K3b/C2/Introduction-to-K3b/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. K3B পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত শিকিম, |
00:08 | K3B ইয়াৰ ইন্টাৰফেস আৰু বিভিন্ন টুলবাৰ। |
00:12 | আপোনি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত K3B ডাউনলোড কৰা আৰু সংস্থাপন কৰাও শিকিব। |
00:20 | K3B ব্যবহাৰ কৰি স্যাম্পল ফাইল বার্ন কৰা। |
00:24 | K3B কি? |
00:27 | K3B এটা CD/DVD বার্নিং সফ্টওয়্যাৰ। |
00:31 | এইটো এটা সহজ কাম যেনে এটাসিডি বার্ন কৰাত এটা জটিল কাম যেনে eMovix CDs বার্ন কৰা সঞ্চালন কৰা সম্ভব। |
00:39 | এইটো ডেটা, অডিও, বা ভিডিও CD/DVD বনাব পাৰে। |
00:45 | K3B সকলো ডেটা ফৰম্যাট যেনে ডট এইচটিএমএল, .txt আৰু অন্যান্য সমর্থন কৰে। |
00:54 | এইটোৱে সকলো অডিও আৰু ভিডিও ফৰম্যাট যেনে mp3, MPEG আৰু অন্যান্য সমর্থন কৰে। |
01:03 | K3B সম্পর্কে অধিক তথ্যৰ বাবে, অনুগ্রহ কৰি www.k3b.org ত যাওক। |
01:11 | ইয়াত আমিউবুন্টু লিনাক্স 12.04 এ K3B 2.0.2 ব্যবহাৰ কৰিছো। |
01:20 | আপোনাৰ নিশ্চিত কৰাৰ প্রয়োজন যে এই টিউটোৰিয়েলৰ বাবে ড্রাইভে এটাCD বা DVD ভৰোৱা হৈছে। |
01:28 | আপোনাৰ উচৰত K3B সংস্থাপিত নাথাকিলে আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি এইটো কৰিব পাৰে। |
01:34 | উবুন্টু সফটওয়্যাৰ সেন্টাৰ সম্পর্কে অধিক বিবৰণৰ বাবে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত যাওক। |
01:41 | এই টিউটোৰিয়েলৰ উদেশ্যেৰ বাবে আমি ডেস্কটপত Myk3bCD নামৰ এটা ফোল্ডাৰ বানাইছো। |
01:50 | এই ফোল্ডাৰত আমি4 টা Writer, 1 টা Impress আৰু 2 টা Calc ইয়াৰ ফাইলও সংৰক্ষণ কৰিছে। |
01:58 | অনুশীলনৰ বাবে, আপোনি আপোনাৰ পছন্দৰ যি কোনো ফোল্ডাৰ বা ফাইল ব্যবহাৰ কৰিব পাৰে। |
02:03 | এতিয়া K3B খুলো। |
02:06 | প্রথমে Dash Home ত টিপক, যি আপোনাৰ কম্পিউটাৰ ডেস্কটপৰ উপৰত বাও কোণত এটা গোলাকাৰ বোতাম। |
02:14 | সার্চ বাক্স দেখায়। |
02:16 | এতিয়া লিখক k3b |
02:19 | k3b আইকন প্রদর্শিত হয়। |
02:22 | অ্যাপ্লিকেশন খুলিবলৈ এইটোত টিপক। |
02:26 | K3b উইন্ডো খোলে। |
02:29 | এতিয়া আমি নিজেই K3b ইন্টাৰফেসৰ সৈতে পৰিচিয় হও। |
02:34 | K3b ইন্টাৰফেস বিভিন্ন বিকল্প সহ এটা মেইন মেনু ৰাখে। |
02:40 | মেন মেনুৰ তলৰ শর্টকাট আইকন উপলব্ধ যেনে |
02:45 | New Project, Open, Save, Format আৰু Filter. |
02:50 | K3b দুটা মেন প্যানেলত বিভাজিত, উপৰৰ আৰু তলৰৰ প্যানেল। |
02:57 | উপৰৰ প্যানেলও দুটা প্যানেলত বিভাজিত। |
03:01 | বাও প্যানেল আপোনাৰ কম্পিউটাৰত মেন ফোল্ডাৰ প্রদর্শন কৰে |
03:06 | আৰু সো প্যানেল সম্বন্ধিত সাব-ফোল্ডাৰ প্রদর্শন কৰে। |
03:13 | তলৰ প্যানেল K3b ত ব্যবহৃত সবতচে সাধাৰণ প্রক্রিয়াৰ শর্টকাট আইকন প্রদর্শন কৰে। |
03:21 | আপোনি এই প্যানেলত সেই প্রক্রিয়াৰ শর্টকাট আইকন জুড়াবলৈ পাৰে, যি সাধাৰণতে প্রয়োগ কৰা হয়। |
03:28 | এতিয়া এটা নতুন ভিডিও CD project তৈয়াৰ কৰিবলৈ শর্টকাট আইকন যোগ কৰো। |
03:34 | তলৰ প্যানেলৰ কার্সাৰ ৰাখক। |
03:38 | কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক। |
03:41 | New Video CD Projectত টিপক। |
03:45 | প্যানেলত New Video CD Project ইয়াৰ বাবে শর্টকাট আইকন দেখায়। |
03:51 | এতিয়া, এটাData CD বার্ন কৰো। |
03:54 | তলৰ প্যানেলত, New Data Project ত দুইবাৰ টিপক। |
03:59 | বিকল্পিত ভাবে, New Project ত যাওক আৰু ড্রপ-ডাউন তালিকাত টিপক। |
04:04 | New Data Project নির্বাচন কৰক। |
04:07 | বাও প্যানেলৰ পৰা Home আৰু Desktop নির্বাচন কৰক। |
04:13 | এতিয়া Myk3bCD ফোল্ডাৰ নির্বাচন কৰক। |
04:18 | এইটো উপৰৰ সো প্যানেলত সকলো ফাইল আৰু ফোল্ডাৰ খোলে। |
04:24 | এতিয়া বার্ন কৰিবলৈ এটা ডেটা ফাইল নির্বাচন কৰো। |
04:29 | এতিয়া এই ফোল্ডাৰ পৰা Writer4 ফাইল চয়ন কৰো। |
04:33 | Writer4 ফাইলক তলৰৰ প্যানেলত লৈ আহে আৰু এৰি দিয়ে। |
04:39 | আগোৱাই যোৱাৰ আগত নিশ্চিত কৰক যে আপোনাৰ ড্রাইভত এটাCD অথবা DVD ৰাখিছে। |
04:47 | Burnত টিপক। |
04:49 | আৰু এবাৰ Burn ত টিপক। |
04:53 | 3 টা ভিন্ন ট্যাবৰ সৈতে এটা উইন্ডো খোলে। |
04:56 | এতিয়া সেটিংস ডিফল্ট ৰাখক। |
04:59 | সেয়ে, Default Settings ত টিপক। |
05:02 | এতিয়া, আমি বার্নিং স্টেটস আৰু প্রোগ্রেস স্টেটস দেখিব পাৰে। |
05:08 | এবাৰ বার্নিং সমাপ্ত হলে, সিডি নিজেই বাহিৰত উলায় আহে। |
05:13 | এইটো সহজ নহয় নেকি? |
05:16 | আমিK3b টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
05:21 | এই টিউটোৰিয়েলত আমি শিকিছো K3b ইন্টাৰফেস আৰু তাৰ টুলবাৰ সম্পর্কে। |
05:27 | আমি এয়াও শিকিছো যে K3b সংস্থাপিত কৰা আৰু ডাউনলোড কৰা। |
05:32 | K3b ত বিভিন্ন বৈশিষ্ট্য প্রয়োগ কৰা। |
05:35 | এটাCD ত এটা ফাইল বার্ন কৰা। |
05:39 | এটা নির্দেশিত কাম আছে। |
05:41 | এটা অডিও ফাইলক এটাCD ত বার্ন কৰক। |
05:45 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
05:48 | এইটো প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
05:51 | ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক। |
05:56 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
05:58 | কর্মশালাৰ আয়োজন কৰে। |
06:01 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
06:05 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
06:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
06:15 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
06:23 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
06:34 | আমি মৌচুমি মেধী এই টিউটোৰিয়েল টো অনুবাদ কৰিছে। ধন্যবাদ। |