Jmol-Application/C2/Measurements-and-Labeling/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Time Narration

00:01 Jmol অ্যাপ্লিকেশনত Measurements আৰু Labelingৰ 'এই টোউটোৰিয়ৰললৈ স্বাগতম.'
00:06 এই টোউটোৰিয়েলত, আমি শিকিম
00:09 *  carboxylic acid ' আৰু nitroalkane ৰ মডেল তৈয়াৰ কৰা.
00:14 চিহ্ন আৰু সংখ্যাৰ সৈতে এটা মডেলত  লেবেল পৰমাণু.
00:19 * bond lengths, bond angles আৰু dihedral angles মাপ কৰা'.
00:24 এই টোউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি  
00:27 * 'Jmol অ্যাপ্লিকেশনত আণবিক মডেল  তৈয়াৰ কৰা আৰু সম্পাদনা কৰা জনা উচিত
00:32 যদি নহয়, আমাৰ ওয়েবসাইটত প্রাসঙ্গিক টোউটোৰিয়েল উপলব্ধ.
00:37 এই টোউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো:
00:39 'উবুন্টু' অপাৰেটিং সিস্টেমৰ সংস্কৰণ. 12.04
00:44 'Jmol' সংস্কৰণ 12.2.2
00:47 Java' সংস্কৰণ  7
00:50 এই অ্যানিমেশন ব্যবহাৰ কৰি এটা ' carboxyl গ্রুপ নির্মাণ  কৰা পদক্ষেপবোৰ চাও.
00:56 এটা উদাহৰণ হিসাবে, আমি Ethanoic acidৰ এটা মডেল তৈয়াৰ কৰিম যাক সাধাৰণভাবে ' Acetic এসিড' নামেৰে পৰিচিত হয়.
01:03 আমি ' Ethaneৰ এটা মডেলৰ সৈতে আৰম্ভ কৰিম.
01:06   আমি methyl groupৰ পৰা কোনো এটাক  carboxyl' গ্রুপলৈ ৰুপান্তৰ কৰিম.
01:11 একেই কার্বন পৰমাণুত  সংযুক্ত হৈ থকা দুটা hydrogensক hydroxy গ্রুপৰ  সৈতে প্ৰতিস্হাপন কৰক.
01:18 oxygen আৰু Carbonত সংযুক্ত হৈ থকা "hydrogens' ক মু্ছি পেলাওক.
01:23 ' ' Carbon-Oxygen বন্ডক এটা ডবল বন্ডলৈ ৰুপান্তৰ কৰক.
01:26 'Methyl' গ্রুপক এটা 'Carboxyl' গ্রুপলৈ ৰুপান্তৰিত কৰায়.
01:31 মন কৰক যে '"Ethaneক Ethanoic acidলৈ ৰুপান্তৰিত হয়.
01:35 আমি উপৰোক্ত পদক্ষেপবোৰ অনুসৰণ কৰিম আৰুJmol applicationত Ethanoic acidৰ মডেল তৈয়াৰ কৰিম.'
01:42 এইটো 'Jmol প্যানেলত  Ethaneৰ এটা মডেল হয়.
01:46 আমি methyl গ্রুপ এটাক carboxyl গ্রুপলৈ ৰুপান্তৰ কৰো.
01:50 'Modelkit মেনু' 'পৰা' oxygen নির্বাচন কৰক.
01:54 একেই 'কার্বন' পৰমাণুত সংযুক্ত হৈ থকা 'hydrogens' ত ক্লিক কৰক.
01:58 এতিয়া, modelkit মেনুত থকা বিকল্প "delete atom" বিৰুদ্ধে চেক  কৰক.
02:02 অক্সিজেন'ত সংযুক্ত হৈ থকা 'hydrogen' মুছি পেলাওক.
02:07 আৰু 'কার্বনত' সংযুক্ত 'হৈ থকা hydrogenকো' মুছি দিয়ক.
02:11 তাৰপিছত, আমি "'কার্বন' আৰু অক্সিজেন'ৰ মাজত থকা এটা ডবল বন্ডক পৰিচয় কৰাও.
02:16 সেয়ে, 'modelkit মেনুত  'double বিকল্পত চেক কৰক.
02:20 আৰু' কার্বন' আৰু' 'অক্সিজেনক সংযোগ কৰা বন্ডত ক্লিক কৰক.
02:25 আমাৰ উচৰত পর্দাত 'Acetic acid ৰ'" এটা মডেল আছে.
02:28 গঠনটো নিখুত(optimize)  কৰিবলৈ শক্তি কমাওক.
02:32 আমি এটা nitro গ্রুপ তৈয়াৰ কৰাৰ বাবে এটা অনুৰুপ কৌশল অনুসৰণ কৰিম.
02:37 ইয়াত 'এটা ethaneৰ মডেলৰ সৈতে এটা Jmol প্যানেল' আছে. '
02:40 এতিয়া আমি এই অণুক nitro-ethaneলৈ ৰুপান্তৰ কৰো.
02:45 'modelkit মেনুত ক্লিক কৰক আৰু Nitrogenৰ বিৰুদ্ধে চেক কৰক.
02:50 ethane অণুত হাইড্রোজেন পৰমাণু উপৰত ক্লিক কৰক.
02:54 'Nitrogen' পৰমাণু নীলা গোলক হিসাবে প্রতিনিধিত্ব কৰা হয়.
02: 58 ইয়াৰ পিছত, আমি nitrogenত সংযুক্ত হৈ থকা দুটা 'hydrogens' ক hydroxy  গ্রুপৰ সৈতে প্রতিস্থাপন কৰো.
03:04 'Modelkit মেনুত ক্লিক কৰক আৰুoxygenৰ বিৰুদ্ধে চেক কৰক.
03:10 তাৰপিছত nitrogenত সংযুক্ত হৈ থকা hydrogens ত ক্লিক কৰক.
03:14 'oxygen' পৰমাণুত সংযুক্ত হৈ থকা 'hydrogens' মুছি দিয়ক.
03:18 'Modelkit মেনু' খোলক আৰু "delete atom" ৰ বিৰুদ্ধে চেক কৰক.
03:23 'oxygen' ' পৰমাণুত সংযুক্ত হৈ থকা hydrogenত ক্লিক কৰক .
03: 26 এতিয়া আমি' nitrogen' আৰু oxygen পৰমাণুৰ মাজত থকা এটা ডবল বন্ডক পৰিচয় কৰো.
03:32 Modelkit মেনুত থকা' “double”' "অপশনটো চেক কৰক .
03:36 nitrogen  আৰু 'oxygen ' 'পৰমাণুত  যোত্ত হৈ থকা বন্ডত ক্লিক কৰক.
03:40 এইটো প্যানেলত "'nitroethane' এটা মডেল হয়.
03:44 এটা নিয়োগ হিসাবে
03:45 * 1-butanoic acid আৰু ethylacetateৰ মডেল তৈয়াৰ কৰক.
03:50 *  শক্তিটো কমাই গঠনটো  অনুকূল কৰক.
03:53 * ইমেজটো সংৰক্ষণ কৰক.
03:56 আপোনাৰ সম্পন্ন নিয়োগটো এনেধৰনৰ হোৱা উচিত.
04:02   'Jmol প্যানেল' লৈ উভতি যাও.
04:04   পর্দাত এইটো '1-butanoic অ্যাসিড' ৰ মডেল হয়.
04:08 আমি মডেলত পৰমাণুক লেবেল কৰা শিকো.
04:12 আমি 'উপাদান' আৰু নম্বৰ সংশ্লিষ্ট চিহ্নৰে এই কামটো কৰো.
04: 17 দিচপ্লে মেনু খোলক, আৰু  স্ক্রল ডাউন মেনু পৰা 'Label নির্বাচন কৰক.
04:22 'উপাদান( element)' সংশ্লিষ্ট চিহ্নৰ সৈতে সকলো পৰমাণুক লেবেল কৰিবলৈ “Symbol” বিকল্পক নির্বাচন কৰক.
04:29 “Name” বিকল্পয়ে চিহ্ন আৰু সংখ্যা দুয়োটায়ে দিয়ে.
04: 34 “Number”  বিকল্পয়ে পৰমাণুৰ মাত্র সংখ্যায়ন দিয়ে.
04:37 “None” অপশন ব্যবহাৰ কৰি, মডেলৰ পৰা লেবেলবোৰ মুছি পেলাব পাৰে.
04: 43 আমি উপৰৰ সকলো বিকল্পবোৰ পৰিবর্তন কৰিবলৈও পপ-আপ মেনু ব্যবহাৰ কৰিব পাৰো.
04:48 পপ-আপ মেনু খোলিবলৈ প্যানেলত সো ক্লিক কৰক আৰু বিভিন্ন অপশন চেক কৰক.
04:55 এটা অণুত যি কোনো দুটো পৰমাণুৰ দূৰত্বৰ বাবে 'Tools”' মেনু ব্যবহাৰ কৰি পৰিমাপ কৰা যায়.
05:01 আমি পৰিমাপ কৰাৰ আগে, 'modelkit মেনু' খোলক আৰু" “minimize”ত ক্লিক কৰক.
05:07 শক্তি কমোৱা(Energy minimization) এতিয়া হল আৰু মডেলটো সবতচে স্থিতিশীল গঠনত আছে.
05:14 এতিয়া, “Tools” মেনু'ত ক্লিক কৰক আৰু “Distance Units” নির্বাচন কৰক.
05:20 প্রয়োজন অনুযায়ী সাব মেনুৰ পৰা বিকল্পবোৰ নির্বাচন কৰক.
05:25 উদাহৰণ স্বৰুপে আমি 'Angstrom'" নির্বাচন কৰিম.
05:28 সেয়ে, আমি পৰিমাপ কৰা বন্ডৰ দৈৰ্ঘটো ' 'Angstrom' ইউনিটত আছে.
05:34 rotate molecule আইকনত ক্লিক কৰক. আৰু 'প্যানেল' লৈ কার্সাৰদাল আনক.
05:42 আমি পৰমাণু 9 আৰু 4 মাজৰ দূৰত্ব পৰিমাপ কৰিম.
05:46 প্রথমে আৰম্ভনি পৰমাণুত ডাবল ক্লিক কৰক, যি সংখ্যা 9 পৰামানু হয়.
05:52 পৰিমাপটো সঠিক কৰিবলৈ, শেষৰ পৰমাণুত ডাবল ক্লিক কৰক, যি 4 পৰমাণু হয়.
05:58 এতিয়া পর্দাত বন্ডৰ দৈর্ঘ্য প্রদর্শিত হয়.
06:02 এতিয়া 'বন্ড দৈর্ঘ্যৰ (bond lengths) আৰো কিছু পৰিমাপ কৰা যাওক.
06:05 এতিয়া ' carbon ' আৰু oxygen ডবল বন্ডৰ মাজৰ 'বন্ড-দৈর্ঘ্য' পৰিমাপ কৰা যাওক.
06:10 সেয়ে, পৰমাণু 5ত ডাবল ক্লিক কৰক আৰু কার্সাৰদাল পৰমাণু সংখ্যা 7লৈ আনক আৰু ইয়াৰ উপৰত ডবল ক্লিক কৰক.
06: 19 একেইভাবে, ' 'কার্বন' আৰু অক্সিজেন একক বন্ডৰ মাজৰ দূৰত্ব পৰিমাপ কৰা যাওক.
06:25 সেয়ে, পৰমাণু 5ৰ উপৰত ডাবল ক্লিক কৰক আৰু কার্সাৰদাল পৰমাণু 6ৰ উপৰত আনক আৰু  ডাবল ক্লিক কৰক.
06:34 আমি প্যানেলত সকলো বন্ড দৈৰ্ঘয় প্রদর্শন হোৱা দেখো.
06:39 আমি এটা মডেলত bond-angles আৰু dihedral angles ৰ পৰিমাপ কৰিবলৈও পাৰো.
06:44 উদাহৰণ স্বৰুপে, আমি পৰমাণু 9, 4 আৰু 1 ৰ মাজত বন্ড কোণ (bond angle)' পৰিমাপ কৰিম.
06:51 পৰমাণু সংখ্যা 9 ত ডাবল ক্লিক কৰক, আৰু তাৰপিছত পৰমাণু 4ত ক্লিক কৰক.
06:56 কোণৰ(angle) পৰিমাপ সঠিক কৰিবলৈ, পৰমাণু সংখ্যা 1ত ডাবল ক্লিক কৰক.
07:01 আমি পর্দায়ত প্রদর্শিত হোৱা bond-angle' দেখিব পাৰো.
07:05 আমি অন্য ' bond-angle'ক পৰিমাপ কৰো. ধৰক পৰমাণু 1, 5 আৰু 6ৰ মাজত.
07:12 পৰমাণু 1 ত ডাবল ক্লিক কৰক, পৰমাণু 5ত ক্লিক কৰক আৰু সর্বশেষত পৰমাণু 6 নম্বৰত ডবল ক্লিক কৰক.
07:23 'Torsional' বা dihedral angle ৰ 'পৰিমাপত 4টা পৰমাণু জড়িত থাকে.
07:29 সেয়ে, আমি পৰমাণু 8, 4,1 আৰু 2 নির্বাচন কৰিম.
07:34   dihedral angleৰ' 'পৰিমাপৰ বাবে' প্রথমে পৰমাণু সংখ্যা 8 ত ডাবল ক্লিক কৰক.
07:39 পৰমাণু সংখ্যা 4ত ক্লিক কৰক আৰু  তাৰপিছত পৰমাণু সংখ্যা 1ত ক্লিক কৰক.
07:43 সর্বশেষত, dihedral angleৰ পৰিমাপ সঠিক কৰিবলৈ, পৰমাণু সংখ্যা 2ত ডাবল ক্লিক কৰক.
07:50 আমি পর্দাত dihedral angleৰ পৰিমাপ প্রদর্শিত হোৱা দেখিব পাৰো.
07:55 সকলো পৰিমাপৰ মূল্যবোধ এটা ট্যাবুলাৰ ফর্মত দেখা যাব পাৰে.
08: 00 টুল বাৰত থকা “Click atom to measure distances”  আইকনত ক্লিক কৰক
08:06 "“Measurements " ডায়লগ বক্স 'প্যানেলত"" প্রর্দশিত হয়.
08:10 ইয়াৰ উচৰত এতিয়ালৈকে তৈয়াৰ কৰা সকলো পৰিমাপৰ এখন তালিকা আছে.
08:14 আমি এতিয়া ইমেজটো সংৰক্ষণ কৰিব পাৰো আৰু অ্যাপ্লিকেশনৰ পৰা প্রস্থান কৰো.
08:17 ইয়াক সংক্ষেপ কৰা যাওক:
08:19 এই টোউটোৰিয়েত আমি শিকিছো
08:22 * 'carboxylic acid ' আৰু nitroalkane মডেল তৈয়াৰ কৰক.
08:26 'উপাদান' আৰু সংখ্যাৰ চিহ্ন দি এটা মডেলত পৰমাণুক লেবেল  দিয়া.
08:31 * bond lengths, bond angles আৰু dihedral anglesৰ পৰিমাপ কৰক.
08:36 নিয়োগৰ- বাবে
08:38 *, একক, ডবল আৰু ট্রিপল বন্ডৰ সৈতে অণুৰ মডেল তৈয়াৰ কৰক.
08:43 * ' 'কার্বন' পৰমাণুৰ মাজত বন্ডৰ দৰ্ঘয় পৰিমাপ কৰক.
08:45 * আৰু সিহতক তুলনা কৰক.
08:48 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:51 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:54 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:59 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
09:01 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:04 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:08 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:15 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:19 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:26 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:31 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi