LaTeX-Old-Version/C2/Bibliography/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ বন্ধুগণ, লেটেক আৰু বিবটেকৰ সাহায্যে ৰেফৰেন্স্ তৈয়াৰ কৰা সংক্রান্ত এই সংক্ষিপ্ত টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো। |
00:09 | প্রথমেই, আপোনি এই ref.bib ফাইলৰ ন্যায় ৰেফৰেন্সৰ এটা ডেটাবেস (database) তৈয়াৰ কৰিব লাগিব |
00:23 | এই ফাইলৰ তলত আহা যাওক । আৰু এবাৰ ওপৰত যোৱা যাওক। |
00:30 | এই প্রত্যেকটো ৰেফৰেন্স্ এটা unique বা অনন্য keyword ৰ দ্বাৰা আৰম্ভ হৈছে।
উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ keyword হল KMM07 । |
00:43 | আৰু এবাৰ লেটেক ফাইলটো খোলা যাওক। এই ফাইলত আপোনি যেতিয়া ৰেফৰেন্স্টো ব্যবহাৰ কৰিবলৈ চাব বিছাৰে, তাত আপোনালোকে cite key word -ৰ ব্যবহাৰ কৰিব লাগিব । |
01:00 | উদাহৰণসৰুপে cite key word, ইয়াত চাওক, cite KMM07 , ref.bib ফাইলত এটা-ই প্রথম ৰেফৰেন্স্ আছিল। |
01:15 | ইয়াৰপিছত, যি ফাইলত এই ৰেফৰেন্স্-বোৰ লিখা আছে, সেই ফাইলটোক সোর্স ফাইলত অন্তর্ভুক্ত কৰিব লাগিব । |
01:23 | ইয়াত আমি এইটোক ডকুমেন্টৰ শেষৰ ফাল অন্তর্ভুক্ত কৰিছো- bibliography ref । মনত কৰি চাওক, ৰেফৰেন্স্-বোৰ ref.bib নামৰ ফাইলত আছে। |
01:38 | অবশেষত, লেটেকত কোনটো বিবলিওগ্রাফি স্টাইল ব্যবহাৰ কৰিব লাগে । |
01:44 | সেইটো এই সোর্স ফাইলৰ উপৰত অন্তর্ভুক্ত কৰা আছে. কমান্ডটো হল |
01:48 | bibliography style plain । |
01:53 | ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো, সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব । |
02:04 | প্রথমে pdflatex references এই কমান্ড ইয়াৰ দ্বাৰা সোর্স ফাইলটোক কম্পাইল্ কৰা যাওক । |
02:13 | ইয়াৰ পিছত ‘BibTeX references’ এই কমান্ডটো প্রয়োগ কৰা যাওক । |
02:23 | ইয়াৰ পিছত pdflatex references ইয়াৰ দ্বাৰা সোর্স ফাইলটোক পিছত দুইবাৰ কম্পাইল্ কৰা যাওক । |
02:31 | প্রথমবাৰ, দ্বিতীয়বাৰ । |
02:35 | এতিয়া ৰেফৰেন্স্ তৈয়াৰ হৈ গৈছে। সেইটো দেখা যাওক । |
02:40 | দ্বিতীয় পৃষ্ঠাত ইয়াত টেক্সট আছে আৰু ইয়াত ৰেফৰেন্স্-ইয়াৰ তালিকাটো দেখা গৈছে। আৰো তলত গৈ দেখা যাওক । |
02:58 | এই plain styleত ৰেফৰেন্স্-বোৰক বর্ণমালাৰ ক্রম অনুযায় তালিকাবদ্ধ কৰা হয় আৰু এই ৰেফৰেন্স-বোৰৰ নম্বৰও দিয়া হয় । |
03:07 | এই নম্বৰবোৰ মূল ফাইলতও ব্যবহাৰ কৰা হয় । |
03:13 | ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, এটা মাত্র পার্থ্যক্য আছে । |
03:23 | ইয়াত এইটো পৰিবর্তন কৰি u-n-s-r-t লিখা যাওক । |
03:31 | এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ যি ক্রমত ব্যবহৃত হৈছে, তালিকাত়ও সেই ক্রমানুসাৰেই ৰেফৰেন্স-বোৰ দেখা যাব। |
03:36 | তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা যাওক। ইয়াৰ পিছত pdflatex কমান্ড -ইয়াৰ দ্বাৰা সোর্স ফাইলটোক |
04:07 | আৰু দুইবাৰ কম্পাইল্ কৰা যাওক. |
04:09 | এতিয়া টেক্সটত এই ৰেফৰেন্স্-বোৰ যেই ক্রমানুসাৰে সাইট(cite) কৰা হৈছে, এই তালিকাতও সেই ক্রমানুসাৰে দেখা গৈছে। উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্টো ইয়াতও প্রথম সাইট(cite) কৰা হৈ আছিল । |
04:20 | ৰেফাৰেন্চ ২ হৈছে চাইটদ ২ কাৰণ ইয়াক ইয়াত চাইট কৰা হৈছে |
04:26 | এই ৰেফৰেন্সটো ইয়াত সাইট কৰাৰ বাবে এটা দ্বিতীয়স্থানত আছে । |
04:30 | এবাৰ তলত যোৱা যাওক । |
04:39 | ঠিক আছে । এতিয়াও পিছলৈ উভতি আহা যাওক । |
04:44 | কম্পিউটাৰ বৈজ্ঞানি কৰা যিভাবে এই ৰেফৰেন্স্ -ইয়াৰ তালিকাটো ব্যবহাৰ কৰে, সেইভাবে তালিকাবদ্ধ কৰিবলৈ হলে ইয়াত স্টাইল পৰিবর্তন কৰি alpha কৰিব লাগিব। |
04:52 | তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক। . |
04:59 | সেভ্ কৰা যাওক আৰু লেটেক্ আৰু বিবটেক্ কৰাৰ পদ্ধতি পুনৰায় কৰা যাওক । যিটো হল, pdf Latex সোর্স ফাইল, ইয়াৰ পিছত bibtex references, ইয়াৰ পিছত দুইবাৰ pdf LaTeX references । ৰেফৰেন্স্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক । |
05:20 | তেনেহলে এতিয়া ৰেফৰেন্স্ কৰাৰ এই স্টাইলট পোৱা গৈছে । |
05:26 | এবাৰ তলত যোৱা যাওক আৰু দেখা যাওক । |
05:31 | ঠিক আছে। |
05:37 | ৰেফৰেন্স্ কৰাৰ আৰো অনেক স্টাইল আছে । আমি এতিয়া দুটা ফাইল ডাউনলোড কৰিছো Harvard.sty আৰু ifac.bst। |
05:48 | এবাৰ কিছু পৰিবর্তন কৰা যাওক । প্রথমতঃ, use package কমান্ড-ইয়াৰ Harvard প্যাকেজটো অন্তর্ভুক্ত কৰা যাওক। |
05:58 | এইটো কৰা হল । আৰু এবাৰ ইয়াত স্টাইলটো পৰিবর্তন কৰি ifac কৰা হল । |
06:08 | ফাইলটোক সেভ্ কৰা যাওক । |
06:13 | আৰু এবাৰ লেটেক্ আৰু বিবটেক্- ইয়াৰ প্রক্রিয়াটো পুনৰায় সম্পন্ন কৰা যাওক । |
06:18 | লেটেক্ , বিবটেক্ , প্রথমবাৰ লেটেক্ , দ্বিতীয়বাৰ লেটেক্ । |
06:31 | এতিয়া আমি pdf ফাইলত ৰেফৰেন্স্-ইয়াৰ তালিকাটিক দেখিব পাৰো । |
06:37 | এবাৰ তলত যোৱা যাওক। |
06:46 | ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে, কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই । |
06:52 | ইয়াত লিখকৰ নাম আৰু বসৰ অনুসাৰে ৰেফৰেন্স্ কৰা হৈছে । |
07:00 | লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as-noun। ইয়াৰ দ্বাৰা ব্যক্তিৰ নাম মূল টেক্সট-ইয়াৰ দ্বাৰা লিখা যায়, ব্র্যাকেট্-ইয়াৰ দ্বাৰা লিখা নহয়। |
07:15 | লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত পাইছো । |
07:22 | উদাহৰণস্বৰুপে, |
07:28 | দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে । এতিয়া এটা পৰিবর্তন কৰি cite-as-noun কৰা যাওক । |
07:44 | এবাৰ সেভ্ কৰি কম্পাইল্ কৰা হল । |
07:50 | ইয়াৰ ফলত, Moudgalya শব্দটো এতিয়া ব্র্যাকেটৰ বাহিৰত মূল টেক্সটত দেখা গৈছে। |
07:59 | আপোনাৰ যদি আৰো অন্য কোনো ৰেফৰেন্স্ স্টাইলৰ প্রয়োজন হয়, তেনেহলে আপোনি ইন্টাৰনেটত সার্চ কৰক । |
08:04 | হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য কোনোবাই অাগতেই লিখা আছে । |
08:10 | ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |