয়েলচ চাওঁক
01:02 এই টিউট’ৰিয়েলত ব্যৱহৃত ফাইলসমূহ এই টিউট’ৰিয়েল পেজৰ ক’দ ফাইলচ লিংকত উপলদ্ধ । সিহঁতক দাউনল’দ আৰু এক্সট্ৰেক্ত কৰক
01:12 awkবুইল্ট-ইন ফাংচনচ সদায় উপলদ্ধ থাকে কল কৰিবলৈ
01:17 প্ৰথমে আমি আৰিথমেতিক ফাংচনচৰ বিষয়ে শিকিম । স্কোৱাৰ ৰোত ফাংচনে (sqrt (x)) এটা নাম্বাৰ x ৰ প’জিতিভ স্কোৱাৰ ৰোত ঘূৰাই দিয়ে
01:27 int ফাংচনে x ক এটা ইন্তিজাৰ ভেলুলৈ ট্ৰানকেতচ কৰে
01:32 এক্সপ’নেনচিয়ল ফাংচনে x ৰ এক্সপ’নেনচিয়ল দিয়ে
01:37 লগ ফাংচনে x ৰ আচল লগাৰিথম ভেলু ঘূৰাই দিয়ে
01:43 sin আৰু cossine(x) আৰু cosine(x) দিয়ে
01:49 মন কৰিব যে আৰগুমেন্ত x ৰেদিয়ানচত উল্লেখ কৰিব লাগিব
01:55 আহক এটা উদাহৰণ চাওঁ এই ফাংচনচক বুজিবলৈ
02:00 মই ইতিমধ্যে ক’দটো আৰিথমেতিক আন্দাৰস্ক’ৰ ফাংচন দত awk নামৰ ফাইল এটাত লিখিলো । একেটা ক’দ ফাইলচ লিংকত উপলদ্ধ
02:10 ইয়াত, আমি এটা প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ স্কোৱাৰ ৰোত প্ৰিন্ট কৰিছো
02:17 পাছত আমি এটা প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ ইন্তিজাৰ ভেলু প্ৰিন্ট কৰিছো
02:24 পাছত আমি এটা সৰু নাম্বাৰ আৰু এটা অতি ডাঙৰ নাম্বাৰৰ এক্সপ’ননচিয়েল প্ৰিন্ট কৰিছো
02:31 তাৰ পাছত, প’জিতিভ আৰু নিগেতিভ নাম্বাৰৰ আচল লগাৰিথম প্ৰিন্ট হৈছে
02:38 আমি লগতে 0.52 ৰেদিয়ানৰ sin আৰু cosine ভেলু প্ৰিন্ট কৰিছো, যি হৈছে প্ৰকৃততে 30 ডিগ্ৰী । আহক টাৰ্মিনেলত ফাইলটো এক্সিকিউত কৰো
02:50 CTRL, ALT আৰু T কীচ টিপি টাৰ্মিনেল খোলক
02:55 পাছত cd কমান্দ ব্যৱ্হাৰ কৰি ফ’ল্দাৰটোলৈ যাওঁক য’ত আপুনি ফাইলচ দাউনল’দ আৰু এক্সত্ৰেক্ত কৰিছিলে
03:03 এতিয়া লিখক awk স্পেচ -f স্পেচ আৰিথমেতিক_ফাংচন.awk আৰু এন্টাৰ টিপক আউতপুত চাবলৈ
03:14 কিছুসংখ্যক বস্তু এই আউতপুতৰ পৰা ক্লিয়ৰ হৈছে
03:18 sqrt() ফাংচনে এটা প’জিতিভ নাম্বাৰৰ স্কোৱাৰ ৰোত দিয়ে
03:23 nan বা নত এ নাম্বাৰ ঘূৰাই দিয়ে যদি নাম্বাৰটো নিগেতিভ হয়
03:29 int() এ যিকোনো প’জিতিভ বা নিগেতিভ নাম্বাৰৰ ট্ৰানকেতেদ ইন্তিজাৰ দিয়ে
03:36 exp() এ নাম্বাৰ এটাৰ এক্সপ’নেনচিয়ল দিয়ে । যদি নাম্বাৰটো অতি ডাঙৰ হয়, ফাংচনে inf ঘূৰাই দিয়ে
03:47 প’জিতিভ নাম্বাৰৰ আচল লগাৰিথম log() ফাংচনে দিয়ে
03:53 যদি নাম্বাৰটো নিগেতিভ হয়, ফাংচনে nan ঘূৰাই দিয়ে
03:58 Sine আৰু cosine ফাংচনে সংগত ভেলুচ ঘূৰাই দিয়ে । আপুনি কেলকুলেতৰ ব্যৱ্হাৰ কৰি ভেলুটো প্ৰমাণ কৰিব পাৰে
04:07 এতিয়া, আহক ৰেন্দম ফাংচনচ চাওঁ
04:11 rand() এ 0 আৰু 1 ৰ মাজত যিকোনো ৰেন্দম নাম্বাৰ এটা ঘূৰাই দিয়ে । কিন্তু কেতিয়াওঁ 0 বা 1 ঘূৰাই নিদিয়ে
04:21 উৎপন্ন হোৱা নাম্বাৰচ ওৱান awk এক্সিকিউচনৰ ভিতৰত ৰেন্দম হ’ব
04:27 কিন্তু awk প্ৰোগ্ৰামৰ বিভিন্ন এক্সিকিউচনত প্ৰেদিক্তেবল হয়
04:33 srand(x) ব্যৱহৃত হয় ৰেন্দম ফাংচনৰ বাবে seed ভেলু x দিবলৈ
04:39 x ৰ অনুপস্থিতিত, দেৰ দেত আৰু টাইম seed ভেলু হিচাবে ব্যৱহৃত হয় । আহক ইয়াক এটা উদাহৰণৰ সৈতে বুজো
04:49 মই ৰেন্দম ফাংচনৰ বাবে এটা ক’দ লিখিলো আৰু ইয়াক random.awk হিচাবে ছেভ কৰিলো
04:56 ইয়াত, ফৰ লোপৰ ভিতৰত, rand() ফাংচনে 0 আৰু 1 ৰ মাজত ৰেন্দম নাম্বাৰ এটা উৎপন্ন কৰিব
05:04 তেতিয়া উৎপন্ন হোৱা নাম্বাৰটো 50 ৰে পূৰণ হ’ব আৰু প্ৰিন্ট হ’ব
05:10 গতিকে, এই ক’দে 50 ৰ ভিতৰত পাচটা ৰেন্দম নাম্বাৰ উৎপন্ন কৰিব
05:16 টাৰ্মিনেললৈ যাওঁক আৰু ফাইলটো এক্সিকিউত কৰক । মই টাৰ্মিনেল খালি কৰো
05:23 লিখক: awk স্পেচ হাইফেন f স্পেচ ৰেন্দম দত awk আৰু এন্টাৰ টিপক
05:31 চাওঁক, ই পাচটা ৰেন্দম নাম্বাৰ দিছে
05:35 কি হ’ব যদি মই ক’দটো পুনৰ এক্সিকিউত কৰো?
05:39 আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক আৰু এন্টাৰ টিপক
05:47 আমি একেটা আউতপুত পাইছো । যি বুজায়, awk এ স্ক্ৰিপ্তটোৰ প্ৰতিটো এক্সিকিউচনৰ বাবে ৰেন্দম নাম্বাৰৰ একেটা চেত উৎপন্ন কৰি আছে
05:57 তেন্তে কেনেকৈ আমি প্ৰতিটো এক্সিকিউচনত ৰেন্দম নাম্বাৰৰ এটা নতুন চেত পাব পাৰো? ক’দটোলৈ পুনৰ এবাৰ যাওঁক
06:06 ফৰ লোপৰ আগত, srand() ফাংচন লিখক
06:11 ফাইলটো ছেভ কৰিবলৈ Crtl আৰু S কীচ টিপক
06:16 এতিয়া টাৰ্মিনেললৈ যাওঁক
06:19 আগতে এক্সিকিউত কৰা কমান্দ পাবলৈ আপ এৰ’ কী টিপক আৰু এন্টাৰ টিপক
06:27 ই ৰেন্দম নাম্বাৰৰ এটা বেলেগ চেত দিছে
06:31 গতিকে, আমি srand ফাংচন ব্যৱ্হাৰ কৰি ৰেন্দম নাম্বাৰৰ এটা নতুন চেত উৎপন্ন কৰিব পাৰো, যেতিয়া ই এটা আৰগুমেন্তৰ অবিহনে ব্যৱহৃত হয়
06:40 পাছত আমি কিছু ষ্ট্ৰিংগ ফাংচনচচাম । লেনথ ফাংচনে এটা নিৰ্দিষ্ট ষ্ট্ৰিংগ s ৰ লেনথ দিয়ে
06:49 ইন্দেক্স ফাংচনে ডাঙৰ ষ্ট্ৰিংগ s1 ৰ ভিতৰত ষ্ট্ৰিংগ s2 ৰ অৱস্থানক দিতাৰমাইন কৰে
06:57 উদাহৰণস্বৰূপে, ইন্দেক্স পেৰেনথেচিচৰ ভিতৰত দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত লিনাক্স কমা দ্বৈত উৰ্দ্ধকমাৰ ভিতৰত n, 3 ঘূৰাই দিয়ে । আহক উদাহৰণ এটা চাওঁ
07:10 awkdemo.txt ফাইলটো খোলক
07:14 আমি জানো যে awkdemo.txt ফাইলটোত প্ৰতিটো ষ্টুদেন্তৰ এটা 4 দিজিত ৰোল নাম্বাৰ আছে
07:21 টাইপিং ভুলৰ বাবে, ৰোল নাম্বাৰত হয়তো দিজিতচৰ ভুল নাম্বাৰ থাকিব পাৰে । আমি awk কমান্দচ ব্যৱ্হাৰ কৰি সহজে ইয়াক চিহ্নিত কৰিব পাৰো
07:30 টাৰ্মিনেললৈ যাওঁক । মই টাৰ্মিনেল খালি কৰো
07:36 এতিয়া ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক । ইয়াত আমি চাইছো 1st ফিল্দৰ লেনথ সমান 4 হয়নে নহয়
07:46 যদি নহয়, তেন্তে সেই নিৰ্দিষ্ট ৰেকৰ্দ প্ৰিন্ট হ’ব । এন্টাৰ টিপক
07:53 চাওঁক, এটা ৰোল-নাম্বাৰ S02 আছে যাক অশুদ্ধকৈ টাইপ কৰা হৈছে
08:00 ইয়াৰ তিনিটা দিজিত আছে, য’ত বাকী সকলোৰে চাৰিটা দিজিত আছে
08:07 substr(s,a,b) ফাংচনে এটা ডাঙৰ ষ্ট্ৰিংগ s ৰ পৰা এটা চাবষ্ট্ৰিংগ এক্সত্ৰেক্ত কৰে
08:14 মই পাৰামিটাৰচ বৰ্ণনা কৰো
08:17 ইয়াত s হৈছে ষ্ট্ৰিংগ
08:20 as ৰ স্থানক সূচাই য’ৰ পৰা এক্সত্ৰেকচন আৰম্ভ হ’ব
08:26 b এ কেৰেক্তাৰৰ নাম্বাৰক সূচাই যি এক্সত্ৰেক্ত কৰা হ’ব । আহক এটা উদাহৰণ চাওঁ
08:33 awkdemo.txt ফাইললৈ যাওঁক
08:37 ইয়াত ৰোল নাম্বাৰৰ প্ৰথম আখৰে হ’ষ্টেল ক’দক দৰ্শাই য’ত নিৰ্দিষ্ট ষ্টুদেন্ত থাকে
08:46 ধৰক আমি ষ্টুদেন্তৰ তালিকাক বিচাৰিছো, যোন হ’ষ্টেল A ত আছে
08:52 তাক পাবলৈ, আহক টাৰ্মিনেললৈ যাওঁ
08:56 ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক
09:00 ইয়াত আমি $1 ৰে সূচোৱা ষ্ট্ৰিংগ লওঁ
09:05 আমি জানো যে $1 এ প্ৰথম ফিল্দক দৰ্শাই, যি হৈছে ৰোল নাম্বাৰ আমাৰ ক্ষেত্ৰত
09:12 পাছত, আমি এটা চাবষ্ট্ৰিংগ এক্সত্ৰেক্ত কৰো যি প’জিচন ওৱানত আৰম্ভ হয় কেৰেক্তাৰ লেনথ ওৱানৰ সৈতে
09:19 তেতিয়া, যদি ই কেপিতেল A ৰ সমান হয়, তেন্তে ফাইলৰ পৰা সেই লাইনটো প্ৰিন্ট হ’ব । এন্টাৰ টিপক আউতপুত চাবলৈ
09:29 আমি হ’ষ্টেল A ত থকা ষ্টুদেন্তৰ তালিকাখন পালো
09:34 আমি ফাংচন split ক আগতে দেখিছো । গতিকে, মই ইয়াত সবিশেষ বৰ্ণনা নকৰো
09:40 যদি আপোনাৰ কিবা সন্দেহ আছে তেন্তে আগৰ awk টিউট’ৰিয়েলচ চাওঁক
09:45 কিছু অন্য ফাংচনচ আছে যি ইনপুত/আউতপুতলৈ সংগত থকা । system() ফাংচনে - আমাক awk ৰ ভিতৰত যিকোনো unix কমান্দ ৰান কৰিবলৈ সহায় কৰে
09:56 এতিয়া, আমি awk কমান্দৰ দ্বাৰা unix কমান্দ দেত ৰান কৰিম
10:01 টাৰ্মিনেলত ইয়াত দৰ্শিত ধৰণে কমান্দটো লিখক আৰু এন্টাৰ টিপক
10:09 টাৰ্মিনেলত আজিৰ দেত আৰু টাইম এটা আউতপুত হিচাবে দৰ্শিত হৈছে
10:15 এতিয়া, আমাক এইটো কিয় লাগে? আমি awk কমান্দৰ মাত্ৰ BEGIN চেকচনটোহে ৰাখিছো
10:21 প্ৰকৃত পৃথিবীৰ ক্ষেত্ৰত, আমি হয়তো চিষ্টেম দেত প্ৰিন্ট কৰিবলৈ বিচাৰিব পাৰো, প্ৰয়োজনীয় আউতপুতটো দেখুৱাৰ আগতে
10:28 তেনেক্ষেত্ৰত, আমি awk কমান্দৰ পৰা চিষ্টেম কমান্দচ এক্সিকিউত কৰিব লাগিব
10:34 টাইম ষ্টাম্পচৰ সৈতে দিল কৰা কিছু ফাংচনচ আছে যেনে systime(), strftime(), ইত্যাদি
10:43 এই ফাংচনচৰ বিষয়ে জানিবলৈ ইন্টাৰনেতত ব্ৰাউজ কৰক
10:48 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
10:53 এই টিউট’ৰিয়েলটোত আমি বিভিন্ন প্ৰকাৰৰ বুইল্ট-ইন ফাংচনচৰ বিষয়ে শিকিলো যেনে- আৰিথমেতিক ফাংচনচ, ষ্ট্ৰিংগ ফাংচনচ, ইনপুত/আউতপুত ফাংচনচ আৰু টাইম-ষ্টাম্পচ ফাংচনচ
11:06 এটা অনুশিলনী হিচাবে - awk প্ৰোগ্ৰাম এটা লিখক প্ৰতিটো ৰেকৰ্দৰ অন্তিম ফিল্দক প্ৰিন্ট কৰিবলৈ
11:13 য’ত ষ্টুদেন্তৰ নামটোত সৰু u আছে তৃতীয় আখৰ হিচাবে awkdemo.txt ফাইলটো ব্যৱ্হাৰ কৰি
11:22 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:43 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
11:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:59 স্ক্ৰিপ্তটো অন্তৰাই অৱদান দিছে । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9