Koha-Library-Management-System/C2/Create-MARC-framework/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Create a MARC Framework স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি KohaMARC Framework এটা বনাবলৈ শিকিম
00:14 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :

Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05

00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব । আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:44 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:50 আৰম্ভ কৰাৰ আগতে, মন কৰিব - Frameworks এদিত বা দিলিত কৰিব পাৰি
00:57 Superlibrarian এ নিজৰ লাইব্ৰেৰীৰ প্ৰয়োজনীয়তা অনুসৰি নিজাকৈ frameworks বনাব পাৰে
01:05 মই Koha ইন্তাৰফেচলৈ যাওঁ
01:11 Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
01:17 এতিয়া আমি Koha interface ৰ ভিতৰত Superlibrarian Bella ত আছো
01:25 Koha administration লৈ যাওঁক
01:29 Catalog চেকচনৰ ভিতৰত MARC bibliographic framework ত ক্লিক কৰক
01:36 এটা নতুন পৃষ্ঠা খুলিছে
01:40 plus New framework ত ক্লিক কৰক
01:44 সবিশেষ ভৰাবলৈ সুধি আন এটা পৃষ্ঠা খুলিছে -

Framework code: আৰু Description:

01:54 Framework code ৰ ফিল্দত মই লিখিম BK
02:01 Description: ৰ বাবে মই লিখিম BOOKS
02:06 পাছত, তলত Submit বুটামত ক্লিক কৰক
02:11 খোল খোৱা নতুন পৃষ্ঠাটোত, Code BK লৈ যাওঁক যি হৈছে BOOKS
02:18 Actions টেবৰ পৰা, MARC structure ত ক্লিক কৰক
02:25 এটা নতুন পৃষ্ঠা MARC Framework for BOOKS (BK) খুলিছে । এই টাইটলৰ ভিতৰত ইয়াত OK বুটামত ক্লিক কৰক
02:35 একেটা টাইটল MARC Framework for BOOKS (BK) ৰ সৈতে আন এটা পৃষ্ঠা খুলিছে
02:40 342 tags ৰ পৰা 1 to 20 tags দেখাইছে
02:48 তথাপি, আপুনি নিজৰ স্ক্ৰিনত অধিক সংখ্যক টেগচ দেখিব পাৰে
02:53 মন কৰিব যে মুঠতে 342 দিফল্ট tags আছে । মই Books ৰ বাবে মাত্ৰ কিছু tags বাচিম । আপুনি নিজৰ প্ৰয়োজন অনুসৰি টেগচ বাচিব পাৰে
03:08 মন কৰিব যে ইয়াত tag এটা Edit বা Delete কৰিবলৈ অপচনচ আছে
03:14 মই কেনেকৈ Delete কৰা হয় দেখুৱাম
03:17 মই tag নাম্বাৰ 010- Library of Congress Control Number বাচিম
03:25 সোফালে Delete টেবত ক্লিক কৰোতে, প’প-আপ উইন্দ’ এখন আহে-

“Confirm deletion of tag '010'?”

03:40 Yes, delete this tag ত ক্লিক কৰক
03:44 ‘Tag deleted’ বাৰ্তাটোৰ সৈতে আন এখন উইন্দ’ আহিছে । Ok ত ক্লিক কৰক
03:51 একেটা পৃষ্ঠা MARC Framework for Books (BK) পুনৰ আহে
03:56 এই পৃষ্ঠাটোত, ‘Tag’ number 010 আৰু দৰ্শিত নহ’ব
04:03 একেদৰে, অন্য এটা tags দিলিত কৰক যি এটা বিশিষ্ট item type ৰ লগত সংগত নহয়
04:11 tags এদিত কৰিবলৈ, go to Actions লৈ যাওঁক আৰু Edit অপচনটো বাচক
04:17 মই tag number 000, Leader লৈ যাম
04:24 Edit ত ক্লিক কৰক
04:27 তলৰ ফিল্দসমূহ Koha ৰ দ্বাৰা দিফল্টভাবে ভৰ্ত্তি হয় -

Label for lib: , Label for opac:

04:38 মন কৰিব: 'Label for lib' staff client ত দৰ্শিত হ’ব । 'Label for OPAC' OPACMARC ভিউত দৰ্শিত হ’ব
04:50 আপোনাৰ প্ৰয়োজনীয়তা অনুসৰি, Repeatable: চেক-বক্সত চেক কৰক
04:56 Koha এ দিফল্টভাবে, Mandatory চেক-বক্সত চেক কৰিব
05:02 মই Repeatable: চেক-বক্সত চেক কৰিম
05:06 মন কৰিব যে যদি আপুনি Repeatable ত ক্লিক কৰে তেন্তে ফিল্দৰ ওচৰত, Cataloging ত প্লাচ চিহ্ন এটা থাকিব
05:16 এইটো মূলত তিনি জনতকৈ অধিক লেখক বা সম্পাদকৰ বাবে আৱ্শ্যক হয়, যি আপোনাক একেটা tag ৰ আৰু বহুতো সবিশেষ যোগ কৰিবলৈ অনুমতি দিয়ে
05:27 যদি Koha ৰ দ্বাৰা 'Mandatory' টো ক্লিক বা স্ব-নিৰ্বাচিত হৈছে তেন্তে ৰেকৰ্দ ছেভ নহ’ব যেতিয়ালৈকে আপুনি এই বিশেষ tag লৈ মান এটা নিৰ্ধাৰিত নকৰে
05:43 আহক Koha interface লৈ ঘূৰি যাওঁ
05:46 সকলো সবিশেষ ভৰোৱাৰ পাছত, Save changes ত ক্লিক কৰক
05:52 খোলখোৱা নতুন পৃষ্ঠাটোত, মন কৰিব যে tag number 000, Leader: ৰ বাবে Repeatable আৰু Mandatory Yes হিচাবে দেখা যাব
06:05 পাছত, আহক Authority file সক্ৰিয় কৰিবলৈ শিকো
06:10 Koha Administration লৈ যাওঁক
06:13 আৰু Global system preferences ত ক্লিক কৰক
06:18 Acquisitions preferences পৃষ্ঠা খুলিছে
06:23 বাওঁফালে টেবৰ লিষ্টৰ পৰা, Authorities ত ক্লিক কৰক
06:30 General চেকচনৰ ভিতৰত, Value of Preference ক সলাবলৈ আৰম্ভ কৰক:
06:37 AuthDisplayHierarchy ৰ বাবে দ্ৰপ-দাউনৰ পৰা Display বাচক
06:44 AutoCreateAuthorities ৰ বাবে generate বাচক
06:50 BiblioAddsAuthorities ৰ বাবে allow বাচক ।

dontmerge ৰ বাবে Do বাচক

07:01 MARCAuthorityControlField008 আৰু UNIMARCAuthorityField100 ক এনেদৰেই এৰক
07:11 UseAuthoritiesForTracings ৰ বাবে, Koha ই দিফল্টভাবে, Use ক বাচে
07:19 Linker চেকচনৰ ভিতৰত, দিফল্ট মানক ৰাখিব লাগে - CatalogModuleRelink,
07:28 LinkerKeepStale, LinkerModule,
07:33 LinkerOptions আৰু LinkerRelink ৰ বাবে
07:38 এতিয়া, Save all Authorities preferences ত ক্লিক কৰক
07:43 আপুনি এতিয়া KohaSuperlibrarian একাউন্টৰ পৰা ল’গ আউত কৰিব পাৰে
07:48 তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক
07:52 Spoken Tutorial Library ত ক্লিক কৰক আৰু দ্ৰপ-দাউনৰ পৰা, Log out বাচক
07:59 MARC Framework ৰ বাবে প্ৰয়োজনীয় সকলো চেতাপক সম্পূৰ্ণ কৰে
08:04 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি KohaMARC Framework এটা বনাবলৈ শিকিলো
08:13 এটা অনুশিলনী হিচাবে - Serials ৰ বাবে নতুন MARC Framework এটা বনাওঁক
08:20 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
08:28 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
08:38 অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
08:42 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
08:54 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9