Java/C3/Static-Variables/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Static Variables ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 ইয়াতে আমি শিকিম: static variables কি?
00:10 static variables বনোৱা আৰু static variables ব্যবহাৰ কৰা।
00:17 ইয়াতে আমি ব্যবহাৰ কৰিছো Ubuntu 12.04, JDK 1.7 আৰু Eclipse 4.3.1.
00:27 টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব।
00:35 java ত classes, objects আৰু instance variables সম্পর্কেও জানিব লাগিব।
00:42 নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদর্শিত লিঙ্কত যাওক।
00:49 static variable এটা ভ্যাৰিয়েবল যি পূর্ণ class ইয়াৰ সৈতে জুড়িত।
00:55 এইটোক class variable ও বোলে।
00:58 এইটোক static কীওয়ার্ড দ্বাৰা ঘোষণা কৰা হয়।
01:02 আমি পূর্বৰ টিউটোৰিয়েলত static variable সম্পর্কে সংক্ষেপে দেখিছো।
01:08 ইয়াতে আমি এইটোক বিস্তাৰত চাম।
01:11 এতিয়া, Eclipseত যাও আৰু StaticVariableDemo নামৰ প্ৰজেক্ট বনাম।
01:18 এই প্ৰজেক্টত, Static variables ইয়াৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় ক্লাসবোৰ বনাম।
01:26 সেয়ে src ফোল্ডাৰত সো ক্লিক কৰক আৰু New> Classত ক্লিক কৰক আৰু ক্লাসত নাম StudentEnroll লিখক আৰু এন্টাৰ টিপক।
01:37 উদাহৰণ সহ static variables ইয়াৰ ব্যবহাৰ সম্পর্কে চাও।
01:42 কোনো প্ৰতিষ্ঠানৰ শিক্ষার্থীৰ নিযুক্তি দেখোৱাবলৈ নির্মিত ক্লাসত বিবেচনা কৰক।
01:49 এই ক্লাসত নামাঙ্কিত শিক্ষার্থীৰ Name, Id, Branch আৰু Total Count আছে।
01:56 এতিয়া দেখো যে নামাঙ্কন পূর্ণ হলে কি হয়।
02:02 ডিফল্টৰুপে Total Count হল 0. প্ৰথম শিক্ষার্থীৰ নাম ADIL.
02:09 Id হল IT101, Branch হল IT.
02:14 এতিয়া Total Count 1 আপডেট কৰা হৈছে।
02:18 একেইভাবে দ্বিতীয় শিক্ষার্থী AMAL নামাঙ্কন কৰা হলে, Total Countত 2 আপডেট হয়।
02:25 তৃতীয় শিক্ষার্থী CAROL নামাঙ্কন কৰা হলে Total Countত 3 আপডেট কৰা হয়।
02:32 এতিয়া আমি চিহ্নিত কৰিব পাৰো যে ভ্যাৰিয়েবল Total Count সকলো অবজেক্টৰ বাবে সমান আৰু একক ভ্যালু হয়।
02:40 এতিয়া ভ্যাৰিয়েবল Total Count ক static variable হিসাবে উপস্থাপন কৰা যায়।
02:45 আমি এয়াও দেখো যে প্ৰতিটো object ইয়াৰ বাবে ভ্যাৰিয়েবল Name, Id আৰু Branch ইয়াৰ নিজস্ব কপি আছে।
02:54 লগতে তাৰ প্ৰতিটো object ইয়াৰ বাবে নির্দিষ্ট ভ্যালু আছে।
02:59 এই ভ্যাৰিয়েবলক instance variables হিসাবে বিবেচনা কৰা যায়।
03:04 এতিয়া, student enrollment class ক প্ৰতিনিধিত্ব কৰা কোড চাও।
03:09 instance variables, id, name আৰু branch হিসাবে ঘোষিত হয়।
03:16 count ভ্যাৰিয়েবল static হিসাবে ঘোষিত হৈছে কাৰণ এইটো সম্পূর্ণ ক্লাসৰ বাবে সমান।
03:22 ক্লাস লোডেড হলে, static variable এটা একক ফিক্স মেমৰীত স্থিত হয়।
03:28 যত প্ৰতিটো object ইয়াৰ Instance variablesএ পৃথক মেমৰীত স্থিত হয়।
03:35 এতিয়া Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক।
03:41 নির্মিত কোড পৰা super কীওয়ার্ড মুছি দিয়ক।
03:45 এইটো constructorএ id, name আৰু branch ফীল্ডসৰ ভ্যালু ইনিসিয়েলাইজ কৰিব পাৰে।
03:51 প্ৰতিবাৰে এটা object বনালে আমি ভ্যাৰিয়েবল count ইয়াৰ ভ্যালু বড়োৱা প্ৰয়োজন।
03:59 সেয়ে constructorত লিখক: count ++ সেমিকোলন।
04:05 এতিয়া সকলো ভ্যাৰিয়েবোলৰ ভ্যালু প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম।
04:13 সেয়ে লিখক public void showData( ) বন্ধনীত id, name, branch আৰু শিক্ষার্থীৰ নামাঙ্কনৰ মোট সংখ্যা প্ৰিন্ট কৰিবলৈ নিম্ন কোড লিখক।
04:27 default packageত সো ক্লিক কৰক আৰু New> Classত ক্লিক কৰক আৰু তাৰপিছত Demo নাম লিখক।
04:36 এই class ত, main মেথড থাকিব।
04:39 সেয়ে লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ ctrl + space টিপক।
04:46 এতিয়া Student Enrollment data প্ৰিন্ট কৰিব লাগিব।
04:50 শিক্ষার্থীৰ নামাঙ্কন প্ৰদর্শন কৰিবলৈ StudentEnroll classত কিছু অবজেক্ট বনাম।
04:57 সেয়ে নিম্ন কোড লিখক: StudentEnroll s1 equals new StudentEnroll
05:04 এতিয়া বিভিন্ন arguments ইয়াৰ ভ্যালু পাস কৰিব পাৰি।
05:08 বন্ধনীত, লিখক id হিসাবে IT101, name হিসাবে ADIL আৰু branch হিসাবে IT.
05:17 নামাঙ্কনৰ বিবৰণ প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰো।
05:22 এতিয়া লিখক: s1.showData( ) এতিয়া ডেমো প্ৰোগ্ৰাম ৰান কৰক।
05:29 আমি দেখো যে s1 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবলৰ ভ্যালু প্ৰিন্ট হয়।
05:36 লগতে লক্ষ্য কৰক যে শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু হল 1.
05:42 ইয়াৰ কাৰণ আমি মাত্ৰ 1 টা অবজেক্ট বনাইছো।
05:47 এতিয়া object s2 বনাবলৈ নিম্ন কোড লিখক।
05:52 showData মেথডক আকৌ এবাৰ s2 দ্বাৰা কল কৰা যাব পাৰে।
05:56 আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক।
05:59 আমি দেখো যে s2 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবল ভ্যালু প্ৰিন্ট হয়।
06:06 লগতে লক্ষ্য কৰক যে শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু s1 আৰু s2 উভয় ক্ষেত্ৰত আপডেট আছে।
06:14 এতিয়া আৰু এটা object s3 বনাও।
06:18 আকৌ এবাৰ s3 ব্যবহাৰ কৰি showData মেথড লাগু কৰো।
06:23 আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক।
06:26 আমি দেখো যে s3 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবলৰ ভ্যালু প্ৰিন্ট হয়।
06:32 লগতে লক্ষ্য কৰক যে সকলো ক্ষেত্ৰত শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু এতিয়া 3 ত আপডেট কৰা হৈছে।
06:41 এতিয়া বুজিব পাৰি যে শিক্ষার্থী নামাঙ্কনৰ সংখ্যাৰ ভ্যালু সকলো অবজেক্টৰ বাবে একেই।
06:48 স্লাইডত উভতি আহক।
06:51 static modifier ইয়াৰ ব্যবহাৰ final modifier ইয়াৰ সৈতেও কৰা হয়।
06:56 এইটোক constant ক সংজ্ঞায়িত কৰিবলৈ কৰা হয় যি সমগ্ৰ ক্লাসৰ বাবে একেই।
07:01 প্ৰচলিতভাবে, এইৰকমৰ constant variables ইয়াৰ অাখৰ ডাঙৰ আখৰত আছে।
07:08 এতিয়া eclipseত উভতি আহক।
07:11 StudentEnroll class ক্লাস খুলক আৰু variable declaration হিসাবে public static final String ORG_NAME = “IITB” লিখক।
07:23 উদাহৰণ হিসাবে, যদি সকলো শিক্ষার্থী একেই প্ৰতিষ্ঠান IITB পৰা নামাঙ্কন কৰা হয়।
07:31 এইটোক constant static variable ORG_NAME দ্বাৰা প্ৰদর্শিত কৰা যাব পাৰে।
07:38 নাম যদি একাধিক শব্দ দ্বাৰা গঠিত হলে, শব্দক আন্ডাৰস্কোৰ দ্বাৰা পৃথক কৰা হয়।
07:44 সাধাৰণতে আমি এই ধৰণৰ constants ক public দৃশ্যতা সহ ঘোষিত কৰো।
07:49 এতিয়া ডেমো ক্লাসত যাওক আৰু নিম্ন কোড লিখক।
07:55 ইয়াতে আপোনি দেখে যে ORG_NAME ক ইয়াৰ class নাম StudentEnroll দ্বাৰা অ্যাক্সেস কৰা হৈছে।
08:03 আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক।
08:06 আমি দেখো যে ORGANIZATION ইয়াৰ নাম IITB হিসাবে প্ৰিন্ট হৈছে।
08:11 সংক্ষেপে ইয়াতে আমি শিকিছো:
08:17 static variable কি আৰু কেতিয়া এইটোক ব্যবহাৰ কৰা যায়।
08:21 static variable কিভাবে বনোৱা আৰু লাগু কৰে।
08:25 অনুশীলনী হিসাবে, এখন গাড়ি সেৱা স্টেশন প্ৰদর্শন কৰিবলৈ এটা ক্লাস CarService বনাওক।
08:32 এই ক্লাসত নিম্ন বিবৰণ প্ৰদর্শন কৰিবলৈ ভ্যাৰিয়েবল থকা উচিত:সার্ভিস স্টেশনৰ নাম।
08:39 Car make, model আৰু register number - যি সেৱাৰ বাবে আছে।
08:44 No. of Cars in সার্ভিসৰ বাবে।
08:47 instance variable আৰু static variable সনাক্ত কৰক।
08:51 যথাযথ কীওয়ার্ড দ্বাৰা সিহতক ঘোষিত কৰক।
08:55 Car make, model আৰু register number ইয়াৰ ভ্যালুক ইনিসিয়েলাইজ কৰিবলৈ constructorক পৰিভাষিত কৰক।
09:01 সকলো  ভ্যাৰিয়েবোলৰ ভ্যালু প্ৰিন্ট কৰিবলৈ show( ) মেথড পৰিভাষিত কৰক।
09:07 লগতে ফলাফল চেক কৰিবলৈ main মেথড যুক্ত ডেমো ক্লাস বনাওক অর্থাৎ CarService ইয়াৰ কিছু অবজেক্ট বনাওক।
09:16 এই object দ্বাৰা show( ) মেথড লাগু কৰক।
09:20 লগতে class ইয়াৰ নাম দ্বাৰা static variable অ্যাক্সেস কৰক।
09:25 নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক।
09:32 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়।
09:41 অধিক জানোবলৈ আমালৈ লিখক।
09:45 স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
09:51 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro
09:56 আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো।
10:03 অংশগ্ৰহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi