Java/C3/Using-final-keyword/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | Using final keyword ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | ইয়াতে final কীওয়ার্ড আৰু এইটোক কেতিয়া আৰম্ভ কৰিব লাগে সেই সম্পর্কে শিকিম। |
00:11 | আমি final variables, final methods, final classes সম্পর্কেও শিকিম। |
00:18 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: উবুন্টু লিনাক্স সংস্কৰণ 12.04, JDK 1.7, Eclipse 4.3.1 |
00:30 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:36 | Subclassing আৰু Method overriding সম্পর্কেও জ্ঞান থাকিব লাগিব। |
00:41 | নহলে, প্ৰাসঙ্গিক Java টিউটোৰিয়েলবোৰৰ বাবে, আমাৰ ওয়েবসাইটত যাওক। |
00:46 | প্ৰথমে আমি শিকিম যে final কীওয়ার্ড কি। |
00:50 | final, জাভাত keyword বা সংৰক্ষিত শব্দ হয়। |
00:55 | এইটোক variables, methods বা classesত প্ৰয়োগ কৰিব পাৰে। |
01:01 | এতিয়া, শিকো যে final ভ্যাৰিয়েবল কি। |
01:05 | final variable এটা ভ্যাৰিয়েবল হয় যাৰ ভ্যালু সলাব নোৱাৰে। এইটো constant থাকিব। |
01:13 | এতিয়া Eclipse IDE ত যাও। মই ইতিমধ্যে আগৰ টিউটোৰিয়েলত MyProject নামৰ এটা প্ৰজেক্ট বনাইছো। |
01:22 | সেয়ে আমি প্ৰজেক্টৰ Employee classত যাও। |
01:26 | ভ্যাৰিয়েবল nameত আহক। |
01:30 | ভ্যাৰিয়েবল নামৰৰ আগত final কীওয়ার্ড জুড়ক। আমি ভ্যাৰিয়েবল নেম final ৰাখিছো। |
01:40 | আমি ভ্যালু sneha সহ ভ্যাৰিয়েবল নাম দি আৰম্ভ কৰিম। |
01:45 | আমি প্ৰোগ্ৰামটোক সংৰক্ষণ কৰি ৰান কৰিম। |
01:48 | কম্পাইলেশন এৰৰ পাও: The final field Employee.name cannot be assigned |
01:55 | ইয়াৰ কাৰণ হল ইয়াতে final ভ্যাৰিয়েবোলৰ নাম ইতিমধ্যে ঘোষিত কৰা হৈছে আৰু ইনিসিয়েলাইজ আছে। |
02:05 | final ভ্যাৰিয়েবলক মাত্ৰ এবাৰ ইনিসিয়েলাইজ কৰিব পাৰি। |
02:08 | আমি setName মেথডক কমেন্ট কৰিম যি name ভ্যাৰিয়েবলক সংশোধিত কৰে। |
02:14 | Class সংৰক্ষণ কৰক। |
02:16 | এতিয়া TestEmployee ক্লাসত আহক। |
02:19 | main মেথডত যাওক আৰু manager.setName("Nikkita Dinesh") লাইনক কমেন্ট কৰক। |
02:26 | এই লাইনটোক কমেন্ট কৰিছিলো কাৰণ এইটো setName মেথডৰ উদাহৰণ। |
02:31 | আমি ইতিমধ্যে Employee ক্লাসত setName মেথডক কমেন্ট কৰিছিলো। |
02:35 | এতিয়া ক্লাসক সংৰক্ষণ কৰি প্ৰোগ্ৰামটো ৰান কৰক। |
02:38 | আমি এই আউটপুট পাইছো: Name: Sneha Email: abc@gmail.com Manager of: Accounts |
02:47 | আমি এই আউটপুট পাইছো কাৰণ আমি ইতিমধ্যে TestEmployee classত আৰু Employee classত এই ভ্যালু সহ ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিছিলো। |
02:58 | Employee ক্লাসত final variable nameত আহক। |
03:02 | final variable name ইয়াৰ ইনিসিয়েলাইজেশনক অতৰাওক। অর্থাৎ sneha অতৰাওক। |
03:08 | setName মেথডক আনকমেন্ট কৰক। |
03:12 | প্ৰোগ্ৰামটো সংৰক্ষণ কৰি ৰান কৰক। |
03:14 | আমি এৰৰ পাও: The final field Employee.name cannot be assigned |
03:20 | ইয়াৰ কাৰণ, final ভ্যাৰিয়েবল ইনিসিয়েলাইজ নহলে, মাত্ৰ constructor এ ইনিশিয়ালাইজ কৰিব পাৰে। |
03:28 | এইটোক প্ৰোগ্ৰামত অন্য কত'ও সংশোধন কৰা যাব নোৱাৰে। |
03:33 | সেয়ে, Employee ক্লাসত constructor বনাওক। আমি আগতে শিকিছো যে constructor কি। |
03:43 | আমি জানো যে constructor নাম ক্লাসৰ নামৰ সমান। |
03:47 | সেয়ে লিখিম: Employee, প্ৰথম বন্ধনী, ওপেন আৰু ক্লোস কাৰ্লী বন্ধনী, কাৰ্লী বন্ধনীত name ভ্যাৰিয়েলবোৰক ভ্যালু sneha সহ ইনিসিয়েলাইজ কৰক, সেমিকোলন। |
04:08 | method setName কমেন্ট কৰক। |
04:12 | প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক। |
04:15 | আমি পছন্দসই আউটপুট পাও। |
04:17 | final variable সফলভাবে constructorত ইনিসিয়েলাইজ হৈছে। |
04:22 | এতিয়া final static variables সম্পর্কে শিকিম। |
04:26 | Employee ক্লাসত final ভ্যাৰিয়েবোলত আহক। |
04:30 | final কীওওয়ার্ডৰ আগত static কীওয়ার্ড জুড়ক। আমি final variable static বনাইছো। |
04:38 | প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক। |
04:40 | আমি এৰৰ পাও: The final field Employee.name cannot be assigned |
04:46 | ইয়াৰ কাৰণ হল static final variables, constructorত ইনিসিয়েলাইজ নহয়। |
04:53 | সিহতে তাৰ ঘোষণাৰ সৈতে এটা ভ্যালু নির্ধাৰণ কৰা উচিত বা static blockত ঘোষণা কৰা আবশ্যক। |
05:01 | Static ভ্যাৰিয়েবল class ইয়াৰ সকলো অবজেক্টৰ লগত ভাগ কৰা হয়। |
05:06 | এটা নতুন object বনালে static variableক সলনি কৰি দিব। static variable, final হলে ইয়াৰ অনুমতি নাই। |
05:14 | Eclipse IDE ত উভতি যাওক। |
05:17 | এতিয়া আমি static block বনাম। |
05:20 | সেয়ে Employee ক্লাসত constructorত যাওক, যাক আমি বনাইছিলো। |
05:26 | ইয়াতে, Employee বন্ধনীৰ সলনি, static লিখিম। আমি এটা static block বনাইছো। |
05:35 | এতিয়া প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰিম। |
05:38 | আমি পছন্দ আউটপুট পাইছো। আমি সফলভাবে static final ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিলো। |
05:46 | এতিয়া method ইয়াৰ বাবে প্যাৰামিটাৰ হিসাবে final ব্যবহাৰ কৰো। |
05:52 | Employee ক্লাসত, setEmail মেথডত আহক। |
05:55 | String newEmail ইয়াৰ আগত final কীওয়ার্ড জুড়ক। আমি final হিচাবে প্যাৰামিটাৰ জুড়াইছো। |
06:03 | প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক। |
06:06 | আমি পছন্দ আউটপুট পাও। |
06:09 | এতিয়া, setEmail মেথডত যাওক। মেথডত লিখক: newEmail is equal to abc@gmail.com semicolon |
06:28 | আমি final ভ্যাৰিয়েবল newEmail সংশোধন কৰিছিলো। |
06:32 | আকৌ এবাৰ প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰিম। |
06:35 | আমি এৰৰ পাও: The final local variable newEmail cannot be assigned. |
06:42 | ইয়াৰ কাৰণ হল method ইয়াৰ বাবে প্যাৰামিটাৰ হিসাবে final ভ্যাৰিয়েবল সেই method দ্বাৰা সংশোধন নহয়। |
06:50 | সেয়ে ভ্যাৰিয়েবল সংশোধনক অতৰুৱাই দিও। |
06:54 | এতিয়া final মেথড সম্পর্কে শিকিম। employee ক্লাসত method getDetailsত যাওক। |
07:01 | method getDetails ইয়াৰ আগত final কীওয়ার্ড জুড়ক। final হিসাবে মেথড বনাইছো। |
07:08 | প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক। |
07:10 | আমি এৰৰ পাও: class Manager overrides final method getDetails(). |
07:16 | Manager ক্লাসত method getDetails()ত যাওক। |
07:21 | ইয়াৰ কাৰণ, আপো নি final হিসাবে method বনালে এইটোক override কৰিব নোৱাৰে। |
07:29 | Manager class method getDetails, Employee ক্লাসত getDetails মেথডক override কৰে। |
07:36 | final মেথড private হলে কি হব? |
07:39 | Private মেথড child ক্লাস দ্বাৰা ইনহেৰিট নাই। |
07:43 | সেয়ে child ক্লাসত getDetails() মেথড জুড়াব পাৰি। অনুশীলনী হিসাবে এইটোক চেষ্টা কৰিব পাৰে। |
07:51 | Eclipse IDE ত উভতি আহক। |
07:54 | Employee ক্লাসত getDetails মেথডৰ আগত final কীওয়ার্ডক অতৰাওক। |
08:03 | Final ভ্যাৰিয়েবল নামৰৰ আগত static কীওয়ার্ড অতৰাওক। |
08:10 | এতিয়া শিকিম constructor, final হিচাবে ঘোষিত কৰিব পাৰি কি নোৱাৰে। |
08:15 | ইয়াৰ বাবে আকৌ এবাৰ constructor বনাম। সেয়ে static ইয়াৰ সলনি লিখিম: Employee বন্ধনী |
08:26 | Constructor ইয়াৰ আগত final কীওয়ার্ড জুড়ক। |
08:31 | প্ৰোগ্ৰামক সংৰক্ষণ কৰি ৰান কৰক। |
08:36 | আমি এৰৰ পাও: Illegal modifier for the constructor in type Employee. |
08:42 | কাৰণ constructor, final হব নোৱাৰে যিহেতু constructors ইনহেৰিট নহয়। |
08:50 | আমি constructor ইয়াৰ আগত final কীওয়ার্ড অতৰাই দিম। |
08:54 | আমি final ক্লাস সম্পর্কে শিকিম। |
08:57 | এইটোক final বনাবলৈ Employee ক্লাসৰ আগত final কীওয়ার্ড জুড়ক। |
09:03 | প্ৰোগ্ৰাম সংৰক্ষণ কৰি ৰান কৰক। |
09:06 | আমি এৰৰ পাও: The method setEmail is undefined for the type Manager. |
09:12 | প্ৰকৃত এৰৰ জানিবলৈ TestEmployee ক্লাসত যাওক আৰু এইটোক কমেন্ট কৰক। |
09:21 | manager.setEmail("abc@gmail.com"); manager.setDepartment("Accounts"); |
09:28 | ক্লাস সংৰক্ষণ কৰি প্ৰোগ্ৰাম ৰান কৰক। |
09:31 | প্ৰকৃত এৰৰ হল: The type manager cannot subclass the final class Employee. |
09:40 | ইয়াতে, Manager ক্লাসে Employee ক্লাসক প্ৰসাৰিত কৰে। |
09:45 | Employee ক্লাসত উভতি আহো আৰু final কীওয়ার্ড অতৰাওক। ক্লাসক সংৰক্ষণ কৰক। |
09:54 | TestEmployee ক্লাসত আহক। লাইনক আনকমেন্ট কৰক manager.setEmail("abc@gmail.com"); manager.setDepartment("Accounts"); |
10:06 | ক্লাসক সংৰক্ষণ কৰি প্ৰোগ্ৰামক ৰান কৰক। |
10:09 | আমি কাঙ্ক্ষিত আউটপুট পাইছো। |
10:12 | সংক্ষেপে, ইয়াতে আমি শিকিছো: final কীওয়ার্ড invoke কৰা, final ভ্যাৰিয়েবল, final মেথডস আৰু final ক্লাস কি। |
10:27 | অনুশীলনী হিসাবে, Bike আৰু Vehicle ক্লাসৰ বাবে Using final keyword টিউটোৰিয়েলৰ ধাপবোৰ পুনৰাবৃত্তি কৰক, যি আগৰ টিউটোৰিয়েলত ব্যবহাৰ কৰিছিলো। |
10:37 | জাভাত classes লিখক যি final ক্লাস হয়। |
10:41 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। |
10:47 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। অধিক জানিবলৈ আমালৈ লিখক। |
10:56 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ অংশবিশেষ। এইটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য।
আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |