K3b/C2/Introduction-to-K3b/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. K3B পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত শিকিম,
00:08 K3B ইয়াৰ ইন্টাৰফেস আৰু বিভিন্ন টুলবাৰ।
00:12 আপোনি উবুন্টু লিনাক্স অপাৰেটিং সিস্টেমত K3B ডাউনলোড কৰা আৰু সংস্থাপন কৰাও শিকিব।
00:20 K3B ব্যবহাৰ কৰি স্যাম্পল ফাইল বার্ন কৰা।
00:24 K3B কি?
00:27 K3B এটা CD/DVD বার্নিং সফ্টওয়্যাৰ।
00:31 এইটো এটা সহজ কাম যেনে এটাসিডি বার্ন কৰাত এটা জটিল কাম যেনে eMovix CDs বার্ন কৰা সঞ্চালন কৰা সম্ভব।
00:39 এইটো ডেটা, অডিও, বা ভিডিও CD/DVD বনাব পাৰে।
00:45 K3B সকলো ডেটা ফৰম্যাট যেনে ডট এইচটিএমএল, .txt আৰু অন্যান্য সমর্থন কৰে।
00:54 এইটোৱে সকলো অডিও আৰু ভিডিও ফৰম্যাট যেনে mp3, MPEG আৰু অন্যান্য সমর্থন কৰে।
01:03 K3B সম্পর্কে অধিক তথ্যৰ বাবে, অনুগ্রহ কৰি www.k3b.org ত যাওক।
01:11 ইয়াত আমিউবুন্টু লিনাক্স 12.04K3B 2.0.2 ব্যবহাৰ কৰিছো।
01:20 আপোনাৰ নিশ্চিত কৰাৰ প্রয়োজন যে এই টিউটোৰিয়েলৰ বাবে ড্রাইভে এটাCD বা DVD ভৰোৱা হৈছে।
01:28 আপোনাৰ উচৰত K3B সংস্থাপিত নাথাকিলে আপোনি উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি এইটো কৰিব পাৰে।
01:34 উবুন্টু সফটওয়্যাৰ সেন্টাৰ সম্পর্কে অধিক বিবৰণৰ বাবে, স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত যাওক।
01:41 এই টিউটোৰিয়েলৰ উদেশ্যেৰ বাবে আমি ডেস্কটপত Myk3bCD নামৰ এটা ফোল্ডাৰ বানাইছো।
01:50 এই ফোল্ডাৰত আমি4 টা Writer, 1 টা Impress আৰু 2 টা Calc ইয়াৰ ফাইলও সংৰক্ষণ কৰিছে।
01:58 অনুশীলনৰ বাবে, আপোনি আপোনাৰ পছন্দৰ যি কোনো ফোল্ডাৰ বা ফাইল ব্যবহাৰ কৰিব পাৰে।
02:03 এতিয়া K3B খুলো।
02:06 প্রথমে Dash Home ত টিপক, যি আপোনাৰ কম্পিউটাৰ ডেস্কটপৰ উপৰত বাও কোণত এটা গোলাকাৰ বোতাম।
02:14 সার্চ বাক্স দেখায়।
02:16 এতিয়া লিখক k3b
02:19 k3b আইকন প্রদর্শিত হয়।
02:22 অ্যাপ্লিকেশন খুলিবলৈ এইটোত টিপক।
02:26 K3b উইন্ডো খোলে।
02:29 এতিয়া আমি নিজেই K3b ইন্টাৰফেসৰ সৈতে পৰিচিয় হও।
02:34 K3b ইন্টাৰফেস বিভিন্ন বিকল্প সহ এটা মেইন মেনু ৰাখে।
02:40 মেন মেনুৰ তলৰ শর্টকাট আইকন উপলব্ধ যেনে
02:45 New Project, Open, Save, Format আৰু Filter.
02:50 K3b দুটা মেন প্যানেলত বিভাজিত, উপৰৰ আৰু তলৰৰ প্যানেল।
02:57 উপৰৰ প্যানেলও দুটা প্যানেলত বিভাজিত।
03:01 বাও প্যানেল আপোনাৰ কম্পিউটাৰত মেন ফোল্ডাৰ প্রদর্শন কৰে
03:06 আৰু সো প্যানেল সম্বন্ধিত সাব-ফোল্ডাৰ প্রদর্শন কৰে।
03:13 তলৰ প্যানেল K3b ত ব্যবহৃত সবতচে সাধাৰণ প্রক্রিয়াৰ শর্টকাট আইকন প্রদর্শন কৰে।
03:21 আপোনি এই প্যানেলত সেই প্রক্রিয়াৰ শর্টকাট আইকন জুড়াবলৈ পাৰে, যি সাধাৰণতে প্রয়োগ কৰা হয়।
03:28 এতিয়া এটা নতুন ভিডিও CD project তৈয়াৰ কৰিবলৈ শর্টকাট আইকন যোগ কৰো।
03:34 তলৰ প্যানেলৰ কার্সাৰ ৰাখক।
03:38 কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক।
03:41 New Video CD Projectত টিপক।
03:45 প্যানেলত New Video CD Project ইয়াৰ বাবে শর্টকাট আইকন দেখায়।
03:51 এতিয়া, এটাData CD বার্ন কৰো।
03:54 তলৰ প্যানেলত, New Data Project ত দুইবাৰ টিপক।
03:59 বিকল্পিত ভাবে, New Project ত যাওক আৰু ড্রপ-ডাউন তালিকাত টিপক।
04:04 New Data Project নির্বাচন কৰক।
04:07 বাও প্যানেলৰ পৰা Home আৰু Desktop নির্বাচন কৰক।
04:13 এতিয়া Myk3bCD ফোল্ডাৰ নির্বাচন কৰক।
04:18 এইটো উপৰৰ সো প্যানেলত সকলো ফাইল আৰু ফোল্ডাৰ খোলে।
04:24 এতিয়া বার্ন কৰিবলৈ এটা ডেটা ফাইল নির্বাচন কৰো।
04:29 এতিয়া এই ফোল্ডাৰ পৰা Writer4 ফাইল চয়ন কৰো।
04:33 Writer4 ফাইলক তলৰৰ প্যানেলত লৈ আহে আৰু এৰি দিয়ে।
04:39 আগোৱাই যোৱাৰ আগত নিশ্চিত কৰক যে আপোনাৰ ড্রাইভত এটাCD অথবা DVD ৰাখিছে।
04:47 Burnত টিপক।
04:49 আৰু এবাৰ Burn ত টিপক।
04:53 3 টা ভিন্ন ট্যাবৰ সৈতে এটা উইন্ডো খোলে।
04:56 এতিয়া সেটিংস ডিফল্ট ৰাখক।
04:59 সেয়ে, Default Settings ত টিপক।
05:02 এতিয়া, আমি বার্নিং স্টেটস আৰু প্রোগ্রেস স্টেটস দেখিব পাৰে।
05:08 এবাৰ বার্নিং সমাপ্ত হলে, সিডি নিজেই বাহিৰত উলায় আহে।
05:13 এইটো সহজ নহয় নেকি?
05:16 আমিK3b টিউটোৰিয়েলৰ শেষলৈ আহিছো।
05:21 এই টিউটোৰিয়েলত আমি শিকিছো K3b ইন্টাৰফেস আৰু তাৰ টুলবাৰ সম্পর্কে।
05:27 আমি এয়াও শিকিছো যে K3b সংস্থাপিত কৰা আৰু ডাউনলোড কৰা।
05:32 K3b ত বিভিন্ন বৈশিষ্ট্য প্রয়োগ কৰা।
05:35 এটাCD ত এটা ফাইল বার্ন কৰা।
05:39 এটা নির্দেশিত কাম আছে।
05:41 এটা অডিও ফাইলক এটাCD ত বার্ন কৰক।
05:45 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
05:48 এইটো প্রকল্পক সাৰসংক্ষেপে বোঝায়।
05:51 ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক।
05:56 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
05:58 কর্মশালাৰ আয়োজন কৰে।
06:01 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
06:05 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
06:11 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
06:15 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
06:23 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro
06:34 আমি মৌচুমি মেধী এই টিউটোৰিয়েল টো অনুবাদ কৰিছে। ধন্যবাদ।

Contributors and Content Editors

Mousumi