LaTeX-Old-Version/C2/Mathematical-Typesetting/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুগণ , লেটেকৰ দ্ৱাৰা গাণিতক টাইপেসিটং সংক্রান্ত এই টিউটোৰিয়েলত আমি আপোনাক স্ৱাগত জনাইছো
00:08 এতিয়া আপোমি তিনিটা উইন্ডো দিখিব পাৰিছে Maths.tex হল সোর্স্ ফাইল
00:13 দি্বতীয় উইন্ডোটো এই ফাইলক কম্পাইল্ কৰাৰ বাবে ব্যবহাৰ কৰা হয়
00:16 আউটপুট্ ফাইল, Maths.pdf পিডিএফ্ ব্রাউসাৰত আছে
00:22 এই ব্রাউসাৰটোৱে পিডএফ্ ফাইলৰ সাম্প্রিতকতম (latest) সংস্কৰণটো দেখায়
00:28 আহক, গণিতত ব্যবহৃত গ্রীক চিহ্ন-বোৰ দি এই আলোচনা আৰম্ভ কৰা যাওক
00:32 লেটেকত গাণিতিক expressions লিখিবলৈ হলে ডলাৰচিহ্ন ব্যবহাৰ কৰিব লাগে
00:38 উদাহৰণস্বৰুপে, আলফা চিহ্ন লিখিবলৈ ডলা ৰ আলফা ব্যবহাৰ কৰা হল
00:52 কম্পাইল্ কৰা হল আলফা চিহ্ন দেখা গৈছে
01:02 অনুৰুপভাবে বিটা , গামা , ডেল্টা ইত্যাদি চিহ্ন লেখা যায় দেখা যাওক ইয়াক কম্পাইল্ কৰিলে কি হয়
01:25 আপোনি লেটেকৰ বিষয়ত যিকোনো উচ্চমানৰ পাঠ্যপুস্তক অথবা ইন্টাৰনেট্ৰ পৰা এই প্রকাৰ চিহ্নবোৰৰ সম্পূর্ণ তালিকা পাব পাৰে
01:34 আমি এবাৰ গাণিতিক expressionsত ব্যবধান(spaces) ৰাখাৰ বিষয়ে আলোচনা কৰিম
01:41 ইয়াক কৰাৰ পূর্বে , আগৰ লেখাটোক ডিলিট্ কৰা যাওক কম্পাইল্ কৰা যাওক
01:58 আমি কিভাবে আলফা-a চিহ্ন লিখিব পাৰো ?
02:03 আমি alpha-aলিখি চেষ্টা কৰো যি আমি আলফা আৰু a ৰ গুণফল বিছাৰো alpha-aলিখো
02:25 কিন্তু লেটকে অভিযোগ জনাইছে যে , আলফা-a লেটেকত অনির্ধাৰিত নিয়ন্ত্রণ ক্রম হয়.
02:36 লেটেকে এই কমান্ড-ইয়াৰ অর্থ বুঝিব নোৱাৰেসোর্স্ ফাইলত স্পেসৰ ব্যবহাৰ আৰু আউটপুট্ ফাইলত স্পেসক উপেক্ষা কৰাৰ মাধ্যমেৰে এই সমস্যাৰ সমাধান কৰা যাব পাৰে ইয়াৰ পৰা বাহিৰত আহা যাওক পুনৰায় কম্পাইল্ কৰা যাওক এতিয়া আউটপুট্ ফাইলত দেখা গৈছে - আলফা আৰু a ইয়াৰ গুণফল হল আলফা - a
03:03 তেনেহলে দেখা গৈছে স্পেসে কমান্ডবোৰক বিছিন্ন কৰে এই স্পসবোৰ আউটপুট্ ফাইলত দৃশ্যমান নহয়
03:14 তেনেহলে আউটপুট্ ফাইলত স্পেস্ দেখাব বিচাৰিলে কি কৰিব লাগিব ?
03:19 সেইক্ষেত্রত আমি লেটেকক সুনিদিষ্ট ভাবে নিৰ্দেশ দিব লাগিব উদাহৰণস্বৰুপে , আলফা বিপৰীত স্ল্যাশ্(reverse slash) স্পেস্ a লেখা যাওক , কম্পাইল্ কৰা যাওক , চাওক ইয়াত এটা স্পেস্ দেখা গৈছে
03:50 আমি বিভিন্ন দৈৰ্ঘৰ ব্যবধান(spaces) ৰাখিব পাৰো উদাহৰণস্বৰুপে , পিছৰ লাইনত যোৱা যাওক
04:08 Quad-a ত় এটা স্পেস্ আছে
04:20 আলফা-q-qad-a ত় বেছি দৈৰ্ঘৰ ব্যবধান আছে
04:32 আমি এই কমান্ডবোৰক একেলগ কৰিব পাৰো চাওক,
04:45 আৰো বেছি ব্যবধান দেখা গৈছে
04:52 আমি আৰো বেছি দৈঘ্র স্পেস্ বিচাৰিলে hspace কমান্ড ব্যবহাৰ কৰিব পাৰো
05:15 কিন্তু প্রথম লাইনটো পৃষ্ঠাৰ প্রান্তভাগত কিয় নিৰ্দিস্ট ভাবে আছে? কাৰণ, ইয়াত প্যাৰাগ্রাফৰ আৰম্ভনি হৈছে
05:23 ইয়াক ইয়ালৈ আনা যাওক
05:40 ঠিক আছে লেটেকত কিভাবে ক্ষুদ্রতৰ স্পেস্ ৰাখা যায়, মই এতিয়া সেই পদ্ধিত বর্ণনা কৰিম
05:50 এইটো স্ল্যাশ্ কমা a ইয়াৰ মাধ্যমেৰে কৰা হয়
06:02 লক্ষ্য কৰক , ইয়াত সর্বশেষ লাইনত স্ল্যাশ্ কমা কমান্ড-ইয়াৰ মাধ্যমেৰে ক্ষুদ্রতৰ স্পেস্ ৰাখা হৈছ
06:18 এবাৰ আমি চাম, টেক্সট মোডৰ পৰা গাণিতিক মোডত গলে লেখাৰ ফন্ট্-ইয়াৰ কি প্রকাৰ পৰিবর্তন হয়
06:24 ইয়াত এইটো পৰিষ্কাৰ ভাবে দেখা গৈছে লক্ষ্য কৰক, ইয়াতও a আছে , আউটপুটতোও a আছে কিন্তু এই a -ইয়াৰ ফন্ট্ ইয়াৰ পৰা অন্যৰকম হয়
06:44 এই a টোক ডলাৰচিহ্নত লিখি এই সমস্যাৰ সমাধান কৰা যায়
06:59 চাওক , এতিয়া এই ফন্ট্ আৰু এই ফন্ট্-ইয়াৰ মাজত কোনো পার্থক্য নাই
07:05 যোনে লেটেক শিকিবলে আৰম্ভ কৰিছে, তেখেতলোকে প্রায়েই সকলো ভেৰিযে়বল্-ইয়াৰ ফন্ট্ ভিন্ন ৰখাৰ ভুল কৰিব পাৰে
07:14 মাইনাস্ বা বিয়োগ চিহ্নৰ বাবেও আমি ডলাৰচহ্নৰ ব্যবহাৰ কৰিব লাগিব
07:19 ইয়াৰ বাবে, আগত এইটোক ডিলিট কৰা যাওক কম্পাইল্ কৰা যাওক
07:34 এবাৰ লিখা যাওক 'Negative of alpha-a is minus -alpha-a' অর্থাৎ ঋণাত্মক আলফা-a হল মাইনাস্ আলফা-a
07:51 কম্পাইল্ কৰা যাওক
07:57 লক্ষ্য কৰক , মাইনাস্ চিহ্নটো সৰু ড্যাস্-ইয়াৰ আকাৰত দেখা গৈছে
08:07 মাইনাস চিহ্নক ডলাৰত লোৱাৰ বাবে এই সমস্যাৰ সমাধান কৰা যায়
08:13 এইক্ষেত্রত , মাইনাস্ চিহ্নটোক ডলাৰত লিখা যাওক
08:22 আগৰটোৰ সৈতে তুলনা কৰাৰ বাবে, এইটোক ইয়াত ৰাখক, আৰু এইটোক কপি কৰা হল আৰু মাইনাস্ চিহ্ন-টোকোও লেখা হল
08:42  দুটা মাইনাস্ চিহ্ন-ইয়াৰ পার্থক্যটো লক্ষ কৰক এই মাইনাস্ চিহ্ন-টো ডলাৰচিহ্নত আছে যোনে লেটকৰ বিষয়ত পাৰদর্শী নহয় , তেখেতলোকে এই ভুলটোও প্রায়েই কৰে
08:59 এই যি গাণিতক চিহ্নবোৰত ৰাখাৰ প্রয়োজন আছে আৰু এইক্ষেত্ৰত ড্যাস্-ইয়াৰ র্ব্যবহাৰ কৰা নহয়
09:07 এবাৰ আমি frac কমান্ড -ইয়াৰ বিষয়ত আলোচনা কৰিম এই কমান্ডক ভগ্নাংশ লিখিবলৈ ব্যবহৃত হয়
09:18  কম্পাইল্ কৰা যাওক
09:29   frac a b , ই a আৰু bক('a by b') ভগ্নাংশ আকাৰত দেখাইছে
09:44  লক্ষ কৰক, a আৰু b ইয়াত ক্ষুদ্র আকাৰত দেখা গৈছে উদাহৰণস্বৰুপে, ইয়াত লিখা যাওক 'a by b' is created by 
10:08 ইয়াত a আৰু b ৰ আকাৰ আৰু 'a by b'ৰ আকাৰত লক্ষ কৰক
10:13   frac কমান্ডক স্পেস্-ইয়াৰ দ্ৱাৰা শেষ কৰা হয় frac কমান্ড-ইয়াৰ দুটা আর্গুমেন্ট থাকে
10:24  প্রথম আর্গুেমন্ট-টোক ভগ্নাংশৰ লব আৰু দ্বিতীয় আর্গুেমন্ট-টোক ভগ্নাংশৰ হৰ হিসাবে ব্যবহাৰ কৰা হয়
10:32 ইয়াত  'frac a b' সে্পস্ নাথাকিলেও ই একেই আউটপুট্ দিয়ে
10:45  চওক, ই একেই উত্তৰ দেখাইছে
10:50 সেয়ে, এইক্ষেত্ৰত a আৰু bৰ মাজত থকা স্পেসৰ কোনো কার্যকাৰীতা নাই
10:54   a b by c d লিখিব বিছাৰিলে কি কৰিব লাগিব?
11:01 লেটেকত আর্গেুমন্ট-বোৰ ব্ৰেস্ বা বন্ধনীৰ মধ্যে আবদ্ধ থাকে উদাহৰণস্বৰুপে ,ইয়াত ডলাৰfrac A B ভাগ C D লিখা যাওক
11:19  ইয়াত এইটো A B ভাগ C D দেখা গৈছে
11:25  ইয়াৰ ফলত, যিকোনো জটিল প্রকাশত(expression) এজনে বন্ধনীৰ মাঝত লিখিব পাৰে
11:34 উদাহৰণস্বৰুপে, frac A B আৰু তাৰপিছত ১ +frac CD ভাগ EF লিখা যাওক এইটোক বন্ধ কৰা যাওক
12:02 ইয়াত দেখা যাওক
12:07  আমি এইটো জটিল প্রকাশ(expression) অর্থাত AB ভাগ ১ + CD ভাগ EF তৈয়াৰ কৰিছো
12:15  এই কমান্ডিটোৰ অর্থ হল - প্রথম আর্গুমেন্ট্ AB ক ভগ্নাংশৰ লব আৰু দ্বিতীয় আর্গুমেন্ট ১ + CD ভাগ EF ক ভগ্নাংশৰ হৰ হিসাবে গন্য কৰা হব
12:28   লেটেকৰ এই বৈশিষ্ট্য ব্যবহাৰ কৰি যিকোনো জটিল প্ৰকাশ অনায়াসে টাইপ কৰা যায়
12:36  এতিয়া আমি সাবস্ক্ৰিপ্ট্ আৰু সুপাৰস্ক্ৰিপ্ট্ -ইয়াৰ বিষয় আলোচনা কৰিম এইটোক ডিলিট্ কৰা যাওক
12:46  x আন্ডাৰস্কোৰ a কমান্ডে  'x of a' তৈয়াৰ কৰে
12:59 লেটেকত , a ৰ আকাৰ সয়ংক্ৰিয়ভােব সঠিক অনুপাতত সৰু হৈ যায়
13:04 তেনেহলে x আন্ডাৰস্কোৰ ab লিখিব গলে কি কৰিব লাগিব? 'x', 'ab', ডলাৰিচহ্ন লিখা যাওক
13:21  কিন্তু এই কমান্ড-ইয়াৰ দ্ৱাৰা x সাব ab পোৱা নাযায়, পোৱা যায় x সাব a, b' ইয়াৰ কাৰণ হল সাবস্ক্ৰিপ্ট্ কমান্ডত কেবল মাত্র এটা-ই আর্গুমেন্ট থাকিব পাৰে সেই কমান্ডটোৱে মাত্র a-ক আর্গুমেন্ট হিসাবে ব্যবহাৰ কৰিছে যদি আমি a আৰু b ক একেলগে আর্গুমেন্ট হিসাবে দেখিব বিছাৰো , তেনেহলে আমি দুইটাকে ব্ৰেস্ বা বন্ধনীত আবদ্ধ কৰিব লাগিব উদাহৰণস্বৰুপে , a আৰু b ক ব্ৰেস-ত ৰাখা হল এতিয়া এইটোক সঠিকভাবে দেখা গৈছে
14:00 সুপাৰস্ক্ৰিপ্ট্-ইয়াৰ বাবে ক্যাৰট্ বা আপ arrow চিহ্ন-ইয়াৰ ব্যবহাৰ কৰা হয় উদাহৰণস্বৰুপে, আপোনি যদি আউটপুট্ x কিউব লিখিব বিছাৰে ,তেনেহলে আপোনি সোর্স ফাইলত x আপ arrow ৩ লিখিব লাগিব
14:22  সাধাৰণ এডিটৰত ই x আপ arrow ৩ হিসাবে দেখা যাব আমি ইয়াক ডলাৰিচহ্নত আবদ্ধ কৰিম কম্পাইল্ কৰা যাওক চাওক, x সূচক ৩ দেখা গৈছে
14:43 আকৌ এবাৰ , বন্ধনীৰ ব্যবহাৰ দ্ৱাৰা সাবস্ক্ৰিপ্ট্ আৰু সুপাৰক্ৰিপট সংক্রান্ত আৰু জটিল প্ৰকাশ তৈয়াৰ কৰা যায়
14:50   যেনে x সূচক ৩ , সূচক a , সূচক ২.৫ লেখা যাওক
15:12   আউটপুটত x কিউবে সম্পূর্ণ প্ৰকাশক সূচক হিসাবে এই বাকি ৰাশিবোৰ দেখা গৈছে
15:21   এতিয়া যদি আমি ৩টা সংখয়াক ইয়াত নিবিছাৰো, তেনেহলে এইটোক ডিলিট কৰা যাব পাৰে
15:35  আমি ইয়াৰ সৈতে সাবস্ক্ৰিপ্ট্ -ও যোগ কৰিব পাৰে সাবস্ক্ৰিপ্ট্, বিটা আৰু কো-সাবস্ক্ৰিপ্ট্ হিসাবে 'ce' লেখা যাওক , সাবস্ক্ৰিপ্ট্ বন্ধ কৰা যাওক ,
15:58 এতিয়া ডলাৰিচহ্ন দ্ৱাৰা কমান্ড সমাপ্ত কৰা যাওক
16:06 এতিয়া আউটপুটত দেখা গৈছে -
16:09   x ইয়াৰ সূচক a , a ইয়াৰ সূচক ২.৫ আৰু x ইয়াৰ সাবস্ক্ৰিপ্ট্ বিটা , যাৰ সূচক ce
16:18  এতিয়া আৰো কিছু চিহ্ন সম্পর্কে জনা যাওক , যিবোৰ লেটেকত সাধাৰণতঃ ব্যবহাৰ কৰা হয়
16:23 কম্পাইল্ কৰা যাওক নতুন লিখা আৰম্ভ কৰা যাওক ,
16:28  A ইকুয়াল্-টু b , a নট্ ইকুয়াল্-টু b চাওক , আউটপুটত দেখা গৈছে a আৰু b অসমান
16:43  পিছৰ লাইনত যোৱা যাওক a গ্ৰেটাৰদ্যান্ b , a গ্ৰেটাৰদ্যান্ বা ইকুয়াল্-টু b , a গ্ৰেটাৰ গে্ৰটাৰদ্যান্ b
17:01  কম্পাইল্ কৰা যাওক  চাওক , আউটপুট্ত দেখা গৈছে, a b-ইয়াৰ পৰা ডাঙৰ , ইয়াৰ পৰা ডাঙৰ অথবা b ইয়াৰ সমান ,ইয়াৰ পৰা অনেক ডাঙৰ
17:12   এবাৰ লেখা যাওক , a লেস্ দ্যান্ b , a লেস্ দ্যান্ অৰ ইকুয়াল্-টু b , a লেস্ লেস্ দ্যান্ b
17:31  কম্পাইল্ কৰিলে আউটপুটত দেখা গৈছে, a b-ইয়াৰ পৰা সৰু , a b-ইয়াৰ পৰা সৰু অথবা b ইয়াৰ সমান , a b-ইয়াৰ পৰা অনেক সৰু
17:37  এবাৰ লেখা যাওক a rightarrow b, a leftarrow b, a left rightarrow b আউটপুট্ত দেখা গৈছে , সো ফালৰ arrow, বাওফালৰ arrow, বাও আৰু সো উভয়ৰ arrow আৰো কিছু লেখা যাওক
18:06  a times b , 
18:17 দেখা যাওক কি হয়
18:21  আউটপুটত a আৰু b গুনফলৰ আকাৰ দেখা গৈছে a প্লাস্ cdots প্লাস্ b, a কমা l-dots কমা b
18:48 আউটপুট্ত চাওক cdots-ইয়াৰ ক্ষেত্ৰত ডট্-বোৰ কেনেদৰে থাকে ,ldots -ইয়াৰ ক্ষেত্ৰত ডট্-বোৰ তলত থাকে
18:58 অনুৰুপভাবে vdots আৰু ddots -ও লেখা সম্ভব
19:05 i-n-f-t-y কমান্ড-ইয়াৰ দ্ৱাৰা ইনফিনিটি চিহ্ন লেখা যায় ইয়াত এইটো দেখা গৈছে
19:17 লেটেকত 'sum' কমান্ড আছে এইটো দেখা যাওক
19:28 এইটো হল সামেশন চিহ্ন
19:33  আমি এই চিহ্ন-ইয়াৰ সৈতে সাবস্ক্ৰিপ্ট্ আৰু সুপাৰস্ক্ৰিপ্ট্ যোগ কৰিব পাৰো
19:38  i সমান চিহ্ন ১ ,আপ arrow ১০০ এই ১০০ হল সুপাৰস্ক্ৰিপ্ট্ আউটপুটত দেখা যাওক i-ইয়াৰ মান ১ ৰ পৰা ১০০ পর্যন্ত যিকোনো সংখ্যা হব পাৰে
19:52 লেটেকত প্রোডাক্ট্ বা গুনচিহ্ন লেখা যায়
20:01 pie চিহ্নিটো দেখা গৈছে লেটেকত আমি integral বা সমকলন চিহ্ন-ও লিখিব পাৰো
20:10  সাবস্ক্ৰিপ্ট্ বিটা সূচক ২ চাওক, আউটপুটত দেখা গৈছে ,
20:27  ইনিটগ্রাল্ , আনইনিটগ্রাল্ সাবস্ক্ৰিপ্ট্ a , সুপাৰস্ক্ৰিপ্ট্ বিটা স্কোয়্যাৰ
20:38 ইয়াৰ পিছত আমি মেট্ৰিক্স্ বিষয়ত আলোচনা কৰিম
20:43   তাৰ আগত , আমি এইবোৰ সকলো ডিলিট্ কৰি দিম কম্পাইল্ কৰা হল আৰু নতুন লিখা আৰম্ভ কৰা হল
20:51  মেটৰিক্স্ লিখিবলৈ গলে আমি 'use package a-m-s-math' কমান্ডটো ব্যবহাৰ কৰিব লাগিব
21:07 এই পেকেজত অন্যান্য কমান্ড-ইয়াৰ সংজ্ঞা আছে , যিবোৰৰ পৰা কিছু আমি এতিয়াই ব্যবহাৰ কৰিম
21:15 ampersend বা and চিহ্নটোৱে দুটা কমান্ড-ক পৃথক কৰিবলৈ ব্যবহৃত হয়
21:21 লেটেকত মেট্ৰিক্স্ কিভাবে লেখা যায় ? ' begin matrix, a, b , end matrix ' লেখা যাওক ইয়াত ডলাৰিচহ্ন লেখা হল
21:43 আপোনি আউটপুটত a b মেট্ৰিক্স্-আকাৰ দেখিব পাৰিছে
21:46 এতিয়া এই মেটৰিক্স্ত দ্বিতীয় সাৰি যুক্ত কৰিব বিছাৰিলে, দুটা বিপৰীত স্ল্যাশ্ -ইয়াৰ ব্যবহাৰ কৰিব লাগিব মেটৰিক্স্-ইয়াৰ সাৰিবোৰক দুট‌া বিপৰীত স্ল্যাশ্ -ইয়াৰ দ্বাৰা বিচ্ছিন্ন কৰা হয় তেনেহলে লেখা যাওক - c d e দ্বিতীয় সাৰিত তিনটা শ্ৰেণী আছে
22:10  চাওক , ইয়াত দেখা গৈছে c d e
22:15   এইটোক অন্য প্রকাৰেও লেখা যাব পাৰে প্রথম সাৰি , দ্বিতীয় সাৰি , তৃতীয় সাৰি এইক্ষেত্ৰত,পূর্বৰ মতে একেই আউটপুট্ দেখা গৈছে
22:32 ইয়াত 'pmatrix' লিখা যাওক
22:43 আউটপুট্-ইয়াৰ পৰিবর্তন -টো লক্ষ্য কৰক
22:46 এবাৰ ইয়াত 'bmatrix' লেখা যাওক
22:55  ইয়াত লক্ষ্য কৰক
22:59  আমি এতিয়া জটিল মেট্ৰিক্স্ লেখাৰ পদ্ধিত বর্ণনা কৰিম
23:04 এইবোৰ ডিলিট্ কৰা যাওক
23:09  মই পূর্বে-ই এই কমান্ড -টো লিখিছিলো এইটো কপি কৰি পেস্ট কৰা যাওক
23:18 এইবোৰ পূর্ব কম্পাইেলশনত দৃশ্যমান নহয় কাৰন এইটো এই end document ৰ তলত আছিলে লেটেকত ইয়াৰ তলত লেখা কমান্ড -বোৰক উপেক্ষা কৰা হয়
23:29   সেয়ে, ইয়াত জটিল মেট্ৰিক্স্ লেখা হৈছে  ইয়াত চাৰিটা সাৰি আছে প্রথম সাৰিটোত a,b পৰা z পর্যন্ত আছে  দ্বিতীয় সাৰিত a-ইয়াৰ বর্গ , b-ইয়াৰ বর্গ পৰা z-ইয়াৰ বর্গ পর্যন্ত আছে তৃতীয় সাৰিত মাত্র vdots আছে শেষ সাৰিত এইটো আছে
23:51 অধিকাংশ ক্ষেত্ৰতেই লেটেক্ কমান্ড-বোৰ 'case sensitive ' হয় উদাহৰণস্বৰুপে , আমি যদি এইটোক পৰিবর্তন কৰি ডাঙৰ হাতৰ B লিখো , তেনেহলে লক্ষ্য কৰক আউটপুট
24:12 পৰিবর্তিত হৈ গল
24:15 অধিকাংশ ক্ষেত্ৰতেই লেটক্ কমান্ডবোৰ সৰু হাতৰ অাখৰত লিখা থাকে, ডাঙৰ হাতৰ অাখৰত এই কমান্ড-বোৰক ব্যবহাৰ কৰা নাযায়
24:21 যোনে উইন্ডোস্ অপােৰিটং সিস্টেমত লেটক্ ব্যবহাৰ কৰে, তেখেতলোকে অবশ্যই এইটো মনত ৰাখা উচিত
24:27 ইয়াতেই এই টিউটোিৰয়াল্ ইয়াৰ সমাপ্ত হল
24:30 আপোনি যদি লেটেকৰ নতুন ব্যবহাৰকাৰী হয়, তেনেহলে সকলো সময়তে প্ৰতি পৰিবর্তনত কম্পাইল্ কৰা নিশ্চিত কৰক আৰু পৰিবর্তনবোৰ সঠিকভাবে কাম কৰিছে নে নাই নিস্চিত কৰক.
24:39 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ

Contributors and Content Editors

Mousumi, Nancyvarkey