Jmol-Application/C2/Measurements-and-Labeling/Assamese
From Script | Spoken-Tutorial
Time | Narration
|
---|---|
00:01 | Jmol অ্যাপ্লিকেশনত Measurements আৰু Labelingৰ 'এই টোউটোৰিয়ৰললৈ স্বাগতম.' |
00:06 | এই টোউটোৰিয়েলত, আমি শিকিম |
00:09 | * carboxylic acid ' আৰু nitroalkane ৰ মডেল তৈয়াৰ কৰা. |
00:14 | চিহ্ন আৰু সংখ্যাৰ সৈতে এটা মডেলত লেবেল পৰমাণু. |
00:19 | * bond lengths, bond angles আৰু dihedral angles মাপ কৰা'. |
00:24 | এই টোউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি |
00:27 | * 'Jmol অ্যাপ্লিকেশনত আণবিক মডেল তৈয়াৰ কৰা আৰু সম্পাদনা কৰা জনা উচিত |
00:32 | যদি নহয়, আমাৰ ওয়েবসাইটত প্রাসঙ্গিক টোউটোৰিয়েল উপলব্ধ. |
00:37 | এই টোউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো: |
00:39 | 'উবুন্টু' অপাৰেটিং সিস্টেমৰ সংস্কৰণ. 12.04 |
00:44 | 'Jmol' সংস্কৰণ 12.2.2 |
00:47 | Java' সংস্কৰণ 7 |
00:50 | এই অ্যানিমেশন ব্যবহাৰ কৰি এটা ' carboxyl গ্রুপ নির্মাণ কৰা পদক্ষেপবোৰ চাও. |
00:56 | এটা উদাহৰণ হিসাবে, আমি Ethanoic acidৰ এটা মডেল তৈয়াৰ কৰিম যাক সাধাৰণভাবে ' Acetic এসিড' নামেৰে পৰিচিত হয়. |
01:03 | আমি ' Ethaneৰ এটা মডেলৰ সৈতে আৰম্ভ কৰিম. |
01:06 | আমি methyl groupৰ পৰা কোনো এটাক carboxyl' গ্রুপলৈ ৰুপান্তৰ কৰিম. |
01:11 | একেই কার্বন পৰমাণুত সংযুক্ত হৈ থকা দুটা hydrogensক hydroxy গ্রুপৰ সৈতে প্ৰতিস্হাপন কৰক. |
01:18 | oxygen আৰু Carbonত সংযুক্ত হৈ থকা "hydrogens' ক মু্ছি পেলাওক. |
01:23 | ' ' Carbon-Oxygen বন্ডক এটা ডবল বন্ডলৈ ৰুপান্তৰ কৰক. |
01:26 | 'Methyl' গ্রুপক এটা 'Carboxyl' গ্রুপলৈ ৰুপান্তৰিত কৰায়. |
01:31 | মন কৰক যে '"Ethaneক Ethanoic acidলৈ ৰুপান্তৰিত হয়. |
01:35 | আমি উপৰোক্ত পদক্ষেপবোৰ অনুসৰণ কৰিম আৰুJmol applicationত Ethanoic acidৰ মডেল তৈয়াৰ কৰিম.' |
01:42 | এইটো 'Jmol প্যানেলত Ethaneৰ এটা মডেল হয়. |
01:46 | আমি methyl গ্রুপ এটাক carboxyl গ্রুপলৈ ৰুপান্তৰ কৰো. |
01:50 | 'Modelkit মেনু' 'পৰা' oxygen নির্বাচন কৰক. |
01:54 | একেই 'কার্বন' পৰমাণুত সংযুক্ত হৈ থকা 'hydrogens' ত ক্লিক কৰক. |
01:58 | এতিয়া, modelkit মেনুত থকা বিকল্প "delete atom" বিৰুদ্ধে চেক কৰক. |
02:02 | অক্সিজেন'ত সংযুক্ত হৈ থকা 'hydrogen' মুছি পেলাওক. |
02:07 | আৰু 'কার্বনত' সংযুক্ত 'হৈ থকা hydrogenকো' মুছি দিয়ক. |
02:11 | তাৰপিছত, আমি "'কার্বন' আৰু অক্সিজেন'ৰ মাজত থকা এটা ডবল বন্ডক পৰিচয় কৰাও. |
02:16 | সেয়ে, 'modelkit মেনুত 'double বিকল্পত চেক কৰক. |
02:20 | আৰু' কার্বন' আৰু' 'অক্সিজেনক সংযোগ কৰা বন্ডত ক্লিক কৰক. |
02:25 | আমাৰ উচৰত পর্দাত 'Acetic acid ৰ'" এটা মডেল আছে. |
02:28 | গঠনটো নিখুত(optimize) কৰিবলৈ শক্তি কমাওক. |
02:32 | আমি এটা nitro গ্রুপ তৈয়াৰ কৰাৰ বাবে এটা অনুৰুপ কৌশল অনুসৰণ কৰিম. |
02:37 | ইয়াত 'এটা ethaneৰ মডেলৰ সৈতে এটা Jmol প্যানেল' আছে. ' |
02:40 | এতিয়া আমি এই অণুক nitro-ethaneলৈ ৰুপান্তৰ কৰো. |
02:45 | 'modelkit মেনুত ক্লিক কৰক আৰু Nitrogenৰ বিৰুদ্ধে চেক কৰক. |
02:50 | ethane অণুত হাইড্রোজেন পৰমাণু উপৰত ক্লিক কৰক. |
02:54 | 'Nitrogen' পৰমাণু নীলা গোলক হিসাবে প্রতিনিধিত্ব কৰা হয়. |
02: 58 | ইয়াৰ পিছত, আমি nitrogenত সংযুক্ত হৈ থকা দুটা 'hydrogens' ক hydroxy গ্রুপৰ সৈতে প্রতিস্থাপন কৰো. |
03:04 | 'Modelkit মেনুত ক্লিক কৰক আৰুoxygenৰ বিৰুদ্ধে চেক কৰক. |
03:10 | তাৰপিছত nitrogenত সংযুক্ত হৈ থকা hydrogens ত ক্লিক কৰক. |
03:14 | 'oxygen' পৰমাণুত সংযুক্ত হৈ থকা 'hydrogens' মুছি দিয়ক. |
03:18 | 'Modelkit মেনু' খোলক আৰু "delete atom" ৰ বিৰুদ্ধে চেক কৰক. |
03:23 | 'oxygen' ' পৰমাণুত সংযুক্ত হৈ থকা hydrogenত ক্লিক কৰক . |
03: 26 | এতিয়া আমি' nitrogen' আৰু oxygen পৰমাণুৰ মাজত থকা এটা ডবল বন্ডক পৰিচয় কৰো. |
03:32 | Modelkit মেনুত থকা' “double”' "অপশনটো চেক কৰক . |
03:36 | nitrogen আৰু 'oxygen ' 'পৰমাণুত যোত্ত হৈ থকা বন্ডত ক্লিক কৰক. |
03:40 | এইটো প্যানেলত "'nitroethane' ৰ এটা মডেল হয়. |
03:44 | এটা নিয়োগ হিসাবে |
03:45 | * 1-butanoic acid আৰু ethylacetateৰ মডেল তৈয়াৰ কৰক. |
03:50 | * শক্তিটো কমাই গঠনটো অনুকূল কৰক. |
03:53 | * ইমেজটো সংৰক্ষণ কৰক. |
03:56 | আপোনাৰ সম্পন্ন নিয়োগটো এনেধৰনৰ হোৱা উচিত. |
04:02 | 'Jmol প্যানেল' লৈ উভতি যাও. |
04:04 | পর্দাত এইটো '1-butanoic অ্যাসিড' ৰ মডেল হয়. |
04:08 | আমি মডেলত পৰমাণুক লেবেল কৰা শিকো. |
04:12 | আমি 'উপাদান' আৰু নম্বৰ সংশ্লিষ্ট চিহ্নৰে এই কামটো কৰো. |
04: 17 | দিচপ্লে মেনু খোলক, আৰু স্ক্রল ডাউন মেনু পৰা 'Label নির্বাচন কৰক. |
04:22 | 'উপাদান( element)' সংশ্লিষ্ট চিহ্নৰ সৈতে সকলো পৰমাণুক লেবেল কৰিবলৈ “Symbol” বিকল্পক নির্বাচন কৰক. |
04:29 | “Name” বিকল্পয়ে চিহ্ন আৰু সংখ্যা দুয়োটায়ে দিয়ে. |
04: 34 | “Number” বিকল্পয়ে পৰমাণুৰ মাত্র সংখ্যায়ন দিয়ে. |
04:37 | “None” অপশন ব্যবহাৰ কৰি, মডেলৰ পৰা লেবেলবোৰ মুছি পেলাব পাৰে. |
04: 43 | আমি উপৰৰ সকলো বিকল্পবোৰ পৰিবর্তন কৰিবলৈও পপ-আপ মেনু ব্যবহাৰ কৰিব পাৰো. |
04:48 | পপ-আপ মেনু খোলিবলৈ প্যানেলত সো ক্লিক কৰক আৰু বিভিন্ন অপশন চেক কৰক. |
04:55 | এটা অণুত যি কোনো দুটো পৰমাণুৰ দূৰত্বৰ বাবে 'Tools”' মেনু ব্যবহাৰ কৰি পৰিমাপ কৰা যায়. |
05:01 | আমি পৰিমাপ কৰাৰ আগে, 'modelkit মেনু' খোলক আৰু" “minimize”ত ক্লিক কৰক. |
05:07 | শক্তি কমোৱা(Energy minimization) এতিয়া হল আৰু মডেলটো সবতচে স্থিতিশীল গঠনত আছে. |
05:14 | এতিয়া, “Tools” মেনু'ত ক্লিক কৰক আৰু “Distance Units” নির্বাচন কৰক. |
05:20 | প্রয়োজন অনুযায়ী সাব মেনুৰ পৰা বিকল্পবোৰ নির্বাচন কৰক. |
05:25 | উদাহৰণ স্বৰুপে আমি 'Angstrom'" নির্বাচন কৰিম. |
05:28 | সেয়ে, আমি পৰিমাপ কৰা বন্ডৰ দৈৰ্ঘটো ' 'Angstrom' ইউনিটত আছে. |
05:34 | rotate molecule আইকনত ক্লিক কৰক. আৰু 'প্যানেল' লৈ কার্সাৰদাল আনক. |
05:42 | আমি পৰমাণু 9 আৰু 4 মাজৰ দূৰত্ব পৰিমাপ কৰিম. |
05:46 | প্রথমে আৰম্ভনি পৰমাণুত ডাবল ক্লিক কৰক, যি সংখ্যা 9 পৰামানু হয়. |
05:52 | পৰিমাপটো সঠিক কৰিবলৈ, শেষৰ পৰমাণুত ডাবল ক্লিক কৰক, যি 4 পৰমাণু হয়. |
05:58 | এতিয়া পর্দাত বন্ডৰ দৈর্ঘ্য প্রদর্শিত হয়. |
06:02 | এতিয়া 'বন্ড দৈর্ঘ্যৰ (bond lengths) আৰো কিছু পৰিমাপ কৰা যাওক. |
06:05 | এতিয়া ' carbon ' আৰু oxygen ডবল বন্ডৰ মাজৰ 'বন্ড-দৈর্ঘ্য' পৰিমাপ কৰা যাওক. |
06:10 | সেয়ে, পৰমাণু 5ত ডাবল ক্লিক কৰক আৰু কার্সাৰদাল পৰমাণু সংখ্যা 7লৈ আনক আৰু ইয়াৰ উপৰত ডবল ক্লিক কৰক. |
06: 19 | একেইভাবে, ' 'কার্বন' আৰু অক্সিজেন একক বন্ডৰ মাজৰ দূৰত্ব পৰিমাপ কৰা যাওক. |
06:25 | সেয়ে, পৰমাণু 5ৰ উপৰত ডাবল ক্লিক কৰক আৰু কার্সাৰদাল পৰমাণু 6ৰ উপৰত আনক আৰু ডাবল ক্লিক কৰক. |
06:34 | আমি প্যানেলত সকলো বন্ড দৈৰ্ঘয় প্রদর্শন হোৱা দেখো. |
06:39 | আমি এটা মডেলত bond-angles আৰু dihedral angles ৰ পৰিমাপ কৰিবলৈও পাৰো. |
06:44 | উদাহৰণ স্বৰুপে, আমি পৰমাণু 9, 4 আৰু 1 ৰ মাজত বন্ড কোণ (bond angle)' পৰিমাপ কৰিম. |
06:51 | পৰমাণু সংখ্যা 9 ত ডাবল ক্লিক কৰক, আৰু তাৰপিছত পৰমাণু 4ত ক্লিক কৰক. |
06:56 | কোণৰ(angle) পৰিমাপ সঠিক কৰিবলৈ, পৰমাণু সংখ্যা 1ত ডাবল ক্লিক কৰক. |
07:01 | আমি পর্দায়ত প্রদর্শিত হোৱা bond-angle' দেখিব পাৰো. |
07:05 | আমি অন্য ' bond-angle'ক পৰিমাপ কৰো. ধৰক পৰমাণু 1, 5 আৰু 6ৰ মাজত. |
07:12 | পৰমাণু 1 ত ডাবল ক্লিক কৰক, পৰমাণু 5ত ক্লিক কৰক আৰু সর্বশেষত পৰমাণু 6 নম্বৰত ডবল ক্লিক কৰক. |
07:23 | 'Torsional' বা dihedral angle ৰ 'পৰিমাপত 4টা পৰমাণু জড়িত থাকে. |
07:29 | সেয়ে, আমি পৰমাণু 8, 4,1 আৰু 2 নির্বাচন কৰিম. |
07:34 | dihedral angleৰ' 'পৰিমাপৰ বাবে' প্রথমে পৰমাণু সংখ্যা 8 ত ডাবল ক্লিক কৰক. |
07:39 | পৰমাণু সংখ্যা 4ত ক্লিক কৰক আৰু তাৰপিছত পৰমাণু সংখ্যা 1ত ক্লিক কৰক. |
07:43 | সর্বশেষত, dihedral angleৰ পৰিমাপ সঠিক কৰিবলৈ, পৰমাণু সংখ্যা 2ত ডাবল ক্লিক কৰক. |
07:50 | আমি পর্দাত dihedral angleৰ পৰিমাপ প্রদর্শিত হোৱা দেখিব পাৰো. |
07:55 | সকলো পৰিমাপৰ মূল্যবোধ এটা ট্যাবুলাৰ ফর্মত দেখা যাব পাৰে. |
08: 00 | টুল বাৰত থকা “Click atom to measure distances” আইকনত ক্লিক কৰক |
08:06 | "“Measurements " ডায়লগ বক্স 'প্যানেলত"" প্রর্দশিত হয়. |
08:10 | ইয়াৰ উচৰত এতিয়ালৈকে তৈয়াৰ কৰা সকলো পৰিমাপৰ এখন তালিকা আছে. |
08:14 | আমি এতিয়া ইমেজটো সংৰক্ষণ কৰিব পাৰো আৰু অ্যাপ্লিকেশনৰ পৰা প্রস্থান কৰো. |
08:17 | ইয়াক সংক্ষেপ কৰা যাওক: |
08:19 | এই টোউটোৰিয়েত আমি শিকিছো |
08:22 | * 'carboxylic acid ' আৰু nitroalkane ৰ মডেল তৈয়াৰ কৰক. |
08:26 | 'উপাদান' আৰু সংখ্যাৰ চিহ্ন দি এটা মডেলত পৰমাণুক লেবেল দিয়া. |
08:31 | * bond lengths, bond angles আৰু dihedral anglesৰ পৰিমাপ কৰক. |
08:36 | নিয়োগৰ- বাবে |
08:38 | *, একক, ডবল আৰু ট্রিপল বন্ডৰ সৈতে অণুৰ মডেল তৈয়াৰ কৰক. |
08:43 | * ' 'কার্বন' পৰমাণুৰ মাজত বন্ডৰ দৰ্ঘয় পৰিমাপ কৰক. |
08:45 | * আৰু সিহতক তুলনা কৰক. |
08:48 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:51 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:54 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:59 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
09:01 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09:04 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
09:08 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:15 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:19 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:26 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:31 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |