LaTeX-Old-Version/C2/Inside-story-of-Bibliography/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ বন্ধুগণ, বিবলিওগ্রাফি সংক্রান্ত এই টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো |
| 00:06 | ইয়াৰ বাবে মই বিবটেক্ ব্যবহাৰ কৰিম. বিবটেক্ লেটেকৰ পৰা বেলেগ আৰু স্বতন্ত্র হোৱা এটা উপযোগিতা |
| 00:14 | আপোনি ইয়াত যি pdf ফাইলটো দেখিছে, সেইটো তৈয়াৰ কৰাৰ পদ্ধতি আমি ইয়াত শিকিম |
| 00:20 | প্রথম পৃষ্ঠাত টাইটল্ বা শিৰোনাম দেখা গৈছে |
| 00:25 | এবাৰ দ্বিতীয় পৃষ্ঠাত যোৱা যাওক, ইয়াত মূল লিখাটো আছে(text) |
| 00:31 | ইয়াত একৰ পৰা ছয় পর্যন্ত আৰু পিছৰ পৃষ্ঠাত এঘাৰ পর্যন্ত ৰেফৰেন্স আছে |
| 00:41 | লক্ষ্য কৰক, এই ৰেফৰেন্স্-বোৰ বর্ণানু ক্রমানুসাৰে সজ্জিত আছে |
| 00:47 | ইয়াত এইটো দেখা গৈছে |
| 00:52 | এবাৰ সেই সোর্স ফাইলত যোৱা যাওক, |
| 00:59 | যাৰ দ্বাৰা এই ফাইলটো তৈয়াৰ কৰা হৈছে. এইটো দেখা যাওক |
| 01:07 | এই বিষয়টো স্পষ্ট যে - যি ৰেফৰেন্স্-বোৰ আমি pdf ফাইলত দেখিছিলো, সেইবোৰ ইয়াত উপস্হিত নাই। |
| 01:13 | সোর্স ফাইল্ত ৰেফৰেন্স্-বোৰ অন্তর্গত নাই। |
| 01:17 | তেনেহলে ৰেফৰেন্স্-বোৰ কোত আছে ? সেইবোৰ ref নামৰ ফাইলত আছে প্রকৃতপক্ষে ফাইলটোৰ নাম হয় ref.bib |
| 01:26 | বিবলিওগ্রাফি কমান্ড্ৰ বাবে এইটো ডিফল্ট হয়। |
| 01:34 | চাওক ref.bib ফাইলটো উপস্থিত আছে |
| 01:39 | এইবাৰ দেখা যাওক এই ref.bib-নামৰ ফাইলত কি আছে |
| 01:52 | এই ফাইলটো খোলা যাওক, এইটোত বিভিন্ন বিভাগৰ তথ্য আছে, উদাহৰণস্বৰুপে, ইয়াত book, tech-report, in proceedings, miscellaneous আৰু article বিভাগ আছে। |
| 02:09 | আমি এই ফাইল সংক্রান্তলৈ অলপতে উভতি আহিম আৰু বিস্তাৰিতত আলোচনা কৰিম |
| 02:13 | এতিয়া আউটপুটত ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিত মন দিয়া যাওক |
| 02:19 | ইয়াৰ বাবে সোর্স ফাইল্ অর্থাৎ references.tex ফাইলত উভতি আহা যাওক । |
| 02:31 | এই পৃষ্ঠাৰ উপৰত যোৱা যাওক |
| 02:36 | এইবাৰ যি ফাইলবোৰৰ নাম references দি আৰম্ভ হৈছে , সেইবোৰৰ এখন তালিকা তৈয়াৰ কৰা যাওক |
| 02:44 | ইয়াত তালিকাটো দেখা গৈছে |
| 02:47 | এইবোৰৰ পৰা references.tex এৰি বাকি ফাইলবোৰ ডিলিট (delete) কৰা যাওক ডিলিট কৰা হৈছে। |
| 03:04 | এই বিষয়ত নিশ্চিত হোৱা যাওক |
| 03:09 | চাওক, এতিয়া মাত্র references.tex নামৰ ফাইলটো আছে |
| 03:12 | এই ফাইলটো এবাৰ কম্পাইল কৰা যাওক |
| 03:19 | কম্পাইল কৰাৰ পিছত দেখা গৈছে যে কিছু warning message আহিছে । |
| 03:20 | ইয়াত কিছু undefined references আছে, কিছু citation ইয়াত অনুপস্থিত আছে |
| 03:39 | চাওক pdf.tex কমান্ডৰ দ্বাৰা ইয়াত কিছু নতুন ফাইল তৈয়াৰ হৈছে। |
| 03:52 | references.pdfৰ লগতে আৰো কিছু নতুন ফাইল তৈয়াৰ হৈছে, যেনে references.log আৰু references.aux নামৰ ফাইল-দুটাও তৈয়াৰ হৈছে। |
| 04:04 | প্রথমে references.log ফাইলটো দেখা যাওক |
| 04:15 | ফাইলটো খোলা যাওক ইয়াত অনেক তথ্য আছে, প্রকৃতপক্ষে ইয়াত যি মেসেজ্ (message) দেখা দিছিলে, ইয়াত সেইসকলো আছে |
| 04:20 | তলত গৈ দেখা যাওক ইয়াত অনেক তথ্য আছে, লগতে এই warning - বোৰও আছে। |
| 04:36 | ইয়াত এটা warning আছে যে, কিছু ফন্ট্ অনুপস্থিত, এই warning - টো এতিয়া খুব গুৰুত্বপূর্ণ নহয় |
| 04:43 | কিন্তু ইয়াত আৰো কিছু warning আছে যেনে- কিছু ৰেফৰেন্স, কিছু সাইটেশন অনুপস্থিত হয় - এইবোৰ আমাৰ বাবে গুৰুত্বপূর্ণ । |
| 04:50 | এতিয়া আমি এই warning -বোৰ দূৰ কৰাৰ চেষ্টা কৰিম । |
| 04:55 | এতিয়া ফাইলটো অর্থাৎ references.aux নামৰ ফাইলটো খোলা যাওক |
| 05:04 | ইয়াত অনেক সাইটেশন্(citations) কমান্ড্ আছে এইবোৰ কৰ পৰা আহিছে ? |
| 05:13 | সাইটেশনৰ সকলো আর্গুমেন্ট-বোৰ সোর্স ফাইলৰ সাইট্(cite) কমান্ড্ত উপস্থিত আছিল । |
| 05:18 | এইটো দেখা গৈছে ইয়াত এইটো খোলা যাওক |
| 05:26 | তললৈ যোৱা যাওক. তাত ইয়াৰ বাবে স্ক্ৰোল আছে. সোর্স ফাইল. |
| 05:31 | উদাহৰস্বৰুপে, ইয়াত ‘cite vk 79’ দেখা গৈছে আৰু সেই vk79 ইয়াতও দেখা গৈছে, |
| 05:37 | ‘cite tk 80’ ইয়াতও দেখা গৈছে ইত্যাদি । এই bibstyle-plain -ও সোর্স ফাইলত থাকে, |
| 05:51 | উপৰত যোৱা যাওক, চাওক ইয়াত bibliography style – plain দেখা গৈছে, যি plain ইয়াত দেখোৱা হৈছে |
| 06:00 | এই aux ফাইলত ভেৰিয়েবল (variable)- বোৰৰ নাম-ও সঞ্চিত থাকে। উদাহৰণস্বৰুপে, এই সেকশন বা পৰিচ্ছেদৰ এটা লেবেল যোগ কৰা যাওক |
| 06:11 | এবাৰ সোর্স ফাইলত আহা যাওক |
| 06:18 | প্রথমে এই লেবেলটোক ডিলিট কৰা যাওক |
| 06:26 | ডিলিট কৰা হল ফাইলটো কম্পাইল্ কৰা যাওক। |
| 06:37 | এবাৰ এই ফাইলটোক পুনৰায় খোলা যাওক |
| 06:47 | লক্ষ্য কৰক, এইটো এতিয়া আৰু ইয়াত নাই |
| 06:50 | এইবাৰ ইয়াত এটা লেবেল ‘label – sec arya’ যোগ কৰা যাওক। |
| 07:06 | সেভ কৰি কম্পাইল্ কৰা যাওক. এইটো খোলা যাওক |
| 07:13 | এইবাৰ এই ফাইলটোত আহা যাওক আৰু এইটোক পুনৰায় খোলা যাওক |
| 07:18 | এই কমান্ডটো লক্ষ্য কৰক new label sec arya, |
| 07:23 | ইয়াত যি লেবেলটো আছিলে, ইয়াতও সেই লেবেলটোও আছে । ইয়াত section 1 বা ১ নম্বৰ পৰিচ্ছদ নির্দেশ কৰে |
| 07:31 | আৰু এই ২ -ইয়াৰ অর্থ এই ডকুমেন্ট্ট পৃষ্ঠা ২ হয়। |
| 07:41 | পিছৰ কম্পায়লেশনত লেটেকে aux ফাইল্টো পড়ে আৰু লেবেল সংক্রান্ত তথ্য লোড কৰে |
| 07:48 | এই কাৰণৰ বাবে-ই সঠিক লেবেল পোৱাৰ বাবে দুইবাৰ কম্পায়লেশনৰ প্রয়োজন হয় । |
| 07:52 | তেনেহলে ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতিটো ব্যাখ্যা কৰা যাওক. এতিয়া আমি বিবটেক ব্যবহাৰ কৰিবলৈ শিকিম |
| 08:01 | ইয়াত BibTeX references কমান্ড্টো প্রয়োগ কৰা যাওক |
| 08:17 | এই কমান্ডে references.aux ফাইলৰ পৰা input লয়. চাওক ইয়াত দেখা গৈছে যে references.aux ব্যবহাৰ কৰা হৈছে |
| 08:30 | plain.bst নামৰ স্টাইল্ ফাইলত ব্যবহাৰ কৰা হৈছে। |
| 08:39 | এই plain কমান্ডৰ দ্বাৰা নির্দেশ কৰা হৈছে আৰু 'ref.bib'ৰ তাৰিখ. আমি পূর্বেই আলোচনা কৰিছো ৰেফৰেন্স সংক্রান্ত তথ্য ref.bib নামৰ ফাইল চাওক, এক নম্বৰ database ফাইলটো হল ref.bib |
| 08:51 | মনত কৰি চাওক plain style ব্যবহাৰ কৰা হৈ আছিল আৰু ৰেফৰেন্স সংক্রান্ত সোর্স ফাইলটো আছিল ref bib। |
| 08:56 | দেখা যাওক, কি ফাইলবোৰ তৈয়াৰ কৰা হৈছে. |
| 09:00 | এইবাৰ দেখা যাওক, BibTeX.references কমান্ডৰ দ্বাৰা আৰো কি কি নতুন ফাইল্ তৈয়াৰ হৈছে |
| 09:10 | ইয়াৰ এখন তালিকা তৈয়াৰ কৰা যাওক। লক্ষ্য কৰক, আগতে আমি যি ফাইলবোৰ দেখিছিলো, সেইবোৰৰ লগতে |
| 09:15 | আৰো দুটা নতুন ফাইল্ তৈয়াৰ হৈছে -references.blg আৰু references.bbl |
| 09:23 | references.blg ফাইলত formatting সংক্রান্ত তথ্য থাকে । এইটোক দেখা যাওক |
| 09:35 | চাওক ইয়াত formatting বিষয়ক তথ্য আছে |
| 09:39 | ইয়াৰ পৰা বাহিৰত আহা যাওক |
| 09:41 | এইবাৰ দেখা যাওক references.bbl ফাইলত কি আছে। যি ৰেফৰেন্স্-বোৰ আমি আগতে দেখিছিলো, ইয়াত সেইবোৰেই আছে |
| 09:55 | মূল pdf ফাইলত ৰেফৰেন্স্-বোৰ আমি যি ক্রমানুসাৰে বিছাৰো, এই references.bbl ফাইলতও ৰেফৰেন্স্-বোৰ সেই ক্রমানুযায়ী সজ্জিত আছে। |
| 10:07 | সাধাৰনতে, এই ফাইল্-বোৰক আপোনালোকে নিজৰ হাতৰে পৰিবর্তন কৰিবলৈ নালাগে, আৰু এইবোৰক দেখাৰ-ও প্রয়োজন নহয়। |
| 10:15 | শেষ কম্পাইলেশন্ৰ সময়ত আমি এটা warning পাইছিলো যে references.bbl নামৰ ফাইলটো অনুপস্থিত |
| 10:23 | এটা references.log ফাইলত দেখা যাব পাৰে. এই ফাইলটোক এতিয়া খোলা যাওক। |
| 10:35 | চাওক, ইয়াত দেখা গৈছে- no file references.bbl |
| 10:47 | তেনেহলে, আগৰ কম্পাইলেশনত এই সমস্যাটো হৈ আছিল |
| 10:55 | কিন্তু এতিয়া আমি বিবটেক্ ব্যবহাৰ কৰি references.bbl ফাইলটো তৈয়াৰ কৰিছো |
| 11:01 | তেনেহলে পুনৰায় এবাৰ কম্পাইল্ কৰা যাওক |
| 11:10 | এতিয়া অন্য warning দেখা গৈছে যে - ‘label’s may have changed’ |
| 11:15 | প্রকৃতপক্ষে, যি মুহুর্তে আমি এই ফাইলটোক কম্পাইল্ কৰিছো, references.bbl ফাইলটো পড়া হৈছে আৰু সেই ৰেফৰেন্স্ - বোৰ ইয়াত লোড কৰা হৈছে । |
| 11:27 | আৰু, ইয়াত যি ক্রম অনুসাৰে ৰেফৰেন্স বোৰ দেখা গৈছে, references.bbl ফাইলতও সেই ক্রমে আছে |
| 11:33 | আপোনি এইবোৰ এতিয়া দেখিব পাৰিছে। |
| 11:37 | উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্ টো হল Chang and Pearson , ইয়াতও এটা Chang and Pearson |
| 11:43 | ঠিকআছে কিন্তু, এই তথ্য-ও সম্পূর্ণ নির্ভুল নহয়, ইয়াত এইবোৰক যথাযথ ভাবে সাইট্ কৰা নাই হোৱা । |
| 11:53 | তেনেহলে কম্পাইল্ কৰা যাওক. এই বিষয়টো আমি আগতও আলোচনা কৰিছো - আৰো এবাৰ কম্পাইল্ কৰা হলেই এইটো সঠিক হৈ যাব. |
| 12:03 | কিন্তু ইয়াৰ ব্যাখ্যা কি ? references. aux ফাইলত যোৱা যাওক। |
| 12:15 | আগতে মাত্র citing সংক্রান্ত তথ্য আছিল, এতিয়া তাৰ লগত ৰেফৰেন্স্-ও আছে |
| 12:25 | যেনে bibcite cp82 ইত্যাদি |
| 12:33 | ইয়াৰ অর্থ হল cp82 লেবেল-যুক্ত বিবলীয়গ্রাফি আইটেমটো হল ১-নম্বৰ ৰেফৰেন্স্ |
| 12:42 | এইটো দেখা যাওক। সোর্স ফাইল্টোক পুনৰায় খোলা যাওক |
| 12:52 | ইয়াত cp82 খোঁজা যাওক. |
| 12:56 | ইয়াত cp82 দেখা গৈছে. ইয়াৰ সংক্রান্ত ৰেফৰেন্স্ টো ইয়াতে আছে আৰু এইটো এই citationত দেখা গৈছে। |
| 13:07 | ইয়াত দেখা গৈছে ৰেফৰেন্স্ cp82 যি ৰেফৰেন্স্ তালিকাৰ ১ নম্বৰ আইটেম - এই তথ্যটো references.aux ফাইলতও উপলব্ধ আছে |
| 13:24 | এতিয়া যদি পুনৰায় কম্পাইল্ কৰা হয়, তেনেহলে এই তথ্যটো নিজে নিজেই ইয়ালৈ আহে। |
| 13:41 | লক্ষ্য কৰক, এতিয়া কোনো warning নাই. |
| 13:47 | লেটেকে references.aux ফাইলৰ পৰা ৰেফৰেন্স্ নম্বৰ সংক্রান্ত তথ্যটো লয় আৰু সোর্স ফাইলৰ সাইট্(cite) কমান্ডৰ লেবেলৰ সৈতে সেই নম্বৰ-বোৰক মিলাই। |
| 14:05 | আমি চাও যে ফাইল্টোত ref.bib নামৰ ৰেফৰেন্স্-বোৰ আছে. তেনেহলে ইয়াত আহা যাওক, |
| 14:17 | ref.bib, |
| 14:24 | এই পৃষ্ঠাৰ একদম উপৰত যোৱা যাওক। |
| 14:29 | ইমাক্স এডিটৰত আমি যি entry types ব্যবহাৰ কৰো সেইবোৰক আমাৰ পছন্দমতে ৰেফৰেন্সত যোগ কৰা সম্ভব |
| 14:36 | উদাহৰণস্বৰুপে, ধৰা যাওক, ইয়াত entry types ত গৈ এইটো কৰা হল। |
| 14:50 | তেনেহলে, ইমাকশ এডিটৰত এইটো তৈয়াৰ কৰা সম্ভব আৰু যি মুহুর্তত ‘article in journal’ টাইপ পছন্দ কৰা হব, তেতিয়াই এটা খালি ৰেকর্ড তৈয়াৰ হব যাক মই পড়ি পূর্ণ কৰিবলৈ পাৰো। |
| 15:09 | আপোনাৰ এডিটৰৰ যদি এই ক্ষমতা নাথাকে, তেনেহলেও কোনো অসুবিধা নাই. আপোনি manually অর্থাৎ নিজে লিখিও এই এন্ট্রি-বোৰ তৈয়াৰ কৰিবলৈ পাৰে |
| 15:16 | আমি এতিয়া এইটোক নাচাও, সেয়ে এতিয়াৰ বাবে এইটোক undo কৰা যাওক। |
| 15:24 | ref.bib ফাইলত কিছু string ক ডিফাইন কৰি সেইটোক ভেৰিয়েবল(variable) হিসাবে ব্যবহাৰ কৰা সম্ভব |
| 15:33 | উদাহৰণস্বৰুপে, JWC string ইয়াৰ দ্বাৰা John Wiley and Songs Limited, Chichester বোঝোৱে হৈছে, এই string - টোক ৰেফৰেন্সত ব্যবহাৰ কৰা হৈছে। |
| 15:44 | যেনে, এইটোক ইয়াত ব্যবহাৰ কৰা হৈছে প্রত্যেক ৰেফৰেন্সত এটা key word আছে, যিটো ৰেকর্ডৰ প্রথমত থাকে |
| 15:52 | উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ key word KMM07 আৰু এইটো ইয়াতও দেখা গৈছে। প্রকৃতপক্ষে, এই keywordৰ দ্বাৰাই ইয়াত এই ৰেকর্ডটোক বোঝা হৈছে । |
| 16:09 | বিবটেকৰ দ্বাৰা কিভাবে বিভিন্ন প্রকাৰৰ ৰেফৰেন্সিং কৰা যায়, সেই বিষয়ত আলোচনা কৰা যাওক |
| 16:21 | নতুন কোনো পৰিবর্তন কৰাৰ পূর্বে, এইটো বিষয়ত মনত কৰা যাওক যে ইয়াত সকলো ৰেফৰেন্সই বর্ণানুক্রমিক-ভাবে দেখা গৈছে। |
| 16:29 | উদাহৰণস্বৰুপে, ১ নম্বৰ ৰেফৰেন্স্ অর্থাৎ B. C. Chang and Pearson ইয়াত দেখা গৈছে |
| 16:37 | উল্লেখ কৰাৰ মতে প্রথম ৰেফৰেন্স হল ৩, তাৰপিছত ২, তাৰপিছত ১১ ইত্যাদি। ইয়াৰ কাৰণ হল, ইয়াত ৰেফৰেন্স্-বোৰ বর্ণানুক্রমিক-ভাবে সজোৱা আছে। |
| 16:59 | এইবাৰ বিবলিওগ্রাফি স্টাইল্ পৰিবর্তন কৰি u-n-s-r-t কৰা যাওক. এই স্টাইলৰ দ্বাৰা unsorted ৰেফৰেন্সৰ তালিকা পোৱা যায় যি IEEE journalত ব্যবহৃত হয়। |
| 17:13 | এবাৰ কম্পাইলেশনৰ পিছত references.aux ফাইলটো স্টাইল্ সংক্রান্ত তথ্য জানি যায়. এতিয়া ইয়াত u-n-s-r-t থাকিব |
| 17:25 | BibTeX.references কমান্ডৰ দ্বাৰা বিবটেক্ ফাইলটোক execute কৰাত, references.bbl ফাইলত ৰেফৰেন্স্-বোৰৰ এটা তালিকা তৈয়াৰ হৈ যায়। |
| 17:42 | লক্ষ্য কৰক, references.bbl ফাইল্টোও নতুন স্টাইল |
| 17:47 | অর্থাৎ u-n-s-r-t স্টাইল্ অনুসাৰে তৈয়াৰ হৈ যাব |
| 17:52 | এতিয়া references.tex ফাইল্টোক কম্পাইল্ কৰা যাওক |
| 18:02 | লক্ষ্য কৰক, এতিয়া ৰেফৰেন্স্-বোৰৰ ক্রমৰ পৰিবর্তন ঘটিছে |
| 18:09 | ৰেফৰেন্স্-বোৰ এতিয়া আৰু বর্ণানুক্রমিক-ভাবে নাই। |
| 18:16 | কিন্তু এটা সমস্যা আছে যে লেবেল-বোৰ হয়তো পৰিবর্তিত হৈ গৈছে cross-reference সঠিক কৰাৰ বাবে পুনৰায় কম্পাইল্ কৰিবলৈ হব |
| 18:24 | তেনেহলে এইটো কৰা যাওক. এতিয়া warningটো চলি গৈছে। আৰু লক্ষ্য কৰক, সোর্সত ৰেফৰেন্স্-বোৰক যি ক্রমত ব্যবহাৰ কৰা হৈছে, ইয়াত এই তালিকা-তও ৰেফৰেন্স্-বোৰ সেই ক্রমত সজ্জিত আছে. |
| 18:40 | উদাহৰস্বৰুপে, ইয়াত যি ৰেফৰেন্স্টো প্রথমে ব্যবহাৰ কৰা হৈছে, সেইটো-ই ইয়াত ১ নম্বৰ ৰেফৰেন্স্ হিসাবে দেখা গৈছে, দ্বিতীয় ৰেফৰেন্সটো ইয়াত ২ নম্বৰত দেখা গৈছে ইত্যাদি। |
| 18:54 | এতিয়া আমি computer science journals ৰ উপযোগীৰ বাবে ৰেফৰেন্স্ তৈয়াৰ কৰা শিকিম |
| 19:01 | ইয়াত আহা যাওক আৰু alpha লিখা যাওক |
| 19:07 | এবাৰ কম্পাইল্ কৰা যাওক |
| 19:10 | এবাৰ বিবটেক্ কৰা যাওক |
| 19:14 | পুনৰায় আৰু এবাৰ কম্পাইল্ কৰা যাওক |
| 19:17 | চাওক, তালিকাটো পৰিবর্তিত হৈ গৈছে কিন্তু ইয়াত ৰেফৰেন্সিং পৰিবর্তিত হোৱা নাই। |
| 19:21 | আৰু এটা অভিযোগ দেখা গৈছে যে লেবেল-বোৰ পৰিবর্তিত হৈ গৈছে |
| 19:25 | পুনৰায় কম্পাইল্ কৰাৰ পিছত, ৰেফৰেন্সিং সঠিক হৈ গৈছে |
| 19:30 | উদাহৰণস্বৰুপে, ইয়াত B C Chang and Pearson আছে যাৰ লেবেল CP82, যিটো ইয়াত সঠিকভাবে দেখা গৈছে। |
| 19:41 | তেনেহলে এতিয়া এই এন্ট্রি-বোৰৰ ৰেফৰেন্সিং-ও ইয়াত দেখা গৈছে |
| 19:56 | আৰো বিভিন্ন প্রকাৰ ৰেফৰেন্সিং স্টাইল্ সংক্রান্ত তথ্য জানিবলৈ, ইন্টাৰনেটত সার্চ কৰক। |
| 20:01 | মই এতিয়া এটা স্টাইল্ দেখাম যি ifac আৰু chemical engineering journalsত ব্যবহাৰ কৰা হয় |
| 20:08 | প্রথমে use-packages কমান্ড্ত harvard যোগ কৰক। তেনেহলে এইটো কৰা যাওক |
| 20:19 | এবাৰ স্টাইল্টো পৰিবর্তন কৰি ifac কৰা যাওক |
| 20:28 | এই স্টাইল-বোৰ যথাক্রমে harvard.sty আৰু ifac.bst নামৰ দুটা ফাইলত সম্পাদন কৰা আছে |
| 20:48 | আপোনি এই ফাইল্-দুটা ইন্টাৰনেটত সার্চ কৰি ডাউনলোড কৰিবলৈ পাৰে । |
| 20:53 | এবাৰ কম্পাইল্ কৰা যাওক - pdf-LaTeX-reference এবাৰ BibTeX কমান্ডটো প্রয়োগ কৰা যাওক |
| 21:09 | দুইবাৰ কম্পাইল্ কৰা যাওক |
| 21:14 | ইয়াত ৰেফৰেন্স-বোৰৰ তালিকা দেখা গৈছে. চাওক, ইয়াত ৰেফৰেন্স্-বোৰ কোনো নম্বৰ নোহোৱাকৈ বর্ণানুক্রমিক ভাবে সজোৱা আছে |
| 21:23 | নম্বৰ-বোৰ এতিয়া আৰু দেখা নাযায়। |
| 21:25 | ইয়াত লেখকৰ নামবোৰ ৰেফৰেন্স কৰা হিসাবে দেখা গৈছে. উহাহৰন্স্বৰুপে, ইয়াত Vidyasagar 1985 দেখা গৈছে |
| 21:39 | পিছৰ পৃষ্ঠা-তও ৰেফৰেন্স্-বোৰ দেখা গৈছে আৰু ইয়াতও এবোৰ বর্ণানুক্রমিক ভাবে সজ্জিত আছে। |
| 21:58 | যেতিয়া এই ৰেফৰেন্সিং স্টাইল্ ব্যবহাৰ কৰা হয়, সাইট্(cite) কমান্ডে সম্পূর্ণ ৰেফৰেন্স্ টো ব্র্যাকেটত ৰাখে |
| 22:06 | উদাহৰণস্বৰুপে, সোর্স ফাইলত লক্ষ্য কৰা যাওক |
| 22:12 | সোর্স ফাইলৰ the textbook by cite KMM07 -ইয়াৰ দ্বাৰা the textbook by (Moudgalya, 2007b) পোৱা গৈছে। |
| 22:27 | কিন্তু ইয়াত Moudgalya নামটো ব্র্যাকেটত আহা উচিত নহয়, মাত্র বসৰটো ব্র্যাকেটত আহা উচিত |
| 22:35 | এইটো cite-as-noun কমান্ডৰ দ্বাৰা কৰা যাব পাৰে |
| 22:43 | এইটোক সেভ কৰি |
| 22:45 | কম্পাইল্ কৰা যাওক। |
| 22:48 | এতিয়া Moudgalya নামটো বন্ধনীৰ বাহিৰত আহিছে, মাত্র বসৰটো ব্র্যাকেটত আছে |
| 23:00 | এটা গুৰুত্বপূর্ণ তথ্য- cite-as-noun কমান্ডে মাত্র এই নির্দিষ্ট ৰেফৰেন্স্-স্টাইলৰ সৈতে ব্যবহাৰ হব পাৰে। |
| 23:12 | এটা অন্যান্য ৰেফৰেন্সিং স্টাইলৰ সৈতে কাম নকৰিবও পাৰে |
| 23:16 | পূর্বেই উল্লেখ কৰে হৈছে যে, অনেক প্রকাৰৰ ৰেফৰেন্সিং স্টাইল্ আছে |
| 23:20 | আপোনাক মাত্র সেই স্টাইলৰ বাবে উপযুক্ত sty আৰু bst ফাইলবোৰ ডাউনলোড কৰিব লাগে। এই উদাহৰণৰ বাবে মই harvard.sty আৰু ifac.bst নামৰ ফাইল্-দুটা ব্যবহাৰ কৰিছো |
| 23:37 | যদি ভালকে চাই, আপোনি বুঝিব পাৰিব যে, উপৰৰ কোনো উদাহৰণতেই আমি ৰেফৰেন্সৰ ডেটাবেস(database) ref.bib পৰিবর্তন কৰা নাই। |
| 23:47 | এইটো ই বিবটেকৰ অনন্য বৈশিষ্ট্য |
| 23:50 | যদিও আমি ৰেফৰেন্সৰ তালিকা তৈয়াৰ কৰাৰ পদ্ধতি লৈ অনেক বিস্তাৰিতভাবে আলোচনা কৰিছো, আসল প্রক্রিয়াটো কিন্তু যথেষ্ট সৰল |
| 24:02 | প্রথমে, ডেটাবেস(database) অর্থাৎ .bib ফাইলটো তৈয়াৰ কৰক। তাৰপিছত উপযুক্ত .sty আৰু .bst ফাইলটো সংগ্রহ কৰক |
| 24:10 | এইবোৰৰ অনেকবোৰ-ই ইনস্টলেশনৰ সময়ৰ পৰাই উপলব্ধ থাকে |
| 24:15 | pdf LaTeX কমান্ড্ৰ দ্বাৰা সোর্স ফাইলটোক এবাৰ কম্পাইল্ কৰক, ইয়াৰ পিছত আৰু দুইবাৰ কম্পাইল্ কৰক। |
| 24:24 | এইটো খুব সহজ পদ্ধতি নহয় জানো? |
| 24:30 | এইটোৱে কি আপোনাক কবলৈ বাধ্য নকৰে নে যে বিবটেক্ আৰু লেটেক্ যুগযুগ বাচি থাকক |
| 24:35 | ইয়াতেই এই টিউটোৰিয়ালৰ সমাপ্তি হল. |
| 24:38 | ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ। |
| 24:40 | এই পাঠটি অনামিকা মেধীৰ দ্াৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |