Koha-Library-Management-System/C2/Circulation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Circulation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত, আমি শিকিম- Circulation আৰু Fine Rules Patron কেতেগৰিৰ বাবে,
00:13 Check Out (Issuing),
00:15 Renewing আৰু Check In (Returning)
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux OS 16.04
00:28 আৰু Koha ভাৰ্চন 16.05
00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব
00:44 আৰু, আপোনাৰ লগতে KohaAdmin এক্সেচ থাকিব লাগিব
00:48 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক
00:54 সৰ্বপ্ৰথমে, আমি Patron কেতেগৰিৰ বাবে Circulation আৰু Fine Rules সূচীত কৰি আৰম্ভ কৰিম
01:02 Patron Category এটা বনাওঁক Post Graduate student হিচাবে Spoken Tutorial Library ৰ ভিতৰত
01:10 মনত ৰাখিব, ওপৰৰ সকলোখিনি এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাত দৰ্শোৱা হৈছিলে
01:16 আমি এই তথ্য পাছত টিউট’ৰিয়েলটোত ব্যৱ্হাৰ কৰিম
01:21 Post Graduate student হিচাবে Spoken Tutorial Library ৰ ভিতৰত Patron Category টো যোগ কৰাৰ পাছত আপোনাৰ Koha interface দেখিবলৈ এনেকুৱা হ’ব
01:32 Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক
01:39 Koha Administration লৈ যাওঁক
01:43 Patrons and circulation চেকচনৰ ভিতৰত, Circulation and fines rules ত ক্লিক কৰক
01:52 Defining circulation and fine rules for all libraries আহিছে
01:57 Select Library বিচাৰক আৰু দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক
02:05 নতুন পৃষ্ঠা এটা আহিছে টাইটল Defining circulation and fine rules for "Spoken Tutorial Library" ৰ সৈতে
02:14 Patron category চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা, Post Graduate Student ত ক্লিক কৰক
02:22 Item type চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা Book ত ক্লিক কৰক
02:28 Current checkouts allowed ফিল্দত লিখক 5
02:33 মই Current on-site checkouts allowed খালি ৰাখিম
02:39 Loan period ৰ বাবে 15 লিখক
02:43 মই For Unit এনেদৰেই এৰিম যিহৈছে Days
02:48 Hard due date এনেদৰেই এৰক
02:53 Fine amount 5 লিখক আৰু Fine charging interval ৰ বাবে 1 লিখক
03:01 মই When to charge এনেদৰেই এৰিম
03:05 মই Fine grace period: খালি ৰাখিম
03:09 মই Overdue fines cap (amount): আৰু Cap fine at replacement price: খালি ৰাখিম
03:17 মই লগতে Suspension in days (day): খালি ৰাখিম
03:22 Maximum suspension duration (day): খালি ৰাখিম
03:28 Renewals allowed (count) ৰ বাবে 10 লিখক
03:33 মই Renewal period আৰু No renewal before: খালি ৰাখিম
03:39 Automatic renewal ৰ বাবে, মই এনেদৰেই এৰিম
03:44 Holds allowed (count) ৰ বাবে লিখক 5
03:48 On shelf holds allowed- ৰ বাবে দ্ৰপ-দাউনৰ পৰা, If all unavailable বাচক
03:55 মই Item level holds এনেদৰেই এৰিম
04:00 Rental discount খালি ৰাখিম
04:04 পাছত, Actions চেকচনলৈ যাওঁক, টেবুলৰ সোফালে চুকত আৰু Save ত ক্লিক কৰক
04:13 একেটা পৃষ্ঠা Defining circulation and fine rules for "Spoken Tutorial Library", পুনৰ আহিছে
04:21 এই পৃষ্ঠাটোত আমি এইমাত্ৰ ভৰ্ত্তি কৰা সকলো এনত্ৰি আছে
04:28 Select the library: হেদিঙৰ কাষত, Clone these rules to: বিচাৰক
04:35 দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক
04:40 পাছত, Clone নামৰ বুটামত ক্লিক কৰক
04:45 নতুন পৃষ্ঠা এটা আহিব হেদিং- Cloning circulation and fine rules from “Spoken Tutorial Library” to “Spoken Tutorial Library” ৰ সৈতে
04:56 মেচেজ বক্স এটা আহিছে কৈ “The rules have been cloned”
05:02 এতিয়া, Patron Ms. Reena Shah বনাওঁক, Post-Graduate student হিচাবে Spoken Tutorial Library Itemscheckout আৰু checkin ৰ বাবে যেনে- Books, CD/DVDs , Bound Volumes আদি
05:20 মনত ৰাখিব, আগৰ টিউট’ৰিয়েল এটাত Patron বনাওঁতে, আমি ষ্টাফৰ বাবে পাৰমিচন চেত কৰিছিলো
05:29 তথাপি, ইয়াত কোনো permission চেত নকৰো Patron ৰ বাবে যিহৈছে ষ্টুদেন্ত Ms. Reena Shah
05:38 মাত্ৰ প্ৰয়োজনীয় সবিশেষ ভৰাওঁক আৰু পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক
05:45 এতিয়া, Superlibrarian account ৰ পৰা ল’গ আউত কৰক
05:49 তাক কৰক ওপৰত সোফালে চুকত Spoken Tutorial Library ত ক্লিক কৰি
05:56 দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক
06:01 পাছত, পুনৰ Library Staff, Samruddhi হিচাবে ল’গিন কৰক
06:07 পাছত, Home page ত, Circulation ত ক্লিক কৰক
06:12 আহক Checkout ৰ সৈতে আৰম্ভ কৰো
06:15 Circulation পৃষ্ঠাটোত, Check-out ত ক্লিক কৰক যিহৈছে issuing প্ৰচেচ
06:22 অহা পৃষ্ঠাটোত, ফিল্দ বিচাৰক Enter patron card number or partial name ৰ বাবে । মই নামটো Reena হিচাবে লিখিম
06:34 Submit বুটামত ক্লিক কৰক একেটা search field ৰ সোফালে
06:39 নতুন পৃষ্ঠা এটা আহিছে । Checking out to Reena Shah (3) Enter item Barcode: ৰ বাবে ফিল্দত,
06:48 মই মানটো লিখিম- 00001
06:53 মনত ৰাখিব, এই Barcode ক accession number হিচাবে আগৰ টিউট’ৰিয়েল এটাত উল্লেখ কৰা হৈছিলে
07:00 গতিকে, একেটা মান ভৰোৱা হ’ব Check-out ৰ বাবে
07:05 এতিয়া, ফিল্দৰ তলত Check-out ত ক্লিক কৰক
07:10 পাছত, Check-out সবিশেষ চাবলৈ, পৃষ্ঠাটোৰ তলত Show check-outs ক্লিক কৰক
07:18 একেটা পৃষ্ঠাত, টেবুল এখন আহিছে Checked-out আইতেমৰ সকলো সবিশেষৰ সৈতে
07:24 সবিশেষ যেনে: Due date, Title, Item type, Location, Checked out on, Checked out from, Call number, Charge, Fine, Price, Renew , আৰু Check in
07:43 যদিহে, item এটা renewed বা checked in কৰিব লাগে তেন্তে টেবুলৰ তলত অৱস্থিত Renew or check in selected items টেবত ক্লিক কৰক
07:56 যদি এটাতকৈ বেছি আইতেম আছে তেন্তে Renew all টেবত ক্লিক কৰক, পৃষ্ঠাটোৰ তলত Renew or check in selected items টেবৰ কাষত অৱস্থিত
08:10 মই কোনো টেবত ক্লিক নকৰো যিহেতু মই Koha homepageCirculation টেব ব্যৱ্হাৰ কৰি items আৰু check in ৰিনিউ কৰিবলৈ দেখুৱাম
08:22 একেটা পৃষ্ঠাত, ওপৰত বাওঁফালে চুকত Circulation ত ক্লিক কৰক
08:28 নতুনকৈ অহা পৃষ্ঠাটোত, Circulation ৰ ভিতৰত, Renew ত ক্লিক কৰক
08:35 নতুন পৃষ্ঠা এটা আহিছে । Enter item barcode ৰ বাবে ফিল্দত, মই Barcode accession number 00001 হিচাবে ভৰাম
08:48 পাছত ফিল্দৰ সোফালে Submit ত ক্লিক কৰক
08:53 নতুন পৃষ্ঠা এটা আহিছে Item Renewed দাইল’গ বক্স এটাৰ সৈতে
08:58 পাছত, একেটা পৃষ্ঠাত, ওপৰত বাওঁফালে চুকত Circulation ত ক্লিক কৰক
09:05 নতুনকৈ অহা পৃষ্ঠাটোত, Circulation ৰ ভিতৰত, check in ত ক্লিক কৰক
09:11 নতুনকৈ অহা পৃষ্ঠাটোত, Enter item barcode ফিল্দ বিচাৰক
09:17 মই লিখিম Barcode accession number 00001 হিচাবে যাৰ সৈতে আইতেমটো আগতে checked out কৰা হৈছিল
09:27 আৰু, ফিল্দৰ সোফালে Submit ত ক্লিক কৰক
09:32 টেবুল এখন আহে সবিশেষৰ সৈতে যেনে- Due date, Title , Author , Barcode, Home Library, Holding library, Shelving location, Call number, Type, Patron আৰু Note
09:52 মন কৰিব Title-Industrial Microbiology,
09:57 Barcode- 00001 আৰু Patron-Shah, Reena (PG) আগতে ভৰ্ত্তি কৰা সবিশেষ অনুসৰি
10:09 ইয়াৰ সৈতে, আমি Circulation সম্পূৰ্ণ কৰিলো
10:13 এতিয়া, Library staff একাউন্টৰ পৰা ল’গ আউত কৰক
10:17 তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক
10:25 পাছত, দ্ৰপ-দাউনৰ পৰা, Log out বাচক
10:31 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Circulation আৰু Fine Rules Patron কেতেগৰিৰ বাবে,
10:41 Check Out (Issuing), Renewing, Check In (Returning)
10:48 অনুশিলনী হিচাবে: Patron Ms. Reena Shah লৈ আন এখন কিতাপ ইছু কৰক
10:54 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:01 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:11 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক
11:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:26 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9