LibreOffice-Suite-Impress/C2/Introduction-to-LibreOffice-Impress/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ ইম্প্ৰেচ পৰিচয়ৰ বাবে এই টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো৷
00:04 এই টিউটৰিয়েলত আমি শিকিম...
00:07 লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়
00:09 ইম্প্ৰেচৰ বিডিন্ন টুলবাৰ
00:12 নিউ প্ৰেজেন্টশ্যন এটা কেনেকৈ সৃষ্টি কৰিবা
00:15 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টচেনটো কেনেকৈ সংৰক্ষণ কৰিবা
00:19 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ খুলিবা
00:22 পি ডি এফ ডকুমেন্টটো ইম্প্ৰেচলৈ কেনেকৈ আমদানি কৰিবা
00:27 লিবাৰ অফিচ ইম্প্ৰেচটো লিবাৰ অফিচ চুইটৰ প্ৰেজেন্টশ্যন মেনেজাৰ
00:32 এইটো প্ৰভাৱশালী প্ৰেজেন্টশ্যন সৃষ্টিত ব্যৱহাৰ কৰা হয়৷
00:35 এইটো মাইক্ৰ’চফট অফিচ পাৱাৰ পইন্টৰ সৈতে একে৷
00:39 লিবাৰ অফিচ ইম্প্ৰেচটো স্বাধীন, অ’পেন চ’ৰ্চ চফটৱেৰ, বিনামূলীয়া আৰু স্বাধীনভাৱে ব্যৱহাৰ আৰু বিতৰণ কৰিব পৰা৷
00:47 লিবাৰ অফিচ চুইট আৰম্ভ কৰো,
00:50 তুমি হয় মাইক্ৰ’চফট উইনণ্ড’জ ২০০০ আৰু খণ্ডসমূহ য্নে এম এচ উইণ্ড’জ XP বা এম এচ উইণ্ড’জ 7 ব্যৱহাৰ কৰিব পাৰা বা তুমি জি এন ইউ/লিনাক্স ব্যৱহাৰ কৰিব পাৰা অপাৰেটিং চিষ্টেম হিচাপে৷
01:02 ইয়াত আমি উবুন্টু লিনাক্স version 10.04 আমাৰ অপাৰেটিং চিষ্টেম হিচাবে ব্যৱহাৰ কৰি আছো লিবাৰ অফিচ চুইট version 3.3.4.
01:12 যদি আপোনাৰ লিবাৰ অফিচ চুইট ইনষ্টল নাই,
01:15 চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি ইম্প্ৰেচ ইনষ্টল কৰিব পাৰি৷
01:19 বেছি খবৰৰ বাবে চাইনপটিক পেকেজ মেনেজাৰ,
01:22 অনুগ্ৰহ কৰি ৱেবচাইটৰ উবান্টো লিনাক্স টিউটৰিয়েললৈ গৈ ৱেবছাইট’ত থকা তলত দিয়া পৰামৰ্শাৱলী থকা লিবাৰ অফিচ চুইট ডাউনল’ড কৰা৷
01:32 পৰামৰ্শৱালী বহলভাৱে প্ৰথম লিবাৰ অফিচ ছুইট টিউটৰিয়েলত পোৱা যাব৷
01:37 মনত ৰাখিব ইনষ্টল কৰোতে, “কম্প্লিট” অপচন ব্যৱহাৰ কৰি “ইম্প্ৰেচ” ইনষ্টল কৰিব লাগিব৷
01:43 যদি আপুনি ইতিমধ্যে লিবাৰ অফিচ চুইট ইনষ্টল কৰিছে,
01:46 আপুনি লিবাৰ অফিচ ইম্প্ৰেচ স্ক্ৰিনৰ ওপৰফালে বাওঁহাতে “এ এপ্লিকেচন” অপচনত ক্লিক কৰি, তাৰ পাচত “অফিচ”ত আৰু তাৰ পাচত লিবাৰ অফিচ অপচনত ক্লিক কৰি পাব৷
01:58 বহুত লিবাৰ অফিচ কম্পনেন্টৰ লগত এটা নতুন ডাইলগ বক্স খোল খাব৷
02:03 লিবাৰ অফিচ ইম্প্ৰেচ পাবলৈ হলে নতুন ডাইলগ বাকচৰ কম্পনেন্ট প্ৰেজেনটেচন’ত ক্লিক কৰিব লাগিব৷ “ক্ৰিয়েট”ত ক্লিক কৰক৷
02:13 এইটোয়ে প্ৰধান ইম্প্ৰেচ উইনণ্ডি’ত থকা এটা খালী ডকুমেন্ট খুলিব৷
02:18 এতিয়া আমি ইম্প্ৰেচ উইনণ্ড’ৰ প্ৰধান উপাদাসসমূহৰ বিষয়ে শিকিম৷
02:22 ইম্প্ৰেচ উইনণ্ডদৰ বহুতো টুলবাৰ আছে যেনে টাইটলবাৰ, মেনু বাৰ,
02:29 ষ্টেনডাৰ্ড টুলবাৰ, ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ৷
02:36 আমি টুল বাৰৰ বিষেয় টিউটৰিয়েলত জানিম৷
02:41 আমি এতিয়া আমাৰ প্ৰথম প্ৰেজেন্টেশ্যনৰ ওপৰত কাম কৰিবলৈ সাজু হৈছো! এতিয়া ফাইলটো বন্ধ কৰক৷
02:47 এতিয়া যাব লাগিব এপ্লিকেশ্যন’ত ক্লিক কৰিব লাগিব অফিচত আৰু তাৰ পাচত লিবাৰ অফিচ ইম্প্ৰেচত ক্লিক কৰিব লাগিব৷
02:56 “ফ্ৰম টেমপ্লেট”ত ক্লিক কৰক৷
02:59 চিলক্টে কৰক “ৰিক’মেনডেচন অফ্ এ ষ্ট্ৰেটেজি”৷
03:06 ‘select a slide design’ drop down কৰি, প্ৰেজেন্টশ্যন বেকগ্ৰাউণ্ড চিলেক্ট কৰি, তাৰ পাচত ‘ব্লু ব’ৰডাৰ’ চিলেক্ট কৰিব লাগিব৷
03:14 ‘চিলেক্ট এন আউটপুত মিডিয়ামফিল্ড’ত ‘অৰিজিনেল’ চিলেক্ট কৰিব লাগিব৷
03:22 এইটো শ্লাইড ট্ৰেনজিচন সজাৰ বাবে পদক্ষেপ৷
03:26 গোটেইখিনি অপচন যেনেকৈ আছে তেনেকৈ এৰি, নেক্সট’ত ক্লিক কৰিব লাগে
03:32 ‘হোৱাট ইজ ইয়ৰ নেম’ৰ ক্ষেত্ৰত, আপুনি আপোনাৰ আৰু আপোনাৰ সংস্থাৰ নাম টাইপ কৰিব পাৰে৷ মই টাইপ কৰিম ‘এ ওৱান চাৰ্ভিচ্ছেচ’৷
03:41 ‘হোৱাট ইজ দি চাবজেক্ট অফ্ ইয়ৰ প্ৰেজেন্টেশ্যন’ ক্ষেত্ৰত টাইপ কৰিব লাগিব ‘বেনিফিটচ্ অফ্ অ’পেন চ’ৰ্চ’৷
03:49 এইটো পদক্ষেপে উপস্থাপনটো বৰ্ণনা কৰিব৷
03:52 সকলো অপচন স্বাভাৱিকভাৱে নিৰ্বাচন হয়৷ একো পৰিৱৰ্তন নকৰিব৷
03:58 এইবিলাক উপস্থাপনৰ বাবে ছেমপুল হেডিংচ।
04:01 ক্ৰিয়েটত ক্লিক কৰক।
04:04 আপুনি এতিয়া আপোনাৰ লিবাৰ অফিচ ইম্প্ৰেচ’ত প্ৰথম প্ৰেজেনটেশ্যন সৃষ্টি কৰিলে৷
04:09 এতিয়া আমি কেনেকৈ প্ৰেজেনটেশ্যন সংৰক্ষণ কৰিব পাৰি চাম৷
04:15 চেভডায়লগ বক্সটো খুলিব৷ আমি এই ফাইলটোত “ছেম্পল ইম্প্ৰেচ” সংৰক্ষণ কৰিম আৰু চেভ বুটামত ক্লিক কৰিম৷
04:25 ইম্প্ৰেচ অ’পেন ডকুমেন্ট ফৰমেটটো এক্সটেনচন .odp ৰ দ্বাৰা চেভ কৰিব পাৰিব বুলি টুকিলওঁক৷
04:33 এতিয়া আমি ফাইলটো ক্ল’জ কৰিম৷ প্ৰেজেনটেশ্যন ক্ল’জ কৰিবলৈ প্ৰথমে ফাইলত ক্লিক কৰি পাছত ক্ল’জত ক্লিক কৰিম৷
04:40 এতিয়া আমি শিকিম কেনেকৈ লিবাৰ অ’ফিচ ইম্প্ৰেচ প্ৰেজেন্টেশ্যনটো মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে চেভ কৰিম৷
04:48 আমি আকৌ ফাইল আৰু অ’পেন’ত ক্লিক কৰি আৰু ছেমপুল ইম্প্ৰেচ চিলেক্ট কৰি চেমপুল ইম্প্ৰেচপ্ৰেজেন্টশ্যনটো অ’পেন কৰিম৷
04:59 স্বাভাৱিকভাৱে লিবাৰ অ’ফিচ ইম্প্ৰেচ ডকুমেন্টটো চেভ কৰে অ’পেন ডকুমেন্ট format (ODP) হিচাপে।
05:06 মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে এটা প্ৰেজেন্টেশ্যন চেভ কৰিবলৈ,
05:14 ফাইল টাইপটোত মাইক্ৰ’চফট পাৱাৰ পইন্ট বাচি লওঁক৷
05:18 ফাইলটো চেভ কৰিবলৈ ল’কেচন বাচি লওঁক৷
05:24 “কিপ কাৰেন্ট ফ’ৰমেট” বাটন’ত ক্লিক কৰক৷ ফাইলটো এতিয়া ppt. হিচাপে চেভ হ’ব।
05:33 আহক আমি ফাইল আৰু ক্ল’জক্লিক কৰি ফাইল ক্ল’জ কৰো.
05:36 এতিয়া আমি চাম লিবাৰ অফিচইম্প্ৰেচত কেনেকৈ এটা মাইক্ৰ’চফট পাৱাৰপইন্ট প্ৰেজেন্টশ্যন অ’পেন কৰিব পাৰি৷
05:44 ফাইলত ক্লিক কৰক আৰু অ’পেন -> অ’পেন কৰক.
05:46 ppt. ফাইলটোৰ বাবে ব্ৰাউজ কৰক যিটো আপুনি অ’পেন কৰিব বিচাৰে৷
05:50 ফাইলটো চিলেক্ট কৰি অ’পেন ক্লিক কৰক৷
05:53 অৱশেষত আমি এতিয়া কেনেকৈ এটা pdf ফাইল হিচাবে এটা লিবাৰ অফিচ ইম্প্ৰেচ প্ৰেজেন্টশ্যন এক্সপৰ্ট কৰিব পাৰি তাক শিকিম৷
06:01 PDF অপচনচ ডাইলগ বক্সৰ পৰা ফাইল আৰু Export’ত ক্লিক কৰক, অপচনবোৰ তেনেদৰেই থাকিবলৈ এৰি দি “Export” বাটনত ক্লিক কৰক৷
06:12 ফাইল নেম ফিল্ডত টাইপ কৰক “ছেম্প’ল ইম্প্ৰেচ”৷
06:16 “চেভ ইন ফ’ল্ডাৰ” ফ্লিল্ড’ত ল’কেচন বাচি লৈ য’ত আপুনি ফাইলটো চেভ কৰিব বিচাৰে আৰু চেভ’ত ক্লিক কৰক৷
06:23 এতিয়া ডকুমেন্টটো pdf ফাইল হিচাবে ডেক্সটপত চেভ হ’ব।
06:29 ইয়াতেই লিবাৰ অ’ফিচ ইম্প্ৰেচত এই টিউটৰিয়েলৰ শেষ৷
06:34 সাংক্ষেপতে, আমি শিকিলো৷
06:36 লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়৷
06:39 ইম্প্ৰেচত বিভিন্ন ধৰণৰ টুলবাৰ৷
06:42 কেনেকৈ এটা নতুন প্ৰেজেন্টশ্যন ক্ৰিয়েট কৰিব পাৰি৷
06:45 কেনেকৈ মাইক্ৰ’চফট পাৱাৰ পইন্ট প্ৰেজেন্টশ্যন হিচাপে চেভ কৰিব পাৰি৷
06:49 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ অ’পেন কৰিব পাৰি
06:53 আৰু ইম্প্ৰেচত PDF ডকুমেন্টটো কেনেকৈ এক্সপৰ্ট কৰিব পাৰি
06:57 এই অনুশীলনকাৰী assignment টো চেষ্টা কৰক৷
07:00 এটা ডকুমেন্ট অপেন কৰক আৰু প্ৰথম শ্লাইডত কিছু টেক্সত টাইপ কৰক৷
07:05 এম এচ পাৱাৰ পইন্ট ডকুমেন্ট হিচাপে অ’পেন কৰক আৰু ক্ল’জ কৰক।
07:11 এতিয়া আমি দেখা ফাইলটো অ’পেন কৰক।
07:15 Link ত থকা এই ভিডিঅ’ চাওঁক, এই টিউটোৰিয়েল সাংক্ষেপতেই ক’ব বিচাৰে৷
07:22 যদি আপুনাৰ ভাল বেণ্ডউইথ নাই, তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে৷
07:26 স্প’কেন টুইটৰিয়েল প্ৰজেক্ট টিমে, স্প’কেন টুউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্ককচ’প পাতে৷
07:33 অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰক৷
07:36 অধিক জানিবলৈ, লিখক spoken-tutorial.org।
07:42 স্প’কেন টুটৰিয়েল প্ৰজেক্টটো ট’ক টু এ টিছাৰ প্ৰজেক্টৰ এটা ভাগ৷ নেচ’নেল মিচন অন এডুকেচন থ্ৰু ICT, MHRD, Government of India.ৰ দ্বাৰা সমৰ্থিত৷
07:55 এই মিচনৰ বিষয়ে অধিক জানিবলৈ লিখক http://spoken-tutorial.org/NMEICT-Intro
08:07 এই টুটৰিয়েলক সহযোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd
অংশ লোৱাৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Gaurav, Mousumi, Udaya