Koha-Library-Management-System/C2/Add-an-Item-type/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Koha interface ত কেনেকৈ Item type এটা যোগ কৰা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:08 | এই টিউট’ৰিয়েলটোত, আমি Item types ৰ বিষয়ে আৰু Item type এটা যোগ কৰিবলৈ শিকিম |
00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:30 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:36 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:42 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:52 | আহক আৰম্ভ কৰো । মই Koha ইন্তাৰফেচলৈ যাওঁ |
00:58 | মনত ৰাখিব আমি এটা Superlibrarian Bella বনাইছিলো |
01:03 | আমি এতিয়া ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰিম |
01:08 | এতিয়া আমি Koha interface ৰ ভিতৰত Superlibrarian Bella ত আছো |
01:14 | আগবহাৰ আগতে, আহক প্ৰথমে বুজো Item Types কি হয় |
01:20 | Item types এ সাধাৰণতে লাইব্ৰেৰীত থকা উপাদানক বুজায়, যেনে - Books, Journals, CDs/DVDs ইত্যাদি |
01:31 | Koha ত প্ৰতিটো Item type ক এটা Collection code দিয়া হৈছে |
01:37 | এই code টোৱে বিশিষ্টভাবে সেই Item type টোক সূচায় |
01:42 | আহক নতুন item type এটা যোগ কৰিবলৈ শিকো |
01:46 | Koha Home page ত Koha Administration ত ক্লিক কৰক |
01:52 | Basic parameters চেকচনলৈ যাওঁক আৰু Item Types ত ক্লিক কৰক |
01:59 | Item types administration পৃষ্ঠাটোৰ ওপৰত 'New Item Type' বুটামত ক্লিক কৰক |
02:06 | Item type ফিল্দত, আপুনি যোগ কৰিব বিচৰা নতুন item type ৰ ক’দটো দিয়ক |
02:13 | মই REF লিখিম |
02:17 | Description ফিল্দ item type ৰ বৰ্ণনা হয় |
02:22 | গতিকে ইয়াত, মই "Reference" লিখিম । মই Search category ফিল্দক বাদ দিম |
02:30 | পাছৰটো হৈছে Choose an icon: |
02:33 | bridge টেবত ক্লিক কৰক |
02:37 | ইয়াত, তলত দিয়া অপচনৰ পৰা, আইকনত ক্লিক কৰক যি item type ৰ সৈতে জৰিত |
02:45 | মই এই Reference আইকনটো বাচিম |
02:49 | পাছত, আমি শিকিম কেনেকৈ Hide in OPAC: এ সহায় কৰে |
02:54 | ধৰক কিতাপ এখন ক্ষতিগ্ৰস্ত হ’ল আৰু বন্ধোৱাৰ উদ্দেশ্যে ৰাখিব লাগে |
03:02 | তেনে ক্ষেত্ৰত, Hide in OPAC অপচনটোৱে কিতাপখন সকলো ইউজাৰলৈ অদৃশ্য কৰিব |
03:11 | আপোনাৰ প্ৰয়োজন অনুসৰি, Hide in OPAC: ৰ বাবে চেকবক্সটো চেক বা আনচেক কৰক । মই চেকবক্সটো খালি ৰাখিম |
03:21 | এনেকুৱা items ৰ বাবে 'Not for loan' অপচনটো ব্যৱ্হাৰ কৰক যাক লাইব্ৰেৰীত ৰখা হয় কিন্তু circulated নহয় |
03:29 | উদাহৰণস্বৰূপে : Reference books, Rare books , Dictionary ইত্যাদি |
03:36 | মই এই চেক-বক্সটো খালি ৰাখিম |
03:40 | যদি আপুনি বিচাৰে তেন্তে Rental charge field ত চাৰ্জ কৰিব লগীয়া মানটো দিব পাৰে,
লাইব্ৰেৰীত বিশেষ items ৰ বাবে এটা নিম্নতম ভাৰা দাম থাকিব পাৰে |
03:51 | মই কোনো দাম নিদিওঁ, যিহেতু বহুতো items ত ভাৰা দাম লোৱাৰ প্ৰয়োজন নাই |
04:00 | যদি আপুনি এটা দাম দিব বিচাৰে, তেন্তে মনত ৰাখিব যে মাত্ৰ বৈধ নাম্বাৰ হে দিব |
04:07 | পাছৰটো হৈছে 'Checkin message:' text field |
04:11 | Checkin message এ বিশেষ item ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে |
04:16 | অপচনসমূহ হ’ব পাৰে - Book , Serial, Cds/DVDs, Bound Volume, Microfilm ইত্যাদি |
04:26 | Checkin message: ফিল্দত মই লিখিম Bound Volume |
04:32 | ইয়াৰ পাছত Checkin message type: আছে |
04:36 | item type ৰ ওপৰত নিৰ্ভৰ কৰি, item ৰ বাবে বাৰ্তা বা এলাৰ্ত এটা বাচক |
04:42 | মনত ৰাখিব, নিৰ্বাচিত অপচনৰ বাবে বাৰ্তা বা এলাৰ্ত এটা দৰ্শিত হ’ব যেতিয়া এই বিশেষ item ৰ বাবে চেক-ইন কৰা হ’ব |
04:53 | মই message বাচিম |
04:56 | পাছৰটো হৈছে SIP media type ।
SIP media type মাত্ৰ তেতিয়াই প্ৰয়োগ হয় যেতিয়া আপোনাৰ লাইব্ৰেৰীত চৰ্তাৰ বা ল’কাৰ সুবিধা এটা ব্যৱহৃত হয় |
05:07 | গতিকে ইয়াত, মই SIP media type ক বাদ দিম |
05:11 | Summary ফিল্দত, যদি আপুনি বিচাৰে উক্ত item ৰ মূলভাৱ এটা লিখক |
05:18 | মই লিখিম - Item type- Reference
Facilitate- Self check out/return |
05:25 | শেষত, Save changes বুটামত ক্লিক কৰক |
05:30 | এটা নতুন পৃষ্ঠা Item types administration খুলিছে |
05:35 | নতুন item type ৰ বাবে ভৰোৱা সকলো সবিশেষ, Item types administration পৃষ্ঠাটোত তালিকাবদ্ধ ফৰ্মত দৰ্শিত হয় |
05:45 | মন কৰিব লগীয়া কিছু দৰকাৰী কথা হৈছে - |
05:49 | item types ৰ বাবে প্ৰয়োগ কৰা Collection codes এদিত কৰিব নোৱাৰি |
05:54 | item type ৰ বিবৰণ এদিত কৰিব নোৱাৰি । এবাৰ লাইব্ৰেৰীত items ৰ দ্বাৰা item type ব্যৱ্হাৰ কৰিলে ইয়াক আতৰাব নোৱাৰি |
06:05 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:08 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Item types ৰ বিষয়ে আৰু Item type এটা কেনেকৈ যোগ কৰা হয় |
06:18 | এটা অনুশিলনী হিচাবে - আপোনাৰ লাইব্ৰেৰীৰ বাবে এটা নতুন item- Book আৰু Serial যোগ কৰক |
06:25 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
06:33 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
06:43 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
06:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
06:59 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |