LibreOffice-Suite-Writer/C2/Typing-text-and-basic-formatting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Resources for recording Typing text and Basic Formatting


Time Narration
00:01 LibreOffice Writer-অত টেক্সট টাইপিং আৰু বেছিক ফৰমেটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম
00:07 আমি এই প্ৰশিক্ষণত তলত দিয়াখিনি শিকিম.
00:10 ৰাইটাৰত টেক্স এলাইনিং কৰা.
00:12 বুলেট আৰু নাম্বাৰিং.
00:14 ৰাইটাৰৰ কাট, কপি আৰু পেষ্ট অপচন.
00:18 ব’ল্ড, আণ্ডাৰলাইন আৰু ইটালিকচ অপচনচ.
00:21 ফন্ট নাম, ফন্ট চাইজ, ফন্ট কালাৰ.
00:26 সাধাৰণভাৱে লিখা ডকুমেণ্টতৰ তুলনাত, এইবোৰ সুবিধা প্ৰয়োগ কৰা ডকুমেণ্ট পঢ়িবৰ বাবে বেছি আকৰ্ষণীয় আৰু সহজ হৈ পৰে.
00:36 ইয়াত আমি আমাৰ অপাৰেটিং চিচটেম হিচাপে উবুণ্টু লিনাক্স 10.04 আৰু LibreOffice Suite Version 3.3.4 ব্যৱহাৰ কৰিছোঁ
00:47 আমি প্ৰথমতে ৰাইটাৰত টেক্স এলাইন কৰাৰ বিষয়ে শিকিম.
00:50 আপুনি ৰাইটাৰত আপোনাৰ পছন্দ অনুসৰি এটা নতুন ডকুমেন্ট খুলিব পাৰে আৰু এই সুবিধাবোৰ প্ৰয়োগ কৰিব পাৰে.
00:57 আমি যিহেতু আমাৰ শেহতীয় প্ৰশিক্ষণত resume.odt নামৰ ফাইল এটা তৈয়াৰ কৰিছিলো, এতিয়া সেই ফাইলটো খুলিম.
01:08 আমি আগতে RESUME শব্দটো টাইপ কৰিছিলো আৰু ইয়াক পৃষ্ঠাৰ মাজত এলাইন কৰি থৈছিলো.
01:14 গতিকে, আহক শব্দটো চিলেক্ট কৰি ‘‘এলাইন লেফট’’ত ক্লিক কৰোঁ৷ আপুনি দেখা পাব ঘে, RESUME শব্দটো লেফট এলাইন্ হৈ যাব, অৰ্থাৎ এইটো ডকুমেন্ট পৃষ্ঠাৰ বাঁওফালৰ মাৰ্জিনৰ কাষলৈ গুচি যাব.
01:25 আমি ঘদি ‘এলাইন ৰাইট’ত ক্লিক কৰো, আপুনি দেখা পাব যে RESUME শব্দটো পৃষ্ঠাৰ সোঁফাললৈ এলাইনড্ হ’ব.
01:32 আমি ঘদি ‘Justify’-ত ক্লিক কৰো, তেতিয়া RESUME শব্দটো পৃষ্ঠাৰ বাওঁ মাৰ্জিন আৰু সোঁ মাৰ্জিনৰ মাজত সমভাৱে এলাইনড হ’ব.
01:44 লেখাৰ এটা শাৰী বা এটা পেৰাগ্ৰাফৰ ক্ষেত্ৰত এই সুবিধাটো সহজভাৱে বুজিব পৰা হয়.
01:51 এইটো আন-ডু কৰোঁ আহক
01:54 বেলেগ বেলেগ পইণ্ট লিখিবৰ বাবে Bullet আৰু Numbering ব্যৱহাৰ কৰা হয়.
01:58 প্ৰত্যেকটো পইন্ট এটা বুলেট বা সংখ্যাৰে আৰম্ভ হয়.
02:02 এইদৰে ডকুমেণ্টৰ বেলেগ বেলেগ পইন্ট স্পষ্ট কৰি তুলিব পৰা যায়.
02:07 প্ৰথমতে মেনুবাৰত থকা ‘ফৰমেট’ অপচনত ক্লিক কৰি আৰু তাৰ পিছত ‘বুলেটচ এণ্ড নাম্বাৰিং’-অত ক্লিক কৰি এই সুবিধাটো পাব পৰা যায়.
02:15 বুলেটচ আৰু নাম্বাৰিং অপচনত ক্লিক কৰাৰ পিছত ওলাই অহা ডাইলগ বক্সটোৰ বেলেগ বেলেগ টেবচৰ ডিতৰত বিডিন্ন ষ্টাইল প্ৰদৰ্শিত হয়, যিবোৰ আপুনি আপোনাৰ ডকুমেন্টত প্ৰয়োগ কৰিব পাৰিব
02:26 নাম্বাৰিং আপচনটো চিলেক্ট কৰি একেধৰণে নাম্বাৰিং কৰিব পাৰি আৰু তেতিয়া প্ৰত্যেকটো লাইন এটা নতুন সংখ্যাৰে আৰম্ভ হ’ব.
02:34 গতিকে আহক নাম্বাৰিং টাইপ ষ্টাইলৰ ডিতৰত থকা দ্বিতীয় ষ্টাইলত ক্লিক কৰোঁ.
02:40 এতিয়া ওকে বাটনত ক্লিক কৰক.
02:42 এতিয়া আপুনি আপোনাৰ প্ৰথম ষ্টেটমেন্টটো লিখিবলৈ প্ৰস্তুত হ’ল.
02:46 আহক NAME: RAMESH টাইপ কৰোঁ
02:50 এতিয়া এটা ষ্টেটমেন্ট টাইপ কৰাৰ পিছত ‘‘এন্টাৰ কী’’ টো দবালে আপুনি দেখিবলৈ পাব ঘে এটা নতুন বুলেট পইন্ট বা এটা নতুন ইক্ৰিমেন্টেল নাম্বাৰ তৈয়াৰ হৈছে.
03:05 আপুনি নিৰ্বাচন কৰা ফৰমেটৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ‘বুলেট’ৰ অধীনত বুলেট আৰু নাম্বাৰৰ ডিতৰত নাম্বাৰ থাকিব পাৰে.
03:13 গতিকে আমি ৰিজিউমত 'FATHER'S NAME colon MAHESH' হিচাপে দ্বিতীয় ষ্টেটমেন্টটো টাইপ কৰিম.
03:20 পুনৰ এন্টাৰ কীটো দবাওক আৰু 'MOTHER'S NAME colon SHWETA' টাইপ কৰক.
03:27 একেধৰণে, বেলেগ বেলেগ পইন্ট হিচাপে আমি "FATHERS OCCUPATION colon GOVERNMENT SERVENT" আৰু "MOTHERS OCCUPATION colon HOUSE WIFE" টাইপ কৰিম.
03:39 আমি টেব আৰু চিফট টেব ব্যৱহাৰ কৰি বুলেটৰ ইনডেণ্ট ক্ৰমে বঢ়াব বা কমাব পাৰোঁ.
03:47 ০৩.৪৭ বুলেট আৰু নাম্বাৰিং অপচন বন্ধ কৰিবৰ বাবে প্ৰথমতে HOUSEWIFE শব্দটোৰ পিছতে কাৰচৰডাল থওক আৰু Enter কীত প্ৰথমে ক্লিক কৰি Bullets and Numbering ডাইলগ বক্সৰ Numbering Off অপশ্যনত ক্লিক কৰক।
04:03 দেখা পাব যে নতুনকৈ টাইপ কৰা টেক্সতত বুলেট ষ্টাইল অহা নাই.
04:10 লক্ষ্য কৰক যে আমাৰ ডকুমেন্টত ‘NAME’ শব্দটো আমি দুবাৰ টাইপ কৰিছোঁ.
04:14 একেটা লেখা বাৰে বাৰে টাইপ কৰাৰ সলনি ৰাইটাৰত Copy আৰু Paste অপচন ব্যৱহাৰ কৰিব পাৰোঁ.
04:21 এইটো কেনেকৈ কৰিব পৰা যায়, সেই বিষয়ে শিকোঁ আহক.
04:24 এতিয়া আমি MOTHER'S NAME টেক্সটৰ পৰা NAME শব্দটো মচিম আৰু কপি আৰু পেষ্ট অপচন ব্যৱহাৰ কৰি NAME শব্দটো পুনৰ লিখিম
04:33 FATHER'S NAME টেক্সটত, প্ৰথমতে নেম শব্দটো ড্ৰেগিং কৰি চিলেক্ট কৰক.
04:40 এতিয়া মাউচৰ সোঁ-বাটনত ক্লিক কৰক আৰু কপি অপচনত ক্লিক কৰক.
04:45 MOTHER'S শব্দটোৰ পিছত কাৰচৰডাল থওক.
04:48 আকৌ মাউচত সোঁফালে ক্লিক কৰক আৰু পেষ্ট অপচনত ক্লিক কৰক.
04:54 নেম শব্দটো স্বয়ংক্ৰিয়ভাৱে পেষ্ট হোৱা আমি দেখিবলৈ পাম.
04:57 এই অপচনবোৰৰ বাবে শ্বৰ্টকাট কীও আছে— কপি কৰিবলৈ CTRL+C আৰু পেষ্ট কৰিবলৈ CTRL+V.
05:08 সৰহ পৰিমাণৰ একে লেখা পুনৰাই লিখাৰ ক্ষেত্ৰত এই সুবিধাটো বৰ উপযোগী, য’ত গোটেই লেখাখিনি পুনৰাই লিখাৰ প্ৰয়োজন নহয়.
05:19 কাট আৰু পেষ্ট সুবিধা ব্যৱহাৰ ডকুমেণ্টৰ এটা টেক্সট এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি.
05:26 এতিয়া এইটো কেনেকৈ কৰিব পাৰি চাওঁ আহক.
05:29 আহক প্ৰথমতে MOTHER'S শব্দটোৰ পিছত থকা NAME শব্দটো ডিলিট কৰোঁ.
05:34 এই শব্দটো কাট আৰু পেষ্ট কৰিবলৈ, প্ৰথমতে ফাডাৰচ্ নেম ষ্টেটমেন্টত তকা নেম শব্দটো চিলেক্ট কৰক.
05:40 মাউচত সোঁফালে ক্লিক কৰক আৰু কাট অপচনত ক্লিক কৰক৷ লক্ষ্য কৰক যে FATHER’S শব্দৰ পিছত থকা NAME শব্দটো নোহোৱা হৈ গৈছে, অৰ্থাৎ এইটো কাট বা ডিলিট হৈ গৈছে.
05:54 এতিয়া MOTHERS'S শব্দটোৰ পিছত কাৰচৰটো থওক আৰু মাউচত সোঁফালে ক্লিক কৰক.
05:59 পেষ্ট অপচনত ক্লিক কৰক.
06:02 দেখা পাব যে এতিয়া শব্দটো “MOTHER'S” শব্দটোৰ পিছত পেষ্ট হৈছে.
06:07 কাট কৰাৰ চৰ্টকাট কী হৈছে CTRL+X
06:11 গতিকে, টেক্সটৰ কপি আৰু কাটৰ পাৰ্থক্য হল এয়ে যে ‘কপি’ অপচনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইত পৰিৱৰ্তন নঘটোৱাকৈ ৰাখি থয় আৰু ‘কাট’ অপচনে শব্দক ইয়াৰ পূৰ্বৰ ঠাইৰ পৰা সম্পূৰ্ণকৈ মোহাৰি পেলায়.
06:27 আহক NAME শব্দটো FATHER’S শব্দটোৰ পিছত পেষ্ট কৰোঁ আৰু আগবাঢ়োঁ.
06:31 EDUCATION DETAILS হিচাপে এটা নতুন শিৰোনাম টাইপ কৰোঁ.
06:35 ৰাইটাৰৰ বুলেটচ এণ্ড নাম্বাৰিঙৰ বিষয়ে শিকাৰ পিছত, আমি এতিয়া যিকোনো টেক্সটৰ ফন্ট নেম আৰু ফন্ট চাইজ কেনেকৈ সলনি কৰিব আৰু প্ৰয়োগ কৰিব পাৰি তাক শিকিম
06:45 ওপৰত থকা ফৰমেট টুলবাৰত ‘ফন্ট নেম’ নামৰ আমাৰ এখন ক্ষেত্ৰ আছে.
06:52 ডিফল্ট হিচাপে ফন্ট নেম Liberation Serif নিৰ্বাচিত হৈ থাকে.
06:57 আপোনাৰ টেক্সটৰ ফণ্টৰ ধৰণ নিৰ্বাচন আৰু সলনি কৰিবলৈ Font Name ব্যৱহাৰ কৰা হয়.
07:04 উদাহৰণ হিচাবে, EDUCATION DETAILS শিৰোনামটোত এটা বেলেগ ফন্ট ষ্টাইল আৰু আকাৰ দিওঁ.
07:11 গতিকে প্ৰথমতে EDUCATION DETAILS টেক্সটখিনি চিলেক্ট কৰি ফন্ট নেম ফিল্ডৰ তলৰ কাঁড় চিনডালত ক্লিক কৰক.
07:19 আপুনি ড্ৰপ ডাউন মেনুখনত সৰহকৈ ফন্ট নেম অপচন দেখিবলৈ পাব.
07:25 Liberation Sans-ৰ সন্ধান কৰক আৰু ইয়াত সহজভাৱে ক্লিক কৰক.
07:29 আপুনি চিলেক্ট কৰা টেক্সটৰ ফন্টটো সলনি হোৱা দেখিব.
07:34 ফন্ট নাম ফিল্ডৰ ওচৰতে ফন্ট চাইজ ফিন্ডটো আছে.
07:38 নামটোৱে কোৱাৰ ধৰণে, চিলেক্ট কৰা টেক্সটৰ আকাৰ বা আপুনি টাইপ কৰিব বিচৰা নতুন টেক্সটৰ আকাৰ বঢ়াব বা কমাবলৈ Font Size ব্যৱহাৰ কৰা হয়.
07:52 গতিকে আমি প্ৰথমতে EDUCATION DETAILS টেক্সটখিনি চিলেক্ট কৰিম
07:55 বৰ্তমানৰ ফণ্টৰ আকাৰ 12 দেখুৱাইছে.
07:58 এতিয়া ফন্ট চাইজৰ তলমুৱা কাঁড়ত ক্লিক কৰক আৰু 11-অত ক্লিক কৰক.
08:05 আপুনি টেক্সটৰ ফন্ট চাইজটো কমি যোৱা দেখিবলৈ পাব.
08:09 একে ধৰণে ফন্ট চাইজ বৃদ্ধিও কৰিব পাৰি.
08:13 ফন্ট চাইজৰ বিষয়ে শিকাৰ পিছত, আমি চাম— কেনেকৈ ৰাইটাৰত ফন্ট কালাৰ সলনি কৰিব পাৰি.
08:21 Font Color ব্যৱহাৰ কৰি ডকুমেণ্ট বা টাইপ কৰা আখৰৰ টেক্সটৰ ৰং নিৰ্বাচন কৰা হয়.
08:27 উদাহৰণ হিচাপে, আহক EDUCATION DETAILS শিৰোনামটোত ৰং দিওঁ.
08:32 গতিকে EDUCATION DETAILS বোলা টেক্সটখিনি আকৌ চিলেক্ট কৰক.
08:36 এতিয়া টুলবাৰৰ ‘ফন্ট কালাৰ’ অপচনৰ তুলমুৱা কাঁড়ত ক্লিক কৰক আৰু টেক্সটত পাতল সেউজীয়া ৰং প্ৰয়োগ কৰিবলৈ Light Green বাকচত ক্লিক কৰক.
08:48 এতিয়া আপুনি শিৰোনামটো সেউজীয়া ৰঙৰ হোৱা দেখিবলৈ পাব.
08:52 ফন্ট চাইজ অপচনৰ পিছত আপুনি বল্ড, ইটালীক আৰু আণ্ডাৰলাইন নামৰ তিনিটা অপচন দেখিবলৈ পাব.
09:00 নামটোৱে কোৱা ধৰণে, এইবোৰে আপোনাৰ টেক্সটখিনি বল্ড বা ইটালীক বা আণ্ডাৰ লাইনড্ হিচাপে তৈয়াৰ কৰিব.
09:07 গতিকে প্ৰথমতে EDUCATION DETAILS শিৰোনামটো চিলেক্ট কৰক.
09:11 এতিয়া টেক্সটখিনি বল্ড কৰিবলৈ বল্ড আইকনত ক্লিক কৰক.
09:15 নিৰ্বাচিত টেক্সটখিনি বল্ড হোৱা আপুনি দেখিবলৈ পাব.
09:19 একেধৰণে, যদি আপুনি ইটালীক আইকনত ক্লিক কৰে তেন্তে এইটোৱে টেক্সটোক ইটালীকলৈ পৰিৱৰ্তন কৰিব.
09:25 আণ্ডাৰলাইনত ক্লিক কৰক.
09:26 আণ্ডাৰলাইন আইকনত ক্লিক কৰিলে আপোনাৰ টেক্সটখিনি আণ্ডাৰলাইনড হৈ পৰে.
09:31 আপোনাৰ নিৰ্বাচিত টেক্সটো এতিয়া আণ্ডাৰলাইনড হোৱা দেখা পাইছে.
09:35 শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইন কৰি ৰাখিবলৈ ইটালীক অপচনটো নাইকিয়া কৰিবলৈ ইয়াত পুনৰ ক্লিক কৰক আৰু আন দুটা অপচন নিৰ্বাচিত কৰি ৰাখক.
09:45 এতিয়া শিৰোনামটো বল্ড আৰু আণ্ডাৰলাইনড হৈ আছে.
09:50 ইয়াতে LibreOffice Writer বিষয়ক কথন প্ৰশিক্ষণৰ প্ৰায় সামৰণি পৰিছে
09:55 সংক্ষেপে, আমি শিকিলো—:
09:57 ৰাইটাৰত টেক্সট এলাইনিং কৰা
10:00 বুলেটচ আৰু নাম্বাৰিং.
10:02 ৰাইটাৰৰ কাট, কপি আৰু পেষ্ট অপচনচ.
10:05 বল্ড, আণ্ডাৰলাইন আৰু ইটালীকচ অপচনচ.
10:09 ৰাইটাৰৰ ফন্ট নাম, ফন্ট চাইজ, ফন্ট কালাৰ.
10:13 বিস্তাৰিত কৰ্মসূচী:
10:16 বুলেটচ আৰু নাম্বাৰিং সক্ৰিয় কৰক.
10:18 এটা ষ্টাইল পছন্দ কৰি কিছুমান পইন্টচ লিখক.
10:22 অলপ টেক্সট নিৰ্বাচন কৰি ইয়াৰ ফন্ট নাম Free Sans আৰু ফন্টৰ আকাৰ 16-অলৈ পৰিৱৰ্তন কৰক.
10:29 টেক্সটখিনি ইটালীকচ কৰক.
10:32 ফন্টৰ ৰং ৰঙালৈ সলনি কৰক.
10:35 তলৰ সংযোগত থকা ভিডিঅ’টো চাওক:.
10:38 ইয়াত কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ আছে.
10:41 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে.
10:46 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
10:52 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
10:55 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact at spoken hyphen tutorial dot org— এই ঠিকনাত লিখক
11:02 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
11:06 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
11:14 এই মিশ্যন সম্পৰ্কত অধিক তথ্য
11:18 spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
11:25 আমি অপুনাৰ অন্শগ্ৰহন আৰু প্ৰতিক্ৰিয়া স্ৱাগতম জনাইচু.

মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Gaurav, Mousumi