LibreOffice-Suite-Impress/C2/Creating-a-presentation-document/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 লিবাৰ অফিচ ইপ্ৰেচত এটা ডকুমেন্ট প্ৰেজেন্টচন আৰু বেচিক ‘ফৰমেটিং বনাবৰ বাবে স্পোকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম ৷
00:08 এইটো টিউটৰিয়েলতইম্পেচউইনণ্ডোৰ ডাগবোৰ আৰু কেনেকৈ ইনচাৰ্ট শ্লাইড, ক‘পি শ্লাইড, ফণ্টৰ বিষয়ে আৰু ফন্ট ফৰমেটিং কৰিৰ পাৰি তাক শিকিম৷
00:21 আহক আমি ব্যৱহাৰ কৰিৰ পাৰিম ইউবুন্টো লিনাক্স ১০.০৪ আৰু লিবাৰ অইফচচুইট ডাৰচন ৩.৩.৪.
00:29 আহক আমি প্ৰেজেন্টেচনটো অ’পেন কৰো ঘিটো আমি আগৰ টিউটৰয়েলত বনাইছিলো ৷
00:35 আহক ইিস্ক্ৰনত আমাৰ ঘিটো আছে তাক চাও৷
00:39 মাজত আমি দেখিছো ঘিটো আমাৰ উৱৰকিং এৰিয়া৷
00:44 আপুনি দেখাৰ দৰে Workspace ৩ ৫টা টেব আছে ঘাক View buttons বুলি কয়৷
00:49 বৰ্তমান Normal” tab টো selective
00:52 individual slides বনোৱাৰ বাবে এইটোয়েই প্ৰকৃত ৷
00:55 টপিক টাইটেলবোৰ য়ে দেখৱাই ঘ’ত আউটলাউন ফ’মেটত থকা প্ৰতিটো শ্লাইড বুলেট আৰু নাম্বাৰললিষ্ট হৈ থাকে৷
01:03 Notes ডিউয়ে আপোনাক ন’টবোৰ প্ৰতিটো শ্লাইডত এড্ কৰিব ঘিবোৰ প্ৰেজেন্টচন দেখৱাৰ সময়ত দেখা পোৱা নাঘায়৷
01:10 ডিউয়ে শ্লাইডবোৰ প্ৰিন্ট কৰবলৈ অনুমিত দিয়ে৷
01:14 ইয়াত আমি প্ৰত্তে্ক পেইজত প্ৰিন্ট কৰিবলৈ শ্লাইড সংখ্যাবোৰ বাচি ল’ব লাগিব৷
01:19 Slide Sorter ডিউয়ে শ্লাইড ৰ থাম্বনেইলচ্ দেখুৱাই৷
01:23 আহক পুনৰ ক্লিক কৰক Normal ডিউৰ বুটনবোৰ
01:26 ইিস্ক্ৰনৰ বাওঁফালন আপুনি দেখিব Slides পেন ঘ’ত দেখুৱাৰ হৈছে ডি শ্লাইড ৰ thumbnails
01:34 সোফালে আপুনি ৫টা ডাগ থকা পেন দেখিব৷
01:40 লেইআউট ডাগবোৰ লেইআউট প্ৰি-পেকেজদ্ হৈ আছে৷
01:43 আমাৰ মেত এইেবাৰ আমি ব্যৱহাৰ কৰিব আৰু ম’ডিফাই কৰিব পাৰো৷
01:48 আমি টিউটৰিয়েল চিৰিজটো প্ৰগ্ৰেজ কৰিবৰ বাবে ইয়াৰ প্ৰতিটো ডাগেই ডালদৰে চোৱাটো দৰকাৰ৷
01:53 আহক বৰ্তমান আমি শিকো কেনেকৈ এটা ইনচাৰ্ট শ্লাইড কৰে৷ ক্লিক কৰি Slides পেনৰ দ্বিতীয় শ্লাইড টো চিলেক্ট কৰক৷
02:02 এতিয়া Insert আৰু Slide ক্লিক কৰক৷
02:05 দ্বিতায়টো শ্লাইড দেখাৰ পিছতে আমি এটা নতুন ব্লেংক শ্লাইড দেখিম৷
02:10 slide টাইটল এটা add কৰক, টেৰ বাৰত ক্লিক কৰিলে ক’ব Click to add Title
02:17 এতিয়া টাইপ কৰক ’চৰ্ট টাৰ্ম ষ্ট্ৰেতেজি আৰু টেক্স বক্সৰ বাহিৰত ক্লিক কৰক৷
02:23 গতিকে এটা টাইটল এনেধৰণে এড্ কৰিব পাৰি৷
02:26 এটা শ্লাইড ৰ কপি দুই ধৰণে বনাৰ পাৰি৷
02:30 প্ৰথমটো পথ হৈছে, ইনচাৰ্ত আৰু দুপ্লিকেত শ্লাইড’ত ক্লিক কৰক৷
02:35 আমি আগৰ ষ্টেপত বনোৱা শ্লাইডৰ পাছত এটা নতুন ডুপ্লিকেত শ্লাইড ইনচাৰ্ট হোৱা দেখা পাম৷
02:42 সালসলনি ওৱৰ্কস্পেচ পেনত থকা Slide Sorter ক্লিক কৰি শ্লাইডচাৰ্টাৰ ডিও লৈ ঘাওক৷
02:50 এতিয়া ৰাইট ক্লিক কৰি ৭ৰ নম্বৰ শ্লাইডটো কপি কৰক আৰু কনেটক্সত মেনুৰ পৰা কপি চিলেক্টকৰক৷৷
02:57 অন্তিম শ্লাইড ত ৰাইট ক্লিক কৰক আৰু ¸>>clickPaste>> ক্লিক কৰক৷
03:01 After চিলেক্ট কৰক আৰু OK ক্লিক কৰক৷
03:04 প্ৰেজেনটেচনৰ শেষত আপুনি এতিয়া এটা শ্লাইডৰ কপি বনালো৷
03:09 আৰু এতিয়া ফন্টচ আৰু আপুনি কিদৰে ফ’ন্ট ফৰমেট কৰিব পাৰিব, চাওঁ আহক৷
03:15 এতিয়া ডাবল ক্লিক কৰি Longtermgoal নামৰ শ্লাইডখন চিলেক্ট কৰক৷
03:20 বডি টেক্সৰ বস্কত ক্লিক কৰক আৰু সকলো টেক্সত চিলেক্ট কৰক৷ এতিয়া ডিলিট কৰক৷
03:24 এতিয়া এইবোৰ টাইপ কৰক reduce costs , reduce dependence on few vendors, develop customized applications
03:37 ফন্ট টাইপ আৰু ফন্ট চাইজেবাৰৰ সলনি কৰা নিয়মবোৰ LibreOfficeWriterdocuments ৰ সৈতে একে৷
03:43 টেক্সত এটা লাইন চিলক্ট কৰক৷ টেক্সত ফৰমেটৰ টুলবাৰত থকা ফ্ৰন্ট টাইপটো Albany ৰ পৰা সলনি কৰক Arial Black লৈ৷
03:52 আৰু ফন্ট চাইজটো ৩২ পৰা ৪০৷
03:56 টেক্সত বক্সৰ বাহিৰৰ ঘিকোনো থাইত ক্লিক কৰক৷
03:59 চাৰ ঘাত font চেঞ্জ হৈছে৷
04:02 আমি মেইনমেনু আৰু কেৰেকটাৰ অপচনমেনুৰ ফৰমেটত ক্লিক কৰিও ফন্ট চেনজ কৰিব পাৰো৷
04:09 ই এটা dialog box অপেন কৰিব ঘত আমাৰমতে ফন্ট ষ্টাই আৰু চেট কৰিব পাৰো৷
04:14 dialog box টো বন্ধ কৰক৷
04:19 ফন্টটোৰ কালাৰ সলাবলৈ, আমি Development up to present নামৰ শ্লাইডটো চুজ কৰিব লাগিব৷
04:25 বডিটেক্সত বক্স ক্লিক কৰক আৰু সকলো টেক্সত চিলেক্ট কৰক৷
04:30 ফন্টকালাৰকনৰ পাচৰ ডাউনলড এৰ’ত ক্লিক কৰক আৰু লগা ধৰনে কালাৰ চিলেক্ট কৰক৷
04:37 টেক্সত্ বক্সৰ বাহিৰৰ ঘিকোনো ঠাইত ক্লিক কৰক৷
04:40 কালাৰৰ সলনি লক্ষ্য কৰক৷
04:43 ফৰমেটিং ঘেনে বল্ড, ইটালিক্স আৰু আনদাৰলাইন আদি ৰ সৈতে একে৷
04:50 Recommendations নামৰ শ্লাইডটো ক্লিক কৰক৷
04:53 Body টেক্সত বক্সত ক্লিক কৰক আৰু টেক্সতত এটা লাইন চিলেক্ট কৰক৷
04:58 এতিয়া বল্ড ইটালিক আণ্ডাবলাইনত ক্লিক কৰক৷
05:03 টেক্সতথ বক্সৰ বাহিৰৰ ঘিকোনো ঠাইত ক্লিক কৰক৷
05:06 টেক্সতৰ সলনিবোৰ লক্ষ্যকৰক৷
05:08 ইয়াতে আমাৰ টুটৰিয়েল শেষ হল৷

05:11
সংক্ষেপতে, এই টুউটৰিয়েলত আমিৰ অংশবোৰ আৰু কেনেকৈ শ্লাইড ইনৰ্চাত আৰু কিপ কৰিব পাৰি, ফন্টৰ বিষয়ে আৰু ফন্টটৰ ফৰমেটিং কেনেকৈ কৰিব পাৰি শিকিলো৷
05:24 এই অনুশীলনকাৰী টো চেষ্টা কৰক৷
05:28 নতুন প্ৰেজেনটেচন এটা ক্ৰিয়েট কৰক৷
05:31 ৩নং আৰু ৪ নং শ্লাইড ৰ মাজত এটা শ্লাইড ইনচাৰ্ট কৰক৷
05:35 প্ৰেজেন্টেচনৰ শেষত চতুৰ্থ শ্লাইড এটা কিপ ক্ৰিয়েত কৰক৷
05:39 দুই নং শ্লাইডৰ এটা টেক্সবক্স ক্ৰিয়েট কৰক আৰু কিছু টেক্সত টাইপ কৰক৷
05:45 টেক্সত ফ’ৰমেতটো ৩২ ফন্ট চাইজলৈ সলনি কৰক৷
05:49 টেক্সতবোৰ বল্ড ইটালিক আণ্ডাৰলাইন আৰু ব্লু কালাৰ বনাওক৷
05:56 লিংকত থকা ডিডিঅ টো চাওক৷
05:59 ইয়াত স্পোকেন টুইটৰিয়েল প্ৰজেক্টটো সংক্ষেপ কোৱা হব৷
06:02 ঘদি আপুনাৰ ডাল বেণ্ডউইথ নাই তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে৷
06:07 স্পোকেন টুইটৰিয়েল প্ৰজেক্ট টিমে, স্পোকেন টুইটৰিয়েল ব্যৱহাৰ কৰি উৰ্কচপ পাতে৷
06:12 অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰে৷
06:16 অধিক জানিবলৈ, লিখক contact@spoken-tutorial.org
06:23 স্পকেন টুটৰিয়েল প্ৰজেক্টটো ট’ক টু এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ ৷
06:27 এইটো নেছনেল মিছন অন এডুকেচন থৰ ICT, MHRD Government of India


06:35 এই মিছন বিষয়ে অধিক জানিবলৈ ল’গ অন্ত কৰক http://spoken-tutorial.org/NMEICT-Intro
06:45 এই টুটৰিয়েলত সহঘোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd
06:51 অংশ লোৱাৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Mousumi, Nancyvarkey, Pratik kamble, Udaya