Koha-Library-Management-System/C2/Access-to-Library-Account-on-Web/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | Access your Library Account on the Web স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:07 | এই টিউট’ৰিয়েলটোত, আমি শিকিম Web ত patron হিচাবে আপোনাৰ লাইব্ৰেৰী একাউন্টটো কেনেকৈ এক্সেচ কৰিব, |
00:15 | আৰু ইয়াৰ লাভ |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই Firefox web browser ব্যৱ্হাৰ কৰিছো |
00:24 | এই টিউট’ৰিয়েলটোৱে ধৰে যে আপোনাৰ system administrator এ server এটাত Koha Library এটা ইনষ্টল কৰিছে |
00:32 | SuperLibrarian বা Library Staff এ এই Koha Library ত কিছু Item types বনালে |
00:40 | এই টিউট’ৰিয়েলটোৱে ধৰে যে আপুনি এই Koha Library ৰ URL টো জানে |
00:46 | আৰু আপুনি এই library ৰ এজন patron |
00:50 | যদি নহয়, আপোনাৰ Librarian বা system administrator ক তাৰ বাবে সংযোগ কৰক |
00:57 | আহক আৰম্ভ কৰো । আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000 |
01:12 | এই URL টো ইনষ্টলেচনৰ সময়ত আপোনাৰ sys-ad এ দিয়া port number আৰু domain name ৰ ওপৰত ভিত্তি কৰি |
01:21 | এতিয়া, Enter টিপক |
01:24 | Welcome to Spoken Tutorial Library হেদিঙৰ সৈতে নতুন OPAC পৃষ্ঠা এটা আহিছে |
01:32 | OPAC পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত, Login to your account ত ক্লিক কৰক |
01:40 | এই login হৈছে লাইব্ৰেৰীৰ patrons ৰ বাবে |
01:44 | নতুনকৈ অহা উইন্দ’খনত, আমি আমাৰ patron Login: আৰু Password দিব লাগিব |
01:52 | মনত ৰাখিব যে আমি আগৰ টিউট’ৰিয়েল এটাত Ms. Reena Shah বুলি Patron এজন বনাইছিলো |
02:00 | মই Reena হিচাবে ল’গিন কৰিম আৰু ইয়াত তেওঁৰ password লিখিম |
02:05 | যদি আপুনি এটা বেলেগ partron বনালে, তেন্তে ইয়াত সেই ল’গিন সবিশেষ ব্যৱ্হাৰ কৰক |
02:11 | এটা নতুন পৃষ্ঠা আহিছে Hello, Reena Shah |
02:15 | এই পৃষ্ঠাই Patron ৰ summary সবিশেষক দৰ্শাই |
02:20 | পৃষ্ঠাটোৱে Checked out (1) আইতেমচৰ সবিশেষ দেখুৱায় যেনে:
Title- Exploring Biology, Sharma, Sanjay, Due- 10/08/2018, Barcode- 00002, Fines- No |
02:44 | মনত ৰাখিব, এই এনত্ৰি আগৰ টিউট’ৰিয়েল এটাৰ অনুশিলনী এটাত বনোৱা হৈছিলে |
02:50 | পৃষ্ঠাটোৰ বাওঁফালে থকা আন টেবসমূহ মন কৰক |
02:55 | your summary, your fines, |
02:59 | your personal details, your tags, |
03:04 | change your password, your search history, |
03:08 | your reading history, your privacy, |
03:12 | your purchase suggestions, your messaging আৰু your lists |
03:20 | এই টেবসমূহত ক্লিক কৰিলে, Patron ৰ সবিশেষ খোল খায় । মই এই টেবসমূহৰ বিষয়ে পাছত এই টিউট’ৰিয়েলটোত বৰ্ণনা কৰিম |
03:30 | OPAC ইন্তাৰফেচৰ ওপৰত বাওঁফালে চুকত, মন কৰিব দুটা টেব আছে: Cart আৰু Lists |
03:39 | যদি আপুনি cart এটাত যিকোনো Library item যোগ কৰিব বিচাৰে তেন্তে নিম্নভাবে কৰক- |
03:45 | এই চিৰিজত আগতে বৰ্ণনা কৰা দৰে OPAC ত আইতেমটো চাৰ্চ কৰক |
03:51 | মই Microbiology কিতাপখন চাৰ্চ কৰিম । আপুনি নিজৰ লাইব্ৰেৰীত বিচৰা আইতেম এটা চাৰ্চ কৰিব পাৰে |
04:00 | সেই keyword ৰ চাৰ্চ ফলাফল আহিছে |
04:04 | প্ৰতিটো টাইটলৰ ভিতৰত, নিম্ন অপচনসমূহ আহে- Place Hold, Save to Lists , Add to cart |
04:15 | মন কৰিব যে Place Hold অপচনটো মাত্ৰ লাইব্ৰেৰীৰ দ্বাৰা ইছু কৰিব পৰা আইতেমচৰ বাবেহে দৰ্শিত হ’ব |
04:23 | cart ত বিশেষ আইতেম যোগ কৰিবলৈ Add to cart অপচনত ক্লিক কৰক |
04:30 | যদি বহুতো items কাৰ্তত যোগ কৰিব লাগে তেন্তে নিম্ন ষ্টেপচ কৰক |
04:37 | items ৰ লিষ্টৰ ওপৰত Select titles to: টেগটো বিচাৰক |
04:45 | বহুতো items কাৰ্তত যোগ কৰিবলৈ, items ৰ বাওঁফালে ৰেদিঅ বুটামত ক্লিক কৰক |
04:53 | এতিয়া, ওপৰলৈ যাওঁক । Select titles to টেগটো With selected titles হিচাবে দৰ্শিত হ’ব |
05:04 | দ্ৰপ-দাউনৰ পৰা, Cart ত ক্লিক কৰক । সকলো নিৰ্বাচিত items cart লৈ যাব |
05:12 | পাছত, ইন্তাৰফেচৰ ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু Cart টেবটো বিচাৰক |
05:20 | দ্ৰপ-দাউনৰ পৰা, Items in your cart:2 ত ক্লিক কৰক |
05:25 | মন কৰিব: নাম্বাৰ 2 এ নিৰ্বাচিত আইতেমচৰ মুঠ সংখ্যাক বুজায় । যিহেতু মই দুটা আইতেম বাচিছো, ইয়াত সংখ্যাটো হৈছে 2 |
05:36 | যদি আপুনি বেলেগ সংখ্যক আইতেমচ বাচিছে, তেন্তে সেই সংখ্যাটো আপোনাৰ ইন্তাৰফেচত দৰ্শিত হ’ব |
05:44 | ক্লিক কৰিলে, নিম্ন অপচনচৰ সৈতে Your cart নামৰ নতুন উইন্দ’ এখন আহে:
More details , Send, |
05:54 | Download , Print, |
05:58 | Empty and close |
06:01 | আপুনি এইবোৰ নিজে বিচাৰিব পাৰে |
06:04 | বিচাৰি হ’লে, এই উইন্দ’ বন্ধ কৰিব |
06:08 | তাক কৰিবলৈ, পৃষ্ঠাটোৰ ওপৰত বাওঁফালে চুকলৈ যাওঁক আৰু ক্ৰচ বুটামত ক্লিক কৰক |
06:15 | আমি এতিয়া OPAC interface ত আছো |
06:19 | যদি item এটা লিষ্টত যোগ কৰিব লাগে, তেন্তে প্ৰতিটো আইতেমৰ তলত Save to Lists ত ক্লিক কৰক |
06:31 | ক্লিক কৰিলে, এখন নতুন উইন্দ’ Add to a list: বিশেষ আইতেমৰ টাইটলৰ সৈতে খোলে |
06:39 | মোৰ ক্ষেত্ৰত, Industrial Microbiology, Patel, Arvind H. |
06:45 | Add to a new list: চেকচনৰ ভিতৰত, List name: ফিল্দত, লিষ্ট খনৰ নামটো লিখক |
06:55 | এইটো সম্পূৰ্ণকৈ আপোনাৰ সন্দৰ্ভত । মই ইয়াত Microbiology লিখিম |
07:02 | আপুনি নিজৰ অনুসৰি নাম এটা দিব পাৰে |
07:07 | পাছত, Category: চেকচনৰ ভিতৰত, দ্ৰপ-দাউনৰ পৰা Private ত ক্লিক কৰক যদিহে Koha ই নিৰ্বাচিত কৰা নাই |
07:19 | ই সুনিশ্বিত কৰে যে লিষ্টখন মাত্ৰ আপোনালৈ দৰ্শিত হ’ব |
07:24 | পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
07:30 | আমি পুনৰ OPAC interface ত আছো । এতিয়া, OPAC interface ৰ ওপৰত বাওঁফালে চুকত, Lists টেবত ক্লিক কৰক |
07:42 | দ্ৰপ-দাউনৰ পৰা, Microbiology ত ক্লিক কৰিম । যদি আপুনি নিজৰ লিষ্টৰ বাবে বেলেগ নাম এটা দিছে, তেন্তে সেই নামটোত ক্লিক কৰক |
07:53 | ছেভ হোৱা items এতিয়া লিষ্টখনত দৰ্শিত হৈছে |
07:58 | এতিয়া আহক বাওঁফালে টেবসমূহ চাওঁ |
08:03 | আৰম্ভ কৰিবলৈ, মই your personal details টেবত ক্লিক কৰিম |
08:09 | Ms. Reena Shah ৰ সবিশেষৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
08:16 | পাছত, একেটা পৃষ্ঠাৰ বাওঁফালে your reading history ত ক্লিক কৰক |
08:24 | নিম্ন সবিশেষৰ সৈতে এটা পৃষ্ঠা Checkout history আহিছে:
Title, Item type, |
08:33 | Call no আৰু Date |
08:38 | এতিয়া, একেটা পৃষ্ঠাৰ বাওঁফালে your purchase suggestions ত ক্লিক কৰক |
08:46 | নতুন পৃষ্ঠা এটা আহিছে Your purchase suggestions |
08:51 | এতিয়া New purchase suggestion টেবত ক্লিক কৰক |
08:57 | Enter a new purchase suggestion হেদিঙৰ সৈতে নতুন পৃষ্ঠা এটা আহিছে |
09:04 | ইয়াত আমাক কিছু তথ্য ভৰাবলৈ কোৱা হৈছে |
09:09 | Title, Author, Copyright date, |
09:15 | Standard number (ISBN, ISSN or other), |
09:21 | Publisher, Collection title, |
09:26 | Publication place, Item type, |
09:31 | Reason for suggestion: আৰু Notes |
09:35 | মন কৰিব: ৰঙা ৰঙৰে চিহ্নিত Title ফিল্দ বাধ্যতামূলক |
09:41 | মই Title ত Genetics ভৰাম |
09:45 | পাছত মই Standard number (ISBN, ISSN or other) নাম্বাৰত- 1234567891 ভৰাম |
10:00 | পৃষ্ঠাটোৰ তলত Submit your suggestion ত ক্লিক কৰক |
10:05 | নতুন পৃষ্ঠা এটা পুনৰ আহিছে Your purchase suggestions |
10:11 | ইয়াৰ সৈতে, আমি শিকিলো কেনেকৈ patron এ OPAC ব্যৱ্হাৰ কৰি Koha Library ত কিতাপ এখন চাৰ্চ কৰে |
10:20 | শেষত, পৃষ্ঠাটোৰ ওপৰত সোফালে চুকত Logout ত ক্লিক কৰি OPAC একাউন্টৰ পৰা ল’গ আউত কৰক |
10:29 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
10:33 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Web ত patron হিচাবে আপোনাৰ লাইব্ৰেৰী একাউন্টটো কেনেকৈ এক্সেচ কৰিব পাৰি আৰু ইয়াৰ লাভসমূহ |
10:48 | অনুশিলনী হিচাবে, আন এখন কিতাপৰ বাবে পাৰচেজ উপদেশ এটা দিয়ক |
10:54 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
11:02 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:12 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
11:16 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
11:28 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |