LibreOffice-Impress-on-BOSS-Linux/C2/Viewing-a-Presentation-Document/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 এটা প্ৰজেন্টেচন চাবলৈ লিবাৰ অফিচ ইম্প্ৰেচৰ টিউটৰিয়েললৈ স্বাগতম৷
00:05 এই টিউটৰিয়েলটোত আমি ডিউ অপচন আৰু সেইবোৰৰ ব্যৱহাৰ আৰু মাষ্টাৰ পেজবোৰৰ বিষেয় শিকিম৷
00:13 ইয়াত আমি ব্যৱহাৰ কৰিম GNU লিনাক্স আৰু লিবাৰ অফিচ চুইট ডাৰচন ৩.৩.৪.
00:22 প্ৰথমতে আহক আমাৰ ‘চেম্পল ইম্প্ৰেম’ প্ৰেজেন্টেচন খোলক৷
00:27 লিবাৰ অফিচ ইম্প্ৰেচত বহুতো ডিউ অপচন আছে ঘিবোৰ আপোনাক এটা ডাল প্ৰেজেন্টেচন তৈয়াৰ কৰাত সহায় কৰে৷
00:34 দৰাচলতে, আপুনি ঘেতিয়া লিবাৰ অফিচ ইম্প্ৰেচ আৰম্ড কৰিব, ই দেখিবলৈ দৰে একে৷
00:41 ইয়াক নৰমেল ডিউ বুলি কোৱা হয়৷
00:43 ঘেতিয়া প্ৰেজেন্টেচনটো ঘি কোনো বেলেগ ডিউত থাকে,
00:48 নৰমেল টেবত ক্লিক কৰি, আপুনি পুনৰ নৰমেল ডিউটোলৈ ঘূৰি আহিব পাৰিব৷
00:53 বা ডিউ আৰু নৰমেলত ক্লিক কৰি৷
00:57 নৰমেল ডিউত আপুনি শ্লাইডবোৰ বনাব আৰু পৰিবৰ্তন কৰিব পাৰিব৷
01:02 উদাহৰণ হিচাপে আমি চলাইড ডিজাইন সলনি কৰিব পাৰো৷
01:05 এইটো কৰিবলৈ অ’ডাৰ ডিউ শ্লাইড টোলৈ ঘাওঁক৷
01:09 সোঁফালে থকা, টাচক্স পেনৰ, মাষ্টাৰ প্ৰেজৰ ডাগবোৰ, এই প্ৰেজেন্টচনৰ ডিতৰত ব্যৱহাৰ কৰিছিলো,
01:16 আমি পি আৰ এচ ষ্ট্ৰেটেজিত শ্লাইডৰ ডিডাইনটো দেখিম৷
01:21 ইয়াত ডিতৰত, আমি দেখিবলৈ পাম ৰিচেন্টলি ইউজদ আৰু এডেইলেৱল ফৰ ইউজ শ্লাইড ডিজাইনবোৰ৷
01:27 আপোনাৰ পছন্দৰ ঘিকোনো এটা ক্লিক কৰক৷
01:31 উৱৰ্কস্পেচ পেনৰ শ্লাইড ডিজাইনটোৰ পৰিৱৰ্তনলৈ লক্ষ্য কৰক৷
01:33 চাঁওক, এইটো কিমান সহজ শ্লাইড ডিজাইন সলনি কৰিবলৈ৷
01:39 আপোনাৰ চলাইদ বেকগ্ৰাউণ্ড তৈয়াৰ কৰিবলৈ আপুনি ডিজাইনবোৰ অন্তৰ্ডূক্ত কৰিবও পাৰে৷
01:43 পিছত আমি দেখিবলৈ পাম আউটলাইন ডিউটো৷
01:47 ডিউ আৰু আউটলাইনত ক্লিক কৰি আপুনি এইটো ডিউলৈ ঘা পাৰিব৷
01:54 নাইবা আউটলাইন টেবত ক্লিক কৰি আপুনি এইটো ডিউলৈ ঘাব পাৰিব৷
01:57 কন্টেন্টৰ টেবুলৰ দৰে এটাৰ পিছত এটা শাৰি হৈ থকাা শ্লাইডবোৰ আপুনি এটটো িডউতে দেখিবলৈ পাব৷
02:05 ইয়াত থকা এইবোৰ হৈছে শ্লাইড হেডিংচ৷
02:08 লক্ষ্য কৰক শ্লাইড হেডিংগ অ’ডাৰ ডিউটো হাইলাইটেদ হৈ আছে৷
02:12 ইয়াৰ কাৰণ হ’ল আমি অ’ডাৰডিউ শ্লাইড ত থাকোতো আউটলাইন টেবটো চিলেক্ট কৰিছিেলা৷
02:18 বুলেট পইন্ট আকৃতিৰ দৰে এই আইকনবোৰ আপুনি দেখিবলৈ পাব৷
02:23 ঘেতিয়া আপুনি এই বুলেট পইন্টৰ ওপৰেদি মাউচটো ঘূৰাব কাৰচাৰ দাল এটা হাতলৈ পৰিবৰ্তন হ’ব৷
02:29 তেতিয়া আমি এই আইটেমৰ শাৰীবোৰ এখন শ্লাইডৰ ডিতৰত সজাবলৈ ওপৰলৈ বা তললৈ নমাব পাৰিম৷
02:38 বা শাৰীৰ সীপাৰে৷
02:40 আহক এতিয়া আৰু টাইপ কৰি এই পৰিবৰ্তনবোৰ কৰো ঘাতে আমাৰ প্ৰেজেন্টচনটো প্ৰকৃত ৰূপত দেখা পাওঁ৷
02:53 আমি ডিউ আৰু শ্লাইড চাৰ্টাৰত ক্লিক কৰিলে শ্লাইড চৰ্টাৰ ডিউটো পাম৷
03:00 আৰু শ্লাইড চৰ্টাৰ টেবত ক্লিক কৰিলে৷
03:04 ক্ৰম অনুসিৰ চলাইদবোৰ সৰু কৰিবলৈ ডিউটো ব্যৱহাৰ কৰিব পাৰি৷
03:08 উদাহৰণ স্বৰূপে ৯ আৰু ১০ শ্লাইড সাল-সলনি কৰিবলৈ, শ্লাইড সংখ্যা ১০ ক্লিক কৰক আৰু ৯ নং শ্লাইডৰ আগত শ্লাইডটো দ্ৰেগ কৰক৷
03:18 এতিয়া মাউচ বুটনটো এৰি দিয়ক৷
03:22 শ্লাইডবোৰ নিজৰমাজতে সাল সলনি হয়৷
03:26 ন’টচ ডিউত, আপুনি ন’টচ লিখিব পাৰিব ঘিটোৱে আপোনাক আপোনাৰ প্ৰেজেন্টেচনত সহায় কৰিব৷
03:31 নটচ ডিউলৈ হ’লে ডিউ আৰু ন’টচ পেজত ক্লিক কৰক
03:36 ন’টচ টেবতো ক্লিক কৰিব লাগিব৷
03:39 চলাইদচ পেনৰ পৰা ডেডেলপমেন্ট আপটু প্ৰেজেন্ট চলাইদটো চিলেক্ট কৰক৷
03:44 ন’টচ প’ৰচনৰ কিছুমান টেক্স টাইপ কৰক৷
03:49 ঘেতিয়া এটা প্ৰজেক্টৰত আপোনাৰ চলাইদবোৰে ডিউ হয়,
03:52 আপোনাৰ মনিটৰত এতিয়াও আপোনাৰ নোটবোৰ চাব পৰি, কিন্তু দৰ্শকে নোৱাৰে৷
03:58 এতিয়া আহঁক ন’ৰমেল টেবত ক্লিক কৰক৷
04:01 আমি সোফালে থকা লেআউট চেকচনৰ টাস্ক পেনত থকা প্ৰেজেন্টেচনৰ লেয়াউট সলনি কৰিব পাৰো৷
04:08 টাচক্স পেনটো দেখউৱাবলৈ নাইবা লুকুৱাবলৈ,
04:12 ডিউ আৰু টাচক্স পেনত ক্লিক কৰক৷
04:14 এইটো টাচক্স পেনত দেখুৱাব নাইবা লকুৱাব৷
04:18 আহঁক চলাইদৰ লেইআউট সলনি কৰিবলৈ লেই আউট চেকচনটো ব্যৱহাৰ কৰক৷
04:23 ডেডেলপেমন্ট আপটু প্ৰেজেন্ট নামৰ শ্লাইড টো চিলেক্ট কৰক৷
04:26 লেই আউট চেকচনৰ পৰা কন্টেষ্টৰ ওপৰত থকা টাইটল কন্টেন্টটো চিলেক্ট কৰক৷
04:33 চলাইদৰ লেইআউটটো এইটোয়ে সলনি কৰিছে৷
04:37 এইটোৱই এই টিউটৰিয়েলটোৰ শেষ পৰ্ঘায়৷
04:40 সংক্ষিপ্ততে কবলৈ হ’লে আমি ডিউ অপচন আৰু তাৰ ব্যৱহাৰ আৰু মাষ্টাৰ পেজবোৰ শিকিলো৷
04:46 এই অনুশীলনকাৰী টেষ্ট এচাইনমেন্টটো চেষ্টা কৰক৷
04:49 এটা নতুন প্ৰেজেন্টেচন বনাওক৷
04:52 ডাঠ নীলা বেকগ্ৰাউণ্ড আৰু পাতল নীলা টাইটল এিৰয়াৰ সৈতে এটা মাষ্টাৰ তৈঘাৰ কৰক৷
04:58 তলৰ লিংকত থকা ডিডিঅ’টো চাওক৷
05:02 এইটোয়ে স্পড়কেন টিউটৰিয়েল প্ৰজেক্টটো সংক্ষিপ্ত কৰে৷
05:05 আপোনাৰ ঘদি ডাল বেণ্ডউইথ নাই তেন্তে আপুনি ডাউনলোদ কৰি ইয়াক চাওক৷
05:09 স্প’কেন টিউটৰিয়েল প্ৰজেক্ট টিমে
05:12 স্প’কেন টিউটৰিয়েল ব্যৱহাৰ কৰি উৱৰ্কচপচবোৰ কৰে৷
05:15 ঘিসকলে অনলাইন টেষ্টত পাছ কৰিব তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰে৷
05:19 অধিক বিবরণের জন্য, থেকে contact@spoken-tutorial.org লিখুন
05:26 স্প’কেন টিউটৰিয়েল প্ৰজেক্টটো টক টু এ টিচাৰ প্ৰজেক্টৰ এটা ডাগ৷
05:30 ইয়াক নেচনেল মিচন অন এডুকেচন through ICT, MHRD, Government of India ৰ দ্বাৰা চাপট কৰ হৈছে৷
05:38 এই অডিঘানটোৰ বিষেয় অধিক জানিবৰ বাবে লিখক http://spokentutorial. org
05:49 এই টিউটৰিয়েলটো দেচি ক্ৰিউ চ’লিউচন প্ৰাইডেট লিমিটেডৰ দ্বাৰা আগবঢ়োৱা হৈছে৷
05:55 জইন কৰাৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Mousumi