LaTeX-Old-Version/C2/Beamer/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. লেটেক্ আৰু বিমাৰদ্বাৰা প্রেসেনটেশন্ তৈয়াৰ কৰা সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত আমি আপোনাক স্বাগতম জনাইছো । |
00:08 | প্রথমে আমি স্ক্রিন্-ইয়াৰ বিন্যাস বর্ণনা কৰিম। |
00:14 | ইয়াত সোর্স ফাইলটো আছে, ইয়াত আমি pdflatex কমান্ডৰ দ্বাৰা কম্পাইলেশন কৰিম |
00:21 | আৰু স্ক্রিন্-ইয়াৰ এই অংশত আউটপুট দেখা যাব। |
00:28 | আগতে এইটো দেখা যাওক, আমি ইয়াৰ আলোচনালৈ উভতি আহিম। |
00:33 | এইটো আগতে কৰা যাওক, প্রথম স্লাইড্ ইয়াৰ সোর্স ইয়াত দেখা গৈছে- begin frame, end frame, title page |
00:45 | আৰু টাইটল্ পেজটো title, author, আৰু date ইয়াৰ দ্বাৰা তৈয়াৰ কৰা হৈছে । |
00:55 | আমি ইয়াত বিমাৰ ডকুমেন্ট্ ক্লাস ব্যবহাৰ কৰিছো । ইয়াত আমি ডকুমেন্ট্টো আৰম্ভ কৰিছো। |
01:01 | ঠিকআছে, এইটো হল প্রথম স্লাইড্। এবাৰ দ্বিতীয় স্লাইডত যোৱা যাওক । ইয়াত আউটলাইনটো দেখা গৈছে, এইটোক কিভাবে তৈয়াৰ কৰা হৈছে ? |
01:13 | begin frame আৰু end frame কমান্ড-ইয়াৰ দ্বাৰা এইটো স্লাইড্ তৈয়াৰ কৰা যায় । ইয়াত ফ্রেম্ টাইটল্ হল outline । এইটো ইয়াত দেখা গৈছে। |
01:20 | ইয়াৰ পিছত সাধাৰণ ‘itemize’ কমান্ড ব্যবহাৰ কৰা হৈছে । এবাৰ তৃতীয় স্লাইডত যোৱা যাওক । |
01:28 | এই স্লাইডত লেটেক্ সংক্রান্ত অন্যান্য স্পোকেন্ টিউটোৰিয়াল্-বোৰৰ কথা কোৱা হৈছে। এই ওএবসাইটত লেটেক্-ইয়াৰ অনেকবোৰ টিউটোৰিয়েল উপলব্ধ আছে । |
01:36 | আপোনি যদি লেটেক্ ভালকে বয়ৱহাৰ কৰিব নাজানে, তেনেহলে আপোনি টিউটোৰিয়াল্-বোৰৰ সাহায্য লব পাৰে । |
01:43 | এই টিউটোৰিয়াল্-বোৰত় লেটেক্ কিভাবে ব্যবহাৰ কৰা হয় ত়াক লৈ আলোচনা কৰা হৈছে, উইনডোসত কিভাবে লেটেক্ ইনস্টল্ আৰু ৰান কৰা হয়, ত়াক বর্ণনা কৰে । |
01:50 | আশা কৰো আমি fosse dot in -ইয়াৰ মাধ্যমেৰে আমি আৰো permanent লিঙ্ক দিব পাৰিম। |
01:58 | এইটো এই স্লাইড্-ইয়াৰ সোর্স । |
02:10 | আমি এতিয়া এই ডকুমেন্ট্-ইয়াৰ শেষলৈ আহি গৈছো। |
02:15 | এতিয়া আমি আপোনাক দেখোৱাম বিমাৰ-ইয়াৰ আৰো অন্যান্য বৈশিষ্ট্য-ইয়াৰ দ্বাৰা এই ডকুমেন্ট্টক কিভাবে আৰো সমৃদ্ধ কৰি তোলা যায় |
02:22 | আৰু এবাৰ আৰম্ভনিলৈ উভতি যোৱা যাওক অর্থাৎ এই ফাইল-ইয়াৰ আৰম্ভনিলৈ যোৱা যাওক । ইয়াৰপিছত এই ডকুমেন্ট্টক উন্নত কৰাৰ বাবে আমি যি পৰিবর্তন কৰিম , |
02:31 | সেইবোৰ সকলো ইয়াত কৰা হব । আমি প্রত্যেকবাৰে এইটো কৰি যোগ কৰিম আৰু সেইটোক বর্ণনা কৰিম । |
02:39 | এবাৰ দেখা যাওক আমি যদি ‘beamer theme split’ এই কমান্ডটো যোগ কৰো তেনেহলে ডকুমেন্ট্-ইয়াৰ কি পৰিবর্তন হয় । |
02:47 | এইটো কাট্ কৰা যাওক। ইয়াত আৰু এবাৰ উভতি আহা যাওক । এবাৰ সেভ্ কৰি pdflatex beamer লিখি কম্পাইল্ কৰা যাওক । |
03:02 | এইটোত ক্লিক্ কৰা যাওক । চাওক, ইয়াত আৰু ইয়াত-ও কিছু banner তৈয়াৰ হৈ গৈছে । |
03:12 | ইয়াতও banner দেখা গৈছে। ইয়াৰ পিছত আমি ডকুমেন্ট্ত এই প্যাকেজটো যোগ কৰিম । |
03:23 | তেনেহলে beamer theme shadow প্যাকেজটো যোগ কৰা যাওক। এইটোক ইয়াৰ পৰা কাট্ কৰি ইয়াত পেস্ট কৰা যাওক , এতিয়া এইবোৰ সকলো ডকুমেন্ট্ কমান্ড-ইয়াৰ ওপৰত আছে |
03:38 | এইটোক কম্পাইল্ কৰা যাওক। ঠিকআছে, তেনেহলে দেখা যাওক এইটোত ক্লিক্ কৰিলে কি হয়, এইটো ডাঙৰ হৈ গৈছে । |
03:49 | আপোনি দেখিব পাৰিব যে ইয়াত ৰং-ইয়াৰও পৰিবর্তন হৈছে । beamer theme shadow - কমান্ড-ইয়াৰ দ্বাৰা এইটো কৰা হয় । |
04:00 | এইপ্রকাৰৰ আৰো অনেক প্যাকেজ আছে । আমি এতিয়া অন্যান্য কিছু বৈশিষ্ট্য লৈ আলোচনা কৰিম । |
04:06 | এই আলোচনাৰ আউটলাইন -ইয়াৰ 'References for further reading' -পৰাই আপোনি দেখিব পাৰিব যে এই আলোচনাৰ শেষত আমি কিছু ভবিষ্যত পাঠ্যৰ কথা উল্লেখ কৰিম । |
04:17 | আলোচনাৰ আউটলাইন টো এই প্রকাৰ । আমি টাইটল্ পেজ, author name , কালৰ, লোগো ইত্যাদি লৈ আলোচনা কৰিম । |
04:25 | অলপ কিছু(Minimal) animation যি আপোনি প্রেসেনটেশন্ দিয়াৰ সময়ত ব্যবহাৰ কৰিব পাৰে , two column ফৰম্যাট, ফিগাৰ আৰু টেবোল, সমীকৰণ(Equations) , Verbatim ইত্যাদি লৈও আলোচনা কৰিম । |
04:36 | ঠিকআছে, তেনেহলে এবাৰ আৰম্ভনিলৈ উভতি আহা যাওক । পিছৰ আলোচনাৰ বিষয় হল লোগো। ইয়াৰ পৰা লোগো কাট্ কৰি পেস্ট কৰা যাওক । |
04:49 | দেখা যাওক, এই লোগোটো দেখাত কেনে লাগে। |
04:59 | iitb logo.pdf ফাইলটোক খোলি দেখা যাওক। আমি ইয়াতও এই একেই নাম ব্যবহাৰ কৰিছো । |
05:08 | এইটো খোলিলে আপোনি বুঝিব পাৰিব যে মই এই লোগোটোৰ কথাই কৈছিলো । |
05:15 | এই লোগো কমান্ডক এই কোনত অন্তর্ভুক্ত কৰা হব আৰু আৰু ইয়াৰ উচ্চতা হব ১ সেন্টিমিটাৰ । |
05:24 | দেখা যাওক এইটো দেখাত কেনে লাগে । এইটোত ক্লিক্ কৰা যাওক । আপোনি দেখিব পাৰিব যে iitb লোগো ইয়াত দেখা গৈছে। |
05:35 | এতিয়াৰ পৰা প্রত্যেক পেজত এই লোগোটো দেখা যাব । |
05:42 | ইয়াৰপিছত আমি এই কমান্ডটো যোগ কৰিম । প্রেসেনটেশন্-ইয়াৰ বাবে কেতিয়াবা সকলো অক্ষৰবোৰ বোল্ড কৰাৰ প্রয়োজন হয় । |
05:55 | সেইবাবে, আমি এই কমান্ডটো অন্তর্ভুক্ত কৰিম । এইটোক কাট্ কৰি পেস্ট কৰা যাওক । |
06:08 | প্রকৃতপক্ষে, এইটোক begin document কমান্ড ইয়াৰ তলত অন্তর্ভুক্ত কৰিবলৈ হব। |
06:15 | সেভ্ কৰি কম্পাইল্ কৰা যাওক । চাওক, এতিয়া ক্লিক্ কৰিলেই সকলো অাক্ষৰ বোল্ড হৈ গল । |
06:28 | চাওক, এইবোৰও বোল্ড হৈ গৈছে । |
06:37 | ঠিকআছে, এতিয়া আমি এই লিখাবোৰক আৰো সুন্দৰভাবে উপস্হিত কৰিম । |
06:43 | উদাহৰণস্বৰুপে, ইয়াত অনেক বেশি তথ্য দেখা গৈছে। ইয়াত শিৰোনামটো দেখা গৈছে, ইয়াত লেখকৰ সংক্রান্ত তথ্য দেখা গৈছে, কিন্তু ইয়াত অনেক বেশি তথ্য দেখা গৈছে। |
06:54 | কোনো কোনো ক্ষেত্রত আমি সৰু শিৰোনাম দেখিব-ও পাৰো। উদাহৰণস্বৰুপে, ইয়াত এই স্পেসটো পর্যাপ্ত নহয় । |
07:02 | এবাৰ আমি এইটোৰ ব্যবহাৰৰ দ্বাৰা এই সমস্যাৰ সমাধান কৰিম । |
07:07 | যেনে, ইয়াত সম্পূর্ণ শিৰোনামটো দেখা গৈছে । |
07:13 | এইটোক ইয়াত কাট্ কৰা যাওক । এইটোক title কমান্ড ইয়াৰ পিছত অর্থাৎ title কমান্ড আৰু প্রকৃত টাইটল্-ইয়াৰ মাঝত আহা উচিত । |
07:29 | সেয়ে মই ইয়াত পেস্ট কৰো. লক্ষ্য কৰক, মই পেস্ট কৰা সকলো কিছু স্কোয়াৰ ব্র্যাকেটত আছে । |
07:36 | এইটোক সেভ্ কৰি ৰান কৰা যাওক । |
07:46 | প্রত্যেকবাৰৰ নিচিনা, এইবাৰ এইটোক ক্লিক্ কৰা যাওক আৰু দেখা যাওক এই অংশৰ কি পৰিবর্তন হৈছে |
07:51 | আপোনি দেখিব যে এতিয়া শিৰোনামটো পৰিবর্তিত হৈ গৈছে । মাত্র তলৰ অংশটো দেখা গৈছে। কাৰণ এই অংশটোকেই আমি স্কোয়াৰ ব্র্যাকেটত দিছিলো – presentation using latex and beamer । |
08:03 | ইয়াৰ পিছত মই কৈছো যে h-space হল অর্ধক সেন্টিমিটাৰ , যাৰ দ্বাৰা এই স্পেসটো তৈয়াৰ হৈছে । ইয়াৰ পিছত ইয়াত পৃষ্ঠা-বোৰৰ নম্বৰ দেখা গৈছে। |
08:12 | এইটো হল তিনতা পৃষ্ঠাৰ ডকুমেন্ট্-ইয়াৰ প্রথম পৃষ্ঠা, এইটো দ্বিতীয়, এইটো তৃতীয় ইত্যাদি । |
08:21 | এইটো ‘insert frame number divided by insert total frame number’ কমান্ডৰ দ্বাৰা কৰা হৈছে । |
08:28 | এতিয়া মই এই একেই কাম লেখকৰ নামৰ ক্ষেত্রতোও কৰিম । ইয়াত আহা যাওক । |
08:37 | কাট্ কৰা যাওক । লেখকৰ নামৰ পিছত এইটোক ৰাখা যাওক |
08:49 | সেভ্ কৰি কম্পাইল্ কৰা যাওক । এইটোত ক্লিক্ কৰা যাওক । |
08:56 | চাওক, ইয়াত Kannan Moudgalya দেখা গৈছে। এই অংশটোকেই মই স্কোয়াৰ ব্র্যাকেটত দিছো । এতিয়া এইটোক প্রত্যেক পৃষ্ঠাত দেখা যাব । |
09:05 | এতিয়া পিছৰ আলোচনাত যোৱা যাওক আৰু সমীকৰণ অন্তর্ভুক্ত কৰাৰ পদ্ধতি জানি লোৱা যাওক । |
09:19 | এই সম্পূর্ণ বস্তূটোৱেই এটা সম্পূর্ণ ফ্রেম্ । |
09:24 | তেনেহলে সম্পূর্ণ কেইটাক কাট্ কৰা যাওক । |
09:30 | ইয়াত উভতি আহা যাওক । এই ডকুমেন্ট্-ইয়াৰ শেষত যোৱা যাওক । সেভ্ কৰা যাওক । |
09:38 | এতিয়া এটা নতুন স্লাইড্ তৈয়াৰ হৈছে । দেখা যাওক এইটো কেনে দেখাত হয় । |
09:45 | ইয়াৰ পৰাই ফ্রেম্টো আৰম্ভ হৈছে । |
09:51 | কম্পাইল্ কৰা যাওক । চাওক, এতিয়া এই ডকুমেন্ট্ত চাৰিটা পৃষ্ঠা আছে । এইটোত কিন্তু ৩-ই দেখাছে, এইটোক আৰু এবাৰ ক্লিক্ কৰিলে এতিয়া ৪ দেখাইছে । |
10:07 | এইটো স্লাইডত সমীকৰণ আছে । এই টিউটোৰিয়েলত আমি সমীকৰণ লিখাৰ পদ্ধতি আলোচনা নকৰো। |
10:15 | পূর্ববর্তী টিউটোৰিয়েলত সমীকৰণ তৈয়াৰ কৰাৰ পদ্ধতি বর্ণনা কৰা আছে । |
10:21 | ইয়াত মই, এই লেটেক্ ডকুমেন্টত গৈছো, আৰু তাৰ পৰা এইটোক কাট্ কৰি ইয়াত পেস্ট কৰিছো । |
10:28 | আৰু অবশ্যই মই ইয়াৰ পৰা সমীকৰণ-ইয়াৰ নম্বৰ-বোৰ অতৰুৱাই দিছো কাৰণ এইটো স্লাইডত সমীকৰণ নম্বৰ দিয়া অর্থহীন । |
10:36 | কিছুক্ষেত্রত, বিভিন্ন ৰং-ইয়াৰ দ্বাৰা কোনো লিখাক বেলেগভাবে চিন্হিত কৰা দৰকাৰী হব পাৰে । |
10:44 | উদাহৰণস্বৰুপে, মই যদি এইটোক নীলা ৰংত কৰিব বিছাৰো, তেনেহলে মই প্রথমে ইয়াত আহিব লাগিব। |
10:54 | color, blue এই কমান্ডটো লিখা যাওক। এইটোক বন্ধ কৰা যাওক । |
11:05 | সেভ্ কৰি কম্পাইল্ কৰা যাওক । এইটোক ক্লিক্ কৰা যাওক । চাওক, এইটো এতিয়া নীলা ৰংত দেখা গৈছে। |
11:16 | তেনেহলে আপোনি কোনো সমীকৰণৰ নম্বৰ বিষয় ৰেফাৰ নকৰিব পাৰে কিন্তু নীলা ৰংত সমীকৰণৰ বিষয়ত আলোচনা হৈছে অথবা ভৰিৰ ভাৰসাম্য বিষয়ক(mass balance equation) সমীকৰণটো চাওক ইত্যাদি । |
11:29 | আপোনি আলোচনাত অবশ্যই এইটোক এনে কোনো পদ্ধতিত ৰেফাৰ কৰিব বিছাৰে যিভাবে মানুহে সেইটোক মনত ৰাখিব পাৰে । |
11:35 | ইয়াৰ পিছত আমি animation অন্তর্ভুক্ত কৰিম, |
11:50 | যি তথ্যক এটা বিষয়ৰ উপৰত আলোচনা কৰিবলৈ সাহায্য কৰে । |
11:58 | তেনেহলে এইটোক কাট্ কৰি ইয়াত পেস্ট কৰা যাওক। |
12:08 | প্রথমে কম্পাইল্ কৰা যাওক আৰু দেখা যাওক এইটো দেখাত কেনে লাগিছে । |
12:17 | ঠিকআছে , এইটো পত্র লিখা( letter writing) সংক্রান্ত টিউটোৰিয়েলৰ পৰা লোৱা হৈছে । এই তথ্যটো এই টিউটোৰিয়েলতও আছে । |
12:21 | একমাত্র পৰিবর্তন এই হল যে, ইয়াত begin enumerate আৰু end enumerateৰ মাজত ‘item plus minus alert’ ব্যবহাৰ কৰা হৈছে । |
12:33 | দেখা যাওক ইয়াৰ ফলত ডকুমেন্ট্-ইয়াৰ কি পৰিবর্তন হয়। লক্ষ্য কৰক আমি ইয়াত 'pause' কমান্ড ব্যবহাৰ কৰিছো, যত এই 'pause' কমান্ডটোৰ পৰা তাতেই এইটো বন্ধ হয়, তাৰপিছত begin enumerate আৰম্ভ হয় । |
12:45 | তেনেহলে আগত যোৱা যাওক । Page-down. পিছৰ পৃষ্ঠা, তাৰপিছৰ পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা। |
12:53 | আপোনি দেখিব পাৰিছে সাম্প্রতিকতম তথ্যটো ৰঙা ৰংত দেখা গৈছে, বাকি সকলোই সাধাৰণ কলা ৰংত দেখা গৈছে। আমি এতিয়া ডকুমেন্ট্-ইয়াৰ শেষলৈ আহি গৈছো । |
13:05 | তেনেহলে animation কৰাৰ এটা সহজ পদ্ধতি জানি লৈছো যাৰ দ্বাৰা এটা সময়ত তথ্যই প্রেসেন্ট কৰা যায় । |
13:18 | ইয়াৰপিছত আমি altered color টোৰ ৰং নীলা কৰিম । যেনে, ইয়াত এইটোৰ ৰং ৰঙা, এইটোকেই altered color বোলা হয় । |
13:32 | আমি এই altered color টোক নীলা কৰিবলৈ বিছাৰো, যাতে আমি পূর্বতে যি ৰং ব্যবহাৰ কৰিছিলো, ইয়াৰ সৈতে এইটোক সামঞ্জস্য থাকে । |
13:41 | তেনেহলে ইয়াত আহি এইটোক কাট্ কৰা যাওক । |
13:52 | এইটো ডকুমেন্ট্ আৰম্ভৰ আগত অর্থাৎ begin decument কমান্ড-ইয়াৰ আগত আহা উচিত । |
14:00 | এইটোক কম্পাইল্ কৰা যাওক । এতিয়া এইটোত ক্লিক্ কৰিলে দেখা গৈছে altered color টো নীলা ৰং-ইয়াৰ হৈ গৈছে । |
14:12 | ইয়াত এটা স্পেস আছে । fg equals blue অর্থাৎ ‘foreground' ইয়াৰ ৰং নীলা সেট কৰা হৈছে । |
14:24 | ইয়াৰপিছত আমি দেখিম যে সমগ্র ডকুমেন্ট্-ইয়াৰ ৰং কত সহজে পৰিবর্তন কৰা যায় । |
14:33 | তেনেহলে ইয়াত আহা যাওক , স্ল্যাশ document class -ইয়াৰ পিছত আৰু বিমাৰ আৰম্ভ হোৱাৰ আগত আমি ইয়াত brown বা বাদামী লিখা হল । |
14:46 | সেভ্ কৰি কম্পাইল্ কৰা যাওক । |
14:52 | চাওক, এতিয়া এইটো বাদামী হৈ গৈছে । খুব অলপ পৰিশ্রমতেই এইটো কৰা গৈছে । |
15:03 | এবাৰ এইটোক পূর্বৰ ৰংত উভতি অহা যাওক । |
15:09 | ইয়াৰ default ৰং -ই হল নীলা, সেয়ে এইটো লিখাৰ কোনো প্রয়োজন নাই । এতিয়া এইটো আৰু এবাৰ নীলা ৰং-ইয়াৰ হৈ গৈছে । |
15:21 | এবাৰ ইয়াত আহা যাওক আৰু এইটোক ডিলিট কৰা যাওক । এতিয়া আমি ফিগাৰ অন্তর্ভুক্ত কৰিম । |
15:30 | এইটোক কাট্ কৰা যাওক । ইয়াত আহা যাওক । ইয়াৰ শেষত যোৱা যাওক । |
15:41 | এইটোক কম্পাইল্ কৰা যাওক । এবাৰ পিছৰ পৃষ্ঠাত যোৱা যাওক । এই পৃষ্ঠাত ফিগাৰ-ইয়াৰ উদাহৰণ দিয়া আছে । |
15:53 | ফিগাৰ অন্তর্ভুক্ত কৰাৰ গুৰুত্বপূর্ণ নির্দেশিকা-বোৰ কি ? পিছৰ আলোচনাৰ মাধ্যমেৰে সেইবোৰ জানি লোৱা যাওক । |
16:05 | এইটোক কাট্ কৰি ইয়াত পেস্ট কৰা যাওক । কম্পাইল্ কৰা যাওক । |
16:21 | তেনেহলে এইটো দেখা গৈছে। Hints for including figures । |
16:28 | এবাৰ সোর্স ফাইল যত এই ফিগাৰটো তৈয়াৰ কৰা হৈছে তাত যোৱা যাওক । তেনেহলে নির্দেশিকা-বোৰ কি? |
16:37 | প্রেসেনটেশন্ ত floated environments ব্যবহাৰ নকৰিব। উদাহৰণস্বৰুপে, লেটেক্ ডকুমেন্টত যেনে begin figure, end figure কমান্ড ব্যবহাৰ কৰা হয়, সেইবোৰ ইয়াত ব্যবহাৰ কৰা নাযায় । |
16:46 | লেটেকত কিভাবে ফিগাৰ অন্তর্ভুক্ত কৰা যায় সেই বিষয়ত আপোনি যদি বিস্তাৰিতভাবে জানিবলৈ বিছাৰে, তেনেহলে আপোনি টেবোল আৰু ফিগাৰ সংক্রান্ট টিউটোৰিয়েলটোৰ সাহায্য লব পাৰে । |
17:01 | তেনেহলে এইটো ব্যবহাৰ কৰা নাযায় ।‘include graphics’ প্রত্যক্ষভাবে ব্যবহাৰ কৰক । |
17:08 | যেনে, ইয়াত include graphics কমান্ডটো দেখা গৈছে আৰু এটা লাইন-ইয়াৰ সম্পূর্ণ প্রস্থ(width) ব্যবহাৰ কৰা হৈছে আৰু ফাইলটো হল iitb । |
17:19 | এটা বিষয় অবশ্যই উল্লেখ কৰা উচিত যে বিমাৰত কোনো প্যাকেজ ব্যৱহাৰৰ বাবে সেইটোক বেলেগভাবে অন্তর্ভুক্ত কৰাৰ প্রয়োজন নহয়.কাৰণ বিমাৰত স্বাভাবিকভাবে সকলো প্যাকেজ অন্তর্ভুক্ত থাকে । |
17:30 | ইয়াত এই সম্পূর্ণ লিখাটোক সেন্টাৰ এনভয়ৰনমেন্ট্ত ৰাখা হৈছে। ইয়াতেই এই ফ্রেম্টো সম্পূর্ণ হৈ গৈছে । |
17:40 | ক্যাপশন, ফিগাৰ-ইয়াৰ নম্বৰ ইত্যাদি যোগ নকৰিব। |
17:44 | প্রেসেন্টেশন্-ইয়াৰ শ্রোতা বা দর্শকে কেতিয়াও এই নম্বৰবোৰ মনত নাৰাখিব। |
17:51 | আপোনি যদি পূর্ব দেখোৱা কোনো ফিগাৰ পুনৰায় ৰেফাৰ কৰিবলৈ বিছাৰে, সেইটো আৰু এবাৰ চাওক। |
17:56 | এটা স্লাইড্ বনাবলৈ কোনো অসুবিধা নাই । পূর্ব দেখোৱা স্লাইডক কপি কৰক আৰু সেইটো চাওক । |
18:05 | ইয়াতেই ফিগাৰ বিষয়ক নির্দেশিকাৰ সমাপ্তি হল আৰু এতিয়া আমি এই ডকুমেন্ট্-ইয়াৰ শেষলৈ আহিছো । |
18:12 | এতিয়া দেখা যাওক কিভাবে two column এনভয়ৰনমেন্ট্ অন্তর্ভুক্ত কৰা যায় । |
18:24 | ইয়াত আহা যাওক। এবাৰ এই ডকুমেন্ট্-ইয়াৰ শেষলৈ যোৱা যাওক । সেভ্ কৰা যাওক । |
18:32 | এইটোক আৰো সহজ কৰি বোঝাৰ বাবে আগতে এইটোক এৰি দিয়া হল । |
18:42 | তেনেহলে, এইবাৰ মই আপোনাক সম্পূর্ণ তথ্যৰ কিছু অংশ আগত দেখাম । এবাৰ কম্পাইল্ কৰি দেখা যাওক কি হয় । |
18:57 | চাওক, এতিয়া দুটা কলম বা শ্রেণী দেখা গৈছে। |
19:28 | এইটোক সেভ্ কৰা হোৱা নাই। সেয়ে ইয়াত স্টাৰ দেখা গৈছে। তেনেহলে প্রথমে এইটোক সেভ্ কৰা যাওক । |
19:35 | সেভ্ নকৰি কম্পাইল্ কৰিলে এই সমস্যাটো দেখা দিয়ে, pdf ফাইলটো সোর্স ফাইল-ইয়াৰ সৈতে সামন্জস্যপূর্ণ নহয়। |
19:45 | তেনেহলে এইটোক কম্পাইল্ কৰা যাওক । ইয়াত আহা যাওক । এতিয়া এই pdf ফাইলটো সোর্স ফাইল-ইয়াৰ সৈতে সামন্জস্যপূর্ণ । |
19:58 | এইটোক সেন্টাৰ কৰা যাওক । তেনেহলে ফ্রেম্-ইয়াৰ শিৰোনাম two columns আৰু ‘mini page’ কমান্ডটো ব্যবহাৰ কৰা হৈছে, সেন্টাৰ কৰা হৈছে আৰু সম্পূর্ণ টেক্সট -ইয়াৰ প্রস্হৰ ৪৫ শতাংশ ব্যৱহাৰ কৰা হৈছে। |
20:15 | Begin enumerate. এবাৰ এই দুটা আৰু তাৰপিছত end enumerate । পূর্বৰ নিচিনা ইয়াতও alerting ব্যবহাৰ কৰা হৈছে |
20:25 | ঠিকআছে, এই দুটা লক্ষ্য কৰক । ইয়াতেই ডকুমেন্ট্-ইয়াৰ সমাপ্তি। এতিয়া ইয়াৰ শেষত যি কিছু আছিল, সকলো ইয়াত যোগ কৰা যাওক । |
20:37 | ইয়াত আগৰ মিনি পেজটো শেষ হৈছে । এবাৰ আৰু এটা নতুন মিনি পেজ তৈয়াৰ কৰা যাওক আৰু তাতে iitb ফাইলটো অন্তর্ভুক্ত কৰা যাওক । এই ফাইলটো আপোনি আগতও দেখিছে । |
20:52 | এই মিনিপেজটোও ৪৫ শতাংশ সাইজৰ । তেনেহলে প্রথমে এইটোক সেভ্ কৰি কম্পাইল্ কৰা যাওক । |
21:07 | এইটোক ক্লিক্ কৰা যাওক। এতিয়া এইটোক দেখা গৈছে। কিন্তু এইটোত এটা সৰু সমস্যা আছে, এই পেজত গলে প্রথম item আৰু ফিগাৰ-দুটাই দেখা গৈছে । |
21:22 | যদিও সোর্স ফাইল অনুযাই ফিগাৰটো পিছত আহে, কিন্তু লেটেকত এইটোক পিছত দেখোৱাৰ কথা কতোও কোৱা নাই। সম্ভবত লেটেকে এইটোক সয়ন্ক্রিয়ভাবে-ই কৰিছে । |
21:35 | উদাহৰণস্বৰুপে, আমি যদি এইটোক এই আইটেম-ইয়াৰ মাজত ৰাখো, তেনেহলে ইয়াৰ দ্বাৰা বোঝা হব যে আগতে এইটো দেখোৱাওক আৰু তাৰপিছত এইটোক। |
21:44 | কিন্তু এইটোক পিছত দেখোৱাৰ কথা কতো কোৱা হোৱা নাই । |
21:50 | আপোনি এই বিষয়বোৰৰ ব্যাপাৰত সতর্ক থাকিব লাগিব। 'pause' ব্যবহাৰ কৰি এই সমস্যাৰ সমাধান কৰা যায় । |
21:59 | এইটোক সেভ্ কৰি কম্পাইল্ কৰা যাওক । এতিয়া এইটোক ঠিকভাবে দেখা গৈছে, |
22:08 | সমস্যাটো দূৰ হৈ গৈছে । প্রথমটো, দ্বিতীয়টো, আৰু এবাৰ, ইয়াত এবাৰ পাছ হয় । চাওক, এতিয়া সমস্যাটো দূৰ হৈ গৈছে । |
22:24 | এবাৰ ইয়াত আহা যাওক । এবাৰ পিছৰ অলোচনাৰ বিষয় হল টেবোল । |
22:39 | সেভ্ কৰি কম্পাইল্ কৰা যাওক । চাওক, এতিয়া টেবোলটো দেখা গৈছে। |
22:51 | টেবোল তৈয়াৰ কৰাৰ পদ্ধতি মই ইয়াত বর্ণনা নকৰো, সেইটো টেবোল সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত বর্ণনা কৰা আছে । |
22:57 | মই এবাৰ কাট্ কৰি ইয়াত পেস্ট কৰিছো । আপোনি ইয়াত দেখিব পাৰিছে । এবাৰ ফ্রেম্-ইয়াৰ আৰম্ভনিত উভতি আহা যাওক । |
23:12 | এই টেবোলটো আমি পূর্বেও ব্যবহাৰ কৰিছো, এইটোক মাত্ৰ কাট্ কৰি ইয়াত পেস্ট কৰা হৈছে । চাওক, সেন্টাৰ এনভয়ৰনমেন্ট্-ইয়াৰ লগতে begin tabular আৰু end tabular কমান্ড-বোৰ আছে । |
23:22 | তেনেহলে টেবোল অন্তর্ভুক্ত কৰাৰ বিষয় নির্দেশিকাবোৰ কি ? এইবোৰ ফিগাৰ সংক্রান্ত নির্দেশিকাবোৰৰ নিচিনাই । |
23:28 | তেনেহলে সেইবোৰ দেখা যাওক । ইয়াত নির্দেশিকা বোৰ দেখা গৈছে। |
23:44 | কম্পাইল্ কৰা যাওক আৰু ইয়াক চাই আগবাঢ়ক। |
23:51 | প্রেসেনটেশনত floated environments ব্যবহাৰ নকৰিব. |
23:56 | টেবোল সংক্রান্ত স্পোকেন্ টিউটোৰিয়েলত আমি table এনভয়ৰনমেন্টত tabular ব্যবহাৰ কৰিছিলো । |
24:02 | table এনভয়ৰনমেন্ট্ এটা floated এনভয়ৰনমেন্ট্, সেয়ে এইটোক ইয়াত অন্তর্ভুক্ত নকৰিব। এইটোক প্রত্যক্ষভাবে অন্তর্ভুক্ত কৰক । |
24:11 | উদাহৰণস্বৰুপে, ইয়াত এইটোক সেন্টাৰ এনভয়ৰনমেন্ট্ত ৰাখা হৈছে । |
24:17 | ক্যাপশন, টেবোলৰ নম্বৰ ইত্যাদি নিলিখিব, প্রয়োজন হলে আৰু এটা কপি বনাই লব। |
24:25 | এতিয়া animation ইয়াৰ পদ্ধতি বিষয়ত আলোচনা কৰা যাওক । যেনে, এই স্লাইডত বেলেগ ৰং-ইয়াৰ সাহায্যে ই বিশেষভাবে নেদেখাই । |
24:40 | মনত কৰি চাওক, আগতে আমি alerting ইয়াৰ বাবে নীলা ৰং-ইয়াৰ ব্যবহাৰ কৰিছিলো। এইটো কেনেকৈ হয়? |
24:46 | ইয়াৰ কাৰণ হল যে ইয়াত অন্যন্য এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰা হৈছে । |
24:52 | Begin itemize, End itemize, তাৰ লগতে আমি item plus minus লিখিছিলো । মনত কৰি চাওক, পূর্বে alert শব্দটো ব্যবহাৰ কৰা হৈ আছিল । |
25:01 | কিন্তু এতিয়া আৰু এইটোক ব্যবহাৰ কৰা হোৱা নাই। ইয়াৰবাবেই এতিয়া সকলো লিখাই কলা ৰং-ইয়াৰ দেখাইছে । এইটো animation কৰাৰ সহজ উপায় । |
25:12 | আপোনি যিকোনো এটা চয়ন কৰিব পাৰে । আমি এইটো ইয়াত লিখি ৰাখিছো । পূৰ্ব স্লাইডত বিভিন্ন এনিমেছন দেখোৱা হৈছে. |
25:22 | এইটোক হ্যান্ডআউট্ (handout) ত পৰিবর্তন কৰাৰ প্রয়োজন হব পাৰে । উদাহৰণস্বৰুপে, ইয়াত যি আছে সেইটোক যদি আপোনি প্ৰীন্ট দিব বিছাৰে, |
25:28 | তেনেহলে সেইটো ২৪ পৃষ্ঠাৰ হব, যদিও ডকুমেন্ট্টো মাত্র ১০ পৃষ্ঠাৰ । |
25:40 | ডকুমেন্টত মাত্র ১০ টা বেলেগ ফ্রেম্ থাকিলেও ২৪ টা পৃষ্ঠা আছে । সেয়ে এইটোক print out বা ছপাব গলে ২৪ পাত লাগিব । |
25:49 | এই সমস্যাৰ সমাধানৰ বাবে ইয়াত ‘handout’ নামৰ এটা switch ব্যবহাৰ কৰা যাওক। |
26:00 | এইটোক যদি কৰো কম্পাইল্ কৰা যাওক । এতিয়া ইয়াত মাত্র ১০ টা পৃষ্ঠা আছে । পুনৰায় কম্পাইল্ কৰা যাওক । |
26:13 | এতিয়া আৰু ইয়াত animation নাই । ইয়াৰ পিছৰ পৃষ্ঠাত যোৱা যাওক,পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা,পিছৰ পৃষ্ঠা, পিছৰ পৃষ্ঠা, ইত্যাদি । |
26:24 | যদি আপোনি ৰং পৰিবর্তন কৰিবলৈ বিছাৰে, তেনেহলে ইয়াত আৰু এবাৰ brown বা বাদামী লিখিব লাগিব । |
26:35 | ডকুমেন্ট্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক । ইয়াত সকলো প্যাৰামিটাৰক(parameters) কমা দি যোগ কৰা যাব পাৰে । |
26:42 | তেনেহলে এইটোক আৰু এবাৰ নীলা ৰংত কৰি দিয়া যাওক। কম্পাইল্ কৰা যাওক । |
26:52 | কেতিয়াবা আপোনি Verbatim এনভয়ৰনমেন্ট্ অন্তর্ভুক্ত কৰিব পাৰে । |
27:06 | উদাহৰণ-ইয়াৰ সাহায্যে ব্যাপাৰটো বুঝি লোৱা যাওক । |
27:13 | ইয়াত আহা যাওক, শেষলৈ যোৱা যাওক । সেভ্ কৰা যাওক । ইয়াতে যি Verbatim আৰম্ভ হচ্ছে । |
27:24 | আপোনি দেখিব যে, ইয়াত Verbatim তৈয়াৰ কৰা হৈছে । |
27:30 | ইয়াত scilab কমান্ডৰ উদাহৰণৰ দ্বাৰা এই ব্যাপাৰটোক লৈ বিস্তাৰিত আলোচনা কৰা যাওক । আমি এইবোৰ নীলা ৰংত কৰি দিছো । |
27:39 | ইয়াৰ বাবে আপোনি বেলেগভাবে এটাই কাম কৰিব লাগিব , begin frame ইয়াৰ পিছত স্কোয়াৰ ব্র্যাকেটত fragile লিখিব । |
27:52 | এইটোক নকৰিলে সমস্যা হব । দেখা যাওক, ঠিক কি সমস্যা হয় । |
28:01 | এইটোক ডিলিট কৰা যাওক, আৰু সেভ্ কৰি কম্পাইল্ কৰা যাওক । |
28:09 | এইটোৱে অভিযোগ জনাই যে এই সোর্স ফাইলটো সম্পূর্ণ সঠিক নহয় । |
28:14 | আৰু এবাৰ fragile শব্দটো যোগ কৰা যাওক। সেভ্ কৰা যাওক । এই কমপাইলেশনৰ পৰা বাহিৰত আহা যাওক । |
28:21 | পুনৰায় কম্পাইল্ কৰা যাওক । এতিয়া এইটো সঠিকভাবে দেখা গৈছে। |
28:30 | বিমাৰ ক্লাসত অনেক তথ্য থাকে। তেনেহলে আপোনি অন্যান্য বিষয়বোৰ সম্পর্কে কিভাবে জানিব ? |
28:40 | ইয়াত কিছু তথ্য আছে, তলত যোৱা যাওক । |
28:48 | প্রকৃতপক্ষে, এই স্লাইডৰ পৰা আপোনি জানিব পাৰিব যে অন্যান্য তথ্যবোৰ কৰ পৰা পোৱা যাব। |
28:54 | এইটোক কম্পাইল্ কৰাৰ পিছত, আমি স্লাইডৰ পৰা সেইবোৰ চাই লম। বিমাৰ বিষয়ত তথ্যৰ প্রধান উত্স হল beamer user guide dot pdf। |
29:08 | মই এইটোক ইয়াৰ পৰা পাইছিলো কিন্তু বিমাৰক্লাসৰ লেখকৰ দ্ৱাৰা এইটোক বিমাৰ প্রজেক্ট-ইয়াৰ ওএবসাইটতও ৰাখিছে । |
29:21 | এইটোক লৈ আমি অলপ আলোচনা কৰিম । মই এইটোক আগতেই ডাউনলোড কৰি ৰাখিছো, এইটো পূর্বতে উল্লিখিত সাইটতেই আছে । |
29:32 | উদাহৰণস্বৰুপে, এইটো এটা ২২৪ পৃষ্ঠাৰ ডকুমেন্ট্ । এইটো খুবেই ডাঙৰ ডকুমেন্ট্ । |
29:39 | এতিয়া এই তথ্যটোক কিভাবে প্রত্যক্ষভাবে ব্যবহাৰ কৰা যায় ত়াক দেখা যাওক । |
29:45 | তেনেহলে ইয়াত আহা যাওক । সর্ব প্রথম পৃষ্ঠাত, সাধাৰণ স্লাইড্ কিভাবে তৈয়াৰ কৰা যায় সেই বিষয়ত লেখকে বর্ণনা দিছে আৰু সোর্সটোও ইয়াত দিছে । |
29:57 | এইটোক কপি কৰা যাওক । এইটোক মিনিমাইজ(minimize) কৰা যাওক । এবাৰ এই ডকুমেন্ট্-ইয়াৰ তলত যোৱা যাওক । |
30:09 | এবাৰ পেস্ট কৰা যাওক আৰু সেভ্ কৰি কম্পাইল্ কৰা যাওক। এবাৰ পিছৰ পৃষ্ঠাত যোৱা যাওক । |
30:21 | চাওক, আপোনি তাত যি দেখিছিলে, সেইটোই এতিয়া ইয়াত দেখিব পাৰিব । ইয়াত লেখকে theorem এনভয়ৰনমেন্ট্ ব্যবহাৰ কৰিছে। |
30:33 | উদাহৰণস্বৰুপে, ইয়াত begin theorem আৰু end theorem দেখা গৈছে। ইয়াত ফ্রেম্-ইয়াৰ সাব-টাইটল্ বা উপ-শিৰোনাম ব্যবহাৰ কৰা হৈছে, যিবোৰ ইয়াত সৰু হাতৰ অক্ষৰত দেখা গৈছে। |
30:42 | ইয়াত begin proof আৰু end proof কমান্ড-দুটা দেখা গৈছে। proof কলে, ইয়াত আৰু এটা উইন্ডো খুলা যায় । ইয়াৰ নাম 'proof dot' । |
30:52 | এইভাবেই যি এই এনভয়ৰনমেন্ট্টক ব্যবহাৰ কৰা যাব পাৰে । ইয়াত লেখকে alert-ইয়াৰ এটা অন্য পদ্ধতি ব্যবহাৰ কৰিছে । |
31:01 | আপোনি যদি এইটোক দেখিব বিছাৰে, তেনেহলে আৰু এবাৰ উভতি যোৱা যাওক। handout শব্দটোক অতৰুৱাই দিয়া যাওক যাতে আমি animation টো দেখিব পাৰো। কম্পাইল্ কৰা যাওক । |
31:21 | এবাৰ ৩৪ নম্বৰ পৃষ্ঠাত যোৱা যাওক । |
31:31 | এবাৰ পিছত গৈ animation টো দেখা যাওক । আপোনি এইটোক লক্ষ্য কৰক । |
31:37 | এই দুটা আইটেম -ইয়াৰ নম্বৰ এক, অন্যবোৰৰ নম্বৰ দুই আৰু তিনি । |
31:51 | অন্য ভাবে কবলৈ গলে, স্লাইড্ত বিভিন্ন আইটেম-বোৰ যি ক্রম অনুসাৰে দেখা যাব, ত়াক আপোনি নির্ধাৰিত কৰিবলৈ পাৰে। |
32:00 | এইটোক আৰো বিস্তাৰিত ভাবে জনাৰ বাবে পর্যাপ্ত সময় এতিয়া আমাৰ উচৰত নাই । এই বিষয়বোৰ বিস্তাৰিত ভাবে জানি লোৱাৰ বাবে আপোনি ইয়াত উল্লেখ কৰা ৰেফৰেন্স-বোৰ ভাল ভাবে পড়ক । |
32:10 | বিমাৰ ক্লাস-ইয়াৰ অনেক বৈশিষ্ট্য আছে আৰু সেইবোৰ এই নির্দেশিকাটোত় উল্লেখ-ও কৰা আছে । আপোনি সেইবোৰৰ কিছু নিজে কৰিও দেখিব পাৰে । |
32:20 | ঠিকআছে, এইটোক আৰু এবাৰ হ্যান্ডআউটত পৰিবর্তন কৰি দিয়া যাওক । |
32:36 | প্রেসেন্টেশন্ মোড্-ইয়াৰ এটা সমস্যাৰ বাবে আমি হ্যান্ডআউট্ মোডত উভতি যাও । |
32:42 | প্রেসেন্টেশন্ মোডত যত animation-বোৰ দেখোৱা হয় , সেইবোৰ কম্পাইল্ হবলৈ অনেক বেশি সময় লাগে । |
32:48 | সেয়ে আপোনি বেশিভাগ ক্ষেত্রতেই হ্যান্ডআউট্ মোডতেই কাম কৰিবলৈ পছন্দ কৰিব আৰু কাৰ্চিত কেতিয়াবা আপোনি যেতিয়া animation দেখিব বিছাৰে, তেতিয়াই প্রেসেন্টেশন্ মোডত কাম কৰিব । |
32:59 | এইটো অবশ্যই সত্য যে যেতিয়া আপোনি প্রেসেন্টেশন্ বনাব , তেতিয়া আপোনি প্রেসেন্টেশন্ মোডত সেই কাম কৰিবলৈ বিছাৰিব । |
33:06 | আৰু যেতিয়া আপোনি প্রিন্ট-আউট কৰিবলৈ বিছাৰে, তেতিয়া আপোনি হ্যান্ডআউট্ মোড্ ব্যবহাৰ কৰে । এবাৰ শেষলৈ যোৱা যাওক । আমি এই স্পোকেন্ টিউটোৰিয়াল্-ইয়াৰ প্রায় শেষ পর্যাত আহিছো । |
33:15 | এই সম্পূর্ণ বস্তুখিনি কপি কৰি ইয়াত লৈ আহা যাওক । |
33:31 | প্রত্যেকবাৰৰ নিচিনা এবাৰও কম্পাইল্ কৰা যাওক । ঠিকআছে । |
33:42 | স্পোকেন্ টিউটোৰিয়েল্-ইয়াৰ বাবে অর্থ ICT -ইয়াৰ National Mission on Education ইয়াৰ মাধ্যমেৰে আহে । এইটো হল এই প্রকল্পৰ ওএবসাইট্ । |
33:53 | এই টিউটোৰিয়েলত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্াৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহন কৰাৰ বাবে ধন্যবাদ. |