LibreOffice-Suite-Draw/C4/Working-with-3D-objects/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 লিব্ৰে অফিফ দ্ৰৰ(LibreOffice Draw) থ্ৰিদি অবজেক্টৰ(3D Objects)ওপৰত থকা স্পোকেন টিউটৰিয়েলেলৈ স্বাগতম জনাইছো ।
00:05 এই টিউটৰিয়েলত আপোনালোকে থ্ৰিদি অবজেক্ট(3D Objects) তলৰ অপচন কেইটা ৱ্যবহাৰ কৰি কেনেকৈ সজোৱা হয় তাক শিকিব ।

এক্সত্ৰুচন( Extrusion) থ্ৰিদি টুলবাৰ(3D Toolbar) থ্ৰিদি ৰ’টেচন অবজেক্ট(3D Rotation Object)

00:16 আপোনালোকে থ্ৰিদি প্ৰ্ভাৱ বস্তুৰ ওপৰত কাৰ্যকৰি কৰা আৰু স্ংস্কৰন কৰাৰ বিষয়ে আৰু দুপ্লিকেচন( Duplication) ৱ্যবহাৰ কৰি বৈশিষ্ট্যপূৰ্ন ৰূপ নিৰ্মান কৰা শিকিব ।
00:24 এই টিউটৰিয়েলটো ৱ্যবহাৰ কৰিবলৈ আপোনালোকে ছবি অকাৰ বেচিক( Basic) আৰু ইন্তাৰমিদিয়েত( Intermediate) লেভেল দ্ৰ্ৰৰ( Draw) টিউটৰিয়েলৰ সৈতে জ্ঞাত হব লাগিব।
00:30 ইয়াত আমি উবন্তু লিনাক্সৰ(Ubuntu Linux) ১০.০৪ ভাৰ্চন আমাৰ অপাৰেতিং চিস্তেম হিচাবে আৰু লিব্ৰে অফিচ চুটৰ(LibreOffice Suite) ভাৰ্চন ৩.৩.৪ৱ্যবহাৰ কৰি আছো ।
00:40 টুদি(2D) আকাৰ দেখুওৱা আৰু থ্ৰিদি আকৃতিৰ সমান এখন জ্যামিতিৰ মানচিত্ৰ বনোৱা যাওক। উদাহৰন স্বৰূপে বৰ্গ এটা টুদি(2D) বস্তু হয়, এটা ঘনফল ইয়াৰ থ্ৰিদি(3D) ৰ আকাৰ হয় ।
00:53 আমি ইয়াত নতুন থ্ৰিদি অবজেক্ত চ্চাৰ্ত(3DObjectsChart) নামেৰে নতুন দ্ৰ( Draw) ফাইল পাইছো ।
00:59 আমি ছবি অকা আৰম্ভ কৰাৰ আগতে,জালবোৰ আৰু দিগদৰ্শি ৰেখাবোৰ নোহোৱা কৰা যাওক ।আমি ইয়াৰ বিষয়ে আগৰ টিউটৰিয়েলবোৰত শিকি আহিছো ।
01:08 মেইনমেনুৰ(Main menu) পৰা ভিউত (View)ক্লিক কৰক ,গ্ৰিদ(Grid) আৰু দিচল্পে গ্ৰিদ(Display Grid)নিৰ্বাচন কৰক ।
01:17 তাৰ পাছত আকৌ ভিউত( View) ক্লিক কৰক,গাইদচ( Guides) আৰু দিচপ্লে গাইদচ(Display Guides) নিৰ্বাচন কৰক ।
01:23 মই দুয়োটা ৰুলাৰচ চেণ্টিমিটাৰত সংস্থাপন কৰিব বিচাৰো ।
01:29 মাউচ পইণ্টাৰদাল আনুভুমিক ৰুলাৰত সংস্থাপন কৰক ।এতিয়া সোফালে ক্লিক কৰক আৰু চেণ্টিমিটাৰ( Centimeter) নিৰ্বাচন কৰক ।
01:38 মাউচ পইণ্টাৰদাল লম্বীয় ৰুলাৰত সংস্থাপন কৰক। আকৌ সোফালে ক্লিক কৰক আৰু চেণ্টিমিটাৰ নিৰ্বাচন কৰক ।
01:45 এতিয়া পৃষ্ঠাৰ ওপৰত এটা লিখিব পৰা বাকচ অকা যাওক ।
01:49 “জ্যামিতিৰ ২দি আৰু ৩দিত আকাৰ” বাক্য ইয়াৰ ভিতৰত ভৰোৱা যাওক ।
01:55 এতিয়া পৃষ্ঠাটো দুটা লম্বীয় অৰ্ধভাগত স্নেপ লাইন এডাল ৱ্যবহাৰ কৰি ভগোৱা যাওক ।
02:01 লম্বীয় ৰুলাৰত ক্লিক কৰক আৰু দ্ৰ পেজলৈ(Draw page) ইয়াক টানি আনক ।
02:05 এডাল লম্বীয় বিন্দুযুক্ত ৰেখা দেখা পোৱা যাব ।
02:08 বিন্দু ৰেখাবোৰ পৃষ্ঠাত এনেদৰে সংস্থাপন কৰা পৃষ্ঠাতো দূটা অৰ্ধভাগত বিভক্ত হব ।
02:14 বাওফালে এটা লিখিব পৰা বাকাচ সংস্থাপন কৰা যাওক আৰু ইয়াৰ ভিতৰত টুদি চেফপ্‌চ(2D Shapes) লিখক ।
02:23 সোফালে অন্য এটা লিখিব পৰা বাকচ অকা যাওক আৰু ইয়াৰ ভিতৰত থ্ৰিদি চেফপ্‌চ(3D Shapes) লিখক ।
02:30 থ্ৰিদি তুলবাৰদাল(3D toolbars) কাৰ্যক্ষমহীন কৰা যাওক ।
02:33 মেইন মেনুৰ পৰা ভিউত(View)ক্লিক কৰক,তুল বাৰ( Toolbars)আৰু থ্ৰিদি অবজেক্ত(3D-Objects) নিৰ্বাচন কৰক।
02:43 আকৌ ভিউ( View)ত ক্লিক কৰক,তুলবাৰ( Toolbars) আৰু থ্ৰিদি চেতিংচ(3D-settings) নিৰ্বাচন কৰক ।
02:53 থ্ৰিদি অবজেক্ত(3D-Objects)আৰু থ্ৰিদি চেতিংচ(3D-settings) ৰ তুল বক্সবোৰ দৃশ্যমান হৈছে ।
03:02 আমি প্ৰথমতে তুদি চেপ্‌চ(2D shapes) আকিম ।
03:05 আমি এটা আয়ত, এটা বৰ্গ,এটা বৃত্ত আৰু এটা ত্ৰিভুজ আকিম আৰু সেইবোৰ এটাৰ ওপৰত আনটো সংস্থাপন কৰিম ।
03:14 তুদি অবজেক্ত(2D object) ব্যবহাৰ কৰি থ্ৰিদি অবজেক্ত(3D object) পোৱা পদ্ধতিতোক এক্সত্ৰুচন( Extrusion) বুলি কোৱা হয় ।
03:19 মুলগতভাবে, পৃষ্ঠফাল থ্ৰিদি অবজেক্ত(3D object) সজোৱাৰ বাবে বাহিৰৰ ফালে গতি কৰিছে
03:25 প্ৰথমতে, আয়তটোৰ ৰং তৰকইচ ১(Turquoise 1) লৈ পৰিবৰ্তন কৰা যাওক ।
03:31 আয়ততোৰ এটা প্ৰতিলিপি তৈয়াৰ কৰা যাওক ।
03:35 প্ৰতিলিপি কৰা আয়ততো টানি অনা যাওক আৰু এইটো পৃষ্ঠাটোৰ বাওফালৰ অৰ্ধঅংশত সংস্থাপন কৰা যাওক ।
03:40 এতিয়া,যেতিয়ালৈকে এইটো নিৰ্বাচন হৈ থাকে,ক’নতেক্সট মেনুৰ( context menu) ভিউত( view) সোফালে ক্লিক কৰক ।
03:45 এতিয়া ক’নভাৰ্ত(Convert) ত ক্লিক কৰক আৰু তু থ্ৰিদি(To 3D) নিৰ্বাচন কৰক ।
03:48 তুদি( 2D) আয়ততো ঘনক্ষেত্ৰত(cuboid) লৈ পৰিবৰ্তন হৈছে ।
03:52 আয়ত আকাৰতোতৰ ভিতৰত ৰেতাংগল লিখা যাওক ।
03:55 যিয়েই নহওক আমি থ্ৰিদি অবজেক্ত (3D objects)ৰ ভিতৰত একো লিখিব নোৱাৰো ।
04:00 লেখনি লিখিবলৈ আমি তেক্স তুল(Text tool) ৱ্যবহাৰ কৰাৰ আৱশ্যক ।
04:04 তেক্স তুলত(Text tool) ক্লিক কৰক আৰু ঘনক্ষেত্ৰত(cuboid) এটা লেখনি লিখিব পৰা বক্স অকা যাওক ।
04:10 ইয়াৰ ভিতৰত কিউবই(Cuboid) বাক্যতো লিখক ।
04:14 টেক্স বক্সতো আৰু ঘনক্ষেত্ৰতো দুটা বেলেগ বেলেগ বস্তু হিচাবে ৱ্যবহাৰ কৰা যায় ।গতিকে সিহতক একলগ কৰা যাওক ।
04:21 একেধৰনে,আমি ৰং কৰিব পাৰো আৰু বৰ্গ,বৃত্ত আৰু ত্ৰিভূজতো থ্ৰিদি অবজেক্তলৈ(3D objects) পৰিবৰ্তন কৰিব পাৰো ।
04:30 আমি এক্সত্ৰুজন( extrusion )ৱ্যবহাৰ কৰো তুদি(2D) আৰু থ্ৰিদি(3D) আকাৰৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ ।
04:36 এই তিউতৰিয়েলতো ৰখাওক আৰু এইতো কাম কৰক ।
04:40 আপোনালোকৰ দ্ৰ ফাইলত( Draw file) এটা নতুন পৃষ্ঠা যোগ কৰক ।
04:42 এটা বৰ্গ আকক আৰু স্কুয়েৰ( Square)বুলি টাইপ কৰক ।
04:46 বৰ্গতো থ্ৰিদি(3D) বাক্যৰে পৰিবৰ্তন কৰক।
04:49 তুদি(2D) বৰ্গ লেখনিৰ সৈতে লেখনিতো তুলনা কৰক ।
04:53 সংকেত: থ্ৰিদি অবজেক্ত(3D objects)তৈয়াৰ কৰিবলৈ থ্ৰিদি চেতিং তুলবাৰ(3D Settings toolbar )ৱ্যবহাৰ কৰক ।
04:58 আগবঢ়োৱা তৈয়াৰি থ্ৰিদি(3D) আকাৰো আকক ।
05:01 আপোনালোকে এইবোৰ আকাৰ থ্ৰিদি অবজেক্ত তুলবাৰ(3D Objects toolbar) ৱ্যবহাৰ কৰি সন্নিবিষ্ট কৰিব পাৰে ।
05:09 আমাৰ দ্ৰ(Draw) ফাইলত এটা নতুন পৃষ্ঠা সন্নিবিষ্ট কৰিবলৈ দিয়ক ।
05:13 থ্ৰিদি অবজেক্ত তুলবাৰৰ(3D-Objects toolbar) পৰা এটা আকাৰ নিৰ্বাচন কৰা যাওক, চেল( Shell)কোৱা যাওক ।
05:18 তাৰ পাছত এইতো পৃষ্ঠাত আকক ।
05:24 দ্ৰ( Draw)ই আপোনালোকক তুদি অবজেক্তৰ(2D objects) দেহ ঘূৰন ৱ্যবহাৰ কৰি আকৌ থ্ৰিদি অবজেক্ত(3D objects) তৈয়াৰ কৰাত অনুমতি প্ৰদান কৰিব ।
05:33 তুদি( 2D) আকাৰ এটা অকা যাওক,আমাৰ দ্ৰ পেজত( Draw page) এটা বৃত্ত প্ৰদৰ্শন কৰা যাওক ।
05:39 ক’নতেক্সত মেনুৰ(context menu) বাবে সোফালে ক্লিক কৰক আৰু ক’নভাৰ্ত নিৰ্বাচন কৰক।তাৰ পাছত থ্ৰিদি ৰ’টেচন অবজেক্ত(3D Rotation Object) নিৰ্বাচন কৰক ।
05:47 বৃত্ত্ত কি ঘতে তাক লক্ষ্য কৰক।এইতো এতিয়া এটা থ্ৰিদি অবজেক্ত(3D object) হয়
05:54 দ্ৰইং তুলবাৰৰ(Drawing toolbar )ওপৰৰ ফন্তৱৰ্ক গেলাৰি আইকনত(Fontwork Gallery) ক্লিক কৰক।
05:59 ফেভৰেত ১৬(Favorite 16) নিৰ্বাচন কৰা যাওক আৰু ওক বাটানত (OK button) ক্লিক কৰক ।
06:04 আমাৰ দ্ৰ পেজত('Draw page) ফ’ন্তওৰ্ক লেখা প্ৰতিফলিত হৈছে ।
06:09 .বিছৰা ধৰনে আমি এই বাক্যৰ আকাৰ পৰিবৰ্তন কৰিব পাৰিম।
06:12 এতিয়া,আমি ইয়াৰ ঠাইত অন্য কিছুমান বাক্য বিচাৰিব পাৰো।আমি সেইতো কেনেকৈ কৰিম?
06:17 মাত্ৰ ফন্তওৰ্ক( Fontwork) বাক্যৰ ভিতৰত দুবাৰ ক্লিক কৰক ।
06:21 এতিয়া আপোনালোকে ডাঙৰ বাক্যৰ ভিতৰত ফন্তওৰ্ক( Fontwork) আখৰতো কলা ৰঙত দেখা পাব ।
06:26 এই বাক্যতো নিৰ্বাচন কৰক আৰু টাইপ স্পোকেন টিউটৰিয়েল(Spoken Tutorials) লিখক।
06:30 এতিয়া দ্ৰ পেজৰ(Draw page) যিকোনো ঠাইতে ক্লিক কৰক ।
06:33 স্পোকেন টিউটৰিয়েল(Spoken Tutorials )আখৰতো পৃষ্ঠাত দৃশ্যমান হব ।
06:36 পিছত,থ্ৰিদি অবজেক্ত(3D objects) ৰ প্ৰ্ভাব কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেইটো শিকা যাওক ।
06:41 প্ৰ্ভাবতো আমাৰ চক্ৰাকাৰ আকাৰতোলৈ প্ৰয়োগ কৰা যাওক ।
06:44 গতিকে এইতো নিৰ্বাচন কৰা যাওক আৰু ক’নতেক্সত মেনুৰ( context menu) বাবে সোফালে ক্লিক কৰক।এতিয়া থ্ৰিদি এফেক্তচ(3D Effects) নিৰ্বাচন কৰক ।
06:51 আপোনালোকে বহুত অপচন ইয়াত দেখা পাব ।
06:57 আৰ্হি দেখুৱাবৰ বাবে,দেপ্থ পেৰামিতাৰ(Depth parameter) ৩ চেণ্টিমিটাৰলৈ পৰিবৰ্তন কৰা যাওক।
07:05 চেগমেন্তৰ( Segments) ভিতৰত আমাক হৰিজেন্তেল( Horizontal) ১২ লৈ পৰিবৰ্তন কৰিবলৈ দিয়া যাওক ।
07:10 ন’ৰমেলৰ( Normal) ভিতৰত ফ্লেত( Flat) অপচনতো নিৰ্বাচন কৰা যাওক ।
07:14 ইয়াৰ প্ৰিভিউ উন্দোত( preview window) বস্তুতো কেনেকুৱা দেখিছে তাক লক্ষ্য কৰক ।
07:19 এতিয়া দাইল’গ বক্সৰ ওপৰৰ সোফালৰ কোনত থকা এচাইন( Assign) আইকনত ক্লিক কৰক
07:26 তাৰ পাছত দাইল’গ বক্সতো নোহোৱা কৰিবলৈ ওপৰৰ বাওফালৰ কোনত থকা এক্স মাৰ্ক(X mark) ত ক্লিক কৰক ।
07:32 আমাৰ আকাৰবোৰ এতিয়া লক্ষ্য কৰক । আমি নিৰ্বাচন কৰা প্ৰ্ভাববোৰ ইয়াত প্ৰয়োগ কৰা হৈছে।
07:38 ইয়াত আপোনালোকৰ বাবে এটা কাম আছে।শ্লাইদত দেখুৱা এটা একেধৰনৰ ছবি বনাওক ।
07:45 এইতো পাবলৈ থ্ৰিদি ইফেক্তচ(3D Effects) দাইলগ বক্স ৱ্যবহাৰ কৰক ।
07:49 .আপোনালোকে আকৌ ভাল প্ৰভাৱ তৈয়াৰ কৰিব পাৰে তুদি(2D) আৰু থ্ৰিদিৰ(3D) সৈতে পুনৰাবৃত্তি( Duplication) ব্যৱহাৰ কৰি ।
07:55 নতুন পৃষ্ঠা এখন সজোৱা যাওক আৰু ইয়াৰ ভিতৰত আয়ত এটা অকা যাওক ।
08:00 পুনৰাবৃত্তি( Duplication) ৱ্যবহাৰ কৰি তুদি(2D) আয়ততোত এটা প্ৰভাৱ তৈয়াৰ কৰা যাওক
08:04 মেইন মেনুৰ(Main menu) পৰা এদিত(Edit) নিৰ্বাচন কৰক আৰু দুপ্লিকেতত( Duplicate) ক্লিক কৰক।
08:09 দুপ্লিকেতত( Duplicate) দাইল’গ বক্স দেখা পোৱা গৈছে ।
08:12 তলৰ পৰিমানবোৰ ভৰোৱা যাওক-নাম্বাৰ অফ ক’পিচ(Number of copies)=১০
08:18 প্লেচমেন্তৰ( Placement) ভিতৰত এক্স এক্সিচ(X Axis)=১০
08:26 ওয়াই এক্সিচ(Y Axis) = ২০
08:30 এংগেল(Angle)= ০ ডিগ্ৰি ।
08:34 আমি এনলাৰ্জমেন্তৰ( Enlargement)প্ৰস্থতা আৰু উচ্চতা যেনেকৈ আছে তেনেকৈ ৰাখিম ।
08:44 আমি ষ্টাৰ্ট( Start) ৰং হালধিয়া আৰু এন্দ( End) ৰং ৰঙালৈ পৰিবৰ্তন কৰিম ।
08:57 Click OK.ওক( OK) ত ক্লিক কৰক ।
08:58 আমি পোৱা বিষেষ ধুনীয়া প্ৰভাব চোৱা যাওক!
09:04 আপোনালোকে আৰু বহুত ধৰনৰ প্ৰ্ভাৱ পাব দিশ আৰু অন্য পৰিমান পৰিবৰ্তন কৰি ।
09:09 এইটোয়ে আমাক এই টিউটৰিয়েলটোৰ শেষলৈ টানি আনিছে ।
09:12 এই টিউটৰিয়েলটোত আমি তলৰ অপচন কেইটা ৱ্যবহাৰ কৰি কেনেকৈ থ্ৰিদি অবজেক্ত তৈয়াৰ কৰি পৰা যায় শিকিলো

এক্সত্ৰুজন (Extrusion) থ্ৰিদি তুলবাৰ(3D toolbar) থ্ৰিদি ৰ’টেচন অবজেক্ত (3D Rotation Object)

09:23 আমি থ্ৰিদি অবজেক্ত(3D objects)সংস্কৰন কৰিবলৈ আৰু থ্ৰিদি ইফেক্তচ(3D effects) বস্তুত প্ৰয়োগ কৰিবলৈ শিকিছো ।
09:27 আমি আকৌ বিষেষ প্ৰ্ভাব পুৰ্নাবৃত্তি( Duplication)প্ৰয়োগ কৰি সাজিবলৈ শিকিছো ।
09:32 তলৰ লিংত উপলব্ধ থকা দৃশ্য চাওক ।
09:35 ই স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ততো সংক্ষিপ্তকৰন কৰিছে ।
09:39 আপোনালোকৰ ভাল সংকেতধ্বনি নাই ,আপোনালোকে ইয়াক দাউনলোদ কৰিব পাৰে আৰু চাব পাৰে ।
09:44 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ত টিমে( Spoken Tutorial Project Team) স্পোকেন টিউটৰিয়েল( spoken tutorials) ৱ্যবহাৰ কৰি কৰ্মশালা পৰিচালনা কৰিব পাৰে ।
09:49 যিসকলে অনলাইন পৰীক্ষাত উত্তীৰ্ন হব পাৰে তেওলোকক চাৰ্টিফিকেট দিয়ক ।
09:53 আৰু অধিক বিস্তৃত বৰ্ননাৰ বাবে অনুগ্ৰহ কৰি ক’ন্তাক্ত এত স্পোকেন হাইফেন টিউতৰিয়েল দত ওআৰ্জি( contact at spoken hyphen tutorial dot org) লৈ লিখক
09:59 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে শিক্ষক এজনৰ ব্যক্তব্য আচনিৰ এটা অংশ ।
10:03 আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে এইতো শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
10:10 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে
10:20 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble