Koha-Library-Management-System/C2/Add-an-Item-type/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Koha interface ত কেনেকৈ Item type এটা যোগ কৰা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:08 | এই টিউট’ৰিয়েলটোত, আমি Item types ৰ বিষয়ে আৰু Item type এটা যোগ কৰিবলৈ শিকিম |
| 00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux Operating System 16.04 আৰু Koha ভাৰ্চন 16.05 |
| 00:30 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
| 00:36 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
| 00:42 | আৰু, আপোনাৰ Koha ত Admin এক্সেচ থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
| 00:52 | আহক আৰম্ভ কৰো । মই Koha ইন্তাৰফেচলৈ যাওঁ |
| 00:58 | মনত ৰাখিব আমি এটা Superlibrarian Bella বনাইছিলো |
| 01:03 | আমি এতিয়া ইউজাৰনেম Bella আৰু তাৰ পাচৱৰ্দৰে ল’গিন কৰিম |
| 01:08 | এতিয়া আমি Koha interface ৰ ভিতৰত Superlibrarian Bella ত আছো |
| 01:14 | আগবহাৰ আগতে, আহক প্ৰথমে বুজো Item Types কি হয় |
| 01:20 | Item types এ সাধাৰণতে লাইব্ৰেৰীত থকা উপাদানক বুজায়, যেনে - Books, Journals, CDs/DVDs ইত্যাদি |
| 01:31 | Koha ত প্ৰতিটো Item type ক এটা Collection code দিয়া হৈছে |
| 01:37 | এই code টোৱে বিশিষ্টভাবে সেই Item type টোক সূচায় |
| 01:42 | আহক নতুন item type এটা যোগ কৰিবলৈ শিকো |
| 01:46 | Koha Home page ত Koha Administration ত ক্লিক কৰক |
| 01:52 | Basic parameters চেকচনলৈ যাওঁক আৰু Item Types ত ক্লিক কৰক |
| 01:59 | Item types administration পৃষ্ঠাটোৰ ওপৰত 'New Item Type' বুটামত ক্লিক কৰক |
| 02:06 | Item type ফিল্দত, আপুনি যোগ কৰিব বিচৰা নতুন item type ৰ ক’দটো দিয়ক |
| 02:13 | মই REF লিখিম |
| 02:17 | Description ফিল্দ item type ৰ বৰ্ণনা হয় |
| 02:22 | গতিকে ইয়াত, মই "Reference" লিখিম । মই Search category ফিল্দক বাদ দিম |
| 02:30 | পাছৰটো হৈছে Choose an icon: |
| 02:33 | bridge টেবত ক্লিক কৰক |
| 02:37 | ইয়াত, তলত দিয়া অপচনৰ পৰা, আইকনত ক্লিক কৰক যি item type ৰ সৈতে জৰিত |
| 02:45 | মই এই Reference আইকনটো বাচিম |
| 02:49 | পাছত, আমি শিকিম কেনেকৈ Hide in OPAC: এ সহায় কৰে |
| 02:54 | ধৰক কিতাপ এখন ক্ষতিগ্ৰস্ত হ’ল আৰু বন্ধোৱাৰ উদ্দেশ্যে ৰাখিব লাগে |
| 03:02 | তেনে ক্ষেত্ৰত, Hide in OPAC অপচনটোৱে কিতাপখন সকলো ইউজাৰলৈ অদৃশ্য কৰিব |
| 03:11 | আপোনাৰ প্ৰয়োজন অনুসৰি, Hide in OPAC: ৰ বাবে চেকবক্সটো চেক বা আনচেক কৰক । মই চেকবক্সটো খালি ৰাখিম |
| 03:21 | এনেকুৱা items ৰ বাবে 'Not for loan' অপচনটো ব্যৱ্হাৰ কৰক যাক লাইব্ৰেৰীত ৰখা হয় কিন্তু circulated নহয় |
| 03:29 | উদাহৰণস্বৰূপে : Reference books, Rare books , Dictionary ইত্যাদি |
| 03:36 | মই এই চেক-বক্সটো খালি ৰাখিম |
| 03:40 | যদি আপুনি বিচাৰে তেন্তে Rental charge field ত চাৰ্জ কৰিব লগীয়া মানটো দিব পাৰে,
লাইব্ৰেৰীত বিশেষ items ৰ বাবে এটা নিম্নতম ভাৰা দাম থাকিব পাৰে |
| 03:51 | মই কোনো দাম নিদিওঁ, যিহেতু বহুতো items ত ভাৰা দাম লোৱাৰ প্ৰয়োজন নাই |
| 04:00 | যদি আপুনি এটা দাম দিব বিচাৰে, তেন্তে মনত ৰাখিব যে মাত্ৰ বৈধ নাম্বাৰ হে দিব |
| 04:07 | পাছৰটো হৈছে 'Checkin message:' text field |
| 04:11 | Checkin message এ বিশেষ item ৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে |
| 04:16 | অপচনসমূহ হ’ব পাৰে - Book , Serial, Cds/DVDs, Bound Volume, Microfilm ইত্যাদি |
| 04:26 | Checkin message: ফিল্দত মই লিখিম Bound Volume |
| 04:32 | ইয়াৰ পাছত Checkin message type: আছে |
| 04:36 | item type ৰ ওপৰত নিৰ্ভৰ কৰি, item ৰ বাবে বাৰ্তা বা এলাৰ্ত এটা বাচক |
| 04:42 | মনত ৰাখিব, নিৰ্বাচিত অপচনৰ বাবে বাৰ্তা বা এলাৰ্ত এটা দৰ্শিত হ’ব যেতিয়া এই বিশেষ item ৰ বাবে চেক-ইন কৰা হ’ব |
| 04:53 | মই message বাচিম |
| 04:56 | পাছৰটো হৈছে SIP media type ।
SIP media type মাত্ৰ তেতিয়াই প্ৰয়োগ হয় যেতিয়া আপোনাৰ লাইব্ৰেৰীত চৰ্তাৰ বা ল’কাৰ সুবিধা এটা ব্যৱহৃত হয় |
| 05:07 | গতিকে ইয়াত, মই SIP media type ক বাদ দিম |
| 05:11 | Summary ফিল্দত, যদি আপুনি বিচাৰে উক্ত item ৰ মূলভাৱ এটা লিখক |
| 05:18 | মই লিখিম - Item type- Reference
Facilitate- Self check out/return |
| 05:25 | শেষত, Save changes বুটামত ক্লিক কৰক |
| 05:30 | এটা নতুন পৃষ্ঠা Item types administration খুলিছে |
| 05:35 | নতুন item type ৰ বাবে ভৰোৱা সকলো সবিশেষ, Item types administration পৃষ্ঠাটোত তালিকাবদ্ধ ফৰ্মত দৰ্শিত হয় |
| 05:45 | মন কৰিব লগীয়া কিছু দৰকাৰী কথা হৈছে - |
| 05:49 | item types ৰ বাবে প্ৰয়োগ কৰা Collection codes এদিত কৰিব নোৱাৰি |
| 05:54 | item type ৰ বিবৰণ এদিত কৰিব নোৱাৰি । এবাৰ লাইব্ৰেৰীত items ৰ দ্বাৰা item type ব্যৱ্হাৰ কৰিলে ইয়াক আতৰাব নোৱাৰি |
| 06:05 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 06:08 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Item types ৰ বিষয়ে আৰু Item type এটা কেনেকৈ যোগ কৰা হয় |
| 06:18 | এটা অনুশিলনী হিচাবে - আপোনাৰ লাইব্ৰেৰীৰ বাবে এটা নতুন item- Book আৰু Serial যোগ কৰক |
| 06:25 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 06:33 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 06:43 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
| 06:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 06:59 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |