LibreOffice-Suite-Draw/C3/Flow-Charts-Connectors-Glue-Points/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত থকা ফ্ল’চাৰ্ট,(Flowcharts), গ্লু পইণ্ট(Glue Points) আৰু বেজিএৰ কাৰ্ভ(Beizer curves) স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:08 এই টিউটৰিয়েলতোত আপোনালোকে বেজিএৰ কাৰ্ভ(Beizer curves) আৰু ফ্ল’ছাৰ্ত( Flowcharts) অকা শিকিব।
00:14 আপোনালোকে আকৌ ফ্ল’ছাৰ্তবোৰ কানেক্তৰ( Connectors) আৰু গ্লু পইন্ত(Glue points) ৱ্যবহাৰ কৰি কেনেকৈ সংযোগ কৰিব লাগে শিকিব ।
00:20 ইয়াত আমি ১০.০৪ উবুন্তু লিনাক্স ভাৰ্চন আৰু ৩.৩.৪ লিব্ৰে অফিচ চুট ভাৰ্চন ৱ্যবহাৰ কৰি আছো ।
00:29 বেজিএৰ কাৰ্ভৰ(Bezier Curves) বিষয়ে শিকো আহক ।
00:33 বেজিএৰ কাৰ্ভবোৰ(Bezier Curves) প্ৰধানভাবে কম্পিউতাৰৰ নক্সাত বক্ৰৰেখাবোৰ মিহি বনাবলৈ ৱ্যবহাৰ কৰা হয় ।
00:40 আপোনালোকে এই বক্ৰৰেখাবোৰ বক্ৰৰেখাৰ গঠন আৰু আকাৰৰ সৈতে পৰীক্ষা কৰিবলৈ ৱ্যবহাৰ কৰিব পাৰে ।
00:45 আটাইবোৰ বক্ৰৰেখাৰে আৰম্ভনি আৰু শেষৰ বিন্দু এটা থাকে ।
00:50 কাৰ্ভত থকা পইণ্টবোৰ ন’দচ( Nodes) হিচাবে উল্লেখ কৰা হয় ।
00:54 আমাৰ ৰুট মেপ( Routemap) ফাইললৈ যোৱা যাওক ।
00:58 ঘৰৰ পৰা ক’মাৰ্চিয়েল ক’মপ্লেক্সলৈ(Commercial Complex) যোৱা যাওক ।
01:03 সেইতো কৰিবলৈ আমি পাৰ্কিং ল’টৰ(Parking Lot) পৰা সোফালে যাব লাগিব ।
01:08 মনত ৰাখিব আগত আমি চিত্ৰবোৰ দলবদ্ধ কৰিছিলো।গতিকে এইতোক দলহীন কৰো আহক ।
01:14 এতিয়া,দ্ৰইং তুলবাৰৰ( Drawing toolbar) পৰা কাৰ্ভত( Curve) ক্লিক কৰক আৰু কাৰ্ভ( Curve) নিৰ্বাচন কৰক ।
01:20 চিত্ৰ অকা পৃষ্ঠাতোত, ৰাষ্টাতোৰ আৰম্ভনি বিন্দুটোত ক্লিক কৰক –যিটো হৈছে ঘৰ( Home)
01:27 বাওফালৰ মাউচ বাটানতো দবাই থাকক অৰু খেল পথাৰলৈ টানি আনক ।
01:32 আপোনালোকে এডাল পোন ৰেখা দেখা পাব ।
01:36 মাউচ বাটানতো এৰি দিয়ক ।
01:39 এতিয়া পইন্তাৰদাল ক’মাৰ্চিয়েল ক’মপ্লেক্সলৈ(Commercial Complex) ঘুৰাওক।
01:43 মাউচতো ঘুৰাৰ লগে লগে ৰেখাদাল বেকা হব ।
01:47 শেষৰ বিন্দুটোত দুবাৰ ক্লিক কৰক,যিটো হৈছে ক’মাৰ্চিয়েল ক’মপ্লেক্স(Commercial Complex)
01:52 আমি এডাল বক্ৰৰেখা আকিলো !
01:55 লক্ষ্য কৰিব যাতে কাৰ্ভৰ পৰিবৰ্তন মিহি হয় ।
01:59 এতিয়া এদিত পইন্ত তুলবাৰ(Edit Points toolbar) ৱ্যবহাৰ কৰি এই কাৰ্ভ দালত থকা বিন্দুবোৰ সংস্কৰন কৰক।
02:05 কাৰ্ভত ক্লিক কৰক ।
02:07 এদিত পইন্ত তুলবাৰ(Edit Points toolbar) অসমৰ্থ কৰিবলৈ কাৰ্ভত সোফালে ক্লিক কৰক আৰু এদিত পইন্ত(Edit Points) নিৰ্বাচন কৰক ।
02:14 যেতিয়া বক্ৰৰেখা দালৰ শেষৰ বিন্দুত নীলা বক্স দেখা গৈছে আমি তেতিয়া বক্ৰৰেখা দাল সংস্কৰন কৰিব পাৰিম ।
02:21 বক্ৰৰেখৰ আৰম্ভনি বিন্দুতোত ক্লিক কৰক ।
02:24 আপোনালোকে নিয়ন্ত্ৰনী বিন্দুৰ সৈতে বিন্দুযুক্ত ৰেখা দেখা পাব।
02:29 আপোনালোকে এতিয়া বিন্দুযুক্ত ৰেখাদল টানি আনিব পৰে আৱশ্যকতা অনুসাৰে বক্ৰৰেখাদাল কম নতুবা বেচি কৰিবলৈ ।
02:35 আপোনালোকে এবাৰ পৰিবৰ্তন কৰাৰ পাছত দ্ৰ পেজৰ( Draw page) যিকোনো ঠাইত দুবাৰ ক্লিক কৰক ।
02:41 এডাল মিহি বক্ৰৰেখা তৈয়াৰ কৰিবলৈ আপোনালোকে বক্ৰৰেখাত বিন্দুবোৰ সংযোগ কৰিবলৈ,গতি কৰিবলৈ নতুবা নোহোৱা কৰিবলৈ এদিত পইণ্ট টুলবাৰ(Edit Points toolbar) ৱ্যবহাৰ কৰিব পাৰে
02:50 ইয়াত আপোনালোকৰ বাবে সৰু কাম ।
02:54 এডাল বেজিএৰ কাৰ্ভ(Bezier curve) আকক আৰু আটাইবোৰ অপচনৰ সৈতে কাম কৰক ।
02:59 এদিত পইন্ত তুলবাৰ(Edit Points toolbar) ৱ্যবহাৰ কৰি।
03:02 এতিয়া ফ্ল’চাৰ্ট( Flowcharts) তৈয়াৰ কৰা শিকো আহক ।
03:05 ৰুট মেপ( RouteMap) ফাইলত দুখন পৃষ্ঠা যোগ কৰো আহক ।
03:10 .চিত্ৰই ফ্ল’চাৰ্টৰ( Flowcharts) বাবে দ্ৰইং তুলবাৰত পৃথক অপচন আগবঢ়াব ।
03:17 এই ফ্ল’চাৰ্ট খনে স্পোকেন টিউটৰিয়েল প্ৰ’জেক্তৰ আটাইবোৰ স্থৰ দেখাইছে ।
03:22 এই ফ্ল’চাৰ্ট তৈয়াৰ কৰো আহক ।
03:26 দ্ৰইং তুলবাৰৰ পৰা ফ্ল’চাৰ্টত( Flowcharts) ক্লিক কৰক ।
03:30 সৰু ক’লা ত্ৰিভূজত ক্লিক কৰক আৰু ফ্ল’চাৰ্ট প্ৰ’চেচ(Flowchart: Process) নিৰ্বাচন কৰক ।
03:37 কাৰ্চাৰদাল চিত্ৰ অকা পৃষ্ঠাত সংস্থাপন কৰক,বাওফালৰ মাউচ বাটানতো ধৰি ৰাখক আৰু ইয়াক তললৈ টানি আনক ।
03:44 আপোনালোকে এটা কাৰ্যক্ৰম( Process) বক্স আকিছে ।
03:47 এটা কাৰ্যক্ৰম বাকচে এটা পদক্ষেপ নতুবা এটা ঘটনা গোটেই প্ৰ্ক্ৰিয়াতোত চিত্ৰাংকন কৰে ।
03:54 আমি ফ্ল’চাৰ্ট বস্তুবোৰত বাক্য ভৰাব পাৰো ।
03:59 কাৰ্যক্ৰম বাকচত দুবাৰ ক্লিক কৰক আৰু "Create the Tutorial Outline to chunk content into 10-minute scripts" ইয়াৰ ভিতৰত টাইপ কৰক ।
04:13 ফ্ল’চাৰ্তৰ(Flowcharts ) বাবে গঠনমূলক অপচনবোৰ অন্য বস্তুবোৰৰ সৈতেও একে হয় ।
04:20 এতিয়া, কাৰ্যক্ৰম বাকচৰ ভিতৰত থকা বাক্যতো পোন কৰো আহক ।
04:24 বাক্যতো নিৰ্বাচন কৰো আহক ।
04:27 ক’নতেক্সত মেনু(Context menu) দেখাবলৈ সোফালে ক্লিক কৰক আৰু টেক্সত ক্লিক কৰক ।
04:32 টেক্স দইল’গ বক্স(Text dialog box) দেখা যাব ।
04:35 টেক্স দইল’গ বক্স(Text dialog box)ত বাক্যতোৰ প্ৰস্থতাৰ সৈতে মিলিবলৈ আকাৰ পৰিবৰ্তন কৰা বক্সতো পৰীক্ষা কৰক ।ওক(OK) ক্লিক কৰক ।
04:43 আপোনালোকে দেখা পাব যে বাক্যতো মিলিবলৈ কাৰ্যক্ৰম বক্সতোৰ আকাৰ পৰিবৰ্তন হৈছে ।
04:49 CTRL+Z কি (keys) একেলগে দবাই এতিয়া এই কামতো নোহোৱা কৰো আহক ।
04:55 আকৌ বাক্যতো নিৰ্বাচন কৰা যাওক ।
04:59 মেইন মেনুলৈ( Main menu) যাওক আৰু ফ’ৰ্মেত( Format) নিৰ্বাচন কৰক আৰু টেক্স( Text) ক্লিক কৰক
05:05 টেক্স দাইল’গ বক্স দেখা পোৱা যাব ।
05:08 ওৰ্দ ৰেপ টেক্স ইন চেফ (Word wrap text in shape) অপচনতো পৰীক্ষা কৰক ।

ওক(OK)ত ক্লিক কৰক।

05:15 কাৰ্যক্ৰম বক্সতোৰ আকাৰৰ সৈতে মিলাবলৈ বাক্যতো নিজে নিজে মিলাব ।
05:21 একে ধৰনেৰে প্ৰথম বক্সতোৰ তলত অন্য এটা কাৰ্যক্ৰম বক্স আকক ।
05:28 ইয়াৰ ভিতৰত ক্ৰিয়েত স্কৃপ্ট (Create Scripts) বাক্যতো ভৰাওক আহক ।
05:33 এতিয়া এটা দিচিচন( Decision) বক্স অকা যাওক আৰু ইয়াৰ ভিতৰত ৰিভিউ ওক ? (Review Okay?) বাক্যতো লিখক ।
05:42 এটা দিচিচন (Decision) বক্সে কি সিদ্ধান্ত লব লাগিব সেইটো প্ৰতিনিধিত্ব কৰে ।
05:46 সিদ্ধান্ততোৰ বাহিৰৰ পৰা কি আহে তাৰ ওপৰত ভিত্তি কৰি ই আমাক পিছৰ পদক্ষেপলৈ দিশ নিৰ্দেশ কৰে।
05:52 এতিয়া দিচিচন( Decision) বক্সতোৰ ওপৰত অন্য এটা কাৰ্যক্ৰম বক্স আকো আহক
05:58 ইয়াৰ ভিতৰত ৰেক’ৰ্দ ভিদিও(Record Video) বাক্যতো লিখক ।
06:04 পাছত ৰিভিউ ওক?(Review Okay?)বাক্যতোৰ সৈতে আমাৰ ইয়াত অন্য এটা দিচিচন বক্সৰ আৱশ্যক হৈছে ।
06:12 আমি আগতে বনোৱা দিচিচন বক্সতোৰ প্ৰতিলিপি তৈয়াৰ কৰো আহক আৰু ইয়াত সংস্থাপন কৰো আহক ।
06:18 গতিকে দিচিচন( Decision) বক্সতো নিৰ্বাচন কৰক আৰু CTRL+C কি একেলগে দবাওক ।
06:25 এতিয়া CTRL+V কি একেলগে দবাও আহক ।
06:29 এই বক্সতো অগৰ কাৰ্যক্ৰম বক্সতোৰ ওপৰলৈ স্থানান্তৰিত কৰাও আহক ।
06:35 .এতিয়া ইয়াৰ ভিতৰত ৰিভিউ ওক(Review Okay) বাক্যতো অন্তৰ্ভুক্ত কৰক ।
06:40 সৰ্বশেষত এটা ফ্ল’ ছাৰ্ত কানেক্তৰ( flowchart-connector) আকো আহক আৰু ইয়াৰ ভিতৰত A লিখক ।
06:48 এটা ফ্ল’ছাৰ্ট কানেক্তৰে( flowchart-connector) ফ্ল’ছাৰ্টৰ দুটা অংশ সংযোগ কৰে ।
06:53 কোৱা যাওক যে ফ্ল’ ছাৰ্টৰ প্ৰথম অংশতো এটা পৃষ্ঠাত আছে ।
06:58 আৰু দ্বিতীয় অংশতো অন্য এটা পৃষ্ঠাত আছে ।
07:02 আমি ফ্ল’ছাৰ্ট কানেক্তৰ প্ৰথম পৃষ্ঠাত ফ্ল’ছাৰ্টৰ শেষত আকিছো ।
07:08 তাৰ পাছত আমি একে কানেক্তৰ দ্বিতীয় পৃষ্ঠাৰ আৰম্ভনিতে আকিছো ।
07:13 আমি বস্তুবোৰ সংযোগ কৰোৱাৰ আগতে, চিত্ৰত কানেক্তৰ লাইন(Connector Lines) আৰু গ্লু পইন্তৰ(Glue Points) বিষয়ে শিকো আহক ।
07:21 কানেক্তৰ( Connectors)বিলাক ৰেখা নতুবা কাড়চিহ্ন হয় যাৰ মুৰবিলাক এটা বস্তুত লগোৱা নতুবা বন্ধা থাকে ।
07:28 গ্লু পইণ্টবিলাক(Glue points) নামতোয়ে বুজোৱাৰ দৰেই বিন্দুবোৰ হয় যিবোৰে বস্তুবোৰলৈ কানেক্তৰবোৰৰ আঠা লগাই ।
07:35 আটাইবোৰ বস্তুৰে আঠালগোৱা বিন্দু আছে ।
07:39 এইবোৰ অদৃশ্য হয় ।
07:41 সেইবোৰ দৃশ্যমান হব যেতিয়া কানেক্তৰবিলাক দ্ৰইং তুলবাৰৰ পৰা নিৰ্বাচিত হয় নতুবা যেতিয়া মাউচ পইণ্টাৰতো এটা বস্তু ওপৰেৰে গতি কৰে ।
07:51 গ্লু পইণ্ট(Glue points) বিলাক হাতমাৰিৰ দৰে একে নহয়।
07:54 আমি হাতমাৰিবোৰ এটা বস্তুৰ আকাৰ পৰিবৰ্তন কৰিবলৈ ৱ্যবহাৰ কৰো ।
07:58 গ্লু পইণ্টবোৰ(Glue points) এটা বস্তুত কানেক্তৰবোৰ আঠা লগাবলৈ ৱ্যবহাৰ কৰা হয় ।
08:02 এতিয়া, ফ্ল’ ছাৰ্টত( flowchart) বস্তুবোৰ কানেক্তৰ( connectors) ৱ্যবহাৰ কৰি লগ কৰো আহক ।
08:07 দ্ৰইং টুলবাৰলৈ( Drawing toolbar) যাওক আৰু কানেক্তৰ( Connector)নিৰ্বাচন কৰক ।
08:12 বিভিন্ন ধৰনৰ কানেক্তৰ('Connectors) চাবলৈ সৰু কলা ৰঙৰ ত্ৰিভূজতোত ক্লিক কৰক ।
08:18 ধনূকাড়ৰ সৈতে শেষ হোৱা ষ্ট্ৰেইট কানেক্তৰ (Straight Connector) নিৰ্বাচন কৰো আহক ।
08:23 আপোনালোকে যেতিয়া কানেক্তৰ('Connector') নিৰ্বাচন কৰে,আপোনালোকে চিত্ৰ অকা পৃষ্ঠাত সকোলো বস্তুবোৰৰ ওপৰত কটা চিহ্ন দেখিব ।
08:31 এইবোৰেই হৈছে গ্লু পইণ্ট(glue points)
08:34 এতিয়া প্ৰথমতো কাৰ্যক্ৰম বক্সতোৰ গ্লু পইণ্টৰ পৰা পাছৰ কাৰ্যক্ৰম বক্সতোৰ গ্লু পইণ্টলৈ এদাল ৰেখা আকো আহক ।
08:44 আপোনালোকে আটাইবোৰ ফ্ল’ছাৰ্ট বস্তুবোৰ সংযোগ কৰিলে, ওপৰৰ পৰা তললৈ এইৰকমত
08:52 আপোনালোকে লক্ষ্য কৰিব যে প্ৰত্যক ৰেখাই নিজে নিজে ওচৰৰ গ্লু পইণ্টত(glue point) আঠা লাগিছে যেতিয়াই আপোনালোকে কাৰ্চাৰদাল স্ংস্থাপন কৰে ।
09:03 এতিয়া প্ৰ’চেচ (Process )আৰু দিচিচন( Decision)বক্সবোৰ সংযোগ কৰাও আহক ।
09:08 দ্ৰইং তুলবাৰৰ পৰা (Drawing toolbar) ক ধেনূকাড়ৰৰ সৈতে শেষ হোৱা কানেক্তৰ( Connector) অপচনতো নিৰ্বাচন কৰক ।
09:14 প্ৰ’চেচ('Process) বক্সতোৰ পৰা দিচিচন( Decision) বক্সলৈ সংযোগ কৰো আহক।
09:19 একে ধৰনেৰে দিচিচন (Decision)বক্সতো পাছৰ প্ৰ’চেচ( Process) বক্সতোৰ সৈতে সংযোগ কৰো আহক ।
09:25 আপোনালোকে কানেক্তৰত( connector) বাক্যও যোগ কৰিব পাৰিব ।
09:29 No.কানেক্তৰত( connector) দিচিচন বক্সৰ পৰা প্ৰ’চেচ বক্সলৈকে আমি নো( No) লিখো আহক ।
09:35 কানেক্তৰ( connector) নিৰ্বাচন কৰিবলৈ মাত্ৰ ইয়াৰ ভিতৰত দুবাৰ ক্লিক কৰক ।
09:39 শেষৰ নিয়ন্ত্ৰন কৰা বিন্দুটো কাৰ্যকৰি হব ।
09:43 আৰু বাক্য লিখিব পৰা কাৰ্চাৰদাল দৃশ্যমান হব ।
09:46 নো (No) বাক্যতো টাইপ কৰো আহক ।
09:49 অন্য কানেক্তৰৰ বাবে এইটো আকৌ এবাৰ কৰো আহক ।
09:54 আমি সাধাৰন ফ্ল’ছাৰ্ট( flowchart) তৈয়াৰ কৰিলো ।
09:57 আমাৰ ফ্ল’ছাৰ্ট( flowchart) খন Ctrl+S কি(keys) দবাই সংৰক্ষন কৰো আহক ।
10:03 আপোনালোকে আকৌ বস্তুবোৰ ৰেখা আৰু ধেনূকাড় ৱ্যবহাৰ কৰিও সংযোগ কৰিব পাৰে ।
10:08 কিন্তু সেইতো কাৰনত,আপোনালোকে বস্তুবোৰ দলবদ্ধ কৰিব লাগিব ।
10:11 এইতো কাৰন ধেনুকাড়বোৰ বস্তুবোৰত আঠা লাগি নাথাকে ।
10:16 কানেক্তৰবোৰ( connectors) ৰেখা আৰু ধেনুকাড়ৰৰ পৰা কেনেকৈ ভিন্ন হয়?
10:21 কানেক্তৰবোৰ( connectors) ৰেখা নতুবা ধেনুকাড় হয় ।
10:24 যাৰ শেষৰ বিন্দুবোৰ নিজে নিজে আঠা খোৱা হয়।
10:28 এটা বস্তুৰ গ্লু পইণ্টলৈ (glue points)
10:31 ৰেখাবোৰ আৰু ধেনুকাড়বোৰ,অন্যহাতে,নিজে নিজে আঠা নালাগে ।
10:36 এই টিউটৰিয়েলতো ৰখাওক আৰু এই কামতো কৰক ।
10:40 স্পোকেন টিউটৰিয়েল ফ্ল’ছাৰ্টৰ( Spoken Tutorial flow chart) দ্বিতীয় অংশতো তৈয়াৰ কৰক ।
10:45 কাৰ্যক্ৰম(process) বক্সতো ৰ্ং কৰক ।
10:48 আখৰ A সৈতে এটা কানেক্তৰ( connector) আকক ।
10:51 এই ফ্ল’ছাৰ্টত এইতোয়ে প্ৰথম বস্তু হব ।
10:55 এইতো এনেকুৱা দেখা হব ।
10:59 এইতোৱে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে ।
11:02 এই টিউটৰিয়েলতোত আপোনালোকে এইবোৰৰ বিষয়ে শিকিছে:

ফ্ল’ছাৰ্ট(Flowchart) কানেক্তৰ(Connector) গ্লুপইণ্ট(Glue points)

11:09 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক
11:13 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে
11:17 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে ।
11:22 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে
11:24 স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
11:28 যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।
11:32 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
11:40 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
11:45 এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় ।
11:53 এই মিচনৰ ওপৰত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰজি শ্লেচ এনএমিআইচিতি হাইফেন ইনত্ৰোত উপলব্ধ আছে ।
12:05 * এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। ধন্যবাদ। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi