LaTeX/C2/Beamer/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. লেটেক্ আৰু বিমাৰদ্বাৰা প্রেসেনটেশন্ তৈয়াৰ কৰা সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত আমি আপোনাক স্বাগতম জনাইছো ।
00:08 প্রথমে আমি স্ক্রিন্-ইয়াৰ বিন্যাস বর্ণনা কৰিম।
00:14 ইয়াত সোর্স ফাইলটো আছে, ইয়াত আমি pdflatex কমান্ডৰ দ্বাৰা কম্পাইলেশন কৰিম
00:21 আৰু স্ক্রিন্-ইয়াৰ এই অংশত আউটপুট দেখা যাব।
00:28 আগতে এইটো দেখা যাওক, আমি ইয়াৰ আলোচনালৈ উভতি আহিম।
00:33 এইটো আগতে কৰা যাওক, প্রথম স্লাইড্ ইয়াৰ সোর্স ইয়াত দেখা গৈছে- begin frame, end frame, title page
00:45 আৰু টাইটল্ পেজটো title, author, আৰু date ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হৈছে ।
00:55 আমি ইয়াত বিমাৰ ডকুমেন্ট্ ক্লাস ব্যবহাৰ কৰিছো । ইয়াত আমি ডকুমেন্ট্টো আৰম্ভ কৰিছো।
01:01 ঠিকআছে, এইটো হল প্রথম স্লাইড্। এবাৰ দ্বিতীয় স্লাইডত যোৱা যাওক । ইয়াত আউটলাইনটো দেখা গৈছে, এইটোক কিভাবে তৈয়াৰ কৰা হৈছে ?
01:13 begin frame আৰু end frame কমান্ড-ইয়াৰ দ্বাৰা এইটো স্লাইড্ তৈয়াৰ কৰা যায় । ইয়াত ফ্রেম্ টাইটল্ হল outline । এইটো ইয়াত দেখা গৈছে।
01:20 ইয়াৰ পিছত সাধাৰণ ‘itemize’ কমান্ড ব্যবহাৰ কৰা হৈছে । এবাৰ তৃতীয় স্লাইডত যোৱা যাওক ।
01:28 এই স্লাইডত লেটেক্ সংক্রান্ত অন্যান্য স্পোকেন্ টিউটোৰিয়াল্-বোৰৰ কথা কোৱা হৈছে। এই ওএবসাইটত লেটেক্-ইয়াৰ অনেকবোৰ টিউটোৰিয়েল উপলব্ধ আছে ।
01:36 আপোনি যদি লেটেক্ ভালকে বয়ৱহাৰ কৰিব নাজানে, তেনেহলে আপোনি টিউটোৰিয়াল্-বোৰৰ সাহায্য লব পাৰে ।
01:43 এই টিউটোৰিয়াল্-বোৰত় লেটেক্ কিভাবে ব্যবহাৰ কৰা হয় ত়াক লৈ আলোচনা কৰা হৈছে, উইনডোসত কিভাবে লেটেক্ ইনস্টল্ আৰু ৰান কৰা হয়, ত়াক বর্ণনা কৰে ।
01:50 আশা কৰো আমি fosse dot in -ইয়াৰ মাধ্যমেৰে আমি আৰো permanent লিঙ্ক দিব পাৰিম।
01:58 এইটো এই স্লাইড্-ইয়াৰ সোর্স ।
02:10 আমি এতিয়া এই ডকুমেন্ট্-ইয়াৰ শেষলৈ আহি গৈছো।
02:15 এতিয়া আমি আপোনাক দেখোৱাম বিমাৰ-ইয়াৰ আৰো অন্যান্য বৈশিষ্ট্য-ইয়াৰ দ্বাৰা এই ডকুমেন্ট্টক কিভাবে আৰো সমৃদ্ধ কৰি তোলা যায়
02:22 আৰু এবাৰ আৰম্ভনিলৈ উভতি যোৱা যাওক অর্থাৎ এই ফাইল-ইয়াৰ আৰম্ভনিলৈ যোৱা যাওক । ইয়াৰপিছত এই ডকুমেন্ট্টক উন্নত কৰাৰ বাবে আমি যি পৰিবর্তন কৰিম ,
02:31 সেইবোৰ সকলো ইয়াত কৰা হব । আমি প্রত্যেকবাৰে এইটো কৰি যোগ কৰিম আৰু সেইটোক বর্ণনা কৰিম ।
02:39 এবাৰ দেখা যাওক আমি যদি ‘beamer theme split’ এই কমান্ডটো যোগ কৰো তেনেহলে ডকুমেন্ট্-ইয়াৰ কি পৰিবর্তন হয় ।
02:47 এইটো কাট্ কৰা যাওক। ইয়াত আৰু এবাৰ উভতি আহা যাওক । এবাৰ সেভ্ কৰি pdflatex beamer লিখি কম্পাইল্ কৰা যাওক ।
03:02 এইটোত ক্লিক্ কৰা যাওক । চাওক, ইয়াত আৰু ইয়াত-ও কিছু banner তৈয়াৰ হৈ গৈছে ।
03:12 ইয়াতও banner দেখা গৈছে। ইয়াৰ পিছত আমি ডকুমেন্ট্ত এই প্যাকেজটো যোগ কৰিম ।
03:23 তেনেহলে beamer theme shadow প্যাকেজটো যোগ কৰা যাওক। এইটোক ইয়াৰ পৰা কাট্ কৰি ইয়াত পেস্ট কৰা যাওক , এতিয়া এইবোৰ সকলো ডকুমেন্ট্ কমান্ড-ইয়াৰ ওপৰত আছে
03:38 এইটোক কম্পাইল্ কৰা যাওক। ঠিকআছে, তেনেহলে দেখা যাওক এইটোত ক্লিক্ কৰিলে কি হয়, এইটো ডাঙৰ হৈ গৈছে ।
03:49 আপোনি দেখিব পাৰিব যে ইয়াত ৰং-ইয়াৰও পৰিবর্তন হৈছে । beamer theme shadow - কমান্ড-ইয়াৰ দ্বাৰা এইটো কৰা হয় ।
04:00 এইপ্রকাৰৰ আৰো অনেক প্যাকেজ আছে । আমি এতিয়া অন্যান্য কিছু বৈশিষ্ট্য লৈ আলোচনা কৰিম ।
04:06 এই আলোচনাৰ আউটলাইন -ইয়াৰ 'References for further reading' -পৰাই আপোনি দেখিব পাৰিব যে এই আলোচনাৰ শেষত আমি কিছু ভবিষ্যত পাঠ্যৰ কথা উল্লেখ কৰিম ।
04:17 আলোচনাৰ আউটলাইন টো এই প্রকাৰ । আমি টাইটল্ পেজ, author name , কালৰ, লোগো ইত্যাদি লৈ আলোচনা কৰিম ।
04:25 অলপ কিছু(Minimal) animation যি আপোনি প্রেসেনটেশন্ দিয়াৰ সময়ত ব্যবহাৰ কৰিব পাৰে , two column ফৰম্যাট, ফিগাৰ আৰু টেবোল, সমীকৰণ(Equations) , Verbatim ইত্যাদি লৈও আলোচনা কৰিম ।
04:36 ঠিকআছে, তেনেহলে এবাৰ আৰম্ভনিলৈ উভতি আহা যাওক । পিছৰ আলোচনাৰ বিষয় হল লোগো। ইয়াৰ পৰা লোগো কাট্ কৰি পেস্ট কৰা যাওক ।
04:49 দেখা যাওক, এই লোগোটো দেখাত কেনে লাগে।
04:59 iitb logo.pdf ফাইলটোক খোলি দেখা যাওক। আমি ইয়াতও এই একেই নাম ব্যবহাৰ কৰিছো ।
05:08 এইটো খোলিলে আপোনি বুঝিব পাৰিব যে মই এই লোগোটোৰ কথাই কৈছিলো ।
05:15 এই লোগো কমান্ডক এই কোনত অন্তর্ভুক্ত কৰা হব আৰু আৰু ইয়াৰ উচ্চতা হব ১ সেন্টিমিটাৰ ।
05:24 দেখা যাওক এইটো দেখাত কেনে লাগে । এইটোত ক্লিক্ কৰা যাওক । আপোনি দেখিব পাৰিব যে iitb লোগো ইয়াত দেখা গৈছে।
05:35 এতিয়াৰ পৰা প্রত্যেক পেজত এই লোগোটো দেখা যাব ।
05:42 ইয়াৰপিছত আমি এই কমান্ডটো যোগ কৰিম । প্রেসেনটেশন্-ইয়াৰ বাবে কেতিয়াবা সকলো অক্ষৰবোৰ বোল্ড কৰাৰ প্রয়োজন হয় ।
05:55 সেইবাবে, আমি এই কমান্ডটো অন্তর্ভুক্ত কৰিম । এইটোক কাট্ কৰি পেস্ট কৰা যাওক ।
06:08 প্রকৃতপক্ষে, এইটোক begin document কমান্ড ইয়াৰ তলত অন্তর্ভুক্ত কৰিবলৈ হব।
06:15 সেভ্ কৰি কম্পাইল্ কৰা যাওক । চাওক, এতিয়া ক্লিক্ কৰিলেই সকলো অাক্ষৰ বোল্ড হৈ গল ।
06:28 চাওক, এইবোৰও বোল্ড হৈ গৈছে ।
06:37 ঠিকআছে, এতিয়া আমি এই লিখাবোৰক আৰো সুন্দৰভাবে উপস্হিত কৰিম ।
06:43 উদাহৰণস্বৰুপে, ইয়াত অনেক বেশি তথ্য দেখা গৈছে। ইয়াত শিৰোনামটো দেখা গৈছে, ইয়াত লেখকৰ সংক্রান্ত তথ্য দেখা গৈছে, কিন্তু ইয়াত অনেক বেশি তথ্য দেখা গৈছে।
06:54 কোনো কোনো ক্ষেত্রত আমি সৰু শিৰোনাম দেখিব-ও পাৰো। উদাহৰণস্বৰুপে, ইয়াত এই স্পেসটো পর্যাপ্ত নহয় ।
07:02 এবাৰ আমি এইটোৰ ব্যবহাৰৰ দ্বাৰা এই সমস্যাৰ সমাধান কৰিম ।
07:07 যেনে, ইয়াত সম্পূর্ণ  শিৰোনামটো দেখা গৈছে ।
07:13 এইটোক ইয়াত কাট্ কৰা যাওক । এইটোক title কমান্ড ইয়াৰ পিছত অর্থাৎ title কমান্ড আৰু প্রকৃত টাইটল্-ইয়াৰ মাঝত আহা উচিত ।
07:29  সেয়ে মই  ইয়াত পেস্ট কৰো. লক্ষ্য কৰক, মই পেস্ট কৰা সকলো কিছু স্কোয়াৰ ব্র্যাকেটত আছে ।
07:36 এইটোক সেভ্ কৰি ৰান কৰা যাওক ।
07:46 প্রত্যেকবাৰৰ নিচিনা, এইবাৰ এইটোক ক্লিক্ কৰা যাওক আৰু দেখা যাওক এই অংশৰ কি পৰিবর্তন হৈছে
07:51 আপোনি দেখিব যে এতিয়া শিৰোনামটো পৰিবর্তিত হৈ গৈছে । মাত্র তলৰ অংশটো দেখা গৈছে। কাৰণ এই অংশটোকেই আমি স্কোয়াৰ ব্র্যাকেটত দিছিলো – presentation using latex and beamer ।
08:03 ইয়াৰ পিছত মই কৈছো যে h-space হল অর্ধক সেন্টিমিটাৰ , যাৰ দ্বাৰা এই স্পেসটো তৈয়াৰ হৈছে । ইয়াৰ পিছত ইয়াত পৃষ্ঠা-বোৰৰ নম্বৰ দেখা গৈছে।
08:12 এইটো হল তিনতা পৃষ্ঠাৰ ডকুমেন্ট্-ইয়াৰ প্রথম পৃষ্ঠা, এইটো দ্বিতীয়, এইটো তৃতীয় ইত্যাদি ।
08:21 এইটো  ‘insert frame number divided by insert total frame number’ কমান্ডৰ দ্বাৰা কৰা হৈছে ।
08:28 এতিয়া মই এই একেই কাম লেখকৰ নামৰ ক্ষেত্রতোও কৰিম । ইয়াত আহা যাওক ।
08:37 কাট্ কৰা যাওক । লেখকৰ নামৰ পিছত এইটোক ৰাখা যাওক
08:49 সেভ্ কৰি কম্পাইল্ কৰা যাওক । এইটোত ক্লিক্ কৰা যাওক ।
08:56 চাওক, ইয়াত Kannan Moudgalya দেখা গৈছে। এই অংশটোকেই মই স্কোয়াৰ ব্র্যাকেটত দিছো । এতিয়া এইটোক প্রত্যেক পৃষ্ঠাত দেখা যাব ।
09:05 এতিয়া পিছৰ আলোচনাত যোৱা যাওক আৰু সমীকৰণ অন্তর্ভুক্ত কৰাৰ পদ্ধতি জানি লোৱা যাওক ।
09:19 এই সম্পূর্ণ বস্তূটোৱেই এটা সম্পূর্ণ ফ্রেম্ ।
09:24 তেনেহলে সম্পূর্ণ কেইটাক কাট্ কৰা যাওক ।
09:30 ইয়াত উভতি আহা যাওক । এই ডকুমেন্ট্-ইয়াৰ শেষত যোৱা যাওক । সেভ্ কৰা যাওক ।
09:38 এতিয়া এটা নতুন স্লাইড্ তৈয়াৰ হৈছে । দেখা যাওক এইটো কেনে দেখাত হয় ।
09:45 ইয়াৰ পৰাই ফ্রেম্টো আৰম্ভ হৈছে ।
09:51 কম্পাইল্ কৰা যাওক । চাওক, এতিয়া এই ডকুমেন্ট্ত চাৰিটা পৃষ্ঠা আছে । এইটোত কিন্তু ৩-ই দেখাছে, এইটোক আৰু এবাৰ ক্লিক্ কৰিলে এতিয়া ৪ দেখাইছে ।
10:07 এইটো স্লাইডত সমীকৰণ আছে । এই টিউটোৰিয়েলত আমি সমীকৰণ লিখাৰ পদ্ধতি আলোচনা নকৰো।
10:15 পূর্ববর্তী টিউটোৰিয়েলত সমীকৰণ তৈয়াৰ কৰাৰ পদ্ধতি বর্ণনা কৰা আছে ।
10:21 ইয়াত মই, এই লেটেক্ ডকুমেন্টত গৈছো, আৰু তাৰ পৰা এইটোক কাট্ কৰি ইয়াত পেস্ট কৰিছো ।
10:28 আৰু অবশ্যই মই ইয়াৰ পৰা সমীকৰণ-ইয়াৰ নম্বৰ-বোৰ অতৰুৱাই দিছো কাৰণ এইটো স্লাইডত সমীকৰণ নম্বৰ দিয়া অর্থহীন ।
10:36 কিছুক্ষেত্রত, বিভিন্ন ৰং-ইয়াৰ দ্বাৰা কোনো লিখাক বেলেগভাবে চিন্হিত কৰা দৰকাৰী হব পাৰে ।
10:44 উদাহৰণস্বৰুপে, মই যদি এইটোক নীলা ৰংত কৰিব বিছাৰো, তেনেহলে মই প্রথমে ইয়াত আহিব লাগিব।
10:54 color, blue এই কমান্ডটো লিখা যাওক। এইটোক বন্ধ কৰা যাওক ।
11:05 সেভ্ কৰি কম্পাইল্ কৰা যাওক । এইটোক ক্লিক্ কৰা যাওক । চাওক, এইটো এতিয়া নীলা ৰংত দেখা গৈছে।
11:16 তেনেহলে আপোনি কোনো সমীকৰণৰ নম্বৰ বিষয় ৰেফাৰ নকৰিব পাৰে কিন্তু নীলা ৰংত সমীকৰণৰ বিষয়ত আলোচনা হৈছে অথবা ভৰিৰ ভাৰসাম্য বিষয়ক(mass balance equation) সমীকৰণটো চাওক ইত্যাদি ।
11:29 আপোনি আলোচনাত অবশ্যই এইটোক এনে কোনো পদ্ধতিত ৰেফাৰ কৰিব বিছাৰে যিভাবে মানুহে সেইটোক মনত ৰাখিব পাৰে । 
11:35 ইয়াৰ পিছত আমি animation অন্তর্ভুক্ত কৰিম,
11:50 যি তথ্যক এটা বিষয়ৰ উপৰত আলোচনা কৰিবলৈ সাহায্য কৰে ।
11:58 তেনেহলে এইটোক কাট্ কৰি ইয়াত পেস্ট কৰা যাওক।
12:08 প্রথমে কম্পাইল্ কৰা যাওক আৰু দেখা যাওক এইটো দেখাত কেনে লাগিছে ।
12:17 ঠিকআছে , এইটো পত্র লিখা( letter writing) সংক্রান্ত টিউটোৰিয়েলৰ পৰা লোৱা হৈছে । এই তথ্যটো এই টিউটোৰিয়েলতও আছে ।
12:21 একমাত্র পৰিবর্তন এই হল যে, ইয়াত begin enumerate আৰু end enumerateৰ মাজত ‘item plus minus alert’ ব্যবহাৰ কৰা হৈছে ।
12:33 দেখা যাওক ইয়াৰ ফলত ডকুমেন্ট্-ইয়াৰ কি পৰিবর্তন হয়। লক্ষ্য কৰক আমি ইয়াত 'pause' কমান্ড ব্যবহাৰ কৰিছো, যত এই 'pause' কমান্ডটোৰ পৰা তাতেই এইটো বন্ধ হয়, তাৰপিছত begin enumerate আৰম্ভ হয় ।
12:45 তেনেহলে আগত যোৱা যাওক । Page-down. পিছৰ পৃষ্ঠা, তাৰপিছৰ পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা।
12:53 আপোনি দেখিব পাৰিছে সাম্প্রতিকতম তথ্যটো ৰঙা ৰংত দেখা গৈছে, বাকি সকলোই সাধাৰণ কলা ৰংত দেখা গৈছে। আমি এতিয়া ডকুমেন্ট্-ইয়াৰ শেষলৈ আহি গৈছো ।
13:05 তেনেহলে animation কৰাৰ এটা সহজ পদ্ধতি জানি লৈছো যাৰ দ্বাৰা এটা সময়ত তথ্যই প্রেসেন্ট কৰা যায় ।
13:18 ইয়াৰপিছত আমি altered color টোৰ ৰং নীলা কৰিম । যেনে, ইয়াত এইটোৰ ৰং ৰঙা, এইটোকেই altered color বোলা হয় ।
13:32 আমি এই altered color টোক নীলা কৰিবলৈ বিছাৰো, যাতে আমি পূর্বতে যি ৰং ব্যবহাৰ কৰিছিলো, ইয়াৰ সৈতে এইটোক সামঞ্জস্য থাকে ।
13:41 তেনেহলে ইয়াত আহি এইটোক কাট্ কৰা যাওক ।
13:52 এইটো ডকুমেন্ট্ আৰম্ভৰ আগত অর্থাৎ begin decument কমান্ড-ইয়াৰ আগত আহা উচিত ।
14:00 এইটোক কম্পাইল্ কৰা যাওক । এতিয়া এইটোত ক্লিক্ কৰিলে দেখা গৈছে altered color টো নীলা ৰং-ইয়াৰ হৈ গৈছে ।
14:12 ইয়াত এটা স্পেস আছে । fg equals blue অর্থাৎ ‘foreground' ইয়াৰ ৰং নীলা সেট কৰা হৈছে ।
14:24 ইয়াৰপিছত আমি দেখিম যে সমগ্র ডকুমেন্ট্-ইয়াৰ ৰং কত সহজে পৰিবর্তন কৰা যায় ।
14:33 তেনেহলে ইয়াত আহা যাওক , স্ল্যাশ document class -ইয়াৰ পিছত আৰু বিমাৰ আৰম্ভ হোৱাৰ আগত আমি ইয়াত brown বা বাদামী লিখা হল ।
14:46 সেভ্ কৰি কম্পাইল্ কৰা যাওক ।
14:52 চাওক, এতিয়া এইটো বাদামী হৈ গৈছে । খুব অলপ পৰিশ্রমতেই এইটো কৰা গৈছে ।
15:03 এবাৰ এইটোক পূর্বৰ ৰংত উভতি অহা যাওক ।
15:09 ইয়াৰ default ৰং -ই হল নীলা, সেয়ে এইটো লিখাৰ কোনো প্রয়োজন নাই । এতিয়া এইটো আৰু এবাৰ নীলা ৰং-ইয়াৰ হৈ গৈছে ।
15:21 এবাৰ ইয়াত আহা যাওক আৰু এইটোক ডিলিট কৰা যাওক । এতিয়া আমি ফিগাৰ অন্তর্ভুক্ত কৰিম ।
15:30 এইটোক কাট্ কৰা যাওক । ইয়াত আহা যাওক । ইয়াৰ শেষত যোৱা যাওক ।
15:41 এইটোক কম্পাইল্ কৰা যাওক । এবাৰ পিছৰ পৃষ্ঠাত যোৱা যাওক । এই পৃষ্ঠাত ফিগাৰ-ইয়াৰ উদাহৰণ দিয়া আছে ।
15:53 ফিগাৰ অন্তর্ভুক্ত কৰাৰ গুৰুত্বপূর্ণ নির্দেশিকা-বোৰ কি ? পিছৰ আলোচনাৰ মাধ্যমেৰে সেইবোৰ জানি লোৱা যাওক ।
16:05 এইটোক কাট্ কৰি ইয়াত পেস্ট কৰা যাওক । কম্পাইল্ কৰা যাওক ।
16:21 তেনেহলে এইটো দেখা গৈছে। Hints for including figures ।
16:28 এবাৰ সোর্স ফাইল যত এই ফিগাৰটো তৈয়াৰ কৰা হৈছে তাত যোৱা যাওক । তেনেহলে নির্দেশিকা-বোৰ কি?
16:37 প্রেসেনটেশন্ ত floated environments ব্যবহাৰ নকৰিব। উদাহৰণস্বৰুপে, লেটেক্ ডকুমেন্টত যেনে begin figure, end figure কমান্ড ব্যবহাৰ কৰা হয়, সেইবোৰ ইয়াত ব্যবহাৰ কৰা নাযায় ।
16:46 লেটেকত কিভাবে ফিগাৰ অন্তর্ভুক্ত কৰা যায় সেই বিষয়ত আপোনি যদি বিস্তাৰিতভাবে জানিবলৈ বিছাৰে, তেনেহলে আপোনি টেবোল আৰু ফিগাৰ সংক্রান্ট টিউটোৰিয়েলটোৰ সাহায্য লব পাৰে ।
17:01 তেনেহলে এইটো ব্যবহাৰ কৰা নাযায় ।‘include graphics’ প্রত্যক্ষভাবে ব্যবহাৰ কৰক ।
17:08 যেনে, ইয়াত include graphics কমান্ডটো দেখা গৈছে আৰু এটা লাইন-ইয়াৰ সম্পূর্ণ প্রস্থ(width) ব্যবহাৰ কৰা হৈছে আৰু ফাইলটো হল iitb ।
17:19 এটা বিষয় অবশ্যই উল্লেখ কৰা উচিত যে বিমাৰত কোনো প্যাকেজ ব্যৱহাৰৰ বাবে সেইটোক বেলেগভাবে অন্তর্ভুক্ত কৰাৰ প্রয়োজন নহয়.কাৰণ বিমাৰত স্বাভাবিকভাবে সকলো প্যাকেজ অন্তর্ভুক্ত থাকে ।
17:30 ইয়াত এই সম্পূর্ণ লিখাটোক সেন্টাৰ এনভয়ৰনমেন্ট্ত ৰাখা হৈছে। ইয়াতেই এই ফ্রেম্টো সম্পূর্ণ হৈ গৈছে ।
17:40 ক্যাপশন, ফিগাৰ-ইয়াৰ নম্বৰ ইত্যাদি যোগ নকৰিব।
17:44 প্রেসেন্টেশন্-ইয়াৰ শ্রোতা বা দর্শকে কেতিয়াও এই নম্বৰবোৰ মনত নাৰাখিব।
17:51 আপোনি যদি পূর্ব দেখোৱা কোনো ফিগাৰ পুনৰায় ৰেফাৰ কৰিবলৈ বিছাৰে, সেইটো আৰু এবাৰ চাওক।
17:56 এটা স্লাইড্ বনাবলৈ কোনো অসুবিধা নাই । পূর্ব দেখোৱা স্লাইডক কপি কৰক আৰু সেইটো চাওক ।
18:05 ইয়াতেই ফিগাৰ বিষয়ক নির্দেশিকাৰ সমাপ্তি হল আৰু এতিয়া আমি এই ডকুমেন্ট্-ইয়াৰ শেষলৈ আহিছো ।
18:12 এতিয়া দেখা যাওক কিভাবে two column এনভয়ৰনমেন্ট্ অন্তর্ভুক্ত কৰা যায় ।
18:24 ইয়াত আহা যাওক। এবাৰ এই ডকুমেন্ট্-ইয়াৰ শেষলৈ যোৱা যাওক । সেভ্ কৰা যাওক ।
18:32 এইটোক আৰো সহজ কৰি বোঝাৰ বাবে আগতে এইটোক এৰি দিয়া হল ।
18:42 তেনেহলে, এইবাৰ মই আপোনাক সম্পূর্ণ তথ্যৰ কিছু অংশ আগত দেখাম । এবাৰ কম্পাইল্ কৰি দেখা যাওক কি হয় ।
18:57 চাওক, এতিয়া দুটা কলম বা শ্রেণী দেখা গৈছে।
19:28 এইটোক সেভ্ কৰা হোৱা নাই। সেয়ে ইয়াত স্টাৰ দেখা গৈছে। তেনেহলে প্রথমে এইটোক সেভ্ কৰা যাওক ।
19:35 সেভ্ নকৰি কম্পাইল্ কৰিলে এই সমস্যাটো দেখা দিয়ে, pdf ফাইলটো সোর্স ফাইল-ইয়াৰ সৈতে সামন্জস্যপূর্ণ নহয়।
19:45 তেনেহলে এইটোক কম্পাইল্ কৰা যাওক । ইয়াত আহা যাওক । এতিয়া এই pdf ফাইলটো সোর্স ফাইল-ইয়াৰ সৈতে সামন্জস্যপূর্ণ ।
19:58 এইটোক সেন্টাৰ কৰা যাওক । তেনেহলে ফ্রেম্-ইয়াৰ শিৰোনাম two columns আৰু ‘mini page’ কমান্ডটো ব্যবহাৰ কৰা হৈছে, সেন্টাৰ কৰা হৈছে আৰু সম্পূর্ণ টেক্সট -ইয়াৰ প্রস্হৰ ৪৫ শতাংশ ব্যৱহাৰ কৰা হৈছে।
20:15 Begin enumerate. এবাৰ এই দুটা আৰু তাৰপিছত end enumerate । পূর্বৰ নিচিনা ইয়াতও alerting ব্যবহাৰ কৰা হৈছে
20:25 ঠিকআছে, এই দুটা লক্ষ্য কৰক । ইয়াতেই ডকুমেন্ট্-ইয়াৰ সমাপ্তি। এতিয়া ইয়াৰ শেষত যি কিছু আছিল, সকলো ইয়াত যোগ কৰা যাওক ।
20:37 ইয়াত আগৰ মিনি পেজটো শেষ হৈছে । এবাৰ আৰু এটা নতুন মিনি পেজ তৈয়াৰ কৰা যাওক আৰু তাতে iitb ফাইলটো অন্তর্ভুক্ত কৰা যাওক । এই ফাইলটো আপোনি আগতও দেখিছে ।
20:52 এই মিনিপেজটোও ৪৫ শতাংশ সাইজৰ । তেনেহলে প্রথমে এইটোক সেভ্ কৰি কম্পাইল্ কৰা যাওক ।
21:07 এইটোক ক্লিক্ কৰা যাওক। এতিয়া এইটোক দেখা গৈছে। কিন্তু এইটোত এটা সৰু সমস্যা আছে, এই পেজত গলে প্রথম item আৰু ফিগাৰ-দুটাই দেখা গৈছে ।
21:22 যদিও সোর্স ফাইল অনুযাই ফিগাৰটো পিছত আহে, কিন্তু লেটেকত এইটোক পিছত দেখোৱাৰ কথা কতোও কোৱা নাই। সম্ভবত লেটেকে এইটোক সয়ন্ক্রিয়ভাবে-ই কৰিছে । 
21:35 উদাহৰণস্বৰুপে, আমি যদি এইটোক এই আইটেম-ইয়াৰ মাজত ৰাখো, তেনেহলে ইয়াৰ দ্বাৰা বোঝা হব যে আগতে এইটো দেখোৱাওক আৰু তাৰপিছত এইটোক।
21:44 কিন্তু এইটোক পিছত দেখোৱাৰ কথা কতো কোৱা হোৱা নাই ।
21:50 আপোনি এই বিষয়বোৰৰ ব্যাপাৰত সতর্ক থাকিব লাগিব। 'pause' ব্যবহাৰ কৰি এই সমস্যাৰ সমাধান কৰা যায় ।
21:59 এইটোক সেভ্ কৰি কম্পাইল্ কৰা যাওক । এতিয়া এইটোক ঠিকভাবে দেখা গৈছে,
22:08 সমস্যাটো দূৰ হৈ গৈছে । প্রথমটো, দ্বিতীয়টো, আৰু এবাৰ, ইয়াত এবাৰ পাছ হয় । চাওক, এতিয়া সমস্যাটো দূৰ হৈ গৈছে ।
22:24 এবাৰ ইয়াত আহা যাওক । এবাৰ পিছৰ অলোচনাৰ বিষয় হল টেবোল ।
22:39 সেভ্ কৰি কম্পাইল্ কৰা যাওক । চাওক, এতিয়া টেবোলটো দেখা গৈছে।
22:51 টেবোল তৈয়াৰ কৰাৰ পদ্ধতি মই ইয়াত বর্ণনা নকৰো, সেইটো টেবোল সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত বর্ণনা কৰা আছে ।
22:57 মই এবাৰ কাট্ কৰি ইয়াত পেস্ট কৰিছো । আপোনি ইয়াত দেখিব পাৰিছে । এবাৰ ফ্রেম্-ইয়াৰ আৰম্ভনিত উভতি আহা যাওক ।
23:12 এই টেবোলটো আমি পূর্বেও ব্যবহাৰ কৰিছো, এইটোক মাত্ৰ কাট্ কৰি ইয়াত পেস্ট কৰা হৈছে । চাওক, সেন্টাৰ এনভয়ৰনমেন্ট্-ইয়াৰ লগতে begin tabular আৰু end tabular কমান্ড-বোৰ আছে ।
23:22 তেনেহলে টেবোল অন্তর্ভুক্ত কৰাৰ বিষয় নির্দেশিকাবোৰ কি ? এইবোৰ ফিগাৰ সংক্রান্ত নির্দেশিকাবোৰৰ নিচিনাই ।
23:28 তেনেহলে সেইবোৰ দেখা যাওক । ইয়াত নির্দেশিকা বোৰ দেখা গৈছে।
23:44 কম্পাইল্ কৰা যাওক আৰু ইয়াক চাই আগবাঢ়ক।
23:51 প্রেসেনটেশনত floated environments ব্যবহাৰ নকৰিব.
23:56 টেবোল সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত আমি table এনভয়ৰনমেন্টত tabular ব্যবহাৰ কৰিছিলো ।
24:02 table এনভয়ৰনমেন্ট্ এটা floated এনভয়ৰনমেন্ট্, সেয়ে এইটোক ইয়াত অন্তর্ভুক্ত নকৰিব। এইটোক প্রত্যক্ষভাবে অন্তর্ভুক্ত কৰক ।
24:11 উদাহৰণস্বৰুপে, ইয়াত এইটোক সেন্টাৰ এনভয়ৰনমেন্ট্ত ৰাখা হৈছে ।
24:17 ক্যাপশন, টেবোলৰ নম্বৰ ইত্যাদি নিলিখিব, প্রয়োজন হলে আৰু এটা কপি বনাই লব।
24:25 এতিয়া animation ইয়াৰ পদ্ধতি বিষয়ত আলোচনা কৰা যাওক । যেনে, এই স্লাইডত বেলেগ ৰং-ইয়াৰ সাহায্যে ই বিশেষভাবে নেদেখাই ।
24:40 মনত কৰি চাওক, আগতে আমি alerting ইয়াৰ বাবে নীলা ৰং-ইয়াৰ ব্যবহাৰ কৰিছিলো। এইটো কেনেকৈ হয়?
24:46 ইয়াৰ কাৰণ হল যে ইয়াত অন্যন্য এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰা হৈছে ।
24:52 Begin itemize, End itemize, তাৰ লগতে আমি item plus minus লিখিছিলো । মনত কৰি চাওক, পূর্বে alert শব্দটো ব্যবহাৰ কৰা হৈ আছিল ।
25:01   কিন্তু এতিয়া আৰু এইটোক ব্যবহাৰ কৰা হোৱা নাই। ইয়াৰবাবেই এতিয়া সকলো লিখাই কলা ৰং-ইয়াৰ দেখাইছে । এইটো animation কৰাৰ সহজ উপায় ।
25:12 আপোনি যিকোনো এটা চয়ন কৰিব পাৰে । আমি এইটো ইয়াত লিখি ৰাখিছো । পূৰ্ব স্লাইডত বিভিন্ন এনিমেছন দেখোৱা হৈছে.
25:22 এইটোক হ্যান্ডআউট্ (handout) ত পৰিবর্তন কৰাৰ প্রয়োজন হব পাৰে । উদাহৰণস্বৰুপে, ইয়াত যি আছে সেইটোক যদি আপোনি প্ৰীন্ট দিব বিছাৰে,
25:28 তেনেহলে সেইটো ২৪ পৃষ্ঠাৰ হব, যদিও ডকুমেন্ট্টো মাত্র ১০ পৃষ্ঠাৰ ।
25:40 ডকুমেন্টত মাত্র ১০ টা বেলেগ ফ্রেম্ থাকিলেও ২৪ টা পৃষ্ঠা আছে । সেয়ে এইটোক print out বা ছপাব গলে ২৪ পাত লাগিব ।
25:49 এই সমস্যাৰ সমাধানৰ বাবে ইয়াত ‘handout’ নামৰ এটা switch ব্যবহাৰ কৰা যাওক।
26:00 এইটোক যদি কৰো কম্পাইল্ কৰা যাওক । এতিয়া ইয়াত মাত্র ১০ টা পৃষ্ঠা আছে । পুনৰায় কম্পাইল্ কৰা যাওক ।
26:13 এতিয়া আৰু ইয়াত animation না‍ই । ইয়াৰ পিছৰ পৃষ্ঠাত যোৱা যাওক,পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা, পিছৰ পৃষ্ঠা, ইত্যাদি ।
26:24 যদি আপোনি ৰং পৰিবর্তন কৰিবলৈ বিছাৰে, তেনেহলে ইয়াত আৰু এবাৰ brown বা বাদামী লিখিব লাগিব ।
26:35 ডকুমেন্ট্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক । ইয়াত সকলো প্যাৰামিটাৰক(parameters) কমা দি যোগ কৰা যাব পাৰে ।
26:42 তেনেহলে এইটোক আৰু এবাৰ নীলা ৰংত কৰি দিয়া যাওক। কম্পাইল্ কৰা যাওক ।
26:52 কেতিয়াবা আপোনি Verbatim এনভয়ৰনমেন্ট্ অন্তর্ভুক্ত কৰিব পাৰে ।
27:06 উদাহৰণ-ইয়াৰ সাহায্যে ব্যাপাৰটো বুঝি লোৱা যাওক ।
27:13 ইয়াত আহা যাওক, শেষলৈ যোৱা যাওক । সেভ্ কৰা যাওক । ইয়াতে যি Verbatim আৰম্ভ হচ্ছে ।
27:24 আপোনি দেখিব যে, ইয়াত Verbatim তৈয়াৰ কৰা হৈছে ।
27:30 ইয়াত scilab কমান্ডৰ উদাহৰণৰ দ্বাৰা এই ব্যাপাৰটোক লৈ বিস্তাৰিত আলোচনা কৰা যাওক । আমি এইবোৰ নীলা ৰংত কৰি দিছো ।
27:39 ইয়াৰ বাবে আপোনি বেলেগভাবে এটাই কাম কৰিব লাগিব , begin frame ইয়াৰ পিছত স্কোয়াৰ ব্র্যাকেটত fragile লিখিব ।
27:52 এইটোক নকৰিলে সমস্যা হব । দেখা যাওক, ঠিক কি সমস্যা হয় ।
28:01 এইটোক ডিলিট কৰা যাওক, আৰু সেভ্ কৰি কম্পাইল্ কৰা যাওক ।
28:09 এইটোৱে অভিযোগ জনাই যে এই সোর্স ফাইলটো সম্পূর্ণ সঠিক নহয় ।
28:14 আৰু এবাৰ fragile শব্দটো যোগ কৰা যাওক। সেভ্ কৰা যাওক । এই কমপাইলেশনৰ পৰা বাহিৰত আহা যাওক ।
28:21 পুনৰায় কম্পাইল্ কৰা যাওক । এতিয়া এইটো সঠিকভাবে দেখা গৈছে।
28:30 বিমাৰ ক্লাসত অনেক তথ্য থাকে। তেনেহলে আপোনি অন্যান্য বিষয়বোৰ সম্পর্কে কিভাবে জানিব ?
28:40 ইয়াত কিছু তথ্য আছে, তলত যোৱা যাওক ।
28:48 প্রকৃতপক্ষে, এই স্লাইডৰ পৰা আপোনি জানিব পাৰিব যে অন্যান্য তথ্যবোৰ কৰ পৰা পোৱা যাব।
28:54 এইটোক কম্পাইল্ কৰাৰ পিছত, আমি স্লাইডৰ পৰা সেইবোৰ চাই লম। বিমাৰ বিষয়ত তথ্যৰ প্রধান উত্স হল beamer user guide dot pdf।
29:08 মই এইটোক ইয়াৰ পৰা পাইছিলো কিন্তু বিমাৰক্লাসৰ লেখকৰ দ্ৱাৰা এইটোক বিমাৰ প্রজেক্ট-ইয়াৰ ওএবসাইটতও ৰাখিছে ।
29:21 এইটোক লৈ আমি অলপ আলোচনা কৰিম । মই এইটোক আগতেই ডাউনলোড কৰি ৰাখিছো, এইটো পূর্বতে উল্লিখিত সাইটতেই আছে ।
29:32 উদাহৰণস্বৰুপে, এইটো এটা ২২৪ পৃষ্ঠাৰ ডকুমেন্ট্ । এইটো খুবেই ডাঙৰ ডকুমেন্ট্ ।
29:39 এতিয়া এই তথ্যটোক কিভাবে প্রত্যক্ষভাবে ব্যবহাৰ কৰা যায় ত়াক দেখা যাওক ।
29:45 তেনেহলে ইয়াত আহা যাওক । সর্ব প্রথম পৃষ্ঠাত, সাধাৰণ স্লাইড্ কিভাবে তৈয়াৰ কৰা যায় সেই বিষয়ত লেখকে বর্ণনা দিছে আৰু সোর্সটোও ইয়াত দিছে ।
29:57 এইটোক কপি কৰা যাওক । এইটোক মিনিমাইজ(minimize) কৰা যাওক । এবাৰ এই ডকুমেন্ট্-ইয়াৰ তলত যোৱা যাওক ।
30:09 এবাৰ পেস্ট কৰা যাওক আৰু সেভ্ কৰি কম্পাইল্ কৰা যাওক। এবাৰ পিছৰ পৃষ্ঠাত যোৱা যাওক ।
30:21 চাওক, আপোনি তাত যি দেখিছিলে, সেইটোই এতিয়া ইয়াত দেখিব পাৰিব । ইয়াত লেখকে theorem এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰিছে।
30:33 উদাহৰণস্বৰুপে, ইয়াত begin theorem আৰু end theorem দেখা গৈছে। ইয়াত ফ্রেম্-ইয়াৰ সাব-টাইটল্ বা উপ-শিৰোনাম ব্যবহাৰ কৰা হৈছে, যিবোৰ ইয়াত সৰু হাতৰ অক্ষৰত দেখা গৈছে।
30:42 ইয়াত begin proof আৰু end proof কমান্ড-দুটা দেখা গৈছে। proof কলে, ইয়াত আৰু এটা উইন্ডো খুলা যায় । ইয়াৰ নাম 'proof dot' ।
30:52 এইভাবেই যি এই এনভয়ৰনমেন্ট্টক ব্যবহাৰ কৰা যাব পাৰে । ইয়াত লেখকে alert-ইয়াৰ এটা অন্য পদ্ধতি ব্যবহাৰ কৰিছে ।
31:01 আপোনি যদি এইটোক দেখিব বিছাৰে, তেনেহলে আৰু এবাৰ উভতি যোৱা যাওক। handout শব্দটোক অতৰুৱাই দিয়া যাওক যাতে আমি animation টো দেখিব পাৰো। কম্পাইল্ কৰা যাওক ।
31:21 এবাৰ ৩৪ নম্বৰ পৃষ্ঠাত যোৱা যাওক ।
31:31 এবাৰ পিছত গৈ animation টো দেখা যাওক । আপোনি এইটোক লক্ষ্য কৰক ।
31:37 এই দুটা আইটেম -ইয়াৰ নম্বৰ এক, অন্যবোৰৰ নম্বৰ দুই আৰু তিনি ।
31:51 অন্য ভাবে কবলৈ গলে, স্লাইড্ত বিভিন্ন আইটেম-বোৰ যি ক্রম অনুসাৰে দেখা যাব, ত়াক আপোনি নির্ধাৰিত কৰিবলৈ পাৰে।
32:00 এইটোক আৰো বিস্তাৰিত ভাবে জনাৰ বাবে পর্যাপ্ত সময় এতিয়া আমাৰ উচৰত নাই । এই বিষয়বোৰ বিস্তাৰিত ভাবে জানি লোৱাৰ বাবে আপোনি ইয়াত উল্লেখ কৰা ৰেফৰেন্স-বোৰ ভাল ভাবে পড়ক ।
32:10 বিমাৰ ক্লাস-ইয়াৰ অনেক বৈশিষ্ট্য আছে আৰু সেইবোৰ এই নির্দেশিকাটোত় উল্লেখ-ও কৰা আছে । আপোনি সেইবোৰৰ কিছু নিজে কৰিও দেখিব পাৰে ।
32:20 ঠিকআছে, এইটোক আৰু এবাৰ হ্যান্ডআউটত পৰিবর্তন কৰি দিয়া যাওক ।
32:36 প্রেসেন্টেশন্ মোড্-ইয়াৰ এটা সমস্যাৰ বাবে আমি হ্যান্ডআউট্ মোডত উভতি যাও ।
32:42 প্রেসেন্টেশন্ মোডত যত animation-বোৰ দেখোৱা হয় , সেইবোৰ কম্পাইল্ হবলৈ অনেক বেশি সময় লাগে ।
32:48 সেয়ে আপোনি বেশিভাগ ক্ষেত্রতেই হ্যান্ডআউট্ মোডতেই কাম কৰিবলৈ পছন্দ কৰিব আৰু কাৰ্চিত কেতিয়াবা আপোনি যেতিয়া animation দেখিব বিছাৰে, তেতিয়াই প্রেসেন্টেশন্ মোডত কাম কৰিব ।
32:59 এইটো অবশ্যই সত্য যে যেতিয়া আপোনি প্রেসেন্টেশন্ বনাব , তেতিয়া আপোনি প্রেসেন্টেশন্ মোডত সেই কাম কৰিবলৈ বিছাৰিব ।
33:06 আৰু যেতিয়া আপোনি প্রিন্ট-আউট কৰিবলৈ বিছাৰে, তেতিয়া আপোনি হ্যান্ডআউট্ মোড্ ব্যবহাৰ কৰে । এবাৰ শেষলৈ যোৱা যাওক । আমি এই স্পোকেন্ টিউটোৰিয়াল্-ইয়াৰ প্রায় শেষ পর্যাত আহিছো ।
33:15 এই সম্পূর্ণ বস্তুখিনি কপি কৰি ইয়াত লৈ আহা যাওক ।
33:31 প্রত্যেকবাৰৰ নিচিনা এবাৰও কম্পাইল্ কৰা যাওক । ঠিকআছে ।
33:42 স্পোকেন্ টিউটোৰিয়েল্-ইয়াৰ বাবে অর্থ ICT -ইয়াৰ National Mission on Education ইয়াৰ মাধ্যমেৰে আহে । এইটো হল এই প্রকল্পৰ ওএবসাইট্ ।
33:53 এই টিউটোৰিয়েলত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্াৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহন কৰাৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi