LibreOffice-Suite-Draw/C3/Import-and-Export-Images/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত( LibreOffice Draw) ছবিবোৰ আমদানি আৰু ৰপ্তানি কৰাৰ ওপৰত থকা স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:06 এই টিউটৰিয়েলত আপোনালোকে ছবি অকা পৃষ্ঠালৈ ছবি আমদানি কৰিবলৈ আৰু এটা দ্ৰফাইল( Draw file) বিভিন্ন ফাইলৰ আকৃতিত সংৰক্ষন কৰিবলৈ শিকিব।
00:16 আমি দুয়োটা দিশমানতা( vector) আৰু Bitmap বা raster images মানে ৰেখা থকা ছবি দ্ৰত( Draw) আমদানি আৰু ৰপ্তানি কৰিব পাৰো ।
00:23 ইয়াত আমি ১০.০৪ উবান্তু লিনাক্স ভাৰ্চন(Ubuntu Linux version 10.04 ) আৰু ৩.৩.৪ লিব্ৰে অফিচ চুট ভাৰ্চন(LibreOffice Suite version 3.3.4. ) ৱ্যবহাৰ কৰি আছো ।
00:32 ৰুটমেপ(RouteMap) ফাইলতো খোলো আহক ।
00:35 এই টিউটৰিয়েলতোৰ উদ্দেশ্যৰ কাৰনে, ৱাটাৰচাইকেল( WaterCycle) দ্ৰইংৰ এটা জেপিইজি ফাইল( JPEG file) ইতিমধ্যে তৈয়াৰ কৰা হৈছে আৰু দেস্কতপত( Desktop) সংৰক্ষন কৰা হৈছে ।
00:46 . আমাৰ ছবি অকা ফাইলৰ ভিতৰত এই ছবিখন আমদানি কৰো আহক
00:49 এই ছবিখন বন্ধ কৰো আহক ।
00:52 .প্ৰথমতে, পৃষ্ঠাতো নিৰ্বাচন কৰক য’ত আপোনালোকে ছবিখন আমদানি কৰিব বিচাৰে ।
00:57 এখন নতুন পৃষ্ঠা সোমাও আহক আৰু ইয়াক নিৰ্বাচন কৰো আহক ।
01:01 Picture.দিশমানতা( vector) আৰু ছবিৰমুখ( bitmap) আমদানি কৰিবলৈ ,ইঞ্ছাৰ্ত( Insert) টেবত ক্লিক কৰক আৰু পিক্সাৰ( Picture) নিৰ্বাচন কৰক ।
01:08 তাৰ পাছত ফ্ৰ্ম ফাইল(From File) ক্লিক কৰক ।
01:10 ইঞ্ছাৰ্ত পিক্সাৰ(Insert picture) দাইল’গ বক্স দেখা দিছে ।
01:14 এতিয়া ৱাটাৰ চাইকেল দত জেপিইজি(Water Cycle.jpeg) নিৰ্বাচন কৰো আহক ।
00:17 .আমি যদি অপেন( Open) ক্লিক কৰো,ছবিখন শাৰীৰিক ভাবে আমাৰ দ্ৰ ফাইলৰ( Draw file) ভিতৰত সংস্থাপিত হব ।
01:24 আমি যদি লিংক বক্স ইয়াত পৰ্যবেক্ষন কৰো ,তেতিয়া ছবিখন গতিপথেৰে জড়িত হব ।
01:29 ওপেনত (Open) ক্লিক কৰো আহক ।
01:32 . এটা মেচেজ দেখা দিছে আৰু কৈছে যে ছবিখন মাত্ৰ এটা লিংক হিচাবে সংৰক্ষন হব ।
01:37 কিপ লিংকত ( Keep Link)ক্লিক কৰক ।
01:40 দ্ৰ ফাইলত( Draw file) ছবিখন এটা লিংক হিচাবে সোমোৱা আছে
01:44 লিংকবোৰ সহজভাবে মচিবও পাৰি ।
01:48 মেইন মেনুলৈ( Main menu) যাওক এদিত('Edit) নিৰ্বাচন কৰক আৰু তাৰ পাছত লিংক( Link) ক্লিক কৰক ।
01:53 এদিট লিংক (Edit Links)দাইল’গ বক্স দেখা পোৱা যাব ।
01:57 এই দাইল’গ বক্সতোৱে দ্ৰ ফাইলত( Draw file) থকা আটাইবোৰ লিংকৰ নিৰ্বাচন কৰিব ।
02:02 ৱাটাৰ চাইকেল(WaterCycl) ছবিৰ বাবে লিংকত ক্লিক কৰক ।
02:06 'ব্ৰেক লিংত(Break Link) ক্লিক কৰক ।
02:09 ' দ্ৰই( Draw) নিচ্ছিতকৰনৰ মেচেজ দেখাব ।ইয়েচ( Yes) ত ক্লিক কৰক ।
02:14 লিংতো নোহোৱা হৈ গ’ল।এতিয়া ক্ল’চ( Close) বাটানত ক্লিক কৰক ।
02:20 কিন্তু আপোনালোকে লক্ষ্য কৰিব যে ছবিখন এতিয়াও ফাইলত উপস্তিত আছে ।
02:25 আপোনালোকে যেতিয়া এটা লিংক ভাগে, ছবিখন নিজে নিজে দ্ৰ ফাইলত সংস্থাপিত হব ।
02:31 .এতিয়া এই ছবিখন নোহোৱা কৰো আহক ।এই ছবিখন নিৰ্বাচন কৰক,আৰু দিলিত (Delete) বাটানতো দবাওক ।
02:39 .ইয়াত আপোনালোকৰ বাবে কাম এটা আছে ।
02:42 দুটা দ্ৰ ফাইল তৈয়াৰ কৰক।
02:44 এখন ছবি এটা ফাইলত সংস্থাপন কৰক আৰু সংৰক্ষন কৰক
02:48 এখন ছবি অন্য এটা ফাইলত সংস্থাপিত কৰক আৰু ইয়াক সংৰক্ষন কৰক।
02:52 .দুয়োটা ফাইলৰ আকাৰ তুলনা কৰক ।
02:55 . ফাইলত য’ত আপোনালোকে ছবিখন জড়িত কৰিছিল,ছবিখনৰ আকাৰ পৰিবৰ্তন হৈছে ।
03:00 . পৰিবৰ্তনতো প্ৰ্কৃত ফাইলত প্ৰতিফলিত হৈছে নেকি অনুসন্ধান কৰক ।
03:05 .পাছত, ৱাটাৰ চাইকেল (WaterCycle) নক্সা পোনেপোনে এই ফাইলৰ ভিতৰত দ্ৰ ইমেজ( Draw image) হিচাবে আমদানি কৰো আহক ।
03:13 মেইন মেনুৰ( Main menu) পৰা ইঞ্চাৰ্তত(Insert ) ক্লিক কৰক আৰ ফাইল(File) নিৰ্বাচন কৰক ।
03:18 ইঞ্ছাৰ্ত ফাইল( Insert File) দাইল’গ বক্স দেখা দিব ।
03:21 লিষ্টৰ পৰা দ্ৰ ফাইল( Draw file) ৱাটাৰ চাইকেল দত ওদিজি(WaterCycle.odg) নিৰ্বাচন কৰক ।
03:28 ওপেন( Open) ক্লিক কৰক
03:30 ইঞ্ছাৰ্ত শ্লাইদচ/অবজেক্ত (Insert slides/objects) দাইল’গ বক্স দেখা দিছে ।
03:34 পাছৰ ফাইলৰ পথত থকা যোগ চিহ্নত ক্লিক কৰক ।
03:38 আপোনালোকে শ্লাইদৰ এখন লিষ্ট দেখা পাব ।
03:41 ৱাটাৰ চাইকেল নক্সাৰ সৈতে শ্লাইদ এখন নিৰ্বাচন কৰিব দিয়ক ।
03:46 . আপোনালোকে পৃষ্ঠা আৰু বস্তু লিংক হিচাবে সংস্থাপন কৰিবও পাৰে ।
03:51 এইতো কৰাৰ বাবে ,মাত্ৰ লিং( Link) চেক বক্সত ক্লিক কৰক ।
03:55 ওকে(OK)ত ক্লিক কৰক ।
03:57 এটা নিচ্ছিতকৰন দাইল’গ বক্স দেখা দিব, বস্তুবোৰ নতুন গঠনত খাপ খোৱা উচিতনে সুধি।
04:05 ইয়েচত( Yes) ক্লিক কৰক ।
04:07 এখন নতুন পৃষ্ঠাত এটা ফাইলৰ ভিতৰত শ্লাইদতো সংস্থাপন কৰা হয়
04:12 পাছত আমি দ্ৰৰ( Draw) পৰা ছবি ৰপ্তানি কৰা শিকিম ।
04:17 দ্ৰত( Draw) এটা ফাইল ৰপ্তানি কৰা মানে বুজায়

দ্ৰ ফাইল( Draw file) পৰিবৰ্তন কৰা নতুবা এখন দ্ৰ ফাইলৰ( Draw file )ৰ পৃষ্ঠা নতুবা এটা বস্তু এটা দ্ৰ ফাইলত (Draw file ) এটা বেলেগ ধৰনৰ ফাইলৰ গঠন ।

04:29 উদাহৰন স্বৰূপে, দ্ৰ ফাইলতো এটা পিদিএফ(PDF)এইচতিএমেল( HTML),জেপিইজি (JPEG )নতুবা বিটমেপ( bitmap) ফাইললৈ পৰিবৰ্তন কৰিব পাৰি
04:39 পিদিফ( PDF),ফ্লেচ, (Flash ) আৰুএইত্‌চতিএমএল( HTML) ফাইলৰ গঠনে আটাইবোৰ দ্ৰ ফাইল সদায় আমদানি কৰে ।
04:47 ৰুটমেপ ফাইলতো সৰু কৰিবলৈ দিয়ক ।
04:51 আপোনালোকে আচৰিত হৈছে নেকি আমি কেনেকৈ দ্ৰ ৱাটাৰচাইকেল( Draw WaterCycle ) নক্সা jpeg (জেপীইজি) গঠন্ত পৰিবৰ্তন কৰিছো ।
04:58 এইটো কেনেকৈ কৰা হৈছে মোক দেখাই দিবলৈ দিয়ক ।
05:01 ৱাটাৰচাইকেল(WaterCycle) ফাইলতো খোলক ।
05:05 তাৰ পাছত,পৃষ্ঠাবোৰৰ তালিকাৰ পৰা ৱাটাৰচাইকেল নক্সাৰ সৈতে থকা পৃষ্ঠাতো নিৰ্বাচন কৰক ।
05:11 মেইন মেনুৰ পৰা ফাইলত( File) ক্লিক কৰক আৰু এক্সপ’ৰ্ট( Export) নিৰ্বাচন কৰক ।
05:16 এক্সপ’ৰ্ট (Export )দাইল’গ বক্স দেখা যাব ।
05:18 ফাইলনাম থকা ঠাইত ৱাটাৰচাইকেলদায়েগ্ৰাম( WaterCycleDiagram) নামতো সংস্থাপন কৰো আহক ।
05:24 প্লেচেচৰ( Places) তালিকাৰ পৰা চকু ফুৰাই চাওক আৰু দেস্কতব( Desktop)নিৰ্বাচন কৰক ।
05:29 ফাইল টাইপৰ(File type) ঠাইত ,আমি জেপিইজি( JPEG) অপচন নিৰ্বাচন কৰিম ।কিন্তু আপোনালোকে দ্ৰ ফাইল( Draw file) আপোনালোকে বিচৰা যিকোনো আকাৰত সংৰক্ষন কৰিব পাৰে ।
05:38 চিলেক্সন( Selection)চেক বক্সতো নিৰিক্ষিন কৰক ।
05:42 চেভ( Save) ত ক্লিক কৰক ।
05:43 জেপিইজি অপচন (JPEG Options )দাইলগ বক্সতো দেখা পোৱা যাব ।
05:47 নিজে নিজে থকা অপচনবোৰ যিবোৰ এই দাইল’গ বক্সত নিৰ্বাচিত হৈ আছে তেনেকৈ ৰাখো আহক ।
05:53 ওকেত ক্লিক কৰক ।
05:55 ৱাটাৰ চাইকেল( WaterCycle') নক্সাৰ সৈতে দ্ৰ পেজতো( Draw page) দেস্কতবত( JPEG) জেপিইজি( JPEG) হিচাবে সংৰক্ষন কৰো আহক ।
06:02 ইয়াত মাত্ৰ এখন পৃষ্ঠা ছবি দ্ৰ ফাইলৰ( Draw file) পৰা জেপিইজিলৈ( JPEG) পৰিবৰ্তন হব ।
06:08 আপোনালোকে যদি পিদিএফ(PDF), ফ্লেচ(Flash) নতুবাএইত্‌চতিএমেল( HTML) গঠনত সংৰক্ষন কৰে ,তেতিয়াহলে দ্ৰ ফাইলৰ আটাইবোৰ পৃষ্ঠাই ৰপ্তানি হৈ যাব ।
06:18 আমি দ্ৰত ৰেখা থকা ছবিও সংস্কৰন কৰিব পাৰিম ।edit raster images
06:22 . ৰেখা থকা ছবি ফ’ৰ্মেত(Format menu) মেনু ৱ্যবহাৰ কৰিও গঠন পৰিবৰ্তন কৰিব পাৰি ।
06:26 আপোনালোকে আকৌ পিক্সাৰ( Picture) তুলবাৰ ৱ্যবহাৰ কৰিবও পাৰে এই ছবিবোৰ সংস্কৰন কৰিবলৈ ।
06:31 লিব্ৰেঅফিচদ্ৰৰ( LibreOffice Draw) ওপৰত থকা টিউটৰিয়েলতোৰ শেষলৈ ই আমাক কঢ়িয়ায় আনিছে ।
06:37 এই টিউটৰিয়েলত ,আপোনালোকে ছবিবোৰ আমদানি আৰু ৰপ্তানি কৰিবলৈ শিকিছে আৰু অকা বস্তুবোৰ বিভিন্ন ফাইলৰ গঠনত সংৰক্ষন কৰিবলৈ শিকিছে ।
06:47 ইয়াত আপোনালোকৰ কাৰনে এটা কাম আছে ।
06:50 ব্যক্তিগত বস্তুবোৰ আৰু নিৰ্বাচিত বস্তুবোৰৰ দল এটাও ৰপ্তানি হব পাৰে ।
06:56 ৱাটাৰচাইকেল( WaterCycle) দ্ৰ ফাইল( Draw file) ৰ পৰা মাত্ৰ মেঘবোৰ আৰু পাহাৰখন জেপিইজি( JPEG) গঠনত পৰিবৰ্তন কৰক
07:05 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক
07:09 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে ।
07:12 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
07:17 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে
07:20 স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
07:23 যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
07:28 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
07:35 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ
07:40 এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
07:48 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে ।
08:01 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble