Koha-Library-Management-System/C2/Place-order-for-a-book/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | How to place an order for a book স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - কিতাপ এখনৰ বাবে অৰ্দাৰ এটা দিবলৈ, |
| 00:11 | Basket (Order) এটা বন্ধ কৰিবলৈ, |
| 00:13 | আৰু shipment এটা ৰিচিভ কৰিবলৈ |
| 00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:30 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:36 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:42 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
| 00:47 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:53 | আৰম্ভ কৰিবলৈ, Koha ত Superlibrarian Bella হিচাবে ল’গিন কৰক |
| 01:00 | সৰ্বপ্ৰথমে, আমি ‘receiving an order’ ক এনাবল কৰি আৰম্ভ কৰিম |
| 01:06 | আমি এই তথ্য পাছত টিউট’ৰিয়েলটোত ব্যৱ্হাৰ কৰিম |
| 01:11 | Koha Administration লৈ যাওঁক |
| 01:15 | Global System Preferences ত ক্লিক কৰক |
| 01:19 | Acquisitions preferences পৃষ্ঠা আহিছে |
| 01:23 | Preference চেকচনৰ ভিতৰত, AcqCreateItem ৰ বাবে, দ্ৰপ-দাউনৰ পৰা 'placing an order' ক ‘receiving an order’ লৈ সলাওঁক |
| 01:37 | পাছত পৃষ্ঠাটোৰ ওপৰত Save all Acquisitions preferences ত ক্লিক কৰক |
| 01:45 | আহক আগবাহো |
| 01:47 | Koha Homepage লৈ যাওঁক, Acquisitions লৈ যাওঁক আৰু plus New vendor ত ক্লিক কৰক |
| 01:58 | নতুন পৃষ্ঠা এটা আহিছে Add vendor |
| 02:02 | Company details চেকচনৰ ভিতৰত, Name লৈ যাওঁক |
| 02:08 | আৰু ফিল্দত লিখক: Powai Book Agency |
| 02:13 | অনুগ্ৰহ কৰি মন কৰিব: আমি এনেদৰেই বহুতো বিক্ৰেতা যোগ কৰিব পাৰো |
| 02:20 | Contact details ৰ দৰে সবিশেষ ভৰাওঁক । মই ইয়াত কিছু সবিশেষ ভৰালো |
| 02:24 | আপুনিও এনেদৰে কৰিব পাৰে |
| 02:30 | চেক-বক্সসমূহ চেক কৰিবলৈ মনত ৰাখিব Primary acquisitions contact |
| 02:36 | Primary serials contact |
| 02:39 | Contact about late orders আৰু Contact about late issues |
| 02:46 | এই চেক-বক্সত ক্লিক কৰিলে বিক্ৰেতাই এই অপচনসমূহ সম্বন্ধীয় email ন’তিফিকেচন পাব |
| 02:55 | যদি আপোনাৰ বিশেষ ফিল্দ এটাৰ বাবে তথ্য নাই, তেন্তে তাক খালি ৰাখক |
| 03:01 | Ordering information চেকচনৰ ভিতৰত, List Prices are ৰ বাবে, Koha ই দিফল্টভাবে, RUPEE বাচে |
| 03:11 | আৰু, একেদৰে Invoice prices are ৰ বাবে, Koha ই দিফল্টভাবে, RUPEE বাচে |
| 03:19 | Tax number registered: ৰ বাবে, Yes বাচক |
| 03:25 | List prices: ৰ বাবে, Include tax বাচক |
| 03:30 | Invoice prices: ৰ বাবে, Include tax বাচক |
| 03:35 | মই Tax rate ক এনেদৰেই এৰিম |
| 03:39 | পাছত মই Discount 10% হিচাবে আৰু Delivery time 14 days হিচাবে ভৰ্ত্তি কৰিম |
| 03:50 | মই Notes ফিল্দক খালি ৰাখিম |
| 03:54 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
| 04:01 | নতুন পৃষ্ঠা এটা আহিছে |
| 04:04 | এতিয়া, বিক্ৰেতাৰ নামৰ ওচৰত, plus New basket ত ক্লিক কৰক |
| 04:11 | নতুন পৃষ্ঠা Add a basket to Powai Book Agency ত, Basket name: ৰ বাবে সবিশেষ ভৰাওঁক |
| 04:20 | মই IITB/ST/Books/2017-10 যোগ কৰিম |
| 04:30 | কিছু সবিশেষ Koha ই দিফল্টভাবে ভৰ্ত্তি কৰিব |
| 04:35 | দিফল্ট সবিশেষ Billing place, Delivery place আৰু Vendor ত যিকোনো সলনিৰ বাবে, প্ৰয়োজনীয় অপচনটো দ্ৰপ-দাউনৰ পৰা বাচক |
| 04:46 | Internal note আৰু Vendor note যোগ কৰক যদি আছে |
| 04:52 | Internal note ত মই For Biology Section লিখিম |
| 04:57 | Vendor note ত মই ‘To be delivered on 22 May 2017’ লিখিম |
| 05:05 | প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি, Orders are standing: ত ক্লিক কৰক । মই চেক-বক্সটো খালি ৰাখিম |
| 05:14 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ তলত Save বুটামত ক্লিক কৰক |
| 05:21 | নতুনকৈ অহা পৃষ্ঠাটোত, plus Add to basket টেবত ক্লিক কৰক |
| 05:29 | এটা দাইল’গ-বক্স ‘Add order to basket’ আহিছে |
| 05:34 | এতিয়া, তলৰ অপচনৰ পৰা অৰ্দাৰ কৰিবলৈ কিতাপ এখন বাচক |
| 05:39 | মই From a new (empty) record ত ক্লিক কৰিম |
| 05:44 | 'New order' হেদিঙৰ সৈতে আন এটা পৃষ্ঠা আহিছে |
| 05:49 | অৰ্দাৰ কৰিব লগীয়া কিতাপখনৰ টাইটলটো লিখক |
| 05:53 | মই Industrial Microbiology লিখিম |
| 05:57 | পাছত Accounting details আহে |
| 06:01 | Quantity ৰ বাবে 5 লিখক |
| 06:05 | Fund ৰ বাবে, Koha ই দিফল্টভাবে Books Fund বাচে |
| 06:10 | ইয়াত মনত ৰাখিব, যদি একাধিক ফান্দ উপলদ্ধ হয় তেন্তে আমি প্ৰয়োজন অনুসৰি ইয়াক বাচিব পাৰো |
| 06:17 | পাছত, Currency ৰ বাবে সবিশেষ ভৰাওঁক |
| 06:21 | ইয়াত, Koha ই দিফল্টভাবে, RUPEE বাচিছে |
| 06:26 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি দ্ৰপ-দাউনৰ পৰা বাচিব পাৰে |
| 06:31 | Vendor price 1000 লিখক |
| 06:35 | পাছৰটো হৈছে Uncertain price: |
| 06:38 | এই চেক-বক্সটো বাচক যদি আপুনি দামৰ বিষয়ে অনিশ্বিত হয় । মই ইয়াক খালি ৰাখিম |
| 06:46 | পাছৰটো হৈছে Tax rate । Koha ই দিফল্টভাবে, Tax rate 0% বাচে |
| 06:55 | মই Discount 20% বাচিম |
| 07:00 | মন কৰিব যে Koha ই নিজে গণনা কৰিব- Replacement cost 1000 হিচাবে, |
| 07:06 | Budgeted cost 800 হিচাবে, |
| 07:09 | Total 4000 হিচাবে আৰু Actual cost 0.00 হিচাবে |
| 07:17 | লগতে মন কৰিব যে Replacement cost আৰু Actual cost এদিত কৰিব পাৰি |
| 07:23 | Internal note আৰু Vendor note লিখক যদি আছে |
| 07:27 | মই Statistic 1 আৰু Statistic 2 খালি ৰাখিম |
| 07:32 | আৰু তেতিয়া পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
| 07:37 | দাইল’গ-বক্স এটাৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
| 07:41 | Warning! You will exceed 10.00% of your fund |
| 07:47 | Do you want to confirm this order? Yes, I confirm ত ক্লিক কৰক |
| 07:54 | Basket সবিশেষ - Basket IITB/ST/Books/2017-10 (2) for Powai Book Agency ৰ সৈতে পৃষ্ঠা এটা আহিছে |
| 08:07 | ই লগতে বিভিন্ন টেবচ দেখুৱায় |
| 08:10 | আমি এতিয়া basket এটা বন্ধ কৰিবলৈ শিকিম |
| 08:14 | একেটা Basket details পৃষ্ঠাত, Close this basket টেবত ক্লিক কৰক |
| 08:21 | ই বুজায় Order টো অন্তিম হয় আৰু উপযুক্ত বিক্ৰেতালৈ পঠাব পাৰি |
| 08:27 | দাইল’গ-বক্স এটা আহিছে- Are you sure you want to close Basket IITB/ST/Books/2017-10? |
| 08:41 | Yes বুটামত ক্লিক কৰক |
| 08:44 | বিক্ৰেতা Powai Book Agency নামৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
| 08:50 | এই পৃষ্ঠাটো এতিয়া বন্ধ নকৰিব, যিহেতু আমি ইয়াত আৰু কিছু কথা শিকিব লাগিব |
| 08:56 | আগবাহো, আমি shipment ৰিচিভ কৰিবলৈ শিকিম |
| 09:01 | একেটা পৃষ্ঠাত, Receive Shipment টেবত ক্লিক কৰক |
| 09:06 | নতুন পৃষ্ঠা এটা আহিছে- Receive shipment from vendor Powai Book Agency |
| 09:13 | Receive a new shipment চেকচনৰ ভিতৰত, Vendor invoice ত IITB/ST/Books/2017-10 ভৰাওঁক |
| 09:28 | Koha ই Shipment date নিজে বাচিব |
| 09:32 | মন কৰিব ৰচিদৰ তাৰিখটো Shipment Date হয় |
| 09:37 | মই Shipment Cost আৰু Shipment Fund এৰিম |
| 09:41 | পৃষ্ঠাটোৰ তলত অৱস্থিত Next বুটামত ক্লিক কৰক |
| 09:46 | আন এটা পৃষ্ঠা আহিছে- Receipt summary for Powai Book Agency |
| 09:52 | তললৈ Scroll কৰক আৰু পৃষ্ঠাটোৰ তলত Finish receiving ত ক্লিক কৰক |
| 09:57 | Invoice: IITB/ST/Books/2017-10 হেদিঙৰ সৈতে আন এটা পৃষ্ঠা আহিছে |
| 10:07 | Shipment Date আগতে ভৰ্ত্তি কৰা সবিশেষ অনুসৰি Koha ই ভৰাই |
| 10:13 | আৰু মই Billing Date 05/23/2018 হিচাবে বাচিম |
| 10:21 | মই Shipping cost খালি ৰাখিম |
| 10:25 | Close ত আৰু পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
| 10:31 | এটা নতুন পৃষ্ঠা, Invoice has been modified আহিছে |
| 10:36 | Go to receipt page ত ক্লিক কৰক |
| 10:40 | এতিয়া আপুনি Receipt summary for Powai Book Agency দেখিবলৈ সক্ষম হ’ব |
| 10:46 | আপুনি এতিয়া Koha ৰ পৰা log out কৰিব পাৰে |
| 10:49 | Koha ইন্তাৰফেচৰ ওপৰত সোফালে চুকলৈ যাওঁক |
| 10:54 | Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা Logout বাচক |
| 11:01 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 11:04 | আহক মূলভাব চাওঁ |
| 11:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিলো কিতাপ এখনৰ বাবে অৰ্দাৰ এটা দিবলৈ, |
| 11:13 | Basket (Order) এটা বন্ধ কৰিবলৈ আৰু shipment এটা ৰিচিভ কৰিবলৈ |
| 11:19 | অনুশিলনী হিচাবে, ‘Books’ ৰ বাবে Budget এটা তৈয়াৰ কৰক |
| 11:25 | ইয়াৰ ভিতৰত, ‘Civil Engineering’ ৰ বাবে ফান্দ বনাওঁক |
| 11:30 | উপলদ্ধ বিক্ৰেতা ‘Powai Book Agency’ ৰ দ্বাৰা কিতাপ এখন অৰ্দাৰ কৰক |
| 11:36 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 11:44 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 11:52 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 11:56 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 12:07 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |