Java/C3/Static-Variables/Assamese
From Script | Spoken-Tutorial
00:01 | Static Variables ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | ইয়াতে আমি শিকিম: static variables কি? |
00:10 | static variables বনোৱা আৰু static variables ব্যবহাৰ কৰা। |
00:17 | ইয়াতে আমি ব্যবহাৰ কৰিছো Ubuntu 12.04, JDK 1.7 আৰু Eclipse 4.3.1. |
00:27 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ Java আৰু Eclipse IDE ইয়াৰ মৌলিক জ্ঞান থাকিব লাগিব। |
00:35 | java ত classes, objects আৰু instance variables সম্পর্কেও জানিব লাগিব। |
00:42 | নহলে, প্ৰাসঙ্গিক জাভা টিউটোৰিয়েলৰ বাবে, প্ৰদর্শিত লিঙ্কত যাওক। |
00:49 | static variable এটা ভ্যাৰিয়েবল যি পূর্ণ class ইয়াৰ সৈতে জুড়িত। |
00:55 | এইটোক class variable ও বোলে। |
00:58 | এইটোক static কীওয়ার্ড দ্বাৰা ঘোষণা কৰা হয়। |
01:02 | আমি পূর্বৰ টিউটোৰিয়েলত static variable সম্পর্কে সংক্ষেপে দেখিছো। |
01:08 | ইয়াতে আমি এইটোক বিস্তাৰত চাম। |
01:11 | এতিয়া, Eclipseত যাও আৰু StaticVariableDemo নামৰ প্ৰজেক্ট বনাম। |
01:18 | এই প্ৰজেক্টত, Static variables ইয়াৰ ব্যবহাৰ প্ৰদর্শন কৰিবলৈ প্ৰয়োজনীয় ক্লাসবোৰ বনাম। |
01:26 | সেয়ে src ফোল্ডাৰত সো ক্লিক কৰক আৰু New> Classত ক্লিক কৰক আৰু ক্লাসত নাম StudentEnroll লিখক আৰু এন্টাৰ টিপক। |
01:37 | উদাহৰণ সহ static variables ইয়াৰ ব্যবহাৰ সম্পর্কে চাও। |
01:42 | কোনো প্ৰতিষ্ঠানৰ শিক্ষার্থীৰ নিযুক্তি দেখোৱাবলৈ নির্মিত ক্লাসত বিবেচনা কৰক। |
01:49 | এই ক্লাসত নামাঙ্কিত শিক্ষার্থীৰ Name, Id, Branch আৰু Total Count আছে। |
01:56 | এতিয়া দেখো যে নামাঙ্কন পূর্ণ হলে কি হয়। |
02:02 | ডিফল্টৰুপে Total Count হল 0. প্ৰথম শিক্ষার্থীৰ নাম ADIL. |
02:09 | Id হল IT101, Branch হল IT. |
02:14 | এতিয়া Total Count 1 আপডেট কৰা হৈছে। |
02:18 | একেইভাবে দ্বিতীয় শিক্ষার্থী AMAL নামাঙ্কন কৰা হলে, Total Countত 2 আপডেট হয়। |
02:25 | তৃতীয় শিক্ষার্থী CAROL নামাঙ্কন কৰা হলে Total Countত 3 আপডেট কৰা হয়। |
02:32 | এতিয়া আমি চিহ্নিত কৰিব পাৰো যে ভ্যাৰিয়েবল Total Count সকলো অবজেক্টৰ বাবে সমান আৰু একক ভ্যালু হয়। |
02:40 | এতিয়া ভ্যাৰিয়েবল Total Count ক static variable হিসাবে উপস্থাপন কৰা যায়। |
02:45 | আমি এয়াও দেখো যে প্ৰতিটো object ইয়াৰ বাবে ভ্যাৰিয়েবল Name, Id আৰু Branch ইয়াৰ নিজস্ব কপি আছে। |
02:54 | লগতে তাৰ প্ৰতিটো object ইয়াৰ বাবে নির্দিষ্ট ভ্যালু আছে। |
02:59 | এই ভ্যাৰিয়েবলক instance variables হিসাবে বিবেচনা কৰা যায়। |
03:04 | এতিয়া, student enrollment class ক প্ৰতিনিধিত্ব কৰা কোড চাও। |
03:09 | instance variables, id, name আৰু branch হিসাবে ঘোষিত হয়। |
03:16 | count ভ্যাৰিয়েবল static হিসাবে ঘোষিত হৈছে কাৰণ এইটো সম্পূর্ণ ক্লাসৰ বাবে সমান। |
03:22 | ক্লাস লোডেড হলে, static variable এটা একক ফিক্স মেমৰীত স্থিত হয়। |
03:28 | যত প্ৰতিটো object ইয়াৰ Instance variablesএ পৃথক মেমৰীত স্থিত হয়। |
03:35 | এতিয়া Sourceত ক্লিক কৰক আৰু Generate Constructor using Fields চয়ন কৰক। |
03:41 | নির্মিত কোড পৰা super কীওয়ার্ড মুছি দিয়ক। |
03:45 | এইটো constructorএ id, name আৰু branch ফীল্ডসৰ ভ্যালু ইনিসিয়েলাইজ কৰিব পাৰে। |
03:51 | প্ৰতিবাৰে এটা object বনালে আমি ভ্যাৰিয়েবল count ইয়াৰ ভ্যালু বড়োৱা প্ৰয়োজন। |
03:59 | সেয়ে constructorত লিখক: count ++ সেমিকোলন। |
04:05 | এতিয়া সকলো ভ্যাৰিয়েবোলৰ ভ্যালু প্ৰিন্ট কৰিবলৈ এই ক্লাসত showData( ) মেথড জুড়িম। |
04:13 | সেয়ে লিখক public void showData( ) বন্ধনীত id, name, branch আৰু শিক্ষার্থীৰ নামাঙ্কনৰ মোট সংখ্যা প্ৰিন্ট কৰিবলৈ নিম্ন কোড লিখক। |
04:27 | default packageত সো ক্লিক কৰক আৰু New> Classত ক্লিক কৰক আৰু তাৰপিছত Demo নাম লিখক। |
04:36 | এই class ত, main মেথড থাকিব। |
04:39 | সেয়ে লিখক main আৰু তাৰপিছত main মেথড বনাবলৈ ctrl + space টিপক। |
04:46 | এতিয়া Student Enrollment data প্ৰিন্ট কৰিব লাগিব। |
04:50 | শিক্ষার্থীৰ নামাঙ্কন প্ৰদর্শন কৰিবলৈ StudentEnroll classত কিছু অবজেক্ট বনাম। |
04:57 | সেয়ে নিম্ন কোড লিখক: StudentEnroll s1 equals new StudentEnroll |
05:04 | এতিয়া বিভিন্ন arguments ইয়াৰ ভ্যালু পাস কৰিব পাৰি। |
05:08 | বন্ধনীত, লিখক id হিসাবে IT101, name হিসাবে ADIL আৰু branch হিসাবে IT. |
05:17 | নামাঙ্কনৰ বিবৰণ প্ৰিন্ট কৰিবলৈ showData মেথড লাগু কৰো। |
05:22 | এতিয়া লিখক: s1.showData( ) এতিয়া ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
05:29 | আমি দেখো যে s1 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবলৰ ভ্যালু প্ৰিন্ট হয়। |
05:36 | লগতে লক্ষ্য কৰক যে শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু হল 1. |
05:42 | ইয়াৰ কাৰণ আমি মাত্ৰ 1 টা অবজেক্ট বনাইছো। |
05:47 | এতিয়া object s2 বনাবলৈ নিম্ন কোড লিখক। |
05:52 | showData মেথডক আকৌ এবাৰ s2 দ্বাৰা কল কৰা যাব পাৰে। |
05:56 | আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
05:59 | আমি দেখো যে s2 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবল ভ্যালু প্ৰিন্ট হয়। |
06:06 | লগতে লক্ষ্য কৰক যে শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু s1 আৰু s2 উভয় ক্ষেত্ৰত আপডেট আছে। |
06:14 | এতিয়া আৰু এটা object s3 বনাও। |
06:18 | আকৌ এবাৰ s3 ব্যবহাৰ কৰি showData মেথড লাগু কৰো। |
06:23 | আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
06:26 | আমি দেখো যে s3 সম্পর্কিত ইন্সটান্স ভ্যাৰিয়েবলৰ ভ্যালু প্ৰিন্ট হয়। |
06:32 | লগতে লক্ষ্য কৰক যে সকলো ক্ষেত্ৰত শিক্ষার্থীৰ নামাঙ্কন সংখ্যাৰ ভ্যালু এতিয়া 3 ত আপডেট কৰা হৈছে। |
06:41 | এতিয়া বুজিব পাৰি যে শিক্ষার্থী নামাঙ্কনৰ সংখ্যাৰ ভ্যালু সকলো অবজেক্টৰ বাবে একেই। |
06:48 | স্লাইডত উভতি আহক। |
06:51 | static modifier ইয়াৰ ব্যবহাৰ final modifier ইয়াৰ সৈতেও কৰা হয়। |
06:56 | এইটোক constant ক সংজ্ঞায়িত কৰিবলৈ কৰা হয় যি সমগ্ৰ ক্লাসৰ বাবে একেই। |
07:01 | প্ৰচলিতভাবে, এইৰকমৰ constant variables ইয়াৰ অাখৰ ডাঙৰ আখৰত আছে। |
07:08 | এতিয়া eclipseত উভতি আহক। |
07:11 | StudentEnroll class ক্লাস খুলক আৰু variable declaration হিসাবে public static final String ORG_NAME = “IITB” লিখক। |
07:23 | উদাহৰণ হিসাবে, যদি সকলো শিক্ষার্থী একেই প্ৰতিষ্ঠান IITB পৰা নামাঙ্কন কৰা হয়। |
07:31 | এইটোক constant static variable ORG_NAME দ্বাৰা প্ৰদর্শিত কৰা যাব পাৰে। |
07:38 | নাম যদি একাধিক শব্দ দ্বাৰা গঠিত হলে, শব্দক আন্ডাৰস্কোৰ দ্বাৰা পৃথক কৰা হয়। |
07:44 | সাধাৰণতে আমি এই ধৰণৰ constants ক public দৃশ্যতা সহ ঘোষিত কৰো। |
07:49 | এতিয়া ডেমো ক্লাসত যাওক আৰু নিম্ন কোড লিখক। |
07:55 | ইয়াতে আপোনি দেখে যে ORG_NAME ক ইয়াৰ class নাম StudentEnroll দ্বাৰা অ্যাক্সেস কৰা হৈছে। |
08:03 | আকৌ এবাৰ ডেমো প্ৰোগ্ৰাম ৰান কৰক। |
08:06 | আমি দেখো যে ORGANIZATION ইয়াৰ নাম IITB হিসাবে প্ৰিন্ট হৈছে। |
08:11 | সংক্ষেপে ইয়াতে আমি শিকিছো: |
08:17 | static variable কি আৰু কেতিয়া এইটোক ব্যবহাৰ কৰা যায়। |
08:21 | static variable কিভাবে বনোৱা আৰু লাগু কৰে। |
08:25 | অনুশীলনী হিসাবে, এখন গাড়ি সেৱা স্টেশন প্ৰদর্শন কৰিবলৈ এটা ক্লাস CarService বনাওক। |
08:32 | এই ক্লাসত নিম্ন বিবৰণ প্ৰদর্শন কৰিবলৈ ভ্যাৰিয়েবল থকা উচিত:সার্ভিস স্টেশনৰ নাম। |
08:39 | Car make, model আৰু register number - যি সেৱাৰ বাবে আছে। |
08:44 | No. of Cars in সার্ভিসৰ বাবে। |
08:47 | instance variable আৰু static variable সনাক্ত কৰক। |
08:51 | যথাযথ কীওয়ার্ড দ্বাৰা সিহতক ঘোষিত কৰক। |
08:55 | Car make, model আৰু register number ইয়াৰ ভ্যালুক ইনিসিয়েলাইজ কৰিবলৈ constructorক পৰিভাষিত কৰক। |
09:01 | সকলো ভ্যাৰিয়েবোলৰ ভ্যালু প্ৰিন্ট কৰিবলৈ show( ) মেথড পৰিভাষিত কৰক। |
09:07 | লগতে ফলাফল চেক কৰিবলৈ main মেথড যুক্ত ডেমো ক্লাস বনাওক অর্থাৎ CarService ইয়াৰ কিছু অবজেক্ট বনাওক। |
09:16 | এই object দ্বাৰা show( ) মেথড লাগু কৰক। |
09:20 | লগতে class ইয়াৰ নাম দ্বাৰা static variable অ্যাক্সেস কৰক। |
09:25 | নিম্ন লিঙ্কত উপলব্ধ ভিডিওটোৱে প্ৰকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক ডাউনলোড কৰি চাওক। |
09:32 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়া হয়। |
09:41 | অধিক জানোবলৈ আমালৈ লিখক। |
09:45 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
09:51 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য, http://spoken-tutorial.org/NMEICT-Intro |
09:56 | আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। |
10:03 | অংশগ্ৰহনৰ বাবে ধন্যবাদ। |