Koha-Library-Management-System/C2/Circulation/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Circulation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম- Circulation আৰু Fine Rules Patron কেতেগৰিৰ বাবে, |
00:13 | Check Out (Issuing), |
00:15 | Renewing আৰু Check In (Returning) |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Ubuntu Linux OS 16.04 |
00:28 | আৰু Koha ভাৰ্চন 16.05 |
00:32 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিকাৰুসকল Library Science ৰ সৈতে পৰিচিত হ’ব লাগিব |
00:38 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:44 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:48 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:54 | সৰ্বপ্ৰথমে, আমি Patron কেতেগৰিৰ বাবে Circulation আৰু Fine Rules সূচীত কৰি আৰম্ভ কৰিম |
01:02 | Patron Category এটা বনাওঁক Post Graduate student হিচাবে Spoken Tutorial Library ৰ ভিতৰত |
01:10 | মনত ৰাখিব, ওপৰৰ সকলোখিনি এই চিৰিজৰ আগৰ টিউট’ৰিয়েল এটাত দৰ্শোৱা হৈছিলে |
01:16 | আমি এই তথ্য পাছত টিউট’ৰিয়েলটোত ব্যৱ্হাৰ কৰিম |
01:21 | Post Graduate student হিচাবে Spoken Tutorial Library ৰ ভিতৰত Patron Category টো যোগ কৰাৰ পাছত আপোনাৰ Koha interface দেখিবলৈ এনেকুৱা হ’ব |
01:32 | Superlibrarian ত ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰক |
01:39 | Koha Administration লৈ যাওঁক |
01:43 | Patrons and circulation চেকচনৰ ভিতৰত, Circulation and fines rules ত ক্লিক কৰক |
01:52 | Defining circulation and fine rules for all libraries আহিছে |
01:57 | Select Library বিচাৰক আৰু দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক |
02:05 | নতুন পৃষ্ঠা এটা আহিছে টাইটল Defining circulation and fine rules for "Spoken Tutorial Library" ৰ সৈতে |
02:14 | Patron category চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা, Post Graduate Student ত ক্লিক কৰক |
02:22 | Item type চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা Book ত ক্লিক কৰক |
02:28 | Current checkouts allowed ফিল্দত লিখক 5 |
02:33 | মই Current on-site checkouts allowed খালি ৰাখিম |
02:39 | Loan period ৰ বাবে 15 লিখক |
02:43 | মই For Unit এনেদৰেই এৰিম যিহৈছে Days |
02:48 | Hard due date এনেদৰেই এৰক |
02:53 | Fine amount 5 লিখক আৰু Fine charging interval ৰ বাবে 1 লিখক |
03:01 | মই When to charge এনেদৰেই এৰিম |
03:05 | মই Fine grace period: খালি ৰাখিম |
03:09 | মই Overdue fines cap (amount): আৰু Cap fine at replacement price: খালি ৰাখিম |
03:17 | মই লগতে Suspension in days (day): খালি ৰাখিম |
03:22 | Maximum suspension duration (day): খালি ৰাখিম |
03:28 | Renewals allowed (count) ৰ বাবে 10 লিখক |
03:33 | মই Renewal period আৰু No renewal before: খালি ৰাখিম |
03:39 | Automatic renewal ৰ বাবে, মই এনেদৰেই এৰিম |
03:44 | Holds allowed (count) ৰ বাবে লিখক 5 |
03:48 | On shelf holds allowed- ৰ বাবে দ্ৰপ-দাউনৰ পৰা, If all unavailable বাচক |
03:55 | মই Item level holds এনেদৰেই এৰিম |
04:00 | Rental discount খালি ৰাখিম |
04:04 | পাছত, Actions চেকচনলৈ যাওঁক, টেবুলৰ সোফালে চুকত আৰু Save ত ক্লিক কৰক |
04:13 | একেটা পৃষ্ঠা Defining circulation and fine rules for "Spoken Tutorial Library", পুনৰ আহিছে |
04:21 | এই পৃষ্ঠাটোত আমি এইমাত্ৰ ভৰ্ত্তি কৰা সকলো এনত্ৰি আছে |
04:28 | Select the library: হেদিঙৰ কাষত, Clone these rules to: বিচাৰক |
04:35 | দ্ৰপ-দাউনৰ পৰা Spoken Tutorial Library বাচক |
04:40 | পাছত, Clone নামৰ বুটামত ক্লিক কৰক |
04:45 | নতুন পৃষ্ঠা এটা আহিব হেদিং- Cloning circulation and fine rules from “Spoken Tutorial Library” to “Spoken Tutorial Library” ৰ সৈতে |
04:56 | মেচেজ বক্স এটা আহিছে কৈ “The rules have been cloned” |
05:02 | এতিয়া, Patron Ms. Reena Shah বনাওঁক, Post-Graduate student হিচাবে Spoken Tutorial Library Items ৰ checkout আৰু checkin ৰ বাবে যেনে- Books, CD/DVDs , Bound Volumes আদি |
05:20 | মনত ৰাখিব, আগৰ টিউট’ৰিয়েল এটাত Patron বনাওঁতে, আমি ষ্টাফৰ বাবে পাৰমিচন চেত কৰিছিলো |
05:29 | তথাপি, ইয়াত কোনো permission চেত নকৰো Patron ৰ বাবে যিহৈছে ষ্টুদেন্ত Ms. Reena Shah |
05:38 | মাত্ৰ প্ৰয়োজনীয় সবিশেষ ভৰাওঁক আৰু পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক |
05:45 | এতিয়া, Superlibrarian account ৰ পৰা ল’গ আউত কৰক |
05:49 | তাক কৰক ওপৰত সোফালে চুকত Spoken Tutorial Library ত ক্লিক কৰি |
05:56 | দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক |
06:01 | পাছত, পুনৰ Library Staff, Samruddhi হিচাবে ল’গিন কৰক |
06:07 | পাছত, Home page ত, Circulation ত ক্লিক কৰক |
06:12 | আহক Checkout ৰ সৈতে আৰম্ভ কৰো |
06:15 | Circulation পৃষ্ঠাটোত, Check-out ত ক্লিক কৰক যিহৈছে issuing প্ৰচেচ |
06:22 | অহা পৃষ্ঠাটোত, ফিল্দ বিচাৰক Enter patron card number or partial name ৰ বাবে । মই নামটো Reena হিচাবে লিখিম |
06:34 | Submit বুটামত ক্লিক কৰক একেটা search field ৰ সোফালে |
06:39 | নতুন পৃষ্ঠা এটা আহিছে । Checking out to Reena Shah (3) Enter item Barcode: ৰ বাবে ফিল্দত, |
06:48 | মই মানটো লিখিম- 00001 |
06:53 | মনত ৰাখিব, এই Barcode ক accession number হিচাবে আগৰ টিউট’ৰিয়েল এটাত উল্লেখ কৰা হৈছিলে |
07:00 | গতিকে, একেটা মান ভৰোৱা হ’ব Check-out ৰ বাবে |
07:05 | এতিয়া, ফিল্দৰ তলত Check-out ত ক্লিক কৰক |
07:10 | পাছত, Check-out সবিশেষ চাবলৈ, পৃষ্ঠাটোৰ তলত Show check-outs ক্লিক কৰক |
07:18 | একেটা পৃষ্ঠাত, টেবুল এখন আহিছে Checked-out আইতেমৰ সকলো সবিশেষৰ সৈতে |
07:24 | সবিশেষ যেনে: Due date, Title, Item type, Location, Checked out on, Checked out from, Call number, Charge, Fine, Price, Renew , আৰু Check in |
07:43 | যদিহে, item এটা renewed বা checked in কৰিব লাগে তেন্তে টেবুলৰ তলত অৱস্থিত Renew or check in selected items টেবত ক্লিক কৰক |
07:56 | যদি এটাতকৈ বেছি আইতেম আছে তেন্তে Renew all টেবত ক্লিক কৰক, পৃষ্ঠাটোৰ তলত Renew or check in selected items টেবৰ কাষত অৱস্থিত |
08:10 | মই কোনো টেবত ক্লিক নকৰো যিহেতু মই Koha homepage ত Circulation টেব ব্যৱ্হাৰ কৰি items আৰু check in ৰিনিউ কৰিবলৈ দেখুৱাম |
08:22 | একেটা পৃষ্ঠাত, ওপৰত বাওঁফালে চুকত Circulation ত ক্লিক কৰক |
08:28 | নতুনকৈ অহা পৃষ্ঠাটোত, Circulation ৰ ভিতৰত, Renew ত ক্লিক কৰক |
08:35 | নতুন পৃষ্ঠা এটা আহিছে । Enter item barcode ৰ বাবে ফিল্দত, মই Barcode accession number 00001 হিচাবে ভৰাম |
08:48 | পাছত ফিল্দৰ সোফালে Submit ত ক্লিক কৰক |
08:53 | নতুন পৃষ্ঠা এটা আহিছে Item Renewed দাইল’গ বক্স এটাৰ সৈতে |
08:58 | পাছত, একেটা পৃষ্ঠাত, ওপৰত বাওঁফালে চুকত Circulation ত ক্লিক কৰক |
09:05 | নতুনকৈ অহা পৃষ্ঠাটোত, Circulation ৰ ভিতৰত, check in ত ক্লিক কৰক |
09:11 | নতুনকৈ অহা পৃষ্ঠাটোত, Enter item barcode ফিল্দ বিচাৰক |
09:17 | মই লিখিম Barcode accession number 00001 হিচাবে যাৰ সৈতে আইতেমটো আগতে checked out কৰা হৈছিল |
09:27 | আৰু, ফিল্দৰ সোফালে Submit ত ক্লিক কৰক |
09:32 | টেবুল এখন আহে সবিশেষৰ সৈতে যেনে- Due date, Title , Author , Barcode, Home Library, Holding library, Shelving location, Call number, Type, Patron আৰু Note |
09:52 | মন কৰিব Title-Industrial Microbiology, |
09:57 | Barcode- 00001 আৰু Patron-Shah, Reena (PG) আগতে ভৰ্ত্তি কৰা সবিশেষ অনুসৰি |
10:09 | ইয়াৰ সৈতে, আমি Circulation সম্পূৰ্ণ কৰিলো |
10:13 | এতিয়া, Library staff একাউন্টৰ পৰা ল’গ আউত কৰক |
10:17 | তাক কৰিবলৈ, প্ৰথমে ওপৰত সোফালে চুকলৈ যাওঁক, Spoken Tutorial Library ত ক্লিক কৰক |
10:25 | পাছত, দ্ৰপ-দাউনৰ পৰা, Log out বাচক |
10:31 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Circulation আৰু Fine Rules Patron কেতেগৰিৰ বাবে, |
10:41 | Check Out (Issuing), Renewing, Check In (Returning) |
10:48 | অনুশিলনী হিচাবে: Patron Ms. Reena Shah লৈ আন এখন কিতাপ ইছু কৰক |
10:54 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:01 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:11 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
11:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
11:26 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |