LibreOffice-Suite-Math/C2/Markup-Language-for-writing-formula-Formula-Formatting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 LibreOffice Math-ৰ কথিত টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ|


00:04 এই টিউটৰিয়েলত আমি তলত দিয়া বিষয়্সমূহ সামৰি ল’ম:


00:08 সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰ্মেট কৰিবলৈ Mark up ভাষা: ফ’ন্ট, এলাইনমেন্ট আৰু খালী ঠাই দিয়া 


00:18 আগৰ টিউটৰিয়েলত আমি গণিতৰ বাবে mark up ভাষাৰ পৰিচয় দিছিলো|
00:24 এতিয়া আহক আমি Mark up ভাষৰ বিষয়ে শিকোঁ|
00:28 প্ৰথমে আহক আমি Writer ডুকুমেন্ট এটা খোলো আৰু Writer–ৰ ভিতৰত থকা Math এপ্লিকেশ্যনটো কল কৰোঁ|
00:35 যদিহে Writer ইতিমধ্যে খোলা হৈ আছে তেনেহলে উপৰত থকা Insert মেন্যুত ক্লিক কৰক আৰু তাৰ পাছত Object-ত ক্লিক কৰক আৰু Formula বাছক|
00:46 যদিহে Writer ইতিমধ্যে খোলা হৈ থকা নাই তেনেহলে আমি Windows-ৰ ষ্টাৰ্ট মেন্যুৰ পৰা ইয়াক খুলিব পাৰোঁ|
00:55 Elements ৱিণ্ড’খন ব্যৱহাৰ কৰি সূত্ৰ লিখাটো এটা সহজ পদ্ধতি হয়|
01:01 কিন্তু Formula Editor-ত পোনপটীয়াকৈ mark up ভাষা লিখাটো সূত্ৰ লিখাৰ এটা তাত্ক্ষণিক উপায় হয়|
01:10 কাৰণ, এটা সূত্ৰৰ বাবে markup ভাষাটো ইংৰাজী ভাষাত সূত্ৰটো পঢ়াৰ ধৰনৰ সৈতে একেই হয়|
01:18 উদাহৰণ স্বৰূপে, “৪ পূৰণ ৩” লিখিবলৈ আমি Formula Editor ৱিণ্ড’ত “4 টাইমছ 3’ বুলি টাইপ কৰিলেই হ’ল|
01:28 পাছৰ উদাহৰণটোলৈ যোৱাৰ আগেয়ে আমি এইখিনিতে এডাল লাইন মৰা প্ৰয়োজন|
01:36 markup ‘newline’ টাইপ কৰক আৰু আপুনি দেখা পাব যে Writer-ৰ ধূসৰ (gray) বৰণৰ বাকচৰ অংশত এডাল লাইন ভৰোৱা  হৈছে| 
01:46 আমি টাইপ কৰো আহক ‘Some more example formulae: newline’|
01:51 পঢ়াত সুবিধাৰ বাবে আমি এবাৰ Enter কি-টো টিপিম|
01:57 আৰু লিখিম ‘x greater than equal to y’|
02:03 ইয়াত আমি সূত্ৰটো সংখ্যাকৄত কৰিম|
02:07 গতিকে আহক আমি টাইপ কৰো, ‘1. x greater than equal to y new line’| এন্টাৰ কি দবাওক|
02:18 আপুনি দেখা পাব যে Writer-ৰ ধূসৰ(gray)বাকছটো ৰিফ্ৰেশ্ব হ’ল আৰু বস্তু বিলাক কেন্দ্ৰীয় ভাৱে এলাইন হ’ল|
02:25 ইয়াৰ পাছত আমি লিখো আহক ‘a to the power of 2’|
02:30 আৰু markup-টো হ’ল: ‘2. 'a' arrow pointing upward 10’ new line’ আৰু এন্টাৰ কি দবাওক|
02:42 Writer-ৰ ধূসৰ(gray) বাকছটোত গাণিতীক চিহ্নটো মন কৰক|
02:48 এতিয়া আমি লিখো আহক ‘square root of 16 = 4’|
02:55 টাইপ কৰক ‘3. sqrt ‘16’ কাৰ্লী ব্ৰেকেটৰ ভিতৰত equals 4 new line’| এন্টাৰ কি দবাওক|
03:06 Writer-ৰ ধূসৰ (gray)বাকছটোত এই সূত্ৰটো মন কৰক|
03:10 ঠিক আছে, এতিয়া আমি a1 + a2 + a3 এনেধৰনে + ‘an’ লৈকে বুজাবলৈ ‘a suffix n’-ৰ বাবে এটা যোগৰ চিহ্ন লিখো|
03:28 আৰু markup-টো হ’ল: ‘4. sum a _ n new line’| এন্টাৰ কি দবাওক|
03:37 এতিয়া আমি ফাংকশ্যনৰ সৈতে এটা ইন্টিগ্ৰেল লিখিবলৈ যত্ন কৰো| ইন্টিগ্ৰেল f x d x লিখিবলৈ markup হৈছে,‘5. int fx dx newline’|
03:54 Writer অংশত ইন্টিগ্ৰেল চিহ্নটো মন কৰক|
04:00 এতিয়া আমি আমাৰ কামখিনি ছেভ কৰো আহক| উপৰত থকা ফাইল মেন্যুলৈ যাওক আৰু Save-ত ক্লিক কৰক|
04:09 ডুকুমেন্টটোৰ নাম দিয়ক MathExample1 |
04:16 এতিয়া আমি লিখা সূত্ৰবিলাকক কেনেকৈ ফৰমেট কৰিম তাক শিকো আহক|
04:21 মন কৰক যে সেই সকলো বিলাক ছেন্টাৰ এলাইনড হৈ আছে আৰু সিহঁতৰ মাজত বহুত বেছি খালী ঠাই নাই|
04:28 আমি একেবাৰে উপৰত থকা Format মেন্যু ব্যৱহাৰ কৰি বিভিন্ন ফৰমেট সালসলনি কৰি কৰিব পাৰো|
04:35 প্ৰথমে আমি সূত্ৰবিলাকক বাওঁফাললৈ এলাইন কৰি লওঁ|
04:40 এইটো কৰিবলৈ আমি Format মেন্যুলৈ গৈ Alignment বাচিব লাগিব|
04:46 নতুনকৈ ওলোৱা ৱিণ্ড’খনত Left অপশ্যনটো বাচক| আৰু Ok বুটামত ক্লিক কৰক|
04:54 সূত্ৰবিলাক এতিয়া বাওঁফাললৈ এলাইন হোৱা মন কৰক|
04:58 আমি Format মেন্যুত থকা ‘Fonts’ বাচনি কৰি ফ’ন্টৰ ধৰণ সলনি কৰিব পাৰো|
05:06 ইয়াত থকা বিভিন্ন শ্ৰেণী বিভাগলৈ মন কৰক:
05:10 আমি ভেৰিয়েবলছৰ কাৰণে একধৰণৰ ফ’ন্ট, ফাংকশ্যনবিলাকৰ বাবে অইন এক ধৰণৰ আৰু সংখ্যা আৰু পাঠৰ কাৰণে এক ধৰণৰ ফ’ন্ট বাচিব পাৰো|
05:23 ফ’ন্টৰ ধৰণ সলনি কৰিবলৈ Modify বুটামত ক্লিক কৰক আৰু Variables কেতিগ’ৰি বাচক|
05:34 আহক আমি তালিকাত থকা Arial Black বাছো আৰু Ok বুটামত ক্লিক কৰো|
05:43 Ok বুটামত টিপি ফ’ন্টটো ছেভ কৰো আহক|
05:50 Writer-ৰ (gray)ধূসৰ বাকছটোত ফ’ন্টটো সলনি হোৱা আপুনি দেখা পাব|
05:56 সূত্ৰবিলাকৰ ফ’ন্টৰ আকাৰ বঢ়াবলৈ Format মেন্যুলৈ যাওক আৰু Font Size-ত ক্লিক কৰক|
06:06 আমি Base আকাৰটো ‘18 point’-লৈ বঢ়াই দিও| OK-ত ক্লিক কৰক|


06:15 আমি অইন শ্ৰেণীৰ বিভাগ বিলাক, যেনে টেক্সট বা ইন্ডেক্স বা অপাৰেটৰবিলাকৰ আপেক্ষিক আকাৰ বঢ়াব পাৰো|
06:25 আমি Default বুটামটো ব্যৱহাৰ কৰি ফ’ন্টৰ আকাৰৰ যিবোৰ সালসলনি কৰিছিলো সেইবোৰ নোহোৱা কৰিবও পাৰো|
06:32 সূত্ৰসমূহত ফ’ন্টৰ আকাৰৰ সালসলনি মন কৰক|
06:37 ইয়াৰ পিছত, সূত্ৰসমূহত থকা খালী ঠাইৰ সালসলনি কৰো আহক|
06:42 Format মেন্যুত ক্লিক কৰক আৰু Spacing বাচক|
06:47 আমি স্পেচিং, লাইন স্পেচিং আৰু ৰুট স্পেচিং প্ৰতিটোকে ২০ শতাংশ দি'সলনি কৰো আহক|'
06:56 যেতিয়া আমি প্ৰতিটো স্পেচিং টাইপত ক্লিক কৰো, কেন্দ্ৰত থকা ছবিটোৱে স্পেচিং টাইপটোৰ অৱস্থান দেখায়|  
07:05 আকৌ, বিভিন্ন শ্ৰেণীসমূহৰ পৰা আমি স্পেচিং টাইপ বাচি ল’ব পাৰো| এইটো কৰিবলৈ আমি Category বুটামত ক্লিক কৰো আহক|
07:16 বা আমাৰ সালসলনিবিলাক নোহোৱা কৰিবলৈ Default বুটামটো ব্যৱহাৰ কৰিব পাৰো|  
07:22 এতিয়া আমি Ok বুটামত ক্লিক কৰো আহক|
07:25 Writer-ৰ (gray) ধূসৰ বাকছটোত স্পেচিঙৰ সালসলনি মন কৰক|
07:30 Elements ৱিণ্ড’খনত আৰু অধিক ফৰমেটিং উপলভ্য|
07:36 View মেন্যুৰ পৰা Elements ৱিণ্ড’খন উলিওৱাওক|
07:40 ইয়াত, দ্বিতীয় শ্ৰেণীবিভাগত থকা শেষৰ আইকনটোত ক্লিক কৰো আহক|
07:47 টুলটিপটোয়ে কৈছে Formats’|
07:51 ইয়াত, আমি ছাবচস্ক্ৰিপ্ট আৰু ছুপাৰস্ক্ৰিপ্টৰ অবস্থান, এলাইনমেন্ট, মেট্ৰিক্স, নতুন লাইন আৰু খালী ঠাই বাচিব পাৰো|
08:03 পঞ্চম উদাহৰণটোত ৫ সংখ্যাটোৰ পাছত এটা দীঘলীয়া খালী ঠাই যোগ কৰা যাওক| ‘5’ৰ পাছত ক্লিক কৰক|  
08:13 তাৰ পাছ্ত Elements ৱিণ্ড’খনত Formats> Long Gap-ত ক্লিক কৰক|
08:20 দীঘলীয়া খালী ঠাইৰ বাবে mark up হৈছে ‘tilde’ কেৰেক্টাৰ| আৰু ছুটি খালী ঠাইৰ বাবে এইটো হৈছে ‘Tiray’ কেৰেক্টাৰ|


08:29 ৫ সংখ্যাটোৰ পিছত নতুন খালী ঠাইটো মন কৰক|
08:33 গতিকে, এইবিলাকেই হৈছে বিভিন্ন উপায়, যিবিলাকৰ দ্বাৰা আমি সূত্ৰসমূহ ফৰমেট কৰিব পাৰো|
08:38 Math-এ আগবঢ়োৱা সকলোবোৰ ফৰমেটিং অপশ্যন অনুসন্ধান কৰি ছাবলৈ সংকোচ নকৰিব|
08:44 ঠিক আছে, এইয়া আপোনালোকৰ বাবে এটা কাম দিছো:
08:47 Writer ৱিণ্ড’ খনত Mark up ব্যৱহাৰ কৰি তলত দিয়া সূত্ৰসমূহ লিখক|
08:53 প্ৰয়োজন হলে Elements ৱিণ্ড’ খনো ব্যৱহাৰ কৰক|


08:57 x to the power of 2-ৰ যোগকৰণ|
09:02 Sin to the power of x plus cos to the power of x = 1 (Elements ৱিণ্ড’ত থকা Functions শ্ৰেণী ব্যৱহাৰ কৰক)
09:15 আগৰ শ্লাইডৰ পৰা অব্যাহত ৰাখি Summation লিখক from 1 to n of x.
09:23 (যোগকৰণৰ সীমা বান্ধিবলৈ Operators শ্ৰেণী বিভাগ ব্যৱহাৰ কৰক|)
09:29 ফ’ন্ট Arial, আকাৰ  18 পইন্টলৈ সলনি কৰক|
09:35 আৰু চিহ্নবিলাকৰ মাজত অধিক খালী ঠাই দিয়ক|
09:40 এইখিনিতে আমাৰ LibreOffice Math-ত Mark up Language আৰু Formula Formatting টিউট’ৰিয়েলৰ অন্ত পৰিছে|  
09:49 চমুকৈ আমি তলত দিয়া বিষয় কেইটা শিকিলো:
09:52 সূত্ৰ লিখিবলৈ আৰু সূত্ৰ ফৰ্মেট কৰিবলৈ Mark up ভাষা: ফ’ন্ট, এলাইন কৰা আৰু খালী ঠাই দিয়া
10:01 স্পোকেন টিউটৰিয়েল প্ৰজেক্ট হৈছে Talk to a Teacher project-ৰ অংশ যিটোক National Mission on Education-এ ICT, MHRD, Government of India-ৰ জড়িয়তে সাহাৰ্য কৰিছে|
10:14 এই প্ৰকল্পত সহযোগ কৰিছে http://spoken-tutorial.org-এ
10:19 এই বিষয়ত আৰু অধিক তথ্য এই লিংকত উপলব্ধ http://spoken-tutorial.org/NMEICT-Intro.
10:23 এই পাঠত DesiCrew Solutions-এ বৰঙনি যোগালে আৰু এইয়া হৈছে মৌচুমী মেধি আই আই টি বম্বেৰ পৰা|
10:33 অংশ গ্ৰহণৰ বাবে আপোনালৈ ধন্যবাদ|

Contributors and Content Editors

Mousumi